text stringlengths 1 2.59k ⌀ | language stringclasses 10
values |
|---|---|
ভেকছিনে প্ৰজনন ক্ষমতা প্ৰভাৱিত কৰিব পাৰে নেকি গৰ্ভৱতী মহিলা আৰু স্তন্যপান কৰা মহিলাই ভেকছিন ল ব পাৰিবনে | Assamese |
গুলিয়ান বেৰী ছিণ্ড্ৰোম কি কোভিশ্বিল্ডৰ ড জ লোৱা খুব কম সংখ্যকৰ মাজত দেখা গৈছে এনে ৰোগ কেনে ইয়াৰ লক্ষণ | Assamese |
কোৰোনা মুক্ত হোৱাৰ পিছতেই বৃদ্ধি পায় আৰু ৰ শংকা কি কয় বিশেষজ্ঞই জানি লওক | Assamese |
নতুন ভেৰিয়েণ্ট এ আনিব তৃতীয় ঢৌ অধিক সংক্ৰামক প্ৰকাৰটোৰ ক্ষেত্ৰত কাৰ্যকৰী হ বনে ভেকচিন কি কয় বিশেষজ্ঞসকলে | Assamese |
আৰু ৰ অধিক ব্যৱহাৰে ক্ষতি কৰে শ্ৰৱণ ক্ষমতাক কাণেৰে নুশুনা হৈ পৰিব পাৰে আপুনি | Assamese |
আপুনি জানেনে ভিটামিন চিৰ অধিক গ্ৰহণে শৰীৰৰ ক্ষতি কৰিব পাৰে জানি লওক বিশেষজ্ঞৰ মতামত | Assamese |
প্ৰৱণতাই হৈছে পৰ্যটন মুকলি কৰাৰ একমাত্ৰ উপায় ইয়ে কেনেদৰে পৰ্যটকক আকৰ্ষিত কৰিব পাৰে | Assamese |
কোভিডৰ বাধানিষেধৰ মাজতে কাইলৈৰ পৰা কামাখ্যাধামত অম্বুবাচী মেলা অসমীয়া সমাজত সাত লগা বা অম্বুবাচী কি জানেনে | Assamese |
অনলাইন বিত্তীয় প্ৰৱঞ্চনাৰ বলি হৈছে নেকি ঘূৰাই পাব হেৰুওৱা ধন কেনেকৈ জানি লওক | Assamese |
মহাকাশলৈ ফুৰিবলৈ যাওঁ আহক থকাখোৱা ধৰি এটা পেকেজৰ বাবদ খৰচ হয় ইমান টকা মহাকাশ পৰ্যটনৰ ব্যৱসায় দৌৰত এইকেইটা কোম্পানী | Assamese |
২৯ খন দেশত পোৱা গৈছে ৰ নতুন প্ৰকাৰ বিশ্ব স্বাস্থ্য সংস্থাৰ চিন্তা যদি এই প্ৰকাৰটো সমগ্ৰ বিশ্বতে বিয়পি পৰে | Assamese |
ৰাহুল দ্ৰাবিড় ছ চিয়েল মিডিয়াত নাই কিয় আপুনি কাৰণটো শুনি আচৰিত হ ব | Assamese |
কাৰাগাৰত উকীলৰ সৈতে সাক্ষাতৰ পিছতে প্ৰেম আৰু পিছত বিবাহ জিকিছিল বিশ্বকাপো কওকচোন কোন এই তাৰকা ক্ৰিকেটাৰ | Assamese |
ভয়ংকৰ পথ দুৰ্ঘটনাৰ পৰা কথমপি প্ৰাণ ৰক্ষা পৰিল লিঅ নেল মেছিৰ চাওক ভিডিঅ | Assamese |
বিৰাটৰ সপোন ভাঙিলে ১৪০ কেজিৰ বলাৰে বল এনেকৈ ঘূৰিল যে বুজি পোৱাৰ আগতেই আউট কোহলী | Assamese |
