text stringlengths 1 2.59k ⌀ | language stringclasses 10 values |
|---|---|
টিহুত সীমান্ত শেখৰৰ নেতৃত্বত ৫ দিনীয়া বিহু কৰ্মশালা আৰম্ভ | Assamese |
গুৱাহাটীত বলীউডৰ জনপ্ৰিয় অভিনেত্ৰী সংগীতা বিজলানী পাটৰ সাজ পিন্ধি সোৱাদ ল লে অসমীয়া পৰম্পৰাগত খাদ্যৰ | Assamese |
আগদিনা ৰাতি ভাইৰেল আল্লু অৰ্জুনৰ ভয়ংকৰ ৰূপ তেওঁৰ জন্মদিনৰ ৰাতিপুৱা ফেমিলী মেন অৱতাৰত অভিনেতাগৰাকী | Assamese |
এইবাৰ ফ্লাৱাৰ নহয় ফায়াৰ ৰ ৰূপত পুষ্পা আল্লু অৰ্জুনৰ চকু চমকাই তোলা বেশেৰে পুষ্পা ২ ৰ প্ৰথম পোষ্টাৰ মুকলি | Assamese |
প্ৰেমিক ভাইজান ট্ৰেইলাৰ কেতিয়া মুক্তি পাব চিনেমাখন কেতিয়া আৰু ক ত মুক্তি পাব জানক | Assamese |
আল্লু অৰ্জুনৰ জন্মদিনৰ এদিন পূৰ্বে পুষ্পা ২ ৰ টিজাৰ মুক্তি জংঘলত পুষ্পাক দেখি দুখোজ পিছুৱাই গ ল সিংহ | Assamese |
বিহুলৈ মাতিব খুজিছে নেকি জানি লওক কোন শিল্পীৰ কিমান ৰেট | Assamese |
বিহুৰ আখৰাত ব্যস্ত যোৰহাটৰ একাংশ সংবাদকৰ্মী | Assamese |
বিহু অনুষ্ঠানৰ বাবে সাজু অমৃতা গগৈ মঙলদৈত উপস্থিত হৈ ক লে জনপ্ৰিয় অভিনেত্ৰীগৰাকীয়ে | Assamese |
জোনবাই নিৰ্মাণৰ কথা ঘোষণা কৰি কিহৰ শংকাত ভুগিছে মানস ৰবীন জোনবাই নিৰ্মাণত সাহস দিবলৈ আহ্বান | Assamese |
ম হৰ শিং নাই বুলিয়েই জানো পেঁপা নবজালে হ ব বাঁহেৰেই নিৰ্মাণ কৰিছে পেঁপা | Assamese |
বসন্ত আহিলেই গা সাতখনআঠখন কৰে অম্বিকা খনিকৰৰ | Assamese |
পিছুৱাই গ ল পৰৱৰ্তী ব্ৰহ্মাস্ত্ৰ ত্ৰিলজী ৰ কাম ছিকুৱেল বাদ দি নতুন ছবিৰ কামত আয়ান মুখাৰ্জী | Assamese |
কৈঠালকুছিত ককাল ভাঙি এপাক বিহু নাচিলে দীপলিনাই নচুৱালে সাংবাদিককো | Assamese |
পদূলিমুখত ৰঙালী বৰজনাই দেখে বুলি লোকচক্ষুৰ নিলগত গঞা মহিলাৰ জেং বিহুৰ আখৰা | Assamese |
বিহু পালেহিয়ে অভিনেত্ৰী অমৃতা গগৈয়ে কলে সময় পালে আমাৰ ফালে এবাৰ আহি যাবা | Assamese |
তেওঁ এজন ভাল অভিনেতা কিন্তু চলমান এজন ভাল মানুহ নেকি আয়েশা জুলকাই প্ৰথম নায়ক ৰ বিষয়ে মুকলিকৈ কি ক লে | Assamese |
৫৭ বছৰতো শ্বাহৰুখ খানে ধুমুহা আনিলে ৰ মুকলি অনুষ্ঠানৰ মঞ্চত নৃত্য দেখি চমকিত সকলো | Assamese |
নীতা মুকেশ আম্বানী সাংস্কৃতিক কেন্দ্ৰৰ বৰ্ণাঢ্য উদ্বোধনী অনুষ্ঠানত দেশীবিদেশী তাৰকাৰ ভিৰ | Assamese |
