text
stringlengths
1
2.59k
language
stringclasses
10 values
৫ ফেব্ৰুৱাৰীত গুৱাহাটীত এন এফ ৰেলৱেৰ হাফ মাৰাথন অংশ ল ব কেনিয়া নামিবিয়া টানজানিয়া জামাইকা আৰু ভাৰতৰ লগতে বিভিন্ন দেশৰ খেলুৱৈয়ে
Assamese
আত্মপ্ৰকাশত চুপাৰহিট মাভি যোগ্য সংগী উমৰান জয়েৰে ভাৰতৰ শ্ৰীলংকা শৃংখলাৰ আৰম্ভণি
Assamese
ছয়ৰ বৰষুণেৰে দীপক হুদাই প্ৰথমখন টি২০ত জিনিলে অনুৰাগীসকলৰ হৃদয় শ্ৰীলংকাৰ সন্মুখত ১৬৩ ৰাণৰ লক্ষ্য
Assamese
জয়দেৱ উনাদকাটে ৰঞ্জী ক্ৰিকেটত নতুন ইতিহাস সৃষ্টি কৰিছে এক অনন্য অভিলেখ গঢ়া প্ৰথম ক্ৰিকেটাৰ হৈছে
Assamese
শ্ৰীলংকাৰ টছত জয়ী হৈ ভাৰতৰ বিৰুদ্ধে প্ৰথমে ফিল্ডিং কৰাৰ সিদ্ধান্ত ভাৰতৰ হৈ আত্মপ্ৰকাশ কৰিছে মাভি গিলে
Assamese
গুৱাহাটীৰ দিবানৈশ এদিনীয়া আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ বাবে ভাৰতীয় দল ঘোষণা খেলৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ
Assamese
নতুন বছৰত লাগে নতুন মনোৰঞ্জন তাৰ বাবে কি কৰিলে মেচীয়ে চাওক ফটো
Assamese
মেছি আৰু তেওঁৰ চুটকেচ ত কি আছে যাক দেখি বিশ্ব চেম্পিয়নৰ চকুত চকুপানী
Assamese
বিৰাটঅনুষ্কা আৰু ৰাহুলআথিয়াই এনেদৰে উদযাপন কৰিলে নৱবৰ্ষ চাওক ছবি
Assamese
২০ জানুৱাৰীত গুৱাহাটীলৈ আহিব ভাৰতীয় অলিম্পিক সন্থাৰ সভানেত্ৰী ৰাজ্যসভাৰ সাংসদ পিটি ঊষা
Assamese
ঋষভ পন্তক লৈ আহিছে বৃহৎ খবৰ বৰ্তমান মেক্স চিকিৎসালয়ৰ আইচিইউত চিকিৎসাধীন ঋষভ
Assamese
বিচিচিআইৰ ঋষভ পন্তক ২০২২ চনৰ শীৰ্ষ প্ৰদৰ্শক হিচাপে ঘোষণা
Assamese
ৰেকৰ্ডব্ৰেকিং মূল্যত চৌদি ক্লাব আল নাছাৰত স্বাক্ষৰ ক্ৰিষ্টিয়ানো ৰোনাল্ডোৰ
Assamese
বহু মানুহে গোটেই মাহটোত উপাৰ্জন কৰা ধন এক মিনিটত উপাৰ্জন কৰিব ৰোনাল্ডোৱে
Assamese
গৃহমন্ত্ৰী অমিত শ্বাহক সাক্ষাৎ টীম ইণ্ডিয়াৰ অলৰাউণ্ডাৰ হাৰ্দিক পাণ্ডিয়াৰ ছ চিয়েল মিডিয়াত শ্বেয়াৰ কৰিলে ফটো