টেনিচ তাৰকাৰ দৰেই জনপ্ৰিয় এই ঈগল চৰাই পহৰা দিয়ে উইম্বলডন ক্টত জানেনে এই অবিশ্বাস্য সত্য | Assamese |
কোহলীৰ সন্মুখত ৱেষ্ট ইণ্ডিজ ভ্ৰমণত ডাঙৰ অভিলেখ স্থাপন কৰাৰ বৃহৎ সুযোগ | Assamese |
নদীদ্বীপ মাজুলীত উপস্থিত হৈয়ে দেশক গৌৰৱান্বিত কৰা পবিত্ৰ নাথে স্বৰ্ণপদক অৰ্পণ কৰিলে পিতৃক | Assamese |
হোৱাটছএপৰ পৰা ফেচবুকত লগাব পাৰিব ষ্টোৰী এই আশ্চৰ্যজনক সুবিধাটোত কাম চলি আছে আপুনি ইয়াক এনেদৰে ব্যৱহাৰ কৰিব পাৰিব | Assamese |
আপোনাৰ চেট আনৰ ওচৰলৈ কিয় যায় হোৱাটছএপ কেনেদৰে লক কৰিব লাগে ইয়াত এবাৰ চাওক | Assamese |
টুইটাৰৰ পৰা উপহাৰ এতিয়া আপুনি ১০ হাজাৰ টা বৰ্ণত টুইট কৰিব পাৰিব টেক্সট ফৰ্মেটিঙৰ অপচনো থাকিব | Assamese |
ফেচবুকে ক ব যে ঘৰত ইণ্টাৰনেটৰ কিমান এনেদৰে পৰীক্ষা কৰক | Assamese |
গামোচাই ভৌগোলিক সূচাংক লাভ কৰাৰ আঁঁৰৰ মানুহগৰাকীক জানেনে | Assamese |
ত কেতিয়াবা এনে ধৰণৰ লিখনি আহি থাকে এয়া ভাল নে বেয়া জানক | Assamese |
কেতিয়া নিৰ্মাণ সম্পূূূূূৰ্ণ হ ব মালিগাঁও উৰণীয়া সেঁতুৰ নিৰ্মাণকাৰী সংস্থাৰ বিষয়ববীয়াই জনালে সময়সীমা | Assamese |
৫ৰ পৰিৱৰ্তে ৩ বা ৪ ত ফেন চলালে বিদ্যুতৰ ব্যয় হ্ৰাস হয় বিল হ্ৰাস হয় এই কথা সঁচা নেকি | Assamese |
আপোনাৰ ফোনত ইণ্টাৰনেট নাই বা আপুনি পাছৱৰ্ডটো পাহৰি গৈছে আৰু ব্যৱহাৰকাৰীসকলে এনেদৰে পঠিয়াব পাৰিব ধন | Assamese |
ফোনটোৰ বেটাৰী ১০ শতাংশ হ্ৰাস হোৱা নাই কিন্তু আপুনি পুনৰ চাৰ্জ কৰি আছে ঘনে ঘনে চাৰ্জত দি আপুনি ভুল কৰিছে নেকি | Assamese |
৬০ বছৰৰ পিছত প্ৰথমবাৰৰ বাবে ই সলনি কৰিলে নিজৰ | Assamese |
আপোনাৰ প্ৰফাইলত কোনে ঘনে ঘনে নজৰ ৰাখে জানিব পাৰিব এই সহজ উপায়েৰে | Assamese |
৩৯৯ টকাৰ পৰাই আৰম্ভ আপোনাৰ বাবে জিঅ ফাইবাৰৰ আকৰ্ষণীয় প্লেন | Assamese |
টুইটাৰ সেৱা ব্যাহত ফেচবুক আৰু ইনষ্টাগ্ৰামৰো অনুৰূপ অৱস্থা সমস্যাত লাখ লাখ ব্যৱহাৰকাৰী | Assamese |
