text stringlengths 1 2.59k ⌀ | language stringclasses 10
values |
|---|---|
গুৰুতৰভাবে অসুস্থ কবি নীলমণি ফুকন | Assamese |
একে নিশাতে বিক্ৰীৰ অভিলেখ গঢ়িলে ৰাজকুমাৰ হেৰীৰ বিতৰ্কিত আত্মজীৱনীমূলক গ্ৰন্থ স্পেয়াৰএ | Assamese |
ন শিকাৰুৰ বাবে সুযোগ উড়িচী নৃত্যৰ প্ৰসাৰত ব্যস্ত নৃত্যশিল্পী ড০ অঞ্জনা ময়ী শইকীয়া | Assamese |
লছ এঞ্জেলছৰ চলচ্চিত্ৰ উৎসৱলৈ শৈশৱতে ধেমালিতে অসমীয়া সাজেৰে উজলিব দীপান্বিতা | Assamese |
টৰণ্ট ফিল্ম ফেষ্টিভেলত মুক্তি পাব ৰীমা দাসৰ নৱতম চিনেমা বুলবুল কেন ছিং | Assamese |
শিল্পী মন্দিৰা শৰ্মা লাহিড়ীক অসম সাহিত্য সভাৰ সম্বৰ্ধনা | Assamese |
আপাতানিসকলৰ দ্ৰি উৎসৱ উপলক্ষে জনসাধাৰণলৈ মুখ্য মন্ত্ৰী পেমা খাণ্ডুৰ শুভেছা | Assamese |
সহস্ৰাধিক ভক্তৰ উপস্থিতিত মাজুলী আউনীআটী সত্ৰৰ ৪০০ বৈষ্ণৱৰ বাবে ৯৭ টা বহা উদ্বোধন | Assamese |
তিনিগৰাকী অসম সন্তানলৈ সংগীত নাটক একাডেমি বঁটা | Assamese |
হৰি নামৰ ধ্বনিৰে গুঞ্জৰিত সমগ্ৰ পূব জামুগুৰি উলিওৱা হল বৰ্ণিল ভাগৱত শোভাযাত্ৰা | Assamese |
চাও লোকেশ্বৰ গগৈৰ সৃষ্টিৰাজি জাতীয় সাহিত্য আৰু জাতীয় জীৱনৰ কাৰণে এক মূল্যবান অৱদান উপেন্দ্ৰ বৰকটকী | Assamese |
ডিব্ৰুগড়ৰ ব্ৰহ্মপুত্ৰ ক্ৰেকাৰ এণ্ড পলিমাৰ লিমিটেডৰ উদ্যোগত বহাগী উৎসৱ পালন | Assamese |
মৰ্মান্তিক গুৱাহাটীত গাঁতত পৰা মোবাইল বুটলিবলৈ গৈ মৃত্যু মহিলাৰ | Assamese |
হিমন্তৰ হিতাধিকাৰী আঁচনিয়ে আনিব বিপদ বিষোদগাৰ আৰএছএছৰ কোন শীৰ্ষ নেতাৰ | Assamese |
বিবাহিত জীৱনত ইজনে সিজনক সন্তুষ্ট আৰু সুখী কৰাৰ উপায় কি চাওক চাণক্য নীতি | Assamese |
উৱেফা চেম্পিয়নছ লীগ ফাইনেল এটা গলৰ ব্যৱধানত পদক আঁজুৰি আনিলে চেলছিয়ে | Assamese |
কোন হব টীম ইণ্ডিয়াৰ পৰৱৰ্তী অধিনায়ক জনালে পাকিস্তানৰ এইগৰাকী প্ৰাক্তন তাৰকাই | Assamese |
ব্ৰাজিলিয়ান ফুটবল তাৰকা নেইমাৰৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ চাঞ্চল্যকৰ অভিযোগ কাৰ | Assamese |
দুৰ্দান্ত ফিটনেছ কোৱাৰেন্টাইনতো কঠোৰ অনুশীলনত ব্যস্ত টীম ইণ্ডিয়াৰ তাৰকা ঋষভ পন্ট | Assamese |
হিমন্তৰ অৱহেলাৰ বাবেই ডিমা হাছাওত বন্ধ ৩৭ খনকৈ বিদ্যালয় ডি ৱাই এফ আই | Assamese |
