text stringlengths 1 2.59k ⌀ | language stringclasses 10 values |
|---|---|
এজাক ধুমুহা হৈ নতুন বৰ্ষত নতুন ৰূপত দীপলিনা ডেকা ছ চিয়েল মিডিয়াত ফটো শ্বেয়াৰ কৰি অনুৰাগীৰ মাজত লগালে তোলপাৰ | Assamese |
বছৰটোৰ আৰম্ভণিতে বেয়া খবৰ বলীউডৰ পৰিচালক ৰোহিত চেট্টী চিকিৎসালয়ত ভৰ্তি | Assamese |
দীপিকাই ৰণবীৰৰ সৈতে বিবাহপাশত আৱদ্ধ হোৱাৰ পূৰ্বে এই ৬ জন পুৰুষৰ সৈতে কৰিছিল ডেটিং জানক অভিনেত্ৰীগৰাকীৰ লাভ লাইফ | Assamese |
দীপিকা নহয় এইবাৰ বেচৰম ৰং গীতত নৃত্য কৰি ভাইৰেল ছ চিয়েল মিডিয়া ইনফ্লুৱেনচাৰ তনভী গীতা ৰবিশংকৰ | Assamese |
মই তোমাক সফলতাৰ শীৰ্ষত চাব বিচাৰো শ্বাহৰুখ খানে দীপিকা পাডুকনক জন্মদিনৰ শুভেচ্ছা জনালে এনেদৰে | Assamese |
মানুহজনী মেইন আজি জনপ্ৰিয় কণ্ঠশিল্পী ভৃগু কাশ্যপৰ পত্নী প্ৰিয়ম পল্লৱীৰ ওপজা দিন | Assamese |
দেখিলে ধৰিবই নোৱাৰি কিমান বছৰীয়া হল দীপিকা পাডুকণ জানিলে আচৰিত হব | Assamese |
নাজানো তোমাৰ মই নামঠিকনা কিয় লাগে ফোন নাম্বাৰ কোৱানা প্ৰিয়ংকা ভৰালীৰ চিঠি ভাইৰেল | Assamese |
সিদ্ধাৰ্থকিয়াৰাই ফেব্ৰুৱাৰীত বিবাহপাশত আৱদ্ধ হ ব নেকি এক দৃষ্টিত এই যুটীৰ মধুৰ মুহূৰ্তবোৰ | Assamese |
তিনি বছৰ বয়সৰ পৰাই আৰম্ভ কৰিছিল কাম ১৫ বছৰ বয়সতে ক্ৰয় কৰিলে কোটি টকাৰ ঘৰ কোন হয় ৰুহানিকা ধাৱন | Assamese |
সুমধুৰ কন্ঠৰে দিচাং ব্ৰহ্মপুত্ৰ মহোৎসৱত পৱনদ্বীপ ৰাজনৰ সংগীতানুষ্ঠান প্ৰচণ্ড শীতক নেওচি হাজাৰ হাজাৰ দৰ্শকে উপভোগ কৰিলে শিল্পীগৰাকীৰ বলিউডৰ লগতে অসমীয়া গীত | Assamese |
আপুনি কাৰণ জানি আচৰিত হ ব কোটি কোটি টকাৰ গৰাকী চলমান খানে ৰাজপ্ৰসাদত বাস নকৰে পুৰণি ঘৰত বাস কৰে | Assamese |
বৰদিনত দাক্ষিণাত্যৰ এইগৰাকী সুন্দৰী অভিনেত্ৰীয়ে পালে সুন্দৰ উপহাৰ আকৰ্ষিত হৈ কলে মানুহে যিয়েই নকওক মই | Assamese |
সুশান্ত সিং ৰাজপুতক হত্যা কৰা হৈছিল মৰণোত্তৰ পৰীক্ষা কৰা ব্যক্তিয়ে কৰিলে এই দাবী | Assamese |
অসমত উপস্থিত ইণ্ডিয়ান আইডল ১২ৰ বিজেতা পৱনদীপ ৰাজন কলৈ আহিছে পৱনদীপ | Assamese |
মেকআপ ৰূমত উদ্ধাৰ নিথৰ দেহ ধাৰাবাহিকৰ ছেটতে জনপ্ৰিয় অভিনেত্ৰী তুনিশাৰ মৃত্য়ুৱে সৃষ্টি কৰিছে ৰহস্যৰ | Assamese |