Assamese
ই ৩০ দিনত ১২ খন টি২০ এদিনীয়া খেলিব প্ৰথমখন মেচ পাণ্ডিয়াৰ অধিনায়কত্বত
Assamese
এ বাছ চালকজনক কিয় অভিবাদন জনালে ফটো শ্বেয়াৰ কৰি তেওঁ কৈছে আমি আপোনাৰ ওচৰত ঋণী সুশীলজী
Assamese
তেওঁ সঁচাকৈয়ে ফুটবলৰ ৰজা আছিল আমাৰ বাবে ভগৱান পেলেৰ সৈতে সাক্ষাতৰ মুহূৰ্ত সোঁৱৰণ কৰিলে বাইচুং ভূটিয়াই
Assamese
গাড়ীখন আৰামেৰে চলাবা শিখৰ ধাৱানে ৩ বছৰ আগতে ঋষভ পন্তক পৰামৰ্শ দিছিল
Assamese
ত দুৰ্দান্ত প্ৰদৰ্শন অসমৰ হায়দৰাবাদৰ বিৰুদ্ধে অসমৰ ১৮ ৰানত জয়লাভ
Assamese
এই বাছ চালকজন ঋষভ পন্তৰ সন্মুখত উপস্থিত হৈছিল এই পৰিস্থিতিত তেওঁৰ জীৱন ৰক্ষা কৰিছিল
Assamese
দুৰ্ঘটনাত আহত ক্ৰিকেটাৰ ঋষভ পন্ত বিভিন্নজনে তেওঁৰ আশু আৰোগ্য কামনাৰে কৰিলে টুইট
Assamese
ব্ৰাজিলৰ মহান ফুটবলাৰ পেলেৰ দেহাৱসান ৮২ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ ফুটবলৰ যাদুকৰগৰাকীৰ
Assamese
কোনো ভাৰতীয়ই ঠাই পোৱা নাই বাবৰকে ধৰি ৪ জন ক্ৰিকেটাৰ এই তালিকাত
Assamese
কোহলী পাণ্ডিয়া সকলো ফেইল শচীনপুত্ৰৰ চেহেৰা দেখি আচৰিত হ ব
Assamese
ৰাজনৈতিক প্ৰচাৰত তেওঁ পত্নীৰ কাষত জাদেজা ক্ৰিকেটাৰ নে নেতা উত্থাপিত হৈছে প্ৰশ্ন
Assamese
ভাৰতৰ বিৰুদ্ধে টি২০ আৰু এদিনীয়া শৃংখলাৰ বাবে শক্তিশালী দল ঘোষণা শ্ৰীলংকাৰ
Assamese
ডেথঅভাৰ বিশেষজ্ঞ পেচাৰক টীম ইণ্ডিয়াৰ পৰা বাদ দিয়া হৈছে তেওঁৰ কেৰিয়াৰ শেষ হোৱাৰ পথত নেকি
Assamese
শচীনকোহলীয়ে যি ৰেকৰ্ড কৰিব পৰা নাই সেই নতুন ৰেকৰ্ড গঢ়িলে ডেভিদ ৱাৰ্ণাৰে
Assamese
বিৰাট কোহলীয়ে বিৰতি বিচাৰিছে জাদেজা উভতি আহিছে টীম ইণ্ডিয়াত প্ৰৱেশ কৰিব পাৰে যশ ধুল
Assamese
২০২২ চনত টি২০ ক্রিকেটত শীৰ্ষ ৫ ৰান সংগ্রহকাৰী কোন তালিকাত ২ ভাৰতীয়
Assamese
নিলামত কোটি টকা লগোৱা ৰ অলৰাউণ্ডাৰে থানবান কৰিলে আফ্ৰিকাৰ বেটিং লাইনআপ প্ৰদৰ্শন দেখি সুখী হ ব ফ্ৰেঞ্চাইজি
