text stringlengths 1 2.59k ⌀ | language stringclasses 10
values |
|---|---|
অসমৰ জাতিজনগোষ্ঠীৰ ঐক্যৰ প্ৰসংগ আৰু ৰাভাৰ দৃষ্টিভংগি | Assamese |
খিতাপৰ যুঁজত হাৰ মানিল নাগালেণ্ড পুলিচ বৰদলৈ ট্ৰফীৰ নতুন চেম্পিয়ন দিল্লী ফুটবল ক্লাৱ | Assamese |
আইপিএল২০২২পঞ্জাৱৰ বিৰুদ্ধে অন্তিম দুটা বলত ছয় কোবাই গুজৰাটক জয়ী কৰিলে তেওৱাটিয়াই | Assamese |
ভাষাৰ বিলুপ্তি অস্তিত্বৰ সংকট কিছুমান চিন্তনীয় দিশ | Assamese |
সোপাধৰা সংস্কৃতি চৰকাৰ চলোৱা মানুহবোৰেই যেতিয়া অন্ধবিশ্বাস কুসংস্কাৰৰ প্ৰচাৰক হয় | Assamese |
প্রদীপ দত্তৰ আত্মজীৱনী সময় আৰু সংগ্ৰাম এক সময়ৰ দলিল | Assamese |
ফিফা বিশ্বকাপ ২০২২নিৰ্দ্ধাৰণ হল কাটাৰ বিশ্বকাপৰ গ্ৰুপ বিভাজন কোন গ্ৰুপত ব্ৰাজিলআৰ্জেন্টিনা | Assamese |
দুৰ্দ্দান্ত ব্ৰুনোকাটাৰ বিশ্বকাপলৈ যোগ্যতা অৰ্জন ৰোনাল্ডোৰ পৰ্তুগালৰ | Assamese |
যৌৱনৰ নৃশংস হত্যা কাৰ্বি পাহাৰৰ দাৱানলৰ উৎস কি | Assamese |
চেন্নাইক ৬ উইকেটত হৰুৱাই আইপিএলত প্ৰথম জয় লক্ষ্ণৌৰ | Assamese |
ডকমকা কাণ্ডৰ জোকাৰণি আহক যুক্তিবাদী আন্দোলনৰ সৈনিক হওঁ | Assamese |
টি২০ ক্ৰিকেটত ঈৰ্ষণীয় মাইলষ্টন স্পৰ্শৰ দিশে শিখৰ ধাৱানগেইল ৱাৰ্ণাৰৰ সৈতে একে শাৰীত নাম অন্তৰ্ভুক্তিৰ সুযোগ | Assamese |
অথলে গল ডুপ্লেচিকোহলিৰ দুৰ্দান্ত প্ৰদৰ্শন বিশাল ৰাণৰ লক্ষ্য অনুসৰণ কৰি পঞ্জাৱৰ বিৰাট জয় | Assamese |
১০ জুলাইৰ পিছত উপকৃত হব ৰ হোম লোনৰ গ্ৰাহক কেনেকৈ | Assamese |
১১সপ্তাহত ত ১২সংখ্যক বিনিয়োগ এইবাৰ ১৮৯৫ কোটি টকাৰ অংশীদাৰিত্ব ক্ৰয় ইন্টেলৰ | Assamese |
ক্ষুদ্ৰ সঞ্চয়ৰ বাবে এই আঁচনিসমূহত চৰকাৰে জাৰি কৰিছে শিথিলকৰণৰ নিৰ্দেশনা চাওক সুবিধাসমূহ | Assamese |
বিশ্বৰ ভিতৰত মাত্ৰ ৫০জন মানুহে শুদ্ধকৈ কব পাৰে তাই খাময়াং ভাষা | Assamese |
আইপিএল২০২২ৰোহিতৰ মুম্বাইক ৪ উইকেটত হৰুৱাই বিজয় যাত্ৰা ঋষভৰ দিল্লীৰ | Assamese |
য়ে মুকলি কৰিছে দুটা আকৰ্ষণীয় প্ৰিপেইড প্লেন ১০০টকাতকৈয়ো কমতে ডাটা | Assamese |
সকাহ আয়কৰ দাখিলআধাৰৰ সৈতে পানকাৰ্ডৰ লিংকৰ সময়সীমা বৃদ্ধি কৰিছে চৰকাৰে | Assamese |
