text stringlengths 1 2.59k ⌀ | language stringclasses 10
values |
|---|---|
ডান্স ইণ্ডিয়া ডান্স বাচনিৰ বাবে নিৰ্বাচিত কোকৰাঝাৰ হাদানপাৰাৰ শিশু নাচনী গৌৰী ব্ৰহ্ম | Assamese |
প্ৰখ্যাত ভোজপুৰী সংগীত শিল্পী অসমৰ কল্পনা পাটোৱাৰী কমনৱেলথ গেইমছৰ কাৰ্য্যসূচীলৈ আমন্ত্ৰিত | Assamese |
বলিউদ গায়ক সিদ্ধাৰ্থ মহাদেৱনে সংগীত পৰিৱেশন কৰিব জি আই এম টি ফেস্ত ইউফুইজমত | Assamese |
জাহ্নু বৰুৱাৰ নতুন অসমীয়া চিনেমা ভগা খিৰিকী প্ৰযোজনা কৰিলে প্ৰিয়ংকা চপ্ৰাই | Assamese |
আহিছে ঘূৰ্ণীবতাহ মোচাঅসমকে ধৰি উত্তৰপূবৰ পাঁচখন ৰাজ্যত ধাৰাসাৰ বৰষুণৰ সম্ভাৱনা | Assamese |
নিৰ্বাচনত পৰাজয়ৰ পিছতে সম্পৰ্কত আউল বিবাহ বিচ্ছেদৰ আবেদন ফিনলেণ্ডৰ প্ৰধানমন্ত্ৰীৰ | Assamese |
মণিপুৰত পুনৰ হিংসা চুৰাচান্দপুৰৰ পৰা আহিছে দুষ্কৃতিকাৰীয়ে মুকলিকৈ গুলী চলোৱা ঘটনাৰ খবৰ | Assamese |
আমৰ ইমান দাম যেনে ৰূপ তেনেই সোৱাদ এই প্ৰজাতিৰ এটা আমৰ দামেই কিমান জানেনে | Assamese |
শিলচৰত কাৰাগাৰ ভাঙি পলাল হত্যাত অভিযুক্ত দুই অপৰাধী | Assamese |
গহপুৰত ৰহস্যজনকভাবে মহিলাৰ মৃত্যু স্বামীয়ে হত্যা কৰাৰ সন্দেহ | Assamese |
সমলৈংগিক বিবাহ পশ্চাদমুখী হিমন্তৰ চৰকাৰে কৰিলে বিৰোধ | Assamese |
আদালতত ইমৰাণ খানৰ বিস্ফোৰক অভিযোগ বিষাক্ত বেজী দি হত্যাৰ চেষ্টা কৰা হৈছে | Assamese |
ৰিপাব্লিক টিভিৰ সমীক্ষাত কৰ্ণাটকত কংগ্ৰেছ পুনৰ ক্ষমতালৈ অহাৰ ইংগিত | Assamese |
কেজৰিৱালৰ হাতত পৰাস্ত কেন্দ্ৰ দিল্লী চলোৱাৰ যুঁজত পালে বৃহৎ জয়ৰায় উচ্চতম ন্যায়ালয়ৰ | Assamese |
পল্লৱী বুঢ়াগোঁহাইৰ কুঁহিপাতৰ বীণ আৰু বীণাপাণি ডেকাৰ ঋতুস্নাতাৰ সেউজ মন কাব্যগ্ৰন্থ উন্মোচন | Assamese |
শিশুৰ কলৰৱেৰে মুখৰিত গ্ৰন্থমেলাৰ বাকৰি একাদশ দিনালৈ গ্ৰন্থ বিক্ৰী হল ৪ কোটিৰো অধিক টকাৰ | Assamese |
সাংবাদিক বেদিশ চন্দ্ৰ নাথ আৰু সমীন কলিতাক সংবাদ ইন্দ্ৰ গ্ৰাম্য বঁটা২০২০২১ প্ৰদান | Assamese |
মোৰ দেশৰ কবিতাে মুখৰিত অসম গ্ৰন্থমেলা | Assamese |
২০২১ বৰ্ষৰ সাহিত্য অকাডেমী বঁটা অনুৰাধা শৰ্মা পূজাৰীলৈ | Assamese |
এখুদ ককাইদেউ নৱকান্ত বৰুৱাৰ আজি ওপজা দিন কলিয়াবৰত বৰ্ণাঢ্য অনুষ্ঠানৰ আয়োজন | Assamese |
