text stringlengths 1 2.59k ⌀ | language stringclasses 10
values |
|---|---|
মোদীৰ মৌনতাৰ মাজতে কাইলৈ অশান্ত মণিপুৰত ৰাহুল গান্ধী | Assamese |
সীমান্তৰে অনুপ্ৰৱেশৰ প্ৰচেষ্টাপাঁচ বাংলাদেশী নাগৰিকসহ ১০ ব্যক্তিক আটক বিএছএফৰ | Assamese |
দবাৰ বিশ্ব চেম্পিয়ন কাৰ্লচেনক পুনৰ পৰাস্ত কৰিলে ১৬ বছৰীয়া ভাৰতীয় প্ৰজ্ঞানন্দে | Assamese |
চেন্নাই চুপাৰ কিংছৰ সমৰ্থকলৈ সকাহসমৰ্থকলৈ কি বাৰ্তা দিলে থালাই | Assamese |
বক্সাৰ অভিজিত বৰুৱাক সহায় কৰিবলৈ চৰকাৰ তথা ৰাইজলৈ আহ্বান আছুৰ সাধাৰণ সম্পাদকৰ | Assamese |
ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ চৌপাশৰ ভৱিষ্যত তত্ত্বাৱধায়ক সকলৰ মাজত আৰণ্যকৰ সংৰক্ষণ সজগতা অভিযান | Assamese |
অহা মাহৰ পৰা বৃদ্ধি পাব এয়াৰটেলভোডাফোনআইডিয়াৰ প্ৰিপেইডপোষ্ট পেইডৰ নিৰিখ | Assamese |
দোষীক ক্ষমাদান ৬৬ শতাংশ কাৰাবাস খটা কয়দী সকলক মুক্তি দিয়াৰ সিদ্ধান্ত ত্ৰিপুৰা চৰকাৰৰ | Assamese |
বক্সিঙত বিশ্ব চেম্পিয়ন হল ভাৰতৰ নিখাত জাৰিন স্বৰ্ণ জয় | Assamese |
মণিপুৰৰ বিজেপি নেতৃত্বাধীন ৰাজ্য চৰকাৰক বৰ্খাস্তৰ দাবীৰে গুৱাহাটীত প্ৰতিবাদ | Assamese |
সর্বকালৰ অভিলেখ ভংগ৩৫বছৰ পুৰণি জোতা বিক্ৰী হল ৪.৬০কোটি টকাত | Assamese |
বিনা লাইচেন্সেৰে চলাব পৰা দেশৰ আটাইতকৈ সস্তা দুচকীয়া ইলেকট্ৰিক বাহন মুকলি | Assamese |
ৰ ৪৪ কোটি গ্ৰাহকৰ বাবে আহিছে একাধিক সুখবৰ কি সেই সুখবৰ | Assamese |
অশান্ত মণিপুৰলৈ নাগালেণ্ডৰ মাজেৰে অস্ত্ৰৰ সৰবৰাহউদ্ধাৰ বিপুল পৰিমাণৰ অস্ত্ৰশস্ত্ৰ | Assamese |
কৰনা সংকটৰ মাজতে এয়াৰ ইণ্ডিয়াই অপসাৰণ কৰিলে ৪৮গৰাকী পাইলটক | Assamese |
আহি আছে ড° নগেন শইকীয়াৰ গল্পৰ আধাৰত নিৰ্মিত ছবি ওৱাইড এংগল | Assamese |
ৰ স্বাধীনতা দিৱসৰ অফাৰ ৫মাহলৈকে বিনামূলীয়াকৈ ডাটা আৰু কলিঙৰ সুবিধা | Assamese |
চীনৰ সংস্থাৰ পৰা ভাৰতত ৰ মালিকী স্বত্ত্ব ক্ৰয় কৰিব ৰিলায়েন্স জিঅই | Assamese |
বাহন সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ ডাঙৰ সিদ্ধান্ত এইবোৰ গ্ৰাহকে কৰাব পাৰিব পঞ্জীয়ন | Assamese |
