text stringlengths 1 2.59k ⌀ | language stringclasses 10
values |
|---|---|
দুৰ্দান্ত লক্ষ্য সেন বিশ্ব চেম্পিয়নক হৰুৱাই ইণ্ডিয়া অপেন বেডমিন্টনৰ খিতাপ ভাৰতীয় তৰুণ শ্বাটলাৰৰ | Assamese |
সাক্ষাৎকাৰ নিজৰ জীৱনটোক লৈ মই সুখী চিত্ৰশিল্পী দেবানন্দ উলুপ | Assamese |
৬নং দফা প্ৰতিবেদন দাখিলত উপস্থিত থকা নাথাকিল সদৌ অসম ছাত্ৰ সন্থা | Assamese |
দেশৰ বাজেট সন্দৰ্ভত প্ৰথমবাৰৰ বাবে গুৱাহাটীত মত বিনিময় কেন্দ্ৰীয় বিত্ত মন্ত্ৰীৰ | Assamese |
ভাৰতত আছে মুঠ ১৩৮ গৰাকী আৰবপতি সবাটোকৈ ধনী মুকেশ আম্বানী | Assamese |
৬.৪ লাখ কোটি টকাৰ মালিক কিন্তু লগত ৰাখে ১৪০০টকীয়া সাধাৰণ ফোন উপহাৰ পালে | Assamese |
শাস্তিৰ পৰা পৰিত্ৰাণ বিচাৰি লাঢপৰা আংশিক ধন আদায় ভোডাফোন এয়াৰটেলৰ | Assamese |
আমাৰ সৈতে ভাৰতৰ আচৰণ ভাল নহয় কিন্তু প্ৰধান মন্ত্ৰী মোদীক পছন্দ কৰো ডোনাল্ড ট্ৰাম্প | Assamese |
জিঅ গ্রাহকৰ বাবে বেয়া খবৰ হ্ৰাস কৰা হৈছে এই বিশেষ প্ৰিপেইড প্লেনৰ ভেলিডিটি | Assamese |
বন্ধ হব ৰয়েল এনফিল্ডৰ তিনিটা জনপ্ৰিয় মডেল বুকিং বন্ধ কৰিছে প্ৰতিষ্ঠানটোৱে | Assamese |
য়ে দিছে সস্তাতে ঘৰ কিনাৰ সুবিধা এনেকৈ কৰিব পাৰিব আবেদন | Assamese |
অসমত বানপানী আনহাতে যোৱা ৩ দিনত বিহাৰ উত্তৰ প্ৰদেশত গৰমত মৃত্যুৰ সংখ্যা ৯৮ জনলৈ বৃদ্ধি | Assamese |
দেওবাৰে পুৱাই ৰক্তাক্ত দিল্লী দুৰ্বৃত্তৰ গুলীত নিহত দুই যুৱতী ভগ্নী | Assamese |
উচ্চতম ন্যায়ালয়ৰ ৰায়ৰ পাছত সংকটত ভোডাফোন আইডিয়া | Assamese |
প্ৰকাশ পালে এডভান্সৰ ফলাফল উত্তীৰ্ণ ৪৩৭৭৩ গৰাকী ছাত্ৰছাত্ৰী শীৰ্ষত কোন | Assamese |
মণিপুৰৰ হিংসাপ্ৰধানমন্ত্ৰী মোডীৰ মৌনতাক লৈ প্ৰশ্ন উত্থাপন কৰিছে কংগ্ৰেছ ১০টা বিৰোধী দলে | Assamese |
বিনা কাৰণে একাউণ্ট বন্ধ কৰি দিছিল ফেচবুকে গোচৰ তৰি ইউজাৰে লাভ কৰিলে ৪১ লাখ টকা | Assamese |
৫০ হাজাৰ টকা উৎকোচ লওঁতে হাতেলোটে ধৰা পৰি গ্ৰেপ্তাৰ হল বিশ্ববিদ্যালয়ৰ উপাচাৰ্য | Assamese |
ধৰ্ষণৰ গোচৰত আদালতত আত্মসমৰ্পণ ৰ বিধায়ক নিজাম উদ্দিন চৌধুৰীৰ লাভ কৰিলে জামিন | Assamese |
যোৰাবাটত জব্দ ২৪ লাখ টকাৰ জাল নোট ১ জনক গ্ৰেপ্তাৰ | Assamese |