ঘন্টাত ৯৫কোটি টকাকৈ দুমাহত ১.৩৭লাখ কোটি টকাৰ সম্পত্তি বৃদ্ধি কৰিলে মুকেশ আম্বানিয়ে | Assamese |
ধন্য চখ ৬০হাজাৰ টকাৰ স্কুটীৰ বাবে ললে ১৮ লাখ টকীয়া নম্বৰ প্লেট | Assamese |
গেৰান্টি অবিহনে আগবঢ়াব লক্ষাধিক টকাৰ ঋণ চৰকাৰে লৈছে প্ৰস্তুতি | Assamese |
চুম্বন একেবাৰে নহব কিন্তু কাৰ বাবে তামান্নাই ভংগ কৰিলে ১৮ বছৰীয়া প্রতিজ্ঞা | Assamese |
দুৰ্নীতিত শূন্য সহনশীল চৰকাৰ ব্যাপক কেলেংকাৰী জল জীৱন মিছন প্ৰকল্পত | Assamese |
ভাত ঘুমটি ভাল লাগেনে দিনত অলপ টোপনি মগজুৰ বাবে বৰ উপকাৰী প্ৰকাশ পাইছে গৱেষণাত | Assamese |
বিজেপিৰ উন্নয়নৰ নমুনা বিহাৰত আকৌ ভাঙি পৰিল নৱনিৰ্মিত দলং | Assamese |
অশান্ত মণিপুৰ মহিলাৰ নেতত্বত ১৫০০ সশস্ত্ৰ বিক্ষোভকাৰীয়ে ঘেৰি ধৰিলে সেনাক মোকলাই নিলে ১২ জন বিদ্ৰোহীক | Assamese |
লা ধেমালি নহয় পিতৃৰ অটোমেটিক পিষ্টল উলিয়াই গুলী চলাই দিলে ২ বছৰীয়া শিশুৱে গৰ্ভৱতী মাতৃৰ কৰুণ মৃত্যু | Assamese |
প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ বিষয়াৰ পৰিচয় দিয়া আৰু এজন প্ৰৱঞ্চক মায়ংক তিৱাৰীক গ্ৰেপ্তাৰ গুজৰাটত | Assamese |
মুখ্যমন্ত্ৰীৰ অবামা কেন্দ্ৰিক মন্তব্যত লজ্জিত অখিল বিশ্ববাসীৰ ওচৰত হাতযোৰ অখিলৰ | Assamese |
নাবালিকাক ধৰ্ষণ কৰা বিশ্বজিতক ২০ বছৰ কাৰাদণ্ডৰ নিৰ্দেশ দিলে আদালতে | Assamese |
পুটিনৰ সকাহ সমাপ্ত বিদ্ৰোহ ঘাটিলৈ উভতিছে ৱেগনাৰ সেনা | Assamese |
কৃতী ছাত্ৰছাত্ৰীৰ অভিনন্দন উপদেশৰ চলেৰে মোদীৰ প্ৰশস্তিত মুখৰ সোণোৱাল | Assamese |
নাগৰিকত্ব বিধেয়ক ৩০ জুনলৈ অপেক্ষাৰ অন্তৰালত অভিসন্ধি কি বিজেপিৰ | Assamese |
অন্ধবিশ্বাসৰ শেষ কত সমাজত আজিও তন্ত্রমন্ত্র জ্যোতিষীৰ বিধানৰ অবাধ প্রচলন | Assamese |
আইপিএলৰ উদ্বোধনী মেচত চেন্নাইক অনায়াসে ৬উইকেটত হৰুৱালে কলকাতাই | Assamese |
ডিমা হাচাওৰ কথা মনত পৰেনে | Assamese |
দবাৰ ৰাষ্ট্ৰীয় ৰেফাৰী পৰীক্ষাত উত্তীৰ্ণ বহৰিৰ চন্দনা তালুকদাৰ | Assamese |
ভাৰতীয় ক্ৰিকেট বোৰ্ডৰ ঘোষণাঅহা বছৰৰ পৰাই হব মহিলা আইপিএল | Assamese |
