text stringlengths 1 2.59k ⌀ | language stringclasses 10
values |
|---|---|
নিৰ্বাচনমুখী অসমত অসাধু চিমেন্ট ছিণ্ডিকেটয়ে বঢ়ালে চিমেন্টৰ মূল্য | Assamese |
১৫ মে পৰ্যন্ত থাকিব ৰ নতুন নিয়মাৱলী মানি লোৱাৰ সময় তাৰপাছত কি হব | Assamese |
উচ্চতম ন্যায়ালয়ত মুখথেকেচা ৰিলায়েন্সফিউচাৰ গ্ৰুপৰ চুক্তি স্থগিতাদেশ জাৰি | Assamese |
৪৮বছৰ পূৰ্বে চাকৰিৰ বাবে আবেদন কৰিছিল ষ্টিভ জবছে নীলামত উঠিল সেই আবেদন পত্ৰ | Assamese |
মেঘালয়ত নতুন বিশাল সংহত চিমেন্ট প্ৰকল্পৰ প্ৰস্তাৱ চিমেন্টৰ ৫গৰাকী সঞ্চালকৰ | Assamese |
জীৱনত সুখ বিচাৰেনে মানি চলক আচাৰ্য চাণক্যৰ এই তিনিটা নীতি আহিব সুখপলাব দুখ | Assamese |
২০২৪ ৰ লোকসভা নিৰ্বাচনত ৪০০তকৈও অধিক আসন লাভ কৰিব বিজেপি মিত্ৰজোঁটে নোমল মমিন | Assamese |
উপায়হীন ঠিকাদাৰ চৰকাৰে বিল পৰিশোধ নকৰাৰ বাবে ডিজিপি কাৰ্যালয়ত সমবেত ঠিকাদাৰৰ দল | Assamese |
সমষ্টি পুনৰ নিৰ্ধাৰণ খচৰাৰ আপত্তি দৰ্শাই দিল্লীত স্মাৰকপত্ৰ প্ৰদান আম আদমি পাৰ্টীৰ | Assamese |
অগ্নিগৰ্ভৰ মণিপুৰ২৪ ঘণ্টাত দুই যুৱক এগৰাকী মহিলাক গুলীয়াই হত্যা | Assamese |
অশান্ত মণিপুৰ আশ্চৰ্যকৰভাৱে অদ্ভুত মোদীৰ মৌনতাপুনৰ সৰৱ কংগ্ৰেছ | Assamese |
৮ আদিবাসী সংগঠনৰ সদস্যৰ অস্ত্ৰসম্বৰণপুনৰ্বাসনৰ পেকেজ ঘোষণা চৰকাৰৰ | Assamese |
শোণিতপুৰত ট্ৰাকৰ সৈতে গাড়ীৰ মুখামুখি সংঘৰ্ষত নিহত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰ | Assamese |
কনাতংকৰ মাজতে প্ৰধানমন্ত্ৰী মোদীৰ ঘোষণা কাৰ্যালয়লৈ যাব লাগিব কেন্দ্ৰীয় মন্ত্ৰীসকল | Assamese |
ভাৰতে ৰ বিৰুদ্ধে লগা যুঁজখনত পৰাস্ত হৈছে নেকি | Assamese |
কনা মহামাৰীৰ সাম্প্ৰদায়িক ৰং | Assamese |
বিত্তীয় সংকট প্ৰসংগত কিছু প্ৰশ্ন | Assamese |
কনা ভাইৰাছঃ মীথ বনাম বৈজ্ঞানিক সত্য | Assamese |
লকডাউনত চৰকাৰৰ কিছু কৰণীয় | Assamese |
ৰ সময়ত মৃত্যুব্যাপক ক্ষয়ক্ষতিৰ মোকাবিলাৰ বাবে সাজুনে ভাৰত | Assamese |