কোম্পানীটোৱে প্ৰথমবাৰৰ বাবে এপল পে লেটাৰ সেৱা আৰম্ভ কৰিছে নতুন ৰ সুবিধা কেনেদৰে ল ব | Assamese |
আপোনাৰ মবাইল ফোনটো আন কোনোবাই ব্যৱহাৰ কৰিছে নেকি যদি কৰিছে কি কি চাইছে আপোনাৰ ফোনত কেনেকৈ জানিব চাওক এই | Assamese |
কৃত্ৰিম বুদ্ধিমত্তাই চাকৰি খাব নেকি সাংবাদিকৰ য়ে এতিয়া শংকিত কৰিছে সংবাদকৰ্মীক | Assamese |
ভাৰতবৰ্ষত পুনৰ নিষিদ্ধ হ ল বহু এপ চীনৰ সৈতে সম্পৰ্ক থকা ১৩৮টা জুৱা এপ আৰু ৯৪টা ঋণ এপ নিষিদ্ধ কৰিলে কেন্দ্ৰই | Assamese |
ভাৰতত ডেটিং এপবোৰ আইনী নে আৰু ইয়াৰ সৈতে সম্পৰ্কিত আইন কি দেশত ৩ কোটিতকৈও অধিক ইয়াৰ ব্যৱহাৰকাৰী | Assamese |
ৰ মাৰ্ভেল এভেঞ্জাৰ্ছ ফোন প্ৰতিটো দিশৰ পৰাই চমকলগা | Assamese |
বিমানযাত্ৰীসকলে বিমানত কৰিব পাৰিব ফোন আৰু ইণ্টাৰনেটৰ ব্যৱহাৰ | Assamese |
আপোনাৰ হাতত আছে নেকি এইটো স্মাৰ্টফোন ৩০ এপ্ৰিলৰ পিছত নচলিব ফেচবুক | Assamese |
উচ্চ ৰক্তচাপত ভুগি আছে নেকি এই ঘৰুৱা উপাদানটো আহাৰত ৰাখিব ই যাদুৰ দৰে কাম কৰিব | Assamese |
এই ফলৰ বীজে চৰ্বি হ্ৰাস কৰিব এই উপাদান ব্যৱহাৰ কৰি আপুনি পাব চৰ্বি মুক্ত শৰীৰ | Assamese |
ভাল পাওক বা নাপাওক কলৰ ফুলে আপোনাক এই ভয়াবহ ৰোগৰ পৰা ৰক্ষা কৰিব পাৰে | Assamese |
কলডিল কেৱল পাচলিয়েই নহয় আছে ভৰপূৰ ঔষধি গুণো জানেনে ইয়াৰ উপকাৰিতা | Assamese |
মাতৃ হোৱাৰ পিছত শৰীৰত পৰিৱৰ্তন চৰম অৱসাদত ভুগিছে নেকি কি কৰিব লাগে জানি লওক | Assamese |
ওজন হ্ৰাস কৰিবলৈ প্ৰতিদিনে এই ৫ টা যাদুকৰী উপাদান পান কৰক সোনকালে চৰ্বি হ্ৰাস হ ব | Assamese |
একেলগে ৰক্ত শৰ্কৰা আৰু উচ্চ ৰক্তচাপ হ্ৰাস কৰিব বিচাৰে নেকি নিয়মীয়াকৈ ব্লেকবেৰী বীজৰ পাউডাৰ খাব | Assamese |
গ্ৰীষ্মকালত হিটষ্ট্ৰোকৰ বিপদাশংকা হ্ৰাস হ ব এই পানীয় খালে শৰীৰো ফিট থাকিব | Assamese |
গৰমত আপোনাৰো হালধীয়া ৰঙৰ প্ৰস্ৰাৱ হৈছে নেকি ই কি ৰোগৰ লক্ষণ চিকিৎসকৰ পৰা জানক ইয়াৰ কাৰণ | Assamese |
আপোনজনৰ ধূমপানৰ স্বভাৱ এৰাব বিচাৰে নেকি তেন্তে এই ঘৰুৱা কৌশলবোৰ জানি লওক | Assamese |
