text stringlengths 1 2.59k ⌀ | language stringclasses 10
values |
|---|---|
এনে ধৰণৰ মানুহৰ পৰা দূৰত থাকিলে সুখী হব জীৱন জানি থওক চাণক্যৰ নীতি | Assamese |
অসমৰ ৰাজনৈতিক ইতিহাসত উপেক্ষিত হৈ ৰোৱা জননেতা ভীমবৰ দেউৰীৰ চিন্তাধাৰাৰ প্ৰাসঙ্গিকতা | Assamese |
ঠিকাভিত্তিক শিক্ষকৰ চাকৰি বেতন সুৰক্ষাসহ চৰ্তহীনভাৱে নিয়মীয়া কৰক ডি ৱাই এফ আই | Assamese |
গুৱাহাটীৰ দেৱালত অখিল গগৈৰ প্ৰতিচ্ছবি প্ৰশাসনে মোহাৰি পেলোৱা সন্দৰ্ভত বিভিন্ন ক্ষেত্ৰৰ ব্যক্তিৰ প্ৰতিক্ৰিয়া | Assamese |
এজন মিছলীয়া বিধায়কে চলাইছে বোকাখাত সমষ্টি | Assamese |
ব্ৰহ্মপুত্ৰ নদীত উপঙি থকা অৱস্থাত উদ্ধাৰ অচিনাক্ত মৃতদেহ | Assamese |
এগৰাকী কোভিড ৰোগীৰ কথাৰে মহানগৰীৰ এখন মানৱতাহীন অভিজাত হাস্পতাল আৰু ৰ মানৱীয়তা | Assamese |
সামান্থাৰ সলনি পুষ্পাদ্য ৰুল আইটেম ছঙত নৃত্যৰ বাবে কিমান পাৰিশ্ৰমিক লব উৰ্বশীয়ে | Assamese |
মহাতাৰকাৰ মহাযুগৰ অৱসানটেনিচক বিদায় জনালে কিংবদন্তী ফেডাৰাৰে | Assamese |
১ অক্টোবৰৰ পৰা ৩ অক্টোবৰলৈ অনুষ্ঠিত হবলগীয়া আন্তজিলা দবালৈ জুনিয়ৰ আৰু মহিলা গুৱাহাটী দল ঘোষণা | Assamese |
যোগী ৰাজ্যত পুনৰ নাৰকীয় কাণ্ড ৭ বছৰীয়া নাবালিকাক ধৰ্ষণ কৰি হত্যা কাটি নিলে যকৃৎসহ অন্য অংগ | Assamese |
কৃষক ভূমি সমস্যা আৰু অসমৰ সাম্প্ৰদায়িক ৰাজনীতি ৫ আগষ্টৰ শোণিতপুৰৰ সাম্প্ৰদায়িক সংঘাত | Assamese |
কাৰ বাবে বড়োভূমিত চুড়ান্ত প্ৰত্যাহ্বানৰ সম্মুখীন হব বিপিপিএফ | Assamese |
গেৰুৱা হল বন্দে ভাৰত এক্সপ্ৰেছ নতুন ৰূপৰ ৰেলখনৰ ছবি টুইটাৰত পোষ্ট মন্ত্ৰী বৈষ্ণৱৰ | Assamese |
টি২০ বিশ্বকাপৰ বাবে ঘোষণা ভাৰতীয় দলদললৈ ঘূৰিল বুমৰাহ হৰ্ষল | Assamese |
ৰাজ্যপাল ছোৱালী ভলীবল মিছনৰ ভলীবল প্ৰতিযোগিতা বৰপেটা জিলা দল বিজয়ী | Assamese |
দেশত বৃদ্ধি পাইছে অশুভ শক্তি গান্ধী জয়ন্তীৰ পবিত্ৰ দিনটোতে টুইটাৰত ট্ৰেণ্ডিং নাথুৰাম গডছে জিন্দাবাদ | Assamese |
বৰ্ষাপাৰাত ২ অক্টোবৰত ভাৰতদক্ষিণ আফ্ৰিকাৰ টি২০ মেচমুকলি কৰা হল টিকট চাওক মূল্য | Assamese |
