text stringlengths 1 2.59k ⌀ | language stringclasses 10
values |
|---|---|
কিংবদন্তি ফুটবল তাৰকা মাৰাডোনাৰ ঘড়ী চুৰি কৰি আনি অসমক বদনাম কৰিলে এই চোৰ যুৱকে | Assamese |
দক্ষিণ আফ্ৰিকা ভ্ৰমণৰ বাবে ভাৰতীয় টেষ্ট দল ঘোষণা দলৰ নতুন সহ অধিনায়ক হিচাপে নিযুক্ত ৰোহিত শৰ্মা | Assamese |
আইডব্লিউএফ ৱৰ্ল্ড ৱেইটলিফটিং চেম্পিয়নশ্বিপত স্বৰ্ণ জিনিলে মণিপুৰৰ বিন্দিয়াৰাণী দেৱীয়ে | Assamese |
ক্ৰিকেট ইতিহাসৰ গৌৰৱময় ইতিহাসত নাম সন্নিৱিষ্ট আজাজ পেটেলৰ | Assamese |
কোহলীৰ নেতৃত্বত বিৰাট বিজয় নিউজিলেণ্ডক বৃহৎ ব্যৱধানত বিধ্বস্ত কৰি শৃংখলা দখল ভাৰতৰ | Assamese |
বাতিল নহয় নিশ্চিত হল ভাৰতীয় ক্ৰিকেট দলৰ দক্ষিণ আফ্ৰিকা ভ্ৰমণ | Assamese |
কুম্বলে হৰভজনক অতিক্ৰমি অন্য এক কৃতিত্ব গঢ়িলে ৰবিচন্দ্ৰন অশ্বিনে | Assamese |
অনবদ্য অপৰাজিত ১২০ত মায়ংক কিয় চৰ্চিত হৈছে গাভাস্কাৰ দ্ৰাবিড়ৰ ভূমিকা | Assamese |
সুখবৰপুনৰ ফুটবলৰ জগতলৈ উভতিল ক্ৰিষ্টিয়ান এৰিকচেন | Assamese |
তিনিদিনীয়া কাৰ্যসূচীৰে শিৱসাগৰত অএনজিচিয়ে আয়োজন কৰিব বসন্ত উৎসৱ হুঁচৰিবৰ বিহুৱতী জেংবিহুত ৯ লাখ টকাৰ পুৰস্কাৰ ধাৰ্য | Assamese |
ঐতিহ্যপৰম্পৰা ৰক্ষা কৰি শিৱসাগৰতো আজি পালন কৰা হয় গৰু বিহু | Assamese |
ৰঙালীক আদৰাৰ সময়ত নীৰৱে লোকবাদ্য নিৰ্মাণত ব্যস্ত শিল্পী নন্দলাল ৰবিদাস | Assamese |
পদূলি মুখত হেঁপাহৰ ৰঙালী বিহুটি ঢোলপেঁপাবাঁহীৰ শব্দই ৰজনজনাই আছে নিমাইজান | Assamese |
কলাক্ষেত্ৰত স্বতন্ত্ৰতা যুঁজৰ সৈনিক হংসনাথ দেৱশৰ্মা নাট মঞ্চস্থ | Assamese |
চাপৰত বসন্ত উৎসৱ পালন ৰাইজৰ মাজত আনন্দৰ লহৰ | Assamese |
ৰঙে ৰঙে একাকাৰ ৰূপেৰসে অনন্য বৰপেটাৰ দৌল উৎসৱৰ চমু আভাস | Assamese |
দিহানামৰ জনক লোক শিল্পী বদন মলিয়া আৰু নাই | Assamese |
শুৱালকুছিৰ ঈশ্বৰ শ্ৰীশ্ৰী হাটী সত্ৰত দৌল মহোৎসৱৰ বৰ্ণিল কার্যসূচী | Assamese |
ৰ দীপাৱলীৰ বিশেষ অফাৰ মাত্ৰ ১০১ টকা দি লাভ কৰক নতুন স্মাৰ্টফোন | Assamese |
আপোনাৰ টকা ভুলতে আনৰ একাউণ্টত সোমালে এনেদৰে ওভতাই পাব পাৰিব | Assamese |
