text stringlengths 1 2.59k ⌀ | language stringclasses 10
values |
|---|---|
নাবালিকাক বিবাহ অপৰাধত গুৱাহাটীত গ্ৰেপ্তাৰ ২৩ বছৰীয়া যুৱক | Assamese |
হোৱাইট হাউছত মোদীৰ অভ্যৰ্থনা আম্বানীৰ পৰা পিচাইলৈ নৈশভোজত অতিথিৰ দীঘলীয়া তালিকা | Assamese |
টাইটানৰ সকলো যাত্ৰীৰ মৃত্যু আটলাণ্টিকত ধ্বংসাৱশেষ উদ্ধাৰৰ পিছতে ঘোষণা আমেৰিকান কষ্ট গাৰ্ডৰ | Assamese |
চাণক্য নীতিএই কামবোৰ কৰিবলৈ কেতিয়াও কুণ্ঠাবোধ নকৰিব ক্ষতি হব আপোনাৰেই | Assamese |
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আমেৰিকা ভ্ৰমণ | Assamese |
অসমৰ সাৰ্বভৌমত্বৰ বিষয়ত পৰেশ বৰুৱাক পাৱাৰ পইণ্ট প্ৰেজেণ্টেইশ্যন এটা কিয় দিবলৈ দিব নোৱাৰি | Assamese |
ক্ষুৰৰ ওপৰত সোণোৱাল কিয় ক্ষুব্ধ হৈ পৰিছে অসমীয়া মানুহ | Assamese |
আমি আৰু তেওঁলোক দুখন পতাকাৰ তলত আমাক কোনে থিয় কৰালে | Assamese |
অসমীয়াৰ বিড়ম্বনা জাতীয়তাবাদৰ নেতৃত্ব নিব কোনে | Assamese |
কিংবদন্তী শ্বেন ৱাৰ্নলৈ ৰকষ্টাৰ জাদেজা শতকীয় শ্ৰদ্ধাঞ্জলি | Assamese |
নিৰ্বাচনৰ আগৰ পৰিৱৰ্তনৰ শ্লগান ৰাইজে কি দেখিলে | Assamese |
খিলঞ্জীয়াৰ উদাত্ত কণ্ঠনিনাদ দিল্লীনাগপুৰ নহয় অসমীয়াই ঠিক কৰিব নিজৰ ভৱিষ্যৎ | Assamese |
ঢাকেশ্বৰীত গৈ হিন্দু বাংলাদেশীক অসমলৈ আদৰি আহে কোনে | Assamese |
বিশ্ব ক্ৰিকেট ইতিহাসৰ বৰ্ণময় চৰিত্ৰ শ্বেন ৱাৰ্ণ কৃতিকৃতিত্বৰ লগতে বহু বিতৰ্কৰে জড়িত কিংবদন্তি ৱার্ণ | Assamese |
স্তম্ভিত বিশ্বহৃদৰোগত আক্ৰান্ত হৈ মৃত্যু ক্ৰিকেটাৰ শ্বেন ৱাৰ্ণৰ | Assamese |
আন্ত:মহাবিদ্যালয় ক্ৰিকেট প্ৰতিযোগিতাত চেম্পিয়ন জিআইএমটিগুৱাহাটী | Assamese |
সস্তা হব বেংকৰ ঋণ আৰু তিনি মাহলৈ গ্ৰাহকক কিস্তি আদায়ত সকাহ | Assamese |
বিলাসী গাড়ীতকৈ অধিক মূল্যৰ ৰ দুখন আকৰ্ষণীয় বাইক মুকলি | Assamese |
পৰেশ বৰুৱাক শান্তি প্ৰক্ৰিয়াত যোগ দিয়াৰ বাবে সৈমান কৰাব পাৰিবনে মোদীয়ে | Assamese |
অসম আৰক্ষীলৈ আৱণ্টিত হাজাৰ কোটি টকা কলৈ যায় ভাস্কৰ কলিতাৰ মৃত্যুৰ বাবে দায়ী স্বয়ং গৃহ বিভাগেই নেকি | Assamese |
