text
stringlengths
1
2.59k
language
stringclasses
10 values
কেলকুলেটৰত আৰু বুটামবোৰ কি ৯০% লোকে নাজানে এই কথা
Assamese
ঘড়ীৰ কটা সোঁহাতলৈ কিয় ঘূৰে ৯৯ শতাংশ মানুহে উত্তৰ দিব নোৱাৰে
Assamese
স্প্টছ বাইকৰ পিছফালৰ ছীট ইমান ওখ থাকে কিয় কাৰণ জানেনে
Assamese
ত উপলব্ধ হ ল নতুন বৈশিষ্ট্য জানক কেনেকৈ কৰিব ত এবাৰ প্ৰেৰণ কৰা বাৰ্তা
Assamese
ৰ জৰিয়তে এই উপায়েৰে ডাউনলোড কৰিব পাৰে ৰ দৰে বহু গুৰুত্বপূৰ্ণ নথিপত্ৰ
Assamese
কাৰ ভুলৰ বাবে প্ৰাণ গ ল ভাস্কৰ বৰ্মনৰ দ্ৰোণ কেমেৰাৰে ঘটনাস্থলী পৰ্যবেক্ষণ টীয়ক আৰক্ষীৰ
Assamese
এই বছৰৰ পাৱাৰহাউছ কিয় আন স্মাৰ্টফোনতকৈ শ্ৰেষ্ঠ তাৰ পাঁচটা কাৰণ
Assamese
ত আৰু অধিক সুৰক্ষিত কৰি ৰাখিব পাৰিব ব্যক্তিগত কথোপকথন এ আৰম্ভ কৰিলে এক নতুন বৈশিষ্ট্য
Assamese
হেৰুৱা ফোন বিচাৰি উলিওৱাত সহায় কৰিব চৰকাৰে ব্লক কৰিব পাৰিব নম্বৰ ১৭ মে ত মুকলি হ ব নতুন পৰ্টেল
Assamese
মৰিয়নিৰ ৰে ল ষ্টেচনসমূহত আহোম ৰাজত্বকালৰ কীৰ্তিচিহ্ন প্ৰদৰ্শনৰ পৰিকল্পনা
Assamese
আজি ৰাষ্ট্ৰীয় প্ৰযুক্তি দিৱস পোখৰাণ পাৰমাণৱিক পৰীক্ষাৰ বাৰ্ষিকীত কিয় কৰা হয় এই উদযাপন
Assamese
ৰ সম্ভাৱ্য ভাবুকিৰ ওপৰত হোৱাইট হাউছত গুৰুত্বপূৰ্ণ বৈঠক জো বাইদেনৰ আৰু কে ধৰি কেইবাটাও কোম্পানীৰ ক সাক্ষাৎ
Assamese
এ ৱেবছাইট এমআধাৰ এপত মোবাইল নম্বৰ ইমেইল আইডি প্ৰমাণীকৰণৰ অনুমতি দিয়ে এইটো কেনেদৰে কৰিব লাগে জানক
Assamese
ফোনৰ বেটাৰী শেষ হোৱাৰ ভয় শেষ ইয়াক মুহূৰ্ততে চাৰ্জ কৰিব পাৰিব এই বস্তুটো আপোনাৰ ওচৰত ৰাখিব
Assamese
ভাৰতত নিৰ্মিত প্ৰথম কোভিড নজেল ভেকছিন ২৬ জানুৱাৰীত মুকলি কৰা হ ব ইমান মূল্যত উপলব্ধ হব এই ভেকছিন
Assamese
প্ৰতি কিলোমিটাৰত ২০ পইচা এই স্কুটাৰখন ক্ৰয় কৰাৰ পিছত আপুনি যথেষ্ট ধন ৰাহি কৰিব পাৰিব
Assamese
স্মাৰ্ট ফোনৰ বেটাৰী ১০০ শতাংশ চাৰ্জ কৰে কি মাৰাত্মক ভুল কৰি আছে জানক
Assamese
এতিয়াৰে পৰা কামাখ্যা মন্দিৰত উপলব্ধ হব ৰ সেৱা
Assamese
১৯৯০ চনৰ মজা ২০২৩ চনত উপলব্ধ হ ব মাত্ৰ ৫৯৯ টকাত পুৰণি স্মৃতি সতেজ হব যেতিয়া ফোনে কৰিব ট্ৰিনট্ৰিন
