text
stringlengths
1
2.59k
language
stringclasses
10 values
দেশবাসীলৈ সুখবৰ এছিয়ান বক্সিং চেম্পিয়নশ্বিপত স্বৰ্ণ পদক অৰ্জন লাভলীনা বৰগোঁহাইৰ
Assamese
টীম ইণ্ডিয়াৰ স্বদেশ প্ৰত্যাৱৰ্তনৰ পিছত ৰোহিতৰাহুলকোহলীৰ সৈতে বিচিচিআইৰ পৰিকল্পনা কি জানক
Assamese
গুৱাহাটীত আৰম্ভ দেশৰ সম্মানীয় ৩৭ সংখ্যক ৰাষ্ট্ৰীয় জুনিয়ৰ এথলেটিকছ চেম্পিয়নশ্বিপ ২০২২
Assamese
ব্যৰ্থ হ ল ৰোহিতৰাহুলৰ অ পেনিং যুটি এই ৫ টা কাৰণতে ভাৰত পৰাস্ত হ ল ছেমি ফাইনেলত
Assamese
ক্ৰিকেটাৰসকলৰ কাষত থাকক ভাৰতীয় দলৰ বেয়া দিনত সমৰ্থকসকললৈ আহ্বান শচীন তেণ্ডুলকাৰৰ
Assamese
এছিয়ান বক্সিং চেম্পিয়নশ্বিপ ২০২২ৰ ফাইনেলত অসমৰ শিৱ থাপা
Assamese
কোহলীৰ পৰা ৰোহিতলৈ সলনি নহ ল ভাৰতৰ ভাগ্য সলনি নহ ল কাহিনী কোনেও হ ব নোৱাৰিলে ধোনী
Assamese
সদৌ অসম আন্তঃজিলা টেবুল টেনিছ প্ৰতিযোগিতা উদ্বোধন ভাস্কৰজ্যোতি মহন্তৰ
Assamese
বিধ্বস্ত মানি ল ব নোৱাৰি হাৰ্ডিক পাণ্ডিয়াই ইংলেণ্ডৰ হাতত পৰাজিত হোৱাৰ পিছত লিখিলে দীঘলীয়া পোষ্ট
Assamese
দলৰ পৰাজয়ৰ পিছতো বিৰাট কোহলীয়ে বিশ্ব অভিলেখ গঢ়িলে টি২০ ক্ৰিকেটত নতুন ইতিহাস সৃষ্টি কৰিলে
Assamese
টী২০ বিশ্বকাপৰ ছেমি ফাইনেলত ইংলেণ্ডৰ হাতত পৰাস্ত ভাৰত
Assamese
ভাৰতে ইংলেণ্ডক জয়ৰ বাবে দিলে ১৬৯ ৰানৰ লক্ষ্য হাৰ্দিক পাণ্ডিয়াৰ বিস্ফোৰক বেটিং
Assamese
এডিলেইডত আজি ব্ৰিটিছ বধৰ লক্ষ্যৰে যুদ্ধক্ষেত্ৰত নামিব টীম ইণ্ডিয়া
Assamese
বলে আঘাত কৰিছে দুয়োজনকে জানক ৰোহিত আৰু বিৰাট এতিয়া কেনে আছে
Assamese
ভাৰত বা ইংলেণ্ড বিশ্বকাপৰ ফাইনেলত কাক বিচাৰে পাকিস্তানে কি কৈছে
Assamese
চাহালৰ বিষয়ে জল্পনাকল্পনা কোহলীৰ আঘাতৰ সমস্যা ভাৰতীয় দলটো ইংলেণ্ডৰ বিৰুদ্ধে কেনে হ ব পাৰে
Assamese
ভাৰতীয় মহিলা ক্ৰিকেটৰ ১৯ অনূৰ্ধ্ব দলত অসমৰ কিশোৰী
Assamese
ডাঙৰ মেচত জিলিকিল বাবৰৰিজৱান নিউজিলেণ্ডক পৰাস্ত কৰি তৃতীয়বাৰৰ বাবে ফাইনেলত পাকিস্তান
Assamese
ৰোহিত শৰ্মাৰ আঘাতৰ বিষয়ে ডাঙৰ আপডেট অনুশীলনৰ সময়ত বলে বাহুত আঘাত কৰিছিল
Assamese
টি২০ বিশ্বকাপৰ ছেমি ফাইনেলৰ পূৰ্বে বেয়া খবৰ অনুশীলনত আঘাতপ্ৰাপ্ত ৰোহিত শৰ্মা
Assamese