টেনিছ জগতক আচম্বিতে বিদায় জনালে বিশ্বৰ শীৰ্ষস্থানৰ খেলুৱৈ এশ্লেইগ বাৰ্টিয়ে | Assamese |
অপ্ৰতিৰোধ্যকৰনাৰ সংহাৰৰ মাজতে একেৰাহে ১৬দিনৰ দিনাও বৃদ্ধি পালে পেট্ৰলডিজেলৰ দৰ | Assamese |
সুৰাপায়ীৰ বাবে সুখৱৰ এমাজন বিগবাস্কেটত অনলাইন অৰ্ডাৰ কৰি ঘৰতে পাব মদৰ ডেলিভাৰি | Assamese |
৩০ জুনলৈ অপেক্ষা আৰু ইয়াৰ অন্তৰালৰ অভিসন্ধি | Assamese |
ক্ৰিকেট প্ৰতিযোগিতাত বৃহত্তৰ বঙাইগাঁও প্ৰেছ ক্লাবৰ জয়লাভ | Assamese |
কাল্পনিক কিন্তু অলীক নহয় অসমত বিকল্প চৰকাৰৰ সম্ভাৱনা | Assamese |
গুৱাহাটী গ্ৰেণ্ডমাষ্টাৰ দবাত ৰাছিয়াৰ পনকাৰটভ পাবেল চেম্পিয়ন | Assamese |
অসম আৰু অসমৰ ক্ৰীড়া এটি অৱলোকন | Assamese |
মহাপুৰুষ শংকৰদেৱৰ হাত ধৰি অসমলৈ হিন্দুত্ব আহিছিল | Assamese |
গুৱাহাটী মুকলি আন্ত:ৰাষ্ট্ৰীয় দবাৰ শীৰ্ষত পাৰাগুৱেৰাছিয়া | Assamese |
বিড়িৰ পেকেটত অসমীয়াৰ জাতীয় আৱেগ বিহুৰ ছবি দিয়াৰ সাহস পালে কেনেকৈ ছচিয়েল মিডিয়াত ক্ষোভ | Assamese |
কাৰ্ডৰ কোনো ধৰণৰ আপডেট কৰিব লাগে এই এপ টোৰ সহায়ত কৰি লওক সকলো কাম | Assamese |
সুদীৰ্ঘ তিনি বছৰৰ মূৰত এল ক্লাছিকত উৰিল বাৰ্চিলোনাৰ বিজয় ধ্বজাবিধ্বস্ত ৰিয়েল মাদ্ৰিদ | Assamese |
আৰু ১৫ দিন পাছত বন্ধ হৈ নেকি যাব কাৰ্ড লগতে ১০হাজাৰ টকাৰ জৰিমনা | Assamese |
গুৱাহাটী মুকলি আন্ত:ৰাষ্ট্ৰীয় গ্ৰেণ্ড মাষ্টাৰছ দবাত উজলি উঠিছে অসমৰ জুনিয়ৰ দবাৰু | Assamese |
হিমন্ত বিশ্ব শৰ্মাৰ হিন্দুত্বৰ সংজ্ঞা গ্ৰহণ নকৰে অসমে | Assamese |
বজাৰত বিষাক্ত নকল ছেনিটাইজাৰ প্ৰথমবাৰৰ বাবে সতৰ্ক কৰি দিলে চিবিআইয়ে | Assamese |
অসমৰ বিজেপি মিত্ৰজোঁট চৰকাৰখনৰ ভিতৰত সিন্ধি দিছে কোনে | Assamese |
১০ জুনৰ পৰা বলবৎ হব নতুন নিয়ম এছ বি আইৰ গ্ৰাহকে লাভ কৰিব এই সুবিধা | Assamese |
অপ্ৰতিৰোধ্য অশ্বিনএইবাৰ ভংগ কৰিলে দক্ষিণ আফ্ৰিকাৰ কিংবদন্তী খেলুৱৈৰ অভিলেখ | Assamese |
কোভিড১৯ৰ লকডাউনৰ ফলত ক্ষতিগ্ৰস্ত হৈ পৰা ট্ৰেভেল এজেন্সিসমূহক জীয়াই ৰাখিব পৰা যাবনে | Assamese |
সংকটত ৰাছিয়া পুটিনৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰি দিলে বিদ্ৰোহী ৱেগনাৰ বাহিনীয়ে | Assamese |