Assamese
চিবিএছই আৰু আইচিএছই পৰীক্ষাৰ প্ৰস্তুতিৰ বাবে ব্যৱহাৰ কৰক
Assamese
টুইটাৰ ডাউন লগইন নহয় নোটিফিকেচন বা একাউণ্ট ইলন মাস্কে ক্ৰয় কৰাৰ পিছত তৃতীয়বাৰৰ বাবে এই ঘটনা
Assamese
অহা ৩১ ডিচেম্বৰৰ পৰা এই ৪৯টা ফোনত কাম কৰা বন্ধ হব চাওক সম্পূৰ্ণ তালিকা
Assamese
হঠাতে বতাহত উৰিবলৈ ধৰিলে এজন মানুহে ছ চিয়েল মিডিয়াত ১১ নিযুত লোকে দৰ্শন কৰিলে এই ভিডিঅ
Assamese
উবৰ ইটছে আৰম্ভ কৰিলে নতুন সেৱা এতিয়া ৰবটে খাদ্য প্ৰেৰণ কৰিব আপোনাৰ দ্বাৰলৈ
Assamese
মূল্যত সুলভ লাভালাভবোৰ অপৰিসীম এই আকৰ্ষণীয় স্মাৰ্টফোনবোৰে ৫ হাজাৰ টকাৰ তলত বজাৰত প্ৰৱেশ কৰিছে
Assamese
জিমেইল সেৱা স্থগিত লাখ লাখ ব্যৱহাৰকাৰী প্ৰভাৱিত
Assamese
কি আছিল বিশ্বৰ প্ৰথমটো টেক্সট্ মেছেজ ৩০ বছৰ পূৰ্বে কোনে কাক পঠাইছিল সেই মেচেজটো
Assamese
হোৱাটছএপ এণ্ড্ৰইড বিটা ব্যৱহাৰকাৰীসকলৰ বাবে ভাল খবৰ এতিয়া এপটোত উপলব্ধ হ ব এটা নতুন শাখা
Assamese
হোৱাটছএপে ভাৰতত ২৩ লাখতকৈ অধিক একাউণ্ট নিষিদ্ধ কৰিছে কাৰণটো জানক
Assamese
ৰ পৰা নাইকিয়া হ ব পাৰে ইলন মাস্কে ক লে এপলৰ পৰা লাভ কৰিছে ভাবুকি
Assamese
ৰ ভিডিঅ কল ৰেকৰ্ড কৰিব বিচাৰে নেকি জানি লওক সহজ উপায়
Assamese
টিভিএছৰ শেহতীয়া স্প্টছ বাইকসমূহৰ ভিতৰত অন্যতম হৈছে ৰেইডাৰ কি কি সুবিধাৰে ই অনন্য
Assamese
ঢেকীয়াজুলিৰ ইকবাল হুছেইনৰ চমক পে মেক্স নামৰ ম বাইল এপ নিৰ্মাণ কৰি চৰ্চাত
Assamese
দিল্লীএনচিআৰৰ দৰে দেশৰ মুখ্য চহৰত য়ে হৈছে সেৱা প্ৰদান কৰা প্ৰথমটো ম বাইল অপাৰেটৰ
Assamese
অপেক্ষাৰ অন্ত ৰ দাম প্ৰকাশ চাওক ডিজাইন আৰু কেমেৰাৰ লুক
Assamese
চলন্ত গাড়ীৰ চানৰুফ ৰ পৰা মূৰ বাহিৰ কৰিলেই শাস্তি নতুন নিয়ম জাৰী
Assamese
এবাৰ ৪০০ টকা ৰিচাৰ্জ কৰিলে আৰু দীঘলীয়া সময়ৰ বাবে চিন্তা নাই ডাটাকলিঙৰ উপৰিও আৰু সুবিধা আছে
Assamese
১৫ নৱেম্বৰত ভাৰতৰ ব্যক্তিগত খণ্ডৰ দ্বাৰা বিকশিত প্ৰথম ৰকেট বিক্ৰমএছ উৎক্ষেপণ
Assamese
মাষ্টডনলৈ ঢাপলি মেলিছে টুইটাৰ ব্যৱহাৰকাৰী কিন্তু কি এই মাষ্টডন
Assamese