বেটত ৰানৰ পাহাৰ কোহলী ধনৰ বৰষুণত বহুত ধনী হ বলৈ গৈ আছে
Assamese
ইংলেণ্ডৰ বিৰুদ্ধে ছেমি ফাইনেলৰ পূৰ্বে টীম ইণ্ডিয়াৰ বাবে বেয়া খবৰ ৰোহিত শৰ্মা আঘাতপ্ৰাপ্ত
Assamese
চলিত টি২০ বিশ্বকাপত মুঠ ৫০ ৰাণ কৰিবলৈ বাবৰ আজমক ১১ ৰানৰ প্ৰয়োজন
Assamese
বিজয়ী দলে কোটি কোটি টকা পাব সহজে ইমান টকা উপাৰ্জন কৰাটো অসম্ভৱ
Assamese
এছিয়ান বক্সিঙত একেৰাহে ষষ্ঠবাৰলৈ পদক নিশ্চিত কৰি অভিলেখ স্থাপন কৰিলে শিৱ থাপাই
Assamese
শ্ৰীলংকা দলৰ বেটছমেন ডানুষ্কা গুনাথিলাকাক যৌন নিৰ্যাতনৰ অভিযোগত গ্ৰেপ্তাৰ
Assamese
টী২০ বিশ্বকাপত ভাৰতৰ হাতত ধৰাশায়ী জিম্বাবোৱে
Assamese
এইবাৰৰ অৰ্জুন বঁটা ২০২২ৰ বাবে অসমৰ নয়নমণি শইকীয়াৰ নাম অনুমোদন
Assamese
আজি টী২০ বিশ্বকাপত জিম্বাবোৱেৰ বিৰুদ্ধে ভাৰত মেলবৰ্ণত টীম ইণ্ডিয়াই লাভ কৰিবনে আশানুৰূপ সফলতা
Assamese
বিৰাট কোহলীয়ে কাৰ সৈতে কাটিলে জন্মদিনৰ কে ক চাওক টীম ইণ্ডিয়াই কেনেকৈ পালন কৰিলে প্ৰাক্তন অধিনায়কৰ জন্মদিন
Assamese
টি২০ বিশ্বকাপৰ মাজতে বিৰাট কোহলীৰ ৩৪ তম জন্মদিন জানক বিৰাট কোহলীৰ কিছুমান ৰেকৰ্ডৰ বিষয়ে যিবোৰ ভাঙিবলৈ কঠিন
Assamese
ইংলেণ্ডে শ্ৰীলংকাক পৰাস্ত কৰি ছেমি ফাইনেলত প্ৰৱেশ কৰে ডিফেণ্ডিং চেম্পিয়ন অষ্ট্ৰেলিয়া টি২০ বিশ্বকাপৰ পৰা বাহিৰ
Assamese
বিশেষ হ ল কোহলীৰ জন্মদিন ৰ পৰা লৈকে বিশেষ ধৰণে যাঁচিলে শুভেচ্ছা
Assamese
জয়লাভ কৰাৰ পিছতো অষ্ট্ৰেলিয়া সমস্যাত আফগানিস্তানৰ বেটছমেনসকলে দেখুৱালে শক্তিশালী খেল
Assamese
যেতিয়া সূৰ্যকুমাৰ যাদৱে কোহলীৰ পোষ্টত ফায়াৰ হ্যে লিখিছিল তেতিয়া বিৰাটে দিছিল এনে উত্তৰ
Assamese
টি২০ বিশ্বকাপত পাকিস্তানৰ আটাইতকৈ ডাঙৰ খেলুৱৈজনৰ ৰান নাই আনকি ৪ খন মেচত ২০ ৰাণো সংগ্ৰহ কৰিব পৰা নাই
Assamese
২১ বলত ৫০ বাংলাদেশৰ প্ৰকৃত টাইগাৰ লিটন দাস আউট হোৱাৰ লগে লগে খেল ঘূৰিল
Assamese
বিৰাট কোহলীয়ে আন এক সিংহাসন দখল কৰিলে টি২০ বিশ্বকাপত এক অনন্য অভিলেখ গঢ়িলে
Assamese
গুৰুত্বপূৰ্ণ খেলত ভাৰতে ৫ ৰানত পৰাস্ত কৰিলে বাংলাদেশক গ্ৰুপৰ শীৰ্ষত উপনীত ভাৰত
Assamese
খেলখন ১৬ অভাৰৰ হ ব এতিয়া বাংলাদেশৰ সন্মুখত ১৫১ ৰাণৰ লক্ষ্য
Assamese