বিস্ময়কৰ আৱিষ্কাৰ আগতীয়াকৈ সৌৰ ধুমুহাৰ ভৱিষ্যদ্বাণী কৰিব নাছাই | Assamese |
ইমৰাণ খানক সমৰ্থনৰ অভিযোগ মুখ্য ন্যায়াধীশৰ বিৰুদ্ধে পাকিস্তানৰ সংসদত গৃহীত প্ৰস্তাৱ | Assamese |
ত নতুন ফিচাৰ কোনেও গম নাপাব গোপন বাৰ্তালাপ কেনেকৈ কৰিব | Assamese |
অনুষ্কাবিৰাটৰ মহানুভৱতা নতুন জীৱন প্ৰদান কৰিলে এই শিশুটিক জানো আহক | Assamese |
গ্ৰন্থৰ খবৰগল্পকাৰ বিপাশা বৰাৰ প্ৰথমখন উপন্যাস জাকাৰান্দা উন্মোচন | Assamese |
অসমীয়া ভাষাত হাইফেন ৰ ব্যৱহাৰ | Assamese |
গ্ৰন্থৰ বতৰগুৱাহাটীৰ অসম গ্ৰন্থমেলাৰ আৱাহন সভাকক্ষত দুখন গ্ৰন্থ উন্মোচন | Assamese |
গ্ৰন্থৰ বুকুত পুনৰ অসম আন্দোলনকটন বিশ্ববিদ্যালয়ত অসম আন্দোলনৰ গল্প উন্মোচন | Assamese |
অসম গ্ৰন্থমেলাত জলদ গম্ভীৰ আত্মপ্ৰকাশ | Assamese |
ফেচবুক কৰ্ণাৰলেখকে সুন্দৰৰ সাধনা কৰিলেও তেওঁ সত্যক এৰাই চলিব নোৱাৰে | Assamese |
৪ জানুৱাৰীত অসম গ্ৰন্থমেলা গুৱাহাটী প্ৰাংগনত জলবায়ু পৰিৱৰ্তনৰ কল্পকাহিনী ক্লাইফাই সাহিত্যত গোলকীয় উষ্ণতাৰ প্ৰতিনিধিত্ব আৰু জলবায়ু পৰিৱৰ্তনৰ ভৱিষ্যতৰ কল্পনা শীৰ্ষক পেনেল আলোচনাচক্ৰ | Assamese |
অসমৰ ৬ গৰাকী ব্যক্তিলৈ সাহিত্য অকাডেমীৰ বঁটা কোনে কোনে পালে এই বঁটা | Assamese |
মই তেওঁৰ সংগীহে মালিক নহয় পত্নীৰ ফটো বিতর্কৰ সন্দৰ্ভত এইদৰে কলে প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰ ইৰফান পাঠানে | Assamese |
অলিম্পিক পদকজয়ী সুশীল কুমাৰ বিৰুদ্ধে আৰু ৮ প্ৰত্যক্ষদৰ্শীৰ পৰা জবানবন্দী সংগ্ৰহ আৰক্ষীৰ | Assamese |
পেটৰ দায়ত ইটাভাটাত মজুৰি কৰিছে আন্তৰ্জাতিক ফুটবলাৰে খৱৰ পাই সাহায্য ঘোষণা মন্ত্ৰী ৰিজিজুৰ | Assamese |
টকাৰ অভাৱ পিন্ধিবলৈ ভাল এযোৰ জোতা নাই এই দেশখনৰ ক্ৰিকেটাৰ তাৰকাসকলৰ | Assamese |
দুদিনীয়া কাৰ্যসূচীৰে কোকৰাঝাৰত আৰম্ভ হৈছে বৈশাগুবৰদৈ চিখলা উৎসৱ | Assamese |
ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত জিলিকি উঠিল বিশ্বনাথৰ নৃত্য শিল্পীৰ দল | Assamese |
বৰ্ণাঢ্য সাংস্কৃতিক মহামিলনেৰে সামৰণি পৰিল ঐতিহ্যমণ্ডিত ঢকুৱাখনাৰ ফাট বিহু | Assamese |
৫৬ মেত বাৰদৈ চিখ্লা উদ্যাপন কৰিব বড়োলেণ্ড স্বায়ত্ত্ব শাসিত পৰিষদে | Assamese |
