text stringlengths 1 2.59k ⌀ | language stringclasses 10
values |
|---|---|
কন্ঠশিল্পী বাণী জয়ৰামৰ শেষ নিশ্বাস ত্যাগ | Assamese |
শীতৰ আমেজ ভোগালীৰ উত্তাপত ৰীতি আৰু পৰম্পৰাৰে পালিত হৈছে অসমীয়াৰ সম্প্ৰীতিৰ বিহু ভোগালী | Assamese |
তেজেৰে ছবি অঁকা শিল্পী নিজৰ দেহৰ তেজেৰে আঁকিব বিশ্বৰ আটাইতকৈ বিশাল ছবিখন | Assamese |
পঞ্চভূতত বিলীন হল বৰপেটা সত্ৰৰ বুঢ়াসত্ৰীয়া বশিষ্ঠ দেৱ শৰ্মা লোকে লোকাৰণ্য বৰপেটা | Assamese |
আজি মহাষষ্ঠী আৰম্ভ হল শাৰদীয় দুৰ্গোৎসৱ মহানগৰীতো প্ৰস্তুতি তুংগত | Assamese |
সাংস্কৃতিক সঞ্চালকালয়ৰ সোণালী জয়ন্তী বৰ্ষলোকগীতনৃত্যৰে উখল মাখল কুমাৰ ভাস্কৰ নাট্য মন্দিৰ | Assamese |
পাৰ হৈ গল দুৰ্যোগ গুজৰাটত তাণ্ডৱ চলাই এইবাৰ ৰাজস্থানত বিপৰ্যয় | Assamese |
কাশ্মীৰত সেনাৰ গুলীত নিহত ৫ উগ্ৰপন্থী চলিছে ব্যাপক তালাচী | Assamese |
চৰিত্ৰহনন বিতর্কিত লেখিকা শিখা শর্মাক আটক দিছপুৰ আৰক্ষীৰ গ্ৰেপ্তাৰৰ সম্ভাৱনা | Assamese |
কি কাৰণে মাৰুতিয়ে ওভতাই বিচাৰিলে ৬৩ হাজাৰতকৈয়ো অধিক কাৰ | Assamese |
গুৱাহাটীকে ধৰি ৰাজ্যত ভূমিকম্পৰ জোকাৰণি ৰিখটাৰ স্কেলত প্ৰাবল্য আছিল ৪.৮ | Assamese |
অসমৰ ১৬ গৰাকী বিশিষ্ট শিল্পী তথা সাংস্কৃতিক কৰ্মীলৈ সংগীত নাটক একাডেমীৰ সন্মান | Assamese |
পুৱতি নিশা কলিয়াবৰত নৈশ বাছট্ৰাকৰ সংঘৰ্ষত থিতাতে নিহত এজন আহত বহুকেইজন বাছ যাত্ৰী | Assamese |
বিজনী আৰু সৰভোগ ষ্টেচনৰ মাজত দ্বৈত ৰেল পথৰ কাম সম্পন্ন | Assamese |
পুনৰ উত্তপ্ত মণিপুৰ ইম্ফলত কেন্দ্ৰীয় মন্ত্ৰী ৰাজকুমাৰ ৰঞ্জন সিঙৰ ঘৰত অগ্নিসংযোগ | Assamese |
আকৌ ধামাকাজিঅ ২০২০ হেপী নিউ ইয়েৰ প্লেন ঘোষণা | Assamese |
ৰ কাৰ্ড ব্যৱহাৰ কৰে জানি লওক টকা উলিওৱাৰ নতুন নিয়ম | Assamese |
কেবৰ বিৰুদ্ধে প্ৰতিবাদৰ মাজতে বাতিল হব পাৰে জাপানৰ প্ৰধান মন্ত্ৰীৰ ভাৰত ভ্ৰমণ | Assamese |
সোণ ক্ৰয় কৰোতে সাৱধান এই চাৰিটা চিহ্ন অবিহনে নিকিনিব অলংকাৰ | Assamese |
কুকি উগ্ৰপন্থীৰে সম্পৰ্কমুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে ৰ অধীনত ব্যৱস্থা গ্ৰহণৰ দাবী বিৰোধীৰ | Assamese |
