text stringlengths 1 2.59k ⌀ | language stringclasses 10
values |
|---|---|
ইতিহাস গঢ়া মৰক্কোৰ জয়ৰ পিছত ভাইৰেল হৈ পৰিছে ছাকিৰাৰ টুইটদিছ টাইম ফৰ আফ্ৰিকা | Assamese |
জলবায়ু পৰিৱৰ্তনৰ প্ৰত্যাহ্বানত বিশ্ববিদ্যালয়সমূহৰ ভূমিকা | Assamese |
বিহু বিষয়ক দুটামান প্রশ্ন | Assamese |
আৰু মাথো এখোজ তাৰ পাছতেই হাতৰ মুঠিত সোণালী পৰী | Assamese |
এখন ধুনীয়া কিতাপ | Assamese |
হিন্দী বনাম অহিন্দী | Assamese |
দেশৰ উঠি অহা প্ৰজন্মক গণতান্ত্ৰিক প্ৰমূল্যবোধৰ শিক্ষা দিব নিবিচাৰে নেকি মোদী চৰকাৰে | Assamese |
ক্ষুধাৰ গ্ৰাসত বিশ্ববিশ্ববাসী নে ভাৰতীয় কাৰ ত্ৰাণকৰ্তাৰ ৰূপত মোদী | Assamese |
আগন্তুক দিনৰ জাননী | Assamese |
কাটাৰত এমবাপেৰ জীৱনলৈ নতুন প্ৰেম ৰজ অতীত হল নেকি ট্ৰেন্স মডেল ইননেছ ৰাউ | Assamese |
ভিজিলেঞ্চৰ জালত দুই লুণ্ঠনকাৰী বিষয়া অভিযানত উদ্ধাৰ টকাৰ পাহাৰ চলি আছে সম্পত্তিৰ হিচাপ | Assamese |
সহ্য নহয় ভনীয়েকৰ প্ৰেমিকক খঙত ভনীয়েকক ডিঙি কাটি হত্যা কটা মূৰ লৈ থানাত হাজিৰ ককায়েক | Assamese |
মণিপুৰৰ হিংসাৰ বাবে আৰ এছ এছ বিজেপিক জগৰীয়া অখিল গগৈৰ ৰাষ্ট্ৰপতিৰ শাসনৰ আহ্বান | Assamese |
আইৰ মুখৰ মাত | Assamese |
উত্তৰ ঔপনিবেশিক চিন্তাসূত্ৰৰ সীমা পাৰ হৈ উত্তৰউত্তৰ ঔপনিবেশিকতাবাদ | Assamese |
চাণক্য নীতিএনে ব্যক্তিৰ প্ৰেমত পৰিলে গোটেই জীৱন অন্ধকাৰ বিয়াৰ পিছতো ভুগিব চৰম অশান্তিত | Assamese |
নগাঁৱত ৰহস্যজনকভাৱে মৃত অৱস্থাত উদ্ধাৰ দুটাকৈ হাতী | Assamese |
মণিপুৰ জ্বলিছে দুমাহ ধৰি তোমালোকৰ কোনো খবৰ নাই বলিউডৰ চেলিব্ৰিটিসকলক এজাউৰি লিন লাইশ্ৰমৰ | Assamese |
প্ৰটকল বিশেষাধিকাৰ নহয় উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশৰ আচৰণত অসন্তুষ্ট দেশৰ মুখ্য ন্যায়াধীশ | Assamese |
কংগ্ৰেছৰ সৈতে জড়িত পৰিয়াল ৰাহুলৰ গোচৰৰ পৰা আঁতৰিব বিচাৰিছিল উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ | Assamese |