জনতা কাৰ্ফিউ বনাম জনতাৰ স্বাস্থ্য | Assamese |
সুন্দৰৰ আঘাতজিম্বাবোৱেৰ বিৰুদ্ধে শৃংখলাৰ বাবে ভাৰতীয় দলত শ্বাহবাজ আহমেদ | Assamese |
আজিৰ পৰা আৰম্ভ হব ডুৰাণ্ড কাপগুৱাহাটীত অনুষ্ঠিত হব দহখন খেল | Assamese |
আৰম্ভ হল ডুৰাণ্ড কাপ ২০২২উদ্বোধনী মেচত এফ চি গোৱাৰ বিৰুদ্ধে ৩১ ব্যৱধানত জয় মহমেদান স্প্টিঙৰ | Assamese |
চিমেন্টৰ কাণ্ডজ্ঞানহীন কাৰ্য দিব্যাংগৰ বাবে সুবিধা নথকা টয়লেট নাই পানীৰ ব্যৱস্থা | Assamese |
ফিফাই নিষিদ্ধ কৰিলে অল ইণ্ডিয়া ফুটবল ফেডাৰেচনক ভাৰতৰ পৰা আঁতৰিল অনুৰ্ধ১৭ৰ মহিলা বিশ্বকাপ | Assamese |
গুৱাহাটীত পথ দুৰ্ঘটনাত মাহত ২১ জনকৈ লোকৰ মৃত্যু হয় | Assamese |
মেডেলটো পোৱাৰ পাছত মই কষ্টখিনি পাহৰি গৈছোনয়নমণি শইকীয়া | Assamese |
কেন্দ্ৰীয় মন্ত্ৰীৰ সোঁত এইবাৰ জাপানৰ ৰাষ্ট্ৰদূতৰ সৈতে অসমত কেন্দ্ৰীয় বৈদেশিক পৰিক্ৰমা মন্ত্ৰী | Assamese |
স্বাধীনতা দিৱসৰ পূৰ্বে ধোনীৰ বিশেষ বাৰ্তা ত্ৰিৰংগাৰে উজলাই তুলিলে নিজৰ ইনষ্টাগ্ৰাম | Assamese |
দবা অলিম্পিয়াডত সাফল্য ভাৰতৰব্ৰঞ্জ জিনিলে ভাৰতৰ বি দল আৰু মহিলা এ দলে | Assamese |
ছচিয়েল মিডিয়াত ভাৰত ৰত্নৰ দাবী এনে প্ৰচাৰ বন্ধ কৰাৰ আহ্বান ভাৰতীয় হিচাপে গৰ্বিত ৰতন টাটাৰ | Assamese |
সপ্তমবাৰৰ বাবে ভাৰতীয় ফুটবলৰ বৰ্ষশ্ৰেষ্ঠ ফুটবলাৰৰ সন্মান সুনীল ছেত্ৰীলৈ মনীষা কল্যাণলৈ মহিলাৰ শ্ৰেষ্ঠ ফুটবলাৰৰ সন্মান | Assamese |
প্ৰথমবাৰৰ বাবে বিশ্ব বাণিজ্য সংস্থাৰ নেতৃত্ব দিব এগৰাকী মহিলাই | Assamese |
নহয় এইবাৰ অসমৰ তিনি যুৱ প্ৰতিভাৰ অভিনৱ প্ৰয়াস | Assamese |
চাৰি নম্বৰ স্থানেৰে সামৰণি ভাৰতৰ চাওক ভাৰতৰ সম্পূৰ্ণ পদক তালিকা | Assamese |
প্ৰধান মন্ত্ৰী মোদীৰ আহ্বানক অসন্মান চিমেন্টৰ টয়লেটৰ সুবিধাৰ পৰা বঞ্চিত দিব্যাংগ শিক্ষাৰ্থী | Assamese |
দেশৰ এটা আজৱ বেংক এটা ছাগলী ঋণ ললে দিব লাগিব চাৰিটাকৈ ভেড়া | Assamese |
