text stringlengths 1 2.59k ⌀ | language stringclasses 10 values |
|---|---|
সন্মুখত কেৱল শচীন বাংলাদেশৰ বিৰুদ্ধে শতক অৰ্জন কৰি বিৰাট কোহলীয়ে আন এক নজিৰ স্থাপন কৰিলে | Assamese |
ঈশান কিষাণে ভংগ কৰিলে ক্ৰিছ গেইলৰ বিশ্ব অভিলেখ এদিনীয়া ইতিহাসৰ দ্ৰুততম দ্বিশতক অৰ্জন | Assamese |
ক্ৰোৱেচিয়াৰ বিৰুদ্ধে পৰাজিত হোৱাৰ বেদনা নেইমাৰৰ অৱসৰৰ ঘোষণা মাত্ৰ এতিয়া সময়ৰ অপেক্ষা | Assamese |
ঈশান কিষাণে বাংলাদেশৰ বিৰুদ্ধে বিস্ফোৰক শতক অৰ্জন কৰে ধাৱান চুপাৰ ফ্লপ | Assamese |
স্বপ্নভংগ কান্দি কান্দি খেলপথাৰ এৰিলে নেইমাৰে সপোনৰ নায়কক সান্ত্বনা দিবলৈ খেলপথাৰলৈ দৌৰি আহিল ক্ৰৱেছিয়াৰ কণমানি সমৰ্থক | Assamese |
বিশ্বকাপৰ ছেমি ফাইনেলত আৰ্জেণ্টিনা ব্ৰাজিলৰ পৰাজয়ত উচুপি উঠিল নেইমাৰ | Assamese |
শ্বাদাব খানৰ বিৰুদ্ধে টি২০ বিশ্বকাপৰ মেচত পৰাজিত হোৱাৰ অভিযোগ অৱসৰপ্ৰাপ্ত আৰ্মী জেনেৰেলৰ স্পীনাৰজনেও দিলে উপযুক্ত প্ৰত্যুত্তৰ | Assamese |
১৯৯০ চনৰ পৰা কেতিয়াও বিশ্বকাপত হোৱা নাই আজি ৰাতি ব্ৰাজিল বনাম আৰ্জেণ্টিনাৰ ভাগ্য নিৰ্ণয় হ ব | Assamese |
কোৱাৰ্টাৰ ফাইনেলত ব্রাজিল দলত কি চমক থাকিব কেনে হ ব পাৰে ক্ৰোৱেছিয়াৰ মূল একাদশ | Assamese |
জাৰ্মানীৰ পৰাজয়ৰ পিছত হৈ পৰিল ব্ৰাজিলৰ সমৰ্থক নেইমাৰৰ বাবে গেলাৰীত ছুপাৰ হট মডেল | Assamese |
কি হব আৰ্জেণ্টিনাৰ দলত একাধিক খেলুৱৈৰ আঘাত নেদাৰলেণ্ডছৰ বিৰুদ্ধে কোন থাকিব মূল একাদশত | Assamese |
বিৰাট বা ধোনী নহয় এই খেলুৱৈজনক গুগলত আটাইতকৈ বেছি সন্ধান কৰা হৈছে | Assamese |
বিশ্বকাপ চাবলৈ কিমান জন ভাৰতীয় কাটাৰলৈ গৈছে আপুনি সংখ্যা জানি আচৰিত হ ব | Assamese |
ভাৰতবৰ্ষত হ ব লগা ক্ৰিকেট বিশ্বকাপৰ বাবে পাকিস্তানে নাপালে ভিজা ক্ৰোধান্বিত পাকিস্তান ক্ৰিকেট ব ৰ্ড | Assamese |
কামৰূপ মেট্ৰ ৰ টেপেচীয়াত অনুষ্ঠিত হ ব নেচনেল ট্ৰেক চেম্পিয়নশ্বিপ ২০২২ | Assamese |
নেডাৰলেণ্ডে এক বিশেষ ৰণনীতি গ্ৰহণ কৰিছে আৰ্জেণ্টিনাৰ সপোন ভাঙিব পাৰে যদিহে এই ফান্দত পৰে | Assamese |