বৃহৎ নদী বান্ধবিৰোধী আন্দোলন কিদৰে চলিব অখিল গগৈ পলাশ চাংমাইৰ ভাষ্য | Assamese |
অসমৰ ৰাইজৰ স্বাৰ্থত সিদ্ধান্ত লমসোণোৱাল নুমলীগড় শোধনাগাৰ বিক্ৰী | Assamese |
শিক্ষকক অম্বুবাচী মেলাৰ দৰে অনাশৈক্ষিক কামৰ দায়িত্ব কিয় প্ৰশ্ন ডি ৱাই এফ আইৰ | Assamese |
মালিগাঁৱত অঘটননিৰ্মাণাধীন উৰণীয়া সেঁতুৰ লোৰ শ্বেব পৰি দুগৰাকী আহত | Assamese |
ৰাজধানী দিল্লীকে ধৰি উত্তৰ ভাৰতৰ একাধিক স্থানত ভূমিকম্পৰ জোকাৰণি | Assamese |
সকলোৱে ৰক্তদান কৰিব নোৱাৰে কোনে ৰক্তদান কৰিব পাৰে আৰু কোনে নোৱাৰে জানি লওক | Assamese |
২১ বছৰীয়া মিছ ইণ্ডিয়া ছিনি শ্বেট্টী এইবাৰ বিশ্ব সুন্দৰীৰ মঞ্চত জানেনে এই সুন্দৰীৰ পৰিচয় | Assamese |
অসমৰ ৰুগীয়া শ্ৰমিক উৎপাদিত চাহ কিনা বৃটিশ্ব চুপাৰমাৰ্কেটক সমালোচনা অক্সফেমৰ | Assamese |
কিয় কমিছে সংগ্ৰহৰ পৰিমাণ তদাৰকৰ বাবে কমিটি গঠন চৰকাৰৰ | Assamese |
বন্ধ হব ছচিয়েল মিডিয়াৰ গুজৱক লৈ কি কলে কৰ্তৃপক্ষই | Assamese |
কি ঘটিছে বিশ্বত ৰাছিয়া দিৱসত পুটিনক পূৰ্ণ সমৰ্থন প্ৰস্তাৱ কিম জঙৰ | Assamese |
গাড়ী কিনাৰ প্ৰয়োজন নাই মাত্ৰ ১৯৭২০ টকাতে লাভ কৰক এখন মহিন্দ্ৰাৰ বাহন চাওক কেনেকৈ | Assamese |
জিঅক প্ৰত্যাহ্বান ভোডাফোন এয়াৰটেলৰ অতিৰিক্ত চাৰ্জ নলগাই গ্ৰাহকক দিব সকাহ | Assamese |
অঞ্জু ববী জৰ্জলৈ ৱৰ্ল্ড এথলেটিকছৰ ৱমেন অৱ ইয়েৰ এৱাৰ্ড সন্মান | Assamese |
মেছিৰ পত্নীক অপমান বিৰক্ত তাৰকা ফুটবলাৰগৰাকীৰ প্ৰতিক্ৰিয়া কেনে আছিল | Assamese |
ফুটবল ইতিহাসত ৮০০ গলৰ ক্লাৱত সোমোৱা প্ৰথম তাৰকাৰ অভিলেখ ৰচিলে ৰোনাল্ডোৱে | Assamese |
অমিক্ৰণ আতংকপলম হব ভাৰতীয় ক্ৰিকেট দলৰ দক্ষিণ আফ্ৰিকা ভ্ৰমণ | Assamese |
ৰোমাঞ্চকৰ টেষ্ট ড্ৰ ৰূপে সামৰণি পৰিল ভাৰতনিউজিলেণ্ডৰ প্ৰথম টেষ্ট | Assamese |
আন এক মাইলষ্টনত উপনীত ৰবিচন্দ্ৰন অশ্বিন পিছ পেলালে হৰভজন সিঙক | Assamese |
কোন দলে ৰিটেইন কৰিলে কোন তাৰকাক কোনে পালে সৰ্বাধিক দৰ | Assamese |
বিশ্ব ফুটবলৰ অবিসম্বাদী সম্ৰাট সপ্তমবাৰলৈ বেলন ডি অ পুৰস্কাৰ জিনিলে ফুটবল তাৰকা মেছিয়ে | Assamese |