পুনৰ অশান্ত চুডান সেনাৰ বিমান আক্ৰমণত নিহত ২২ জন আহত বহু লোক | Assamese |
আৰক্ষীৰ নিযুক্তি কেলেংকাৰিমুখ্যমন্ত্ৰী সোণোৱালে শূণ্য সহনশীলতা নিদৰ্শন দাঙি ধৰিব পাৰিবনে | Assamese |
বৰ্ষাপাৰাত গুৱাহাটী বাছনি দবা প্ৰতিযোগিতা জুনিয়ৰ আৰু মহিলা অনুষ্ঠিত | Assamese |
জুৰিখত ইতিহাস ৰচিলে নীৰজ চোপ্ৰাইপ্ৰথমগৰাকী ভাৰতীয় হিচাপে জিনিলে ডায়মণ্ড লীগ ফাইনেলছৰ খিতাপ | Assamese |
এছিয়া কাপ শ্ৰীলংকাৰ চাপত হাৰ মানিলে পাকিস্তানে | Assamese |
বিপদত লামিচানে কিশোৰী ধৰ্ষণৰ গোচৰত গ্ৰেপ্তাৰী পাৰোৱানা জাৰি নেপাল ক্ৰিকেট দলৰ অধিনায়কৰ বিৰুদ্ধে | Assamese |
আপোচহীন আঞ্চলিকতাবাদৰ ৰূপকথা | Assamese |
খেলি থকাৰ মাজতেই প্ৰস্বাৱ বিপক্ষই অভিযোগ কৰাত ৰেফাৰীয়ে ৰঙা কাৰ্ড দেখুৱালে গলৰক্ষকক | Assamese |
মে মাহত কমেও ১২ দিন পৰ্যন্ত বন্ধ থাকিব বেংক জানি থওঁক বন্ধৰ দিন বোৰ | Assamese |
কোভিডৰ ভেকচিন গ্ৰহণ কৰা সকলক উচ্চ হাৰত সুদ প্ৰদান কৰিব দেশৰ এই ৰাষ্ট্ৰীয়কৃত বেংকটোৱে | Assamese |
হোটেলৰেষ্টুৰেন্ট আৰু ৰিজৰ্টৰ মালিককৰ্মচাৰীক ৪ মে ভিতৰত কোভিড টেষ্ট কৰাৰ নিৰ্দেশ বোকাখাত মহকুমা প্ৰশাসনৰ | Assamese |
কতো নিৰাপদ নহয় সাংবাদিক মেক্সিকোত ঘৰৰ পৰা তুলি নি হত্যা সাংবাদিকক | Assamese |
কেন্দ্ৰৰ কৰনা প্ৰতিৰোধ নিৰ্দেশনাযাত্ৰাৰ সময় ২ঘন্টাৰ কম হলে বিমানত দিব নোৱাৰিব খাদ্য | Assamese |
ভালকৈয়ে খেতিত ধৰিছে ধোনীয়ে অকল ষ্ট্ৰবেৰী বিক্ৰী কৰিয়েই পালে ৩০ লাখ টকা | Assamese |
কণী পৰা নাই মূৰ্গীয়ে খঙৰ ভমকতে আৰক্ষীৰ দ্বাৰস্থ হল ফাৰ্মৰ মালিক | Assamese |
কিয় সমস্যাই দেখা দিছে ষ্টেট বেংকৰ অনলাইন সেৱাত জনালে য়ে | Assamese |
বিশাল মালবাহী জাহাজ আৱদ্ধ হোৱাৰ ফলত বন্ধ হৈ পৰিল ছুৱেজ খাল | Assamese |
১এপ্ৰিলৰ পৰা সলনি হব ডেবিট ক্ৰেডিট কাৰ্ডৰ অট পেমেন্টৰ নিয়ম ৰ নিৰ্দেশনাত কি আছে | Assamese |
ৰ নতুন পদক্ষেপএটিএমত সুৰক্ষিত হব গ্ৰাহকৰ ধন কিন্তু কিদৰে | Assamese |
জুবিনক দোষ নিদিব | Assamese |
ফেচবুকত কিয় হঠাৎ আবিৰ্ভাৱ আৰু ৰ | Assamese |