ব্ৰাজিলে বিশ্বকাপত আটাইতকৈ বেছি গ ল মিছ কৰিছে পোহৰলৈ আহিছে চাঞ্চল্যকৰ পৰিসংখ্যা | Assamese |
আৰ্জেণ্টিনা আৰু ব্ৰাজিলৰ বিশ্বকাপত কেতিয়া খেল আছে কোৱাৰ্টাৰ ফাইনেলৰ সময়সূচী চাওক | Assamese |
ৰোহিত শৰ্মাই আঘাতপ্ৰাপ্ত হোৱাৰ পিছত এটা সুন্দৰ ইনিংছ খেলিলে কিন্তু বাংলাদেশৰ পৰা বিজয় কাঢ়ি আনিব নোৱাৰিলে | Assamese |
বিশ্বকাপৰ প্ৰথমটো হেট্ৰিক এজন ২১ বছৰীয়া খেলুৱৈ পৰ্তুগালৰ যুৱ গঞ্জালোক জানেনে | Assamese |
১৩ৰ পৰা ২৯ জানুৱাৰীলৈ ভাৰতত অনুষ্ঠিত হ ব হকী বিশ্বকাপ ৮ ডিচেম্বৰত গুৱাহাটী পাবহি হকী বিশ্বকাপৰ ট্ৰফী | Assamese |
মৰক্কোৱে স্পেইনক পৰাস্ত কৰি প্ৰথমবাৰৰ বাবে কোৱাৰ্টাৰ ফাইনেলত | Assamese |
বাংলাদেশৰ হাতত শৃংখলাৰ পৰাজয় নেকি সাত বছৰৰ পিছত আশংকাত ৰোহিতৰ টীম ইণ্ডিয়া | Assamese |
আৰ্জেণ্টিনা পুৰণি শত্ৰু প্ৰতিশোধৰ হুংকাৰ ডাচ প্ৰশিক্ষকৰ | Assamese |
কাটাৰত বিশ্বকাপ ফুটবল অনুষ্ঠিত হোৱা এখন আচৰিত ষ্টেডিয়াম খেল শেষ হোৱাৰ লগে লগে ষ্টেডিয়ামো শেষ | Assamese |
ৰাষ্ট্ৰীয় কিক বক্সিং চেম্পিয়নশ্বীপত অসমৰ খেলুৱৈৰ জয়যাত্ৰা চণ্ডীগড়ত স্বৰ্ণপদক দখল কৰিলে নূপুৰে | Assamese |
৭০% লোকে নিবিচাৰে ৰোনাল্ডো পৰ্তুগালৰ হৈ খেলক চাঞ্চল্যকৰ তথ্য | Assamese |
ফিফাৰ ফাৰ্ষ্ট বয়ৰ সৈতে ৰোল নং ২৮ৰ যুঁজ ব্ৰাজিলে কেনে ধৰণৰ দল নমাব ফিল্ডত | Assamese |
পাকিস্তানে লজ্জাজনক অভিলেখ গঢ়িলে প্ৰথমবাৰৰ বাবে ৮০০ ৰাণ সংগ্ৰহ কৰাৰ পিছতো ইংলেণ্ডৰ বিৰুদ্ধে পৰাজিত | Assamese |
কোন দেশে জিকিব পাৰে কাটাৰ বিশ্বকাপ ভৱিষ্যদ্বাণী লিয়নেল মেছীৰ | Assamese |
বাংলাদেশৰ হাতত বিধ্বস্ত টীম ইণ্ডিয়া মেহদি হাছানৰ চমকপ্ৰদ প্ৰদৰ্শনত চূৰমাৰ হ ল ভাৰতৰ জয়ৰ সপোন | Assamese |
এদিনীয়া আন্তৰ্জাতিক শৃংখলাৰ প্ৰথমখন খেলত আজি বাংলাদেশৰ বিৰুদ্ধে ভাৰত | Assamese |
আৰ্জেণ্টিনাৰ হাতত ২১ গলত পৰাস্ত অষ্ট্ৰেলিয়া কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ আৰ্জেণ্টিনানেডাৰলেণ্ডৰ | Assamese |
