text stringlengths 1 2.59k ⌀ | language stringclasses 10
values |
|---|---|
মাৰাত্মক পৰিস্থিতিৰ কবলত ৰাজকুমাৰ হেৰী আৰু মেঘান দুঘন্টা ধৰি খেদি ফুৰিলে পাপাৰাজ্জিয়ে | Assamese |
আৰক্ষী উপ পৰিদৰ্শক জোনমণি ৰাভাৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনত চাঞ্চল্যকৰ তথ্য | Assamese |
উৎকোচ লোৱাৰ অপৰাধত গ্ৰেপ্তাৰ কৰা সহকাৰী কৰ আয়ুক্ত মিনাক্ষীৰ ঘৰত উদ্ধাৰ টকাৰ পাহাৰ | Assamese |
চিৰ্ফ এক বন্দা কাফি হে এখন ৰুচিসম্পন্ন চলচিত্ৰ | Assamese |
সদ্যমুক্তিপ্ৰাপ্ত এখন কথাছবিৰ কথাৰেকিয় চাব এইখন চিনেমা | Assamese |
পৃথিৱীক বিদায় জনালে বিশ্বৰ প্ৰসিদ্ধ সাহিত্যিক মিলান কুণ্ডেৰাই | Assamese |
জনতাৰ গায়ক আৰু নাইপ্ৰখ্যাত বিপ্লৱী গীতিকাৰ কবি গদ্দৰৰ দেহাৱসান | Assamese |
শিৱসাগৰৰ বৰ্ডিং খেল পথাৰত উত্তৰপূব সাংস্কৃতিক মহোৎসৱৰ লাই খুঁটা স্থাপন | Assamese |
অহা ২৪ আৰু ২৫ ডিচেম্বৰত অনুষ্ঠিত হব মধুপুৰ মহোৎসৱ২০১৮ | Assamese |
লোক সংস্কৃতিৰ সাধক বিনোদ খনালক আছুৰ পদ্মশ্ৰী প্ৰতিমা বৰুৱা পাণ্ডে বঁটা প্ৰদান | Assamese |
কলাগুৰু মহোৎসৱ পোষ্টাৰ মুকলি অনুষ্ঠানত কেক কাটি সফলতা কামনা জুবিনৰ | Assamese |
অসমৰ সনন্ত তাঁতি ৰিতুৰাজ বসুমতাৰী লোকনাথ উপাধ্যায়লৈ সাহিত্য অকাদেমি | Assamese |
অৰুণাচলত অনুষ্ঠিত হব দুঃসাহসী অভিযান আৰু সংগীতৰ মহোৎসৱ অফাম | Assamese |
শ্ৰী শ্ৰী বটদ্ৰৱা থান শাখা সত্ৰৰ গুৱাহাটী শংকৰী সাংস্কৃতিক প্ৰকল্পৰ আধাৰশিলা স্থাপন | Assamese |
আন্তঃৰাষ্ট্ৰীয় আৰ্চাৰী প্ৰতিযোগিতাত ভাৰতক প্ৰতিনিধিত্ব কৰিব বোকাখাতৰ বিশাল চাংমাইয়ে | Assamese |
হঠাৎ হৃদৰোগত আক্ৰান্ত হৈ প্ৰয়াত প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰ যশপাল শৰ্মা | Assamese |
টকিঅ অলিম্পিকত পদক বিজয়ীক কোটিপতি কৰিব উৰিষ্যা চৰকাৰে ঘোষণা নবীন পাটনায়কৰ | Assamese |
ভাৰতীয় ক্ৰিকেটাৰৰ বাউণ্ডাৰিত ধৰা দুৰ্ধৰ্ষ কেচ দেখি তোলপাৰ ছচিয়েল মিডিয়া ভাইৰেল ভিডিঅ | Assamese |
বিশ্বৰ আটাইতকৈ পুৰণি হিব্ৰু বাইবেলখন নিলামত বিক্ৰী হল ৩ কোটি ৮১ লাখ ডলাৰত | Assamese |
