text stringlengths 1 2.59k ⌀ | language stringclasses 10
values |
|---|---|
এসপ্তাহ নৌহওতেই ভাঙি পৰিল মোদীয়ে উদ্বোধন কৰা বীৰ সাৱৰকাৰ আন্তৰ্জাতিক বিমানবন্দৰ ছাদ | Assamese |
কাইলৈ বিশ্ব পৰিৱেশ দিৱস আহক পৃথিৱীখনক বাসোপযোগী কৰি ৰাখো | Assamese |
বিশ্ব পৰিবেশ দিৱস ২০২২ষ্টকহমৰ পিচৰ অৰ্ধশতিকা | Assamese |
হিংসাত্মক পৰিস্থিতিৰ মাজতে মণিপুৰৰ মুখ্যমন্ত্ৰীৰ পদত্যাগৰ দাবী অসম নাগৰিক সমাজৰ | Assamese |
গুৱাহাটীত ৰহস্যজনকভাৱে উদ্ধাৰ মণিপুৰৰ এগৰাকী যুৱতীৰ মৃতদেহ | Assamese |
চাণক্য নীতিএগৰাকী মহিলাৰ সান্নিধ্যতে সন্তুষ্ট নহয় এনে পুৰুষক চিনি পোৱাৰ উপায় | Assamese |
নাই পৰ্যাপ্ত বন কৰ্মচাৰী সংকটত মানাহ ৰাষ্ট্ৰীয় উদ্যান | Assamese |
আৰক্ষী অধীক্ষক জিপি সিঙক সকীয়নী আলফা স্বা | Assamese |
বিজেপিৰ ৰণনীতিকাৰ সুভ্ৰস্থাৰ উত্তৰ পূৰ্বাঞ্চলৰ মহিলাক লৈ কৰা নীচ মন্তব্যক গৰিহণা আপ অসমৰ মহিলা শক্তিৰ | Assamese |
জিপি সিঙৰ ফেচবুক পোষ্ট মৰাণত আৰক্ষীৰ গুলীত আহত আলফা স্বাঃ লিংকমেন | Assamese |
তিনিগৰাকী কৃতি ছাত্ৰলৈ স্বৰ্গীয় ৰবীন হাতীবৰুৱা সোঁৱৰণী জলপানি | Assamese |
চুক্তি উলংঘনৰ অভিযোগটুইটাৰ ক্ৰয়ৰ প্ৰস্তাৱ বাতিল কৰিলে এলন মাস্কে | Assamese |
আচৰিত চখ পৃথিৱীৰ আটাইতকৈ ব্যয়বহুল নম্বৰ প্লেট ব্যয় ১৩২ কোটি টকা | Assamese |
পেকেট যুক্ত চাউল আটা পনীৰ দৈ গুৰ কি কি বস্তুৰ দাম বৃদ্ধি হব | Assamese |
দাম বেছি নহয় মধ্যবিত্তৰ বাবে মাৰুতিয়ে বজাৰলৈ আনিলে নতুন | Assamese |
কম বয়সতে বিৰাট সফলতা লাভ কৰা এগৰাকী ভাৰতীয় যুৱতী কণিকা তেকৰিৱাল | Assamese |
সোণৰূপৰ দাম বৃদ্ধি কিমান বাঢ়িল সোণৰূপৰ দাম | Assamese |
বাহুবলী প্ৰভাসৰ পাৰিশ্ৰমিক ১২০ কোটি টকা এইবাৰ চমক আদিপুৰুষত | Assamese |
আয়কৰ বিভাগৰ কঠোৰ নিয়মজৰিমনা নামানিলে অচল হৈ পৰিব পেন কাৰ্ড | Assamese |
অভিলেখ উইপ্ৰোৰ চিইঅ দৰমহাই কিমান শুনিলে চকু কপালত উঠিব আপোনাৰ | Assamese |