৮ বছৰৰ পিছত কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ নেডাৰলেণ্ডৰ আমেৰিকাৰ সপোন ভংগ | Assamese |
বিশ্বকাপত কি চিন্তাই অনুসৰণ কৰে মেছিক অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে গ ল কৰিব পাৰিবনে | Assamese |
গলকীপাৰৰ পত্নীৰ সৈতে সম্পৰ্ক ষ্ট্ৰাইকাৰৰ বিশ্বকাপৰ মাজতে সংঘাত দুই সতীৰ্থৰ | Assamese |
ৰোমেলু লুকাকুৱে সুযোগ হেৰুৱালে বাবেই বেলজিয়ামৰ যাত্ৰা শেষ হ ল নেকি ড্ৰ কৰি ক্ৰোৱেছিয়াৰ আধিপত্য | Assamese |
জাপানৰ পিছত দক্ষিণ কোৰিয়াৰ চমক ৰোনাল্ডোৰ পৰ্তুগালক পৰাস্ত কৰি নকআউটত কোৰিয়া | Assamese |
নেইমাৰৰ বিশ্বকাপ অভিযান এইবাৰলৈ শেষ নেকি ব্ৰাজিলৰ অনুৰাগীসকল এই বিষয়ে চিন্তিত | Assamese |
আগন্তুক ২০২৩ বৰ্ষৰ ক্ৰিকেট ছিজনৰ বাবে মুম্বাই ইণ্ডিয়ানছ গ্লবেলে ঘোষণা কৰিলে অধিনায়কৰ নাম | Assamese |
টেষ্ট মেচৰ সময়ত ৰিকি পন্টিঙৰ স্বাস্থ্যৰ অৱনতি চিকিৎসালয়ত ভৰ্তি | Assamese |
অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে শৃংখলাৰ বাবে ভাৰতৰ টি২০ দল ঘোষণা তাৰকা বলাৰ আউট | Assamese |
বিশ্বকাপৰ পৰা জাৰ্মানীৰ বিদায় জয়ী হৈও কোনো লাভ নহ ল জাপান স্পেইন অন্তিম ষোল্লত | Assamese |
মেছিৰ বাবে ক্ৰেজি পৰীমণি বাংলাদেশৰ নায়িকাই প্ৰকাশ কৰিলে মনৰ গোপন কথা | Assamese |
এজন বেটছমেনে এটা অভাৰত মাৰিছিল ৮টা ছয় আৰু ৫টা চাৰি আপুনি জানেনে সেই খেলুৱৈজনৰ নাম | Assamese |
মেছিয়ে পেনাল্টি মিছৰ দিনাই ভংগ কৰিলে মাৰাডোনাৰ অভিলেখ | Assamese |
উত্তৰপূৰ্বাঞ্চলভিত্তিত অনুষ্ঠিত মহিলাৰ ছিনিয়ৰ শাখাৰ উশ্বু লীগত ৰূপৰ পদক নলবাৰীৰ যুৱতীৰ | Assamese |
ছোৱেইবছানিয়াৰ বিচ্ছেদৰ খবৰৰ মাজতে পাকিস্তানী অভিনেত্ৰীৰ ডাঙৰ মন্তব্য ক্ৰিকেটাৰগৰাকীৰ সৈতে বিয়াক লৈ খুলিলে মুখ | Assamese |
যদি আৰ্জেণ্টিনাই পোলেণ্ডক পৰাস্ত কৰে তেন্তে শেষৰ ১৬ টা দলৰ কোনটো দলৰ বিৰুদ্ধে খেলিব জানক | Assamese |
বিশ্ব চেম্পিয়ন ফ্ৰান্সক পৰাস্ত কৰি টিউনিছিয়াৰ ইতিহাস নকআউটৰ সপোন ইতি হ লেও বিদায় বেলাত টিউনিছিয়াই দেখুৱালে দুভৰিৰ যাদু | Assamese |