কৰ ব্যৱস্থাত আমূল পৰিৱৰ্তৰ অংগীকাৰেৰে মোডীয়ে মুকলি কৰিলে স্বচ্ছ কৰ ব্যৱস্থাসততাৰ সন্মান প্লেটফৰ্ম | Assamese |
শান্ত অসমত বিষবাষ্প বিয়পাইছে মমতাই | Assamese |
নাগৰিকপঞ্জীৰ চূড়ান্ত খচৰা বাদপৰা চল্লিচ লাখ আৰু সংখ্যাৰ জল্পনাকল্পনা | Assamese |
উত্তৰপূব গ্ৰন্থমেলা আৰু শাসকৰ বিষম সিদ্ধান্ত | Assamese |
অসমৰ মহাবিদ্যালয়ত ষাণ্মাসিক ব্যৱস্থা প্ৰতিশ্ৰুতি আৰু পৰিণাম | Assamese |
এন আৰ চিক ঝেমেলা বুলি ভবাসকল কত সোমোৱা ২.৯০ কোটিতো নাই বাদপৰা ৪০ লাখতো নাই এওঁলোক | Assamese |
গুৱাহাটীত শংকৰদেৱৰ জীৱন আৰু কৰ্মৰ আধাৰত স্থাপিত হব সংগ্ৰহালয় | Assamese |
আল জাজিৰা ডট কমত ড০ হীৰেন গোহাঁইৰ সাক্ষাৎকাৰ অপব্যাখ্যা আৰু অপপ্ৰচাৰ | Assamese |
বেডমিণ্টনত বিশ্ব শ্ৰেষ্ঠ ভাৰত থমাছ কাপত ইণ্ডোনেছিয়াক হৰুৱাই স্বৰ্ণ জয় টীম ইণ্ডিয়াৰ | Assamese |
টি২০ ক্ৰিকেটত আন এক ঈৰ্ষণীয় সাফল্য বুমৰাহৰএই সাফল্য লভা প্ৰথমগৰাকী ভাৰতীয় বেগী বলাৰত পৰিণত | Assamese |
ৰাষ্ট্ৰীয় দবাত উজলিল অসমৰ আভাস ৰম্য শইকীয়া | Assamese |
দুধনৈত অনুষ্ঠিত প্ৰথম চিনিয়ৰ মিকটছ ফুটবল চেম্পিয়নশ্বিপৰ সামৰণি মেঘালয়লৈ বিজয়ীৰ খিতাপ | Assamese |
নাগৰিকপঞ্জীৰ ৰুদ্ধদ্বাৰ উন্মোচন আৰু অসমবাসীৰ সংযম | Assamese |
এন আৰ চি বিশ্বজুৰি চলোৱা অপপ্ৰচাৰৰ আঁৰত কোন অসম বিৰোধী চক্ৰ | Assamese |
দুধনৈত আৰম্ভ ৰাষ্ট্ৰীয় মিকটছ ফুটবল প্ৰতিযোগিতা প্ৰথমখন খেলত নাগালেণ্ডৰ মুখামুখি হল অসম | Assamese |
১৫ মেত দেওবৰীয়া ৰেপিড দবা প্ৰতিযোগিতাৰ ত্ৰয়োদশ সংস্কৰণ | Assamese |
সমষ্টি পুনৰ নিৰ্ধাৰণৰ বিৰোধিতাৰে ১২ ঘন্টীয়া বৰাক বন্ধ কৰিমগঞ্জত কেইবাজনো প্ৰতিবাদকাৰীক আটক আৰক্ষীৰ | Assamese |
ক লৈ চৰকাৰক সমালোচনা ৰাহুল গান্ধীৰ মোদী থাকিলে সকলো সম্ভৱ | Assamese |
মহিলা বিশ্ব বক্সিং চেম্পিয়নশ্বিপত বিজয়েৰে যাত্ৰা আৰম্ভ লাভলিনা বৰগোহাঁইৰ | Assamese |
বন্ধ হৈ গল এইসমূহ বাহনৰ | Assamese |