ফুটবলৰ কিংবদন্তী পেলেৰ মহাপ্ৰয়াণ মাতৃয়ে নাজানে পুত্ৰৰ বিয়োগৰ কথা | Assamese |
সুখবৰ নীলা জাৰ্চী পৰিধান কৰি অচিৰেই খেলপথাৰত বুমৰাহ | Assamese |
পেলেৰ কফিনৰ সৈতে চেলফি সমালোচনাৰ সন্মুখীন ফিফাৰ সভাপতি | Assamese |
নতুন বছৰৰ আৰম্ভণিতে দুঃসংবাদ কৰ্কট ৰোগত আক্ৰান্ত কিংবদন্তি টেনিছ খেলুৱৈ নাভ্ৰাটিলোভা | Assamese |
আকৌ যৌন কেলেংকাৰীত বিজেপিৰ মন্ত্ৰী হাৰিয়ানাৰ ক্ৰীড়া মন্ত্ৰীৰ বিৰুদ্ধে যৌন কেলেংকাৰীৰ অভিযোগ | Assamese |
তিনিবাৰৰ বিশ্বকাপ বিজয়ী পেলেৰ চিৰবিদায় কি লিখিলে সাম্প্ৰতিক বিশ্ব ফুটবলৰ মহাতাৰকা মেছিয়ে | Assamese |
ভয়ংকৰ পথ দুৰ্ঘটনাত গুৰুতৰভাৱে আহত ক্ৰিকেটাৰ ঋষভ পন্ট হাস্পাতালত ভৰ্তি | Assamese |
বিদায় দ্য কিং অৱ জগ বনিট.. | Assamese |
অৰ্থনীতিৰ বিপদ ঘন্টা বাজিছে | Assamese |
বৰদোৱা কাণ্ডৰ বিশ্লেষণ | Assamese |
কৰনা পেশীবহুল ৰাষ্ট্ৰ আৰু আশা | Assamese |
মহিলাৰ সৈতে অসৎ আচৰণৰ বাবে উলিয়াই দিয়া ব্যক্তিয়ে প্ৰতিশোধত জ্বলাই দিলে বাৰ মৃত ১১ জন | Assamese |
আম্বেদকাৰ নহয় কেৱল মহাত্মা গান্ধী আৰু তিৰুৱল্লুৱৰৰ ফটো থাকিব আদালততমাদ্ৰাজ উচ্চ ন্যায়ালয় | Assamese |
কাঁনৰ কথা কাঁনৰ পাৰ্শ্বজ্যোতি | Assamese |
অশনি সংকেত উৰুগুৱেৰ উপকূলত ২০০০ পেংগুইনৰ মৃতদেহ উদ্ধাৰ উদ্বিগ্ন জীৱবিজ্ঞানী | Assamese |
ৰাজতন্ত্ৰ মন্দিৰমছজিদ আৰু আধুনিক চেতনা | Assamese |
নৰেন্দ্ৰ মোডীৰ প্রাণীপ্ৰেম | Assamese |
অসমীয়াৰ মননশীলতা ১ | Assamese |
হিমন্ত বিশ্ব শৰ্মা চৰকাৰে সকলো পানীৰ বটলৰ বিক্ৰী নিষিদ্ধ কৰি ঘৰে ঘৰে খোৱা পানীৰ ব্যৱস্থা কৰক | Assamese |
যুদ্ধৰ খবৰ ইউক্ৰেইনৰ ক্লাষ্টাৰ বোমা আক্ৰমণত নিহত ৰাছিয়াৰ সাংবাদিক আহত আন ৩ সাংবাদিক | Assamese |
হিংসাৰ পৰা ৰক্ষা নপৰিল স্বাধীনতা সংগ্ৰামীৰ ঘৰো জীৱন্তে জ্বলাই দিয়া হৈছে তেওঁৰ পত্নীক | Assamese |
ডিমা হাচাওত কি হৈছে | Assamese |