শুভমান গিলে ভাৰতৰ টি২০ দলত নিৰ্বাচিত হোৱাৰ আনন্দত শতক অৰ্জন কৰি কয় এতিয়া তেওঁ সেইটো প্ৰমাণ কৰিব লাগিব
Assamese
বাংলাদেশৰ বিৰুদ্ধে ভাৰতীয় দলত বহুতো পৰিৱৰ্তন হ ব পাৰে ভাৰতৰ সাম্ভাৱ্য একাদশ চাওক
Assamese
অধিনায়ক বাটলাৰৰ সুন্দৰ বেটিং ইংলেণ্ডে নিউজিলেণ্ডক পৰাস্ত কৰি ছেমি ফাইনেলৰ আশা জীয়াই ৰাখিছে
Assamese
ভাৰতীয় দলত ব্যাপক সালসলনি হাৰ্ডিক পাণ্ডিয়াক ৰোহিত শৰ্মাৰ ঠাইত ভাৰতৰ অধিনায়কত্বৰ ভাৰ
Assamese
ভাৰত বনাম পাকিস্তানৰ মাজত অনুষ্ঠিত হ ব পাৰে টেষ্ট মেচ চলিছে জল্পনা কল্পনা
Assamese
আজি বিশ্বকাপৰ ভাৰতদক্ষিণ আফ্ৰিকাৰ খেলত বাধা দিব নেকি বৰষুণে পাৰ্থৰ পৰা ডাঙৰ খবৰ
Assamese
বিশ্বকাপত বাংলাদেশৰ হাতত পৰাস্ত জিম্বাবুৱে বাংলাদেশৰ বিধ্বংসী বলিঙত তচনচ জিম্বাবুৱেৰ বিজয়ৰ সপোন
Assamese
আজি পাৰ্থত দক্ষিণ আফ্ৰিকাৰ দ্ৰুত বলাৰৰ সন্মুখত কেনেদৰে মোকাবিলা কৰিব টীম ইণ্ডিয়াই জানক
Assamese
নিউজিলেণ্ডে শ্ৰীলংকাক বৃহৎ ব্যৱধানত পৰাস্ত কৰে ফিলিপছব ল্টৰ শক্তিশালী প্ৰদৰ্শন
Assamese
পাকিস্তানে দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে ভাৰতৰ বিজয়ৰ বাবে কিয় প্ৰাৰ্থনা কৰিব জানক
Assamese
পাকিস্তানক পৰাস্ত পিছত জিম্বাবোৱেৰ উল্লাস ৭ খন ছবিত চাওক আৱেগিক উদযাপনৰ বিভিন্ন মুহূৰ্ত
Assamese
ক্ৰিকেটত পাকিস্তান মিঃ বিন বিতৰ্ক কি জানক সকলো
Assamese
বাবৰৰ সাম্ৰাজ্য শেষ কৰিলে ৰাজা সিকন্দৰে জিম্বাবুয়েৰ বিৰুদ্ধেও পাকিস্তানৰ লজ্জাজনক পৰাজয়
Assamese
বিশ্বকাপত পুনৰ ভাৰতপাকিস্তানৰ খেল হলে কোন জয়ী হব ৰবি শাস্ত্ৰীৰ ডাঙৰ ভৱিষ্যতবাণী
Assamese
টি২০ ৰেংকিঙত শীৰ্ষ দহ খেলুৱৈৰ তালিকাত বিৰাট কোহলী পাকিস্তানৰ মেচত অনবদ্য ইনিংছৰ বাবে পুৰস্কাৰ
Assamese
কে এল ৰাহুল আউট নাছিল নেডাৰলেণ্ডৰ বিৰুদ্ধে বিৰাটৰোহিতসূৰ্যৰ বেটিং বিক্ৰম
Assamese
বিশ্বকাপৰ দ্বিতীয় মেচতো জয়ী ভাৰত ৫৬ ৰানত পৰাস্ত কৰিলে নেডাৰলেণ্ডক
Assamese
আজি বিশ্বকাপৰ সমুখ সমৰত ভাৰতনেডাৰলেণ্ড আন্তৰ্জাতিক ক্ৰিকেটত নেডাৰলেণ্ডৰ বিৰুদ্ধে দুবাৰ মুখামুখি হৈছিল টীম ইণ্ডিয়া
Assamese
বিচিচিআইয়ে মহিলা ক্ৰিকেট খেলুৱৈসকলক পুৰুষৰ সমান মেচ মাচুল প্ৰাপ্ত কৰাৰ কথা ঘোষণা কৰিছে
Assamese