খিলঞ্জীয়াৰ অস্তিত্বৰ যুজঁখন ধৰ্মীয় সাম্প্ৰদায়িক যুঁজলৈ পৰিবৰ্তনৰ প্ৰচেষ্টা চলাইছে হিমন্ত বিশ্ব শৰ্মাই অভিযোগ উপমন্যু হাজৰিকাৰ | Assamese |
আজকাল পত্ৰিকাত তপোধীৰ ভট্টাচাৰ্যৰ শেহতীয়া নিবন্ধদ্বয় সাৰাংশ আৰু মূলভাব | Assamese |
পথ দুৰ্ঘটনাত মৃত্যু অষ্ট্ৰেলিয়াৰ প্ৰাক্তন ক্ৰিকেটাৰ এণ্ড্ৰিউ চাইমণ্ডছৰ | Assamese |
আব্ৰামোভিচ যুগৰ অৱসানটড বোহেলীৰ মালিকানাধীন হোৱাৰ দিশে চেলছী | Assamese |
কভিদৰ প্ৰাদুৰ্ভাৱঅনিৰ্দিষ্ট কাললৈ স্থগিত এছিয়ান গেমছ ২০২২ | Assamese |
আগষ্টত ১৭ দিন বন্ধ থাকিব বেংক চাওক বন্ধৰ সম্পূৰ্ণ তালিকা | Assamese |
বিশ্বৰ আটাইতকৈ বয়স্ক নোবেল বঁটা বিজয়ী জন গুডেনাফৰ ১০০ বছৰ বয়সত দেহাৱসান | Assamese |
ৰ প্ৰত্যাহ্বান গ্ৰহণ কৰি এইবাৰ য়ে গ্ৰাহকক আগবঢ়াইছে বিনামূলীয়াকৈ ডাটা | Assamese |
অনুপম জীৱন বিশ্ব ড্ৰাগছ বিৰোধী দিৱস পালন | Assamese |
এইবাৰ বেংক আৰু বীমা কোম্পানি বিক্ৰী কৰিব কেন্দ্ৰই আৰু কি আছে কেন্দ্ৰৰ পৰিকল্পনাত | Assamese |
কুখ্যাত অপৰাধীক গুলীয়াই হত্যা উত্তৰ প্ৰদেশ আৰক্ষীৰ মূৰৰ দাম ৰখা হৈছিল ১২৫০০০ টকা | Assamese |
বিভিন্ন সংস্থাৰ কৰ্মচাৰী সংকোচনত অসন্তষ্ট ৰতন টাটাই কলেচাকৰি কৰ্তন সমস্যাৰ সমাধান নহয় | Assamese |
চিকিৎসা বিভ্ৰাট জিভাৰ সলনি পুৰুষাংগৰ অস্ত্ৰোপচাৰ বাতিল চিকিৎসালয়ৰ অনুজ্ঞাপত্ৰ | Assamese |
ই বন্ধ কৰিলে আটাইতকৈ সস্তা দুটাকৈ জনপ্ৰিয় প্লেন বাকী সস্তাৰ আকৰ্ষণীয় প্লেনকেইটা চাওক | Assamese |
প্ৰধানমন্ত্ৰী মোডীক প্ৰশ্ন কৰা সাংবাদিকক হাৰাশাস্তিৰ ঘটনাক গৰিহণা হোৱাইট হাউছৰ | Assamese |
কাজিয়াৰ সময়ত অণ্ডকোষ চেপি ধৰাটো হত্যাৰ প্ৰচেষ্টা নহয় অভিযুক্তৰ শাস্তি হ্ৰাস কৰিলে আদালতে | Assamese |
নকল উপায়ুক্ত তেজপুৰত আটক হোৱা মহাপ্ৰৱঞ্চক অংকুৰ শইকীয়াই কি কৰিব বিচাৰিছিল | Assamese |
সলনি হৈছে ফৰ্ম ৰ এতিয়া কৰদাতাসকলৰ বাবে ৰিটাৰ্ণ দাখিল কৰাটো হৈ পৰিব সহজ | Assamese |
চৰকাৰৰ দায়িত্বহীনতাৰ বাবেই গুৱাহাটীত ছবছৰতো আৰম্ভ নহল অনাময় আঁচনিৰ কাম | Assamese |
লোকপিয়লৰ ভাষিক তথ্য আৰু অসমীয়া জাতিৰ আয়ুসৰেখা | Assamese |
