text
stringlengths
1
2.59k
language
stringclasses
10 values
মানুহৰ মৰমেই আছিল তেওঁৰ বাবে ডাঙৰ পুৰস্কাৰ প্ৰথম মৃত্যুবাৰ্ষিকীত জনপ্ৰিয় গায়ক কেকেক স্মৰণ
Assamese
অসমত একেখন স্কুলতে একেলগে পঢ়িছিল অনুষ্কা শৰ্মা আৰু সাক্ষী ধোনিয়ে সামাজিক মাধ্যমত ভাইৰেল ফটোক লৈ চৰ্চা
Assamese
৩ লাখ ১৭ হাজাৰ ৬৩৮ গৰাকী পৰ্যটকৰ আগমনেৰে অন্ত পৰিল কাজিৰঙাৰ ২০২২২৩ পৰ্যটন বৰ্ষ
Assamese
শ্বাহৰুখচলমান নহয় আনকি প্ৰভাসো নহয় এই অভিনেতাজনে সৰ্বাধিক পাৰিশ্ৰমিকৰ ক্ষেত্ৰত চুপাৰষ্টাৰসকলক অতিক্ৰম কৰিছে
Assamese
আশিস বিদ্যাৰ্থীৰ ২২ বছৰীয়া সুখৰ সংসাৰত কিয় লাগিছিল আউল অভিনেতাগৰাকীয়ে নিজেই ক লে ইয়াৰ কাৰণ
Assamese
ইতি হ ল নেকি চাৰাশুভমানৰ প্ৰেম আনফলো কৰাৰ আঁৰত আছে কি কাৰণ
Assamese
ৰাখীস্মিতা কলিতাৰ কণ্ঠই মুহিব আপোনাৰ মন মাতৃৰ সৈতে গীত গাই ভাইৰেল
Assamese
যদি মই মুখ্যমন্ত্ৰী হওঁ মোৰ মন্ত্ৰীসভাত থাকিব নাজিৰ সৌৰভ কোকিল ছচিয়েল মিডিয়াত নতুন ট্ৰেণ্ড
Assamese
ক্ৰিছ গেইলে দীপিকা পাডুকনৰ সৈতে এটা বিশেষ মুহূৰ্ত কটাব বিচাৰে নিজৰ মনৰ কথাটো কৈ দিলে গেইলে
Assamese
ৰ উন্মাদনা অনুভৱ কৰাৰ মন আছে নেকি আপোনাৰ যদি আছে তেন্তে সুখবৰ
Assamese
অভিনেতা আশীষ বিদ্যাৰ্থীৰ সৈতে বিবাহপাশত আৱদ্ধ হোৱা অসমৰ ৰূপালী বৰুৱা কোন
Assamese
আশিস বিদ্যাৰ্থীৰ প্ৰথমা পত্নীয়ে স্বামীৰ দ্বিতীয় বিবাহৰ পিছত শ্বেয়াৰ কৰিলে পোষ্ট ক লে আপুনি ইয়াৰ যোগ্য
Assamese
কবি হেম বৰুৱাৰ কবিতাৰ আধাৰত নিৰ্মিত চলচ্চিত্ৰ মমতাৰ চিঠি ৰ পোষ্টাৰ মুকলি
Assamese
কলকাতাত অসমৰ কইনাৰ সৈতে বিয়াত বহিল বলীউডৰ এইগৰাকী অভিনেতা লগে লগে ভাইৰেল হৈ পৰিল ছবি
Assamese
চিনেমা শুক্ৰবাৰে কিয় মুক্তি দিয়া হয় কাৰণটো জানেনে শুনি আচৰিত হ ব
Assamese
একে দিনাই এফালে মেট্ৰিকত ডিষ্টিংচন আনফালে ৰাষ্ট্ৰীয় পৰ্যায়ৰ মডেলিঙত বিজয়ীৰ খিতাপ
Assamese
স্বাভিমানৰ সাজবোৰক লৈ যোৰহাটৰ এগৰাকী মডেলে সৃষ্টি কৰিছে ফেশ্বনৰ এক নতুন ধাৰা
Assamese
অসমৰ জোঁৱাইৰ ৰূপত বলীউডৰ জনপ্ৰিয় অভিনেতা আশিষ বিদ্যাৰ্থী গুৱাহাটীৰ ৰূপালী বৰুৱাৰে বিবাহ
Assamese
৩৫ টা বছৰে মঞ্চত খলকনি তোলা এইগৰাকী শিল্পীয়ে আজিও নাপালে চৰকাৰৰ পৰা একোকে
