text stringlengths 1 2.59k ⌀ | language stringclasses 10
values |
|---|---|
আমাজনক ২০০ কোটি টকা জৰিমনা ৰিটেইলাৰ ফিউচাৰ ক্ৰয়ৰ চুক্তি বাতিল | Assamese |
দেশত গাড়ীৰ নাটনি ৭ লাখ গ্ৰাহকে মাহৰ পিছত মাহ ধৰি অপেক্ষা কৰিবলগীয়া হৈছে ফৰমাইচ দিয়া গাড়ী খনৰ বাবে | Assamese |
ভাৰতে পাকিস্তানত হবলগীয়া এছিয়া কাপ বৰ্জন কৰিলে পাকিস্তানেও ভাৰতলৈ খেলিবলৈ নাহেঃ ৰমিজ | Assamese |
খেলৰ ছয় মিনিটতে আগবাঢ়ি থাকিও ইকুৱেডৰ বিৰুদ্ধে ড্ৰ খেলিলে নেদাৰলেণ্ডে বাহিৰ হল আয়োজক দেশ কাটাৰ | Assamese |
উত্তেজনাপূৰ্ণ খেলত ঘানাক ৩২ ব্যৱধানত পৰাস্ত কৰি বিশ্বকাপ অভিযান আৰম্ভ ৰোনাল্ডোৰ পৰ্তুগালৰ | Assamese |
ছাৰ্বিয়াৰ বিৰুদ্ধে ৰিচাৰ্লিছনৰ দুটা গলেৰে ব্ৰাজিলৰ সপোনৰ আৰম্ভণি ছাম্বাৰ ছন্দত নাচি উঠিল লুচাইল ষ্টেডিয়াম | Assamese |
ফিফা বিশ্বকাপঃ কোষ্টাৰিকাক ৭০ গলৰ ব্যৱধানত পৰাজিত কৰি স্পেইনৰ বৃহৎ জয় | Assamese |
কেমেৰুনক ১০ গলত পৰাস্ত কৰি বিশ্বকাপত অভিযান আৰম্ভ কৰিলে চুইজাৰলেণ্ডে | Assamese |
হতবাক বিশ্ব ধূসৰ বিশ্বজয়ৰ স্বপ্নপ্ৰথম মেচতে স্বপ্নভংগৰ আশংকাত ডুবিল মেছি বাহিনী | Assamese |
নতুন এটা সঙ্কটৰ গ্ৰাসত দেশ | Assamese |
উত্তৰ প্ৰদেশৰ নিৰ্বাচনৰ সকীয়নি | Assamese |
সংবাদ মাধ্যমৰ প্ৰত্যাহ্বান | Assamese |
অপৰ আৰু আমি:প্ৰসংগ গায়ত্ৰী চক্ৰবৰ্তী স্পিভাক | Assamese |
জয়ৰ পুৰস্কাৰআৰ্জেন্টিনাৰ বিৰুদ্ধে জয়ৰ আনন্দত আজি ৰাষ্ট্ৰীয় বন্ধ ঘোষণা চৌদি আৰৱত | Assamese |
দুৰ্দান্ত যুঁজ দিও পৰাজিত ছেনেগাল কোডি গাকপো ক্লাচেনৰ গোলেৰে নেডাৰলেণ্ডৰ ৰোমাঞ্চকৰ জয় | Assamese |
হিজাব বিৰোধী প্ৰতিবাদত চামিল বিশ্বকাপত ইৰাণৰ ফুটবলাৰসকলে নাগালে ৰাষ্ট্ৰীয় সংগীত | Assamese |
গুৱাহাটীত এগৰাকী কণমাণিক ধৰ্ষণৰ চেষ্টা ৬০ বছৰীয়া ব্যক্তিৰ | Assamese |
বেংগালুৰুত দলবদ্ধ ধৰ্ষণৰ বলি অসমীয়া যুৱতী প্ৰেমিক আৰু চাৰি বন্ধুৱে কৰিলে ধৰ্ষণ | Assamese |
সুৰাপানৰ ফলত হোৱা যকৃতৰ ৰোগ আৰু অন্য কিছু কথা | Assamese |
