text stringlengths 1 2.59k ⌀ | language stringclasses 10
values |
|---|---|
পুনৰ লোভনীয় অফাৰ ৰিচাৰ্জ কৰি বিনামূল্যে সম্পূৰ্ণ চোৱাৰ সুযোগ | Assamese |
হ্ৰাস পালে পেট্ৰলডিজেলৰ দাম গ্ৰাহকলৈ সামান্য সকাহ | Assamese |
আকৌ পিঁয়াজে কন্দুৱাব ৰপ্তানিত নিষেধাজ্ঞা কেন্দ্ৰীয় চৰকাৰৰ | Assamese |
জ্যেষ্ঠ নাগৰিকলৈ ৰ উপহাৰ ৩১ডিচেম্বৰলৈকে সুবিধা লব পাৰিব এই আঁচনিৰ | Assamese |
বিশ্বৰ সৰ্বোচ্চ মূল্যৰ হীৰা হোৱাৰ দিশে অগ্ৰসৰ ১০২ কাৰাটৰ ডিম্বাকৃতিৰ এই নিখুঁট হীৰা খণ্ড কিমান হব ইয়াৰ মূল্য | Assamese |
ৰিলায়েন্স ৰ আকৰ্ষণীয় প্ৰিপেইড প্লেন গ্ৰাহকৰ বাবে ৩.৫টকাত ডাটা | Assamese |
স্লিপ এপনিয়াত আক্ৰান্ত জো বাইডেন কি এই ৰোগ জানি লওক লক্ষণসমূহ | Assamese |
ৰাজপথৰ আন্দোলনে বচাব পাৰিবনে অসমীয়াক বিদেশীৰ লগতে বহিৰাগতৰ আগ্ৰাসনো বিপদজনক | Assamese |
পঞ্চায়ত নিৰ্বাচন বিজেপিৰ সফল মেৰুকৰণৰ প্ৰথম পৰ্ব | Assamese |
বিচনাৰ ওপৰত ৫০০ টকীয়া বাণ্ডিলৰ দম পত্নীসন্তানৰ এক চেলফিত সংকটত উপপৰিদৰ্শক | Assamese |
কিয় আৰক্ষীৰ লোকৰ লগতে গৃহমন্ত্ৰী আৰু ডিজিপিয়েও এই কিতাপখন পঢ়া উচিত ললিত গগৈৰ ফেচবুক পষ্ট | Assamese |
অসমৰ মহাবিদ্যালয় সপ্তাহসমূহত প্ৰতিযোগীৰ নিম্নগামী সংখ্যা কিহৰ ইংগিত | Assamese |
শলঠেকত মুখ্য মন্ত্ৰী সোণোৱাল হিমন্ত বিশ্বৰ জয়জয় ময়ময় | Assamese |
অভিনৱ শৈলীৰ ভেলাঘৰ অসমীয়া সংস্কৃতিৰ বাহক | Assamese |
সমুখত শৰাইঘাট ৰণুৱা অসমীয়াৰ দুৰ্বলতা কি | Assamese |
আয়াৰলেণ্ড ভ্ৰমণৰ বাবে ভাৰতীয় দলৰ নেতৃত্বত পাণ্ডিয়াপ্ৰথমবাৰৰ বাবে দলত ৰাহুল ত্ৰিপাঠী | Assamese |
মৰিগাঁও আন্তবিদ্যালয় ১৫ বছৰ অনুৰ্ধ দবাত পীয়ূষ প্ৰাপ্তিবৰ্ণাৰ খিতাপ | Assamese |
মাজ নিশা পুনৰ উত্তপ্ত ইম্ফল প্ৰতিবাদকাৰীক বাধা দিবলৈ কন্দুৱা গেছ নিক্ষেপ সেনাৰ | Assamese |
অসমৰ ৰাজনীতিৰ ধূমকেতু বদৰুদ্দিন আজমলৰ কলংকমোচন সম্ভৱনে | Assamese |
ৰাজপ্ৰসাদ এৰিলে ৰাজকুমাৰ হেৰী আৰু পত্নী মেঘানে খালী কৰিলে ৰাণীৰ উপহাৰ ফ্ৰগম কটেজ | Assamese |