সপ্তমগৰাকী অসমীয়া হিচাপে নয়নমণি শইকীয়াই ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ পৰা গ্ৰহণ কৰিলে অৰ্জুন বঁটা | Assamese |
শ্ৰেয়াছ ছেমছন আৰু শুভমান আগুৱালে তেওঁলোকে কিমান নম্বৰত উপনীত হৈছে জানক | Assamese |
ৰ ফাইনেলত মহাৰাষ্ট্ৰ মহাৰাষ্ট্ৰৰ হাতত ১২ ৰানত পৰাস্ত অসম | Assamese |
মহিলাৰ আইপিএলৰ প্ৰস্তুতি তুংগত ফ্ৰেঞ্চাইজিৰ আধাৰ মূল্য ৪০০ কোটি টকা হ ব পাৰেসূত্ৰ | Assamese |
যদি ভাৰতপাকিস্তানৰ খেল নহ লহেতেন পাকিস্তানৰ এজন প্ৰাক্তন ক্ৰিকেটাৰে দিলে এই ডাঙৰ মন্তব্য | Assamese |
২০২৩ৰ বিশ্বকাপলৈকে কোনো বিশ্ৰাম নাইৰোহিতবিৰাটৰ বাৰে বাৰে বিৰতিৰ সমালোচনা গাভাস্কাৰৰ | Assamese |
অসমৰ আন্তঃৰাষ্ট্ৰীয় শ্বুটাৰ হৃদয় হাজৰিকাৰ সফলতা ৰাষ্ট্ৰীয় ছিনিয়ৰ শ্বুটিঙত ৰূপৰ পদক লাভ | Assamese |
জাৰ্মানীয়ে পৰৱৰ্তী ৰাউণ্ডত উপনীত হোৱাৰ সম্ভাৱনা কিমান জানক ইয়াৰ অংক | Assamese |
ৰিয়ান পৰাগে বিজয় হাজাৰে ট্ৰফীত ১১৬ টা বলত কৰিলে ১৭৪ ৰাণ ভাইৰেল হৈ পৰিছে ৰাজস্থান ৰয়েলছৰ মাৰ্ভেল অনুপ্ৰেৰিত টুইট | Assamese |
বিজয় হাজাৰে ট্ৰফীত উজলিল অসমৰ ৰিয়ান পৰাগ ৰিয়ানৰ শতকেৰে অসমে পৰাস্ত কৰিলে জম্মু কাশ্মীৰক | Assamese |
বিশ্বকাপত মৰক্কোৱে সলনি কৰিলে সমীকৰণ ২ নম্বৰ ৰেংকৰ দল বেলজিয়ামক পৰাস্ত কৰিলে | Assamese |
অৱশেষত মেছিয়ে স্পৰ্শ কৰিলে মাৰাডোনাক বিশ্বকাপৰ মজিয়াত খেলেই নহয় গ লেৰেও স্পৰ্শ কৰিলে মেছিয়ে | Assamese |
বোকাখাতত অনুষ্ঠিত হ বলগীয়া ২৮ সংখ্যক অসম মাষ্টাৰ্ছ এথলেটিকছ্ প্ৰতিযোগিতাৰ প্ৰস্তুতিৰ বুজ ল লে স্থানীয় বিধায়ক তথা মন্ত্ৰী অতুল বৰাই | Assamese |
মেক্সিকোৰ বিৰুদ্ধে মাৰাদোনাক স্পৰ্শ কৰিব মেছিয়ে কেনেকৈ সেয়াও জানক | Assamese |
বিজয়ৰ আনন্দ আৰ্জেণ্টিনাক পৰাস্ত কৰা ছৌদি আৰব দলৰ প্ৰতিজন খেলুৱৈয়ে উপহাৰ হিচাপে পাব ৰলছ ৰচেয় | Assamese |
এদিনীয়া শৃংখলাৰ প্ৰথম মেচতে ভাৰতৰ পৰাজয় টম লাথাম আৰু উইলিয়ামছনে নিৰ্মাণ কৰিলে জয়ৰ ভেটি | Assamese |