প্ৰসঙ্গঃ ৰাছিয়াইউক্ৰেইনৰ যুদ্ধপদূলি মুখত শত্ৰুৰ শিবিৰ কাৰো কাম্য নহয় | Assamese |
বিজনলাল চৌধুৰীজাতীয়তাবাদৰ পৰা সমতাৰ সমাজলৈ যাৰ যাত্ৰা | Assamese |
ৰাছিয়াইউক্ৰেইন যুদ্ধ ইত্যাদি | Assamese |
হিমন্ত বিশ্ব শৰ্মা আৰু আজমলৰ সাম্প্ৰদায়িক ঘৃণাৰ বিৰুদ্ধে চিপিআই এম লতাশিল থানাত গোচৰ | Assamese |
বিজ্ঞান আৰু প্ৰযুক্তিৰ সমন্বয় সাধনপ্ৰত্যাশা আৰু বাস্তৱ | Assamese |
যুদ্ধয়ো ৰুদ্ধ কৰিব নোৱাৰে প্ৰেমৰ তাড়ণা | Assamese |
মণিপুৰৰ ইন্টাৰনেট কৰ্তন উচ্চ ন্যায়ালয়ৰ নিৰ্দেশত হস্তক্ষেপ কৰিবলৈ অস্বীকাৰ কৰিছে উচ্চতম ন্যায়ালয়ে | Assamese |
হীৰেন গোহাঁইৰ লেখনিত বৌদ্ধিক সমল নাই হীৰেন গোহাঁই এজন নৈৰাজ্যবাদী মানুহ হিমন্ত বিশ্ব শৰ্মা | Assamese |
সমষ্টি পুনৰ নিৰ্ধাৰণৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হল এ আই ইউ ডি এফ | Assamese |
সাম্প্ৰদায়িক মন্তব্য কৰিও টিঘিলঘিলনি মুখ্যমন্ত্ৰী হিমন্তৰ গ্ৰেপ্তাৰৰ দাবী প্ৰাক্তন মুখ্যমন্ত্ৰীৰ | Assamese |
আন ৰাজ্যৰ চৰকাৰক সমালোচনা কৰি থাকিলে বান সমস্যা সমাধান নহয় কেজৰিৱালক কটাক্ষ হিমন্ত বিশ্ব শৰ্মাৰ | Assamese |
ৰখাই থোৱা গাড়ীৰ পৰা আইনা ভাঙি মূল্যৱান সামগ্ৰী লৈ উধাও দুষ্কৃতিকাৰী | Assamese |
ফেচবুক কৰ্ণাৰ আছুৰ ক্ৰিয়া প্ৰতিক্ৰিয়াকলৈ সময় নষ্ট নকৰিব বুলন কুমাৰ শইকীয়াৰ ফেচবুক পোষ্ট | Assamese |
আজি আৰু কাইলৈ বেংকলৈ নাযাব কিন্তু কিয় | Assamese |
যোৰহাটৰ পৰা নাগালেণ্ডলৈ চোৰাংভাবে সৰবৰাহ কৰা ২৪টা কুকুৰ উদ্ধাৰ অসম আৰক্ষীৰ | Assamese |
দুদিনীয়া বেংক ধৰ্মঘটত বহিছে প্ৰায় ৯লাখ বেংক কৰ্মচাৰী সমস্যাত গ্ৰাহক | Assamese |
মাত্ৰ ১টকাত ৩০ দিনৰ ভেলিডিটি বিনামূলীয়া ডাটা কি এই ৰ ধামাকা প্লেন | Assamese |
নিশা চোৰৰ চাফাই অভিযান গোলাঘাট সদৰ থানাৰ তিনিশ মিটাৰ আঁতৰতে চোৰৰ লুটপাত | Assamese |
চেনেলৰ নতুন গোলকীয় মুখ্য কাৰ্যবাহী বিষয়া হিচাপে নিযুক্ত ভাৰতীয় মূলৰ মহিলা | Assamese |