ৰাষ্ট্ৰীয় টাইকোৱাণ্ডো প্ৰতিযোগিতাত এটা সোণ দুটা ৰূপ আৰু দুটা ব্ৰঞ্জৰ পদকৰে কলিয়াবৰৰ সাফল্য | Assamese |
ক্ৰিকেট ইতিহাসত বিৰল কৃতিত্ব ৰচিলে ভাৰতীয় স্পীনাৰ অক্ষৰ পেটেলে | Assamese |
এখন ব্যতিক্ৰমী বিয়া মহৰ গাড়ীত আহিল দৰা সকলোৱে চাবলৈ লগালে লৰাঢপৰা | Assamese |
লাহদৈগড় ডাঙৰীয়া টোল মন্দিৰত ৩০০ বছৰীয়া পৰম্পৰা ৰক্ষা কৰি ফল্গুৎসৱ আয়োজনৰ প্ৰস্তুতি | Assamese |
আহাৰৰ এদিন নাট আৰু কেলিগোপাল অংকীয়া ভাওনাই জীপাল কৰিলে বিশ্ববিদ্যালয়ৰ প্ৰাঙ্গণ | Assamese |
টীয়কৰ ঐতিহাসিক অচ্যুত ভৱনত আজি পৰম্পৰা ৰক্ষা কৰি দৌল উৎসৱ পালনেৰে কৰিলে মেষদাহ | Assamese |
বলিউদৰ প্ৰখ্যাত গায়ক তথা সংগীতজ্ঞ বাপ্পী লাহিড়ীৰ মৃত্যু | Assamese |
খহি পৰিল বংগৰ সংগীত জগতৰ সোণালী তৰাকিংবদন্তী গায়িকা সন্ধ্যা মুখাৰ্জীৰ মৃত্যু | Assamese |
টীয়কত আলি আই লৃগাঙৰ প্ৰস্তুতি ফাগুনৰ প্ৰথমটো বুধবাৰে মিচিং জনগোষ্ঠীয়ে উদযাপন কৰে এই উৎসৱ | Assamese |
ৰাউল কৌশিক নাথ ফাউণ্ডেচনৰ উদ্যোগত মনকবিতা আয়োজনৰ প্ৰস্তুতি | Assamese |
সাজু থাকক এই মাহত ১১ দিন বন্ধ থাকিব বেংক নৱেম্বৰতো বন্ধ থাকিব ৭ দিন | Assamese |
মুকলি হল স্মাৰ্টফোন কিমান দামত কিনিব চাওক | Assamese |
ৰ সন্মুখত ভোকাতুৰ | Assamese |
এইবাৰ চাৰিটা ৰাষ্ট্ৰীয়কৃত সংস্থা ব্যক্তিগতকৰণৰ বাবে সাজু কেন্দ্ৰ | Assamese |
ৰাজগড় জলবিস্ফোৰণৰাইজৰ ৰোষত মন্ত্ৰী অশোক সিংঘাল | Assamese |
বৰ্ধিত বিদ্যুৎ মাচুল প্ৰিপেইড মিটাৰৰ বিৰুদ্ধে আপৰ প্ৰতিবাদলৈ সমৰ্থনৰ আহ্বান সভাপতি ডা৹ ভবেন চৌধুৰীৰ | Assamese |
মৰ্মান্তিক গোলাঘাটত হাতীৰ গচকত প্ৰাণ গল আঠ বছৰীয়া শিশুৰ | Assamese |
অচিনাকি ব্যক্তিৰ সৈতে কৰিছিল মদ্যপান নিচাগ্ৰস্ত অৱস্থাত নিজৰ গাড়ীৰ পৰা তেওঁকে নমাই থৈ গাড়ী লৈ গুচি গল ব্যক্তি | Assamese |
অনুৰাগীৰ বাবে সুখবৰ ৩০ ছেপ্টেম্বৰত আকৰ্ষণীয় ৰূপত বজাৰলৈ ৰ | Assamese |
দাম কমিল মাৰুতিৰ পূজাৰ বতৰতে ঘৰলৈ আনক আপোনাৰ পছন্দৰ মডেল | Assamese |
বেংকৰ উপহাৰ বিনামূলীয়াকৈ পাব ৫০ লিটাৰ পেট্ৰলডিজেল | Assamese |