বলীউডৰ জনপ্ৰিয় অভিনেতাৰ শৈশৱৰ এই ফটো সম্প্ৰতি সামাজিক মাধ্যমত ভাইৰেল চিনাক্ত কৰক কোন তেওঁ | Assamese |
আকৌ আহিল ৰাকুদা নতুন গান ছচিয়েল মিডিয়াত | Assamese |
যুৱকৰ বাইকৰ পিছফালে বহি ৰোমাণ্টিক মুডত ৰাণু মণ্ডল ছচিয়েল মিডিয়াত ভাইৰেল ভিডিঅ | Assamese |
সুখবৰ তেলেগু ছবিৰ মুখ্য চৰিত্ৰত অভিনয় অসম জীয়ৰীৰ | Assamese |
ৰঙা শাৰী ওঁঠত ডাঠ লিপষ্টিক বিজুলী চাৱনি আপুনি এই ধুনীয়া মহিলাগৰাকীক চিনি পায় নেকি ফটোখনে সামাজিক মাধ্যমত ধুমুহাৰ সৃষ্টি কৰিছে | Assamese |
অহেতুক ছবিৰে খ্যাতি লাভ কৰা অসমৰ এগৰাকী জনপ্ৰিয় অভিনেত্ৰী অমৃতা গগৈৰ আজি জন্মদিন | Assamese |
ট্ৰলাৰসকলক লৈ মুখ খুলিলে অভিনেত্ৰী দেৱলীনা ভট্টাচাৰ্যই এজন ব্যক্তিৰ প্ৰশ্নৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি ক লে এই কথা | Assamese |
ক লাবগা ছবিত বান্ধৱীৰ সৈতে থকা এই ছোৱালীজনী আছিল বহুতৰে চকুৰ মণি আপুনি এই অভিনেত্ৰীগৰাকীক চিনি পাইছেনে | Assamese |
শ্বাহৰুখ খান দীপিকা পাডুকনৰ পাঠান ৰ বিৰুদ্ধে ৭ খন ৰাজ্যত প্ৰতিবাদ | Assamese |
পাঠান বাবে কিমান টকা পাৰিশ্ৰমিক লৈছে শ্বাহৰুখদীপিকাই শুনিলে আচৰিত হব | Assamese |
মুক্তিৰ অপেক্ষাত জুবিন গাৰ্গৰ নতুন ছবি ৰাজনীতি মুক্তিৰ পূৰ্বে কি ক লে জুবিন গাৰ্গে | Assamese |
ৰ পিছত শ্বাহৰুখ খানৰ এতিয়া বিতৰ্কত বন্ধ কৰাৰ দাবী | Assamese |
দেৱলীনা ভট্টাচাৰ্যই স্বামীক সাৱটি ধৰি কান্দি কান্দি ক লে সকলোৰে হৃদয় চুই যোৱা এই কথা | Assamese |
এয়া হৈছে চুফী ৰাণী তেওঁৰ মূৰৰ পাগুৰি আৰু সুন্দৰ হাঁহি হৈছে তেওঁৰ পৰিচয় | Assamese |
২৮ সংখ্যক কলকাতা আন্তৰ্জাতিক চলচ্চিত্ৰ মহোৎসৱৰ শুভাৰম্ভ উদ্বোধন কৰিলে মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে | Assamese |
পাঠান ৰ গান আৰু পোছাকক লৈ তীব্ৰ বিতৰ্ক সকলো এৰি বিশ্বকাপলৈ দীপিকা | Assamese |
সুন্দৰী জাহ্নৱীৰ সৌন্দৰ্যৰ ৰহস্য কি শ্ৰীদেৱীৰ কন্যাই কি খাদ্য পছন্দ কৰে | Assamese |
এগৰাকী ছোৱালীয়ে বলিউদৰ গায়িকা নেহা কক্কৰৰ ষ্টাইলত গান গাই অৰ্ডাৰ কৰিলে পিজ্জা তাৰ পাছত | Assamese |