মনোহৰী গল্ড চাহে ৰচিলে ইতিহাস নিলামত উঠিল প্ৰতি কিলোত ৯৯৯৯৯ টকাৰ দৰ | Assamese |
মাৰ্ঘেৰিটাত পৰ্যটন উদ্যোগ বিকাশৰ সম্ভাৱনীয়তা বিষয়ক আলোচনা চক্ৰ | Assamese |
কেইখন ছীমকাৰ্ড ৰাখিব পাৰিব আপুনি অসম তথা উত্তৰপূব গ্ৰাহকসকলে কেন্দ্ৰৰ বৃহৎ সিদ্ধান্ত | Assamese |
কৃষিকৰ্মৰে স্বাৱলম্বী হোৱাৰ সপোন জাঁজীমুখৰ অমিয়ই সৰিয়হ খেতিৰে দেখুওৱাইছে আদৰ্শ | Assamese |
ফিফা বিশ্বকাপৰ প্ৰথমখন খেলত আয়োজক কাটাৰক ২০ গলত পৰাস্ত কৰিলে ইকুৱেডৰে | Assamese |
সন্ত্ৰাসবাদীৰ দৃষ্টি ফুটবলত মুছলমানসকলক কাটাৰ বিশ্বকাপ বৰ্জন কৰিবলৈ আহ্বান আলকায়দাৰ | Assamese |
ফিফা বিশ্বকাপত অধিক সবল হৈছে সমকামিতাৰ সপক্ষে প্ৰচাৰ প্ৰচাৰত নামিছে খেলুৱৈয়ো | Assamese |
ফুটবলৰ জ্বৰ একেলগে বিশ্বকাপ চোৱাৰ ইচ্ছাৰে ২৩ লাখ টকাৰে ঘৰ কিনি ললে ১৭ বন্ধুৱে | Assamese |
আজিৰে পৰা কাটাৰত ফুটবলৰ মহাৰণ ভাৰতীয় সময় অনুসৰি নিশা ৭৩০ বজাৰ পৰা উদ্বোধনী অনুষ্ঠান | Assamese |
টেবুল টেনিছত অভিলেখ মণিকাৰ প্ৰথম ভাৰতীয় মহিলা হিচাপে গঢ়িলে ইতিহাস | Assamese |
অভূতপূৰ্ব সিদ্ধান্ত চেতন শৰ্মা নেতৃত্বাধীন নিৰ্বাচক সমিতিক বৰ্খাস্ত কৰিলে বিচিচিআইয়ে | Assamese |
অক্সফৰ্ডৰ গৱেষণাত ওলাল ষষ্ঠবাৰৰ বাবে বিশ্বকাপ জিকিব ব্ৰাজিলে | Assamese |
আজি নিউজিলেণ্ডৰ বিৰুদ্ধে প্ৰথম টি২০ভুৱনেশ্বৰৰ সমুখত এক অনন্য ৰেকৰ্ডৰ অধিকাৰী হোৱাৰ সুযোগ | Assamese |
অসমীয়া চলচ্চিত্ৰপ্ৰেমীয়ে শ্ৰদ্ধাৰে সুঁৱৰিব মহীকান্তক | Assamese |
অসমীয়া জাতীয়তাবাদৰ অন্তিম দশা | Assamese |
মাটি কিনিব নেকি | Assamese |
ড্ৰাগছ বিৰোধী অভিযান | Assamese |
বাজেট বৃতান্ত | Assamese |
শিক্ষা আৰু জাতিৰ ভবিষ্যত | Assamese |
সমষ্টি পুনৰ নিৰ্ধাৰণৰ লোক শুনানিলৈ বেছিভাগ আঞ্চলিক দলকেই আমন্ত্ৰণ নজনালে নিৰ্বাচন আয়োগে | Assamese |
বৰপেটা আদালতৰ শুনানিৰ বাবে অসমত উপস্থিতি জিগনেশ মেৱানী | Assamese |
থমা নাই হিংসামণিপুৰত গেছ চিলিণ্ডাৰ ভৰ্তি তিনি ট্ৰাকত অগ্নিসংযোগ মহিলাক গুলীয়াই হত্যা | Assamese |
