text stringlengths 1 2.59k ⌀ | language stringclasses 10
values |
|---|---|
আকাশমাৰ্গত বিমান যাত্ৰীৰ কামোৰ বিমানৰ জৰুৰীকালীন অৱতৰণ কৰিবলৈ বাধ্য হ ল পাইলট | Assamese |
যুদ্ধই লৈছে অন্য দিশ ৰাছিয়াৰ ড্ৰ ন আক্ৰমণত বিধ্বস্ত কিয়েভ চহৰ | Assamese |
পৰ্তুগালত উদ্ধাৰ বিশ্বৰ আটাইতকৈ গধুৰ মাছ বিশ্ব অভিলেখ ভংগ চাওক ভিডিঅ | Assamese |
মাধ্যাকৰ্ষণে সলনি কৰিলে পানীৰ চলাচল এই চহৰখনত ওপৰলৈ বয় পানী | Assamese |
বুছানত চলিল ৰ সংগীতৰ যাদু লাইভ কনচাৰ্টত বাটাৰফ্লাইকে ধৰি পৰিৱেশিত বহু ছুপাৰহিট গীতত মন্ত্ৰমুগ্ধ শ্ৰোতা | Assamese |
টাইৱানৰ বিদ্ৰোহীৰ বিৰুদ্ধে আৰম্ভ কৰা হৈছে এক বৃহৎ অভিযান কমিউনিষ্ট পাৰ্টী কংগ্ৰেছত চীনৰ ৰাষ্ট্ৰপতি জি জিনপিঙৰ মন্তব্য | Assamese |
কলম্বিয়াত ভয়ংকৰ বাছ দুৰ্ঘটনা ২০ জন যাত্ৰীৰ মৃত্যু ১৫ জন আহত কি আছিল দুৰ্ঘটনাৰ কাৰণ | Assamese |
ৰাছিয়াৰ সেনা প্ৰশিক্ষণ কেন্দ্ৰত নিৰ্বিচাৰ গুলীচালনা ১১ জন নিহত ১৫ জন আহত | Assamese |
সকলো দল অষ্ট্ৰেলিয়াত উপস্থিত ১৬ জন অধিনায়কক এটা ফ্ৰেমত | Assamese |
পত্নীক চন্দ্ৰলৈ লৈ যোৱাৰ প্ৰতিশ্ৰুতি কৰিলে পূৰণ এলন মাস্কৰ মহাকাশযানত বুক কৰিলে ২ টা টিকট | Assamese |
ভয়ংকৰ খনি বিস্ফোৰণৰ সন্মুখীন তুৰ্কীৰ আমাছৰা কমেও ২৫ জন নিহত কেইবা ডজন খনি কৰ্মী আৱদ্ধ কয়লা খনিত | Assamese |
আজি ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰপত তথা মিছাইল মেন খ্যাত ড০ এপিজে আব্দুল কালামৰ জন্মদিন | Assamese |
লণ্ডনত ভেন গঘৰ বিখ্যাত চিত্ৰকৰ্ম চানফ্লাৱাৰছ লৈ দুগৰাকী যুৱতীয়ে দলিয়ালে বিলাহী চুপ কিয় সংঘটিত কৰিলে এই কাণ্ড | Assamese |
নাটোৰ সৈতে পোনপটীয়া সংঘৰ্ষৰ অৰ্থ হৈছে সমগ্ৰ বিশ্বৰ ধ্বংস পুটিনে পুনৰ সতৰ্ক কৰি দিলে সমগ্ৰ বিশ্বক | Assamese |
নহয় ব্ৰিটেইনৰ পাবে দিছে আনলিমিটেড পানীয় আহাৰ আৰু ৱাইফাইৰ অফাৰ | Assamese |
বিশ্বযুদ্ধ৩ আৰম্ভ হ ব ইউক্ৰেইনৰ ত যোগদানৰ প্ৰস্তাৱত ৰাছিয়াৰ ডাঙৰ ভাবুকি | Assamese |
বৈৰী ৰাষ্ট্ৰক সকীয়নি উত্তৰ কোৰিয়াৰ দ্বাৰা দীৰ্ঘ দূৰত্বৰ কৌশলগত ক্ৰুজ মিছাইলৰ পৰীক্ষানিৰীক্ষা | Assamese |