নৱবৰ্ষৰ প্ৰাৰম্ভতে সাজু হল অসমীয়া জাতিৰ শ্মশানযাত্ৰা | Assamese |
নিৰ্বাচনমুখী প্ৰতিশ্ৰুতিৰে আকৌ এবাৰ কেন্দ্ৰই পণবন্দী কৰিব খুজিছে নেকি অসমীয়াক | Assamese |
আমেৰিকাৰ মডেলক ধৰ্ষণৰ গোচৰৰ পৰা মুক্তি দিয়া হৈছে ৰোনাল্ডোক | Assamese |
সম্বৰ্দ্ধনা অভ্যৰ্থনা আদিয়ে মনোযোগ ব্যাহত কৰিছিল সাংবাদিকৰ আগত লাভলিনাৰ স্বীকাৰোক্তি | Assamese |
চেম্পিয়ন ৰিটাৰ্ণছ পুনৰ স্বৰ্ণৰে উজলিল হিমা দাস অসম সন্তান অম্লান বৰগোহাঁইৰো স্বৰ্ণ জয় | Assamese |
গাৰ জোৰে নাগৰিকত্ব সংশোধনী বিধেয়কৰ পক্ষ লৈছে জে পি চিয়ে | Assamese |
চাণক্য নীতিঅন্ধৰ দৰে বিশ্বাস নকৰিব জীৱনত মৃত্যুতকৈও বেছি কষ্ট দিয়ে এইসকলে | Assamese |
ইটালীৰ কাটোলিকা দবা প্ৰতিযোগিতাত গ্ৰেণ্ডমাষ্টাৰ খিতাপ অৰ্জনৰ দিশে অসমৰ চাহিল দে | Assamese |
থানাত কিশোৰী নিৰ্যাতনকাৰী আৰক্ষী বিষয়া পলাতক সন্ধান দিওতালৈ পুৰস্কাৰ ঘোষণা ডিজিপিৰ | Assamese |
ভৰিত গুৰুতৰ আঘাত কমনৱেলথ গেমছৰ ট্ৰায়েলৰ পৰাই বাহিৰ হল মেৰী কম | Assamese |
মিলাৰডুছেনৰ বেটিং তাণ্ডৱ বিশাল স্ক কৰিও শ্বাসৰুদ্ধকাৰী মেচত আত্মসমৰ্পণ পন্থ বাহিনীৰ | Assamese |
অনুৰাগীৰ মৰমত উপচিল বিৰাটসামাজিক মাধ্যমত ২০০ মিলিয়ন অনুৰাগীৰ সীমা অতিক্ৰম | Assamese |
দুৰন্ত বাবৰ কোহলীক অতিক্ৰমি নতুন অভিলেখ ৰচিলে বাবৰে | Assamese |
একাউন্ট থকাসকলে শীঘ্ৰে লাভ কৰিব ডাঙৰ খৱৰ বীমাত লাভ কৰিব অধিক ধন | Assamese |
ধনৰ অবৈধ লেনদেনৰ অভিযোগত ৰ প্ৰাক্তন চিইঅ চন্দা কোচাৰৰ পতিক ৰ গ্ৰেপ্তাৰ | Assamese |
ক প্ৰত্যাহ্বান জনাই য়ে মুকলি কৰিলে প্লেন চাওক সৱিশেষ | Assamese |
অন্ধকাৰত মুখ্যমন্ত্ৰী মন্ত্ৰীক বৰ্খাস্ত ৰাজ্যপালৰ অভূতপূৰ্ব পদক্ষেপকলৈ তোলপাৰ তামিলনাডু | Assamese |
কণাকালতো অপ্ৰতিৰোধ্য ৰিলায়েন্স ছিলভাৰ লেকে ৰিলায়েন্সত বিনিয়োগ কৰিব ৭৫০০ কোটি টকা | Assamese |
বছৰি ৩৩০টকা দি লাভ কৰক ২লাখ টকাৰ বীমা এই চৰকাৰী আঁচনিখনৰ বিষয়ে জানেনে | Assamese |
জিঅ প্ৰত্যাহ্বান ভোডাফোনআইডিয়াত বিনিয়োগৰ বাবে আগবাঢ়িছে এমাজনভেৰিজন | Assamese |