Assamese
সংস্কৃতি চৰ্চাৰ অন্যতম এক চৰ্চাকেন্দ্ৰ চাবুৱাৰ কালাৰ্চ
Assamese
এজন যুৱকৰ পৰশ পালেই প্ৰাণ পাই উঠে এশৰো অধিক বাদ্যযন্ত্ৰ কোন এই অসমীয়া যুৱক
Assamese
কন্যাৰ সৈতে মিছ ইউনিভাৰ্ছ জয়ৰ ২৯ বছৰীয়া যাত্ৰা উদযাপন কৰিলে সুস্মিতা সেনে চাওক ফটো
Assamese
মুকালমুৱাৰ প্ৰিয়াৰ শিৰত মিছ চুপাৰ গ্লোবেল ইন্টাৰনেচনেল ব্ৰেণ্ড এম্বেচেদৰ খিতাপ
Assamese
ৰিংকু সিঙে শ্বাহৰুখ খানৰ জীয়ৰী ছুহানা খানৰ সৈতে ডেটিং কৰি আছে নেকি আই পি এলৰ মাজতে এক ডাঙৰ খবৰ
Assamese
আয়ুষ্মান খুৰানাৰ পিতৃৰ মৃত্যু আজি স্বাস্থ্যৰ অৱনতি ঘটা পি খুৰানাৰ চিকিৎসাৰ সময়তে চিকিৎসালয়ত শেষ নিশ্বাস ত্যাগ
Assamese
প্ৰেমৰ পিছত ব্ৰেক আপ এয়া বৰ কঠিন আছিল দীপিকা পাডুকনে ৰণবীৰ কাপুৰৰ সৈতে তেওঁৰ বিচ্ছেদৰ বিষয়ে প্ৰকাশ কৰিলে গোপন কথা
Assamese
পশ্চিম বংগত মুক্তি পাব দ্য কেৰালা ষ্টৰী উচ্চতম ন্যায়ালয়ে প্ৰত্যাহাৰ কৰিলে ছবিখনৰ ওপৰত থকা নিষেধাজ্ঞা
Assamese
কেনে আছে অসমীয়া চহা জীৱনৰ গীত গোৱা বনগীত ৰ শিল্পী লুইত দাস
Assamese
যদি কেটৰিনাতকৈও ভাল কাৰোবাক পায় তেন্তে কেটৰিনাক বিবাহ বিচ্ছেদ দিব নেকি বিকিৰ উত্তৰ শুনি আচৰিত হ ব আপুনি
Assamese
আদাহ্ শৰ্মাই দুৰ্ঘটনাৰ পিছত দিলে স্বাস্থ্য আপডেট অভিনেত্ৰীগৰাকীৰ অৱস্থা এতিয়া কেনেকুৱা
Assamese
বাইকত অমিতাভ বচ্চন মুম্বাইৰ পথত বিপদৰ সময়ত সহায় কৰাৰ বাবে চালকক জনালে কৃতজ্ঞতা কি সমস্যাত পৰিছিল তেওঁ
Assamese
২০২১ মে ত শিলচৰত‌ বৰাক আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ
Assamese
ৰাঘৱপৰিণীতিৰ বাগদান সম্পন্ন বিশেষ সাজত কেনে লাগিল দুয়োকে চাওক বাগদান পৰ্বৰ ফটো
Assamese
৬২ বছৰত ভৰি দিলে অসমৰ একমাত্ৰ ফিল্ম ষ্টুডিঅ জ্যোতি চিত্ৰবনে
Assamese
অসমৰ মুখ্যমন্ত্ৰীয়ে চালে বহু প্ৰত্যাশিত চলচ্চিত্ৰ দ্য কেৰালা ষ্টৰী অসমৰ ৰাইজক নিজ কন্যাৰ সৈতে এই ছবিখন চাবলৈ আহ্বান মুখ্যমন্ত্ৰী শৰ্মাৰ
Assamese
অসমৰ নাট্যগোষ্ঠীয়ে দেশজুৰি লাভ কৰিছে সমাদৰ অভিনৱ থিয়েটাৰ চৰ্চিত বিভিন্ন ৰাজ্যত
Assamese
অসমীয়া ছবি সেউজীয়া সপোন এক শুদ্ধ পথ লৈ কেইবাটাও বঁটা
Assamese
উজান বজাৰৰ গৰিমা আজিও অটুট ৰাখিছে কুমাৰ ভাস্কৰ নাট্যমন্দিৰে