এইবোৰ দিশত নাৰী পুৰুষতকৈ বহু আগত আচাৰ্য চাণক্যই কি কৈছে জানি লওক | Assamese |
ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয় হাস্পাতালৰ সমীপত উদ্ধাৰ মহিলাৰ মুণ্ডহীন মৃতদেহ | Assamese |
গল লুইতৰ বুকুত চলিব লগা জাহাজ চলিছে গংগাত | Assamese |
সাজু কৰক পৰিকল্পনা ডিচেম্বৰত ৯ দিন বন্ধ থাকিব বেংক | Assamese |
আকৰ্ষণীয় লুক আৰু মসৃন ফিচাৰ্ছেৰে সমৃদ্ধ ৫৩ হাজাৰ টকীয়া ইলেকট্ৰিক স্কুটী মুকলি | Assamese |
এতিয়া প্ৰতিটো ৰ বাবে য়ে গ্ৰাহকক দিব পইচা কেনেকৈ পাব এই অফাৰ | Assamese |
যোৰহাটত লৌহ কন্যা লাভলীনা বৰগোহাঁইক ৰাজহুৱা সম্বৰ্ধনা | Assamese |
দক্ষিণ আফ্ৰিকাক ১১৩ ৰানত পৰাস্ত কৰি শৃংখলাত ১০ ৰ অগ্ৰগতি ভাৰতৰ | Assamese |
তাৰকা খেলুৱৈ ৰছ টেইলৰৰ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰৰ ইঙ্গিত | Assamese |
ধোনীক অতিক্ৰম কৰি পণ্টৰ নতুন অভিলেখ গঢ়িলে দ্ৰুততম ভাৰতীয়ৰ ৰেক্ড | Assamese |
দক্ষিণ আফ্ৰিকাক বেকফুটলৈ ঠেলি চালকৰ আসনত ভাৰত | Assamese |
মৰ্মান্তিক খেল চলি থকাৰ সময়ত খেলপথাৰতে প্ৰাণ গল ফুটবলাৰৰ | Assamese |
ৰাহুলৰ দুৰ্দান্ত শতক দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে প্ৰথম দিনা ভাৰতৰ ৩উইকেটত ২৭২ৰাণ | Assamese |
জাগুনত কাৰাটে ডু আৰু থ্ৰ বক্সিঙৰ সৌজন্যত আয়োজন কৰা বিনামূলীয়া প্ৰশিক্ষণৰ সামৰণি | Assamese |
শ্বাসৰুদ্ধকৰ মেচত ভাৰতক ২ উইকেটত পৰাস্ত কৰিলে পাকিস্তানে | Assamese |
দক্ষিণ আফ্ৰিকা ভ্ৰমণত ধোনীৰ ৰেক্ড ভংগৰ সুযোগ ঋষভ পণ্টৰ | Assamese |
১৮ হাজাৰ সংস্কৃত শ্লোক অসমীয়া গদ্য সাহিত্যলৈ অনুবাদ কৰা বিনন্দ শৰ্মা পুজাৰীক দামোদৰ দেৱ বঁটা প্ৰদান | Assamese |
গিৰিজানন্দ চৌধুৰী ইনষ্টিটিউট অৱ ফাৰ্মাছিউটিকেল চায়েন্সত শ্ৰীমন্ত শংকৰদেৱ বিষয়ক মনোজ্ঞ আলোচনা চক্ৰ সম্পন্ন | Assamese |
নামৰ মাহ ভাদকিয় পবিত্ৰ হিচাপে গণ্য কৰা ভাদমাহক | Assamese |
অসমীয়া লোকগীত আৰু লোকবাদ্যৰ প্ৰতি নতুন প্ৰজন্মক উৎসাহিত কৰাৰ প্ৰয়াস শিৱসাগৰৰ সুৰ সমলয় কলা সংস্থাৰ | Assamese |