য়ে সলনি কৰিছে ঋণ প্ৰদানৰ নিয়ম কোন হব অধিক উপকৃত | Assamese |
অভিনৱ আৱিস্কাৰ ইন্ধন নহয় বতাহতে চলিব যি গাড়ী এবাৰত ৪০০ কিলোমিটাৰ | Assamese |
হিংসা থমা নাই মণিপুৰত আজি মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰাৰ সম্ভাৱনা বীৰেণ সিঙৰ | Assamese |
লক্ষ্য মোডী চৰকাৰক উৎখাত পুনৰ জুলাইত বেংগালুৰুত বিৰোধী দলসমূহৰ মহা বৈঠক | Assamese |
এতিয়া সস্তাতে সাজিব পাৰিব ঘৰ | Assamese |
অগপৰ দুৰ্গত বিজেপিৰ মোক্ষম আঘাত ক্ষমতাৰ খকত গাদী খামুচি নেতৃত্ব | Assamese |
এইবাৰৰ পঞ্চায়ত নিৰ্বাচন অসমবাসীৰ বাবে আছিল একাঘ্নীস্বৰূপ | Assamese |
উত্তৰ ভাৰততেই নহয় উত্তৰপূৰ্বাঞ্চলতো ২০১৯ত বিজেপিৰ ভেটি খহিব নেকি | Assamese |
দলৰহৈ ৫টাৰ ৫টা গোলেই দিলে মেছিয়ে পেলেক অতিক্ৰমি হল ইতিহাসৰ দ্বিতীয় সৰ্বাধিক গোলদাতা | Assamese |
এক দশকজোৰা সম্পৰ্কৰ সমাপ্তি স্পেনিছ ফুটবলাৰৰ সৈতে বিচ্ছেদ পপ তাৰকা শাকিৰাৰ | Assamese |
অনুৰ্দ্ধ৭ আৰু অনুৰ্দ্ধ১১ বছৰ দবা প্ৰতিযোগিতাত ধান্যতা গোস্বামী অথৰ্ৱ মহন্ত চেম্পিয়ন | Assamese |
ভূতৰ মুখত ৰাম নাম পঞ্চায়ত নিৰ্বাচন আৰু ৰাজনৈতিক দলৰ প্ৰচাৰ | Assamese |
বিজেপিৰ আগ্ৰাসনৰ বিপৰীতে পঞ্চায়ত নিৰ্বাচন অগপৰ বাবে অগ্নি পৰীক্ষা | Assamese |
বিতৰ্কিত বিধেয়ক হওক পঞ্চায়ত নিৰ্বাচনৰ প্ৰধান ইছ্যু কুযুক্তি খণ্ডন | Assamese |
ফ্ৰান্স অপেনৰ ছেমি ফাইনেলত হঠাতে লাগিল হুৱাদুৱা কি ঘটালে যুৱতীয়ে | Assamese |
গুৱাহাটী দবা একাডেমীৰ অনুৰ্দ্ধ ৭ বছৰ আৰু অনুৰ্দ্ধ ১১বছৰ দবা প্ৰতিযোগিতা | Assamese |
কোকো গাউফক পৰাস্ত কৰি ফ্ৰেঞ্চ অপেন মহিলা চিংগলছৰ খিতাপ জয় ইগা চুয়াটেকৰ | Assamese |
অসমীয়াক পানীমিঠৈ খুৱাই পাৰ কৰিব নেকি বিতৰ্কিত বিধেয়ক | Assamese |
মোদী ডাৰ্ক ট্ৰায়েড ব্যক্তি পূজা আৰু বিকল্প | Assamese |
সুবিধাবাদী মধ্যবিত্ত আৰু পোহমনা সংগঠনৰ বাবে দুটা নতুন শ্লগান | Assamese |
ৱেম্বলীত মেছিৰ চমকইটালীক ধৰাশয়ী কৰি ফিনালিজিমাত আৰ্জেণ্টিনাৰ শ্ৰেষ্ঠত্ব | Assamese |
