text stringlengths 1 2.59k ⌀ | language stringclasses 10
values |
|---|---|
মৰিগাঁও জিলা বাচনি মুকলি দবা প্ৰতিযোগিতা ৬ আৰু ৭ আগষ্টত তিনি দবাৰুলৈ ফিডে ৰেটিং | Assamese |
চকুৰ পলকতে পাহাৰৰ পৰা খহি পৰা শিলে ভাঙি পেলালে গাড়ী মৃ্ত্যু ২জনৰ চাওক ভিডিঅ | Assamese |
মুখ্যমন্ত্ৰীৰ অবৈধ বাংকাৰ ধ্বংস কৰাৰ পৰিকল্পনাৰ বিৰোধিতা মণিপুৰৰ জনজাতীয় মঞ্চৰ | Assamese |
ডাঙৰ খবৰ আপৰ পৰা তাৎক্ষণিকভাবে নিলম্বন কৰা হল কমল কুমাৰ মেধিক | Assamese |
আকৌ ভাৰতপাক যুঁজ ঘোষিত হল এছিয়া কাপৰ সূচী ২৮ আগষ্টত পাকিস্তানৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰিব ভাৰতে | Assamese |
বেয়া সময়ত দেশক সন্মুখৰ পৰা নেতৃত্ব দিছে প্ৰধানমন্ত্ৰী মোদীয়ে কলে ৰতন টাটাই | Assamese |
নীৰৱ মোদীকো চেৰ পেলালে ৭৯২৬ কোটি টকাৰ বেংক প্ৰতাৰণাত অভিযুক্ত এই সংস্থা | Assamese |
ৱাৰ্নাৰ পাৰ্কত সূৰ্যৰ তাণ্ডৱতৃতীয় টি২০ত জয়েৰে শৃংখলাত অগ্ৰগতি ভাৰতৰ | Assamese |
হিট ২ ত প্ৰথম স্থানেৰে ছেমিফাইনেললৈ আগবাঢ়িল হিমা | Assamese |
কেলেংকাৰি ছয় অভিযুক্তৰ জামিন আবেদন অস্বীকাৰ কৰিলে আদালতে | Assamese |
বাৰ্মিংহামত আন এক স্বৰ্ণকমনৱেলথত ধাৰাবাহিক দ্বিতীয়টো স্বৰ্ণ জয় ভাৰতীয় পুৰুষ টেবুল টেনিছ দলৰ | Assamese |
বাঁও দলসমূহৰ বিশাল অভিৱৰ্তন ১৫ জুলাইত হব জিলাই জিলাই আন্দোলন | Assamese |
উৰণৰ পিছতেই জৰুৰীকালীন অৱতৰন ইণ্ডিগো বিমান বিমানত আছিল অসমৰ বহু ৰাজনৈতিক নেতামন্ত্ৰী | Assamese |
দুমাহৰ মূৰত খোল খাব পঢ়াশালিৰ দুৱাৰ ঘোষণা মণিপুৰৰ মুখমন্ত্ৰী বীৰেন সিঙৰ | Assamese |
বজাৰত ধোনীৰ পামৰ জৈৱিক পাচলি সস্তাতে বিক্রী কৰিছে বিলাহী বন্ধাকবি | Assamese |
কমনৱেলথ গেমছ ২০২২ত স্বৰ্ণ জয়েৰে ইতিহাস সৃষ্টি কৰিলে অসমৰ নয়নমণিৰ লন বল দলে | Assamese |
গুৱাহাটী দবা একাডেমিৰ পাঁচ গৰাকী প্ৰশিক্ষাৰ্থীলৈ ফিডে ৰেটিং | Assamese |
দিব্যাংগ মাতৃ আৰু কন্যাক ধৰ্ষণ ৮ পাষণ্ডৰ জলকীয়া গুৰি পৰ্যন্ত সানিলে গুপ্তাংগত | Assamese |
লনবলত নয়নমণি শইকীয়াই কঢ়িয়ালে আকাংক্ষিত খবৰ | Assamese |
কমনৱেলথ গেমছত দেশৰ হৈ জুডোত ৰূপৰ পদক জিকিলে মণিপুৰী কন্যা সুশীলা দেৱীয়ে | Assamese |