৭খন আসনৰ গাড়ী এখন কিনিব খুজিছে কিন্তু যথেষ্ট দাম কম দামত ডাঙৰ গাড়ী ক ত পাব
Assamese
যদি আপুনি ফেচবুকটুইটাৰত অসন্তুষ্ট তেন্তে চৰকাৰৰ ওচৰত অভিযোগ কৰক ৩ মাহত অভিযোগ সমিতি গঠন কৰা হ ব
Assamese
ডাৰ্টি বোমা কি কিমান বিপদজনক এই গণবিধ্বংসী অস্ত্ৰ
Assamese
হোৱাটছএপ ডাউন ব্যৱহাৰকাৰীসকলে বাৰ্তা প্ৰেৰণ কৰাত হৈছে অক্ষম
Assamese
২০২৩ চনৰ জুনত ইছৰোৱে আৰম্ভ কৰিব চন্দ্ৰযান৩ চি৩ অভিযান
Assamese
ইছৰোৰ দ্বাৰা আটাইতকৈ গধুৰ ৰকেট এলভিএম এম ৱানৱেব ইণ্ডিয়া১ আৰু ৩৬ উপগ্ৰহৰ সফল উৎক্ষেপণ
Assamese
ফটোত দেখা পোৱা দৈত্যকায় চেহেৰাটো কাৰ জানেনে জানিলে গাৰ নোম শিঁয়ৰি উঠিব আপোনাৰ
Assamese
আজিৰে পৰা আৰম্ভ হব জিঅ সেৱা দেশৰ ভিতৰতে প্ৰথম সেৱা প্ৰদান কৰিব জিঅই
Assamese
দেৱালী উপলক্ষে ৰিলায়েন্স জিঅ ৰ অ ফাৰ ৬৫০০ টকাৰ সুবিধাৰ লগতে চেট টপ বক্স বিনামূলীয়া
Assamese
ক অতিক্ৰম কৰি দেশৰ সৰ্ববৃহৎ ফিক্সড লাইন সেৱা প্ৰদানকাৰী প্ৰতিষ্ঠান হিচাপে পৰিগণিত হল ৰিলায়েন্স জিঅ
Assamese
ৰ মহাকাশযানে বিস্ফোৰণ কৰা উল্কাপিণ্ড মহাকাশত বিয়পিল ১০০০০ কিলোমিটাৰলৈ
Assamese
কাইলৈৰ পৰা শুভাৰম্ভ ৰিলায়েন্স জিঅ ৰ ট্ৰু ৫জি বিটা ট্ৰায়েল চাৰি চহৰে পাব এই সেৱা
Assamese
ত কোনে আপোনাক কৰিছে এই কৌশলটোৰ সৈতে মুহূৰ্ততে বিচাৰি উলিয়াওক
Assamese
বেটাৰী আৰু ইন্ধন শেষ ৮ বছৰৰ পাছত মহাকাশৰ পৰা বিদায় ল ব ভাৰতৰ মঙলযানে
Assamese
দেশত আৰম্ভ হল সেৱা আৰ্থিকভাৱে কিমান লাভৱান হব ভাৰত জানি লওক
Assamese
আৰু অধিক উন্নত আৰু গতিশীল ইণ্টাৰনেট সেৱা বিপ্লৱৰ সাক্ষী হল ভাৰত
Assamese
য়ে অৰ্থনীতিৰ সকলো ক্ষেত্ৰতে আধুনিকীকৰণ সম্ভৱ কৰিব তুলিব মুকেশ আম্বানী
Assamese
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নিৰীক্ষণ কৰিলে ৰিলায়েঞ্চ জিঅ সেৱা আকাশ আম্বানীয়ে সদৰি কৰিলে তথ্য
Assamese
সুখবৰ এই জেট চুটৰ সহায়ত আপুনিও আইৰন মেনৰ দৰে উৰিব পাৰিব
Assamese
সুখবৰ প্ৰধানমন্ত্ৰী মোদীয়ে আজি দেশত আৰম্ভ কৰিব সেৱা আৰু য়ে প্ৰদৰ্শন কৰিব কেছ ভেমনষ্টেচন
Assamese
এতিয়া আপুনি নম্বৰ অবিহনে হোৱাটছএপ চলাব পাৰে এইটো এটা অতি সহজ উপায়