শততম টেষ্টত শতক বা অৰ্দ্ধশতক কৰিব নোৱাৰিলেও বিৰাট অভিলেখ স্পৰ্শ কৰিলে কোহলিয়ে | Assamese |
হাগ্ৰামা মহিলাৰীৰ বিস্ফোৰণ বড়োভূমিৰ ৰাজনীতি কোন দিশে | Assamese |
লকডাউনৰ মাজতে পুনৰ ৰাজপথত দৌৰিবলৈ সাজু দেশৰ ৩৯খন চহৰত আৰম্ভ হব সেৱা | Assamese |
জিঅ প্লেটফৰ্মত এইবাৰ ১১৩৬৭ কোটি টকা বিনিয়োগ কৰিব কে কে আৰে | Assamese |
যুদ্ধৰ আঁৰৰ খবৰৰাছিয়াৰ প্ৰতিপক্ষক বিধ্বস্ত কৰি ইউক্ৰেইনৰ টেনিছ সুন্দৰীৰ প্ৰতিশোধ | Assamese |
বন্ধ কৰাৰ দাবী উচ্চ ন্যায়ালয়ত গোচৰ | Assamese |
প্ৰয়োজন মাত্ৰ ৩৮ ৰানৰঅন্য এক এলিট লিষ্টত নাম পঞ্জীয়নৰ দিশে বিৰাট কোহলী | Assamese |
আৰম্ভ হল মহিলা বিশ্বকাপবিশেষভাৱে উদযাপন কৰিলে গুগল ডুডলে | Assamese |
ক্ৰীড়াতো পৰিল যুদ্ধৰ প্ৰভাৱ ফিফাউৱেফাই নিষিদ্ধ কৰিলে ৰাছিয়াক | Assamese |
ব্ৰিটেইনৰ আদালতত পুনৰ মুখথেকেচা বিজয় মালিয়াৰ এইবাৰ উভতিব লাগিব ভাৰতলৈ | Assamese |
ৰ বাবে পুনৰ সুখৱৰ মুকেশ আম্বানিৰ কোম্পানীত বিনিয়োগ ৰ | Assamese |
দেশৰ শীৰ্ষ উদ্যোগপতি আনন্দ মহিন্দ্ৰাৰ মতে লকডাউন বৃদ্ধি কৰাটো হব আত্মঘাতী | Assamese |
অসম পৰ্বতাৰোহন সন্থাৰ উদ্যোগত শীতকালীন দুঃসাহসীক ক্রীড়া অভিযান | Assamese |
৫০০ মিটাৰ দ খাৱৈত বাগৰি পৰিল মন্দিৰ দৰ্শনৰ বাবে যোৱা তীৰ্থযাত্ৰীৰ বলেৰো গাড়ী ৯জনৰ মৃত্যু | Assamese |
অসমৰ সমষ্টি পুনৰ নিৰ্ধাৰণৰ নামত কেৱল শাসক দলৰ স্বাৰ্থ পূৰণ কৰিব বিচাৰিছেঃ ডি ৱাই এফ আই | Assamese |
গধুৰ বেগৰ চাপত ভাৰাক্ৰান্ত ছাত্ৰছাত্ৰীৰ স্কুল বেগৰ ওজন বান্ধি দিলে কৰ্ণাটক চৰকাৰে | Assamese |
গুৱাহাটীত প্ৰযুক্তিশৈক্ষিক আৰু অৰ্থনৈতিক লক্ষ্য পুনৰ গঠন বিষয়ক দুদিনীয়া ৰাষ্ট্ৰীয় আলোচনা চক্ৰ | Assamese |
মণিপুৰত অব্যাহত আছে অশান্তি দিল্লীত সৰ্বদলীয় বৈঠকৰ আহ্বান অমিত শ্বাহৰ | Assamese |
আপোনাৰ মনোৰঞ্জনৰ বাবে গুৱাহাটীলৈ আহি আছে অভিনেত্ৰী ছানি লিওনী | Assamese |
তেজপুৰ বিশ্ববিদ্যালয়ত ৰহস্যজনকভাবে উদ্ধাৰ ছাত্ৰৰ মৃতদেহ | Assamese |
মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ পিছুৱাই ৰখাটো কৌশল আছিল নেকি | Assamese |