কমনৱেলথ গেমছত ভাৰতৰ বাবে তৃতীয়টো স্বৰ্ণ পদক অৰ্জন অচিন্ত্য শিউলীৰ | Assamese |
বিদেশত অধ্যয়নৰ বাবে আগ্রহী ছাত্রছাত্রী সকলে কেনেদৰে প্রস্তুতি চলাব | Assamese |
অ মোৰ সুৰীয়া মাত অসমৰ সুৱদী মাত | Assamese |
ভেন্সাৰ শিক্ষকৰ ভৱিষ্যৎ কি হব | Assamese |
মিঞা মানুহৰ ভাষাৰ আৰু আশাৰ ৰাজনীতি কঃ পন্থা | Assamese |
প্রসংগ বিজেপিৰ এন আৰ চি বিৰোধিতাৰ আৰত কিহৰ স্বাৰ্থ | Assamese |
ইতিবাচক মনোভাবেৰে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীক গ্ৰহণ কৰিবলৈ সাজু হওক | Assamese |
কম বিদেশী চিনাক্ত হোৱাটো ৰাজ্যৰ বাবে কিয় মংগল ১৫ লাখ বিদেশীক খুওৱাৰ খৰচ বছৰত হব প্ৰায় ৫ লাখ কোটি টকা | Assamese |
এন আৰ চিএক বস্তুনিষ্ঠ বিজ্ঞানসন্মত গ্ৰহণযোগ্য আৰু সমস্যানাশক দলিল | Assamese |
অসমত ৬০০ বছৰ ৰাজত্ব কৰা আহোমৰ যুদ্ধ নীতি কিয় অনন্য | Assamese |
পুনৰ শলঠেকত সুৰা সম্ৰাট ফ্ৰান্সত বিজয় মালিয়াৰ বিশাল সম্পত্তি বাজেয়াপ্ত | Assamese |
গেম খেলিয়েই প্ৰেম চাৰিটা সন্তানক কোলাত লৈ ভাৰতত পাকিস্তানী মহিলা আটক আৰক্ষীৰ | Assamese |
আজি হীৰুদাৰ একাদশ মৃত্যুবাৰ্ষিকী অযুত তৰাৰ ঘুমটি ভাঙি উৰি আহিছে সুগন্ধি পখিলা | Assamese |
পশ্চিমবংগৰ পৰা ৰাজ্যসভাৰ তৃণমূলৰ প্ৰাৰ্থী ৰিপুন বৰা নিৰ্বাচনক কেন্দ্ৰ কৰি তুংগত জল্পনাকল্পনা | Assamese |
যাত্ৰীৰ অতিৰিক্ত ভিৰ নিয়ন্ত্ৰণৰ বাবে কেইখনমান বিশেষ ৰেলসেৱাৰ সম্প্ৰসাৰণ উত্তৰপূব সীমান্ত ৰেলৱেৰ | Assamese |
ডিচেম্বৰত কেইদিন বন্ধ থাকিব বেংক চাওক আৰু সেইমতে সম্পূৰ্ণ কৰক বেংকৰ জৰুৰী কাম | Assamese |
স্বপ্ন ভংগবাৰ্মিংহামত প্ৰি কোৱাৰ্টাৰতে থমকিল শিৱ | Assamese |
বাৰ্মিংহামত দেশলৈ দ্বিতীয়টো স্বৰ্ণনতুন কমনৱেলথ ৰেকৰ্ডেৰে স্বৰ্ণ জিনিলে জেৰেমি লালৰিনুঙ্গাই | Assamese |
নিউজিলেণ্ডৰ এৰিয়ান নিকলছনক পৰাস্ত কৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ লাভলিনা বৰগোঁহাইৰ | Assamese |
আজিৰে পৰা সলনি হব এইবোৰ নিয়ম চাওক আপোনাৰ জীৱনত কেনেদৰে পৰিব প্ৰভাৱ | Assamese |
চাণক্যৰ মতে জীৱনত এই ৩টা কামৰ পৰা বিৰত থকা উচিত নহলে জীৱন বিপন্ন হোৱাটো নিশ্চিত | Assamese |