গোপী বহু ৰ স্বামী কোন অৱশেষত অভিনেত্ৰীগৰাকীৰ স্বামীৰ নাম প্ৰকাশ পালে | Assamese |
সন্ধিয়া ৬৩০ বজাৰ পিছত অক্ষয় কুমাৰৰ জীৱনৰ ডাঙৰ ৰহস্য ফাদিল | Assamese |
বিয়া হবলৈ গৈ আছে নেকি সাথ নিভানা সাথিয়া ৰ গোপী বহু ওৰফে দেৱলীনাৰ শ্বেয়াৰ কৰিলে বিশাল সিঙৰ সৈতে হালধি অনুষ্ঠানৰ এটা ভিডিঅ | Assamese |
অভিনেত্ৰী নোৰা ফাতেহীয়ে জেকলিন ফাৰ্ণাণ্ডেজৰ বিৰুদ্ধে ৰুজু কৰিছে গোচৰ | Assamese |
ইৰানী পৰিচালক মেহনাজ মহম্মদীয়ে ২৭তম কেৰালা চলচ্চিত্ৰ মহোৎসৱলৈ কিয় পঠিয়ালে নিজৰ কটা চুলি জানক ইয়াৰ আঁৰৰ প্ৰকৃত কাৰণ | Assamese |
বাচন ধোৱা তৰলৰ বিজ্ঞাপনৰ বাবে সামাজিক মাধ্যমত বেয়াকৈ ট্ৰ লৰ সন্মুখীন ফিটনেছ ফ্ৰিক মিলিন্দ সোমন | Assamese |
শ্বাহৰুখ খানৰ সৈতে কাম কৰা এই অভিনেত্ৰীগৰাকীয়ে সমগ্ৰ বিশ্বতে খলকনি তুলিছে অভিনেত্ৰীগৰাকীক চিনি পাইছেনে | Assamese |
বিকিকেটৰিনাৰ বিয়াৰ এটা বছৰ তাৰকা দম্পতীৰ এই ফটোবোৰ দেখিছেনে | Assamese |
অভিনেত্ৰী আশু ৰেড্ডীৰ সৈতে ৰাম গোপাল বৰ্মাৰ বিস্ময়কৰ ভিডিঅ ইণ্টাৰনেটত ভাইৰেল | Assamese |
সুস্মিতা সেন ২০২২ চনত গুগলত সৰ্বাধিক সন্ধান কৰা অভিনেত্ৰী | Assamese |
সঞ্জয় লীলা ভাঞ্চালীৰ সংগীত এলবাম মুকলি কৰা হৈছে ইয়াৰ সকলো গান ক ত শুনিব জানক | Assamese |
ৰামচন্দ্ৰ হৈ ৰভাতলীত বহিবলৈ সাজু কন্ঠশিল্পী আচুৰ্য বৰপাত্ৰ কেতিয়া দেখিব প্ৰিয় শিল্পীগৰাকীক দৰাৰ সাজত | Assamese |
অসম দেশৰ বাগিছাত অভিনেত্ৰী বৰষা ৰাণী বিষয়া স্বামী ভাস্কৰে উঠাই দিলে এইদৰে ফটো | Assamese |
এই কণমানিগৰাকী ৯০ ৰ দশকত অনুৰাগীসকলৰ হৃদয়ত শাসন কৰা এগৰাকী অভিনেত্ৰী কোন বাৰু ধৰিব পাৰিছেনে | Assamese |
আকৌ শিৰোনামত প্ৰিয়ংকা চোপ্ৰা ছ চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে শীতকালীন ফেশ্বনৰ ছবি | Assamese |
প্ৰেমে নামানে বয়সৰ সীমনা জানক এহাল বৃদ্ধবৃদ্ধাৰ এটি সফল প্ৰেমবিবাহৰ কাহিনী | Assamese |
পাঠান ত প্ৰকাশ পাইছে শ্বাহৰুখ খানৰ নতুন ৰূপ পাঠান ৰ প্ৰতিটো আপডেট জানিবলৈ উৎসাহিত অনুৰাগীসকল | Assamese |