Assamese
ভাল খবৰ ৰাষ্ট্ৰীয় মহিলা বক্সিঙত লাভলীনাৰ স্বৰ্ণপদক অংকুশিতাই জিকিলে ৰূপ
Assamese
মেছিৰ পৰা শচীন এমবাপেৰ পৰা সঞ্জু চেমছনলৈ কোনে কেনেকৈ উদযাপন কৰিলে বৰদিন
Assamese
বিশ্বৰ এই ৫ জন গেম চেঞ্জাৰ খেলুৱৈয়ে এই বছৰ কোনো ক্ৰেতা নাপালে
Assamese
পৰাজয়ৰ শংকাত ভাৰত ভাৰতীয় দলে কোহলী ৰাহুলকে ধৰি ৪ টা উইকেট হেৰুৱালে
Assamese
৯ বছৰীয়া ল ৰাজনে আইপিএল চাই ঘৰৰ বাগিচাত শিকিছিল ক্ৰিকেট আজি তেওঁ পৰিণত হ ল এই লীগৰ আটাইতকৈ ব্যয়বহুল খেলুৱৈত
Assamese
ৰ মিনি নিলামত ব্ৰিটিছ ৰাজ ৩ জন ক্ৰিকেটাৰে নিলে ৪৮ কোটি টকা
Assamese
এ ১৫ কোটি টকাত ক্ৰয় কৰা খেলুৱৈক ই ক্ৰয় কৰিলে মাত্ৰ ১ কোটি টকাত
Assamese
আইপিএলৰ নিলামত হেৰী ব্ৰুকৰ ওপৰত টকাৰ বৰষুণ পাকিস্তান নেকি ইয়াৰ কাৰণ
Assamese
জানক কোন কোন দেশৰ পৰা কিমানজন খেলুৱৈয়ে পালে নিলামত স্থান
Assamese
কেতিয়া আৰু কত হব ৰ নিলাম প্ৰতিটো দলৰ ওচৰত কিমান আছে খালী শ্লট আৰু ধন
Assamese
ৰোহিত শৰ্মাৰ সলনি হাৰ্দিক পাণ্ডিয়াক ভাৰতৰ এদিনীয়া টি২০ দলৰ অধিনায়ক হিচাপে দায়িত্ব প্ৰদানৰ সম্ভাৱনা
Assamese
২০২৬ ফিফা বিশ্বকাপ ফুটবললৈ ভাৰতীয় দলৰ যোগ্যতা অৰ্জনৰ সম্ভাৱনা আছে ক লে ফিফাৰ মূৰব্বী জিয়ানি ইনফেনটিনোই
Assamese
পিএছজিত স্বাক্ষৰ কৰিলে বিশ্বকাপ হাতত থাকে এইটো বাৰে বাৰে প্ৰমাণিত হৈছে আপুনি জানি আচৰিত হ ব
Assamese
আৰ্জেণ্টিনা দলটো ঘৰলৈ উভতি আহি ভাগ ল লে উদযাপনত মাজনিশা অনুৰাগীৰ ভিৰৰ মাজত মেছিবাহিনী
Assamese
মীৰপুৰ টেষ্টৰ আগতে ভাৰতৰ খেলুৱৈৰ আঘাত দুজন খেলুৱৈ শৃংখলাৰ পৰা বাহিৰ
Assamese
অদ্ভুত মেছীয়ে বিশ্বকাপ তুলি লব বুলি ৭ বছৰ পূৰ্বেই কৰিছিল ভৱিষ্যদ্বাণী কোনে কৰিছিল এই ভৱিষ্যদ্বাণী
Assamese
বিশ্বকাপ জয়ৰ পিছত মেছীৰ পৰৱৰ্তী ইচ্ছা কি জনাই দিলে তাৰকাগৰাকীয়ে
Assamese
প্ৰচূৰ ধনসম্পত্তিয়ে নহয় লিঅনেল মেছী কোটি কোটি টকাৰ বিলাসবহুল গাড়ীৰো মালিক