Assamese
ৰ নতুন সুবিধা ব্যৱহাৰকাৰীসকলে প্ৰেৰণ কৰা বাৰ্তাটো সম্পাদনা কৰাৰ সুযোগ পাব
Assamese
অন্ত হ ব অপেক্ষাৰ ১ অক্টোবৰত মুকলি হ ব পাৰে সেৱা প্ৰধানমন্ত্ৰী মোদীয়ে কৰিব পাৰে মুকলি
Assamese
মঙ্গল গ্ৰহত নাছাৰ ৰভাৰে সূৰ্যৰ সৈতে সম্পৰ্কিত এনে ঘটনা দেখিছে যি কেৱল পৃথিৱীত সংঘটিত হয় জানো আহক
Assamese
ৰ নতুন সুবিধা সহজে বিচাৰি পাব পুৰণি বাৰ্তা ঘণ্টাৰ পিছত ঘণ্টা স্ক্ৰল কৰাৰ দিন শেষ
Assamese
ত নতুন সুবিধা নতুন কেমেৰা চৰ্টকাট সুবিধা শীঘ্ৰেই আহি আছে
Assamese
আপোনাৰো যদি ৰ এই ফোনটো আছে তেন্তে সাৱধান বেটাৰী বিস্ফোৰণ ঘটি মৃত্যু মহিলাৰ
Assamese
নকিয়াৰ ক্লাছিক ফ্লিপ ফোনটো পুনৰ ঘূৰি আহিছে ইয়াৰ মূল্য কিমান জানক
Assamese
ৰ সেৱা এই সপ্তাহতে মুকলি হ ব পাৰে ১৩ খন মহানগৰত
Assamese
ডুবাইবেংগালুৰু এমিৰেটছ বিশ্বৰ সৰ্ববৃহৎ যাত্ৰীবাহী বিমানখনৰ আছে আশ্চৰ্যকৰ বৈশিষ্ট
Assamese
ভাৰতৰ ঐতিহাসিক অভিযানৰ উৎক্ষেপণ সম্পূৰ্ণ উপগ্ৰহৰ চূড়ান্ত স্থিতিৰ বাবে অপেক্ষা
Assamese
চৰকাৰে ৩৪৮ টা মোবাইল এপ নিষিদ্ধ কৰিছে ভাৰতীয় ব্যৱহাৰকাৰীৰ তথ্য চীনলৈ প্ৰেৰণ কৰিছিল এই এপবোৰে
Assamese
ৰ নতুন আপডেট এতিয়া এডমিনসকলে ইচ্ছামতে গ্ৰুপত মেছেজ ডিলিট কৰিব পাৰে
Assamese
ভাৰতত বিশ্বৰ আটাইতকৈ উন্নত নেটৱৰ্ক আৰম্ভ কৰিবলৈ সাজু হৈছে সম্পূৰ্ণ হল দেশৰ প্ৰথমটো ৫জি স্পেকট্ৰামৰ নিলাম
Assamese
২০২২ চনৰ শেষলৈকে দেশত আৰম্ভ হ ব সেৱা কেন্দ্ৰীয় টেলিকম মন্ত্ৰীৰ আশা
Assamese
এবাৰ ব্যৱহাৰ্য প্লাষ্টিকেৰে ইটা নিৰ্মাণ কৰি উলিয়ালে কলিয়াবৰ মহাবিদ‍্যালয়ৰ এগৰাকী অধ‍্যাপকে পেটেণ্ট পোৱাৰ প্ৰক্ৰিয়াত এই প্ৰযুক্তি
Assamese
আপুনি জানেনে ভাৰতত এক নম্বৰ মটৰ চাইকেল কোনখন ইয়াৰ বিক্ৰী কিমান
Assamese
সাৱধান হওক চিম কাৰ্ডৰ জৰিয়তে বেংক একাউণ্ট মুহূৰ্ততে খালী হৈ পৰিব পাৰে
Assamese
আপোনাৰ ত কেইটা ছিম সক্ৰিয় হৈছে আছে অনলাইনত চাব পাৰে অতি সহজে
Assamese
বাম্বল ইয়াৰ নতুন পদক্ষেপ সুৰক্ষাৰ সৈতে থিয় হৈছে
Assamese
আনলিমিটেড কল আৰু বাম্পাৰ ডাটাৰ সস্তা ৰিচাৰ্জ কাৰ প্লান অধিক লাভজনক