এমাজনৰ চিইঅ পদৰ পৰা জেফ বেজোছৰ অব্যাহতি নতুন দায়িত্বত কোন | Assamese |
আগতীয়াকৈ কৰক পৰিকল্পনা ফেব্ৰুৱাৰিত কমেও ১২ দিন বন্ধ থাকিব বেংকৰ কামকাজ | Assamese |
বাৰ্মিংহামত শৰৎ কমলৰ স্বৰ্ণিল যাত্ৰাচিংগলছত জয়েৰে অৰ্জন তৃতীয়টো স্বৰ্ণ | Assamese |
ৰবি শৰ্মাৰ সৈতে অলপ আলাপ | Assamese |
এন পি পি ৰ ৰাজ্যিক উপ সভাপতি তথা তত্বাৱধায়ক বিশ্বজিৎ বৰুৱাৰ ৰাইজৰ দলত যোগদান | Assamese |
গ্ৰেপ্তাৰ হল ঘগ্ৰাপাৰ থানাৰ কলংকিত আৰক্ষী বিষয়া বিমান ৰয় | Assamese |
গগৈমগৈ বুলি সাম্প্ৰদায়িক মন্তব্য কৰা মন্ত্ৰী ৰঞ্জিত দাসক বিজেপিয়ে দলৰ পৰা বৰ্খাস্ত কৰকআম আদমি পাৰ্টী | Assamese |
বিশ্বনাথ চাৰিআলিত বিনামূলীয়া চাৰু আৰু কাৰু প্ৰশিক্ষণ সম্পন্ন | Assamese |
প্ৰস্ৰাৱ কাণ্ডৰ পিছত মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানে জনজাতীয় শ্ৰমিকৰ ভৰি ধুই কৰিলে সেৱাসৎকাৰ | Assamese |
পুনৰ হিংসা মণিপুৰত ইম্ফলৰ স্কুলৰ বাহিৰত মহিলাক গুলীয়াই হত্যা | Assamese |
গুৱাহাটীৰ গণেশগুৰি উৰণীয়া সেঁতুৰ ওপৰত তিনিখন বাহনত খুন্দা মাৰিলে এখন চিটি বাছে | Assamese |
এই বিশ্বাসঘাতকতা মানুহে কেতিয়াও ক্ষমা নকৰে কাটাপ্পাক সোঁৱৰাই দিলে বাহুবলী অনুৰাগীয়ে | Assamese |
শক্তিশালী ধাৰাবাহিক আৰু ঐক্যৱদ্ধ সংগ্রামৰ বিকল্প নাই | Assamese |
কাবিৰোধী আন্দোলন আৰু আছুৰ নেতৃত্ব | Assamese |
প্ৰসংগঃ ৰাজ্যসভাৰ নিৰ্বাচন | Assamese |
৬ নং দফাৰ দুৰ্দশা | Assamese |
হত্যাকাৰী চৰকাৰ মুর্দাবাদ | Assamese |
২০২১ৰ নিৰ্বাচন আৰু অসমৰ ৰাজনীতিত বিকল্পৰ সন্ধান | Assamese |
কাবিৰোধী সংগ্ৰামত আলোকবৈদ্যুতিক প্ৰভাৱ | Assamese |
ধ্বংসৰ দিশে দীপৰ বিল | Assamese |
অপপ্ৰচাৰৰ অপপ্ৰচাৰ | Assamese |
দেশত স্থাপন হব ২ লাখ ফুড প্ৰচেছিং ক্ষুদ্ৰ উদ্যোগ অসমত কিমান কলে কেন্দ্ৰীয় মন্ত্ৰী তেলীয়ে | Assamese |
মঙল গ্ৰহত চহৰ নিৰ্মাণ কৰিব বিশ্বৰ আটাইতকৈ ধনী ব্যক্তি এলন মাস্কে | Assamese |