নলবাৰীৰ বকুৱাজাৰীত সপ্তাহজোৰা বিহুৰ কৰ্মশালা | Assamese |
বিজয় দেৱেৰাকোণ্ডা অতীত ৰশ্মিকাৰ জীৱনৰ নতুন মানুহজন কোন জানেনে | Assamese |
ঢোলপেঁপাৰ মাতত মুখৰিত পশ্চিম নলবাৰী চামতাত পাঁচদিনীয়া বিহু কৰ্মশালা | Assamese |
টিহুত এটাৰ পিছত আনটো গীতেৰে হাজাৰ হাজাৰ জনতাক মুহিলে জুবিন গাৰ্গে | Assamese |
ম্ৰুনালে কান্দোনৰ এখন ফটো কিয় পোষ্ট কৰিছিল অভিনয় এৰিব বিচাৰিছিল নেকি তেওঁ | Assamese |
তেজপুৰৰ প্ৰান্তিক কৃষ্ণণৰ কণ্ঠত মুগ্ধ হ ব প্ৰতিগৰাকী সংগীতপ্ৰেমী | Assamese |
লক্ষ্য গীনিজডিব্ৰুগড়ৰ ভিন্ন প্ৰান্তত বিহুৱাবিহুৱতীৰ বিৰামহীন আখৰা | Assamese |
মৰিয়নিত এজাক কণমানিৰ এখন ব্যতিক্ৰমী ভাওনা কাৰ্টন ৰংবিৰঙৰ কাগজ আদিৰে তৈয়াৰ কৰিলে ভাওনাৰ পোছাক | Assamese |
শিলচৰত সম্পন্ন দক্ষিণ অসম চলচ্চিত্ৰ মহোৎসৱ | Assamese |
টিহুৰ নমাটি বাৰোৱাৰী শ্ৰীশ্ৰী বাসন্তী পূজাৰ শতবৰ্ষ অনুষ্ঠানত বলীউদৰ কণ্ঠশিল্পী বিনোদ ৰাথোড় | Assamese |
লাহিঙত এতিয়া ঢোলৰ গুমগুমনি | Assamese |
নঙলামুখত ৰঙালীঃ তিনিকুৰি বয়সেও হাৰ মনাব পৰা নাই বিহপুৰীয়াৰ দিগন্ত লাহনক | Assamese |
নামৰ প্ৰথম আখৰটো হৈছে কাৰ বাবে অমৃতাৰ সফল কেৰিয়াৰ ধ্বংস হৈছে অৱশেষত বিস্ফোৰণ নায়িকাৰ | Assamese |
তথ্যচিত্ৰৰ জৰিয়তে ক ভিড যোদ্ধাৰ প্ৰতি এইয়া মোৰ শ্ৰদ্ধাঞ্জলি ৰ তথ্যচিত্ৰ সন্দৰ্ভত মনোজ বাজপেয়ী | Assamese |
বিতৰ্কই জনপ্ৰিয়তা বঢ়াইছে কৰিশ্মাৰ কৰিশ্মামৰমীয়ে একেলগে পৰিৱেশন কৰিলে নাগাৰা নাম | Assamese |
কাৰ কোপদৃষ্টি সাংস্কৃতিক প্ৰাণকেন্দ্ৰ ৰবীন্দ্ৰ ভৱনত | Assamese |
চামি চামি গানত নৃত্য কৰাত তীব্ৰ আপত্তি পুষ্পা ২ মুক্তিৰ আগতে বিস্ফোৰক ৰশ্মিকা | Assamese |
ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় কলা কেন্দ্ৰৰ ৩৬ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন | Assamese |
ওপজা দিনটোত মা কামাখ্যাৰ আশীৰ্বাদ ল বলৈ গুৱাহাটীত উপস্থিত বলীউডৰ অভিনেত্ৰী ৰাণী মুখাৰ্জী | Assamese |
চেক বাউঞ্চ চলচ্চিত্ৰ বঁটাৰ বিসংগতিৰ পিছতে সাংস্কৃতিক পৰিক্ৰমা বিভাগত ৰদবদল | Assamese |
এজন ক্ৰিকেটাৰৰ প্ৰেমত পৰিছিল মাধুৰী দীক্ষিতৰ কেতিয়াবা পৰিয়াল আৰু কেতিয়াবা পৰিস্থিতি হৈ পৰিছিল খলনায়ক | Assamese |