ঐতিহ্যক্ষেত্ৰ চোৱাচিতা দায়িত্ব নে ব্যক্তিগতখণ্ডক গতোৱাৰ কাৰচাজি | Assamese |
মন্ত্ৰীসভা সম্প্ৰসাৰণ তাৎপৰ্য্য কি উজলি উঠিবনে মুখ্যমন্ত্ৰী সোণোৱাল | Assamese |
নাৰীৰ মৰ্য্যাদা উন্নত হবলৈ হলে নতুন পুৰুষৰ দৃষ্টিভংগি সলনি হব লাগিব | Assamese |
দুৰ্দান্ত প্ৰদৰ্শন টীম ইণ্ডিয়াৰদ্বিতীয়খন টী২০তো পৰাজিত শ্ৰীলংকা ভাৰতে হস্তগত কৰিলে ছিৰিজ | Assamese |
শ্ৰীলংকাক তিনিওখন মেচতে হৰুৱাই টী২০ শৃংখলা দখল কৰিলে ভাৰতে শৃংখলাৰ শ্ৰেষ্ঠ শ্ৰেয়াস | Assamese |
যুদ্ধৰ প্ৰভাৱছেইণ্ট পিটাৰ্ছবাৰ্গৰ পৰা পেৰিছলৈ স্থানান্তৰিত উৱেফা চেম্পিয়নচ্ লীগৰ ফাইনেল | Assamese |
মাতাল অৱস্থাত গাড়ী চলাই খুন্দিয়ালে আনৰ গাড়ীত গ্ৰেপ্তাৰৰ সন্মুখীন প্ৰাক্তন ক্ৰিকেটাৰ বিনোদ কাম্বলি | Assamese |
প্ৰাক্তন মুখ্যমন্ত্ৰী বিমলা চলিহাই খেদা লাখ লাখ পাকিস্তানী মুছলমানৰ নামো সোমাল নেকি এন আৰ চিত | Assamese |
মুম্বাইৰ ১৮ বছৰীয়া তৰুণৰ কোম্পানীৰ ৫০শতাংশ অংশীদাৰিত্ব ক্ৰয় কৰিলে ৰতন টাটাই | Assamese |
উদং পথাৰ উভৈনদী শস্য কৃষিখণ্ডৰ কি দুৰাৱস্থা | Assamese |
জিঅত বসতি লক্ষ্মী অংশীদাৰিত্ব ক্ৰয় কৰিবলৈ আগবাঢ়ি আহিল আৰু এক মাৰ্কিন কোম্পানী | Assamese |
টীম ইণ্ডিয়াৰ বেটিং তাণ্ডৱ টী২০ ছিৰিজৰ প্ৰথমখন মেচত শ্ৰীলংকাক হৰুৱাই অগ্ৰগতি ভাৰতৰ | Assamese |
বিশ্ব মৎস্য প্ৰব্ৰজন দিৱস আৰু অসমত ইয়াৰ প্ৰাসংগিকতা | Assamese |
উজ্জীৱিত টীম ইণ্ডিয়া এদিনীয়াৰ পিছত টী২০ ছিৰিজতো ৱেষ্ট ইণ্ডিজক হোৱাইটৱাছ ভাৰতৰ | Assamese |
আঘাতশ্ৰীলঙ্কাৰ বিৰুদ্ধে টি২০ শৃংখলাৰ পৰা বাহিৰ সূৰ্য কুমাৰ যাদৱ | Assamese |
মাত্ৰ ৪৫ মিনিটৰ ভিতৰতে আপুনি লাভ কৰিব ৫ লাখ টকা লকডাউনৰ মাজতে ৰ অফাৰ | Assamese |
ই আগবঢ়াইছে আকৰ্ষণীয় প্লেন ১৫১ টকাত লাভ কৰিব ডাটা | Assamese |
বাচিবনে অসমীয়াৰ গামোচা বাহিৰৰ গামোচা বন্ধৰ আইনী কৰ্তৃত্ব নাই অসম চৰকাৰৰ | Assamese |
কৰনাৰ ফলত আৰ্থিক মন্দা এপ্ৰিলত বিক্ৰী নহল মাৰুতিৰ এখনো গাড়ী | Assamese |