আটাইতকৈ সস্তা আজি বজাৰলৈ আহিব ৩.৫ লাখ টকীয়া মাৰুতিৰ | Assamese |
নৃশংস গোধা আৰু পেটুৱে মুণ্ড ছিন্ন কৰি হত্যা কৰিলে দুই যুৱকক | Assamese |
অশান্ত মণিপুৰত শান্তি কেতিয়া ঘূৰিব কেন্দ্ৰই গঠন কৰা শান্তি সমিতিক লৈও উত্থাপন হৈছে প্ৰশ্ন | Assamese |
২৩ বছৰীয়া পৰিশ্ৰমৰ ফল কৃষি বিজ্ঞানীৰ অভিনৱ আৱিস্কাৰ ৰঙা ভেন্দি | Assamese |
বিজেপি নেত্ৰীক নৃশংসভাৱে হত্যা কৰি পেলাই থৈ গল গোৱালপাৰাৰ ৰাষ্ট্ৰীয় ঘাইপথত | Assamese |
বন্ধ হৈ পৰিল ১৭৮ বছৰীয়া ট্ৰেভেল কোম্পেনি সংকটত ২২ হাজাৰ লোকৰ চাকৰি | Assamese |
তীব্ৰ গতিৰে আহি আছে ঘূৰ্ণীবতাহ বিপৰ্যয় মুম্বাইত ব্যাহত বিমান সেৱা | Assamese |
একেদিনাই দুটাকৈ অভিলেখ ভংগ অশ্বিনৰ অতিক্ৰম কৰিলে কিংবদন্তী ৱাছিম আক্ৰামকো | Assamese |
বিশ্ব টেবুল টেনিছ চেম্পিয়নশ্বিপত ডাবলছ্ মিক্সড্ ডাবলছৰ কোৱাৰ্টাৰত মণিকা বাট্ৰা | Assamese |
চক দে ইণ্ডিয়া জুনিয়ৰ হকী বিশ্বকাপত কানাডাক ১৩১ গলত হৰুৱালে ভাৰতে | Assamese |
ভাৰতৰ ১৬তম বেটাৰ হিচাপে অভিষেক টেষ্টত শতক শ্ৰেয়াস আয়াৰৰ | Assamese |
শুকুৰবাৰে গুৱাহাটীত স্প্টষ্টাৰৰ প্ৰথম উত্তৰপূব ক্ৰীড়া সন্মিলন | Assamese |
প্ৰাৰম্ভিক বিপৰ্যয় নেওচি প্ৰথম দিনা চালকৰ আসনত ভাৰত অভিষেক মেচত উজলিল আয়াৰ | Assamese |
উইজডেনৰ বৰ্তমানৰ বিশ্ব টেষ্ট একাদশ ঘোষণা দলত স্থান নহল ভাৰতীয় তাৰকা কোহলীৰ | Assamese |
ধৰ্মতাৰ জেটি অতিক্ৰম কৰা প্ৰথম গৰাকী অসমীয়া সাঁতোৰবিদ হিচাপে অভিলেখ ৰচিলে এলভিছ আলী হাজৰিকাই | Assamese |
ভাৰতীয় শিবিৰত মোক্ষম আঘাত আঘাতৰ বাবে টেষ্ট শৃংখলাৰ পৰা বাহিৰ তাৰকা খেলুৱৈ | Assamese |
বিকলাঙ্গ সৈনিকৰ বাবে পুঁজি সংগ্ৰহৰ উদ্দেশ্যে কাশ্মীৰৰ পৰা কন্যাকুমাৰীলৈ দৌৰৰ লক্ষ্য ৬১ বছৰীয়া দৌৰবিদৰ | Assamese |
কামৰূপৰ ঐতিহাসিক বালিসত্ৰ সভা মহোৎসৱত লক্ষাধিক ভক্তই প্ৰজ্বলন কৰিলে আৰিয়া | Assamese |
বিজেপিআৰএছএছে অসমীয়া ভাষাসংস্কৃতি অসমীয়া জাতিৰ বুৰঞ্জীঐতিহ্য পাহৰাই দিব বিচাৰিছেঅখিল গগৈ | Assamese |
নিজেই অন্তৰ্ভুক্ত কৰা পাঠ্যক্ৰম আঁতৰালে ৰাজ্য চৰকাৰে নিম্ন প্ৰাথমিকত অন্তৰ্ভুক্ত চাৰিটা নতুন জনজাতীয় ভাষা | Assamese |