আক্ৰমণ বন্ধ কৰকআগ্ৰাসী পুটিনলৈ বাৰ্তা ফুটবল সম্ৰাট পেলেৰ | Assamese |
ফ্ৰেঞ্চ অপেনজকভিচক পৰাস্ত কৰি ছেমিত প্ৰৱেশ ক্লে ক্ট বাদশ্বাহ নাডালৰ | Assamese |
ক্ৰয় নকৰাকৈয়ে হওক গাড়ীৰ গৰাকী মাৰুতিয়ে দিছে এই সুবিধা | Assamese |
জিএছটি ঘাটি ২.৩৫লাখ কোটি টকাৰ ক্ষতিপূৰণৰ বাবে ৰাজ্যসমূহক কেন্দ্ৰৰ দুটা বিকল্পৰ প্ৰস্তাৱ | Assamese |
ছুপাৰমেন পঞ্চাশ বছৰ ধৰি নাই টোপনি নিশাৰ ভাগত খেতি কৰে ভিয়েটনামৰ নিগকে | Assamese |
বিজেপি শাসিত মণিপুৰত আৰক্ষীয়ে আৱদ্ধ কৰিলে ৰাহুল গান্ধীৰ কনভয় শৰণাৰ্থী শিবিৰলৈ যোৱাত বাধা | Assamese |
দৰঙত ডিঙি ফাটি মৃত্যু ১৩ বছৰীয়া কিশোৰৰ নিজৰ ভাতৃয়ে হত্যা কৰাৰ সন্দেহ ৰাইজৰ | Assamese |
ৰিলায়েন্সৰ হাতলৈ ফিউচাৰ গ্ৰুপৰ ৰিটেইল বিজনেছ বিগ বাজাৰ আৰু | Assamese |
বেংকৰ গ্ৰাহকলৈ সুখবৰ অনলাইন বেংকিঙৰ বাবে কোনো মাচুল আদায় কৰিব নোৱাৰিব বেংকে | Assamese |
আমেৰিকাৰ হেঁচা ৰ চিইঅ কেভিন মেয়ৰে চাকৰিৰ পৰা কৰিলে পদত্যাগ | Assamese |
ভাৰতত মুকলি হব ৰয়েল এনফিল্ডৰ নতুন বুলেট কিমান হব দাম | Assamese |
গুৰুতৰভাৱে অসুস্থ সংকটজনক অৱস্থাত আইচিইউত ভৰ্তি পপ গায়িকা মেডোনা | Assamese |
জ্বলিছে মণিপুৰ নিশ্চুপ মোদীপ্ৰতিবাদ স্বৰূপে মোদীৰ অনুষ্ঠান বৰ্জন দিল্লী বিশ্ববিদ্যালয়ৰ শিক্ষক সন্থাৰ | Assamese |
ত্ৰিপুৰা ৰথ যাত্ৰা ট্ৰেজেডীমৃতকৰ পৰিয়াললৈ ৪ লাখ টকা ক্ষতিপূৰণ ঘোষণা ৰাজ্য চৰকাৰৰ | Assamese |
নিলৰ্জ্জ আৰক্ষী বিষয়া লক আপত যৌন নিৰ্যাতন কিশোৰীক নগ্ন কৰি তুলিলে ছবি | Assamese |
৩ জুলাইৰ পৰা ৮ জুলাইলৈ গুৱাহাটীত চতুৰ্থ আয়োধানা আন্তৰাষ্ট্ৰীয় ফিডে ৰেটিং দবা প্ৰতিযোগিতা | Assamese |
আপোনাৰ বেংক একাউণ্টত আছে নেকি হিচাপ বিহীন ধন থাকিলে ভৰিব লাগিব ৮৩ শতাংশ আয়কৰ | Assamese |
চীনৰ সম্পৰ্কিত সংস্থাৰ বাবে বন্দে ভাৰত ৰেল নিৰ্মাণৰ টেণ্ডাৰ বাতিল কৰিলে কেন্দ্ৰই | Assamese |
বাতিল হব ১৮কোটি পান কাৰ্ড কিন্তু আয়কৰ বিভাগে কিয় লৈছে এই সিদ্ধান্ত | Assamese |
যৌতুকজনিত কাৰণত ৰহস্যজনকভাবে মৃত্যু অসমৰ মহিলাৰ | Assamese |