বিশ্বায়ন আৰু বিশ্বব্যাপি দাৰিদ্ৰ্য | Assamese |
ডিব্ৰুগড়ত ৩ লাখ টকাসহ আটক আলফা স্বাধীন মহিলা লিংকমেন | Assamese |
প্ৰতিনিধিত্বমূলক অংশগ্ৰহণৰ সুযোগেই সংৰক্ষণ | Assamese |
আমি চোৰ ধৰো আৰু তেওঁলোকে উৎকোচ লৈ মুকলি কৰি দিয়ে ঘাইপথত শুই প্ৰতিবাদ হোমগাৰ্ডৰ | Assamese |
দ্বিতীয় বিশ্বযুদ্ধৰ পিছত আটাইতকৈ বৃহৎ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে বিশ্ব অৰ্থনীতিআইএমএফ | Assamese |
শীঘ্রেই দিছপুৰ মহাবিদ্যালয়ৰ হৰলুকি হোৱা ধন সোমাব একাউন্টতবেংক অফ বৰোডা কৰ্মচাৰী পৰিষদ | Assamese |
জিএছটিৰ ওপৰত কেন্দ্ৰ আৰু ৰাজ্য উভয়ৰে আইন প্ৰণয়ন কৰাৰ ক্ষমতা আছেউচ্চতম ন্যায়ালয় | Assamese |
ডোনাল্ড ট্ৰাম্পৰ ট্ৰুথ ছচিয়েলৰ জনপ্ৰিয়তাত উদ্বিগ্ন এলন মাস্ক কি হব টুইটাৰৰ | Assamese |
ভয়ংকৰ খৱৰমাৰ্ঘেৰিটাত কয়লা চোৰে নিয়োজিত কৰিছে বিদ্যালয় এৰা শিশুক | Assamese |
দৰেদামে মিলিল টুইটাৰ এতিয়া এলন মাস্কৰ নগদ ৪৪৪০কোটি ডলাৰত কৰিলে ক্ৰয় | Assamese |
অনিশ্চয়তাত মাস্কৰ টুইটাৰ ক্ৰয়ৰ চুক্তি৪৪ বিলিয়ন ডলাৰৰ টুইটাৰ চুক্তি স্থগিত | Assamese |
ছৌদি যুৱৰাজ আল ওৱালেড আৰু ধনকুবেৰ এলন মাস্কৰ মাজত টুইটাৰক লৈ বিবাদে আনিছে বিপদ | Assamese |
বিহুৰ পিছতে বৃদ্ধি পাব ফ্লেটৰ মূল্য কিন্তু কিয় | Assamese |
বিড়ম্বনা দুৰ্বৃত্তৰ দ্বাৰা প্ৰহৃত ব্ৰাজিলৰ বিশ্বকাপৰ প্ৰশিক্ষক টিটে | Assamese |
আইপিএল নিলামত টকাৰ উজান১৮.৫ কোটি টকাৰে আইপিএল ইতিহাসত সৰ্বাধিক দৰত বিক্ৰী খেলুৱৈত পৰিণত চেম কোৰান | Assamese |
ভাৰতীয় দলত আন এক সংকটএইবাৰ আঘাতৰ সন্মুখীন ভাৰপ্ৰাপ্ত অধিনায়ক লোকেশ ৰাহুল | Assamese |
বিশ্বজয়ৰ সুখ আকাংক্ষিত স্বৰ্ণ পৰী বুকুত সাবটি নিশাজুৰি সুখানুভূতিৰ স্বাদ ললে মহাসেনানীৰ মহানায়কে | Assamese |
টকাৰ মূল্যত বৃহৎ পতন প্ৰতি আমেৰিকান ডলাৰত হলগৈ ৭৭.৭২ টকা | Assamese |
আৰ্জেন্টিনাৰ হৈ বাজী লগাইছিল ১০ কোটি টকা আৰ্জেন্টিনা জিকিলকিন্তু নিজিকিল জুৱাৰী | Assamese |