পঢ়াশুনাত একেবাৰেই মন নবহে এইকেইটা ভুলৰ বাবেই শিক্ষাৰ্থীৰ জীৱনত অসম্পৰ্ণ হৈ ৰয় সাফল্য | Assamese |
গ্ৰেপ্তাৰ হল জোনমণি ৰাভাৰ বাহনত খুন্দিওৱা ট্ৰাক চালক | Assamese |
মুখ্যমন্ত্ৰীয়ে একো নাজানে হিমন্তৰ নেতৃত্বত থকা গৃহ বিভাগৰ আৰক্ষীৰ ভিতৰচাৰ কলা অধ্যায় | Assamese |
গুৱাহাটীত উৎকোচ লোৱাৰ অপৰাধত গ্ৰেপ্তাৰ সহকাৰী ৰাজ্যিক কৰ আয়ুক্ত | Assamese |
এইবাৰ কোকৰাঝাৰত চলন্ত গাড়ীৰ ভিতৰতে দলবদ্ধ ধৰ্ষণ ১৩ বছৰীয়া কিশোৰীক | Assamese |
সংঘাত জৰ্জৰিত মণিপুৰত শান্তিৰ আহ্বান গুৱাহাটীত অনুষ্ঠিত নাগৰিক সভাৰ | Assamese |
প্ৰেমৰ সংঘাত বিয়াৰ ৰভাতলীতে নৱবিবাহিত দম্পতীৰ বিষপান দৰাৰ মৃত্যু কইনা আইচিইউত | Assamese |
বেট হল চুবুৰীয়াৰ পত্নী দৰে সদায়েই বেছি ভাল লাগে দীনেশ কাৰ্তিকৰ মন্তব্যই তুলিছে ধুমুহা | Assamese |
যোগৰ জৰিয়তে টীয়কৰ যুৱক মৃদুপৱনে ৰাজ্যখনলৈ কঢ়িয়াই আনিছে গৌৰৱ | Assamese |
টকিঅ অলিম্পিকৰ উদ্বোধনী অনুষ্ঠানত ভাৰতৰ পতাকা কঢ়িয়াই নিব মেৰীকমমনপ্ৰীত সিঙে | Assamese |
ছিমটমেটিক ফুটবল জ্বৰ আৰম্ভ ইউৰো কাপৰ হাইভল্টেজ ছেমিফাইনেলত কোন কাৰ মুখামুখি হব | Assamese |
কল ৰেকৰ্ডিং ভাইৰেল হত্যা কৰা হৈছিল নেকি সাহসী জোনমণি ৰাভাক | Assamese |
কি কোৱা দোস্তি এখন ব্যতিক্ৰমী অসমীয়া চিনেমা | Assamese |
ফেচবুক কৰ্ণাৰ ৰণজিৎ গুহ আৰু ইতিহাসৰ কাৰচাজি | Assamese |
দা লিটিল মাৰমেইড এখন চিনেমাৰ কথাৰে | Assamese |
গুইলেৰম ডেলটজ পিনকিঅ এখন অস্কাৰ বিজয়ী এনিমেটেড ফিল্মৰ কাহিনী | Assamese |
গীনিজ বুকত আকৌ ৰেকৰ্ড অসমৰ হেমকোষৰ ব্ৰেইল সংস্কৰণে গঢ়িলে বিশ্ব অভিলেখ | Assamese |
ভীৰ লিংগ বৈষম্য আৰু বৰ্ণবাদৰ উপস্থাপনেৰে এখন চিন্তাকৰ্ষক চিনেমা | Assamese |
ঊর্ধ্বকমাৰ ব্যৱহাৰ | Assamese |
আঘাতপ্ৰাপ্ত অসম কন্যাহিমাৰ ঠাইত অলিম্পিকত খেলিব পাৰে কৰ্ণাটকৰ ধনেশ্বৰীয়ে | Assamese |
কোন শ্ৰেষ্ঠ কোহলিক কটাক্ষ ধোনী অনুৰাগীৰ ছচিয়েল মিডিয়াত পুনৰ আৰম্ভ আন এক টুৰ্ণামেন্ট | Assamese |
জোনাকীগুৱাহাটী বিশ্ববিদ্যালয়ত চলচ্চিত্ৰ মহোৎসৱ আয়োজন শিক্ষাৰ্থীৰ | Assamese |