Assamese
এতিয়া ভোটাৰ আইডি কাৰ্ড আধাৰৰ সৈতে সংযোগ কৰিব লাগিব চৰকাৰে জাৰি কৰিলে অধিসূচনা
Assamese
প্লাণ্ট মেনেজাৰ আৰু অন্যান্য পদৰ বাবে সোনকালে অনলাইন আবেদন কৰক মাহে লাখ টকালৈকে দৰমহা ইয়াত কৰক আৱেদন
Assamese
ব্যৱহাৰকাৰীসকল সুৰক্ষিত নহয় সুৰক্ষিত থাকিবলৈ দ্ৰুততাৰে ছেটিংছ সলনি কৰক
Assamese
ক্ৰয় কৰাৰ শীৰ্ষ ৫টা কাৰণ কিয় আপুনি ইয়াক ক্ৰয় কৰা উচিত বুলি বিবেচিত হ ব পাৰে
Assamese
এ গ্ৰাহকলৈ লৈ আহিছে দুটাকৈ প্ৰিপেইড প্লান পাব বহু সুবিধা
Assamese
মহাকাশৰ আটাইতকৈ ডাঙৰ ধুমকেতুটো পৃথিৱীৰ ইমান ওচৰত স্তম্ভিত
Assamese
আপুনি ভুল বাৰ্তা প্ৰেৰণ কৰিলেও চিন্তা নকৰিব এ সুবিধা লৈ আহিছে
Assamese
হোৱাটছএপৰ গুৰুত্বপূৰ্ণ নাগৰিক সেৱা হ বলৈ গৈ আছে ইয়াক কি কামত কেনেদৰে ব্যৱহাৰ কৰিব
Assamese
আপুনি জানেনে ভাৰতীয় ৰে লত ১১ প্ৰকাৰৰ হৰ্ণ থাকে প্ৰতিটো হৰ্ণৰ অৰ্থও বেলেগ বেলেগ
Assamese
ত এতিয়াৰ পৰা নতুন নিয়ম আৰম্ভ নাথাকিব জালিয়াতিৰ ভয়
Assamese
ত বিচাৰে নেকি এই সহজ পৰামৰ্শবোৰ অনুসৰণ কৰক
Assamese
এতিয়া একাধিক স্মাৰ্টফোনত হোৱাটছএপ একাউণ্ট এটা ব্যৱহাৰ কৰিব পাৰিব পৰিৱৰ্তনবোৰ সোনকালেই আহি আছে
Assamese
গুগল ট্ৰেন্সলেটত অন্তৰ্ভুক্ত হ ল অসমীয়া ভাষা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে দিলে এই বাৰ্তা
Assamese
৫ লাখ টকাতে ঘৰলৈ লৈ আনক এখন গাড়ী মধ্যবিত্ত শ্ৰেণীৰ চাৰিচকীয়াৰ সপোনটো কেনেদৰে পূৰণ হ ব চাওক
Assamese
৯০ দশকত ভাইৰেল হোৱা ডেন্সিং বেবীয়ে লাভ কৰিছে ৰূপ অচিৰেই আপোনাৰ মোবাইলত মাৰিব ভুমুকি
Assamese
সলনি হৈছে টুইটাৰ ভিডিঅ ৰ পৰা ফটো পোষ্টলৈ এটা ডাঙৰ পৰিৱৰ্তন নতুন নিয়মবোৰ জানক
Assamese
এই মাহতে ফেচবুকে বন্ধ কৰিব দুটা জৰুৰী সেৱা নকৰে লোকেচন ডাটা সংগ্ৰহ জানি লওক সবিশেষ
Assamese
এইবাৰ স্কুলৰ গৰমৰ বন্ধ হ ব পাৰে অতি ৰোমাঞ্চকৰ চোটা ভীম ক আদৰণি জনালে জিঅ গেমছে
Assamese
নহ ব ব্যৱহাৰকাৰীসকলে টকা পৰিশোধ কৰিব লাগিব এ কি ইংগিত দিলে
Assamese
১১ মে ত মুকলি হ ব নতুন এবাৰ চাৰ্জত ৪০০ কিলোমিটাৰলৈ দৌৰিব
Assamese