সুশীলাৰ অকথ্য কাহিনীৰে দেশৰ মানৱ সৰবৰাহকাৰী জালখনৰ বিষয়ে কিছু কথা | Assamese |
মিজোৰামে কেনেকৈ কৰনাৰ বিৰুদ্ধে সফলতাৰে যুঁজিবলৈ সক্ষম হৈছে | Assamese |
স্বাস্থ্যমন্ত্রীলৈ কেইটামান প্ৰশ্ন | Assamese |
লোভনীয় চাকৰিৰ প্ৰস্তাৱ এৰি কষ্টকৰ পথ বাছি লোৱা এজন মেধাৱী ছাত্ৰনেতাৰ কথাৰে. | Assamese |
বিদ্যালয় শিক্ষা আৰু তলাবন্ধ | Assamese |
নতুন কেৰিয়াৰ আৰম্ভ কৰাৰ দিশে কিংবদন্তী ব্ৰায়ান লাৰাপ্ৰশিক্ষক হিচাপে নিযুক্তি দিলে ছানৰাইজাৰ্ছ হায়দৰাবাদে | Assamese |
আঁঠুৰ অস্ত্ৰোপচাৰৰ সন্মুখীন জাদেজাঅনিশ্চিত টি২০ বিশ্বকাপমুখী ভাৰতীয় দলত | Assamese |
অঘটন অষ্ট্ৰেলিয়াৰ মাটিত প্ৰথম জয় ৰায়ানৰ দুৰ্দান্ত বলিঙেৰে ইতিহাস গঢ়িলে জিম্বাবুৱেই | Assamese |
অৰ্শদীপ সিঙক খালিস্তানী দলৰ ক্ৰিকেটাৰ সজাই বিপদত ৱিকিপিডিয়া চৰকাৰৰ চমন জাৰি | Assamese |
কোভিড১৯ বিশ্ব শিশু শ্ৰমিক প্ৰতিৰোধ দিৱস আৰু কিছু চিন্তা | Assamese |
আফ্ৰিকান ছোৱাইন ফিভাৰ আৰু কিছু চিন্তা | Assamese |
শোণিতপুৰত জব্দ বাঘৰ ছালহাড়তিনি সৰবৰাহকাৰীক গ্ৰেপ্তাৰ | Assamese |
বিচিচিআইয়ে কিনিলে নিৰোজ চোপ্ৰাৰ জেভলিন৯১ লাখ টকাত নিলাম হল লাভলীনাৰ গ্লভছ | Assamese |
সুপ্ৰভাত মনত ৰখা ভাল জীৱনৰ বাবে কেইটিমান সোণসেৰীয়া বাণী | Assamese |
নৱম বিশ্ব ষ্ট্ৰেংথ লিফটিং চেম্পিয়নশ্বিপ২০২২ ভাৰতীয় দলত অসমৰ লিফ্টাৰ অন্তৰ্ভুক্ত | Assamese |
আঘাতএছিয়া কাপৰ পৰা বাহিৰ জাদেজা দলত অন্তৰ্ভুক্ত অক্সৰ পেটেল | Assamese |
নিশাৰ ভিতৰতে চুৰি কৰি নিলে ৯০ ফুট দীঘল দলং হতভম্ব নিৰ্মাণকাৰী আদানিৰ কোম্পানী | Assamese |
পৰাস্ত বাইচুংসৰ্বভাৰতীয় ফুটবল ফেডাৰেচনৰ সভাপতি হিচাপে নিৰ্বাচিত কল্যাণ চৌবে | Assamese |
কনচাৰ্টত অংশ লবলৈ গৈছিল মঞ্চত উঠাৰ পূৰ্বে বাথৰুমত উদ্ধাৰ গায়িকাৰ মৃতদেহ | Assamese |
চাৰ্জাৰ নিদিয়াৰ বাবেই ১৫কোটি টকাৰ জৰিমনাৰ সন্মুখীন এপল | Assamese |
দেশৰ ক্ৰীড়াক্ষেত্ৰত পুনৰ উজলিল অসমৰ নামভাৰতৰ দ্ৰুততম মানৱ হিচাপে পৰিগণিত হল অসম সন্তান অম্লান বৰগোহাঁই | Assamese |