বিশিষ্ট সাহিত্যিককথাশিল্পী ইমৰান শ্বাহৰ ৰচনাৱলীৰ দ্বিতীয় খণ্ড উন্মোচন | Assamese |
ধুবুৰী জিলা সাহিত্য সভাৰ উদ্যোগত অৰুণোদয় দিৱস আৰু জননেতা শৰৎচন্দ্ৰ সিংহৰ স্মৃতিত জনতাৰ দিন পালন | Assamese |
অসম সাহিত্য সভাৰ ১০৫সংখ্যক প্ৰতিষ্ঠা দিৱস বৰ্ণাঢ্য জনগোষ্ঠীয় সাংস্কৃতিক সমাৰোহ অনুষ্ঠিত | Assamese |
সাহিত্যিক মীনাক্ষি বুঢ়াগোহাঁইৰ নতুন উপন্যাস ঈৰজৰ মৰূদ্যান উন্মোচন | Assamese |
খেলপথাৰৰ মাজতে তুলিলে চেল্ফী আকৌ আইপিএলত চৰ্চিত হৈ পৰিছে অসম সন্তান ৰিয়ান পৰাগ | Assamese |
কভিড১৯ৰ বাবে আইপিএল আধাতে এৰি ঘৰলৈ গল অশ্বিনসহিতে কেইবাজনো ক্ৰিকেট তাৰকা | Assamese |
নায়ক বিধ্বংসী জাডেজা আৰ চি বিৰ বিৰুদ্ধে এক অভাৰত ৩৭ৰাণ কৰি স্পৰ্শ কৰিলে ৰেকৰ্ড | Assamese |
ভাৰতৰ কভিড পৰিস্থিতিক লৈ উদ্বিগ্ন ছোৱেইব আখটাৰ নিজ দেশক জনালে বিশেষ অনুৰোধ | Assamese |
কভিড যোদ্ধাসকললৈ সন্মান জনাই জন্মদিন পালন নকৰিলে শচীন টেণ্ডুলকাৰে শুভকামনাৰ জোৱাৰ | Assamese |
যুৱ বিশ্ব বক্সিং চেম্পিয়নশ্বিপত ইতিহাস গঢ়িলে ভাৰতীয় কন্যাই ৭খনৰ ৭খন ফাইনেলতেই জিকিলে স্বৰ্ণ | Assamese |
কভিড১৯ত আক্ৰান্ত হল ধোনীৰ পিতৃমাতৃ চেন্নাই ছুপাৰ কিংছে ললে চিকিৎসাৰ দায়িত্ব | Assamese |
বেটেবলে দুৰ্দান্ত প্ৰদৰ্শনেৰে ৰাজস্থানৰ বিৰুদ্ধে দুৰন্ত জয় ধোনীৰ চেন্নাইৰ | Assamese |
নাগালেণ্ডৰ আবিঅজেনেছিচ বেণ্ডৰ গায়ক আৰেনলা চুবঙৰ নামৰ নাট সংকলন মুকলি | Assamese |
ফৰ্বছ ইণ্ডিয়াৰ ৩০ৰ অনূৰ্ধ্বৰ ৩০ তালিকাত স্থান লাভ গুৱাহাটীৰ ডিজাইনাৰ ৰঞ্জন বৰদলৈৰ | Assamese |
কণ্ঠশিল্পী অনামিকা দেৱী তালুকদাৰৰ সুৰৰ আলিংগন উন্মোচন | Assamese |
অসম সাহিত্য সভাৰ বৰডুমচা অধিৱেশনত সাহিত্য অনুৰাগী গ্ৰন্থপ্ৰেমীৰ বিপুল সমাৱেশ | Assamese |
গুৱাহাটীত ২৫ ফেব্ৰুৱাৰিত হিপ হপ সংগীত অনুষ্ঠান | Assamese |
বিধানসভা চৌহদত চ্যুকাফাৰ প্ৰতিমূৰ্তি স্থাপনৰ দাবী বিবেচনা কৰা হবমেডামমেফিত ঘোষণা মুখ্য মন্ত্ৰীৰ | Assamese |
গুৱাহাটীত ভোজন আৰু পানীয়ৰ একমাত্ৰ সন্মান গুৱাহাটী খাদ্য বঁটা ২০১৮ৰ বাবে মনোনয়ন আহ্বান | Assamese |
জোৱাইত উপস্থিত ৰাহুল গান্ধী শ্বিলঙত সংগীতানুষ্ঠানৰ যোগেদি চলাব নিৰ্বাচনী প্ৰচাৰ | Assamese |