Assamese
অকলশৰে বাহিৰলৈ নোলাব ছবিখনৰ সৈতে জড়িত কলাকুশলীলৈ ভাবুকি মুম্বাই আৰক্ষীৰ নিৰাপত্তা প্ৰদান
Assamese
আদিপুৰুষ ৰ ট্ৰেইলাৰ মুকলি ট্ৰেইলাৰৰ শুভাৰম্ভণিৰ সময়ত জয় শ্ৰী ৰাম ধ্বনি
Assamese
আলিয়াকেটৰিনা নহয় ৰণবীৰে আকৌ এই প্ৰাক্তন প্ৰেমিকাগৰাকীৰ কাষ চাপিছে তেওঁ কোন জানেনে
Assamese
পশ্চিম বংগত দ্য কেৰালা ষ্টৰী নিষিদ্ধ ঘোষণা কৰিলে মমতা বেনাৰ্জীয়ে
Assamese
মটক জনগোষ্ঠীৰ গছতলৰ বিহু কেৱল ডিব্ৰুগড়তিনিচুকীয়া জিলাতহে অক্ষুণ্ণ আছে এই পৰম্পৰা
Assamese
কোহলীধোনী নে ৰোহিতৰাহুল ৰ কোন দল আৰু কোন তাৰকাৰ অনুৰাগী ৰশ্মিকা
Assamese
শিল্পী জয়ন্ত হাজৰিকাৰ এই প্ৰতিমূৰ্তিটোৰ কথা মনত পৰেনে জি এম ডি এৰ
Assamese
মাহহালধি সানি জীৱনৰ নতুন ইনিংছ আৰম্ভ কৰিলে অভিনেত্ৰী ৰিম্পি দাসে
Assamese
শুভবিবাহৰ ৰভাতলীত ৰিম্পী দাস অতিথিৰ আশীৰ্বাদ লোৱাৰ সাঁচি ৰাখিলে স্মৃতি চাওক কেইখনমান ফটো
Assamese
যোৰহাটত বৰলুইতৰ পাৰত নদী পৰ্যটনৰ অনন্য প্ৰচেষ্টা
Assamese
অনুৰাগীৰ সৈতে ছেলফি ল বলৈ অস্বীকাৰ শ্বাহৰুখ খানৰ ঠেলি দিলে অনুৰাগীক লগে লগে ভাইৰেল হৈ পৰিল
Assamese
আজি জনপ্ৰিয় অভিনেত্ৰী ৰিম্পী দাসৰ বিয়া বিনয়ৰ হাতত ধৰি খোজ দিব জীৱনৰ ৰঙীন পথত
Assamese
কইনাৰ সাজত জনপ্ৰিয় অভিনেত্ৰী ৰিম্পী দাস যুগ্মজীৱনৰ পাতনি মেলিব কাৰ সৈতে
Assamese
তেজপুৰৰ ঐতিহাসিক বান থিয়েটাৰে শীঘ্ৰে পাব নতুন ৰূপ
Assamese
বিৰাটে সঁচাকৈয়ে অনুষ্কাৰ বাবে নিজকে সম্পূৰ্ণৰূপে সলনি কৰিছে নেকি প্ৰকৃত সত্যটো জানক
Assamese
চিনেমাৰ ক্ষেত্ৰত কাৰো সৈতে কথা পতা নিষেধ আছিল প্ৰথমখন ছবিক লৈ আচৰিত সত্য ফাদিল অনুষ্কাৰ
Assamese
মকুন্দ থিয়েটাৰচিৰস্মৰণীয় হৈ থাকি কৰুণভাবে হেৰাই গ ল কালৰ বুকুত
Assamese
ছচিয়েল মিডিয়াৰ ইতিবাচক দিশ শিকাব পৰা যোৰহাটৰ এটি অসাধাৰণ কণমানি
Assamese
কৃতি চেননে আদিপুৰুষ ত চিয়াৰ চৰিত্ৰত শ্বেয়াৰ কৰিলে ভিডিঅ শীঘ্ৰেই মুকলি হব ছবিখনৰ টিজাৰ
Assamese
২০২৩ বৰ্ষৰ ফিল্মফেয়াৰ বঁটা ঘোষণা শীৰ্ষত গংগুবাই কঠিয়াৱাড়ী আৰু বধাই দো চাওক বিভিন্ন শিতানত সম্পূৰ্ণ বিজয়ীৰ তালিকা
Assamese
