text stringlengths 1 2.59k ⌀ | language stringclasses 10
values |
|---|---|
ভিডিঅযোগে জুবিন গাৰ্গৰ শুভকামনা আগষ্টৰ পৰা গাৰ্গৰ গীতৰ প্ৰতিযোগিতা অনামিকা ছীজন ৪ | Assamese |
ৰেডিঅচিটি ফ্ৰীডম এৱৰ্ডছলৈ মনোনীত সংগীতশিল্পী আলব নাগা | Assamese |
বিহু মঞ্চত জাতীয় সাজপাৰ পৰিধান কৰাৰ আহ্বান বিহু সুৰক্ষা সমিতিৰ | Assamese |
হেঁপাহৰ বহাগক মনে প্ৰাণে আদৰিবলৈ সাজু পাঠশালা ৰঙালী বিহু সন্মিলনী | Assamese |
ডিমৌত ১ এপ্ৰিলৰ পৰা আৰম্ভ হব বিহুনাচ আৰু ঢোলবাদনৰ কৰ্মশালা | Assamese |
কোকৰাঝাৰত বড়োলেণ্ড আৰু ৰাজস্থানৰ মাজত সাংস্কৃতিক বিনিময় কাৰ্যসূচী সম্পন্ন | Assamese |
কৰ্ণাটকত বিজেপিৰ ফলাফল বেয়া হব বুলি জানিছিলোঁৱেই হিমন্ত বিশ্ব শৰ্মা | Assamese |
বিশ্বাসঘাতক প্ৰেমিক বেংগালুৰুত নিজকে শেষ কৰি দিলে অসমৰ অন্তঃসত্ত্বা যুৱতীয়ে | Assamese |
সংকট আৰু বিপদৰ সময়ত এইবোৰ কথা অৱশ্যেই মনত ৰাখিব চাণক্যই দিছে উপদেশ | Assamese |
আন্তৰ্জাতিক নাৰ্চ দিৱসৰ শুভেচ্ছা শচীন টেণ্ডুলকাৰে টুইটাৰত আপলোড কৰিলে অসমৰ নাৰ্চৰ ছৱি | Assamese |
দেউলীয়া অসম চৰকাৰ বিভিন্ন বিভাগৰ কৰ্মচাৰীক দৰমহা প্ৰদানত চূড়ান্তভাৱে ব্যৰ্থ হিমন্ত বিশ্ব শৰ্মা চৰকাৰ | Assamese |
হত্যাৰ গোচৰত অভিযুক্ত মল্লযুঁজাৰু সুশীল কুমাৰৰ কেৰিয়াৰ শেষ নেকি কি কলে প্ৰশিক্ষকে | Assamese |
মহামাৰিৰ বাবে ১৬৬ কোটিৰো অধিক আৰ্থিক লোকচানৰ সম্মুখিন ইংলেণ্ড আৰু ৱেলছ ক্ৰিকেট ব্ড | Assamese |
কৰ্ণাটকত মুমকিন নহল মোডী তন্ত্ৰ নতুন মন্ত্ৰেৰে বাজীমাৎ ৰাহুলৰ | Assamese |
জেল নেইল এক্সটেনচন কৰিবলৈ গৈ সৰ্বনাশ মাতিলে যুৱতীয়ে হেৰুৱালে হাত লৰচৰ কৰাৰ ক্ষমতা | Assamese |
অপ্ৰতিৰোধ্য বাবৰ আজম অভিলেখৰ পাছত অভিলেখ গঢ়ি গৈছে পাকিস্তানৰ তাৰকা ক্ৰিকেটাৰজনে | Assamese |
কৰ্ণাটকত কংগ্ৰেছৰ সংখ্যাগৰিষ্ঠতা নিৰ্বাচনত কি ইছ্যু চলিল কি নচলিল | Assamese |
যুদ্ধৰ খবৰ ভয়াবহ বিস্ফোৰণত কঁপি উঠিল ৰাছিয়াৰ দখলত থকা লুহানস্ক চহৰ | Assamese |
আৰিয়ান খানৰ ড্ৰাগছৰ গোচৰত শ্বাহৰুখৰ পৰা ২৫ কোটি টকা দাবী চিবিআইৰ জালত সমীৰ ৱাংখেড়ে | Assamese |
কৰ্ণাটকত ভোটগণনাৰ মাজতে বিজেপি কাৰ্যালয়লৈ যোৱা মুখ্যমন্ত্ৰী বোম্মাইৰ সন্মুখত সাপ | Assamese |