প্ৰায় ১৮ কোটি টকাত বিক্ৰী হল এটি টুইট কত কেনেকৈ | Assamese |
খাৰুৱা তেলৰ মূল্য বিশ্বজুৰি হোৰাহোৰে কমিছে ভাৰতত হোৰাহোৰে বাঢ়িছে | Assamese |
হাৰ্ডিকৰ নায়কোচিত প্ৰত্যাৱৰ্তন এছিয়া কাপত পাকিস্তানক ৫ উইকেটত পৰাজিত কৰিলে ভাৰতে | Assamese |
বৰপেটা দ্ৰুতবেগী বাছৰ খুন্দাত থিতাতে নিহত দুই বাইক আৰোহী | Assamese |
১ এপ্ৰিলৰ পৰা অচল হৈ পৰিব এই কেইটা বেংকৰ পাছবুক চেকবুক চাওঁক আছে নেকি আপোনাৰ বেংকটোও | Assamese |
অতিৰিক্ত ভিৰ নিয়ন্ত্ৰণৰ বাবে ৰঙাপাৰা নৰ্থ আৰু বিশাখাপত্তনমৰ মাজত সাপ্তাহিক জনসাধৰণ বিশেষ ৰেল | Assamese |
কি হৈছে চৰকাৰখনৰ এইবাৰ ভাঙিব গুৱাহাটী জিলা পুথিভঁৰাল নিৰ্মাণ হব ১০ মহলীয়া অট্টালিকা | Assamese |
টপচেম চিমেন্ট ৰটাৰী ক্লাব আৰু আৰ্য বিদ্যাপীঠ স্কুলৰ অধ্যক্ষলৈ প্ৰতিবন্ধী আদালতৰ চমন | Assamese |
বেংকৰ ব্যক্তিগতকৰণ দুদিনত ভৰি দিলে ইউ.এফ.বি.ইউৰ ধৰ্মঘট কেন্দ্ৰক সমালোচনা কংগ্ৰেছৰ | Assamese |
শ্বাহৰুখ মুঠেই আকৰ্ষণীয় নহয় অভিনয়ো নাজানে কিং খানক লৈ মন্তব্য অভিনেত্ৰীৰ তাৰপিছত | Assamese |
হঠাতে দুই হাজাৰ টকীয়া নোটবোৰ কি হল জনালে কেন্দ্ৰই | Assamese |
একেৰাহে প্ৰায় ৯ দিনলৈ ব্যাহত হব দেশৰ বেংকৰ সেৱা কেতিয়াৰ পৰা কেতিয়ালৈ জানো আহক | Assamese |
সমাজবিজ্ঞান পঢ়াব নীতা আম্বানীয়ে বেনাৰস হিন্দু বিশ্ববিদ্যালয়ত প্ৰদান কৰিব শিক্ষাদান | Assamese |
চিমেন্ট ৰটাৰী ক্লাব অফ গুৱাহাটী লুইতৰ বিৰুদ্ধে প্ৰতিবন্ধী সুৰক্ষা সংস্থাৰ অভিযোগ দাখিল | Assamese |
অশিক্ষিত নেতাই দেশ চলাইছে বিতৰ্কিত মন্তব্য কৰি ট্ৰল হোৱাৰ পিছতে স্পষ্টীকৰণ কাজলৰ | Assamese |
সংবাদ মাধ্যমৰ স্বাধীনতা আৰু গণতন্ত্ৰত সংবাদ মাধ্যমৰ দায়িত্ব | Assamese |
পুলিচ ৰাষ্ট্ৰ মানৱীয় মৰ্যাদা ইত্যাদি | Assamese |
এয়াই নেকি নতুন ভাৰতৰ নমুনা | Assamese |
ত্ৰিপুৰাৰ বাগমাৰ বাদুলি ভিউপইণ্ট | Assamese |
শিক্ষানুষ্ঠান কোৱাৰেণ্টাইন কেন্দ্ৰ আৰু নতুন শিক্ষাবৰ্ষ | Assamese |
কভিড১৯আমি জয়ী হব পাৰিম শিক্ষাৰ্থীসকলে তেওঁলোকৰ মানসিক স্বাস্থ্যক অগ্ৰাধিকাৰ দিয়া উচিত | Assamese |