চিলেটৰ নাট্যোৎসৱলৈ ৰাওনা বৰাকৰ ৩৫ জনীয়া নাট্যদল | Assamese |
ঢোলপেঁপা বজাই বিহু নাচি ৰঙালীৰ বতৰত অসম কঁপাবলৈ সাজু এদল যুৱতী | Assamese |
নায়িকাৰ সৈতে ছেটত চৰম দুৰ্ব্যৱহাৰ আমিৰ খানৰ ওপৰত খং প্ৰকাশ কৰি বলীউড কঁপাইছিল সেই সুন্দৰী | Assamese |
ঢোলৰ গুমগুমনি নাচনীৰ গিৰিপনীয়ে কপাইছে টীয়ক | Assamese |
হীৰাৰ গহনা আৰু ৰহস্যময় টেটুলৈ অস্কাৰৰ মঞ্চলৈ মোহময়ী দীপিকা | Assamese |
বিজয়ী শ্ৰেষ্ঠ ছবি অভিনেতা অভিনেত্ৰী পৰিচালক আৰু বহুতোচাওক অস্কাৰ বিজয়ীসকলৰ সম্পূৰ্ণ তালিকা | Assamese |
দক্ষিণ ভাৰতীয় চলচ্চিত্ৰ ৰ নাটু নাটু গীতে লাভ কৰিছে অস্কাৰ বঁটা | Assamese |
অস্কাৰৰ মঞ্চত ভাৰতৰ জয়জয়কাৰ দ্য এলিফেণ্ট হুইছপাৰাৰ্ছএ লাভ কৰিলে শ্ৰেষ্ঠ তথ্যচিত্ৰৰ সন্মান | Assamese |
দীর্ঘবিৰতিৰ অন্তত ৰ বেনাৰত পুনৰ অসমীয়া ছবি | Assamese |
পুৰোহিতৰ মন্ত্ৰ উচ্চাৰণৰ মাজতে হোমৰ গুৰিত টোপনি গ ল কইনা দৰাই জগাই দিয়াৰ পিছত হ ল এই ঘটনা চাওক ভিডিঅ | Assamese |
নৱবৰ্ষক আদৰিবলৈ সাজু দেউৰীসকল আৰম্ভ হ ল ৰাতিবিহু | Assamese |
অনুষ্কাৰ সৈতে প্ৰথম দেখা কি কৈছিল কিং কোহলিয়ে বিৰাটৰ কথা শুনিলে আপুনিও হাঁহিব | Assamese |
১২ মাৰ্চৰ পৰা শিলচৰত সৰ্বভাৰতীয় বাংলা একাংক নাট প্ৰতিযোগিতা | Assamese |
চাৰা আলী খান চাৰা তেণ্ডুলকাৰ অতীত শুভমানৰ সৈতে এইবাৰ জড়িত হৈছে ৰশ্মিকাৰ নাম | Assamese |
অভিনেতা সতীশ কৌশিকৰ মৃত্যুৰ প্ৰকৃত কাৰণ প্ৰকাশ পালে মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনত পোহৰলৈ আহিল এই কথা | Assamese |
বাৰেচহৰীয়া ভাওনাস্থলীৰ স্বচ্ছতাই দৃষ্টি কাঢ়িছে সকলোৰে | Assamese |
সতীশ কৌশিকে অন্তঃসত্ত্বা নীনা গুপ্তাক বিয়া কৰাব বিচাৰিছিল বহুতে এই কঠিন সিদ্ধান্তৰ বিষয়ে অজ্ঞাত | Assamese |
যোৰহাটৰ কেউপ্ৰান্তত হোলীৰ আনন্দত মতলীয়া ৰাইজ | Assamese |
অভিনয়ৰ পৰা বিৰতি সিদ্ধান্তৰ কথা জনালে ৰণবীৰে আঁৰত ডাঙৰ কাৰণ | Assamese |
জনপ্ৰিয় কণ্ঠশিল্পী পাপনেও উদযাপন কৰিলে হোলী পৰিয়ালৰ সৈতে একেলগে ৰং খেলিলে পাপনে | Assamese |
কেটৰিনা কাইফে তেওঁৰ শাহুশহুৰেকৰ সৈতে উদযাপন কৰিলে হোলী আবিৰৰ ৰঙত নিমজ্জিত গোটেই পৰিয়ালটো | Assamese |