সঙ্গীতশ্ৰী প্ৰভাত শৰ্মা উদগনি বঁটা২০২২ নুপুৰ জ্যোতি মেধিলৈ | Assamese |
ৰক্তদান সকলোৱে কৰে নহয় জানো ৰক্তদান কিয় কৰিব লাগে জানেনে | Assamese |
বিশিষ্ট লোকশিল্পী ঢোলৰ যাদুকৰ তুলসী ওজাৰ বিয়োগ মুখ্যমন্ত্ৰীকে ধৰি বিভিন্নজনৰ শোকপ্ৰকাশ | Assamese |
বিষ্ণুৰাভাৰ বাসগৃহ বিভ্ৰাট ছচিয়েল মিডিয়াত বিষ্ণুৰাভাৰ বুলি প্ৰচাৰ চলোৱা বাসগৃহটো প্ৰকৃততে কাৰ | Assamese |
তাঁতশালত শিল্পকর্মৰ অপূৰ্ব নিদৰ্শন তামুলপুৰৰ যুৱক বিজয়ে প্ৰশংসা বুটলিছে স্বাভিমানী অসমীয়াৰ | Assamese |
শিৱসাগৰৰ কাথপাৰত সম্পন্ন ৫২ গৰাকী পুৰুষৰ সমূহীয়া শৰণ পৰ্ব গায়নবায়নেৰে মুখৰিত পৰিৱেশ | Assamese |
কুকি উগ্ৰপন্থীৰ সৈতে সম্পৰ্ক ৰক্ষা কৰা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পদত্যাগ কৰকডি ৱাই এফ আই | Assamese |
কেবিনেটৰ সেউজ সংকেত কৰ্ণাটক চৰকাৰে বাতিল কৰিব পূৰ্বৰ চৰকাৰৰ ধৰ্মান্তকৰণ বিৰোধী বিধেয়ক | Assamese |
সংসদৰ ভিতৰতেই যৌন নিৰ্যাতন চাঞ্চল্যকৰ অভিযোগ অষ্ট্ৰেলিয়াৰ মহিলা চিনেটৰৰ | Assamese |
কৰদাতাসকলৰ বাবে সকাহ ৰিটাৰ্ণ দাখিলৰ তাৰিখ বৃদ্ধি | Assamese |
কেৰালাত সন্ধানহীন বকোৰ যুৱক বিপাঙত পৰিয়াল | Assamese |
টিকটকত মাৰ্ক জুকাৰবাৰ্গৰ গোপন একাউন্ট আঁৰত লুকাই আছে কি ৰহস্য | Assamese |
মণিপুৰৰ নিৰ্বাচনৰ সময়ত কুকি উগ্ৰপন্থীৰ পৰা সহায় লৈছিল হিমন্ত বিশ্ব শৰ্মা আৰু ৰাম মাধৱে | Assamese |
বিজেপিত মোক্ষম আঘাত ৪০০ গাড়ীৰ কনভয় লৈ ছাইৰেন বজাই কংগ্ৰেছলৈ উভতিল বৈজনাথ | Assamese |
মৰ্মান্তিক ঘৰৰ ওপৰত গছ পৰি শুই থকা অৱস্থাতে মৃত্যু ৬৫ বছৰীয়া ব্যক্তিৰ | Assamese |
ৰিলায়েন্স জিঅই বৃদ্ধি কৰিব ইয়াৰ প্লেনৰ নিৰিখ | Assamese |
ই মুকলি কৰিলে মানদণ্ডৰ বাইক চাওক ইয়াৰ দাম | Assamese |
ভাল খবৰ পেট্ৰলৰ দাম হ্ৰাস কৰিবলৈ চৰকাৰে ললে বৃহৎ পদক্ষেপ | Assamese |
মালিগাঁৱত নিৰ্মীয়মান উৰণীয়া সেঁতুত লোৰ পাত খহি পৰা ঘটনাৰ উচিত তদন্তৰ দাবী আম আদমি পাৰ্টীৰ | Assamese |
মুকলি হোৱাৰ পূৰ্বেই ৰ বুকিং আৰম্ভ চাওক কিমান হব পাৰে ইয়াৰ মূল্য | Assamese |
বজাৰলৈ আহি আছে ৰ নতুন কাৰ চাওক সৱিশেষ | Assamese |