অহা ১৬ ফেব্ৰুৱাৰীৰ পৰা গুৱাহাটীত অনুষ্ঠিত হব অৰুণাচল মহোৎসৱ | Assamese |
উত্তৰ পূৱ সীমান্ত ৰেলৱেৰ ভাৰোত্তোলক মীৰাবাই চানুৰ নতুন অভিলেখ স্থাপন | Assamese |
টি২০ বিশ্বকাপৰ বাবে ভাৰতলৈ আহিব পাকিস্তান ক্ৰিকেট টীম নিশ্চয়তা প্ৰদান বিচিচিআইৰ | Assamese |
জঘন্য কাণ্ড৩০ জনী নাবালিকাক ধৰ্ষণ কৰি হত্যা ৪০ কিলোমিটাৰ খোজ কাঢ়ি গৈও কৰিছিল অপহৰণ | Assamese |
সহকৰ্মীক হত্যা কৰাৰ অপৰাধত কেৰালাত গ্ৰেপ্তাৰ অসমৰ যুৱক | Assamese |
লেখিকাক ধৰ্ষণৰ অপৰাধত দোষী সাব্যস্ত ডনাল্ড ট্ৰাম্প ৪১০ কোটি টকাৰ জৰিমনা বিহিলে আদালতে | Assamese |
দক্ষিণৰ একমাত্ৰ গেৰুৱা দুৰ্গত পতন প্ৰচণ্ড চাপত মোডীশ্বাহ | Assamese |
গুৱাহাটী ৰেল ষ্টেশ্যনত জব্দ নগদ ৬০ লাখ টকা দুজনক আটক | Assamese |
অসমত স্থাপন কৰা হব পাঁচখনকৈ আদালত মুখ্যমন্ত্ৰীৰ ঘোষণা | Assamese |
হাইদৰাবাদত অনুষ্ঠিত ৱিকি কনফাৰেন্স ইণ্ডিয়াত অসমৰ ৮ গৰাকী স্বেচ্ছাসেৱকৰ অংশগ্ৰহণ | Assamese |
কৰ্ণাটকৰ নিৰ্বাচন সম্পৰ্কে বিশিষ্ট সক্ৰিয়কৰ্মী যোগেন্দ্ৰ যাদৱৰ সৈতে কথোপকথন মুখ্য সম্পাদক পৰেশ মালাকাৰৰ | Assamese |
২০ কোটিৰ সম্পত্তি জব্দ চিকিৎসকে সৰকালে মৃত কৰ্মচাৰীৰ নামতো লক্ষ লক্ষ ধন | Assamese |
নক্সি লিটিল টেলচ্ বঙাইগাঁৱত তচমিনা দাসৰ চুটি গল্পৰ পুথি উন্মোচন | Assamese |
অসম সাহিত্য সভা পত্ৰিকাৰ বাবে লিখনি আহ্বান এই ঠিকনাফোন নম্বৰত লেখকে কৰিব পাৰে যোগাযোগ | Assamese |
জ্যেষ্ঠ সাংবাদিক ধীৰুমণি গগৈৰ নিষিদ্ধ যোদ্ধাদ্য হিডেন চেপ্টাৰ্ছ উন্মোচন | Assamese |
শৰৎ চন্দ্ৰ গোস্বামী আৰু চৈয়দ আব্দুল মালিকক স্মৰণ সাপটগ্ৰাম শাখা সাহিত্য সভাৰ | Assamese |
কথাশিল্পী ইমৰাণ শ্বাহক আনুষ্ঠানিক ভাবে পদ্মশ্ৰী সন্মান প্ৰদান | Assamese |
হাজোত প্ৰভাত ভাগৱতীৰ কাব্য সংকলন অনুভূতি উন্মোচন | Assamese |
সাক্ষাৎ কৰিবলৈ অহা মুখ্যমন্ত্ৰীক অসমীয়া ভাষা ৰক্ষাৰ আহ্বান জ্ঞানপীঠ বঁটা বিজয়ী নীলমনি ফুকনৰ | Assamese |
ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱাৰ ১৮৬ সংখ্যক জন্ম জয়ন্তী উদযাপন | Assamese |
গোলাপী জামুৰ লগ্ন কবি নীলমণি ফুকনলৈ জ্ঞানপীঠ বঁটা | Assamese |