কলিয়াবৰত শ্ৰীকৃষ্ণৰ ৰাসলীলাত ৰাইজৰ পাৰ ভঙা উছাহ | Assamese |
শেনচোৱাত পাঁচ দিনীয়া কাৰ্যসূচীৰে শ্ৰীশ্ৰীকৃষ্ণৰ ৰাস মহোৎসৱ | Assamese |
লোক সাহিত্যলোক সংস্কৃতিয়ে এটা জাতিক একত্ৰিত কৰে ডগোবিন্দ প্ৰসাদ শৰ্মা | Assamese |
মূকাভিনয় প্ৰসাৰৰ উদ্দেশ্যে ৰাষ্ট্ৰীয় জলপানী বঁটাপ্ৰাপ্ত যুৱ মূকাভিনেতা মিনাংক ডেকাৰ অনন্য প্ৰয়াস | Assamese |
লোকেল কুং ফু টীমৰ নতুন এক্সন চিনেমা অসমত মুক্তি ৭ ডিচেম্বৰত | Assamese |
মাৰণাস্ত্ৰ এৰি ভাওনা মঞ্চস্থ আৰক্ষীৰ জন সমাজত নতুন সমাদৰ লাভ | Assamese |
বালিপৰাত তিনিদিনীয়া কাৰ্যসূচীৰে শংকৰ সংঘৰ কেন্দ্ৰীয় শিশু যুৱ আৰু আইমাতৃ সমাৰোহ | Assamese |
মাদ্ৰাছাবাংলা বিদ্যালয়ত চলাওক অসমীয়া ভাষা ৰক্ষাৰ যুঁজত জনগোষ্ঠীয় সাংস্কৃতিক ঐক্যমঞ্চ | Assamese |
কৰ্ণাটকৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী সিদ্দাৰামাইয়া উপমুখ্যমন্ত্ৰী শিৱকুমাৰ জনালে কংগ্ৰেছে | Assamese |
ডিব্ৰুগড়ৰ চাঞ্চল্যকৰ হত্যাকাণ্ডডাঃ সৰিতা তোছনিৱালৰ হত্যাকাৰীক যাৱজ্জীৱন কাৰাদণ্ড | Assamese |
কুকুৰে মূৰটো কিয় হেলনীয়া কৰি ৰাখে বিজ্ঞানীয়ে বিচাৰি উলিয়াইছে ইয়াৰ গোপন ৰহস্য | Assamese |
বিতৰ্কিত কিৰেন ৰিজিজুৰ বৰ্ণাঢ্য কেৰিয়াৰ কিয় তেওঁ হেৰুৱাবলগীয়া হল আইন মন্ত্ৰালয় | Assamese |
মণিপুৰত ঘটা হিংসাত্মক ঘটনাত অসম নাগৰিক সমাজৰ উদ্বেগ প্ৰকাশ | Assamese |
হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে মানহানিৰ গোচৰত লিপিবদ্ধ কংগ্ৰেছ নেতাৰ বক্তব্য | Assamese |
বজ্ৰপাত ধুমুহাবৰষুণে বিৰাজ কৰিব ৰাজ্যত বতৰ বিজ্ঞান বিভাগৰ সতৰ্কবাণী | Assamese |
কেন্দ্ৰীয় আইন মন্ত্ৰীৰ পদৰ পৰা আঁতৰোৱা হল কিৰেণ ৰিজিজুক কিন্তু কিয় | Assamese |
খাদ্যত বিষক্ৰিয়া নগাঁৱত মধ্যাহ্ন ভোজন গ্ৰহণ কৰাৰ পাছতে অসুস্থ অৰ্ধশতাধিক শিক্ষাৰ্থী | Assamese |
হত্যাৰ বলি হৈছিল নেকি জোনমণি প্ৰত্যক্ষদৰ্শীৰ ভাষ্যই দিছে নতুন ইংগিত | Assamese |
বিশ্ব কবিতা দিৱসবিশিষ্ট কবি হৰেকৃষ্ণ ডেকাৰ কবিতা কবিতাৰ দিন | Assamese |
বিশিষ্ট কবি হৰেকৃষ্ণ ডেকাৰ দুটি কবিতা ডিটেনশ্বন আৰু খুচুৰা পদ্য | Assamese |