জিঅক প্ৰত্যাহ্বান ৰ প্ৰিপেইড গ্ৰাহকলৈ অতুলনীয় অফাৰ | Assamese |
বিডব্লিউএফ বিশ্ব চেম্পিয়নশ্বিপফাইনেলত পৰাস্ত কিদাম্বি শ্ৰীকান্ত | Assamese |
কৰণাত আক্ৰান্ত টেনিছ তাৰকা ৰাফেল নাদাল | Assamese |
প্ৰথম ভাৰতীয় হিচাপে বিশ্ব বেডমিন্টন চেম্পিয়নশ্বিপৰ ফাইনেলত প্ৰৱেশ কিডাম্বি শ্ৰীকান্তৰ | Assamese |
কেংলেংকাৰীত জড়িত অসম ক্রিকেট সন্থাৰ প্ৰাক্তন সম্পাদক প্ৰদীপ বুঢ়াগোহাঁইক কাৰাগাৰলৈ প্ৰেৰণ | Assamese |
এছিয়ান চেম্পিয়নশ্বিপ ট্ৰফী হকীপাকিস্তানক ৩১ ব্যৱধানত পৰাস্ত কৰিলে ভাৰতে | Assamese |
ক্ৰীড়ামন্ত্ৰীৰ ভাষ্যত প্ৰকাশ ভয়ংকৰ তথ্য২০১৮ চনৰ পৰা ছাইত সংঘটিত ১৭ টা যৌন নিৰ্যাতনৰ ঘটনা | Assamese |
কৃতি প্ৰবীণ খেলুৱৈৰ দুৰ্দশা দিন হাজিৰা কৰি পৰিয়াল পোহপাল দিছে এইগৰাকী এথলিটে | Assamese |
দক্ষিণ আফ্ৰিকা টেষ্ট শৃংখলাৰ পৰা বাহিৰ ৰোহিত শৰ্মা দললৈ আমন্ত্ৰণ নতুন যুৱ তাৰকাক | Assamese |
টি২০ ক্ৰিকেটত এক নতুন ৰেকৰ্ড স্থাপন পাকিস্তানৰ ভংগ কৰিলে নিজৰে অভিলেখ | Assamese |
আজাদি কা অমৃত মহোৎসৱ সৈতে সংগতি ৰাখি মেট ৰিক্ৰিয়েচন ক্লাবৰ মাৰাথন দৌৰ প্ৰতিযোগিতা | Assamese |
নগাঁও জিলাৰ চামগুৰিত সাংবাদিকৰ মুকলি বিহু উদযাপনৰ ব্যাপক প্ৰস্তুতি | Assamese |
ৰাষ্ট্ৰীয় পৰ্যায়ৰ ৰিয়েলিটি শ্বত জিলিকিছে টীয়কৰ কণমানি চাহিন | Assamese |
ভাল খৱৰঅসমীয়া ভাষালৈ গুগলৰ ঐতিহাসিক স্বীকৃতি | Assamese |
তামুলপুৰৰ কচুবাৰীস্থিত মহাপ্ৰভু শ্ৰীশ্ৰী গোপাল আৰু জগন্নাথ থান সত্ৰৰ গোঁসাই বাঁহ খহোৱা উৎসৱৰ সফল সামৰণি | Assamese |
অসমীয়া সাত বিহুৰ জেং বিহুৰ পৰম্পৰা ৰক্ষা কৰি টীয়কৰ পথাৰত এদল মহিলাৰ জেং বিহু | Assamese |
কুটুম বিহুৰ পৰম্পৰা ৰক্ষা কৰি টীয়কত জনপ্ৰিয় অভিনেতা কেকেমোহন বিহু গাই সকলোকে জনালে নৱবৰ্ষৰ ওলগ | Assamese |
অসমীয়াৰ জাতীয় উৎসৱ বিহুক ধৰ্মীয়কৰণ নকৰিবলৈ সকীয়নি আলফা স্বাধীনৰ | Assamese |
আজি পহিলা বহাগৰ দিনা পুৱাৰ পৰাই টীয়কৰ ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰত ভক্তৰ ভিৰ | Assamese |
তামুলপুৰৰ কুম্ভীৰঝাৰত ৬২ সংখ্যক চড়ক পূজা উদযাপনপ্ৰতিকূল বতৰ নেওচি সমবেত সহস্ৰাধিক লোক | Assamese |