এংগেজমেণ্টৰ পিছতে প্ৰেয়সীৰ সৈতে আচুৰ্যই শ্বেয়াৰ কৰিলে ফটো লিখিলে এই কথা | Assamese |
দীপিকা পাডুকনে ফিফা বিশ্বকাপত এটা বিশেষ দায়িত্ব লাভ কৰিছে বিশ্বত প্ৰথমবাৰৰ বাবে এগৰাকী অভিনেত্ৰীয়ে এই সুযোগ পাইছে | Assamese |
চাকা লাকা বুম বুমৰ সেই কণমানিগৰাকী আজি কইনা হ ল বিবাহপাশত আৱদ্ধ অভিনেত্ৰী হংসিকা মটৱানী | Assamese |
হাজাৰ হাজাৰ যুৱতীৰ হৃদয় ভাঙি মীনাক্ষিক আঙঠি পিন্ধালে কণ্ঠশিল্পী আচুৰ্য বৰপাত্ৰই দিলে জীৱনসংগী কৰাৰ প্ৰতিশ্ৰুতি | Assamese |
সুস্মিতা সেনৰ এক আভাস পাবলৈ মণিপুৰত অনুৰাগীৰ ব্যাপক ভিৰ এখন খোলা গাড়ীত ওলাই আহিল অভিনেত্ৰীগৰাকী | Assamese |
আজি অসমৰ জনপ্ৰিয় সংগীতশিল্পী মানস ৰবীনৰ জন্মদিনআপুনিও জনাওক প্ৰিয়শিল্পীজনক শুভেচ্ছা | Assamese |
এইজন অভিনেতাই মুখ্য চৰিত্ৰ ৰূপায়ন কৰিব পাৰিব কৰণ জোহৰৰ বায়পিকত চলচ্চিত্ৰ নিৰ্মাতাই নিজেই প্ৰকাশ কৰিলে এই কথা | Assamese |
অভিনেত্ৰী স্বাৰা ভাস্কৰে যোগদান কৰিলে ভাৰত যোড়ো যাত্ৰাত ৰাহুল গান্ধীক দিলে ফুল ফটো ভাইৰেল হোৱাৰ পিছত ট্ৰ লিং আৰম্ভ | Assamese |
প্ৰশাসনে ছীল কৰিলে জনপ্ৰিয় গায়ক মিকা সিঙৰ গুৰুগ্ৰামৰ ফাৰ্মহাউছ এইবোৰ কাৰণত কৰা হ ল ছীল | Assamese |
ভয়ংকৰ দুৰ্ঘটনাত পতিত জনপ্ৰিয় কন্ঠশিল্পী জুবিন নৌটিয়াল গুৰুতৰভাৱে আহত হৈছে শিল্পীজন চিকিৎসালয়ত ভৰ্তি | Assamese |
ক লাবগা সৰু বৰ্গবোৰৰ মাজত লুকাই আছে এটা শব্দ ১০ ছেকেণ্ডত বিচাৰি উলিয়াব পাৰিবনে আপুনি | Assamese |
চলমান খানে কিচি কা ভাই কিচি কি জান ত ৮০০ গৰাকী নৃত্যশিল্পীৰ সৈতে কি কৰিব | Assamese |
কণ্ঠশিল্পী নেহা কক্কৰে বিশেষভাৱে পালন কৰিলে স্বামী ৰোহণপ্ৰীতৰ জন্মদিনছচিয়েল মিডিয়াত ভাইৰেল ফটো | Assamese |
উদিত নাৰায়ণে সহজে সফলতা লাভ কৰা নাছিল লতা মংগেশকাৰৰ পৰা তেওঁৰ জন্মদিনত এটা বিশেষ উপহাৰ পাইছিল | Assamese |
স্কুলত ছোৱালীৰ পিছফালে নৃত্য কৰা কিশোৰজন আজি ছুপাৰষ্টাৰ হৈ পৰিছে চুৰি কৰিছে দুগৰাকী নায়িকাৰ হৃদয় | Assamese |
আলিয়া ভাটে জ্যেষ্ঠ ভগ্নী শ্বাহীন ভাটক এনেকৈ জনালে জন্মদিনৰ প্ৰীতিভৰা শুভেচ্ছা | Assamese |