লোক শিল্পী কমলা গগৈক বকুল বন বঁটা প্রদান | Assamese |
কাঁহ শিল্পৰ উত্তৰণৰ বাবে চৰকাৰে গ্ৰহণ কৰিব সুকীয়া আঁচনি | Assamese |
জাহ্নু বৰুৱা পৰিচালিত প্ৰদৰ্শিত হব মুম্বাই আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত | Assamese |
অহা ১ ফেব্রুৱাৰিৰ পৰা তেজপুৰত অনুষ্ঠিত হব ব্ৰহ্মপুত্ৰ জনগোষ্ঠীয় উৎসৱ | Assamese |
গণতন্ত্ৰ দিৱসৰ গুগলৰ প্ৰতীকত গৌৰৱেৰে স্থান লাভ কৰিলে অসমীয়া জাপিয়ে | Assamese |
২৮ ২৯ ৩০ জানুৱাৰিত মিচিং আগম কেবাঙৰ দিহিংমুখ সমিতিৰ ৰূপালী জয়ন্তী উদযাপন | Assamese |
ইশু আৰু মেমিজ অব এ ফৰগটেন ৱাৰ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱলৈ | Assamese |
ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ সৌন্দৰ্য্য প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব নাগা মডেল নেইলাংগুনু চাঞ্চুৱে | Assamese |
দেশবিদেশৰ বিভিন্ন প্ৰান্তৰ লাখ লাখ ভাৰতীয়ৰ হৃদয় জিনিলে বি এছ এফৰ এজন অসমীয়া জোৱানৰ ছেক্সফন বাদনে | Assamese |
বৰপেটাত পুৰুষোত্তম ন্যাসৰ উদ্যোগত কামৰূপী লোকগীতৰ প্ৰশিক্ষণ | Assamese |
অভাৰলেপিং ৫১৩৯৭ সলনি মাত্ৰ ২০২৫ হাজাৰেহে নিযুক্তি পোৱাৰ সম্ভাৱনা প্ৰকট হৈছে | Assamese |
গুৱাহাটীত ঘৰুৱা সহায়িকা আৰু স্বামীয়ে মিলি ৩ লাখ টকা লুটি নিলে মালিকৰ গ্ৰেপ্তাৰ আৰক্ষীৰ | Assamese |
মধ্যপ্ৰদেশত দলঙৰ পৰা বাগৰি পৰি দুৰ্ঘটনাগ্ৰস্ত যাত্ৰীবাহী বাছ ১৫জনৰ মৃত্যু আহত ২৫জন | Assamese |
কাহ ৰোগ নহয় ৰোগৰ এটা লক্ষণ হে শিশুৰ কাহ হলে কি কৰিব | Assamese |
মুখ্যমন্ত্ৰী বীৰেন সিঙে জনালে মণিপুৰৰ হিংসাত ৬০ জন লোকে হেৰুৱাইছে প্ৰাণ জ্বলিছে ১৭০০ ঘৰ | Assamese |
আমেৰিকাৰ শ্বপিংমলৰ নিৰ্বিচাৰ গুলীচালনাত মৃত্যু ভাৰতীয় যুৱতী অভিযন্তাৰ শোকস্তব্ধ পৰিয়াল | Assamese |
আদালত অৱমাননাৰ অপৰাধত অধিবক্তাক ৬ মাহৰ কাৰাদণ্ড গুৱাহাটী উচ্চ ন্যায়ালয়ৰ | Assamese |
দলৰ গোপন তথ্য বুকীক যোগান ধৰি নিষিদ্ধ হল প্ৰশিক্ষকৰ দায়িত্বত থকা এইজন তাৰকা ক্ৰিকেটাৰ | Assamese |
অসম সন্তান ৰিয়ান পৰাগৰ প্ৰশংসাত পঞ্চমুখ বিশ্ব ক্ৰিকেটৰ এজন প্ৰাক্তন তাৰকা কোন | Assamese |
আক্ৰমণৰ সম্মুখীন হল নামীদামী খেলুৱৈৰে ভৰ্তি এখন বাছ ভাঙিলে বাছৰ খিৰিকী কত | Assamese |