মণিপুৰ কাণ্ডত নতুন বিতৰ্ক বিবস্ত্ৰা কৰি মহিলা দুগৰাকীক খোজ কঢ়োৱাৰ কথা আগতেই জানিছিল ৰাষ্ট্ৰীয় মহিলা আয়োগে | Assamese |
সাক্ষাৎকাৰৰ নামত হোটেললৈ মাতি আনি অভিনেত্ৰীক ধৰ্ষণ আৰক্ষীক অভিযোগ ভুক্তভোগীৰ | Assamese |
জনতা ভৱনত বাবা ৰামদেব লক্ষ্য সাম্ৰাজ্য বিস্তাৰ | Assamese |
ৰামদেৱৰ পতঞ্জলি ৰুচি ছয়াক ধনী কৰিবলৈকে উত্তৰপূৰ্বাঞ্চলৰ বনাঞ্চল ধ্বংস কৰিব খুজিছে মোদী চৰকাৰে প্ৰদ্যুৎ বৰদলৈ | Assamese |
অসমীয়া সমাজসংস্কৃতিৰ ৰেহৰূপ | Assamese |
দুদিন ধৰি চলা নিলামত ১০টা দলে ক্ৰয় কৰিলে মুঠ ২০৪গৰাকী ক্ৰিকেটাৰক চাওক সম্পূৰ্ণ তালিকা | Assamese |
জুকাৰবাৰ্গৰ বেয়া দিন ধনীৰ তালিকাত তেওঁক অতিক্ৰমি আগবাঢ়িল আদানি আৰু আম্বানি | Assamese |
জনপ্রিয়তা হেৰুৱাইছে ১৭বছৰত প্ৰথমবাৰ হ্ৰাস পালে ব্যৱহাৰকাৰীৰ সংখ্যা কিমান পালে হ্রাস | Assamese |
১৫ ফেব্ৰুৱাৰীৰ পৰা কোভিডৰ সকলো প্ৰত্যাহাৰ জনতা ভৱনত সংবাদমেল পাতি আৰু কি কি কলে মুখ্যমন্ত্ৰীয়ে | Assamese |
ৰাজ্যৰ গ্ৰামাঞ্চলত ব্যৱসায় কৰিবলৈ এতিয়াৰে পৰা প্ৰয়োজন নহব কোনো ট্ৰেড লাইচেন্সৰ | Assamese |
কেন্দ্ৰীয় বাজেট ২০২২কি কি ঘোষণা বিত্তমন্ত্ৰী সীতাৰমনৰ উত্তৰ পূৰ্বাঞ্চলৰ বাবে কি ভাল খৱৰ | Assamese |
ফৰাচী যোদ্ধাৰ আগত নতশিৰ ব্ৰিটিছ বাহিনী ইংলেণ্ডৰ সপোন চূৰ্ণ কৰি ছেমি ফাইনেলত ফ্ৰান্স | Assamese |
তীব্ৰ উত্তেজনামূলক যুঁজত নেদাৰলেণ্ডক হৰুৱাই ফুটবল বিশ্বকাপৰ ছেমি ফাইনেলত আৰ্জেণ্টিনা | Assamese |
পৰ্তুগালৰ বিদায় ইতিহাস গঢ়ি বিশ্বকাপ ফুটবলৰ ছেমি ফাইনেলত মৰক্কো | Assamese |
নায়ক ডমিনিক লিভাকোভিচ ব্ৰাজিলক পৰাস্ত কৰি বিশ্বকাপ ফুটবলৰ ছেমি ফাইনেলত ক্ৰোৱেছিয়া | Assamese |
দুৰ্ভাগ্য বিপক্ষৰ বেটাৰক পেভিলিয়নমুখী কৰাৰ প্ৰচেষ্টাত চাৰিটা দাঁত হেৰুৱালে শ্ৰীলংকাৰ ক্ৰিকেটাৰে | Assamese |
প্রতিশ্ৰুতিৰ বানপানী আৰু গৰাখহনীয়া | Assamese |
হৃদয় বিদাৰক ক্ৰিকেট খেলি থাকোতে হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু দশম শ্ৰেণীৰ ছাত্ৰৰ | Assamese |
কিয় হিন্দী বাধ্যতামূলক কৰিব লাগে | Assamese |