উদীয়মান শিল্পী ডেইজী গগৈলৈ সাংস্কৃতিক মন্ত্ৰালয়ৰ ৰাষ্ট্ৰীয় জলপানি গৌৰৱাম্বিত গোগামুখবাসী | Assamese |
কৰ্ণাটকৰ হিজাব বিতৰ্ক অকল হিজাবত সীমাৱদ্ধ নহয় ই গোঁড়ামী আৰু বৰ্ণবৈষ্যমৰে জড়িত | Assamese |
গোদাবৰী নৈৰে পাৰৰে পৰা অসমী আইলৈ যাচোঁ প্ৰণামবিদায় কোকিলকন্ঠী | Assamese |
প্ৰসংগ পদ্মশ্ৰী সন্মানএগৰাকী আপোচবিহীন সংগীত শিল্পীৰ ক্ষোভৰ উদগীৰণে কঁপাইছে বংগ | Assamese |
ওজন কমাবলৈ কৰা অস্ত্ৰোপচাৰৰ বাবেই মৃত্যু হৈছিল এলভিছ প্ৰেছলীৰ কন্যা লিজাৰ | Assamese |
লোকসভা নিৰ্বাচনলৈকে কেবিনেট সালসলনি নহয় স্পষ্টীকৰণ অসমৰ মুখ্যমন্ত্ৰীৰ | Assamese |
গহপুৰ পৌৰসভা আৰু নগৰীয়া জীৱিকা গোটৰ প্ৰশিক্ষণ সামৰণি | Assamese |
বন্ধ হল ৰ এই সস্তীয়া প্লেনসমূহ আকৰ্ষণীয় প্লেনবোৰৰ ভিতৰত কি বাকী আছে | Assamese |
শিৱসাগৰত এটা বেংকৰ শাখাৰ স্থানক লৈ অসন্তুষ্ট বৃহৎ অঞ্চলৰ ৰাইজ স্থানান্তৰৰ দাবী | Assamese |
উত্তৰ পূৰ্বাঞ্চলৰ সম্পদৰাজিক বিশ্বৰ বজাৰখনলৈ নিয়াৰ লক্ষ্য এন ই আই অ এম আৰু কে এ এছ জাপানৰ | Assamese |
মুকেশ আম্বানীৰ সৈতে প্ৰতিদ্বন্দীতাত নামিব এলন মাস্ক | Assamese |
গোৰেশ্বৰত বাক্সা জিলা পৰিবহন বিষয়াৰ আকস্মিক অভিযান বন্ধ কৰি দিলে দুখনকৈ ডীলাৰ | Assamese |
বিশ্বজুৰি চৰ্চিত কি এই ক্ৰিপ্টকাৰেন্সি চাওক বিশেষ প্ৰতিবেদন | Assamese |
আম্বানীক পিছলৈ ঠেলি দেশ তথা এছিয়াৰে আটাইতকৈ ধনৱন্ত ব্যক্তিলৈ পৰিণত আদানী | Assamese |
ৰ পৰা টকা উলিওৱাৰ নতুন নিয়ম বিনামূলীয়া সীমা অতিক্ৰম কৰিলে ভৰিব লাগিব অধিক ধন | Assamese |
চাহিদা বৃদ্ধি গাঞ্জাৰ বজাৰত খোজ পেলাব উবেৰে | Assamese |
কেৰালা চৰকাৰৰ আশাপ্ৰদ কাৰ্যসূচীমুকলি হল গল প্ৰজেক্ট পাঁচ লাখ শিক্ষাৰ্থীক দিয়া হব ফুটবলৰ মৌলিক প্ৰশিক্ষণ | Assamese |
সুখবৰ অৰ্জুন বঁটাৰ বাবে মনোনীত কমনৱেলথ স্বৰ্ণ জয়ী নয়নমণি শইকীয়া | Assamese |
চিকিৎসাত অৱহেলাৰ অভিযোগ মৃত্যু প্ৰতিভাশালী কিশোৰী ফুটবলাৰৰ | Assamese |