শংকিত শিক্ষাৰ্থী উচ্চতৰ মাধ্যমিকৰ ছাত্ৰছাত্ৰীৰ ভৱিষ্যতকলৈ হেতালি খেলিলে চৰকাৰে | Assamese |
সুৰ সম্ৰাজ্ঞীৰ অন্তিম যাত্ৰাৰ এখন ভাইৰেল ছবিয়ে তুলি ধৰিলে ভাৰতীয়তা প্ৰতিফলন | Assamese |
কলিয়াবৰত উলহ মালহৰে আহোমসকলৰ পৱিত্ৰ উৎসৱ মেডামমেফি পালন | Assamese |
আজি ৰাজ্যজুৰি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজাৰ আয়োজন শিক্ষাৰ্থীসকলৰ মাজত ব্যাপক উৎসাহ | Assamese |
সমগ্ৰ ৰাজ্যৰ লগতে আজি শিৱসাগৰতো পালন কৰা হয় মে ডাম মে ফি | Assamese |
ছিৰাজ ছবিৰ অভিনেত্ৰী অনুপমা ভট্টাচাৰ্যৰ মৃত্যু শোকস্তব্ধ সাংস্কৃতিক মহল | Assamese |
টীয়কত আঞ্চলিক ভিত্তিত অনুষ্টুপীয়াকৈ মেডামমেফি উদযাপন | Assamese |
নাজিৰাৰ পৰা যোৰহাটলৈ কাৰ্য্যালয় স্থানান্তৰণঅ এন জি চিৰ বিবৃতি | Assamese |
অৰ্থনৈতিক ব্যৱস্থাত চৰকাৰৰ সঞ্জীৱনী কৰ্পোৰেট কৰত ৰেহাইৰ ঘোষণা | Assamese |
পুনৰ ৪৮ ঘণ্টীয়া বন্ধ বাতিলৰ আহ্বান অ এন জি চিৰ | Assamese |
পিয়াঁজৰ মূল্যই চকুপানী উলিয়াবলৈ সাজু ৰান্ধনিশালত নিৰুপায় গৃহিনী | Assamese |
আজি গুৱাহাটীলৈ আহিব কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমন | Assamese |
বিজেপিক কটাক্ষ ৰিপুন বৰাৰ বিজেপিয়ে নিৰ্বাচনৰ সময়তহে চাহ শ্ৰমিকলৈ মনত পেলায় | Assamese |
চাহ শ্ৰমিকক ২০ শতাংশ বানচ নিদিলে উত্তপ্ত হব পাৰে বাগিচাৰ পৰিস্থিতি আটছা | Assamese |
চাণক্যৰ মতে এই ৩টা অভ্যাস ত্যাগ কৰিলেই আপোনাৰ ওপৰত বৰ্ষিব মা লক্ষ্মীৰ আশীৰ্বাদ | Assamese |
অসমত জেহাদী নামনি অসমৰ পৰা ৰাষ্ট্ৰীয় তদন্ত সংস্থাই গ্ৰেপ্তাৰ কৰিলে ৪ দুধৰ্ষ জেহাদীক | Assamese |
বিস্ময় বিমান দুৰ্ঘটনাৰ পৰা ৰক্ষা পোৱা চাৰিটা শিশু কেনেকৈ গভীৰ জংঘলত বাচি থাকিল ৪০ দিন | Assamese |
গণতন্ত্ৰ কত মন্ত্ৰী অতুল বৰাৰ বিৰুদ্ধে প্ৰতিবাদ কৰাৰ বাবেই থানাত ৰুজু হল গোচৰ | Assamese |
Subsets and Splits
No community queries yet
The top public SQL queries from the community will appear here once available.