খেলপথাৰৰ ভিতৰতে নহয় বাহিৰতো দলৰ অধিনায়ক উচ্চ প্ৰশংসিত হৈছে মহেন্দ্ৰ সিং ধোনী কিয় | Assamese |
অনুবাদ সাহিত্যৰ বাবে বিশিষ্ট লেখক ডঃ সঞ্জীৱ উপাধ্যায়লৈ সাহিত্য অকাডেমী বঁটা | Assamese |
চাইবাৰ অপৰাধীৰ কবলত কেইবাগৰাকী স্বনামধন্য অসমীয়া সাহিত্যিকৰ গ্ৰন্থ এজনক গ্ৰেপ্তাৰ | Assamese |
অসম সাহিত্য সভাৰ ষষ্ঠ পূৰ্ণাংগ কাৰ্যনিৰ্বাহক সম্পন্ন বিত্তীয় কেলেংকাৰীকলৈ সৰৱ একাংশ সদস্য | Assamese |
বিভক্ত হল পূৰ্বাঞ্চল টাই সাহিত্য সভা পূৰ্বাঞ্চল টাই সাহিত্য সভাৰ কাম কাজত ক্ষুন্ন একাংশ প্ৰতিনিধি | Assamese |
পৰী হিলৈদাৰীলৈ ২০২১ বৰ্ষৰ অনুবাদ সাহিত্যৰ অকাডেমি বঁটা | Assamese |
স্বামীক হত্যাহাউ টু মাৰ্ডাৰ ইয়ৰ হাজবেণ্ড গ্ৰন্থৰ লেখিকাক যাৱজ্জীৱন কাৰাদণ্ড | Assamese |
কৰনাত বিধ্বস্ত দেশ আৰ্তজনক সহায়ৰ হাত আগবঢ়াবলৈ আগুৱাই আহিল ইৰফানইউছুফ | Assamese |
মাতৃৰ মৃত্যুৰ দুসপ্তাহ পাছতেই কৰনাত ভগ্নীকো হেৰুৱালে এইগৰাকী ভাৰতীয় তাৰকা ক্ৰিকেটাৰে | Assamese |
হৰেকৃষ্ণ ডেকাৰ কবিতা অন্ধতা | Assamese |
পুনৰ আৰম্ভ হব আইপিএল ২০২১ কোনখন দেশত অনুষ্ঠিত কৰাৰ কথা চিন্তা কৰিছে বিচিচিআইয়ে | Assamese |
ৰাস্তাত খোজকাঢ়ি থাকোতেই অপহৰণ অষ্ট্ৰেলিয়াৰ প্ৰাক্তন ক্ৰিকেট তাৰকা ষ্টুৱাৰ্ট মেকগিলক কিয় | Assamese |
কভিড১৯ স্থগিত ৰখা হল চলিত বৰ্ষৰ আইপিএল বিচিচিআইৰ ঘোষণা | Assamese |
শিলচৰত ৩ মাৰ্চৰ পৰা নৰেশ চন্দ্ৰ পাল সোঁৱৰণী সৰ্বভাৰতীয় একাংকিকা নাটক প্ৰতিযোগিতা | Assamese |
দৌলোৎসৱৰ ফাকুৱাত জনসমুদ্ৰত পৰিণত বৰপেটা সত্ৰ বিভিন্ন প্ৰান্তৰ অগণন ভক্তৰ সমাগম | Assamese |
ৰীমা দাসৰ চিনেমা ভিলেজ ৰকস্তাৰ্ছ শুকুৰবাৰে প্ৰদৰ্শিত হৈছে গ্লাছগ ফিল্ম ফেষ্টিভেলত | Assamese |
চৰকাৰে সকলো আঞ্চলিক ভাষাৰ চলচ্চিত্ৰ ক্ষেত্ৰক উৎসাহ দিব পৰাকৈ প্ৰস্তুত কৰিব চলচ্চিত্ৰ নীতি নৱ দলে | Assamese |
জামুগুৰীহটীয়া ৰাইজৰ সামূহিক উদ্যমেৰে দুশ বছৰ পাৰ কৰি আজিও সজীৱ বাৰেচহৰীয়া ভাওনা | Assamese |
মিজোৰামত পালন কৰা হৈছে পৰম্পৰাগত উৎসৱ চাপচাৰ কুট | Assamese |
আৰম্ভ হল জামুগুৰিহাটৰ বাৰেচহৰীয়া ভাওনা ৰাজনাথ সিঙে কলে ২২০ বছৰীয়া এনে পৰম্পৰাগত অনুষ্ঠানত ভাগ লৈ পোৱা নাই কেতিয়াও | Assamese |