যদি ৰাছিয়াই ইউক্ৰেইনৰ ওপৰত পাৰমাণৱিক আক্ৰমণ আৰম্ভ কৰে তেন্তে আমেৰিকা যুক্তৰাষ্ট্ৰৰ পদক্ষেপ কি হ ব ৰাষ্ট্ৰপতি বাইডেনে প্ৰকাশ কৰিছে | Assamese |
ৰাছিয়াই ফেচবুক আৰু ইনষ্টাগ্ৰাম কোম্পানী মেটাক এটা সন্ত্ৰাসবাদী সংগঠন হিচাপে লেবেল দিছে | Assamese |
হংকং চৰকাৰে ক ৰোনা মহামাৰীৰ পিছত পৰ্যটন উদ্যোগক পুনৰ ঘূৰাই আনিবলৈ বিনামূলীয়া বিমান টিকট দিয়াৰ কথা ঘোষণা কৰিছে | Assamese |
ইউক্ৰেইনৰ জাপোৰিজ্জিয়া চহৰৰ আৱাসিক এলেকাত হোৱা আক্ৰমণত ১৭ জন লোক নিহত | Assamese |
অৰ্থনীতিৰ ন বেল বঁটা লাভ কৰিলে আৰু এ | Assamese |
চীনত পুনৰ কভিড১৯ৰ উত্থান ঘোষণা কৰা হ ল লকডাউন | Assamese |
ক্ৰিমিয়া দলং বিস্ফোৰণৰ পিছত আজি পুটিনৰ জৰুৰী বৈঠক পাৰমাণৱিক আক্ৰমণৰো ল ব পাৰে সিদ্ধান্ত | Assamese |
ৰাছিয়াৰ মিছাইল আক্ৰমণত কঁপিল ইউক্ৰেইন ৫জনৰ মৃত্যু ইউক্ৰেইনৰ হুংকাৰ আমি কেতিয়াও আত্মসমৰ্পণ নকৰো | Assamese |
আজি বিশ্ব মানসিক স্বাস্থ্য দিৱস ইতিহাস তাৎপৰ্য তথা আন বহুটো গুৰুত্বপূৰ্ণ কথা জানো আহক | Assamese |
পৃথিৱীৰ আটাইতকৈ দামী ভেড়া ২ কোটি টকাত অষ্ট্ৰেলিয়াত বিক্ৰী এটা ভেড়া | Assamese |
আজি বিশ্ব ডাক দিৱস ইতিহাস তাৎপৰ্য আদি বিভিন্ন গুৰুত্বপূৰ্ণ তথ্য সম্পৰ্কে জানো আহক | Assamese |
চৰম প্ৰত্যাহ্বানৰ সৈতে দিনে দিনে অনুসন্ধান চলি আছিল আমাজনৰ গভীৰ অৰণ্যত ২৫ মহলীয়া ঘৰৰ নিচিনা দীঘল গছ ইয়াত ফটোখন আছে | Assamese |
শাৰী পিন্ধা কমেও ১৪ গৰাকী ভাৰতীয় মহিলাৰ ওপৰত আক্ৰমণ কৰা আমেৰিকাৰ এজন লোকৰ বিৰুদ্ধে হিন্দু বিৰোধী ঘৃণাজনিত অপৰাধৰ অভিযোগ | Assamese |
বিৰল গুলপীয়া হীৰা ৪৮০ কোটি টকাত বিক্ৰী হংকঙত নিলাম হোৱা ই কিয় ইমান ব্যয়বহুল | Assamese |
ক্ৰিমিয়াৰাছিয়া সংযোগী মূখ্য সেঁতু ভয়ানক বিস্ফোৰণত ক্ষতিগ্ৰস্ত | Assamese |
অপৰাধ সন্ত্ৰাসবাদৰ বাবে ভাৰত ভ্ৰমণ কৰাৰ সময়ত নিজৰ নাগৰিকক অধিক সাৱধানতা অৱলম্বন কৰিবলৈ পৰামৰ্শ আমেৰিকাৰ | Assamese |
অদ্ভুত পন্থাৰে ইৰাণৰ নাঁৱত পাকিস্তানৰ মাজেৰে ভাৰতলৈ অনা ১২০০ কোটিৰ ২ কুইন্টল হিৰইনখিনি জব্দ ৬ ইৰাণী নাগৰিকক গ্ৰেপ্তাৰ | Assamese |
