text stringlengths 1 2.59k ⌀ | language stringclasses 10
values |
|---|---|
দুৰ্নীতি অতুল বৰাৰ সমষ্টিত ৭ লাখ টকাৰ ৰাস্তাত পৰিল মাত্ৰ দুই গাড়ী শিলগুটি | Assamese |
ঈশানশ্ৰেয়াছৰ ৰাজকীয় বেটিঙেৰে সহজ জয় ধোনীৰ চহৰত শৃংখলাত সমতা স্থাপন টীম ইণ্ডিয়াৰ | Assamese |
ধোনীৰ মমৰ মূৰ্তি নিৰ্মাণ কৰি বিড়ম্বনাৰ সন্মুখীন মহীশূৰৰ ৱাক্স মিউজিয়াম কৰ্তৃপক্ষ | Assamese |
নিৰ্দোষিতা প্ৰমাণত ব্যৰ্থতাৰকা ডিচকাচ খেলুৱৈ কমলপ্ৰীত কৌৰক তিনি বছৰলৈ নিষিদ্ধ | Assamese |
এছ এছ চি পৰীক্ষাত বৃহৎ জালিয়তিৰে অসমৰ পদত বহিঃৰাজ্যৰ প্ৰাৰ্থীৰ আবেদন | Assamese |
কাটাৰেই শেষ আৰু বিশ্বকাপ নেখেলে বিশ্ব ফুটবলৰ ৰাজকুমাৰ বাওঁ ভৰিৰ যাদুকৰ লিঅনেল মেছিয়ে | Assamese |
মেছিৰ দেশত এইবাৰ ইণ্ডোনেছিয়াৰ ঘটনা পুনৰ ফুটবলৰ খেলপথাৰত সংঘৰ্ষত মৃত্যু সমৰ্থকৰ | Assamese |
অথলে গল চেমছনশ্ৰেয়াছৰ দুৰ্দান্ত যুঁজ লক্ষ্ণৌত শেষ হাঁহি মাৰিলে দক্ষিণ আফ্ৰিকাই | Assamese |
জেনিফাৰ লোপেজ বা ছাকিৰা নহয় এইবাৰ কাটাৰ বিশ্বকাপত বলীউদৰ চাঞ্চল্য নোৰা ফাতেহী | Assamese |
সময়মতে বিমান ধৰিব নোৱাৰাৰ বাবেই ৱেষ্ট ইণ্ডিজৰ বিশ্বকাপ দলৰ পৰা বাদ পৰিল হেটমেয়াৰ | Assamese |
মেছিৰোনাল্ডোক অতিক্ৰমি বিশ্বৰ আটাইতকৈ ধনী ফুটবলাৰ হল পিএছজিৰ ফৰাচী ষ্ট্ৰাইকাৰ এমবাপে | Assamese |
কাল কৰনাত বিধ্বস্ত বিশ্বনাথৰ পৰ্যটন ক্ষেত্ৰ কোটিটকীয়া হংস বাহনত এতিয়া ঘুণে ধৰা অৱস্থা | Assamese |
পুঠিখলিহনা নহয় ৰৌবৰালীক ধৰক ৰাষ্ট্ৰীয়কৃত বেংকসমূহক পৰামৰ্শ উচ্চতম ন্যায়ালয়ৰ | Assamese |
গ্ৰাহকৰ বাবে ভাল খৱৰ আগবঢ়োৱা হৈছে ৪৯৯৯টকাৰ উপহাৰ কেনেকৈ পাব চাওক | Assamese |
কৃষকলৈ সুখবৰ কামৰূপৰ পৰা বহিঃৰাজ্যলৈ ৰপ্তানি ২.৫ মেট্ৰিকটন মাটিকঠাল | Assamese |
শিক্ষানুষ্ঠানৰ কাষত ধঁপাত আৰু ধঁপাত জাতীয় সামগ্ৰীৰ বিক্ৰী সম্পূৰ্ণভাবে নিষিদ্ধ কৰাৰ দাবী | Assamese |
এপলৰ প্ৰতিষ্ঠাতা ষ্টিভ জবছৰ চাকৰিৰ আবেদন পত্ৰৰ নিলামত দাম উঠিল আঢ়ৈ কোটি টকা | Assamese |
২৬ জুলাইৰ পৰা বিশ্বনাথ জিলাত কেঁচা চাহপাত লোৱা বন্ধ কৰাৰ সিদ্ধান্ত ১৩ টাকৈ ফেক্টৰীৰ | Assamese |
মন কী বাত কৰ্মহীন নিৰ্মাণ শ্ৰমিকৰ পৰা ইউটিউবাৰ হিচাপে চাঞ্চল্য সৃষ্টি কৰা কোন এই মুণ্ডা | Assamese |