ডায়েবেটিছ ৰোগ প্ৰতিৰোধ কৰিব পাৰে অসমৰ জহা চাউলে কি কলে গৱেষণাই | Assamese |
বিমানত হাইজেকিং আলোচনা বিমান পৰিচাৰিকাৰ অভিযোগত গ্ৰেপ্তাৰ দিল্লী অভিমুখী যাত্ৰী | Assamese |
পিতৃ বিধায়কপঢ়াৰ খৰচ উলিয়াবলৈ পেট্ৰল পাম্পত সোমাল পুত্ৰ | Assamese |
দাড়ি দীঘল নকৰি বিয়া পাতক ৫৩ বছৰীয়া ৰাহুলক লালুৱে কলে এতিয়াও সময় আছে | Assamese |
সীমাৰ পৰিধি ভাঙি ঘৃণাৰ বাণী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ হুছেইন অবামা মন্তব্যৰ তীব্ৰ প্ৰতিক্ৰিয়া | Assamese |
২০২৩ বৰ্ষৰ সাহিত্য অকাডেমী বঁটা ৰাজ্যলৈ গৌৰৱ কঢ়িয়াই আনিলে ৪ গৰাকী লেখকে | Assamese |
ক্ষতিগ্ৰস্তক এটুপি পানী যোগান ধৰিবলৈও ব্যৰ্থ চৰকাৰ | Assamese |
বিজেপিৰ হাইজেক নীতিত বিধ্বস্ত হব নেকি অসমীয়া জাতীয়তাবাদ | Assamese |
সংখ্যালঘু এলেকাত ৰামসেনাৰ ৰাম মন্দিৰ জতুগৃহৰ আখৰা | Assamese |
ভাৰতীয় পেচাৰৰ ধুমুহাত বিপৰ্যস্ত শ্ৰীলংকা দ্বিতীয় টেষ্টৰ প্ৰথম দিনাই চালকৰ আসনত ভাৰত | Assamese |
জনজাতীয় ৰাজনীতিৰ গতিপ্ৰকৃতি আৰু কংগ্ৰেছ বিজেপিৰ ৰাজনৈতিক কৌশল | Assamese |
দ্বিতীয়খন টেষ্টত শ্ৰীলংকাৰ বিৰুদ্ধে বিশাল জয়েৰে ভাৰতৰ ছিৰিজ দখল অথলে গল কৰুণাৰত্নেৰ শতক | Assamese |
গোলৰ সৰ্বোচ্চ অভিলেখ ৮০৭টা গোলেৰে অপ্ৰতিৰোধ্য ৰোনাল্ডো কেৰিয়াৰত কিমানটা হেট্ৰিক | Assamese |
গুৱাহাটীত আন্ত:ৰাষ্ট্ৰীয় মুকলি গ্ৰেণ্ডমাষ্টাৰচ দবা প্ৰতিযোগিতা আৰম্ভ | Assamese |
নাগৰিকত্ব বিধেয়ক সংসদীয় সমিতিৰ শুনানিৰ পিছৰ শংকা আৰু সম্ভাৱনা | Assamese |
ৰাজ্যত পৰিবহনৰ নথিপত্ৰৰ ম্যাদ ৩১জুলাইলৈ বৃদ্ধি বিলম্বৰ বাবে লোৱা জৰিমনাও দিয়া হৈছে ৰেহাই | Assamese |
ৰ সুদিন অব্যাহতৰিলায়েন্স জিঅত মুবাডালা কোম্পানীয়ে বিনিয়োগ কৰিব ৯০৯৩কোটি টকা | Assamese |
গুৱাহাটীত পৰ্যটনৰ নতুন সংযোজন বহ্নিমান ব্ৰহ্মপুত্ৰ নদী ঐতিহ্য কেন্দ্ৰ | Assamese |
নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ প্ৰয়োজন বিবেকী বিচক্ষণ বিদ্বেষহীন ব্যাপক সংগ্ৰামৰ | Assamese |