অভিবাসী মুছলমান আৰু অসমীয়াভাষী লোকৰ সংখ্যাগৰিষ্ঠতাৰ প্ৰশ্ন | Assamese |
ৰহাৰ টোল গেট বন্ধ কৰক হস্তক্ষেপ কৰক মুখ্য মন্ত্ৰী সোণোৱালে | Assamese |
মাৰাডোনাৰ হেণ্ড অৱ গড খ্যাত বিশ্ব কাপৰ জাৰ্চি ৯.৩ মিলিয়ন ডলাৰত নিলাম | Assamese |
টি২০ ক্ৰিকেটত নতুন ৰেকৰ্ড ডেভিদ ৱাৰ্ণাৰৰঅতিক্ৰম কৰিলে ক্ৰিছ গেইলক | Assamese |
দাঙিব নোৱাৰা বোজা চেন্নাই ছুপাৰ কিংছৰ নেতৃত্ব এৰি জাডেজাই দায়িত্ব ওভতাই দিলে ধোনীক | Assamese |
বাৰ্ধক্যত সুখৰ সন্ধান বৃদ্ধাশ্ৰমলৈ যাবলৈ সাজু আমি | Assamese |
অসমৰ বিদেশীক লৈ উদ্বিগ্ন কিয় ৰাষ্ট্ৰসংঘ | Assamese |
জাকাৰ্টা এছিয়ান গেইমছত তিনিগৰাকী কন্যা সন্তানে উজলাব অসমৰ মান | Assamese |
প্ৰৱঞ্চনাৰ অভিযোগত কিংবদন্তি টেনিছ তাৰকা বৰিছ বেকাৰক আঢ়ৈ বছৰৰ কাৰাদণ্ড | Assamese |
ইংলেণ্ডৰ নতুন টেষ্ট অধিনায়কৰ দায়িত্বত বেন ষ্টোকছ | Assamese |
আৰ্চাৰী বিশ্বকাপস্বৰ্ণ জিনিলে ভাৰতীয় ৰিকাৰ্ভ মিক্সড্ দলে | Assamese |
অসমত ইংৰাজী শিক্ষা আপদ নে আৱশ্যক | Assamese |
অমিত শ্বাহৰ নিৰ্দেশ অসমত কিমান মসৃণ বিজেপিৰ পথ | Assamese |
মেঘালয়ত আৰক্ষীৰ গাড়ীত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ | Assamese |
আচৰণবিধি ভংগশাস্তিৰ সন্মুখীন দিল্লী কেপিটেলছৰ অধিনায়ক ঋষভ পণ্ট শাৰ্দুল ঠাকুৰ | Assamese |
ৰংঘৰৰ বাকৰিত ব্ৰহ্মপুত্ৰ পৰিক্ৰমা শীৰ্ষক চাইকেল যাত্ৰাৰ শুভ উদ্বোধন কৰিলে জুবিন গাৰ্গে | Assamese |
মৰিগাঁও স্কুল দবাত ইশান্ত প্ৰাপ্তি চেম্পিয়ন | Assamese |
পৰকীয়াৰ পৰিণতি পত্নীৰ প্ৰেমিকৰ ডিঙি কাটি তেজ পান কৰিলে স্বামীয়ে | Assamese |
আন্দোলনত ছাত্ৰছাত্ৰীৰ অংশগ্রহণ নিষিদ্ধ কৰাতকৈ চৰকাৰে আন্দোলনৰ প্ৰয়োজন নোহোৱা কৰক | Assamese |
১৫ হাজাৰ টকা উৎকোচ বিচাৰি মৰিগাঁৱত গ্ৰেপ্তাৰ লাট মণ্ডল | Assamese |
মহীশূৰত অনুষ্ঠিত ৰাষ্ট্ৰীয় দবাত উজলিল অসমৰ মৃণ্ময় ৰাজখোৱা | Assamese |
দিল্লীত গাড়ী ৰখাই মূৰত বন্দুক থৈ মাত্ৰ ৩৮ ছেকেণ্ডতে লুটি নিলে লক্ষাধিক টকা চাওক ভিডিঅ | Assamese |