কিছুমান সমস্যাৰ কথা কাকো কোৱা উচিত নহয় নিষেধ কৰিছে আচাৰ্য চাণক্যই | Assamese |
অসমৰ প্ৰথমখন ক্ৰীড়া বিশ্ববিদ্যালয় শ্ৰীত্ৰীঅনিৰুদ্ধদেৱ ক্ৰীড়া বিশ্ববিদ্যালয় ৰ নিৰ্মাণকাৰ্যৰ শুভাৰম্ভ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ | Assamese |
অন্তিম টেষ্টত পৰাজিত ইংলেণ্ড ৪০ ব্যৱধানত এছেজ শৃংখলা জয় অষ্ট্ৰেলিয়াৰ | Assamese |
মেৰীকমৰ চৰিত্ৰটো উত্তৰপূৰ্বাঞ্চলৰ কোনোৱে কৰা উচিত আছিলস্বীকাৰ কৰিলে প্ৰিয়ংকাই | Assamese |
শীতৰ আমেজত পৰম্পৰাগত খেলধেমালিৰে ভোগালীৰ উত্তাপ বঢ়ালে শিলৰবড়ী গাঁৱবাসীয়ে | Assamese |
আঁতৰিল ভিভো ৰ স্পনচৰশ্বিপৰ দায়িত্বত টাটা | Assamese |
নৱবৰ্ষৰ আৰম্ভণিতে ভাল খবৰ ৰাষ্ট্ৰীয় কাৰাটেত পদক জয় কলিয়াবৰৰ সাতজনকৈ খেলুৱৈৰ | Assamese |
ৰাষ্ট্ৰীয় কাৰাটে প্ৰতিযোগিতাত ৰূপৰ পদকেৰে গৌৰৱ কঢ়িয়াই আনিলে টীয়কৰ কণমানি তনয়ে | Assamese |
সৰ্বভাৰতীয় পৰ্যায়ত উজলিল অসমৰ দুই শ্বাটলাৰ | Assamese |
বৰপেটাত অসম কন্যা লাভলীনা বৰগোঁহাইক অৰ্ধ শতাধিক দলসংগঠনৰ ৰাজহুৱা সম্বৰ্ধনা | Assamese |
বিহুনাচত অনন্য কৃতিত্ব উজলিল অভিলাষা শইকীয়া | Assamese |
জুবিনৰ জীৱনভিত্তিক প্ৰথমখন তথ্যচিত্ৰ নিৰ্মাণ কৰিছে ৰেডিঅ গপ্শ্বপ্ ৯৪.৩ এফ এমে | Assamese |
লুইত কোঁৱৰ ৰুদ্ৰ বৰুৱাৰ সহধৰ্মিণী অভিনেত্ৰী আৰতী বৰুৱাৰ ৮৭ বছৰ বয়সত দেহাৱসান | Assamese |
ওড়িশাৰ নৃত্যানুষ্ঠানৰ মঞ্চতে হঠাৎ মৃত্যুক সাৱটিলে মালয়েছিয়াৰ ভাৰতনাট্যম গুৰু শ্ৰী গণেশনে | Assamese |
ভংগ হব নেকি বিহুৰ ৱৰ্ল্ড ৰেকৰ্ড এইবাৰ ২০ হাজাৰ শিল্পীয়ে একেলগে নাচিব বাগুৰুম্বা | Assamese |
ইছলামৰ দহটা মহান নীতি সকলো ধৰ্মৰ লোকে পালন কৰিব পাৰে | Assamese |
বিহু অনুষ্ঠান সামৰি আহি থকাৰ পথত ভয়ানক দুৰ্ঘটনাত আহত শিল্পী কৃষ্ণমণি চুতীয়া | Assamese |
নেদেখা দেশলৈ গুচি গল প্ৰবীণ অভিনেতা মিহিৰজ্যোতি বৰুৱা | Assamese |
বিহুৰ বতৰত কেইটিমান বিহুনামৰ যোজনা | Assamese |
বজাৰত নতুন এটকীয়া নোট জানিবলগীয়া কেইটামান কথা | Assamese |
কাৰ বা বাইক কিনিব খোজাসকল সতৰ্ক হওক ৩১ মাৰ্চৰ পাছত সলনি হব নিয়ম | Assamese |