গৰমত অস্বস্তি ৰাস্তাৰ মাজতে গাড়ী ৰখাই অন্তৰ্বাস পিন্ধিয়েই নদীত জাপ দিলে পাক প্ৰতিৰক্ষা মন্ত্ৰীয়ে | Assamese |
ৰাজ্যত বৃদ্ধি পাইছে নাৰী সৰবৰাহৰ ঘটনা | Assamese |
আধাৰপান কাৰ্ডত বানান ভুল আহিছে কেনেকৈ ঠিক কৰিব চাওক উপায় | Assamese |
ধাৰাবাহিকতা অক্ষুণ্ণ ৰাখি বাৰ্মিংহামত ভাৰতক প্ৰথমটো স্বৰ্ণৰ সোৱাদ দিলে মীৰাবাঈ চানুৱে | Assamese |
যুৱকে আপত্তিজনক ফটো অনলাইনত পোষ্ট কৰাৰ পিছতে মহানগৰীত আত্মহনন ১৯ বছৰীয়া যুৱতীৰ | Assamese |
বাৰ্মিংহামত ভাৰতৰ দ্বিতীয়টো সফলতাভাৰোত্তোলনত ব্ৰঞ্জ জিনিলে গুৰুৰাজ পূজাৰীয়ে | Assamese |
জেইলৰ বাহিৰত থাকিবলৈ হলে ৬২হাজাৰ কোটি টকা আদায় দিব লাগিব চাহাৰাৰ সুব্ৰত ৰায়ে | Assamese |
বাৰ্মিংহামত দেশলৈ আহিল প্ৰথমটো পদকপুৰুষৰ ভাৰোত্তোলনত ভাৰতলৈ ৰূপৰ পদক কঢ়িয়ালে সংকেত চাৰ্গাৰে | Assamese |
ছান ফ্ৰান্সিস্কোত ভাৰতীয় দূতাবাসত অগ্নিসংযোগ খালিস্তানপন্থীৰ পাঁচ মাহত দ্বিতীয়টো আক্ৰমণ | Assamese |
সদ্য সমাপ্ত অসম যুৱ অলিম্পিকত বোকাখাতৰ মল্লযোদ্ধাৰ সাফল্য ১০টা পদক অৰ্জন | Assamese |
এয়াৰটেলে ইয়াৰ গ্ৰাহকলৈ আগবঢ়াইছে বিনামূলীয়া ডাটা কেনেকৈ পাব এই সুবিধা | Assamese |
২২ নৱেম্বৰত ৰ গ্ৰাহকসকল সন্মুখীন হব এক বিশেষ সমস্যাৰ কি সেই সমস্যা | Assamese |
ত উপলব্ধ হব অসমীয়া মেখেলাচাদৰ থলুৱা গহণা | Assamese |
দুৰন্ত শিৱ পাক প্ৰতিদ্বন্দীক বিধ্বস্ত কৰি কমনৱেলথ অভিযান আৰম্ভ অসম সন্তান শিৱ থাপাৰ | Assamese |
ডিজিটেল মিডিয়াত বিদেশী বিনিয়োগ নিয়ন্ত্ৰণ কৰিবলৈ কেন্দ্ৰৰ নতুন নিৰ্দেশনা | Assamese |
অসম যুৱ অলিম্পিকত পদক লাভ কৰি বিশ্বনাথলৈ গৌৰৱ কঢ়িয়াই অনা খেলুৱৈক অভিনন্দন জ্ঞাপন | Assamese |
মানসিক হাৰাশাস্তিৰ সন্মুখীন হৈছে লাভলীনা বৰগোহাঁই বক্সিং ফেডাৰেচনৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ | Assamese |
বোকাখাতৰ ৰঙাগড়া চাহ বাগিচাত অঘটন পুখুৰীত গা ধুবলৈ গৈ প্ৰাণ গল ২২ বছৰীয়া যুৱকৰ। | Assamese |
হিমন্ত বিশ্ব শৰ্মাক আকৌ এবাৰ শাসনলৈ অনাৰ কথা ভাবিলে আগতে গছৰ পাত চোবাই ভোক নিবাৰণ কৰিবলৈ শিকিব লাগিব অসমীয়া জাতিয়ে ৰাইজৰ দল | Assamese |