চলমান খানৰ সৈতে তেওঁৰ ছবি হাম দিল দে চুকে চনম ৰ কথা আজিও মনত পৰে ঐশ্বৰ্য ৰায়ৰ দক্ষিণৰ ছবিয়ে মনত পেলালে অতীতৰ কথা
Assamese
মোগল গাৰ্ডেন নহয় নানাৰঙী গোলাপেৰে ভৰি থকা এইখন ক ৰ ৰ জ গাৰ্ডেন
Assamese
কিশোৰ বয়সতে প্ৰেমত পাগল আপুনি জানি আচৰিত হ ব যে গায়ক অৰিজিত কাৰ বাবে ইমান উৎসাহিত আছিল
Assamese
পত্নী অনুষ্কাৰ সৈতে বিৰাট কোহলীৰ নৃত্য বিৰুষ্কাক লৈ নেটিজেনৰ মাজত চৰ্চা চাওক ভিডিঅ
Assamese
ছোৱালীয়ে নোৱাৰিব কিয় নলবাৰীৰ বিহুমঞ্চত ল ৰাৰ সাজত ছোৱালীৰ হুঁচৰি
Assamese
দেখাত অপৰূপ সুন্দৰী পাইছিল বহুকেইখন ছবিৰ প্ৰস্তাৱ কিন্তু কিয় কোনো ছবিত অভিনয় নকৰিলে শ্ৰেয়া ঘোষালে
Assamese
বৰ্ণকুটীৰ ত মুখা শিল্প‌‌‌ পৰিদৰ্শন কৰি অভিভূত লু মাজাও
Assamese
ঈদত প্ৰথমবাৰৰ বাবে বোৱাৰী হিচাপে স্বামী আৰু শহুৰেকক আপ্যায়ন অভিভূত দেৱলীনা
Assamese
এখন অটোৰিক্সাক দুৰ্গৰ দৰে সজাই ব্যতিক্ৰমী ৰূপ দিলে এজন ব্যক্তিয়ে ভিডিঅ ভাইৰেল
Assamese
পিতৃমাতৃৰ প্ৰতি অগাধ শ্ৰদ্ধামৰম এটি কণমানিৰ এই ভিডিঅই আবেগিক কৰি তুলিছে ছচিয়েল মিডিয়া ব্যৱহাৰকাৰীক
Assamese
ৰাঘৱ চাঢাৰ সৈতে এংগেজড পৰিনীতি চোপ্ৰা অক্টোবৰত বিয়াত উপস্থিত থাকিবনে প্ৰিয়ংকা চোপ্ৰা
Assamese
বলীউডৰ প্ৰখ্য়াত চলচ্চিত্ৰ নিৰ্মাতা যশ চোপ্ৰাৰ পত্নী পামেলা চোপ্ৰাৰ মৃত্য়ু কাহিনী আৰু গীতত কন্ঠদানেৰে সমৃদ্ধ কৰিছিল বলিউডৰ ছুপাৰহিট ছবি
Assamese
সামান্থাৰ কেৰিয়াৰ শেষ নতুন ছবিৰ মুক্তিৰ পিছত অভিনেত্ৰীগৰাকীক লৈ বিতৰ্ক
Assamese
বিহুমঞ্চত জনপ্ৰিয় হৈছে কণমানি মাৰ্জিয়াছ ছেহনাজ
Assamese
কণমানি গায়িকা প্ৰজ্ঞা মেধাক জানেনে এইবাৰ বিহু গীতেৰে ছচিয়েল মিডিয়াত খলকনি তুলিলে প্ৰজ্ঞাই এবাৰ শুনি চাওক ৬ বছৰীয়া প্ৰজ্ঞাৰ কণ্ঠ
Assamese
টীয়কত জাতীয় সাজপাৰত এখন বিদ্যালয়ৰ শিক্ষাৰ্থী
Assamese
১২৫ বছৰ গৰকা যোৰহাট থিয়েটাৰ হলৰ ইতিহাস
Assamese
বলীউদৰ মোহময়ী অভিনেত্ৰী মহিমা চৌধুৰীৰ মাতৃৰ বিয়োগ
Assamese
যোৰহাটৰ অমৰাৱতী বৃদ্ধাশ্ৰমত দিনজোৰা কাৰ্যসূচীৰে বিহু উদযাপন
Assamese
ক লা বুঢ়ী নাচৰ বিষয়ে জানেনে জনগোষ্ঠীয় সমাজত এতিয়াও জীয়াই আছে এই নান্দনিক নৃত্য
Assamese
কেতিয়াও একেলগে দেখা নগ ল বলীউডৰ দুই দ্বিগগজ তাৰকাক ৩ দশক ধৰি অক্ষয়ৰাণীৰ শীতল যুঁজ কাৰণ জানিলে আচৰিত হ ব আপুনি