গৰমৰ দিনতো শৰীৰ যিয়ে কৰে সদায়ে সুখী সতেজ আৰু শক্তি বৃদ্ধি কৰে হাজাৰ গুণ | Assamese |
মাত্ৰ ৪৫টা নিম পাতে আপোনাক গৰমত নিৰোগী আৰু ধুনীয়া কৰি তুলিব পাৰে কেৱল ব্যৱহাৰৰ সঠিক উপায়টো জানক | Assamese |
কাজিৰঙাত ক লে পশুপালন মন্ত্ৰীয়ে নগাঁৱত লাম্পিয়ে লৈছে ভয়ংকৰ ৰূপ | Assamese |
১ দিনত ১ কেজি যাদুৰ দৰে ওজন হ্ৰাস হ ব পেটৰ চৰ্বি হ্ৰাস হ ব এই সহজ কাৰ্যত | Assamese |
ৰ পৰা ৰক্ষা পোৱাৰ আগতীয়া উপায় হৃদযন্ত্ৰক সুস্থ কৰি ৰাখিবলৈ কি কি খাদ্য খাব | Assamese |
চাহকফীৰ লগত চিগাৰেট খোৱাটো অতি বিপজ্জনক আপুনি গম নোপোৱাকৈ হৈ যাব পাৰে এনে মাৰাত্মক ৰোগ | Assamese |
এই ৪ টা চুপাৰ ফুডে ডায়েবেটিচ হ্ৰাস কৰিব পাৰে ডায়েবেটিচ হ্ৰাস কৰিবলৈ যাদুকৰী সূত্ৰ শিকক | Assamese |
এই পাচলি খোৱাটোৱে কলেষ্টেৰল হ্ৰাস কৰিব ৰক্তচাপো খৰখেদাকৈ হ্ৰাস পাব জানক | Assamese |
আছে নেকি গৰ্ভধাৰণৰ আদৰ্শ বয়স জানক কি কয় আয়ুৰ্বেদিক স্ত্ৰীৰোগ বিশেষজ্ঞই | Assamese |
ঘৰুৱা মচলাতে কলেষ্টেৰল দ্ৰুততাৰে হ্ৰাস হ ব এই পাকঘৰৰ উপাদানটোৱে আপোনাক হাৰ্ট এটাকৰ পৰা সুৰক্ষিত কৰিব | Assamese |
আজি মেষ বৃষকে ধৰি চাৰিটা ৰাশিচিহ্নৰ ভাগ্য জিলিকিব স্বাস্থ্যৰ অৱনতি হোৱাৰ সম্ভাৱনা আপোনাৰ ৰাশিফল চাওক | Assamese |
অভাৱৰ কথা পাহৰি যাওক অজস্ৰ টকা আহিব এই নিয়ম অনুসৰণ কৰি ঘৰত কেৱল এই গছ ৰোপণ কৰক | Assamese |
৩ মাহৰ ভিতৰত অবৈধ বুলি গণ্য কৰা হব আপোনাৰ লাইচেঞ্চ আৰু গাড়ীৰ তাৰ পূৰ্বে কৰি লওক এই কাম | Assamese |
যদি ঘৰৰ কোনো ঠাইত মোবাইল নেটৱৰ্ক নাথাকে তেন্তে এই উপায়েৰে ফোনত আহিব পূৰ্ণ নেটৱৰ্ক | Assamese |
আগষ্টৰ দ্বিতীয় দিনটোত মিথুন ৰাশিসহ সাতটা ৰাশিচিহ্নৰ ভাল দিন বিত্তীয় লাভ আৰু পদোন্নতিৰ সুযোগ | Assamese |
মহিলাসকলে ক ত বিনিয়োগ কৰাটো লাভজনক ইয়াত শীৰ্ষ ৫ টা বিকল্প দিয়া হৈছে | Assamese |
হাতত বেছি সময় নাই এই আগষ্ট মাহতেই বেয়া সময় আহিব পাৰে এই ৩ ৰাশিলৈ | Assamese |