ফাগুন কেৱল এক মাহ নহয় ই এক অনুভূতি এক আৱেগ বৰষা ৰাণী বিষয়াই সামাজিক মাধ্যমত ফটো শ্বেয়াৰ কৰি ক লে এইদৰে | Assamese |
যোৰহাটৰ কেউদিশে হোলীৰ উছাহ | Assamese |
মোনা ভৰাই ৰং আনিছো লোৱা মোনে মোনে | Assamese |
প্ৰজেক্ট কে শ্বুটিঙত আঘাতপ্ৰাপ্ত অমিতাভ বচ্চন কামিহাড়ত পাইছে আঘাত | Assamese |
অসম নাট্য সন্মিলনৰ ৬২ সংখ্যক অধিৱেশন তেজপুৰত | Assamese |
১০ বসন্ত একেলগে আজি সীমান্ত শেখৰ আৰু প্ৰীতি কংগনাৰ বিবাহবাৰ্ষিকী নিশাই সীমান্তই কৰিলে এই কাম | Assamese |
পেৰিছ ফেশ্বন উইক২০২৩ ত সংযুক্তা দত্তৰ চিকিমিকি | Assamese |
অভিনেতা নহয় কেৱল অভিনেত্ৰীৰে শ্ৰীৰামবিজয় ভাওনা | Assamese |
যোৰহাট জিমখানাৰ ঐতিহাসিক ঘোঁৰা দৌৰৰ ইতিহাস | Assamese |
তেওঁ এগৰাকী বিষয়া হ ব বিচাৰিছিল কিন্তু হ লগৈ বলীউডৰ অভিনেত্ৰী এই সৰু ছোৱালীজনীক চিনি পাইছেনে | Assamese |
আজি জনপ্ৰিয় কণ্ঠশিল্পী আচুৰ্য বৰপাত্ৰ আৰু মিনাক্ষীৰ বিয়াৰ অভ্যৰ্থনা অনুষ্ঠান আচুৰ্যমিনাক্ষীক শুভেচ্ছা জনালে বহু জনপ্ৰিয় ব্যক্তি আৰু অগণন গুণমুগ্ধই | Assamese |
৪৬ বছৰ বয়সত হৃদৰোগত আক্ৰান্ত সুস্মিতা সেন অভিনেত্ৰীগৰাকীয়ে নিজেই ছ চিয়েল মিডিয়াত ক লে মই এইবাবেই আপোনালোকক কৈছো | Assamese |
যোৰহাটৰ এগৰাকী লোকশিল্পীৰ কাহিনী | Assamese |
ৰবি শৰ্মাৰ খং উঠিছে কিয় | Assamese |
প্ৰস্তুতি কেনে চলিছে সপত্নীক বিহুৰ আখৰা চালে ড° শৰ্মাই | Assamese |
শতবছৰ গৰকা যোৰহাটৰ চামেলি মে মচাব বাংলোৰ ইতিহাস | Assamese |
অমিতাভ বচ্চন আৰু ধৰ্মেন্দ্ৰৰ বাংলোত বোমাৰ ভয় মুম্বাই আৰক্ষীৰ কাৰ্যকৰী পদক্ষেপ গ্ৰহণ | Assamese |
আজি ভৃগু কাশ্যপ আৰু প্ৰিয়ম পল্লৱীৰ বিবাহবাৰ্ষিকী ছচিয়েল মিডিয়াত ভৃগুৱে মুনুলৈ লিখিলে এই কথা | Assamese |
পুনৰ দৰ্শকৰ মাজলৈ আহিব জোনবাই কিন্তু এইবাৰ বেলেগ ৰূপত | Assamese |
যুগ্মজীৱনৰ দুটা বছৰ একেলগে অতিক্ৰম কৰিলে কণ্ঠশিল্পী নীল আকাশ আৰু নেন্সী ফুকনে | Assamese |
৫২ বছৰ বয়সতো অপৰূপ ভংগীমাৰে এইগৰাকী মহিলাই নাচিলে চমক চল্লো গীতৰ তালত নিমিষতে ভাইৰেল ভিডিঅ | Assamese |
১৫ বছৰীয়া প্ৰেমৰ অন্তত বিবাহপাশত আবদ্ধ হল আচুৰ্যমীনাক্ষি আচুৰ্যৰ বিয়াত বৰযাত্ৰীৰ গাড়ীৰ দীঘলীয়া শাৰী কিমান লোক গৈছিল বৰযাত্ৰী হৈ | Assamese |