এইবাৰৰ বিশ্বকাপতো খেলা নহন নেকি নেইমাৰৰ প্ৰথম মেচতে আঘাতৰ পিছত চলিছে জল্পনাকল্পনা | Assamese |
ক্ৰিকেট অনুৰাগীৰ বাবে সুখবৰ অলিম্পিকত অন্তৰ্ভুক্ত হব পাৰে ক্ৰিকেট ৬খন দেশৰ মাজত প্ৰতিযোগিতা | Assamese |
আপুনি ব্ৰাজিলৰ সমৰ্থক নেকি নেইমাৰৰ বাহিৰে আপুনি তেওঁলোকৰ বাকীসকলক জানেনে | Assamese |
বাংলাদেশ ভ্ৰমণৰ পৰা বাহিৰ হ ল ৰবীন্দ্ৰ জাদেজা বাওঁহাতৰ এইগৰাকী অলৰাউণ্ডাৰে পালে সুযোগ | Assamese |
বিশ্বকাপত আন এক চমক জাপানৰ হাতত পৰাস্ত ৪ বাৰৰ চেম্পিয়ন জাৰ্মানী | Assamese |
চাফাই কৰ্মীৰ পৰা মেছীৰ আৰ্জেণ্টিনা বধৰ নায়কলৈ প্ৰশিক্ষক ৰেনাৰ্ড যেন ফুটবলৰ মিৰাকল মেন | Assamese |
মেছিয়ে বেজাৰত মুখ ঢাকিছে দি মাৰিয়া শুই পৰিছে আচৰিত পৰাজয়ৰ পিছত আৰ্জেণ্টিনা শিবিৰৰ ছবি এয়া | Assamese |
বিশ্বকাপত চৌদি আৰৱৰ হাতত পৰাস্ত আৰ্জেণ্টিনা ২১ গলত জয়ী চৌদি আৰৱ | Assamese |
বৰষুণৰ বাবে টাই হ ল ভাৰতনিউজিলেণ্ডৰ অন্তিম টি২০ শৃংখলা জয়েৰে অভিযান সামৰিলে ভাৰতে | Assamese |
উমৰাণ মালিকসঞ্জু চেমছনে অন্তিম টি২০ খেলখনত সুযোগ পাব নেকি | Assamese |
ফিফা বিশ্বকাপ ট্ৰফীৰ ইতিহাস আৰু ডিজাইনৰ আচল কাৰণ জানিলে আচৰিত হ ব আপুনিও | Assamese |
দবাৰ ব ৰ্ডত মুখামুখি দুই কিংবদন্তি তাৰকা কি বাৰ্তা দিলে মেছিৰোনাল্ডোয়ে | Assamese |
মেছিৰোনাল্ডোনেইমাৰ তালিকাত নাই বিশ্বকাপৰ শীৰ্ষ ৫ জন সৰ্বাধিক স্ক ৰাৰ কোন সেয়া জানক | Assamese |
হাৰ্ডিক পাণ্ডিয়াই ভুৱনেশ্বৰপন্তৰ সৈতে কি কৰিব কাইলৈ নিউজিলেণ্ডৰ বিৰুদ্ধে দ্বিতীয়খন খেল | Assamese |
কাটাৰত কোনখন দেশে বিশ্বকাপ জিকিব বিজ্ঞানীসকলে অধ্যয়নত কি উত্তৰ বিচাৰি পাইছে | Assamese |
আটাইতকৈ ব্যয়বহুল টিকট ২২০ বিলিয়ন ডলাৰ ব্যয় ইনফ্ৰা বুষ্টকাটাৰ ফিফা বিশ্বকাপ ২০২২ৰ কাইলৈৰ পৰা শুভাৰম্ভণি | Assamese |
এ চেতন শৰ্মা নেতৃত্বাধীন জ্যেষ্ঠ বাছনি সমিতিক বৰ্খাস্ত কৰে নিৰ্বাচক পদৰ বাবে নতুন আবেদনৰ আমন্ত্ৰণ | Assamese |
পৰ্তুগীজ চুপাৰষ্টাৰ ক্ৰিষ্টিয়ানো ৰোনাল্ডো বিশ্বকাপৰ আগতে অসুস্থ | Assamese |