ত্ৰিপুৰাত স্থায়ী কলা বিথিকা স্থাপনৰ প্ৰতিশ্ৰুতি উপ মুখ্য মন্ত্ৰীৰ | Assamese |
দিল্লীৰাষ্ট্ৰীয় ৰাজধানী অঞ্চলত উলহমালহেৰে ৰঙালী বিহু উদযাপন | Assamese |
কলিয়াবৰ ছাত্ৰ সন্থাৰ ৰঙালী বিহু উদযাপন উখলমাখল কুৱঁৰীটোলৰ গান্ধী পথাৰ | Assamese |
৩৭০ বছৰীয়া পৰম্পৰাৰে মাজুলীৰ ঐতিহাসিক সত্ৰানুষ্ঠানত বৈষ্ণৱৰ বোকাখেল | Assamese |
পৃথিৱীৰ যতে নাথাকক আপোন সংস্কৃতিৰ টান থাকিবই লণ্ডনৰ প্ৰৱাসী অসমীয়াৰ সমাজৰ বিহু উদযাপন | Assamese |
গুৱাহাটী দেউৰী জাতীয় মঞ্চৰ দ্বাৰা পোন প্ৰথমবাৰৰ বাবে দেউৰী নৃত্য গীতমাতৰ কৰ্মশালা অনুষ্ঠিত | Assamese |
বন্দুকধাৰীৰ সন্ত্ৰাস আমেৰিকাত পুনৰ দুৰ্বৃত্তৰ গুলীত নিহত ৩ জন আহত ৯ জন | Assamese |
স্বস্তি কংগ্ৰেছৰ সিদ্দাৰামাইয়ালৈ শুভকামনা জনাই শিৱকুমাৰে কলে মই বিদ্ৰোহী নহয় | Assamese |
দু:সংবাদ পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে আৰক্ষী বিষয়া জোনমণি ৰাভাই | Assamese |
সন্তানৰ শত্ৰু হৈ পৰে এইসকল পিতৃমাতৃ বাৰে বাৰে সাৱধান কৰিছে চাণক্যই | Assamese |
ত বৃদ্ধক সহায় কৰাৰ চলেৰে ৪০ হাজাৰ টকা লৈ উধাও প্ৰৱঞ্চক | Assamese |
ধৰ্ষণকাৰী বিজেপি নেতাক গ্ৰেপ্তাৰৰ দাবীত দীঘলী পুখুৰীত আপৰ প্ৰতিবাদ প্ৰতিবাদকাৰীক আটক | Assamese |
বিশিষ্ট গল্পকাৰ সাংবাদিক মনোজ কুমাৰ গোস্বামীলৈ ভুল সত্য বাবে সাহিত্য অকাডেমী বঁটা | Assamese |
বিশিষ্ট চিন্তাবিদ সাহিত্যিক সাংবাদিক ড০ শিৱনাথ বৰ্মনৰ দেহাৱসান | Assamese |
লক্ষ্য এক ভাৰত শ্ৰেষ্ঠ ভাৰত দেশৰ বিভিন্ন চহৰত ভাৰতীয় ভাষা দিৱস উদযাপন নেচনেল বুক ট্ৰাষ্টৰ | Assamese |
কেতিয়ালৈ হব অস্থায়ী চিকিৎসাকৰ্মীৰ চাকৰি নিয়মীয়াকৰণ ঠিকাভিত্তিক কৰ্মচাৰীক কেতিয়া দিব দৰমহা | Assamese |
কৰ্তব্যৰত সাংবাদিকক দুৰ্ব্যৱহাৰআৰক্ষীক ধিক্কাৰ আম আদমি পাৰ্টীৰ | Assamese |
শিৱনাথ বৰ্মনএকাঁজলি শ্ৰদ্ধাঞ্জলি | Assamese |
সুৰংগ খান্দি শিলচৰৰ কাৰাগাৰৰ পৰা পলাল দুই হত্যাকাৰী জেইল বিষয়াক নিলম্বন | Assamese |
শ্ৰীলংকান সাহিত্যিক শ্বেহান কৰুণাতিলকালৈ ২০২২ বৰ্ষৰ বুকাৰ প্ৰাইজ | Assamese |
কিয় ক্ষমা বিচাৰিলে কিংবদন্তী গায়ক বব ডিলানে | Assamese |
নাগালেণ্ডৰ প্ৰখ্যাত সাহিত্যিক টেমচুলা আওৰ মৃত্যু | Assamese |