অল দেট ব্ৰেথছ্ | Assamese |
অনুষ্ঠানৰ স্পনচৰশ্বিপত আদানী গোটৰ নামবঁটা গ্ৰহণ কৰিবলৈ অস্বীকাৰ দলিত কবিৰ | Assamese |
বিশিষ্ট গল্পকাৰ জ্যোতিষ শিকদাৰলৈ ২০২২ বৰ্ষৰ ক্ৰান্তিকাল বঁটা | Assamese |
মূৰ্ধন্য ণ আৰু মূৰ্ধন্য ষৰ ব্যৱহাৰ | Assamese |
বন্ধ লেফাফা | Assamese |
আজি মুকলি কৰা হব কবি নীলমণি ফুকনৰ বন্ধ খামৰ চিঠি | Assamese |
বন্ধ খামৰ চিঠিখন শ্ৰাদ্ধৰ আগত নুখুলিবলৈ আহ্বান নীলমণি ফুকনৰ পৰিয়ালৰ | Assamese |
বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলৰ পূৰ্বেই ভাৰতক অতিক্ৰম কৰিলে নিউজিলেণ্ডে | Assamese |
কোভিড আক্ৰান্ত হৈ কিংবদন্তি দৌৰবিদ উৰন্ত শিখ মিলখা সিঙৰ দেহাৱসান | Assamese |
কিংবদন্তি দৌৰবিদ উৰন্ত শিখ মিলখা সিঙৰ বিয়োগত শোক প্ৰকাশ ধিং এক্সপ্ৰেছ হিমা দাসৰ | Assamese |
অলিম্পিকলৈ নিৰ্বাচিত হল প্ৰথমগৰাকী তৃতীয় লিংগৰ খেলুৱৈ নিউজিলেণ্ডৰ ভাৰোত্তলক লেল হাবাৰ্ড | Assamese |
শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থীয়ে মুহিলে গুৱাহাটীক | Assamese |
দুৰ্গোৎসৱৰ ক্ৰমবৰ্ধিত উৎসাহউন্মাদনাই ম্লান কৰিছে নেকি অসমীয়াৰ বাপতিসাহোন কাতি বিহুৰ গুৰুত্ব | Assamese |
নামতিত অনুষ্ঠিত হোৱা সদৌ অসম ভাওনা প্ৰতিযোগিতাৰ সফল সামৰণি | Assamese |
সাহিত্য আৰু চলচ্চিত্ৰগৰীয়সীৰ ৰূপালী জয়ন্তী অনুষ্ঠান আহিব প্ৰসিদ্ধ চিনেমা পৰিচালক বুদ্ধদেব দাশগুপ্ত | Assamese |
মাৰ্ঘেৰিটাত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ শিশু আইমাতৃ আৰু যুৱ সমাৰোহৰ সফল সামৰণি | Assamese |
টকিঅ অলিম্পিকত সোণৰ পদকৰ বাবে যুঁজ দিব উত্তৰ পূৰ্বাঞ্চলৰ মীৰা বাঈ চানুৱে | Assamese |
বোকাখাতৰ মহুৰাপথাত অনুষ্ঠিত হব শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ ২০২০ চনৰ অধিবেশন | Assamese |
জন্মাষ্টমী উপলক্ষে ৰংজুলিৰ ঐতিহ্য মণ্ডিত শ্ৰীশ্ৰী ৰামচন্দ্ৰ বিগ্ৰহত অনুষ্ঠিত হল বোকা খেল | Assamese |
পশ্চিম অসমৰ সাংস্কৃতিক ঐতিহ্যৰ বিষয়ে গৌৰীপুৰত আলোচনা চক্ৰ সম্পন্ন | Assamese |
অঘটন ইউৰো কাপৰ খেল চলি থকাৰ মাজতে ঢলি পৰিল ডেনমাৰ্কৰ ষ্ট্ৰাইকাৰ এৰিকছন | Assamese |