Assamese
মেছিৰ জন্ম অসমত কংগ্ৰেছ সাংসদৰ দাবী কি কাৰণে ডিলিট কৰিলে টুইট
Assamese
মেছিৰ এখন ভৰিৰ মূল্য কিমান জানেনে ফুটবল বিশ্বৰ এতিয়াতকৈ দামী ভৰি মেছিৰ
Assamese
বিজয়ী আৰ্জেণ্টিনাই ৩৪৭ কোটি টকা লাভ কৰিছে যিটো দলে এখনো মেচ জিকিব পৰা নাছিল তেওঁলোকে পাইছে ক্ৰিকেট বিশ্বকাপৰ মুঠ পুৰস্কাৰৰ ধনৰ ৬৪% তকৈও অধিক ধন
Assamese
বহু বছৰৰ সুখদুখ আৰু শেষত সফলতা আৰ্জেণ্টিনাৰ জয়বীৰু মেছিদি মাৰিয়া
Assamese
বিশ্বকাপ ফাইনেল চাই জুবিনে ক লে এখন সাংঘাতিক খেল হৈছে মই গধূলিতে কৈছিলো এখন সাংঘাতিক খেল হ ব
Assamese
জাৰ্ছীৰ নম্বৰ ১০ শেষ বিশ্বকাপত বিশ্বজয় শচীনমেছীৰ অজস্ৰ মিল দুই কিংবদন্তিৰ জীৱনৰ কাহিনী ভাইৰেল
Assamese
চেম্পিয়ন আৰ্জেন্টিনাই লাভ কৰিলে ৩০০ কোটিতকৈ অধিক প্ৰাইজমানি ক্ৰিকেটতকৈ ২৭ গুণ অধিক
Assamese
ফিফা বিশ্বকাপ ফাইনেলত মেছিয়ে গঢ়িলে কিমান আৰু কি কি ৰেকৰ্ড জানক সবিশেষ
Assamese
আৰ্জেন্টিনাৰ বিজয়ত প্ৰধানমন্ত্ৰী মোদীয়ে জনালে শুভেচ্ছা টুইট কৰি ক লে স্মৰণীয় হ ব এইখন খেল
Assamese
বিশ্বকাপত ফ্ৰী ডাউনলোড এপসমূহৰ ভিতৰত প্ৰথম ৰ নতুন নজিৰ
Assamese
লগত আছিল ৫০ৰো অধিক ব্ৰেণ্ড ভাৰতত দুৰ্দান্ত বিশ্বকাপ সম্প্ৰচাৰ ভায়াকম স্প্টছৰ
Assamese
হেটট্ৰিক গল্ডেন বুট মেছী ৰোণাল্ডোৰ পিছত ফুটবল বিশ্বৰ নতুন সম্ৰাট কেএমটেন
Assamese
মই এতিয়াই অৱসৰ নলওঁ বিশ্বকাপ জিকি ডাঙৰ ঘোষণা লিঅনেল মেছীৰ
Assamese
সূদীৰ্ঘ ৩৬ বছৰৰ পিছত মেছিৰ প্ৰদৰ্শনেৰে ফিফা বিশ্বকাপ জিকিলে মাৰাডোনাৰ দেশ আৰ্জেন্টিনাই পৰাজিত কৰিলে পূৰ্বৰ চেম্পিয়ন ফ্ৰান্সক
Assamese
ফ্ৰান্সৰ বিৰুদ্ধে ২০ গ লত অগ্ৰগতি আৰ্জেন্টিনাৰ লিঅ নেল মেছিৰ দুৰ্দান্ত প্ৰদৰ্শন
Assamese
লিঅ নেল মেছি নে কাইলিয়ান এমবাপে আজি বিশ্বকাপ ফাইনেলত কাক সমৰ্থন কৰিছে বাদশ্বাহ শ্বাহৰুখ খানে
Assamese