বেলাৰুছৰ এলেছ বিয়ালিয়াটস্কি ৰাছিয়াৰ মেমিয়েল আৰু ইউক্ৰেইনৰ চেণ্টাৰ ফৰ চিভিল লিবাৰ্টিছলৈ ২০২২ বৰ্ষৰ শান্তিৰ নোবেল বঁটা ঘোষণা | Assamese |
ৰ প্ৰাক্তন মল্লযুঁজাৰু চাৰা লীৰ ৩০ বছৰ বয়সত মৃত্যু | Assamese |
আমেৰিকাৰ পাৰ্ডো বিশ্ববিদ্যালয়ৰ ছাত্ৰাবাসত কোৰিয়ান ৰুমমেটৰ দ্বাৰা বৰ্বৰভাৱে হত্যা ভাৰতীয় ছাত্ৰ | Assamese |
ফৰাচী লেখিকা এনি এৰনাক্সে লাভ কৰিছে সাহিত্যৰ ন বেল বঁটা | Assamese |
থাইলেণ্ডত নিৰ্বিচাৰ গুলীচালনাঃ নিহত ৩৪ জনৰ ভিতৰত ২২ জন শিশু ৮ মাহৰ গৰ্ভৱতী কৰ্মচাৰী | Assamese |
ৰসায়ন বিজ্ঞানত নোবেল বঁটা তিনিগৰাকী বিজ্ঞানীলৈ তেওঁলোকৰ গৱেষণাই কেন্সাৰ চিকিৎসাৰ ক্ষেত্ৰত নতুন দিশ দেখুৱাইছে | Assamese |
২৪ ঘণ্টাৰ ভিতৰতে উত্তৰ কিম জঙে মিছাইল নিক্ষেপৰ পিছত দক্ষিণ কোৰিয়া আৰু আমেৰিকাই দিলে এই উত্তৰ | Assamese |
এলন মাস্কে পুনৰ ক্ৰয় কৰাৰ ইংগিত দিছে টুইটাৰক এটা নতুন এপ বনোৱাৰ পৰিকল্পনা কৰিছে | Assamese |
এলেন এছপেক্ট জন এফ ক্লজাৰ আৰু এণ্টন জেলিংগাৰলৈ ২০২২ বৰ্ষৰ পদাৰ্থ বিজ্ঞানৰ নোবেল | Assamese |
জাপানৰ ভূখণ্ডৰ ওপৰেৰে বেলিষ্টিক মিছাইল নিক্ষেপ কিম জং উনৰ ৫ বছৰৰ মূৰত এই ঘটনা | Assamese |
আমেৰিকাত অপহৃত ৪ জন ভাৰতীয় পিতৃমাতৃৰ সৈতে অপহৰণ কৰা হ ল ৮ মহীয়া শিশুক | Assamese |
ডুবাইত বৰ্ণাঢ্য উদ্বোধনৰ বাবে সাজু হিন্দু মন্দিৰ স্থাপন ১৬ গৰাকী দেৱদেৱতাৰ প্ৰতিমূৰ্তিৰে সৈতে আকৰ্ষণীয় স্থাপত্য | Assamese |
চুইডিছ বিজ্ঞানী স্বান্তে পাবলৈ চলিত বৰ্ষৰ চিকিৎসা বিজ্ঞানৰ নোবেল বঁটা পিতৃ চুন বাৰ্গষ্ট্ৰমে ১৯৮২ চনত লাভ কৰিছিল চিকিৎসা বিজ্ঞানৰ নোবেল | Assamese |
স্বান্তে পাবোলৈ চিকিৎসা বিজ্ঞানৰ নোবেল বঁটা বিৱৰ্তন সম্পৰ্কীয় গৱেষণাৰ বাবে লাভ কৰিলে এই শ্ৰেষ্ঠ সন্মান | Assamese |
অথলে গ ল ডেভিড মিলাৰৰ শতক দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে ভাৰতৰ ১৬ ৰাণত জয়লাভ | Assamese |
ইণ্ডোনেছিয়াৰ পূৱ জাভা প্ৰদেশত এখন ফুটবল মেচত সংঘটিত অপ্ৰীতিকৰ ঘটনাত ১২৭ জন নিহত গুৰুত্বৰভাৱে আঘাতপ্ৰাপ্ত ১৮০ | Assamese |