প্ৰৱঞ্চনাৰে ১.৪৬ লাখ টকা উলিয়াই নিয়া ৰ ভি পিৰ বিৰুদ্ধে এজাহাৰ দাখিল | Assamese |
অট এক্সপো হিৰো চাইকেলে প্ৰদৰ্শন কৰিলে বেটাৰী চালিত তিনিখন নতুন চাইকেল | Assamese |
চৰকাৰে এল আই চিৰ কিমান শতাংশ বিক্ৰী কৰিব বিচাৰিছে সুৰক্ষিত থাকিবনে গ্ৰাহকৰ ধন | Assamese |
বেংকৰ ধৰ্মঘটৰ ফলত পৰি ৰৈছে ২৩০০০কোটি টকাৰ চেক | Assamese |
মিছা কথাৰে প্ৰলোভনকাৰী বিজ্ঞাপনৰ বাবে হব পাৰে ৫ বছৰ জেইল ৫০ লাখ টকাৰ জৰিমনা | Assamese |
বানত ডুব গৈছে লখিমপুৰৰ ২২ খনকৈ গাঁও বানত ক্ষতিগ্ৰস্ত ২৩৫১৬ জন লোক | Assamese |
ক প্ৰত্যাহ্বান জনাই য়ে মুকলি কৰিলে এপ | Assamese |
কা বিৰোধী আন্দোলনক মাওবাদীৰ প্ৰতিবাদ হিচাপে প্ৰতিষ্ঠা কৰাৰ চেষ্টা কৰা হৈছে অখিল গগৈ | Assamese |
মল্ল যুজাৰু সকলক ন্যায় প্ৰদানৰ দাবীত ৰাজ্যপালক সাক্ষাৎ সদৌ অসম প্ৰগতিশীল নাৰী সন্থাৰ | Assamese |
মণিপুৰত নিৰ্বাপিত হোৱা নাই বিদ্ৰোহৰ অগনি প্ৰতিবাদকাৰীয়ে জ্বলাই দিলে বিজেপিৰ কাৰ্যালয় | Assamese |
য়ে মুকলি কৰিলে ইয়াৰ প্ৰথমখন ইলেকট্ৰিক স্কুটাৰ চাওক ইয়াৰ মূল্য | Assamese |
সুখ্যাতিৰে উত্তীৰ্ণ হোৱা শিক্ষাৰ্থীসকলৰ সন্মানাৰ্থে গুৱাহাটীস্থিত মডাৰ্ণ ইংলিছ স্কুলত শৈক্ষিক দিৱস পালন | Assamese |
চৰকাৰে দুৰ্নীতিৰ বাট মুকলি কৰিবলৈ প্ৰবাসী ভাৰতীয়ৰ বাবে সংৰক্ষণৰ ব্যৱস্থা কৰিছে | Assamese |
আপুনি যদি সোনকালে মৰিব নিবিচাৰে তেনেহলে ত্যাগ কৰক এই সাতটা অভ্যাস | Assamese |
হঠাতে আন্তৰ্জাতিক ক্ৰিকেটৰ পৰা অৱসৰ ঘোষণা এইগৰাকী ক্ৰিকেটাৰৰ | Assamese |
জোহান্সবাৰ্গত ইতিহাস গঢ়াত ব্যৰ্থ টীম ইণ্ডিয়া ছিৰিজত সমতা স্থাপন দক্ষিণ আফ্ৰিকাৰ | Assamese |
কোকৰাঝাৰত ৰাষ্ট্ৰীয়আন্তঃৰাষ্ট্ৰীয় আৰু ৰাজ্যিক পৰ্যায়ত স্থানপ্ৰাপ্ত খেলুৱৈক সম্বৰ্ধনা | Assamese |
লুণ্ঠন অসম ক্রিকেট সন্থাৰ প্রাক্তন কোষাধ্যক্ষ মুনীন্দ্র নাথ শইকীয়াক গ্রেপ্তাৰ | Assamese |
বঙাইগাঁৱত ফুটবলাৰৰ ৰূপত উপায়ুক্ত ডা:এম এছ লক্ষ্মী প্ৰিয়া কিয় নামিল খেলপথাৰত | Assamese |
কভিদত আক্ৰান্ত অষ্ট্ৰেলিয়াৰ ক্ৰিকেট তাৰকা গ্লেন মেক্সৱেল | Assamese |