ক্ৰিকেটাৰসকলৰে বাৰ্ষিক চুক্তিৰ তালিকা প্ৰকাশ বিচিচিআইৰ কোনে কিমান কোটি টকা লাভ কৰিব | Assamese |
মন্ত্ৰী অশোক সিংঘলৰ পৰিয়ালৰ মালিকানাধীন প্ৰটেক গ্ৰুপৰ সুউচ্চ অট্টালিকাৰ নিৰ্মাণ অবৈধআপ | Assamese |
চাণক্য নীতিশত্ৰুতকৈও ভয়ংকৰ এইবোৰ মানুহ ভুলতো তেওঁলোকৰ সহায় নলব | Assamese |
গোপিকানন্দ শইকীয়াৰ অভিনন্দন গ্ৰন্থ ৰদ অনা মানুহ জন উন্মোচন | Assamese |
২৩ জন সাহিত্যিকলৈ অসম চৰকাৰৰ সাহিত্যিক পেঞ্চন | Assamese |
অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি কথাশিল্পী ইমৰাণ শ্বাহক বৰ অসম সমন্বয় বঁটা ২০২১ প্ৰদান | Assamese |
সৃষ্টিশীল লেখক আৰু প্ৰকাশকক উদগনিৰ বাবে ব্যতিক্ৰমী পদক্ষেপ অসম প্ৰকাশন পৰিষদৰ | Assamese |
কল্প কাহিনীৰ সম্ৰাট ৰঞ্জু হাজৰিকালৈ শিকলি টীয়কপৰীয়া সাহিত্য বঁটা | Assamese |
জাফাৰ বটা প্ৰদান অনুষ্ঠান বিভিন্ন ক্ষেত্ৰৰ ২৭ গৰাকী ব্যক্তিলৈ এচিভাৰ্ছ এৱাৰ্ড | Assamese |
৮৯ বছৰ বয়সত ভৰি দিলে কথাশিল্পী ইমাৰাণ শ্বাহে | Assamese |
প্রগতিশীল আলোচনী নতুন পদাতিক ইসংস্কৰণ প্রকাশ | Assamese |
উদীয়মান গল্পকাৰ প্ৰদ্যুম্ন কুমাৰ গগৈলৈ ২০২১ বৰ্ষৰ মুনীন বৰকটকী সাহিত্য বঁটা | Assamese |
নন্দ তালুকদাৰ ফাউণ্ডেশ্যনৰ উদ্যোগত প্ৰদৰ্শনীত প্ৰদৰ্শিত হব অসমৰ প্ৰথম আলোচনী অৰুণোদয় | Assamese |
পাকিস্তানৰ তাৰকা বাবৰ আজমৰ হাতত পৰাস্ত হল ভাৰতৰ বিৰাট কোহলী কত | Assamese |
অনবদ্য বলিং প্ৰদৰ্শনৰ বাবে ভূৱনেশ্বৰ কুমাৰক মাৰ্চ মাহৰ শ্ৰেষ্ঠ ক্ৰিকেটাৰৰ সন্মান আইচিচিৰ | Assamese |
সলনি নহল ইতিহাস ৰাছেলৰাণাৰ দুৰ্দান্ত প্ৰদৰ্শেনেও মুম্বাইৰ বিৰুদ্ধে জিকাব নোৱাৰিলে কলকাতাক | Assamese |
জীৱনৰ দ্বিতীয় ইনিংছলৈ সাজু প্ৰেমিকৰ সৈতে বিয়াৰ তাৰিখ জনালে তাৰকা খেলুৱৈ জ্বালাই | Assamese |
বলিউড তাৰকাক্ৰিকেটাৰসকলৰ বাবে আহুকালৰ সমুখীন হৈছে কভিড ৰোগীসকল কোনে কলে | Assamese |
পঞ্জাৱে হৰুৱালে ৰাজস্থানক অথলে গল সঞ্জুৰ মহাকাব্যিক ইনিংছ থমকিল ৰিয়ান পৰাগৰ বেট | Assamese |
Subsets and Splits
No community queries yet
The top public SQL queries from the community will appear here once available.