মাত্ৰ ৫টকাতে লাভ কৰক সোণ এমাজন পেই মুকলি কৰিছে ডিজিটেল গল্ড ক্ৰয়ৰ সোণালী সুযোগ | Assamese |
ভাৰতীয় সেনাৰ পৰৱৰ্তী সেনাধ্যক্ষ হোৱাৰ দিশত লেজেনেৰেল মনোজ মুকুণ্ড নাৰাভানে | Assamese |
অগপই মাটি কৰিলে নেকি উত্থানৰ অন্তিম সুযোগ | Assamese |
পতঞ্জলিৰ যোগনিৰীক্ষকৰ দ্বাৰা শংকৰদেৱৰ অপমান | Assamese |
আজি ভাৰতৰ ন্যায়পালিকাৰ সৰ্বোচ্চ পদত অসমসন্তানৰ অভিষেক | Assamese |
নাগৰিকত্ব আইন সংশোধনী বিধেয়ক ২০১৬ ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী আৰু অগপবিজেপিৰ স্থিতি | Assamese |
শিল্পী সৈনিক ব্ৰজনাথ শৰ্মাক সুঁৱৰিঅসমীয়াই পাহৰিব নোৱৰা শিল্প যোদ্ধাজন | Assamese |
এন আৰ চিৰ পিছত কি ব্যৱস্থা কৰা হব বিদেশী | Assamese |
ভাৰতীয় হকী দলে গণি গণি ১৬টা গোল দিলে ইন্দোনেছিয়াক প্ৰৱেশ কৰিলে ছুপাৰ৪ত | Assamese |
আন্তঃৰাষ্ট্ৰীয় বক্সিং এছচিয়েচন এথলীট কমিটিৰ অধ্যক্ষ হিচাপে মনোনীত লাভলীনা সদস্য পদত শিৱ থাপা | Assamese |
ৰাজস্থানক ৭ উইকেটত পৰাস্ত কৰি আৱিৰ্ভাৱতেই আইপিএলৰ চেম্পিয়ন হাৰ্দিকৰ গুজৰাট টাইটানছ | Assamese |
আমি কিমান অসমীয়া কেনেকুৱা অসমীয়া হৈ আছোঁ | Assamese |
কংগ্ৰেছত যোগদান অৰুণাচল প্ৰদেশৰ প্ৰাক্তন গৃহমন্ত্ৰী কুমাৰ ৱাইৰ | Assamese |
১২ ঘণ্টীয়া লাহোৱাল বন্ধক সমৰ্থন স্থানীয় ৰাইজ আৰু দল সংগঠনৰ | Assamese |
অসমীয়া জাতিভাষা মিঞা মুছলমান ধাৰধুৰৰ প্ৰসংগ ইত্যাদি | Assamese |
যোৰহাটৰ প্ৰথমখন ইংৰাজী মাধ্যমৰ শিক্ষানুষ্ঠানৰ গৌৰৱক অক্ষু্ন্ন ৰখাৰ প্ৰয়াস প্ৰাক্তন শিক্ষাৰ্থী সন্থাৰ | Assamese |
ভাৰতক নিলম্বন নকৰিবলৈ ফিফাক অনুৰোধ গিয়ান্নি ইনফান্টিনোলৈ পত্ৰ প্ৰফুল পেটেলৰ | Assamese |
ৰাহুলৰ নেতৃত্বত ভাৰতৰ টী২০ দলত উমৰানঅৰ্শদ্বীপ উভতিল কাৰ্তিকো আৰু কোন কোন | Assamese |
যশপ্ৰীত বুমৰাহে আইপিএলত গঢ়িলে এক অনন্য অভিলেখ | Assamese |
Subsets and Splits
No community queries yet
The top public SQL queries from the community will appear here once available.