মুখ্যমন্ত্ৰীৰ ডাঙৰ ঘোষণা ১৪ এপ্ৰিলত নহয় বিহুৰ বিশ্ব অভিলেখ | Assamese |
পিএছজিৰ শিবিৰত কণাতংক এইবাৰ কণাত আক্ৰান্ত হল জিয়ানুলুইগি ডনাৰুম্মা | Assamese |
এশ এবিধ শাক কি কি জানেনে জানি লওক গৰু বিহুত খোৱা এশ এবিধ শাকৰ নাম | Assamese |
হেমা মালিনীৰ কৃপা অৱশেষত বিহুৱে পালে স্বীকৃতিপাটনাৰ পৰা জগতসভালৈ বাট বুলিলে বিহুৱে | Assamese |
জোহান্সবাৰ্গত শাৰ্দুল ধুমুহা ৰচিলে অনন্য অভিলেখ | Assamese |
কণাৰ ভয়াৱহ সংক্ৰমণৰঞ্জী ট্ৰফী স্থগিত ৰাখিলে বিচিচিআইয়ে | Assamese |
ফেচবুক কৰ্ণাৰ অসমীয়াবঙালীৰ এনে ককটেলেৰে এখন সমাজৰ সমন্বয় সাধন কৰা সম্ভৱ নহয় | Assamese |
গুৰুশিষ্যৰ সম্পৰ্কত কালিমা যৌন নিৰ্যাতনৰ অভিযোগত তোলপাৰ ভাৰতীয় নৃত্য একাডেমী | Assamese |
বিহু বুলি দোকানৰ ৰঙাপানীৰ সলনি ঘৰতে পান কৰক পৰম্পৰাগত পানীয় কিদৰে তৈয়াৰ কৰিব সাঁজপানী | Assamese |
ৰঙালী বিহুৰ অনুষ্ঠান আয়োজনৰ নতুন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সংবাদ মেল | Assamese |
২০ মাৰ্চত গুৱাহাটী প্ৰেছ ক্লাৱৰ সোণালী জয়ন্তীৰ উদ্বোধনী অনুষ্ঠান শংকৰদেৱ কলাক্ষেত্ৰত ব্যাপক আয়োজন | Assamese |
গামোচা | Assamese |
এয়াৰটেলৰ ১৭৯ টকাৰ প্লেনৰ সৈতে গ্ৰাহকে লাভ কৰিব ২ লাখ টকাৰ জীৱন বীমা | Assamese |
বজাৰলৈ আহি আছে ইলেকট্ৰিক ডেলিভাৰী ৰিক্সা ঘৰতেই পাব অৰ্ডাৰ কৰা সামগ্ৰী চাওক ভিডিঅ | Assamese |
ৰ প্লেটলৈ আহিল উবেৰ ইটছ ৩৫ কোটি ডলাৰত কিনিলে ভাৰতীয় ব্যৱসায় | Assamese |
পাণ্ডুত উদ্ধাৰ শুক্ৰেশ্বত গা ধুই থাকোঁতে লুইতত সন্ধানহীন হোৱা ব্যক্তিৰ মৃতদেহ | Assamese |
অসম ৰাইফলছৰ অভিযোগৰ পিছতে দেশদ্ৰোহৰ অভিযোগৰ সন্মুখীন মণিপুৰৰ মেইটেই নেতা | Assamese |
ধাৰাসাৰ বৰষুণত উত্তৰ ছিকিমৰ পথত খহনীয়া বিচ্ছিন্ন যোগাযোগ আৱদ্ধ প্ৰায় ২হাজাৰ পৰ্যটক | Assamese |
জৰিমনাৰ পৰা হাত সাৰিবলৈ জানি লওক ডাকঘৰৰ ছেভিংছ একাউণ্টৰ ন্যূনতম বেলেন্সৰ নতুন নিয়ম | Assamese |
শিলসাঁকোৰ পিছত ডিব্ৰুগড়তো দৰিদ্ৰৰ ভগা পঁজাত চলিল বিজেপিৰ উচ্ছেদৰ হাতোৰা | Assamese |
ফেইচবুকৰ ছন্দপতন জনপ্ৰিয়তাৰ দ্বিতীয় স্থানলৈ | Assamese |