ঠিকনাৰ নথি অবিহনেই পোৱা যাব চিলিণ্ডাৰ কিন্তু কেনেকৈ | Assamese |
চাপত পৰি পিছ হুহুকিলে প্ৰাইভেচি পলিচিক লৈ নতুন ঘোষণাত য়ুজাৰৰ সকাহ | Assamese |
সাক্ষীৰ পিছত দ্বিতীয় ভাৰতীয় মহিলা হিচাপে মল্লযুঁজত স্বৰ্ণ জয় ভিনেশ ফোগাটৰ | Assamese |
আফ্ৰিদিক অতিক্ৰমি ছয় মৰাৰ অভিলেখ ৰোহিতৰ ৱেষ্টইণ্ডিজৰ বিৰুদ্ধে শৃংখলা জয় ভাৰতৰ | Assamese |
কমনৱেলথে লাভ কৰিলে আটাইতকৈ বয়স্ক পদক বিজয়ী৭৫ বছৰ বয়সত স্বৰ্ণ জয়েৰে চমক জৰ্জ মিলাৰৰ | Assamese |
গাখীৰ বিক্ৰী কৰি কোটিপতি এগৰাকী মহিলা মাহে ৩লাখতকৈয়ো অধিক উপাৰ্জন | Assamese |
মুকেশ আম্বানিৰ বেয়া দিন ধনকুবেৰৰ তালিকাৰ আৰু তললৈ নামিল ৰিলায়েন্সৰ গৰাকী | Assamese |
নিখাত জাৰিন আৰু শৰৎ কমলে বহন কৰিব কমনৱেলথৰ সামৰণি অনুষ্ঠানত ভাৰতীয় ধ্বজা | Assamese |
কমনৱেলথ গেমছৰ ৪ ৪০০ মিটাৰ ৰীলেৰ দলীয় শাখাত অসমৰ হিমা দাসৰ সাফল্য | Assamese |
বাৰ্মিংহামত ইতিহাস ৰচিলে ভাৰতীয় মহিলা ক্ৰিকেট দলেফাইনেলত প্ৰৱেশেৰে নিশ্চিত কৰিলে পদক | Assamese |
নগদ ধনৰ অভাৱ হৈছে মাত্ৰ ২ মিনিটতে ২লাখ টকা পৰ্যন্ত ঋণ দিব য়ে | Assamese |
স্নায়ুযুঁজত প্ৰতিপক্ষক ধৰাশায়ী কৰি মল্লযুঁজত স্বৰ্ণ জয় সাক্ষী মালিকৰ | Assamese |
গোল্ড কোষ্টৰ পিছত এইবাৰ বাৰ্মিংহামতো স্বৰ্ণ জয় বজৰং পুনিয়াৰ | Assamese |
আমেৰিকা যুক্তৰাষ্ট্ৰৰ খেলুৱৈ ব্ৰিটনি গ্ৰিনাৰক ৯ বছৰৰ কাৰাদণ্ড বিহিলে ৰাছিয়াৰ আদালতে | Assamese |
ৰ দুৰ্দান্ত অফাৰ মাত্ৰ ৩৯৮টকাত আনলিমিটেড ডাটা ভইচ কলৰ সুবিধা | Assamese |
পৰ্যটন উদ্যোগ শক্তিশালী কৰাৰ লক্ষ্য একাধিক ৰেলখণ্ডত ভিষ্টাডোম সেৱাৰ প্ৰৱৰ্তন উঃ পূঃ সীঃ ৰেলৱেৰ | Assamese |
ধুমুহাৰ গতিৰে চলিছিল বাছখন পথৰ পৰা ছিটিকি গৈ পৰিল খাৱৈত ২৯ জনৰ মৃ্ত্যু আহত ১৭ | Assamese |
শপতনামাত স্বাক্ষৰ কৰিও শান্তি নাই হোটেলত বন্দী অজিত শিবিৰৰ বিধায়ক দিল্লীলৈ শাৰদ পাৱাৰ | Assamese |
নতুন ঘৰৰ সপোন আছে গৃহ ঋণত গ্ৰাহকৰ বাবে ব্যাপক ৰেহাইৰ ঘোষণা ৰ | Assamese |