বাৰেচহৰীয়া ভাওনাৰ প্ৰস্তুতি সম্পূৰ্ণ আকৰ্ষিত হৈছে দেশীবিদেশী পৰ্যটক | Assamese |
কোকৰাঝাৰত ১০ৰ পৰা ২০ মাৰ্চলৈ অনুষ্ঠিত হব ৰাষ্ট্ৰীয় জনজাতীয় গ্ৰন্থ উৎসৱ | Assamese |
উৎপল বৰপূজাৰীৰ শিশুৰ ছবি ইশুৱে পালে বেংগালুৰু আন্তঃৰাষ্ট্ৰীয় ফিল্ম ফেস্তিভেলত জুৰিৰ বিশেষ সন্মান | Assamese |
কৰ্ণাটক বিধানসভা নির্বাচনৰ ভোটগণনা আৰম্ভ বিজেপিকংগ্ৰেছৰ মাজত তীব্ৰ প্ৰতিদ্বন্দ্বিতাৰ ইংগিত | Assamese |
পুৱাই ১০০তকৈয়ো অধিক আসনত অগ্ৰগতি কংগ্ৰেছত আনন্দৰ লহৰ | Assamese |
গুৱাহাটী মহানগৰীত নাহৰফুটুকীৰ আক্ৰমণত আহত দুজন | Assamese |
জীৱনত যদি বাৰে বাৰে প্ৰতাৰিত হৈছে তেন্তে চাণক্যৰ এই কথাবোৰ মনত ৰাখিব | Assamese |
ভাৰতীয় সেনাৰ বীৰত্ব জয় বজৰংবলী ধ্বনিৰে কঁপি উঠিল ব্ৰিটেইনৰ মাটি | Assamese |
বিশ্বত প্ৰথম ব্ৰিটেইনত ৩ জন লোকৰ ডিএনএৰ পৰা জন্ম হল শিশুৰ | Assamese |
৩২৪ গৰাকী কভিড চাফাই কৰ্মীক নিযুক্তিৰ প্ৰতিশ্ৰুতি দি পাহৰিলে নেকি মুখ্যমন্ত্ৰীয়ে | Assamese |
২ বছৰীয়া মুখ্যমন্ত্ৰীয়ে পাহৰিলে কি কি চকীত বহাৰ আগেপাছে কোৱা বহু প্ৰতিশ্ৰুতি চুড়ান্ত বিফল | Assamese |
প্ৰথমবাৰৰ বাবে ভাৰতীয় ভাষাত লিখা উপন্যাসলৈ সন্মান গীতাঞ্জলি শ্ৰীলৈ বুকাৰ বঁটা | Assamese |
বড়ো সাহিত্য সভাৰ অধিবেশন আৰম্ভ ৰাষ্ট্ৰপতিৰ আগমণৰ বতৰাকলৈ উৎফুল্লিত তামুলপুৰবাসী | Assamese |
বঙাইগাঁৱত অনুষ্ঠিত অসম বহুভাষিক কবি সন্মিলনৰ অধিৱেশন সাতখন গ্ৰন্থ উন্মোচন | Assamese |
প্রতিবছৰে অসম জাতীয় পৰিষদে পালন কৰিব ভাষা গৌৰৱ দিৱস | Assamese |
অসম সাহিত্য সভা বিশ্বৰ সাহিত্যানুষ্ঠানৰ বাবে আদর্শজ্ঞানপীঠ নির্বাচন সমিতিৰ অধ্যক্ষা ড° প্রতিভা দেৱী ৰয় | Assamese |
হে মোৰ সপোনৰ সূৰ্যৰ মানুহজ্ঞানপীঠ বঁটা গ্ৰহণ কৰি আৰু কি কলে কবি নীলমনি ফুকনে চাওক কাব্যঋষিৰ ভাষণৰ সম্পূৰ্ণ পাঠ | Assamese |
ৰবীন্দ্র ভৱনত কাব্যঋষি নীলমণি ফুকনক জ্ঞানপীঠ বঁটা প্ৰদান | Assamese |
ভাৰতৰ কভিড যুদ্ধৰ বাবে ইউনিচেফলৈ ক্ৰিকেট অষ্ট্ৰেলিয়াই আগবঢ়াব ৫০০০০ মাৰ্কিন ডলাৰ | Assamese |
ডঃ ভবেন্দ্ৰ নাথ শইকীয়াৰ জন্ম দিৱস উপলক্ষে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আৰোহন স্মৃতিচাৰণ সভা | Assamese |