ৰ পাছত এইবাৰ য়ে জিঅ প্লেটফৰ্মত বিনিয়োগ কৰিলে ৫৬৫৬ কোটি টকা | Assamese |
উচ্চতম ন্যায়ালয়ে ডাষ্টবিনলৈ দলিয়াব নাগৰিকত্ব সংশোধনী বিধেয়ক | Assamese |
অন্য এক মাইলষ্টন স্পৰ্শ ভাৰতীয় ক্ৰিকেট দলৰ সমুখত কেৱল পাকিস্তান | Assamese |
ৰঞ্জীৰ প্ৰথমখন মেচতে অভিনৱ সাফল্য ১৯ অনুৰ্দ্ধ বিশ্বকাপ বিজয়ী অধিনায়ক য়শ ধুলৰ | Assamese |
অটল অমৃত অভিযান উপৰাষ্ট্ৰপতিৰ উদ্বেগ আৰু অসমৰ স্বাস্থ্য খণ্ডৰ দুৰৱস্থা | Assamese |
লকডাউনঅসমৰ যুৱ প্ৰজন্মক অৰ্থনৈতিক স্বাধীনতাৰ মন্ত্ৰ দিলে আলফা নেতা জিতেন দত্তই | Assamese |
দবাত বিশ্বৰ ১নম্বৰ খেলুৱৈক পৰাজিত কৰি চমক দিলে ভাৰতৰ তৰুণ গ্ৰেণ্ড মাষ্টাৰ প্ৰজ্ঞানন্ধাই | Assamese |
মুকেশ আম্বানিয়ে ত্যাগ কৰিলে সম্পূৰ্ণ দৰমহা ৫০%লৈকে কৰ্তন শীৰ্ষ বিষয়াৰ | Assamese |
চীনক এৰি ভাৰতলৈ আহিব খুজিছে আমেৰিকাৰ ১০০টাকৈ কোম্পানি | Assamese |
ককাদেউতাৰ যৌন নিৰ্যাতনৰ বলি হৈ চৰম সিদ্ধান্ত গ্ৰহণ কৰিলে ১৬ বছৰীয়া কিশোৰীয়ে | Assamese |
উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ অমান্য মন্ত্ৰী যোগেন মহনৰ ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ | Assamese |
ৰাজ্যৰ ১৯ জিলাত বানৰ বিস্তৰ ক্ষতিউদ্ধাৰ আৰু সাহায্য অভিযান তীব্ৰতৰ কৰিবলৈ চৰকাৰক আহ্বান ডি ৱাই এফ আইৰ | Assamese |
লক্ষীমপুৰ জিলা লেখিকা সমাৰোহ সমিতিৰ উদ্যোগত প্ৰেৰণা দিৱস উদযাপন | Assamese |
কুকি উগ্ৰপন্থীৰে সম্পৰ্ক থকাৰ কথা অস্বীকাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ | Assamese |
আহি আছে ছিগালৰ নতুন নাটক লাইচেঞ্চ | Assamese |
খং নকৰিব অত্যধিক খঙে সৰ্বনাশ কৰিব পাৰে আপোনাৰ | Assamese |
ভাৰতীয় য়ুজাৰৰ বাবে ৰিলায়েন্স জিঅ নতুন ভিডিঅ কনফাৰেন্সিং প্লেটফৰ্মৰ ঘোষণা | Assamese |
সমষ্টিৰ সীমা নিৰ্ধাৰণৰ খচৰা প্ৰস্তাৱ অনুসৰি অসমৰ তিনিটা সমষ্টিৰ নাম সলনি কৰিলে নিৰ্বাচন আয়োগে | Assamese |
তেজপুৰ বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য ড° কিশোৰ মোহন পাঠকৰ দেহাৱসান | Assamese |