তেজপুৰৰ পৰা মুম্বাইলৈ ৰাওনা হল বলীউদ তাৰকা ঋত্বিক ৰোশন অনিল কাপুৰ আৰু দীপিকা পাডুকণ যোৱাৰ সময়ত অনিল কাপুৰে কৈ গল এই কথা | Assamese |
ঝলক দিখলা জা ১০ ৰ বিজয়ৰ মুকুত অসমৰ গুঞ্জনলৈ ট্ৰফীৰ লগতে পুৰস্কাৰ লাভ কৰিলে ২০ লাখ | Assamese |
চন্দ্ৰপুৰৰ পিছত আজি চানডুবিত কংগনা ৰানাৱটৰ ইমাৰজেন্সী শ্বুটিং | Assamese |
লতা মংগেশকাৰৰ কাষত এই সৰু শিশুটি কোন আপুনি ক ব পাৰিবনে | Assamese |
কাটাৰ ফিফা বিশ্বকাপত উপস্থিত জুবিন লুচেইল ষ্টেডিয়ামত উপভোগ কৰিলে আৰ্জেন্টিনামেক্সিকোৰ খেল | Assamese |
অৰিজিত সিঙৰ লাইভ কনচাৰ্ট টিকটৰ মূল্য কিমান লাখ টকা জানেনে মূৰেকপালে হাত দিছে অনুৰাগীয়ে | Assamese |
তেওঁ হাহিলে মুকুতা মণি সৰে বলীউদৰ ঢক ঢক গাৰ্লৰ সৌন্দৰ্য আজিও যেন তিলমানো হ্ৰাস হোৱা নাই | Assamese |
প্ৰবীণ অভিনেতা বিক্ৰম গোখলেৰ ৭৭ বছৰ বয়সত দেহাৱসান | Assamese |
ৰশ্মিকা মান্দান্নাক কানাড়া চলচ্চিত্ৰৰ পৰা নিষিদ্ধ কৰা হ ব নেকি জ্যোতিষশাস্ত্ৰৰ ভৱিষ্যতবাণী কি ওলাইছে | Assamese |
বিজয় চালগাওঁকাৰৰ ষ্টাইল পছন্দ কৰিছে দৰ্শকে দ্বিতীয় শুক্ৰবাৰে ১১২ কোটি টকাৰ সীমা অতিক্ৰম | Assamese |
চন্দ্ৰপুৰত কংগনা ৰানাৱটৰ চিনেমাৰ শ্বুটিং শ্বুটিং চাবলৈ গৈ অভিনয়ৰ সুযোগ পালে কোনে | Assamese |
কংগনা ৰাণাৱটৰ ছবি ইমাৰজেন্সীত দুধনৈৰ যুৱক কংগনাৰ টীমত কি দায়িত্বত আছে চিন্ময় ৰাভা | Assamese |
বোকাখাতৰ পিছত এইবাৰ গুৱাহাটীত কংগনা ৰানাৱট গুৱাহাটীৰ কত চলিছে ইমাৰজেন্সী শ্বুটিং | Assamese |
অনুষ্কা শৰ্মা আৰু বিৰাট কোহলীৰ আলিবাগ ভিলাৰ বিলাসী কোঠাবোৰ দেখিলে আপোনাৰো চকু কপালত উঠিব চাওক ফটো | Assamese |
এই ছবিখনত থকা মাছটো আপুনি ১৪ ছেকেণ্ডতকৈও কম সময়ত বিচাৰিব পাৰিবনে | Assamese |
আপুনি জানেনে আলীয়াৰণবীৰৰ জীয়ৰীৰ নামৰ অৰ্থ আলীয়াই ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰিলে বিশেষ পোষ্ট | Assamese |
কোন চিনি পাইছেনে এইগৰাকী অভিনেত্ৰী গায়িকা নৃত্যশিল্পীৰ নাম কব পাৰিবনে | Assamese |
ব্যক্তিত্বৰ অধিকাৰৰ সুৰক্ষা বিচাৰি দিল্লী উচ্চ ন্যায়ালয়ত বিগ বি অমিতাভ বচ্চন দিল্লী উচ্চ ন্যায়ালয়ে কি ক লে জানো আহক | Assamese |