লিয়নেল মেছি আৰু শচীন তেণ্ডুলকাৰৰ মাজত ৫টা সাদৃশ্য সেইবাবেই আজিৰ ফাইনেলখন গুৰুত্বপূৰ্ণ
Assamese
এইবাৰ জিঅ চিনেমা এপত ফুটবল বিশ্বকাপ কিমানে অভিলেখ
Assamese
বিশ্বকাপ ফুটবলৰ বিশ্লেষক ৰূপে একেখন মঞ্চত ৰুনী পাইৰেছ ফিগো বিশ্বমানৰ ষ্টুডিঅ নতুন নজিৰ
Assamese
আজি ফিফা বিশ্বকাপৰ ফাইনেলত মেছি বনাম এমবাপেৰ যুঁজ গল্ডেন বুটৰ দৌৰত দুই চুপাৰষ্টাৰ
Assamese
ডিজিটেল দৰ্শকে অতিক্ৰম কৰিলে টিভিৰ দৰ্শকক ভাৰতৰ বাবে কাটাৰ বিশ্বকাপ ২০২২ কিয় ঐতিহাসিক
Assamese
ক লা যাদু কৰিছে আৰ্জেন্টিনাৰ অনুৰাগীয়ে ফ্ৰান্সক ৰোধিবলৈ মেছি যাদুৰ পিছত এইবাৰ ক লা যাদু
Assamese
বিশ্বকাপৰ ফাইনেলৰ আগতে হোটেলৰ কোঠাত মেছি কিন্তু অকলশৰীয়া নহয় লগত কোন
Assamese
৪ টা উইকেট আৰু ২৪১ ৰাণ ভাৰত বা বাংলাদেশৰ মাজত কোনে মাৰিব শেষ হাঁহি
Assamese
বিৰাট কোহলীৰ আন এক অভিলেখ অতিক্ৰম কৰিলে অষ্ট্ৰেলিয়াৰ কিংবদন্তীক এতিয়া গ্ৰেম স্মিথৰ পাল
Assamese
বৰ্ষাপাৰাত ১০ জানুৱাৰীত অনুষ্ঠিত হ ব ভাৰতশ্ৰীলংকাৰ মেচ জানক কেতিয়া কেনেকৈ সংগ্ৰহ কৰিব পাৰিব টিকট
Assamese
মেছি বিশ্বকাপৰ ফাইনেলত নাই দুদিন অনুশীলন নকৰাৰ বাবে বাঢ়ি আহিছে অনুমান
Assamese
ৰঞ্জী ট্ৰফী ২০২৩অৰ্জুন তেণ্ডুলকাৰৰ শতক অৰ্জন কৰাৰ পিছতেই অভিষেক মেচতে দখল কৰে ৩টা উইকেট
Assamese
ফাইনেলত খেলিবনে মেছীয়ে আৰ্জেণ্টিনাৰ অধিনায়কৰ আঘাতক লৈ ডাঙৰ আপডেট
Assamese
অৱশেষত দীৰ্ঘ প্ৰতীক্ষাৰ অন্ত পৰিল বাংলাদেশৰ বিৰুদ্ধে দ্বিতীয় ইনিংছত পূজাৰৰ অনবদ্য শতক
Assamese
এইবাৰ ত অসমবাসীয়ে দেখিব অসমৰ মুখতাৰক ৰ নিলামৰ তালিকাত ডিব্ৰুগড়ৰ মুখতাৰৰ নাম
Assamese
মেছিয়ে কেতিয়াও এমবাপেক পৰাস্ত কৰিব পৰা নাই পোহৰলৈ আহিছে আচৰিত তথ্য
Assamese
এইবাৰ মেছী বনাম এমবাপেৰ মহাযুদ্ধ ফাইনেলক লৈ কি কলে আৰ্জেণ্টিনাৰ অধিনায়কগৰাকীয়ে
Assamese