পাৱাৰ প্লে শাৰদ পাৱাৰ বনাম অজিত পাৱাৰৰ শক্তি প্ৰদৰ্শনৰ যুঁজত কোন আগবাঢ়িল | Assamese |
ছেমিত থমকিল ধিং এক্সপ্ৰেছ ০.০১ ছেকেণ্ডৰ বাবে ফাইনেল নাপালে হিমাই | Assamese |
উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ ৰূপে নিযুক্তি লাভ আন এগৰাকী অসম সন্তান উজ্জল ভূঞাৰ | Assamese |
এইবাৰ নাথুৰামৰ হাতত গান্ধীৰ মৃত্যু হব নোৱাৰে | Assamese |
ইলেকট্ৰিক পাৱাৰ খণ্ডত কেৰিয়াৰ | Assamese |
অসমত ধৰ্মপ্ৰদৰ্শনৰ বামাৰলি কাৰণপূৰণ আৰু তাৎপৰ্য্য | Assamese |
কা বিৰোধী আন্দোলন আমি যুঁজিম কিদৰে | Assamese |
নাগা বিদ্ৰোহৰ পটভূমি আৰু ইতিহাস শান্তিআলোচনা আৰু সংশয় | Assamese |
যি কৈছে আৰু কৰিছে শিলাদিত্য দেবে সেয়া জাতিৰ বাবে | Assamese |
অসম আন্দোলনৰ দৰেই কুহুমীয়া সমাপ্তিৰ দিশত অৰ্ধ শতিকাজোৰা নাগা আন্দোলন | Assamese |
দীপাৱলী কিছু বিক্ষিপ্ত চিন্তা | Assamese |
চাহ শ্ৰমিকৰ আৰ্থিক অৱস্থা আৰু বাগিচাত যক্ষ্মাৰ বিভীষিকা | Assamese |
এগৰাকী বিপ্লৱীসাম্যবাদীৰ জীৱনাৱসান | Assamese |
আধাৰ কাৰ্ডৰ সহায়ত কিদৰে ১০ মিনিটতে বিনামূলীয়াকৈ লাভ কৰিব পান কাৰ্ড চাওক প্ৰক্ৰিয়া | Assamese |
নৱবৰ্ষত জিঅ গ্ৰাহকলৈ সুখৱৰ যিকোনো নেটৱৰ্কলৈ পুনৰ আনলিমিটেড ফ্ৰী কলৰ সুবিধা | Assamese |
অসমত হিমন্ত বিশ্ব শৰ্মাৰ মতে চলে আম আদমী পাৰ্টি | Assamese |
পৰিভ্ৰমী মৌ পালনেৰে লাখ লাখ টকা উপাৰ্জন স্বাৱলম্বিতাৰ নিদৰ্শন এইগৰাকী মৌ পালক | Assamese |
মেঘালয়ৰ ৩টা চিমেন্ট কোম্পানীয়ে বিজেপিৰ নিৰ্বাচনী পুঁজিলৈ দান দিছে ৪.২২কোটি টকা | Assamese |
সাৱধান এই ৬টা কথালৈ মন নকৰিলে শূন্য হৈ পৰিব পাৰে আপোনাৰ বেংকৰ একাউণ্ট | Assamese |
ত্ৰিপ্ৰা মথাৰ মুৰব্বী প্ৰদ্যুৎ দেৱ বাৰ্মাই ত্যাগ কৰিলে ৰাজনীতি আৰু ৰাজহুৱা জীৱন | Assamese |
Subsets and Splits
No community queries yet
The top public SQL queries from the community will appear here once available.