ৰিলি ৰুচোৱে বিশ্বকাপৰ প্ৰথম শতক অৰ্জন কৰে বাংলাদেশৰ বিৰুদ্ধে বিস্ফোৰক বেটিং
Assamese
প্ৰথমখন মেচ জিকিছে কিন্তু তথাপিও দল সলনি কৰিব নেকি নেডাৰলেণ্ডৰ বিৰুদ্ধে টীম ইণ্ডিয়াৰ সম্ভাৱ্য একাদশৰ ওপৰত এবাৰ চকু ফুৰাওক
Assamese
১১ বছৰীয়া ইতিহাসৰ পুনৰাবৃত্তি কৰিলে আয়াৰলেণ্ডে বিশ্বকাপত দ্বিতীয়বাৰৰ বাবে ইংলেণ্ডক পৰাস্ত কৰে
Assamese
ষ্টইনিছৰ ধুমুহাই সন্মান ৰক্ষা কৰিলে অষ্ট্ৰেলিয়াৰ শ্ৰীলংকাক পৰাস্ত কৰি একাউণ্ট খুলিলে ফিন্সবাহিনীয়ে
Assamese
ভাৰতৰ হাতত পৰাজয়ৰ পিছত কি হল পাকিস্তানৰ ড্ৰেছিং ৰুমত চাওক ভিডিঅ
Assamese
১৫ বছৰ ধৰি দেশবাসীৰ প্ৰত্যাশাৰ চাপ বহন কৰি আহিছে এইবাৰ কোহলিক লৈ এই বিৰাট কথা ক লে ৰোহিতে
Assamese
পাকিস্তানৰ সৈতে খেলৰ পিছত কান্দি উঠিল হাৰ্দিক পাণ্ডিয়া কলে এজন বিশেষ মানুহৰ কথা
Assamese
টীম ইণ্ডিয়াৰ বিজয়ত আৱেগিক অনুষ্কা শৰ্মা বিৰাট কোহলিৰ প্ৰশংসাত অতি আৱেগিক হৈ লিখিলে এনেদৰে
Assamese
টী২০ বিশ্বকাপত পাকিস্তানৰ বিৰুদ্ধে ভাৰতৰ চমকপ্ৰদ বিজয়
Assamese
আজি মেলবৰ্ণত চুপাৰ১২ৰ এক মেচত চিৰবৈৰী পাকিস্তানৰ বিৰুদ্ধে যুঁজত নামিব ভাৰত
Assamese
অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে নিউজিলেণ্ডৰ ঐতিহাসিক জয়লাভ ৮৯ ৰাণত পৰাস্ত কৰিলে কেংগেৰু বাহিনীক
Assamese
ৰ প্ৰথমখন খেলত অষ্ট্ৰেলিয়া পৰাজিত বেটিংবলিং উভয়তে নিউজিলেণ্ডৰ হাতত দিশহাৰা অষ্ট্ৰেলিয়া
Assamese
বৰষুণে ভাৰতপাকিস্তানৰ মেচখন নষ্ট কৰিব পাৰে মেলবৰ্ণৰ পৰা ডাঙৰ আপডেট
Assamese
টি২০ বিশ্বকাপৰ গ্ৰুপ অৱ ডেথত হ ব আকৰ্ষণীয় যুঁজ শ্ৰীলংকা সহ ৩ পূৰ্বৰ চেম্পিয়ন দল হ ব মুখামুখি
Assamese
টি২০ বিশ্বকাপৰ ইতিহাসৰ শীৰ্ষ পাঁচটা বলিং পৰিসংখ্যা তালিকাত ৩ জন এছিয়ান ক্ৰিকেটাৰ
Assamese
ক্ৰিকেট খেলিবলৈ বাবৰৰ দেশলৈ নাযায় ভাৰত জয় শ্বাহে ক লে পাকিস্তানৰ পৰা এছিয়া কাপ স্থানান্তৰ কৰাৰ কথা
Assamese
পাকিস্তানে ভাৰতত ২০২৩ চনৰ এদিনীয়া বিশ্বকাপ বৰ্জন কৰাৰ ভাবুকি দিছে:
Assamese
ৰ যুটীয়া সম্পাদক ৰূপে নিৰ্বাচিত অসম ক্ৰিকেট সন্থাৰ সম্পাদক দেৱজিৎ শইকীয়া
Assamese
দীনেশ কাৰ্তিক বা পন্তৰ ভিতৰত কোনে পাকিস্তানৰ বিৰুদ্ধে সুযোগ পাব অশ্বিনচাহালৰ কোন
Assamese
অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ৱাৰ্মআপ মেচত ভাৰতৰ জয় অন্তিম মুহূৰ্তত খেল সলনি কৰিলে মহম্মদ ছামীয়ে
Assamese
ৰ প্ৰস্তুতি সম্পূৰ্ণ ইতিহাস ৰচনাৰ লক্ষ্যৰে আজি উৎক্ষেপণ হ ব চন্দ্ৰযান৩
Assamese
চন্দ্ৰযান৩ অভিযানৰ উৎক্ষেপণৰ লঞ্চ ৰিহাৰ্চেল সম্পূৰ্ণ ৰ সবিশেষ পঢ়ক
Assamese
পাকঘৰৰ চিমনিৰ পৰা তেল পৰিছে নেকি নতুবা ই লেতেৰা হৈছে নেকি আপুনি কঠোৰ পৰিশ্ৰম নকৰাকৈ এনেদৰে ইয়াক পৰিষ্কাৰ কৰিব পাৰিব
Assamese
কাজিৰঙাত বিদ্যুতৰ লুকাভাকুৱে অতিষ্ঠ কৰিছে জনসাধাৰণক
Assamese
বিদেশী কোম্পানীৰ বিলাসী গাড়ীৰে ভৰিছে ডিব্ৰুগড় বৃদ্ধি পাইছে চাহিদাও
Assamese
ত পোৱা সহজ হ ব স্কেন কৰক আৰু আপোনাৰ ফোনত সকলো চেট পাওক
Assamese
মাত্ৰ ১২৩ টকাত আকৰ্ষণীয় প্লেন আনলিমিটেড কল আৰু ১৪ জিবি ডেটা জিঅ ভাৰত ৰ বাম্পাৰ অফাৰ
Assamese
মুক্ত দেশ সকলোৱে লাভ কৰিব ইন্টাৰনেটৰ সুবিধা ৰিলায়েন্সে মুকলি কৰিলে সুলভ মূল্যৰ ফোন জিঅ ভাৰত
Assamese
আছে পেমেন্টৰ সুবিধা ৯৯৯ টকাৰ ফোনত বিৰাট চমক
Assamese
মাত্ৰ ৯৯৯ টকাত ৰ নতুন ফোন পেমেণ্ট অপচনকে ধৰি ইয়াৰ ভিন্ন ফিচাৰৰ বিষয়ে জানি লওক
Assamese
হাৰ্ট এটেকৰ আশংকা আছে নে নাই কৈ দিব চকুৱে সুন্দৰ পিচায়ে বনাইছে নেকি নতুন যন্ত্ৰ
Assamese
ৰ ধামাকা প্লেন ১৬৮জিবি পর্যন্ত ডাটা আৰু ছাবস্ক্রিপশ্যন বিনামূল্যে
Assamese
ত কেতিয়া দুটা একাউণ্ট খুলিব পাৰিব এই ফিচাৰটোৰ কামবোৰ জানক
Assamese
এতিয়াৰ পৰা ইউটিউবৰ জৰিয়তে উপাৰ্জন কৰিবলৈ লাগিব মাত্ৰ ৫০০ ছাবস্ক্ৰাইবাৰ জানক সবিশেষ
Assamese
২৫ হাজাৰ টকাতকৈ কম দামত পাব উইণ্ড আৰু স্প্লিট দুয়োটা বিকল্প ৰাহি হব বিদ্যুতো
Assamese
এ বন্ধ কৰিব এই বিশেষ ফিচাৰ তাৰ পূৰ্বে জানি লওক আপুনি
Assamese
প্রতিদিনেই ব্যবহাৰ কৰা হয় কিন্তু কি এই কোড কি অর্থ এই অক্ষৰ দুটিৰ
Assamese
গ্ৰাহকৰ বাবে জিঅ বিশেষ পদক্ষেপ কঠিন পৰিস্থিতিতো আত্মীয়ৰ সৈতে সংযুক্ত হওক বাধাহীনভাৱে
Assamese
কাজিৰঙাৰ পৰা নুমলীগড়লৈ যাওঁতে সাৱধানঃ গৰুৱেগাঁতে বিধ্বস্ত ঘাইপথ
Assamese
ত এই অপচনটো দেখিছেনে ৯০ শতাংশ লোকে ইয়াৰ প্ৰকৃত অৰ্থ নাজানে
Assamese
কাজিৰঙাৰ সুৰংগ আৰু উৰণীয়া সেঁতু নিৰ্মাণৰ প্ৰক্ৰিয়া আৰম্ভ
Assamese