মৰক্কোৰ সপোন থানবান কৰি বিশ্বকাপৰ ফাইনেলত ফ্ৰান্স আৰ্জেণ্টিনাৰ সৈতে ফাইনেল
Assamese
তৃতীয় টি২০ত অষ্ট্ৰেলিয়াই ভাৰতক পৰাস্ত কৰে শৃংখলাত ২১ ৰ অগ্ৰগতি লাভ কৰে
Assamese
গোটেই পৰিয়ালটো মেছিৰ অনুৰাগী আৰু সেই মেছিক তেওঁৰ কাষত ৰাখিয়েই বিশ্ব বিজয়ৰ সপোন আলভাৰেজৰ
Assamese
অৰ্জুন তেণ্ডুলকাৰে অভিষেক মেচতে গঢ়িলে শতক ৰাণৰ জোখেৰে পিতৃ শচীনতকৈ থাকিল এখোজ আগত
Assamese
ফাইনেল খেলিবলৈ পোৱাৰ আনন্দ স্থায়ী নহ ল বেছি সময় আজেন্টিনাৰ অনুৰাগীৰ মাজত এতিয়া বিষাদৰ সুৰ
Assamese
বিশ্বকাপৰ ফাইনেলৰ পিছত আৰু আৰ্জেণ্টিনাৰ জাৰ্ছীত নেদেখিব মেছীক নিজেই ঘোষণা কৰিলে মহাতাৰকাই
Assamese
বিশ্বকাপৰ ফাইনেলত মেছী বাহিনী চাৰি বছৰ পূৰ্বৰ পৰাজয়ৰ পোতক তুলিলে আর্জেণ্টিনাই
Assamese
মেছিয়ে বিশ্বকাপৰ ছেমি ফাইনেলত আধা ডজন অভিলেখ গঢ়িব পাৰে সমগ্ৰ বিশ্বই অপেক্ষা কৰি আছে
Assamese
ভাৰতত ফাষ্ট বলাৰ আৱদ্ধ টীম ইণ্ডিয়াই বাংলাদেশৰ বিৰুদ্ধে শেষ মুহূৰ্তত ৰণনীতি সলনি কৰিবলৈ বাধ্য হৈছে
Assamese
বিচিচিআইৰ ডাঙৰ ঘোষণা বাংলাদেশৰ বিৰুদ্ধে টেষ্ট দলৰ অধিনায়ক হব কে এল ৰাহুল ৰোহিত শৰ্মা আউট
Assamese
ছেমি ফাইনেলৰ আগতে মেছিৰ মুখত মাৰাডোনা আৰ্জেণ্টিনাৰ অধিনায়কে কি ক লে
Assamese
টেষ্ট শৃংখলাৰ আৰম্ভণিৰ প্ৰাকমুহূৰ্তত বিৰাট কোহলীক প্ৰশংসা কৰিলে কে এল ৰাহুলে কি ক লে জানো আহক
Assamese
ভাৰতৰ বাবে দ্বিতীয়বাৰৰ বাবে ফাইনেলত উপনীত হোৱাটো কঠিন যিকোনো ক্ষেত্ৰত বাংলাদেশকে ধৰি দুখন দেশক পৰাজিত কৰিব লাগিব
Assamese
প্ৰেমৰ খেলত ঈশান কিষাণক ক্লীন বল্ড কৰিলে এইগৰাকী সুন্দৰীয়ে
Assamese
অৱশেষত একেৰাহে ১২ ঘণ্টা সাঁতুৰি অভিলেখ গঢ়িলে প্ৰতিমা দেৱী কলিতাই
Assamese
তেওঁলোকে এয়া কৰি দেখুৱালে মৰক্কো প্ৰথমবাৰৰ বাবে ছেমি ফাইনেলত প্ৰৱেশ কৰিছে
Assamese
দ্বিশতক অৰ্জনকাৰী ঈশান কিষাণে ভংগ কৰিলে ১০ টা বৃহৎ ৰেকৰ্ড সম্পূৰ্ণ বিৱৰণ চাওক
Assamese