কৰনা অতিমাৰীৰ বাবে দিয়া লকডাউনৰ ফলত কৰুণ পৰিণতিৰ সন্মুখীন হৈছে হস্ততাঁত শিল্পীসকল | Assamese |
প্ৰকাশ পালে ৰাজ্য চৰকাৰৰ বহু অপেক্ষিত এছ অ পি কিমান শিথিল হল কিমান থাকিল প্ৰতিবন্ধকতা | Assamese |
বহু নাৰীৰ স্মৃতি জড়িত চাবুৱাৰ বৰপথাৰৰ আলিংগনৰত যুৰীয়া গছজুপিয়ে আজিও অপেক্ষা কৰে বহাগ অহালৈ | Assamese |
জনতাৰ আস্থা ভাজন হৈ ৰওঁক অসম আৰক্ষীশিখা শৰ্মা ওপৰৰ মাল ইত্যাদি | Assamese |
নষ্টালজি হোৱাৰ দিশে আইতাৰ চোতালৰ উমাল শৈশৱৰ স্মৃতি গাঁথাসাধুকথা | Assamese |
অসমৰ চাহ শ্ৰমিকৰ নীৰৱ ঘাতক উচ্চৰক্তচাপৰ সমস্যা | Assamese |
বিস্মৃত সংকল্প বনাম নতুন সংকল্প | Assamese |
বিশ্ব থিয়েটাৰ দিৱস উপলক্ষে অনাদৃত শিল্পীৰ প্ৰসংগ এক বিক্ষিপ্ত আলোচনা | Assamese |
কৃষি কৃষ্টি আৰু বিহুসংস্কৃতি | Assamese |
লটাৰী নহয় প্ৰেমৰ উপহাৰ প্ৰেমিকাক ৯০০ কোটি টকাৰ সম্পত্তি দি গৈছে ইটালীৰ প্ৰাক্তন প্ৰধানমন্ত্ৰীয়ে | Assamese |
বিশ্ববিদ্যালয়লৈ উন্নীত হব ৰাজ্যৰ ৭খন মহাবিদ্যালয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা | Assamese |
অসমত বুদ্ধিজীৱী হোৱাৰ প্ৰাথমিক চৰ্ত কি নে গা ঘেলোৱা জিন্দাবাদ | Assamese |
চিটিবাছতো আৰু নহয় অতি গধুৰ হোৱাৰ বাবে বিমানৰ পৰা নমাই দিয়া হল ১৯ জন যাত্ৰীক | Assamese |
পুৱাই স্কুল বাছত প্ৰচণ্ড খুন্দা ৰ ভাঙি চূৰমাৰ গাড়ী দুৰ্ঘটনাত ২ শিশুসহ কমেও ৬ জন লোকৰ মৃত্যু | Assamese |
আহিছে হিমন্তনিবনুৱাৰ বাবে পুনৰ টেঙা আমৰ মোনাখন লৈ | Assamese |
প্ৰসংগ গোলাঘাট সমষ্টি ক্ষমতা আৰু প্ৰলোভনৰ ৰাজনীতি বনাম মূল্যবোধৰ ৰাজনীতি | Assamese |
উজনিত সক্ৰিয় আলফা পত্ৰযোগে চাহ বাগিছাৰ পৰা দাবী ৭২ লাখ টকা | Assamese |
সুপ্রভাত জ্ঞানৰ দৰে পৱিত্ৰ বস্তু একো নাই জ্ঞানীৰ বচন শুনক জীৱনত আগবাঢ়ি যাওক | Assamese |
চোৰাং চিকাৰৰ বলি হল যোৱা বছৰ উমানন্দত উদ্ধাৰ কৰি নামেৰীত মেলি দিয়া ঢেঁকীয়াপতীয়া বাঘ | Assamese |
খাদ্যত বিষক্ৰিয়া ঘটি শিৱসাগৰত অসুস্থ ৪০ জনকৈ লোক | Assamese |
মৰ্মান্তিক খবৰ মধুৰিআম ছিঙিবলৈ গৈ মাতি আনিলে বিপদ কুঁৱাত পৰি মৃত্যু ৩টা শিশুৰ | Assamese |
খেলপথাৰতে হতাহতিত লিপ্ত পাঠানজনচন চাওক ক্ৰিকেটক লজ্জানত কৰা সেই মুহূৰ্তৰ ভিডিঅ | Assamese |