১২ কোটিটকীয়া চিকিৎসালয়ত চিকিৎসাৰ বিসংগতি ভৰি ভঙাৰ পিছতো সুস্থ বুলি জনালে চিকিৎসকে | Assamese |
ভাৰতৰ স্বাধীনতা ৰণৰ এজন অনন্য অসমীয়া সেনানীৰ কথা | Assamese |
সৰ্বভাৰতীয় ভূমি অধিকাৰৰ আন্দোলন | Assamese |
খিলঞ্জীয়া আৰু অসমীয়া ৰক্ষাকৱচৰ পানীমিঠৈ | Assamese |
নদীশৃংখলা নষ্টৰ অনিবাৰ্য পৰিণাম নদী বান্ধৰ ভয়াবহতা আৰু পৰিণাম সম্বন্ধে এক বিশ্লেষণ | Assamese |
মহান সুদক্ষিণা শৰ্মা চিকিৎসা বিজ্ঞানৰ গৱেষণা আৰু অধ্যয়নৰ বাবে দি গল নিজৰ শৰীৰ | Assamese |
প্ৰেমে বয়স নামানে দৰা ৭৯ বছৰীয়া কইনাৰ বয়স ৩৬ তৃতীয় বিবাহৰ বাবে সাজু জনপ্ৰিয় পপ তাৰকা | Assamese |
প্ৰধানমন্ত্ৰী মোডীৰ বাসভৱনৰ ওপৰত ৰহস্যজনক ড্ৰোন তদন্ত আৰম্ভ আৰক্ষীৰ | Assamese |
নতুন বছৰত বৃদ্ধি পাব মোবাইলৰ খৰচ ২০ শতাংশ বৃদ্ধি পাব পাৰে ৰিচাৰ্জ প্লেনৰ মূল্য | Assamese |
ছাইবাৰ অপৰাধীৰ পৰা গ্ৰাহকক ৰক্ষা কৰিবলৈ এইচডিএফচি বেংকে মুকলি কৰিলে মুহবন্ধৰাখোঁ সজাগতামূলক অভিযান | Assamese |
কিয় বিৰোধিতা কৰা উচিত ৰাষ্ট্ৰীয় চিকিৎসা আয়োগ বিল ২০১৯ | Assamese |
পুনৰ এটা সাংবিধানিক অনুষ্ঠান ধ্বংসৰ দিশত | Assamese |
অসমৰ বানপানী বনাম ৰাষ্ট্ৰীয় সমস্যা | Assamese |
ৰাজ্যত জলবায়ু পৰিৱৰ্তনৰ উদ্বেগজনক ছবি অস্বাভাবিক হাৰত বৃদ্ধি পাইছে তাপমাত্ৰা হ্ৰাস পাইছে স্বাভাবিক বৰষুণৰ পৰিমাণ | Assamese |
অসমৰ মুখ্যমন্ত্ৰীয়ে মণিপুৰত মূৰ নুসুমোৱাই ভাল হিমন্ত বিশ্ব শৰ্মাক সমালোচনা চিদাম্বৰমৰ | Assamese |
অসমৰ সংগীত জগতত নক্ষত্ৰ পতন বিশিষ্ট কণ্ঠশিল্পী সুদক্ষিণা শৰ্মাৰ দেহাৱসান | Assamese |
অক্টোবৰত গুৱাহাটীত অনুষ্ঠিত হব দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে ভাৰতৰ টি২০ মেচ | Assamese |
বিশ্ব এথলেটিকছ চেম্পিয়নশ্বিপত ৰূপৰ পদকতে সন্তুষ্ট থাকিবলগীয়া হল নীৰজ চোপ্ৰা | Assamese |
অক্ষৰ পেটেলৰ দুৰ্দান্ত বেটিঙেৰে দ্বিতীয় এদিনীয়াত শ্বাসৰুদ্ধকৰ জয় শৃংখলা ভাৰতৰ দখলত | Assamese |
এইবাৰ ৰ জৰিয়তেও কৰিব পাৰিব সকলো লেনদেন | Assamese |
প্রতিদিনে হোবাটছএপত আদানপ্রদান হয় ১০হাজাৰ কোটি মেচেজ | Assamese |