জজ খেলপথাৰত সদৌ গুৱাহাটী ছাত্ৰ সন্থাৰ মুকলি বিহু ১৪ গৰাকী বিশিষ্ট ব্যক্তিক আছুৰ সম্বৰ্ধনা | Assamese |
৩৮ কোটি ছিম কাৰ্দ বন্ধ হব যিকোনো সময়তে ভাৰত এৰিব পাৰে ভডাফনে | Assamese |
৪ হাজাৰতকৈয়ো সস্তাত বজাৰলৈ আহিছে এইটো স্মাৰ্টফোন চাওক ফিচাৰ্ছ | Assamese |
মাছৰ বজাৰত প্ৰতি কেজিত ১০০০০টকাকৈ বিক্ৰী হোৱা এইটোনো কি মাছ | Assamese |
লৈ চেলেঞ্জগ্ৰাহককহে দিব ৬পইচামিনিটকৈ | Assamese |
৩১ জুলাইৰ ভিতৰত মালিগাঁৱৰ আৰু ৩১ আগষ্টৰ ভিতৰত জু ৰোডৰ উৰণ সেঁতু সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ | Assamese |
ত ব্যৱহাৰ কৰে নেকি আপুনি সাৱধান নিমিষতে খালী হব পাৰে একাউন্ট | Assamese |
বন্ধ নহয় শক্তিশালীহে কৰাৰ ব্যৱস্থা কেন্দ্ৰৰ আহিব সেৱা | Assamese |
ৰ তিনিটা নতুন প্লেন মুকলি অন্য নেটৱৰ্কলৈ কল কৰিবলৈ লগাওক এইবাৰ | Assamese |
জোনমণি ৰাভাৰ মৃত্যৰ তদন্ত কৰিবলৈ দিল্লীৰ পৰা গুৱাহাটী পালেহি চিবিআইৰ দল | Assamese |
বিজেপিত যোগদান কৰিলে কা বিৰোধী আন্দোলনৰ আছু নেতা অমৃত দত্তৰ লগত আন কেইবাজনো জাতিয়তাবাদী নেতাই | Assamese |
বিপ্লৱী চে জন্মদিন আৰু বিশ্ব ৰক্তদাতা দিৱস পালন ডি ৱাই এফ আইএছ এফ আইৰ | Assamese |
গুৱাহাটী ৰেল ষ্টেচনত নিৰ্মাণ কৰা হব আন এটা প্ৰৱেশ পথ | Assamese |
কেৰীবেগৰ বাবে গ্ৰাহকৰ পৰা ১৮ টকা লৈ বিগ বাজাৰে ভৰিলে ১১০০০ টকাৰ জৰিমনা | Assamese |
পৰম্পৰা দীপাৱলীৰ বাবে মাটিৰ চাকি তৈয়াৰ কৰাত ব্যস্ত বজালীৰ এখন গাঁও | Assamese |
আকৌ হাত দাঙিলে দুজনে উৎকোচৰ অপৰাধত গ্ৰেপ্তাৰ দুই লাট মণ্ডল | Assamese |
বেংক একত্রীকৰণৰ প্রতিবাদত মঙলবাৰে দেশজোৰা ধৰ্মঘট সমস্যাৰ সন্মুখীন হব পাৰে গ্ৰাহক | Assamese |
ছিহ কি চলে নুনমাটিৰ লাকী হেয়াৰ বিউটি স্পা চেলুনত | Assamese |
অৱসান হল হোৱাইট বল ক্ৰিকেট ত কোহলীৰ অধিনায়কত্ব এৰা এদিনীয়াত নতুন অধিনায়কৰ দায়িত্বত ৰোহিত শৰ্মা | Assamese |
Subsets and Splits
No community queries yet
The top public SQL queries from the community will appear here once available.