জাতীয় নায়কৰ পৰা বৰ্ণবাদৰ চিকাৰলৈবিশ্বকাপত পৰাজয়ৰ পাছতে বৰ্ণবাদীৰ ৰোষত ফৰাচী খেলুৱৈ | Assamese |
আৰ্জেণ্টিনাই বিশ্বকাপ জয়ৰ পিছতো ফিফা ৰেংকিঙৰ শীৰ্ষত আছে ব্ৰাজিল | Assamese |
সোণৰ বল জিকিলে মেছিয়েপৰাজিত হৈও সোণৰ বুটৰ গৰাকী এমবাপে চাওক পুৰষ্কাৰৰ তালিকা | Assamese |
শিশুৰ শিক্ষা সুৰক্ষা আৰু প্ৰাপ্য অধিকাৰ | Assamese |
চৰকাৰক সমালোচনা মানেই দেশক বদনাম কৰা বুজাই নেকি | Assamese |
চন্দ্ৰৰ মাটিতো উদ্ভিদ গজে | Assamese |
উৎসৱ আৰু অধঃপতন | Assamese |
হোমেন বৰগোহাঞিমৃত্যু তিথিত শ্ৰদ্ধাঞ্জলি | Assamese |
প্ৰযুক্তিআধাৰিত আশাবাদ আৰু এটা বাজী | Assamese |
শ্ৰীলংকাৰ আৰ্থিক বিপৰ্যয়ৰ এক নিৰ্মোহ বিশ্লেষণ | Assamese |
এজন যোগ্য খেলুৱৈ হিচাপে বিশ্বকাপ জিকিছে মেছিয়ে কলে কিংবদন্তি পেলেই | Assamese |
বৰ্ষপূৰ্তিৰ চিন্তা মাইক্ৰফাইনেন্সৰ ঋণ ৰেহাইৰে চৰকাৰে ৰাজ্যৰ উন্নয়নত দৰাচলতে আঘাতহে হানিছে | Assamese |
হিন্দুত্ববাদ আৰু গণতন্ত্ৰ | Assamese |
ৰমজান পৱিত্ৰ ঈদ আৰু কিছু শিশু সাহিত্য | Assamese |
মদ খাই আহি বিচাৰিছিল চুমা খঙতে পত্নীয়ে চিঙি পেলালে স্বামীৰ জিভা | Assamese |
স্মৰণীয়বৰণীয়যিবোৰ কথাই আমাক প্ৰকৃত মানুহ হিচাপে গঢ়ি উঠাত বিশুদ্ধ অক্সিজেন দিয়ে | Assamese |
অৰুণাচল প্ৰদেশত আত্মসমৰ্পন কৰিলে দুই আলফা কেডাৰে | Assamese |
ধিক আৰক্ষী দেশৰ শ্ৰেষ্ঠ থানাৰ বঁটা পোৱা থানাখনৰ এলেকাতে সংঘটিত হৈছিল মণিপুৰৰ নাৰকীয় কাণ্ড | Assamese |
মণিপুৰত মহিলাক দলবদ্ধ ধৰ্ষণ আৰু নগ্ন কৰি খোজ কঢ়োৱা কাণ্ডৰ পঞ্চম অভিযুক্তক গ্ৰেপ্তাৰ | Assamese |
গুৱাহাটীৰ মালিগাঁও ৰেল লাইনত উদ্ধাৰ অচিনাক্ত মহিলা মৃতদেহ | Assamese |
কোটিৰ ওচৰত যোৱা জুন পৰ্যন্ত ভাৰতীয় নাগৰিকত্ব এৰা লোকৰ সংখ্যা জানিলে স্তম্ভিত হব আপুনি | Assamese |
কাজিৰঙাত উকা কেনভাচত ৰংতুলিকা বুলাই ঐতিহ্য ক্ষেত্ৰ কাজিৰঙাৰ ৰাজপথত মণিপুৰ কাণ্ডৰ প্ৰতিবাদ | Assamese |