খেলপথাৰলৈ ঘুৰি আহিল চাম্বাৰ ছন্দ দক্ষিণ কোৰিয়াক বিদায় দি কোৱাৰ্টাৰ ফাইনেলত ব্ৰাজিল | Assamese |
বহিৰাগতৰ চক্ৰান্ত | Assamese |
চাৰি প্ৰতিষ্ঠানৰ চামিলকৰণ আৰু ভাৰতীয় চলচ্চিত্ৰৰ ভৱিষ্যৎ | Assamese |
কাটাৰত জমি উঠিছে খেল কোৱাৰ্টাৰত নেডাৰলেণ্ডৰ মুখামুখি হব আৰ্জেণ্টিনা | Assamese |
বিশ্বকাপ খেলিবলৈ অহা তাৰকাৰ সতীৰ্থৰ পত্নীৰ সৈতে অবৈধ সম্পৰ্কৰ অভিযোগ | Assamese |
অধ্যক্ষৰ আসনখন | Assamese |
বিশ্বকাপ ফুটবলত এছিয়াৰ জয়জয়কাৰ পৰ্তুগালক পৰাস্ত কৰি নকআউটত দক্ষিণ কোৰিয়া | Assamese |
বিধবা কিয় ৰং বিবৰ্জিতা | Assamese |
ভুক্তভোগী মণিপুৰী মহিলাৰ স্বামী তথা অৱসৰপ্ৰাপ্ত সেনা বিষয়াৰ ভাষ্যই কঁপাইছে দেশ | Assamese |
ৰাজ্য সভাৰ সদস্য নিৰ্বাচন | Assamese |
জাতি সমস্যা সাম্প্ৰদায়িকতাবাদ আৰু ভাৰতীয় মহাজাতীয়তাৰ সমস্যা এক ঐতিহাসিক অৱলোকন | Assamese |
বিশ্ব জলবায়ু সংকট আৰু অসম | Assamese |
যদিহে কেন্দ্ৰই সঠিক সময়ত হস্তক্ষেপ কৰিলেহেতেঁন তেন্তে এনে ঘটনা নঘটিলেহেতেঁন ইৰম শৰ্মিলা | Assamese |
ইছৰোৱে দিছে খবৰ সহজেই কক্ষপথ সলনি কৰি চন্দ্ৰৰ ওচৰলৈ গতি কৰিছে চন্দ্ৰযান৩ | Assamese |
এফালে বিবস্ত্ৰা মণিপুৰৰ কন্যা আনফালে যৌন নিৰ্যাতনৰ গোচৰত বিজেপিৰ ব্রিজ ভূষণক মঞ্জুৰ জামিন | Assamese |
মণিপুৰত বীভৎস গণ ধৰ্ষণৰ মূল অভিযুক্ত হুইৰেম হেৰোদাছৰ ঘৰ জ্বলাই দিলে একাংশ মহিলাই | Assamese |
আমাক বিবস্ত্ৰা আৰু ধৰ্ষণ কৰাৰ সময়ত সহায়ৰ সলনি পলায়ন কৰিছিল আৰক্ষীয়ে মণিপুৰৰ ভুক্তভোগী মহিলাৰ ভাষ্য | Assamese |
সামাজিক মাধ্যমত বিয়পি পৰা ভূৱা খবৰেই কাল হল নেকি মণিপুৰৰ ধৰ্ষণৰ আঁৰৰ কাহিনী | Assamese |
ৰ ত লেনদেনৰ সীমা বৃদ্ধি লগোৱা হব বৰ্দ্ধিত চাৰ্জ কাইলৈৰ পৰা সলনি হব এইবোৰ নিয়ম | Assamese |
ৰাজ্যত সক্ৰিয় গৰুৰ চিণ্ডিকেট মঙলদৈত অবৈধভাৱে সৰবৰাহ কৰা গৰুৰ সৈতে দুজনক গ্ৰেপ্তাৰ | Assamese |
সংসদত বাজেট উত্থাপন কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনৰ আশাপ্ৰত্যাশাৰ চাপৰ প্ৰতিফলন | Assamese |