সুব্ৰমনিয়ন স্বামীৰ অদ্ভুট পৰামৰ্শ ভাৰতীয় নোটত প্ৰিণ্ট কৰক দেৱী লক্ষ্মীৰ ফটো | Assamese |
জিঅ ধামাকা মাত্ৰ ৫ টকাত প্ৰতিদিনে অতিৰিক্ত ২ জিবি ডাটা | Assamese |
গুৱাহাটীত আৰু কিমান পাইপ ফুটিব | Assamese |
ডিগবৈত গছত খুন্দা মাৰি ভয়াবহ দুৰ্ঘটনাত পতিত গাড়ী ৪ জন নিহত | Assamese |
পুনৰ বৃদ্ধি কৰা হৈছে আধাৰ সংযোগ কৰাৰ সময়সীমা চাওক নতুন তাৰিখ | Assamese |
পোষ্ট অফিচত ১০০০ টকা বিনিয়োগ কৰি লাভ কৰক ৭২৫০০টকা চাওক কেনেকৈ | Assamese |
আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটক বিদায় জনালে পাকিস্তানৰ তাৰকা খেলুৱৈ মহম্মদ হাফিজে | Assamese |
আঘাতৰ সমস্যাত জৰ্জৰিত ভাৰতীয় শিবিৰ দলৰ নেতৃত্বত কে এল ৰাহুল | Assamese |
২০২ ৰাণত ইনিংছ সামৰিলে ভাৰতে দক্ষিণ আফ্ৰিকাৰ আৰম্ভণিতে আঘাত হানিলে ছামীয়ে | Assamese |
কৰনাত আক্ৰান্ত লিঅনেল মেছি ৰ আন তিনি সতীৰ্থও পজিটিভ | Assamese |
দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে ভাৰতীয় এদিনীয়া ক্ৰিকেট দল ঘোষণা অধিনায়কৰ দায়িত্বত ৰাহুল | Assamese |
২ জানুৱাৰীত মিৰাটত মেজৰ ধ্যান চান্দ ক্ৰীড়া বিশ্ববিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰিব মোদীয়ে | Assamese |
দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে প্ৰথম টেষ্টত শ্ল অভাৰ ৰেটৰ বাবে জৰিমনাৰ সন্মুখীন হল ভাৰতীয় ক্ৰিকেট দল | Assamese |
মীৰাটত মেজৰ ধ্যান চান্দ ক্ৰীড়া বিশ্ববিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰিলে মোদীয়ে | Assamese |
একাংশ কাৰাটে স্কুলে ভুৱা চাৰ্টিফিকেট দি চলাই গৈছে প্ৰশিক্ষণ অভিযোগ বৰপেটা জিলা কাৰাটে ডো সন্থাৰ | Assamese |
পৰম্পৰাগত খেল ধেমালিৰে জীপাল হৈ পৰিল ১০৫ নং বাৰুণীতাৰা প্ৰাথমিক বিদ্যালয়ৰ বাকৰি | Assamese |
প্ৰাক্তন ডিজিপি ভাস্কৰজ্যোতি মহন্তৰ পিতৃ লীলাকান্ত মহন্তৰ মৃত্যু | Assamese |
শীতৰ আমেজত ভোগালীৰ উত্তাপ পৰম্পৰা ৰক্ষা কৰি উৰুকাৰ বজাৰত ভিৰ অসমীয়াৰ | Assamese |
Subsets and Splits
No community queries yet
The top public SQL queries from the community will appear here once available.