ৰবীন্দ্ৰ জাদেজাই চেন্নাই চুপাৰ কিংছৰ হৈ খেলিব এ নিশ্চিত কৰিছে | Assamese |
দিল্লী কেপিটেলছে চূড়ান্ত তালিকাত সকলো শীৰ্ষ খেলুৱৈক ধৰি ৰাখিছে চাওক ফাইনেল লিষ্ট | Assamese |
ভাৰতীয় মহিলা টেনিছৰ ব্ৰেণ্ড এম্বেচেডৰ ছানিয়া মিৰ্জাৰ কেৰিয়াৰৰ বিষয়ে জানো আহক | Assamese |
টি২০ আৰু এদিনীয়া শৃংখলাত অংশগ্ৰহণৰ বাবে কিৱিৰ দেশত টীম ইণ্ডিয়া | Assamese |
১৬২০ নৱেম্বৰত গুৱাহাটীত পেট্ৰলিয়াম স্প্টছ প্ৰমশ্যন ব্ডৰ আন্তঃইউনিট টুৰ্ণামেন্ট ২০২২২৩ৰ আয়োজন | Assamese |
গম্ভীৰচাংগাকাৰাৰ সৈতে একেখন আসনত ষ্টোকছ ব্ৰিটিছ তাৰকাৰ এক অনন্য উদাহৰণ | Assamese |
ইয়াৰ বাবে ভাৰত পৰাজিত হৈছেদুবাৰ টি বিশ্বকাপ জিকা অধিনায়কে প্ৰকাশ কৰিছে এই কথা | Assamese |
গুৱাহাটীত অনুষ্ঠিত হৈছে ১০ সংখ্যক ৰাজ্যিক যুৱ কাৰাটে চেম্পিয়নশ্বিপ ২০২২ | Assamese |
দ্বিতীয়বাৰৰ বাবে টি২০ বিশ্বকাপ জয় ইংলেণ্ডৰ কম ৰানতে যুঁজ দিছিল পাকিস্তানেও | Assamese |
আজি মেলবৰ্ণত ফাইনেলত পাকিস্তানৰ বিৰুদ্ধে ইংলেণ্ড ইংলেণ্ডৰ সন্মুখত ১৩৮ ৰাণৰ লক্ষ্য | Assamese |
ইণ্ডোনেপাল স্কেটিং চেম্পিয়নশ্বিপত দুটাকৈ স্বৰ্ণ পদক অৰ্জন মন্ত্ৰী পীযুষ হাজৰীকাৰ পুত্ৰ অর্থব অর্জুন হাজৰিকাৰ | Assamese |
ইংলেণ্ড বা পাকিস্তান ৱেষ্ট ইণ্ডিজৰ বিশ্ব ৰেকৰ্ড কোনে স্পৰ্শ কৰিব | Assamese |
ৰিয়ান পৰাগৰ শতকেৰে অসমৰ ডাঙৰ জয় পঞ্জীয়ন পৰাস্ত ৰাজস্থান | Assamese |
কোনখন দেশে বিশ্বকাপৰ মঞ্চত সৰ্বাধিক বাৰ অংশগ্ৰহণ কৰিছে ইয়াত প্ৰথম পাঁচখন দেশৰ তালিকা দিয়া হৈছে | Assamese |
নিউজিলেণ্ডৰ গ্ৰেগ বাৰ্কলে পুনৰ নিৰ্বাচিত হয় ৰ সভাপতি জিম্বাবোৱেৰ মুকুহলানীয়ে প্ৰত্যাহাৰ কৰে তেওঁৰ নাম | Assamese |
বিৰাট কোহলীৰ বেটিঙক লৈ প্ৰশ্ন তুলিলে অনিল কুম্বলেই বিশ্বকাপৰ ছেমিত শোচনীয়ভাৱে পৰাজিত হৈছিল ভাৰত | Assamese |
Subsets and Splits
No community queries yet
The top public SQL queries from the community will appear here once available.