আজি শাওণৰ মঙলবাৰ এই বিশেষ ব্ৰত স্বামী আৰু পৰিয়ালৰ কল্যাণৰ বাবে পালন কৰিব পাৰে | Assamese |
বিভিন্ন কেলেণ্ডাৰ অনুসৰি ২০২৩বৰ্ষটো কোনটো বছৰ | Assamese |
অৱশেষত দাম কমিল সোণৰ গহণা কিনাৰ আগতে জানি লওক দাম গুৱাহাটীত আজি কিমান দাম | Assamese |
আজি মকৰ আৰু কুম্ভ ৰাশিৰ লোকে দুৰ্ঘটনাৰ পৰা সাৱধান হব মীন ৰাশিৰ চাকৰি আৰু ব্যৱসায় বৃদ্ধিৰ সুযোগ | Assamese |
তুলা ৰাশিৰ লোকসকলে ভুলতো ভ্ৰমণ নকৰিব বৃশ্চিক আৰু ধনু ৰাশিৰ লোকসকল ভাগ্য বৃদ্ধিৰ সুযোগ | Assamese |
কৰ্কট আৰু সিংহ ৰাশিৰ লোকসকলে প্ৰেম সম্পৰ্কত সফলতা লাভ কৰিব কন্যা ৰাশিৰ ব্যয়ৰ সম্ভাৱনা অধিক | Assamese |
মেষ ৰাশিৰ চাকৰিত পদোন্নতি বৃষ আৰু মিথুন ৰাশিৰ ব্যৱসায়ত লাভৰ সুযোগ | Assamese |
টাইটানিকৰ ধ্বংসস্তূপৰ কাষত কেনেকৈ হেৰাই গ ল টাইটান আটলান্টিকৰ অতল গহ্বৰত কেনেকৈ পালে সম্ভেদ | Assamese |
শীঘ্ৰেই গুজৰাটত মুকলি হব গুগলৰ ফিনটেক কেন্দ্ৰ প্ৰধানমন্ত্ৰী মোদীক সাক্ষাতৰ পিছত সুন্দৰ পিচাইৰ ঘোষণা | Assamese |
আটলাণ্টিকৰ অটল গৰ্ভত টাইটানিকৰ ৫০০ মিটাৰ নিলগত ৫ যাত্ৰীক লৈ নিথৰ টাইটান কিয় ধ্বংস হল টাইটান | Assamese |
মোদী জ্বৰত আক্ৰান্ত আমেৰিকা মাৰ্কিন কংগ্ৰেছত বক্তব্য ৰখাৰ অন্তত অন্য ৰূপত দেখা গল মোদীক চাওক ফটো | Assamese |
হোৱাইট হাউছৰ নৈশভোজৰ কাৰ্যসূচীত উপস্থিত ৰ অধ্যক্ষ মুকেশ আম্বানী আৰু পত্নী নীতা আম্বানী | Assamese |
টাইটানিক অভিমুখে যোৱা টাইটান চাবমেৰিনত থকা সকলো ক্ৰু সদস্যৰ বিস্ফোৰণ ফলত মৃত্যুআমেৰিকা যুক্তৰাষ্ট্ৰৰ উপকূলৰক্ষী বাহিনী | Assamese |
নাছাই সতৰ্ক কৰি দিছে যে সৌৰ ধুমুহা পৃথিৱীৰ ফালে আগবাঢ়িছে অন্ধকাৰ হ ব পাৰে পৃথিৱীৰ কিছু অংশ | Assamese |
প্ৰথমবাৰ মহাকাশত ফুলিল ফুল ৰ ফটোক লৈ উচ্ছ্বসিত নেটিজেন | Assamese |
আজি আন্তঃৰাষ্ট্ৰীয় নাৰ্চ দিৱস ইয়াৰ ইতিহাস আৰু এই বৰ্ষৰ বিষয়বস্তু জানক | Assamese |
অশান্ত পাকিস্তান বন্ধ ইন্টাৰনেট ছ চিয়েল মেডিয়া এইপৰ্যন্ত ২ জন বিক্ষোভকাৰীৰ মৃত্যু | Assamese |
পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰান খানক গ্ৰেপ্তাৰ | Assamese |
ছুডানত অন্ত পৰিব নে যুদ্ধৰ আলোচনাত দুয়ো ফৈদৰ সন্মতি প্ৰকাশ এতিয়ালৈকে ৫০০ৰো অধিক লোকৰ মৃত্যু | Assamese |
আজি মহাৰজা চাৰ্লছ তৃতীয়ৰ ৰাজ্যাভিষেক ব্ৰিটেইনত ৭০ বছৰৰ পিছত প্ৰথম ৰাজ্যাভিষেকৰ প্ৰস্তুতি | Assamese |
সুৰাৰ ৰাগীত মতলীয়া হৈ থাকে এইখন দেশ য ত ড্ৰাগছ ৰখাটোও বৈধ তথাপিও এইখন বিশ্বৰ ভিতৰতে নিৰাপদ দেশ | Assamese |
টাইটানিকৰ ১১১ বছৰীয়া পুৰণি মেনু ভাইৰেল বিলাসী জাহাজখনত যাত্ৰীসকলক যি খুওৱা হৈছিল আপুনি কল্পনাও কৰিব নোৱাৰিব | Assamese |
আমেৰিকাত উদযাপন হব দীপাৱলী উৎসৱ পেনচিলভেনিয়াই ঘোষণা কৰিলে বন্ধ | Assamese |
ছুদানত আবদ্ধ ভাৰতীয়ৰ কৱচ অপাৰেচন কাৱেৰী সুমেধাত উঠি জেদ্দাহলৈ ৰাওনা ২৭৮জন লোক | Assamese |
কাইলৈ হাইব্ৰিড সূৰ্যগ্ৰহণ যিটো প্ৰত্যক্ষ কৰিবলৈ পৃথিৱীবাসীয়ে বহু বছৰ অপেক্ষা কৰিব লগা হয় | Assamese |
ৰাষ্ট্ৰসংঘৰ জনসংখ্যা কোষৰ তথ্য ভাৰত এতিয়া বিশ্বৰ আটাইতকৈ জনবহুল দেশ | Assamese |
চীনত দলঙৰ ওপৰত গঢ়ি তুলিছে এখন ব্যতিক্ৰমী চহৰ দৃষ্টি আকৰ্ষণ কৰিব আপোনাৰো | Assamese |
বিশ্বৰ আটাইতকৈ দীঘল নাক থকা মানুহজন ছচিয়েল মিডিয়াত ভাইৰেল ফটো | Assamese |
মহাকাশত শাকপাচলি মহাকাশত উৎপাদন হ ল ২০০০ কেজি বিলাহী ইয়াৰ পিছত কি হ ল জানি আচৰিত হ ব | Assamese |
তুৰস্কত পুনৰ ভূমিকম্প ফেব্ৰুৱাৰীত মৃত্যু হৈছিল ৫০ হাজাৰ লোকৰ | Assamese |
বিশ্বৰ আটাইতকৈ দামী মাছ যি ৪০ বছৰলৈ জীয়াই থাকিব পাৰে ইয়াৰ দাম শুনিলেই থতমত খাব আপুনি | Assamese |
ডুবাইৰ এক অট্টালিকাত ভয়ংকৰ অগ্নিকাণ্ড ১৬ জন লোকৰ মৃত্যু কেৰেলাৰ এক দম্পতীসহ আছিল ৪ ভাৰতীয় | Assamese |
জাপানৰ প্ৰধানমন্ত্ৰী ফুমিও কিছিদাক হত্যাৰ চেষ্টা সভাত বোমা বিস্ফোৰণ আক্ৰমণকাৰীক গ্ৰেপ্তাৰ | Assamese |
Subsets and Splits
No community queries yet
The top public SQL queries from the community will appear here once available.