Assamese
মনত পৰেনে হুঁচৰিৰ কথা হেৰাই যোৱাৰ দিশে অসমীয়া জাতিৰ এক নান্দনিক পৰম্পৰা
Assamese
ৰংঘৰৰ বাকৰিত বিহু মল্লযুঁজত কঁপিল চৌহদ
Assamese
ডুবাইৰ পৰা লণ্ডনআমেৰিকালৈকে বিশ্ববিখ্যাত সংবাদ প্ৰতিষ্ঠানেও প্ৰকাশ কৰিলে বিহুৰ বিশ্বাভিলেখৰ বাতৰি
Assamese
কৰিশ্মা নাথৰ নাগাৰা নাম চাবলৈ গছেগছে মানুহ
Assamese
বোকাবিহুৰ আনন্দত মতলীয়া হ ল বিহপুৰীয়াৰ অসমীয়া
Assamese
চলমানেই পথপ্ৰদৰ্শক কিন্তু শেহনাজে তেওঁৰ নম্বৰেই ব্লক কৰিছিল কাৰণ জানি আপুনি আচৰিত হ ব
Assamese
ৰণবীৰ কাপুৰে পত্নী আলিয়াক তেওঁলোকৰ প্ৰথম বিবাহ বাৰ্ষিকীত কি ছাৰপ্ৰাইজ দিলে
Assamese
অৱশেষত ড্ৰীম গাৰ্ল হেমা মালিনীয়ে স্বীকাৰ কৰিলে নিজৰ ভুল বিহুক লৈ বিসংগতিপূৰ্ণ মন্তব্য কৰিছিল অভিনেত্ৰীগৰাকীয়ে
Assamese
বিহু বিশ্বসভালৈ যাত্ৰাৰ দিনটোতে ড্ৰীম গাৰ্ল হেমা মালিনীয়ে বিহু সন্দৰ্ভত দিয়া তথ্যবিসংগতিক লৈ তীব্ৰ চৰ্চা তেওঁ কি মন্তব্য কৰিছিল
Assamese
ছানী লিয়নীৰ কোনো খবৰ নাই ক ত গ ল অৱশেষত সন্ধান লাভ
Assamese
ধৰোহৰ ভাৰত কী পুনৰুত্থান কী কাহানী তথ্যচিত্ৰত প্ৰতিফলিত হ ব দেশৰ ঐতিহ্য ক ত আৰু কিমান সময়ত উপভোগ কৰিব
Assamese
মঙলদৈত জনপ্ৰিয় অভিনেত্ৰী প্ৰস্তুতি পৰাশৰ
Assamese
এই ক লা আৰু বগা ছবিখন চাওক আৰু কওঁক তেওঁলোক কোন এগৰাকীৰ কেৰিয়াৰৰ সৈতে শ্বাহৰুখৰো সম্পৰ্ক আছে
Assamese
কাকজান মহাবিদ্যালয়ত অসমীয়া নৱবৰ্ষক আদৰিবলৈ বিশেষ কাৰ্যসূচী
Assamese
কোন প্ৰাণীৰ হৃদযন্ত্ৰ মূৰত থাকে ৯০ লোকে দিয়ে ভুল উত্তৰ জানেনে আপুনি উত্তৰটো
Assamese
ছিপাঝাৰত পুতলা নাচ উপভোগ কৰি আপ্লুত দৰ্শক
Assamese
৩০ এপ্ৰিলত তেওঁক হত্যা কৰিম দিনবাৰ জনাই ছলমান খানলৈ ফোনযোগে পুনৰ হত্যাৰ ভাবুকি
Assamese
ৰূপালী পৰ্দাৰ বহু স্মৃতি বুকুত বান্ধি চিৰদিনলৈ নিস্তব্ধ হৈ গ ল ভাৰতীয় টকীজ
Assamese
২৫০০ কিলোগ্ৰাম চাউলেৰে ২ বিঘা মাটিত বনালে ছনু সুদৰ প্ৰতিচ্ছবি অভিভূত অভিনেতাগৰাকী
Assamese
বিশ্ব অভিলেখ সৃষ্টিৰ অনুষ্ঠানৰ বাবে সাজু কামৰূপ মহানগৰৰ আঠ শতাধিক বিহুৱাবিহুৱতী
Assamese
শিৱসাগৰ কলেজ খেলপথাৰত ৮৫০ গৰাকী নাচনীৰ অন্তিম আখৰা
Assamese