যেনেকৈ ভাৰতক লুণ্ঠন কৰিলে তেওঁলোকে আমাকো লুণ্ঠন কৰিব বিচাৰে পশ্চিমীয়া দেশসমূহক লৈ ক লে ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনে | Assamese |
কাবুল শিক্ষা কেন্দ্ৰত বিস্ফোৰণ তালিবানী শাসনত এই বছৰ আফগানিস্তানত ২০০ ৰো অধিক আক্ৰমণ | Assamese |
ব্ৰিটেইনত নতুন প্ৰজাতিৰ অমিক্ৰনৰ সংক্ৰমণ বৃদ্ধি পূজাৰ পিছতেই আৰম্ভ হব নেকি কভিডৰ নতুন ঢৌ | Assamese |
মাংস খোৱা সংগীৰ সৈতে যৌন সম্পৰ্ক স্থাপন নকৰিব ৰ এই অনুৰোধত তাজ্জব বিশ্ব | Assamese |
বিশ্ব পৰ্যটন দিৱস ২০২২ইতিহাস তাৎপৰ্য থীম | Assamese |
বৃহস্পতিক আজি ৰাতি পৃথিৱীৰ পৰা দেখা যাব ৫৯ বছৰৰ পিছত এই ঘটনা আপুনি কেনেকৈ আৰু কেতিয়া চাব পাৰিব জানক | Assamese |
হাতীৰ পোৱালী জন্ম হৈছে যত্ন ল বলৈ একগোট হ ল মাহীয়েকহঁত মৰমলগা ভিডিঅ ই দৃষ্টি আকৰ্ষণ কৰিছে সকলোৰে | Assamese |
ৰাছিয়াই কাৰাগাৰৰ পৰা মুকলি কৰি দিয়া ইউক্ৰেইনৰ এজন সৈনিকৰ দুখন ফটোৱে হতভম্ব কৰিছে বিশ্বক | Assamese |
ৰাছিয়াৰ ইজেভস্কৰ স্কুলত বন্দুকধাৰীৰ নিৰ্বিচাৰ গুলীচালনা ৭ শিশুকে ধৰি ১৩ জনক গুলীয়াই হত্যা নিজকো গুলীয়ালে হত্যাকাৰীয়ে | Assamese |
টুইটাৰযোগে কংগ্ৰেছ সাংসদ ৰাহুল গান্ধীৰ ভাৰত জোৰো যাত্ৰা লৈ হলিউড অভিনেতা জন কুচাকৰ সমৰ্থন | Assamese |
অস্কাৰ বিজয়ী প্ৰখ্যাত অভিনেত্ৰী লুইছ ফ্লেচাৰ আৰু নাই | Assamese |
কপাল ফুলিল এইজন গাড়ী ধোৱা যুৱকৰ লটাৰীত ২১ কোটি টকা জয় কৰি ৰাতিৰ ভিতৰতে হ ল কোটিপতি | Assamese |
এতিয়া কেৱল প্ৰধানমন্ত্ৰী মোডীয়েহে ৰাছিয়াইউক্ৰেইন যুদ্ধ বন্ধ কৰিব পাৰে ৰাষ্ট্ৰসংঘত কৈছিল মেক্সিকোৰ বৈদেশিক মন্ত্ৰীয়ে | Assamese |
পকেটত কণ্ডমৰ ৰচিদ পোৱাৰ বাবে ডাৰবান আৰক্ষীৰ এগৰাকী বিষয়াই গুলিয়াই হত্যা কৰিলে নিজৰ বয়ফ্ৰেণ্ডক | Assamese |
তৃতীয়বাৰৰ বাবে পিতৃ হ বলৈ গৈ আছে মাৰ্ক জুকাৰবাৰ্গ ছ চিয়েল মিডিয়াত শ্বেয়াৰ কৰিলে সুখবৰ | Assamese |
এতিয়া সুৰাপান কৰি চলাব নোৱাৰিব কাৰ সুৰাপান কৰি ড্ৰাইভিং ছিটত বহিলেই বাজিব এলাৰ্ম | Assamese |
বিশ্ব গঁড় দিৱস ২০২২ইতিহাস তাৎপৰ্য আকৰ্ষণীয় তথ্য সম্পৰ্কে জানো আহক | Assamese |