নৱেম্বৰত কিমান দিন বন্ধ থাকিব বেংক তালিকাখন চাওক আৰু সেইদৰে কৰক পৰিকল্পনা | Assamese |
ইউথেনচিয়া বা ইচ্ছা মৃত্যু সম্পৰ্কে কিছু কথা | Assamese |
মিঞা কবিতাৰ প্ৰসংগ ৰাইজৰ ঐক্য যেন অটুট থাকে | Assamese |
ৰিলায়েন্সৰ শ্বেয়াৰ ডাউন ৫২ হাজাৰ কোটি টকাৰ লোকচান মুকেশ আম্বানিৰ | Assamese |
পণ্টৰ দমনীয় শতকপাণ্ডিয়াৰ অলৰাউণ্ড প্ৰদৰ্শনেৰে এদিনীয়া শৃংখলা দখল ভাৰতৰ | Assamese |
কোভিড১৯ প্ৰটকল মানি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত ৰাজ্যৰ পৰ্যটকৰ সমাগম | Assamese |
ৰ দেৱালী অফাৰস্মাৰ্টফোন লেপটপত ৮০শতাংলৈকে ৰেহাই চাওক আৰু কি আছে | Assamese |
প্ৰতি কিলোগ্ৰাম চাহপাত ৭৫ হাজাৰ টকাত নিলাম অভিলেখৰ ধাৰা অক্ষুন্ন গুৱাহাটী চাহ নিলাম কেন্দ্ৰৰ | Assamese |
যুদ্ধৰ বিভীষিকা ৰাছিয়াৰ ক্ষেপণাস্ত্ৰৰ আঘাতত মৃত্যু ইউক্ৰেইনৰ জনপ্ৰিয় যুৱ লেখিকাৰ | Assamese |
ছেমছাং ইলেকট্ৰনিকছৰ চেয়াৰমেন লী কুন হিৰ পৰলোকপ্ৰাপ্তি | Assamese |
হঠাতে অৱসৰ ঘোষণা বেন ষ্টোকছৰ মঙলবাৰে খেলিব অন্তিমখন এদিনীয়া আন্তৰ্জাতিক মেচ | Assamese |
আই পি এলৰ প্ৰাক্তন বিতৰ্কিত অধ্যক্ষ ললিত মোদীয়ে বিয়া পাতিলে অভিনেত্ৰী সুস্মিতা সেনক | Assamese |
মহম্মদ ছামিৰ অভিলেখদ্ৰুততম ভাৰতীয় খেলুৱৈ হিচাপে স্পৰ্শ কৰিলে ঈৰ্ষণীয় মাইলষ্টন | Assamese |
বান সাহায্যৰ উদ্দেশ্যে ডিমাকুছিত খেলুৱৈ বনাম বড়োলেণ্ড একাদশ প্ৰদৰ্শণীমুলক ফুটবল খেলৰ আয়োজন | Assamese |
ইংলেণ্ডত সূৰ্যোদয় নিয়মৰক্ষাৰ মেচত পৰাজিত ভাৰত সূৰ্যকুমাৰৰ শতক স্বত্তেও আধৰুৱা হোৱাইটৱাছৰ স্বপ্ন | Assamese |
এথলেটিকছ চেম্পিয়নশ্বিপত সোণৰ পদক জিনিলে ৯৪ বৰ্ষীয় ভগৱানী দেৱী | Assamese |
সোণাপুৰত ধৰ্ষণ আৰু হত্যাৰ বলি ১৬ বছৰীয়া কিশোৰী থানাৰ সমুখত উত্তাল জনতা | Assamese |
প্ৰায় ১.৯ লাখ টকাৰ চুৰি সামগ্ৰী উদ্ধাৰ যাত্ৰীক সুৰক্ষা প্ৰদানৰ ক্ষেত্ৰত সক্ৰিয় আৰ পি এফ | Assamese |
অসমত কংগ্ৰেছৰ লগত মিত্ৰতা নকৰে আপে অকলেই খেলিব নিৰ্বাচন | Assamese |
Subsets and Splits
No community queries yet
The top public SQL queries from the community will appear here once available.