অসমত বলীউডৰ অভিনেতা বিবেক অবেৰয় কামাখ্যা মন্দিৰ দৰ্শন কৰি ৰাজ্যবাসীক জনালে এটি বিশেষ অনুৰোধ | Assamese |
বৈবাহিক জীৱনৰ ১৯টা বছৰ সম্পূৰ্ণ কৰিলে পাপন আৰু পত্নী শ্বেতাই শ্বেয়াৰ কৰিলে সুন্দৰ ফটো | Assamese |
সাত জনমৰ বাবে একেলগে থকাৰ পণ বিবাহপাশত আবদ্ধ হল জনপ্ৰিয় কণ্ঠশিল্পী আচুৰ্য বৰপাত্ৰ চাওক বিয়াৰ ফটো | Assamese |
আজি আচুৰ্যৰ বিয়া মিনাক্ষীৰ হাতত ধৰি খোজ দিব জীৱনৰ সেন্দুৰীয়া পথত আচুৰ্যৰ সখী হব এইজন জনপ্ৰিয় কণ্ঠশিল্পী | Assamese |
কাৰ আছিল সেই হাতখন উৎকণ্ঠাৰ অৱসান ঘটালে দীপলিনাই | Assamese |
অকলশৰীয়া অনুভৱ কৰিছোঁ ব্লেক এণ্ড ৱাইট চিনেমা মুক্তিত দৰ্শকৰ যথেষ্ট সমাদৰ লাভ কৰিও কিয় অকলশৰীয়া অভিনেতা ৰবী শৰ্মা | Assamese |
ৰাম চৰণৰ সৈতে হলিউড ছবি মাৰ্ভেলৰ অভিনেত্ৰীৰ ফেন গাৰ্ল মুহূৰ্ত ৰ তাৰকা ৰামৰ বিষয়ে কি কলে মাৰ্ভেলৰ ষ্টাৰ ভিমানিয়ে | Assamese |
২৭ ফেব্ৰুৱাৰীত কণ্ঠশিল্পী আচুৰ্য বৰপাত্ৰৰ বিয়া নীল আকাশ হব সখী | Assamese |
১০০ কোটিৰ বাজেটেৰে গীনিজ ৱৰ্ল্ড ৰেকৰ্ডৰ বাবে বিহুৰ প্ৰস্তুতি কেনেদৰে আগবাঢ়িছে কামকাজ | Assamese |
দীপলিনাই শ্বেয়াৰ কৰা এখন ফটোৱে জুই জ্বলাইছে ছচিয়েল মিডিয়াত সকলোৰে প্ৰশ্ন হাতখন কাৰ | Assamese |
এই ৫ খন অস্কাৰ মনোনীত চলচ্চিত্ৰ অটিটিত উপভোগ কৰক ইয়াৰ সম্পূৰ্ণ তালিকা চাওক | Assamese |
তোমাৰ হাতত হাত ধৰি আগুৱাম জনপ্ৰিয় কণ্ঠশিল্পী দীপলিনা ডেকাৰ এটা পোষ্টক লৈ অনুৰাগীৰ মাজত ব্যাপক চৰ্চা | Assamese |
প্ৰথমবাৰৰ বাবে শিলচৰত দক্ষিণ অসম চলচ্চিত্ৰ মহোৎসৱ | Assamese |
শিলচৰত প্ৰথমবাৰৰ বাবে নিৰ্মাণ হল ফষ্টাৰ ৰিজ্ট মুকলি হব ২৫ ফেব্ৰুৱাৰীত | Assamese |
অক্ষয় কুমাৰে ছেলফি লৈ গঢ়িলে ৩ মিনিটত ১৮৪ খন ছেলফি লৈ ভংগ কৰিলে ডোৱেইন জনছনৰ পূৰ্বৰ অভিলেখ | Assamese |
আহিব নেকি তিনিও অভিনেতাৰ এখন ফটোৱে সামাজিক মাধ্যমত লগাইছে তোলপাৰ | Assamese |
ইনষ্টাগ্ৰামৰ এটা মেছেজেৰে কেনেকৈ অভিনেত্ৰী বৰষাৰাণী বিষয়াৰ জীৱনলৈ আহিছিল ভাস্কৰ | Assamese |
Subsets and Splits
No community queries yet
The top public SQL queries from the community will appear here once available.