ফেব্ৰুৱাৰী মাহত কিমান দিন ধৰি বন্ধ থাকিব বেংক জানক সম্পূৰ্ণ তালিকা | Assamese |
দাম বাঢ়িল মাৰুতি গাড়ীৰ ৪.৩শতাংশ পৰ্যন্ত দাম বঢ়ালে কোম্পানীয়ে | Assamese |
মহানগৰীত উৰুকাৰ উছাহ গুৱাহাটীত উৰুকাৰ নিশা বিক্ৰী হল ২.৭৫কোটি টকাৰ বিলাতী সুৰা | Assamese |
উজনী অসমৰ কয়লা চিণ্ডিকেটক লৈ সৰৱ দুই সংগঠন বিজেপিৰ নেতৃত্বত চিণ্ডিকেট চলাৰ অভিযোগ | Assamese |
চলিত সপ্তাহৰ অন্তত টাটা গোটৰ হাতলৈ যাব এয়াৰ ইণ্ডিয়া | Assamese |
ভোগালী বিহুক আদৰিবলৈ প্ৰস্তুতি বিশ্বনাথৰ এদল মহিলাৰ | Assamese |
ইতিহাস গঢ়াৰ পথত কাটাৰ বিশ্বকাপ ২২পুৰুষ ফুটবলাৰৰ মেচ পৰিচালনাত ৩ মহিলা ৰেফাৰী | Assamese |
বিশ্ব ফুটবলত এছিয়াৰ মহাশক্তি স্পেইনক হৰুৱাই জাৰ্মানীকো বিশ্বকাপৰ বাহিৰ কৰিলে জাপানে | Assamese |
শাৰীৰিক অসুস্থতাৰ বাবে চিকিৎসালয়ত ভৰ্তি ফুটবল সম্ৰাট পেলে কেনে আছে কিংবদন্তি খেলুৱৈগৰাকী | Assamese |
বিশ্বকাপ ফুটবলত বৃহৎ অঘটন ব্ৰাজিলক পৰাস্ত কৰি ইতিহাস গঢ়িলে কেমেৰুনে | Assamese |
ফিফা বিশ্বকাপঃ চৌদি আৰৱৰ খেলুৱৈৱে লাভ নকৰে ৰোলছ ৰয়েছ বাহন | Assamese |
বিজয় হাজাৰে ট্ৰফীত ৰিয়ান পৰাগৰ ১১৬ টা বলত ১৭৪ ৰাণৰ বিস্ফোৰক ইনিংছ মুগ্ধ ক্ৰিকেট অনুৰাগী | Assamese |
ভাৰতীয়গিৰি মজা | Assamese |
৬ টা বলত ৭ টা ছয় ইতিহাস গঢ়িলে ৰুতুৰাজে দুৰ্যোগ নামিল কোন বলাৰৰ | Assamese |
প্ৰসঙ্গঃ ৰাছিয়াইউক্ৰেইনৰ যুদ্ধ ৰাছিয়াৰ বাবে দ্বিতীয় আফগানিস্তান হোৱাৰ দিশত ইউক্ৰেইন | Assamese |
বহনক্ষম ভৱিষ্যত আৰু বিজ্ঞানপ্ৰযুক্তিবিদ্যা | Assamese |
বৰ্তি থকাৰ যুঁজ মেক্সিকোৰ বিৰুদ্ধে ২০ গলত জয় আৰ্জেণ্টিনাৰ ছন্দলৈ উভতিল মেছি | Assamese |
ভাৰতীয় অলিম্পিক সন্থাৰ সভাপতি হিচাপে নিৰ্বাচিত কিংবদন্তি স্প্ৰিণ্টাৰ পি টি উষা | Assamese |
বি.এডব্যক্তিগত খণ্ড আৰু শিক্ষাৰ্থী | Assamese |
নিউক্লীয় যুদ্ধৰ প্ৰচ্ছায়াত | Assamese |
গৌৰৱান্বিত ৰাজ্যৰাষ্ট্ৰপতিৰ হাতৰ পৰা অৰ্জুন বঁটা গ্ৰহণ কৰিলে কমনৱেলথ স্বৰ্ণজয়ী নয়নমণিয়ে | Assamese |
মণিপুৰ কাণ্ড সামাজিক মাধ্যমত আপৰ ব্যাপক ট্ৰেণ্ডিং অভিযান | Assamese |