অসম ক্ৰিকেট সন্থাৰ পানী নসৰকা যুক্তিখেলপথাৰত সাপ সোমাই অতিৰিক্ত মনোৰঞ্জনহে দিছিল দৰ্শকক | Assamese |
আশাহত ভাৰত টি২০ বিশ্বকাপৰ পৰা বাহিৰ হল বুমৰাহ | Assamese |
ভাৰতদক্ষিণ আফ্ৰিকাৰ তৃতীয় টি২০ত বিশ্ৰাম কোহলীকআয়াৰক মূল একাদশত অন্তৰ্ভুক্তিৰ সম্ভাৱনা | Assamese |
গুৱাহাটীত ৰোমাঞ্চকৰ ক্ৰিকেট দ্বিতীয় টী২০ত দক্ষিণ আফ্ৰিকাক পৰাস্ত কৰি শৃংখলা জয় ভাৰতৰ | Assamese |
দ্বিতীয় টী২০ৰ পূৰ্বে শনিবাৰে গুৱাহাটীত উদীয়মান ক্ৰিকেটাৰসকলক উৎসাহিত কৰিলে ৰাহুল দ্ৰাবিড়ে | Assamese |
উন্মাদ অনুৰাগী ফুটবল খেলত দুই পক্ষৰ সমৰ্থকৰ মাজৰ সংঘৰ্ষত নিহত কমেও ১২৯ জন | Assamese |
কলংকৰ দাগ বৰ্ষাপাৰা ষ্টেডিয়ামত সাপ নুমাল ফ্লাডলাইট ২৩ মিনিট বন্ধ ৰাখিবলগীয়া হল খেল | Assamese |
অনুৰাগীলৈ আংশিক সকাহ গাংগুলীৰ ভাষ্যই দিলে বিশ্বকাপত বুমৰাহৰ উপস্থিতি সম্পৰ্কে বিশেষ বাৰ্তা | Assamese |
অপ্ৰতিৰোধ্য বাবৰৰ আন এক সাফল্যপ্ৰৱেশ কৰিলে ঈৰ্ষণীয় ৰেকৰ্ড ক্লাৱত স্পৰ্শ কৰিলে কোহলীক | Assamese |
বিশ্বনাথত কেঁচা চাহ পাতৰ মূল্য হ্ৰাসক লৈ তীব্ৰ প্ৰতিক্ৰিয়া আন্দোলনৰ হুংকাৰ ক্ষুদ্ৰ চাহ খেতিয়কৰ | Assamese |
মাইক্ৰফাইনেঞ্চৰ ঋণ ৰেহাইৰ দাবীত পুনৰ ৰাজপথত মহিলা মুখ্যমন্ত্ৰীক মানসিক ৰোগত ভোগা বুলি মন্তব্য | Assamese |
বিশ্বনাথৰ পৰা গুৱাহাটীলৈ ৫০ লাখ টকাৰ চাহপাত কঢ়িয়াই নিয়া ট্ৰাক ৰহস্যজনকভাবে সন্ধানহীন | Assamese |
ৰাজ্যৰ বিভিন্ন বাণিজ্যিক সংগঠনৰ শীৰ্ষ নেতৃত্বৰে বিত্ত মন্ত্ৰী অজন্তা নেওগৰ বাজেট সম্পৰ্কীয় মত বিনিময় | Assamese |
অবিশ্বাস্য ৪২ হাজাৰ কোটি টকাৰ বৃহৎ কোম্পানী কিন্তু নাই কোনো কাৰ্যালয় | Assamese |
মাইক্ৰফাইনেন্সকলৈ কি স্থিতি চৰকাৰৰ নিৰ্বাচনী প্ৰতিশ্ৰুতি অতীত চৰ্ত প্ৰযোজ্য | Assamese |
কভিড আতংকৰ মাজতে গ্ৰাম্য অৰ্থনীতিলৈ কিছু আশাৰ বতৰা কঢ়িয়াইছে টীয়কৰ অমৰজ্যোতিয়ে | Assamese |
বজাৰত বিক্ৰী কৰিবলৈ সাজু কৰা এফচিআইৰ ১লাখ বস্তা চাউল জব্দ কৰিলে অসম আৰক্ষীয়ে | Assamese |
শেষ সকীয়নি ক নতুন নীতি মানি চলিবলৈ আহ্বান জনাই কেন্দ্ৰৰ চূড়ান্ত জাননী | Assamese |
২০৩১৩২ চনৰ ভিতৰত কাৰ্বন প্ৰশমিতকৰণৰ প্ৰতিশ্ৰুতি এইচডিএফচি বেংকৰ | Assamese |