২৪ ফেব্ৰুৱাৰিৰ পৰা গুৱাহাটী জিলা পুথিভঁৰালত জ্যোতিৰূপাৰ সিংহপুৰুষ ৰাধাগোবিন্দ বৰুৱা সোঁৱৰণী পূৰ্ণাংগ নাট সমাৰোহ | Assamese |
নিয়কুম য়ুলউ উপলক্ষে জনসাধাৰণক শুভেচ্ছা জনাইছে অৰুণাচলৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৱে | Assamese |
ভাৰতৰ কভিড যুদ্ধ আইপিলৰ দৰমহাৰ এক অংশ দান কৰিব ৱেষ্ট ইণ্ডিজৰ তাৰকা নিকলাছ পুৰাণে | Assamese |
অহা ২৮ ফেব্ৰুৱাৰীৰ পৰা বৰপেটা সত্ৰত পাঁচদিনীয়াকৈ অনুষ্ঠিত হব দৌল মহোৎসৱ | Assamese |
আইপিএল কাৰাবাসৰ সম্মুখিন হব নেকি মেক্সৱেল স্মিথ ৱাৰ্ণাৰকে ধৰি অষ্ট্ৰেলিয়ান ক্ৰিকেটাৰসকল | Assamese |
চুম্মা চুম্মা দিয়ানা পত্নীক খেলপথাৰতে চুমা খালে মুম্বাই ইণ্ডিয়ানছৰ এইগৰাকী তাৰকাই চাওক | Assamese |
এপ্ৰিলত মুক্তি পাব পেডমেনে সুখ্যাতি লভা অসমীয়া অভিনেত্ৰী উৰ্মিলা মহন্তৰ পৰৱৰ্তী ছবি বিয়ণ্ড দ্য ক্লাউডছ | Assamese |
উত্তৰপূৰ্বাঞ্চলৰ মুঠ বাৰটা ভাষা সংকটাপন্ন ভাষাৰ তালিকাত অসমৰ আছে দুটা ভাষা | Assamese |
গুৱাহাটীত মঞ্চস্থ হব অৰুণ শৰ্মাৰ নাট আহাৰ | Assamese |
আজিৰেপৰা ডিফুৰ তাৰালাংচত ব্যাপক উৎসাহ উদ্দীপনাৰে আৰম্ভ কাৰ্বি যুৱ মহোৎসৱ | Assamese |
অহা মাৰ্চত ছিকিমত অনুষ্ঠিত হব ভাৰতৰ উৎসৱ শীৰ্ষক সাংস্কৃতিক মহোৎসৱ | Assamese |
কাইলৈৰ পৰা ডিফুৰ তাৰালাংচত আৰম্ভ হব কাৰ্বি যুৱ মহোৎসৱ | Assamese |
অক্সিজেন ক্ৰয়ৰ বাবে মিছন অক্সিজেনলৈ এক কোটি টকাৰ বৰঙণি আগবঢ়ালে শচীন টেণ্ডুলকাৰে | Assamese |
চিবিএছইৰ দ্বাদশ শ্ৰেণীৰ ফলাফল ঘোষণা কেনেকৈ চাব ফলাফল | Assamese |
অসুস্থ হৈ হাস্পাতালত পাপনকি হৈছে পাপনৰ | Assamese |
টুইটাৰৰ বাবে নতুন চিইঅ বিচাৰি পালে ইলন মাক্সে ৬ সপ্তাহৰ ভিতৰতে দায়িত্ব লব নতুনগৰাকীয়ে | Assamese |
২৬ মে পূৰ্বে ৱেটিং লিষ্ট প্ৰকাশ কৰাৰ দাবীত নলবাৰীত আৰু ৰ প্ৰতিবাদী অৱস্থান | Assamese |
ডিব্ৰুগড় আদালতে আজি ঘোষণা কৰিব চাঞ্চল্যকৰ ধৰ্ষণহত্যাৰ গোচৰৰ ৰায়দান | Assamese |
মণিপুৰত উগ্ৰপন্থীয়ে হত্যা কৰিলে আৰক্ষী কমাণ্ডোক অপহৰণ তিনিজন মেইটেইক | Assamese |
কেতিয়াও টকা হাতলৈ আহিলে এইবোৰ কাম নকৰিব জানি লওক চাণক্য নীতি | Assamese |
অসমমেঘালয় সীমান্তত পুনৰ সংঘৰ্ষ দুজন আহত | Assamese |