প্ৰসঙ্গ মণিপুৰমুখ্যমন্ত্ৰীৰ তুচ্ছবাচ্যক সমালোচনা অজিৎ কুমাৰ ভূঞাৰ | Assamese |
অসুস্থ মণিপুৰ সেইদিনটোতে আৰু দুগৰাকী মহিলাক দলবদ্ধ ধৰ্ষণ আৰু হত্যাৰ অভিযোগ | Assamese |
মধ্যবিত্তৰ মূৰত মাধমাৰ পেট্ৰলডিজেল ৰন্ধন গেছৰ পিছত এইবাৰ ১ এপ্ৰিলৰ পৰা বাঢ়িব ঔষধৰ দাম | Assamese |
বিহু নাচৰ কৰ্মশালাৰ সমান্তৰালকৈ এতিয়া ঢোল প্ৰস্তুত কৰা শিল্পীৰ দোকানতো বাঢ়িছে ব্যস্ততা | Assamese |
মূল্যবৃদ্ধিৰ মাধমাৰ একেবাৰতে বাণিজ্যিক ৰন্ধন গেছৰ চিলিণ্ডাৰৰ দাম বাঢ়িল ২৫০টকা | Assamese |
পৰিৱৰ্তন ৰন্ধন গেছৰ প্ৰতিটো চিলিণ্ডাৰৰ দাম ৫০ টকাকৈ বৃদ্ধি | Assamese |
এদিনতে ২২৩কোটি টকাৰ ব্যৱসায় কৰি বাহুবলী২ অভিলেখ ভংগ কৰিলে ৰাজামৌলিৰ য়ে | Assamese |
জানি থওক কিমান বছৰৰ পুৰণি গাড়ীবাইকৰ বাবে পঞ্জীয়ন খৰচ পৰিব ৮ গুণ অধিক | Assamese |
অসমৰ বজাৰলৈ আহিল জেলেনস্কি | Assamese |
বহিৰাগত গামোচাৰ পৰিৱৰ্তে থলুৱা গামোচাৰে অসমৰ স্বাভিমান ৰক্ষা কৰাৰ প্ৰচেষ্টা কলিয়াবৰ কেন্দ্ৰীয় ছাত্ৰ সন্থাৰ | Assamese |
ৰাছিয়াইউক্ৰেইন যুদ্ধৰ প্ৰভাৱ গোৱালপাৰাৰ বজাৰত পাইকাৰী ব্যৱসায়ীৰ লুণ্ঠন | Assamese |
সকলো যন্ত্ৰণা আজি শেষ বিশ্বকাপ জয়ৰ পিছত নিজৰ অনুভৱ ব্যক্ত কৰি আৰু কি কলে মেছিয়ে | Assamese |
বিশ্বকাপ মেছিৰ নাটকীয় ফাইনেলত ৩৬ বছৰৰ পিছত টাইব্ৰেকাৰত বিশ্ব চেম্পিয়ন আৰ্জেণ্টিনা | Assamese |
ভাইৰাছৰ প্ৰাদুৰ্ভাৱ ফাইনেলৰ পূৰ্বে সংকটত ফ্ৰান্স শিবিৰ | Assamese |
ফুটবল অনুৰাগীৰ নয়নৰ মণি ভাইৰেল হৈ পৰিছে ১৩ বছৰ বয়সত দিয়া মেছিৰ প্ৰথম সাক্ষাৎকাৰ | Assamese |
মাত্ৰ ১৫ ৰাণত অল আউট টী২০ত সৰ্বনিম্ন স্কৰ বিশ্ব ৰেকৰ্ড | Assamese |
মৰক্কোক হৰুৱাই ফাইনেলৰ দিশে ফ্ৰান্স আৰ্জেন্টিনাৰ লগত ফাইনেল খেলিব ফ্ৰান্সে | Assamese |
Subsets and Splits
No community queries yet
The top public SQL queries from the community will appear here once available.