উৎকণ্ঠাৰ অন্তঅনুষ্ঠিত হব আইপিএল কেতিয়া কত হব খেল জনালে বিচিচিআইয়ে | Assamese |
দীৰ্ঘিদিন ধৰি অসুস্থ হৈ থকা এছিয়ান গেমছৰ স্বৰ্ণপদক বিজয়ী বক্সাৰ ডিংকো সিঙৰ মৃত্যু | Assamese |
সত্ৰীয়া নৃত্যশিল্পী প্ৰীতিলেখা চৌধুৰীলৈ গুজৰাটৰ মানৱ কল্যাণ মণ্ডলৰ কলাতীৰ্থ সন্মান | Assamese |
ক্ৰিকেটাৰৰ পৰা কাঠমিস্ত্ৰী হল অষ্ট্ৰেলিয়াৰ এইজন বিশ্বকাপবিজয়ী প্ৰাক্তন তাৰকা | Assamese |
তেজপুৰত দীপক মহন্ত সোঁৱৰণী নাট সমাৰোহমঞ্চস্থ হব দুলাল ৰয়ৰ যুগজয়ী নাটক ড্ৰেগন | Assamese |
অভিনেত্ৰী নিমৰতৰ সৈতে প্ৰেম টীম ইণ্ডিয়াৰ মুখ্য প্ৰশিক্ষকৰ বিবাহক লৈ কি কলে শাস্ত্ৰীয়ে | Assamese |
ভয়ৰ পৰিৱেশ সৃষ্টি নকৰিব ইডিক সাৱধানবাণী উচ্চতম ন্যায়ালয়ৰ | Assamese |
ইংৰাজীত ছপোৱা পুঠি নপঢায় শিক্ষকে শিক্ষা বিভাগক দহ শিক্ষক সংগঠনৰ ভাবুকি | Assamese |
সকাহ সৰ্বভাৰতীয় যুৱ কংগ্ৰেছৰ সভাপতি শ্ৰীনিবাস বিভিক অগ্ৰিম জামিন প্ৰদান উচ্চতম ন্যায়ালয়ৰ | Assamese |
সন্মানীয় পিতা বুলি মাতিব লাগিব কিম জঙক দেশৰ যুৱ সমাজক অদ্ভুত নিৰ্দেশ উত্তৰ কোৰিয়াৰ | Assamese |
সৰিতা তোছনিৱাল হত্যাকাণ্ডৰ গোচৰত দোষমুক্ত ডাঃ দীপমণি শইকীয়া দোষী সাৱ্যস্ত ৱাৰ্ড বয় কিৰু মেচ | Assamese |
ভাষণ দি থকা মুখ্যমন্ত্ৰীৰ মঞ্চলৈ নিজৰ ১ বছৰীয়া সন্তানক দলিয়াই দিলে পিতৃয়ে কিন্তু কিয় | Assamese |
কবি শিৰোমণি নীলমণি আৰু নাই নিৰ্জনতাৰ বুকুত শুই পৰিল নীলমণি ফুকন | Assamese |
নীলমণি ফুকন ছাৰ | Assamese |
নীলমণি ফুকনৰ সৈতে এক ঘৰুৱা বাৰ্তালাপ | Assamese |
অপৰাজেয় আজি শ্বহীদ সাংবাদিক পৰাগ কুমাৰ দাসৰ ২৭ সংখ্যক মৃত্যু বাৰ্ষিকী একাঁজলি শ্ৰদ্ধাঞ্জলি | Assamese |
কাব্যঋষিৰ অন্তিম যাত্ৰা আজি বিয়লিয়েই মহানগৰীৰ ভূতনাথ শ্মশানত ৰাজ্যিক মৰ্যাদাৰে শেষকৃত্য | Assamese |
উৎকোচ লোৱাৰ অভিযোগত গ্ৰেপ্তাৰ ইউক্ৰেইনৰ উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ | Assamese |
Subsets and Splits
No community queries yet
The top public SQL queries from the community will appear here once available.