সকাহ ইমৰাণ খানৰ গ্ৰেপ্তাৰক অবৈধ ঘোষণা উচ্চতম ন্যায়ালয়ৰ শীঘ্ৰে মুকলি কৰি দিয়াৰ নিৰ্দেশ | Assamese |
টকাই ৰজা কৰোণাৰ সময়তো আইপিএল খেলাক লৈ তীব্ৰ কটাক্ষ এইজন প্ৰাক্তন তাৰকাৰ | Assamese |
কভিড যুদ্ধ কামিনছৰ পাছতে ভাৰতলৈ অনুদান আগবঢ়ালে প্ৰাক্তন তাৰকা ব্ৰেট লীয়ে | Assamese |
যথেষ্ট নাছিল ৰাছেলৰ বিস্ফোৰণ পৃথ্বীৰ ধুমুহাত দিল্লীৰ হাতত বিধ্বস্ত কলকাতা | Assamese |
অক্সিজেন ক্ৰয়ৰ বাবে পিএম কেয়াৰছ ফাণ্ডলৈ ৫০০০০ ডলাৰ আগবঢ়ালে এইজন অষ্ট্ৰেলিয়ান ক্ৰিকেটাৰে | Assamese |
তামুলপুৰত ৬১ সংখ্যক বড়ো সাহিত্য সভাৰ লাইখুটা স্থাপন ২৯ এপ্ৰিলত আহিব ৰাষ্ট্ৰপতি ৰামনাথ কোৱিন্দ | Assamese |
অৰূপা পটংগীয়া কলিতাৰ নৱতম উপন্যাস জছনাৰ ঝিটাছ উন্মোচন | Assamese |
গুৱাহাটীত অসম সাহিত্য সভাৰ উদোগত কেন্দ্ৰীয় সাহিত্য দিৱস উদযাপন | Assamese |
ব্যতিক্ৰম বৃক্ষৰ তলত ছাত্ৰছাত্ৰীপাঠকৰ বাবে বিশ্বনাথ মহাবিদ্যালয়ৰ মুকলি পুথিভঁৰাল | Assamese |
গুৱাহাটী প্ৰেছ ক্লাবত বন্দিতা গোস্বামী শইকীয়াৰ শিশুসাহিত্য সমগ্ৰ উন্মোচন | Assamese |
বিশিষ্ট লেখিকা অনিতা বৰুৱাৰ পৰলোকপ্ৰাপ্তি | Assamese |
মহামাৰিৰ সময়তো আইপিএলত কিয় ইমান টকা খৰচ কৰা হৈছে আশ্চৰ্য প্ৰকাশ অষ্ট্ৰেলিয়ান ক্ৰিকেটাৰৰ | Assamese |
গুণমুগ্ধৰ অন্তিম শ্ৰদ্ধাঞ্জলিনৱগ্ৰহত পঞ্চভূতত বিলীন হল জনপ্ৰিয় সংগীত শিল্পী অপূৰ্ব বেজবৰুৱাৰ নশ্বৰ দেহ | Assamese |
উমানন্দত স্থাপন যাত্ৰী জিৰণি চাৰ আধাৰশিলা শিৱৰাত্ৰি উপলক্ষে ব্যাপক ভিৰ গুৱাহাটীৰ শিৱ মন্দিৰসমূহত | Assamese |
কোকৰাঝাৰ জিলা সাংস্কৃতিক সন্থাৰ অধিবেশনপৰম্পৰাগত বাদ্যবাজনা আৰু নৃত্যৰ প্ৰদৰ্শন | Assamese |
কাইলৈৰ পৰা গুৱাহাটীৰ টাটা ইনষ্টিটিউট অৱ চশ্বেল চাইন্সেজৰ বাৰ্ষিক সাহিত্যসাংস্কৃতিক উৎসৱ ভাওমালান | Assamese |
শিৱৰাত্ৰি উপলক্ষে ভক্তই পূজা আগবঢ়ালে গুৱাহাটীৰ বশিষ্ঠাশ্ৰমৰ শিৱ মন্দিৰত আয়োজকৰ মতে পূৰ্বতকৈ কমিছে ভিৰ | Assamese |
নাট্যকাৰ পৰিচালক সপোনজ্যোতি ঠাকুৰলৈ আছুৰ স্বভাৱ শিল্পী অমূল্য কাকতী বঁটা | Assamese |
১৫১৯ ফেব্ৰুৱাৰিলৈ তৰালাংচত অনুষ্ঠিত হব কাৰ্বি যুৱ মহোৎসৱ | Assamese |
Subsets and Splits
No community queries yet
The top public SQL queries from the community will appear here once available.