গুৱাহাটীত আকৌ বৃদ্ধি পালে গাখীৰৰ মূল্যকিমান বৃদ্ধি পালে | Assamese |
কাশ্মীৰ ফাইলছ্ | Assamese |
নিজৰ মৌনতা ভাঙক ফোনতে মণিপুৰ ঘটনাটো প্ৰিয়জনৰ সৈতে এবাৰ পাতক | Assamese |
দুই কুকি মহিলাক উলংগ কৰি পেৰেড মাত্ৰ এগৰাকী অভিযুক্তক গ্ৰেপ্তাৰ | Assamese |
কড়িখেলাৰ সাধুআত্মজৈবনিক এক সৃষ্টিশীল নিৰ্মাণ | Assamese |
প্ৰসংগ মণিপুৰ কাণ্ডঃ চৰকাৰে ব্যৱস্থা নললে আমি লম বজ্ৰকণ্ঠে ঘোষণা উচ্চতম ন্যায়ালয়ৰ | Assamese |
মণিপুৰৰ নৃশংসতাই জোকাৰিছে দেশ তথাপি নিৰ্বাক মোদী তীব্ৰ সমালোচনা ৰাহুল গান্ধীৰ | Assamese |
চাকৰিৰ প্ৰলোভনেৰে ডিব্ৰুগড়ৰ যুৱতীক হাৰিয়ানাত বিক্ৰীবলপূৰ্বকভাৱে দিয়া হল বিয়া | Assamese |
মণিপুৰৰ নৃশংস নাৰী উৎপীড়ন কাণ্ডই কঁপাইছে দেশদুই কুকি মহিলাক পথত উলংগ কৰি সমদল দলবদ্ধ ধৰ্ষণৰ অভিযোগ | Assamese |
প্ৰসংগ মণিপুৰ শতাধিক লোকৰ মৃত্যুত হৃদয় বিগলিত নোহোৱা প্ৰধানমন্ত্ৰী মোদীৰ মৌনব্ৰত ভংগ | Assamese |
শতবৰ্ষ গৰকিবলৈ ওলোৱা লেখক চাহশিল্পৰ বিশেষজ্ঞ প্ৰদীপ চন্দ্ৰ দত্ত আৰু নাই | Assamese |
ৰাজ্যত সামগ্ৰিক দুগ্ধ বিকাশৰ বাবে অসম চৰকাৰৰ এনডিডিবিৰ সৈতে বুজাবুজি চুক্তি স্বাক্ষৰ | Assamese |
দেশৰ পূব তথা উত্তৰপূব অঞ্চলক সাগৰীয় পথেৰে সংযোগ সন্দৰ্ভত কেন্দ্ৰীয় মন্ত্ৰী সোণোৱালৰ বৈঠক | Assamese |
কৰনাৰ ৰঙা চকু ধুবুৰী এছবিআইৰ প্ৰধান শাখা কাৰ্যালয় কন্টেইনমেন্ট জন ঘোষণা | Assamese |
ভাল খৱৰ অহা এপ্ৰিলত আৰম্ভ হব অসম সমবায় মৰাপাট কলৰ দ্বিতীয় প্ৰকল্পৰ কাম | Assamese |
ভ্ৰমণ বিলাসী ধনকুবেৰ ৬০০ কোটি টকা খৰচ কৰি ক পৰা ঘুৰি আহিল এইগৰাকী মহাজন | Assamese |
কৰ্মচাৰীৰ অভাৱত হাৰাশাস্তি গ্ৰাহকৰ অসম গ্ৰামীণ বিকাশ বেংকৰ বামুন্দী শাখাত অচলাৱস্থা | Assamese |
অসমলৈ চৰকাৰী বাছ চলোৱাৰ সিদ্ধান্ত পশ্চিমবংগ চৰকাৰৰ ২৬ ডিচেম্বৰত আৰম্ভ হব এই বাছসেৱা | Assamese |
Subsets and Splits
No community queries yet
The top public SQL queries from the community will appear here once available.