চৰিত্ৰই দাবী কৰিলেও মই উলংগ হব নোৱাৰোঁ নাৰ্গিছ ফাখৰি | Assamese |
বিশিষ্ট শিক্ষাবিদ নিৰুপমা ফুকন আৰু নাই | Assamese |
কিয় জবাবদিহি নহব স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ৰাজনীতিকে পতা মৃত্যুৰ ফান্দত ভৰি থৈছে নিৰীহ জনতাই | Assamese |
মূল্যবৃদ্ধিৰ ছাইড এফেক্ট বেনাৰসৰ পাচলিৰ দোকানত বিলাহী পহৰা দিবলৈ নমোৱা হল বাউন্সাৰ | Assamese |
তৃতীয় আৰু চতুৰ্থ বৰ্গৰ নিযুক্তিত ৰৈ যোৱা আসোঁৱাহ দূৰ কৰাৰ দাবীত ৰাজ্যপালক সাক্ষাৎ ডি ৱাই এফ আই | Assamese |
পুৰুষতান্ত্ৰিক সমাজত নাৰীৰ স্থান আৰু মৰ্যাদা | Assamese |
গেৰুৱা শিৱিৰত উৎকণ্ঠানগাঁও জিলাত মহাজোঁট আৰু এজেপিৰ আত্মপ্ৰকাশে শলঠেকত পেলাব বিজেপিক | Assamese |
ড্ৰাইভাৰৰ চাকৰি খাব য়ে এইবাৰ ভাৰতৰ পথতো চলিব চালকবিহীন গাড়ী | Assamese |
হিংসাত্মক পশ্চিমবংগৰ পঞ্চায়ত নির্বাচন চুৰি হোৱা বেলট বাকচ উদ্ধাৰ অসমত | Assamese |
সন্মতিসূচক যৌন সম্ভোগ ধৰ্ষণ নহয় উচ্চতম ন্যায়ালয় | Assamese |
আপত্তি নৰজিল অপৰিৱৰ্তিত ৰূপত সদনত দাখিল কৰা হব বন সংশোধনী বিধেয়ক | Assamese |
বৃহৎ ক্ষতি কংগ্ৰেছৰ এইবাৰ পণ্ডুচেৰীত পতন ঘটিল ভি নাৰায়ণস্বামীৰ কংগ্ৰেছ চৰকাৰ | Assamese |
বিশিষ্ট সাংবাদিক ৰাজনীতিবিদ মনজিত মহন্তৰ পৰলোকপ্ৰাপ্তি | Assamese |
আদিংগিৰিৰ এঢলীয়া সমতলত অভিজ্ঞানমৰ ৰাষ্ট্ৰীয় নাট উৎসৱ ২০২১এক অনন্য অনুভৱ | Assamese |
প্ৰধানমন্ত্ৰী মোদীৰ শিৱসাগৰ ভ্ৰমণ আৰু কিছু প্ৰাসংগিক কথা | Assamese |
ভূমিপূজন কৰিলেও নিৰ্মাণ কৰিব নোৱাৰিব নতুন সংসদ ভৱন কেন্দ্ৰীয় চৰকাৰক নিৰ্দেশ সর্বোচ্চ ন্যায়ালয়ৰ | Assamese |
সৰ্বোচ্চ ন্যায়ালয়ৰ প্ৰাঃ ন্যায়াধীশে কলে লাভ জেহাদ ৰোধকাৰী আইন মানৱাধিকাৰ বিৰোধী | Assamese |
ধৰ্ষণত অভিযুক্ত আইপিএল খেলুৱৈ পলাতক ইণ্টাৰপোলৰ কাষ চাপিল আৰক্ষী | Assamese |
সংকটত ভাৰত টি২০ বিশ্বকাপৰ পৰা বাহিৰ হল বুমৰাহ | Assamese |
গুৱাহাটীত উপস্থিত ভাৰতদক্ষিণ আফ্ৰিকাৰ দলদৰ্শন লাভৰ আশাত ভিৰ অনুৰাগীৰ | Assamese |
ইংলেণ্ড ক্ৰিকেট ব্ডৰ বিশেষ প্ৰস্তাৱভাৰতপাকিস্তানৰ দ্বিপাক্ষিক টেষ্ট শৃংখলাৰ নিৰপেক্ষ আয়োজক হোৱাৰ ইচ্ছা প্ৰকাশ | Assamese |
পৰৱৰ্তী মুখ্যমন্ত্ৰী হোৱাৰ সপোনেৰে হিমন্ত নাগমণিটোৰ দৰে জিলিকিছেখবৰ ৰাখিছেনে সোণোৱালে | Assamese |