অমিত শ্বাহৰে ঘনিষ্ঠ মুহূৰ্তৰ ছবি বিজেপিলৈ আহিব নেকি এম এছ ধোনী | Assamese |
উভতিল ফৰ্মএছিয়ান চেম্পিয়নশ্বিপত স্বৰ্ণ জিনিলে লাভলীনাই | Assamese |
বিবাহ বিচ্ছেদ হল নেকি ছানিয়া মিৰ্জা আৰু ছোৱেব মালিকৰ সংবাদমাধ্যমত গুঞ্জন | Assamese |
মেলবৰ্ণ যাত্ৰাৰ স্বপ্ন ভংগএডিলেইডতে ভাৰতৰ আশাৰ দৌৰ সমাপ্তি ঘটালে ইংলেণ্ডে | Assamese |
অঘটন নেডাৰলেণ্ডৰ হাতত হাৰি বিশ্বকাপৰ পৰা বিদায় দক্ষিণ আফ্ৰিকাৰ ছেমি ফাইনেলত ভাৰত | Assamese |
ধৰ্ষণৰ অভিযোগত হোটেলৰ পৰা গ্ৰেপ্তাৰ বিশ্বকাপ খেলিবলৈ অহা তাৰকা ক্ৰিকেটাৰ | Assamese |
টী২০ বিশ্বকাপত হেট্ৰিক অৰ্জন কৰা দ্বিতীয়গৰাকী আইৰিছ ক্ৰিকেটাৰ হিচাপে অভিলেখ জছ লিটলৰ | Assamese |
ফানেং গাৱঁৰ মধুৰ স্মৃতি | Assamese |
কীৰ্তিকমল কাণ্ডঅসম ইউপি নহে কোনে কয় | Assamese |
গণৰাজ্য দিৱসত গণতন্ত্ৰৰ স্খলনৰ কথা | Assamese |
আৰক্ষীৰ আততায়ী ৰূপ | Assamese |
বিস্ময় কান্ধৰ পৰা বিচ্ছিন্ন হোৱা মূৰ পুনৰ জোৰা লাগিল অস্ত্ৰোপচাৰেৰে চিকিৎসকৰ অসাধ্য সাধন | Assamese |
অসন্তুষ্ট মহিলাসকলে দিয়ে এনে ইংগিত পতিসকলে নুবুজিলেই বিপদ কি কৈছে চাণক্য নীতিয়ে | Assamese |
ৰাজপথত আঁঠুকাঢ়ি ক্ষমা প্ৰাৰ্থনা যুৱতীলৈ অশ্লীল মেচেজ প্ৰেৰণ কৰা আৰক্ষী বিষয়াক এইবাৰ নিলম্বন | Assamese |
শুনা সভাসদ শুনা গণৰাজ্য দিৱস পৰিৱৰ্তন | Assamese |
অলৌকিক নে বৈজ্ঞানিক পৰিঘটনা তললৈ নহয় ওপৰলৈ যায় এই জলপ্ৰপাতৰ পানী কত জানেনে | Assamese |
শুনা সভাসদ | Assamese |
কুনো ৰাষ্ট্ৰীয় উদ্যানত আন এটা চিতাৰ মৃত্যু যোৱা চাৰি মাহত মৃত্যু হল আঠটা চিতা বাঘৰ | Assamese |
প্ৰসঙ্গঃ মানসিক নিৰ্যাতনকাৰীসমাজৰ নীৰৱ কিন্তু পৈশাচিক নৃশংস হত্যাকাৰী | Assamese |
শদিয়াৰ প্ৰেক্ষাপটত হাতী মানুহৰ সংঘাত | Assamese |
প্ৰধানমন্ত্ৰী ফচল যোজনাৰ পুঁজিৰ পৰা কোটি কোটি টকা সৰকোৱা দিলোৱাৰ হুছেইনক গ্ৰেপ্তাৰ | Assamese |
Subsets and Splits
No community queries yet
The top public SQL queries from the community will appear here once available.