লকডাউন আৰু অসমৰ প্ৰব্ৰজিত শ্ৰমজীৱীৰ দূৰ্দশা প্ৰত্যাশা আৰু স্বনিৰ্ভৰশীলতাৰ প্ৰশ্ন | Assamese |
ৰাষ্ট্ৰীয় কাৰাটে চেম্পিয়নশ্বিপত উজলিল শিৱসাগৰৰ খেলুৱৈ লাভ কৰিলে কেইবাটাও পদক | Assamese |
প্ৰথম অসম ৰেপিড ৰেটিং দবাত মায়াংক চেম্পিয়ন | Assamese |
ঐতিহাসিক জুডোৰ বিশ্ব চেম্পিয়ন মণিপুৰৰ কিশোৰী লিন্থই চানম্বাম লক্ষ্য এইবাৰ অলিম্পিক | Assamese |
প্ৰত্যাৱৰ্তনতে উজলিল নীৰজডায়মণ্ড লীগৰ খিতাপ দখলেৰে ৰচিলে নৱ ইতিহাস | Assamese |
সংবাদকৰ্মীৰ ব্যথা আৰু এটা হত্যাকাণ্ড | Assamese |
লকডাউনেই একমাত্ৰ বিকল্প নেকি | Assamese |
ৰিঙত বাগৰি পৰাৰ পিছত মৃত্যুক সাৱটিলে অৰুণাচলৰ ২৪ বছৰীয়া কিকবক্সাৰ ইয়োৰা টাডে | Assamese |
জাপানৰ টকিঅত অনুষ্ঠিত হব লগা আন্তঃৰাষ্ট্ৰীয় কাৰাটে প্ৰতিযোগিতালৈ কলিয়াবৰৰ দুগৰাকী খেলুৱৈ | Assamese |
প্ৰধানমন্ত্ৰী মোডীৰ ফোনেও নিদিলে কাম হতাশ হৈ ঘৰলৈ উভতিছে গোকুলম কেৰালা এফ চি | Assamese |
কনা সম্পৰ্কীয় এখন অৰাজনৈতিক চিঠি | Assamese |
আজি আৰু কাইলৈ বেংকলৈ গৈ নহব একো লাভ কাৰণ কি জানো আহক | Assamese |
কোৰোণাৰে ধন চপাইছে গুজৰাটী উদ্যোগপতি গৌতম আদানীয়ে অস্বাভাৱিক গতিত বৃদ্ধি হৈছে সম্পত্তিৰ পৰিমাণ | Assamese |
প্ৰায় তিনি মাহ বাকী থকা অৱস্থাতে এতিয়ালৈকে ২৪.৫ লাখ টিকট বিক্ৰী | Assamese |
কলিয়াবৰৰ নিজ কৰ্মস্থলীত উপস্থিত কমনৱেলথ গেমচত সোণৰ পদক বিজয়ী নয়নমণি শইকীয়া | Assamese |
ৰ বাম্পাৰ অফাৰদুবছৰৰ বাবে লাভ কৰক বিনামূলীয়া ভইছ কল আৰু ডাটা কেনেকৈ | Assamese |
ভিভ আইপিএল এবছৰৰ মূৰত পুনৰ আইপিএললৈ উভটিল চীনৰ স্মাৰ্টফোন ব্ৰেণ্ড ভিভ | Assamese |
সুখবৰ ফিফাই প্ৰত্যাহাৰ কৰিলে সৰ্বভাৰতীয় ফুটবল ফেডাৰেচনৰ ওপৰত থকা নিলম্বন | Assamese |
কল্ড ড্ৰিংকৰ বটলত মূত্ৰ ক্ষমা বিচাৰি ফুড ডেলিভাৰি সংস্থাই জনালে এই কথা | Assamese |
Subsets and Splits
No community queries yet
The top public SQL queries from the community will appear here once available.