ব্ৰিটেইনত উপস্থিত বাইডেন সাক্ষাৎ কৰিব ৰজা চাৰ্লছ আৰু প্ৰধানমন্ত্ৰী সুনকক স্থান পাব কি প্ৰসংগই | Assamese |
দক্ষিণ আফ্ৰিকা শৃংখলাৰ পৰা বাহিৰ হুডাছামিদলত অন্তৰ্ভুক্ত আয়াৰ শ্বাহবাজ | Assamese |
নাগপুৰত মোহালিৰ প্ৰতিশোধ অষ্ট্ৰেলিয়াক পৰাস্ত কৰি শৃংখলাত সমতা স্থাপন ভাৰতৰ | Assamese |
টী২০ বিশ্বকাপৰ পূৰ্বে বলিং ব্যৰ্থতা ২০৮ ৰাণ কৰিও অষ্ট্ৰেলিয়াৰ হাতত পৰাজিত টীম ইণ্ডিয়া | Assamese |
অসম সন্তান এলভিছ আলী হাজৰিকাৰ চমক নৰ্থ চেনেল সাঁতুৰি পাৰ হৈ গঢ়িলে অভিলেখ | Assamese |
সৰ্বত্ৰ ধিক্কাৰ দেশৰ বাবে যিসকলে পদক আনি সন্মান বঢ়াব তেওঁলোককে শৌচালয়ত খাবলৈ দিছে যোগী চৰকাৰে | Assamese |
অসহায় পৃথিৱী কভিডৰ চৰকাৰী নীতিনিৰ্দেশনাই অমানিশা নমাই আনিছে কুটীৰ শিল্পলৈ | Assamese |
কৰনা সংকট আংশিক লকডাউনে জুৰুলা কৰিছে টেম্পমেজিক চালকসকলক | Assamese |
পশুধন নিগমৰ পথাৰো আমাৰ বজাৰো আমাৰকভিডৰ সময়ত কিমান যুৱকযুৱতী হল স্বাৱলম্বী | Assamese |
গুৱাহাটীৰ ঘোষ ব্ৰাডাৰ্ছ অটোমবাইলছৰ চাৰিগৰাকী প্ৰমটাৰডিৰেক্টৰৰ বিৰুদ্ধে চিবিআইৰ গোচৰ ৰুজু | Assamese |
জনতাৰ মূৰত মোদী চৰকাৰৰ মাধমাৰচাৰি ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ পিছতে দেশত পুনৰ বাঢ়িল পেট্ৰলডিজেলৰ দাম | Assamese |
মহানুভৱতা কোভিডত মৃত্যু হোৱা কৰ্মচাৰীৰ পৰিয়ালক ৬০ বছৰলৈকে দৰমহা দিব টাটাই | Assamese |
ৰাছিয়ালৈ গৈ ভেকচিন লবৰ মন আছে নেকি দিল্লীৰ এটা পৰ্যটন সংস্থাৰ অভিনৱ উদ্যোগ | Assamese |
ষ্টেট বেংকৰ বিষয়াৰ প্ৰশংসনীয় কৰ্ম সংস্কৃতিৰ নিদৰ্শন পি পি ই কিট পৰিধান কৰি ক্ষেত্ৰ পৰিদৰ্শন | Assamese |
সুদীৰ্ঘ ২৭বছৰীয়া সম্পৰ্কৰ পাছত পত্নী মেলিণ্ডাৰ সৈতে বিচ্ছেদ বিল গেটছৰ | Assamese |
যুৱশক্তিৰ প্ৰয়োজনীয়তা পুৰণৰ উদ্দেশ্যে বিশ্ব স্বাস্থ্য সংস্থাৰ বিশেষ জৰীপ | Assamese |
অসমৰ ৰাজনীতিত বদৰুদ্দিন আজমল হঠাতে ইমান প্ৰাসংগিক হৈ পৰিল কিয় | Assamese |
সমষ্টি পুনৰ নিৰ্ধাৰণৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হল | Assamese |
Subsets and Splits
No community queries yet
The top public SQL queries from the community will appear here once available.