বিশ্ববিদ্যালয়ৰ ভূমিৰ ওপৰত মন্ত্ৰী যোগেন মহনৰ হস্তক্ষেপ উদ্বেগ প্ৰকাশ সচেতন মহলৰ | Assamese |
শ্ৰীলঙ্কাৰ বিৰুদ্ধে ঘৰুৱা শৃংখলাৰ বাবে ভাৰতীয় দল ঘোষণা টেষ্টত নতুন অধিনায়ক | Assamese |
কাৰ ভুলৰ বাবে ৰাষ্ট্ৰীয় হকী শিবিৰত অংশগ্ৰহণৰ পৰা বঞ্চিত হল খেলুৱৈ প্ৰসেনজিৎ দেৱ | Assamese |
ভাৰতত অনুষ্ঠিত হব আন্তঃৰাষ্ট্ৰীয় অলিম্পিক সমিতিৰ অধিৱেশন | Assamese |
প্ৰাক্তন ভাৰতীয় ফুটবল তাৰকা সুৰজিৎ সেনগুপ্তাৰ মৃত্যু | Assamese |
আইপিএল ত সমাপ্ত হোৱা নাই এবি ডি ভিলিয়াৰ্চ চমক এইবাৰ প্ৰৱেশ বেবী এবি | Assamese |
নাগৰিকত্ব আইনৰ সংশোধনী বিধেয়ক ২০১৬ অসমীয়া জাতিৰ মৃত্যুবাণ | Assamese |
বহাগেই সময় মূল্যায়নৰ এতিয়া আহ্বান নহয় জাতিক সুৰক্ষিত আৰু শক্তিশালী কৰাৰ দায়িত্ব সোণোৱালৰ | Assamese |
আৰ্য্যমূলীয় নহয় অসমৰ জাতীয় উৎসৱ বিহু | Assamese |
পাণ্ডুৰ হিতেশ্বৰ শইকীয়া প্ৰেক্ষাগৃহত অনুষ্ঠিত সদৌ অসম দবা সন্থাৰ বাৰ্ষিক সাধাৰণ সভাৰ লগতে ৰ্নিবাচন | Assamese |
কেন্দ্রীয় লোকসেৱা আয়োগৰ বিভিন্ন প্রতিযোগিতামূলক পৰীক্ষা | Assamese |
কোটিপতি ৰিয়ান ৩.৮০ কোটি টকা দৰত বিক্ৰী হল অসমৰ ৰিয়ান পৰাগ | Assamese |
শ্ৰীলঙ্কাৰ বিৰুদ্ধে ভাৰতৰ ঘৰুৱা ক্ৰিকেট শৃংখলাৰ সময়সূচীৰ সালসলনি | Assamese |
ঈশান কিষণে পালে সৰ্বাধিক ১৫.২৫ কোটিৰ দৰ কোন খেলুৱৈৰ দৰ উঠিল কিমানলৈ | Assamese |
অসমীয়া হোৱাৰ অসুস্থ প্ৰতিযোগিতা ভাল ভাৰতীয় হোৱাৰ উত্তম চিন্তাৰ অভাৱ কিয় | Assamese |
অগপবিজেপিৰ মিত্ৰতা কিয় অব্যাহত আছে মিত্ৰতা | Assamese |
অসমৰ বিশ্ববিদ্যালয় আৰু মহাবিদ্যালয়ত থকা স্নাতকোত্তৰ পাঠ্যক্রমসমূহ | Assamese |
নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ আৰু অসম | Assamese |
মেঘালয়ৰ মেঘ আৰু ৰদ | Assamese |
ৰিলায়েন্স জিঅ ৯.৯ শতাংশ শ্বেয়াৰ কিনা বুলি ঘোষণা ফেইচবুকৰ | Assamese |
লকডাউন বৃদ্ধিৰ পাছত জিঅই ইয়াৰ গ্ৰাহকলৈ আগবঢ়াইছে বিশেষ অফাৰ | Assamese |
Subsets and Splits
No community queries yet
The top public SQL queries from the community will appear here once available.