বস্ত্ৰ নগৰী শুৱালকুছিত ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন তাৰকা ইউছুফ পাঠান | Assamese |
দিল্লীৰ প্ৰত্যাহ্বানৰ সন্মুখত জাতীয়তাবাদী শিবিৰৰ অগ্নিপৰীক্ষা | Assamese |
বিশ্ব বক্সিং চেম্পিয়নশ্বিপত খেলাৰ যোগ্যতা অৰ্জন অলিম্পিক পদক বিজয়ী লাভলিনাৰ খেলিব অংকুশিতাইয়ো | Assamese |
কোনোৱাই হত্যা কৰিলে নেকি ক্ৰিকেট কিংম্বদন্তি শ্বেন ৱাৰ্ণক | Assamese |
বিল্বেশ্বৰ দেৱালয় অনাৰ্যপীঠৰ আৰ্যীকৰণ | Assamese |
কন্যাক ভূপালৰ পৰা দিল্লীলৈ আনিবলৈ সুৰা ব্যৱসায়ীয়ে ভাড়াত ললে ১৮০ খন আসনযুক্ত বিমান | Assamese |
৪.২৫ কোটি টকাত বিক্ৰী হল ৩৫বছৰ পুৰণি এযোৰ জোতা কিন্তু কিয় ইমান দাম | Assamese |
বিজেপিৰ আঁচল নেৰিলে চিৰদিনলৈ অসমৰ ৰাইজৰ বিশ্বাসঘাতকূপে পৰিগণিত হব অগপ | Assamese |
ভাৰতক হিন্দুৰাষ্ট্ৰ কৰি তুলিবলৈ অনা হৈছে নেকি নাগৰিকত্ব সংশোধনী বিধেয়ক | Assamese |
কপিলদেবক অতিক্ৰমি মোহালিত ভাৰতৰ দ্বিতীয় সৰ্বাধিক টেষ্ট উইকেট দখলকাৰী হল অশ্বিন | Assamese |
মোহালিত জাদেজা চমক কপিল দেৱৰ ৩৫ বছৰীয়া অভিলেখ ভংগ ৰবীন্দ্ৰ জাদেজাৰ | Assamese |
একাউন্টৰ গৰাকীলৈ ৬লাখ টকাৰ লাইফ কভাৰেজ ভৱিষ্যনিধিৰ এই নিয়মে দিছে সুবিধা | Assamese |
চীনক বিদায় জনাই ভাৰতলৈ অহাৰ মন মেলিছে ৬০০টা বিদেশী কোম্পানি | Assamese |
আইচিচি মহিলা বিশ্বকাপপাকিস্তানক ১০৭ ৰাণত হৰুৱালে ভাৰতে | Assamese |
সংঘৰ্ষ জৰ্জৰ মণিপুৰলৈ শান্তি ঘূৰাই অনাৰ বাবে অসমৰ বিশিষ্ট নাগৰিকৰ গোহাৰি | Assamese |
অনুপ্ৰৱেশৰ চেষ্টা ব্যৰ্থ পুৱাই সেনাৰ গুলীত নিহত চাৰিজন উগ্ৰপন্থী | Assamese |
অবৈধ কাৰ্যকলাপৰ বিৰুদ্ধে ষ্টেচন সমূহত উত্তৰ পূব সীমান্ত ৰেলৱেৰ অভিযান সংগ্ৰহ ১০.৫৪ লাখ টকা জৰিমনা | Assamese |
মুখ থেকেচা পাটনাৰ বিৰোধীৰ বৈঠকলৈ আমন্ত্ৰণ নাপালে আজমলৰ এ আই ইউ ডি এফে | Assamese |
মোডীৰ আমেৰিকা ভ্ৰমণৰ সময়তে বিস্ফোৰক বাৰাক অবামা বিভাজিত হব পাৰে ভাৰত | Assamese |
Subsets and Splits
No community queries yet
The top public SQL queries from the community will appear here once available.