আলিয়া ভাট আৰু ৰণবীৰ কাপুৰে তেওঁলোকৰ ছোৱালীৰ কি নাম ৰাখিলে ইয়াৰ অৰ্থ কি | Assamese |
প্ৰবীণ অভিনেতা বিক্ৰম গোখলেৰ ৮২ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ | Assamese |
প্ৰবীণ অভিনেতা বিক্ৰম গোখলেৰ স্বাস্থ্যৰ অৱনতি পুনেৰ চিকিৎসালয়ত ভৰ্তি | Assamese |
কাৰ্তিক আৰিয়ান জন্মদিন উপলক্ষে সিদ্ধি বিনায়কত উপস্থিত হয় বাপ্পাৰ উপাসনা কৰে আৰু সফল বছৰৰ বাবে ধন্যবাদ জনায় | Assamese |
শিল্পা চেট্টীৰাজ কুন্দ্ৰাই তেওঁলোকৰ ১৩ তম বিবাহ বাৰ্ষিকী উদযাপন কৰি আছে অভিনেত্ৰীগৰাকীয়ে এটা ভিডিঅ শ্বেয়াৰ কৰিছে | Assamese |
অৱশেষত জীৱন যুঁজত হাৰ মানিলে ২৪ বছৰীয়া জনপ্ৰিয় অভিনেত্ৰী এন্দ্ৰিলা শৰ্মাই বাংলা চলচ্চিত্ৰ উদ্যোগত শোকৰ বন্যা | Assamese |
প্ৰয়াত সিদ্ধাৰ্থ শুক্লালৈ উৎসৰ্গা ফিল্মফেয়াৰৰ ৰাইজিং ষ্টাৰ অফ বলীউড বটাঁ শ্বেহনাজ গীলৰ ভাষণে জিনিলে সকলো অনুৰাগীৰ হৃদয় | Assamese |
প্ৰখ্যাত অভিনেত্ৰী তাবাচ্ছুম গোভিল আৰু নাই ৭৮ বছৰ বয়সত দেহাৱসান | Assamese |
ৰেচন কাৰ্ডত হিতাধিকাৰীৰ উপাধি হ লগৈ কৰ্তৃপক্ষৰ সন্মুখত অভিনৱ প্ৰতিবাদ চাওক ভাইৰেল ভিডিঅ | Assamese |
অটল বিহাৰী বাজপেয়ীৰ জীৱনীমূলক ছবিৰ কথা ঘোষণা পংকজ ত্ৰিপাঠীয়ে প্ৰাক্তন প্ৰধানমন্ত্ৰীৰ চৰিত্ৰত অভিনয় কৰিব | Assamese |
অসমত ক্ৰাইম মাষ্টাৰ গ গ কাৰ্বি আংলঙৰ প্ৰসংশাৰ লগতে জনালে নিজৰ মনৰ অনুভৱ | Assamese |
অসমত পুনৰ উপস্থিত বলীউদৰ কুইন কংগনা ৰানাৱট ইমাৰজেন্সি ৰ শ্বুটিঙত অংশগ্ৰহণ | Assamese |
জীৱনৰ হাফ চেঞ্চুৰীত উপনীত যুৱপ্ৰজন্মৰ হাৰ্টথ্ৰ ৱ জুবিন গাৰ্গ জুবিন ফেন ক্লাৱৰ উদ্যোগত যোৰহাটত জন্মদিনৰ মহা আয়োজন | Assamese |
কাইলৈ ৫০ বছৰত ভৰি দিব হাৰ্টথ্ৰ ৱ জুবিন গাৰ্গে জুবিন ফেন ক্লাৱৰ উদ্যোগত যোৰহাটত জন্মদিনৰ বিশেষ কাৰ্যসূচী | Assamese |
আজি তেজপুৰলৈ আহিব জনপ্ৰিয় অভিনেতা অনিল কাপুৰ আৰু মোহময়ী অভিনেত্ৰী দীপিকা পাডুকন | Assamese |
Subsets and Splits
No community queries yet
The top public SQL queries from the community will appear here once available.