অদ্ভুত কাণ্ড স্কুটাৰত ৭টা শিশুকে ধৰি চালক ভাইৰেল ভিডিঅ দেখি আতংকিত নেটিজেন গ্ৰেপ্তাৰ অভিযুক্ত | Assamese |
১৩ বছৰৰ অন্তত ইউৰোপীয় সংঘৰে অসামৰিক পাৰমাণৱিক চুক্তি ভাৰতৰ | Assamese |
আপুনি ত পইচা জমা ৰাখিছে তেন্তে লাভ কৰক এই তিনিটা সুবিধা | Assamese |
এইকেইটা হৈছে ৰ ২০০টকাতকৈ কম মূল্যৰ আকৰ্ষণীয় উৎকৃষ্ট কম্বো প্লেন চাওক সৱিশেষ | Assamese |
তীব্ৰ গতিৰে চলিছিল দৰাযাত্ৰীৰ বাছখন হঠাৎ চৰকাৰী বাছৰ সৈতে মুখামুখি সংঘৰ্ষ কমেও ১২ জনৰ মৃত্যু | Assamese |
সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰাৰ বিৰোধিতাবৰাক উপত্যকাত ১২ ঘণ্টীয়া বন্ধৰ আহ্বান | Assamese |
সুখবৰ অহা বছৰত জিঅএ প্ৰদান কৰিব ৫জি সেৱা কম মূল্যতে দিব ৫জি স্মাৰ্টফোন | Assamese |
সমষ্টি পুনৰ নিৰ্ধাৰণক লৈ গুৰুত্বপূৰ্ণ প্রেছ বিবৃতি ৰাইজৰ দল | Assamese |
ফ্লিপকাৰ্টত ১.২ বিলিয়ন মাৰ্কিন ডলাৰ বিনিয়োগ কৰিব ৱালমাৰ্টে | Assamese |
ডিজিটেল ইণ্ডিয়া ভাৰতত ৭৫ হাজাৰ কোটি টকা বিনিয়োগ কৰিব এ | Assamese |
গ্ৰাহকক লোভনীয় অফাৰ দি ট্ৰাই ৰোষত এয়াৰটেল ভোডাফোন | Assamese |
ত এইবাৰ ৭৩০ কোটি টকা বিনিয়োগ কৰিব আমেৰিকান কোম্পানী য়ে | Assamese |
একেবাৰে সুকীয়া মাত্ৰ ১০০০টকাৰে বুকিং কৰি অৰ্ডাৰ কৰক ৰ এই আকৰ্ষণীয় স্কুটী | Assamese |
জনসাধৰণ তথা বিভিন্ন দল সংগঠনৰ প্ৰতিবাদত সেও মানি শুধৰণি কৰা হল নতুন উদ্যোগ নীতি | Assamese |
ৰাজ্যত অব্যাহত নিষিদ্ধ ড্ৰাগছৰ বেহাহাজোত জব্দ প্ৰায় ১৮ কোটি টকাৰ হেৰইন | Assamese |
বিষ্ণু ৰাভা জাতীয়তাবাদ আৰু শ্ৰেণীসংগ্ৰাম | Assamese |
গুৱাহাটীত দৈনিক উৎপন্ন হোৱা ৬০০ টন আৱৰ্জনাৰ ৩৭০ টনেই প্লাষ্টিকৰ আৱৰ্জনা | Assamese |
পুঁজিৰ অপব্যৱহাৰভাৰতীয় অলিম্পিক এছচিয়েশ্যনৰ সভাপতিৰ বিৰুদ্ধে তদন্ত চিবিআইৰ | Assamese |
ফিফা কাটাৰ বিশ্বকাপ ২০২২ ৰ থীম চং মুকলিহায়া হায়া ৰাগত মোহাচ্ছন্ন হব ফুটবল বিশ্ব | Assamese |
Subsets and Splits
No community queries yet
The top public SQL queries from the community will appear here once available.