ভাৰতভূটান সীমান্তবাসীলৈ সুখবৰ আঢ়ৈ বছৰৰ অন্তত ২৩ ছেপ্টেম্বৰত পুনৰ খোল খাব চুবুৰীয়া ৰাষ্ট্ৰ ভূটানৰ প্ৰৱেশদ্বাৰ | Assamese |
গৱেষকৰ মতে পৃথিৱীত আছে ২০০০০০০০০০০০০০০০০০০০০০০০০ পৰুৱা ওজন ৩০ লাখ ভাৰতীয় হাতীৰ সমান | Assamese |
মেক্সিকোত ৫৮ ৰিখটাৰ প্ৰাবল্যৰ ভূমিকম্প দুদিনত দুবাৰকৈ অনুভূত হ ল জোকাৰণি | Assamese |
বিশ্বকাপৰ নতুন জাৰ্চিক লৈ সামাজিক মাধ্যমত ব্যাপক ট্ৰলৰ সন্মুখীন পাকিস্তান দল জাৰ্চিৰ ৰং আৰু আৰ্হিক তৰমুজ সদৃশ বুলি সমালোচনা নেটিজেনৰ | Assamese |
উইণ্ডছৰ কেচেলৰ ছেইণ্ট জৰ্জ চেপেলৰ ৰয়েল ভল্টত সোমবাৰে সমাধিস্থ কৰা হ ল ইংলেণ্ডৰ ৰাণী এলিজাবেথ দ্বিতীয়ৰ নশ্বৰদেহ | Assamese |
প্ৰতি ঘণ্টাত ২৩০ কিলোমিটাৰ বেগেৰে জাপানত টাইফুন নানমাড ল ৰ তাণ্ডৱ বিশেষ সতৰ্কতা জাৰি | Assamese |
আজি সম্পন্ন হ ব ৰাণী দ্বিতীয় এলিজাবেথৰ অন্ত্যেষ্টিক্ৰিয়া ইতিমধ্যে উপস্থিত কেইবাখনো দেশৰ মুৰব্বীসকল | Assamese |
টেনিচ কিংবদন্তি ৰজাৰ ফেডাৰাৰৰ সম্পত্তিৰ পৰিমাণ কিমান ২৪ বছৰীয়া কেৰিয়াৰত কিমান কোটি প্ৰাইজমানী অৰ্জন কৰিছিল | Assamese |
দক্ষিণপূব টাইৱানত ৬৮ ৰিখটাৰ প্ৰাবল্যৰ ভূমিকম্প ছুনামিৰ আশংকা | Assamese |
আজি বিশ্ব বাঁহ দিৱসকিয় উদযাপন কৰা হয় এই দিৱস সেই বিষয়ে জানো আহক | Assamese |
ৰাণী দ্বিতীয় এলিজাবেথৰ কফিনৰ পহৰাত সামৰিক পোছাকত দেখা গ ল প্ৰিন্স হেৰী আৰু উইলিয়ামক | Assamese |
হিজাব নিপিন্ধাৰ বাবেই মৰেলিটী পুলিচৰ বৰ্বৰ নিৰ্যাতনৰ পিছত ইৰাণৰ মাহছা আমিনিৰ কৰুণ মৃত্যু | Assamese |
এয়া কেৱল ছবি নহয় ইয়াক লালনপালন কৰা হয় এই গাওঁখনৰ লোকসকলৰ জীৱিকা হৈছে সাপৰ ফাৰ্ম ইয়াতেই থাকে বছৰি লাখ লাখ বিষাক্ত সাপ | Assamese |
ৰ বৈঠকত ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনক সাক্ষাৎ কৰিব প্ৰধানমন্ত্ৰী মোডীয়ে জানো আহক বৈঠকত প্ৰধানমন্ত্ৰীৰ সময়সূচীৰ সম্পূৰ্ণ বিৱৰণ | Assamese |
কাৰ দুৰ্ঘটনাৰ সন্মুখীন ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভলডিমিৰ জেলেনস্কি | Assamese |
চুক্তি ভংগ কৰিবলৈ চেষ্টা কৰি থাকিলেও টুইটাৰৰ অংশীদাৰসকলে এলেন মাস্কৰ চুক্তিক সমৰ্থন কৰিছে | Assamese |
বিমানৰ কবৰস্থান এই সমাধিক্ষেত্ৰত অগণন বিমান মৃতদেহৰ দৰে পৰি আছে | Assamese |
অষ্ট্ৰেলিয়াৰ এটা চন্দুকত আবদ্ধ হৈ আছে ৰাণী দ্বিতীয় এলিজাবেথে লিখা এখন গোপন চিঠি ২০৮৫ চনলৈকে খুলিব পৰা নাযাব | Assamese |
শ্ৰীলংকাৰ দখলত এছিয়া কাপ ২০২২ৰ চেম্পিয়নৰ খিতাপ ২৩ ৰাণৰ ব্যৱধানত পৰাজিত হৈ ৰাণাৰআপ পাকিস্তান | Assamese |
ভাৰতবাংলা সম্পৰ্ক অধিক সুদৃঢ কৰাৰ লক্ষ্য চুবুৰীয়া ৰাষ্ট্ৰখনলৈ উত্তৰপূৰ্বাঞ্চলৰ আটাইকেইখন ৰাজ্যৰ মুখ্যমন্ত্ৰীক ৩ দিনীয়া ভ্ৰমণৰ বাবে আমন্ত্ৰণ | Assamese |
আমেৰিকান সেনাই এৰি যোৱা ব্লেক হক হেলিকপ্টাৰ উৰুৱাই বিপদত তালিবানৰ নৱাগত পাইলট দুৰ্ঘটনাত পতিত হৈ তিনিজনৰ মৃত্যু | Assamese |
চন্দ্ৰ ক এইবাৰ পৃথিৱীলৈ নমাব সংযুক্ত আৰৱ এমিৰেটছে | Assamese |
ৰাজকুমাৰ উইলিয়ামৰ পত্নী কেট মিডলটন উপস্থিত নহ লে ৰাণী এলিজাবেথৰ অন্তিম শয়নত কিয় জানেনে | Assamese |
ৰীমা দাসৰ তৰাজ হাছবেণ্ড প্ৰদৰ্শিত হব ত | Assamese |
হুইচেলব্ল ৱাৰ সৈতে টুইটাৰৰ ৭ মিলিয়ন ডলাৰৰ চুক্তি সন্দৰ্ভত ইলন মাস্কৰ প্ৰতিক্ৰিয়া জানো আহক | Assamese |
ৰ ৰজা তৃতীয় চাৰ্লছে সম্বোধন কৰিলে ৰাষ্ট্ৰক প্ৰথম ভাষণত দেশখনক গোটেই জীৱন সেৱা কৰাৰ প্ৰতিশ্ৰুতি | Assamese |
ভাৰতৰ কোন কোন প্ৰধানমন্ত্ৰীক আতিথ্য দিছিল ৰাণী দ্বিতীয় এলিজেবেথে | Assamese |
ৰাণী এলিজাবেথৰ মৃত্যু আটাইতকৈ ডাঙৰ প্ৰশ্নটো হ ল কহিনুৰৰ উত্তৰাধিকাৰী কোন হ ব | Assamese |
মাত্ৰ ১ মাহতে ১০০০ কোটি টকা উপাৰ্জন কৰিলে ২০ বছৰীয়া এজন যুৱকে কিদৰে | Assamese |
অবিশ্বাস্য যমজ সন্তানৰ জন্ম দিলে মহিলাই অথচ পিতৃ বেলেগ বেলেগ কিদৰে সম্ভৱ | Assamese |
আটাইতকৈ বেছি দিন তেঁৱেই আছিল ব্ৰিটেইনৰ সম্ৰাজ্ঞী ৰাণী দ্বিতীয় এলিজাবেথৰ দেহাৱসান | Assamese |
বৃটেইনৰ ৰাণী দ্বিতীয় এলিজাবেথৰ মৃত্যু বাকিংহাম পেলেচে কৰিলে ঘোষণা | Assamese |
বৃটেইনৰ ৰাণী দ্বিতীয় এলিজাবেথৰ স্বাস্থ্যৰ অৱনতি উদ্বিগ্ন পৰিয়াল চিন্তিত চিকিৎসক | Assamese |
Subsets and Splits
No community queries yet
The top public SQL queries from the community will appear here once available.