স্বস্তি ডুবাইৰ আকাশত বিমান দুৰ্ঘটনাৰ পৰা কথমপি ৰক্ষা পৰিল মেৰীকম | Assamese |
পেলেষ্টাইনৰ পতাকা লৈ অভিনৱ প্ৰতিবাদ সাব্যষ্ট কৰিলে এই দুজন বিশ্বশ্ৰেষ্ঠ ফুটবলাৰে চাওক | Assamese |
পৰিকল্পিত হত্যা কৰা হৈছিল নেকি ফুটবলৰ ৰাজপুত্ৰ ডিয়েগো মাৰাডোনাক তদন্ত অব্যাহত | Assamese |
পলাই থাকিও ৰক্ষা নহল অৱশেষত হত্যাৰ অভিযোগত গ্ৰেপ্তাৰ তাৰকা মল্লযুঁজাৰু সুশীল কুমাৰ | Assamese |
চলমান ৰুশ্বদীৰ আক্ৰমণকলৈ কঠোৰ পদক্ষেপ ইৰাণী সংগঠনৰ ওপৰত নিষেধাজ্ঞা আমেৰিকাৰ | Assamese |
উপন্যাস কলাৰ বিৱৰ্তন বুকাৰ বঁটা আৰু অসমীয়া উপন্যাস | Assamese |
কভিড পজিটিভ হল ৯১ বৰ্ষীয় মিলখা সিং হৈ কলে আচৰিত হৈছো মই সম্পূৰ্ণ সুস্থ। | Assamese |
আকৌ এটা অভাৰৰ ৬টা বলতেই ৬টা ছিক্সাৰ এইবাৰ কোন এইগৰাকী ক্ৰিকেটৰ যুৱৰাজ | Assamese |
হত্যাৰ ভাবুকি দিয়া হৈছিল দক্ষিণ আফ্ৰিকাৰ ক্ৰিকেট তাৰকা ফাফ ডু প্লেচিছক কেতিয়া কিয় | Assamese |
২৫৯ কোটি টকাৰ বাৰ্ষিক চুক্তিত ফুটবল ক্লাব সলাব নেকি মেছিয়ে জানো আহক সবিশেষ | Assamese |
ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে কলিয়াবৰতো হেঁপাহৰ ৰঙালীক আদৰিবলৈ প্ৰস্তুতি | Assamese |
আছুৰ বিহু কৰ্মশালাৰ সামৰণীৰঙালীক আদৰিবলৈ সাজু বিশ্বনাথৰ বালিচাংবাসী | Assamese |
ঐতিহ্য আৰু পৰম্পৰাৰ মাজেৰে মাজুলীত গৰু বিহু উদযাপন গোধনক নোৱাইধুৱাই শ্ৰীবৃদ্ধিৰ কামনা মাজুলীবাসীৰ | Assamese |
উত্তৰ ত্ৰিপুৰাত তিনিদিনীয়াকৈ আৰম্ভ হৈছে বিজু মহোৎসৱ | Assamese |
বিহু মঞ্চত হিন্দী নহয় অসমীয়া বা থলুৱা জনজাতীয় গীতহে পৰিৱেশন কৰা উচিত কল্পনা পাটোৱাৰী | Assamese |
কল্পনা পাটোৱাৰীৰ বিহুৰ উপহাৰ হৃদয় বীণাৰ তাঁৰ ছিঙি গল বহুবাৰ শীৰ্ষক গীতৰ এলবাম মুকলি গুৱাহাটী প্ৰেছ ক্লাবত | Assamese |
ৰীমা দাসৰ বিশ্বজুৰি প্ৰশংসিত অসমীয়া চিনেমা ভিলেজ ৰকষ্টাৰ্ছ ১৫ এপ্ৰিলত প্ৰদৰ্শিত হব ইণ্ডিয়ান ফিল্ম ফেস্তিভেল অৱ লছ এঞ্জেলছত | Assamese |
নামৰূপত ছাত্ৰ সন্থাৰ বিহু নাচ আৰু ঢোল বাদনৰ কৰ্মশালা | Assamese |
খঙত ফাটি পৰিছিল ছোৱেইব আখটাৰ ভয়ংকৰ ভাবুকি দিছিল এইজন ভাৰতীয় বেটছমেনক | Assamese |
গুৱাহাটীত প্ৰখ্যাত অভিনেত্ৰী ৰাধিকা আপ্তে ব্লেণ্ডাৰ্ছ প্ৰাইড মেজিকেল নাইটছৰ ৰেম্পত খোজ দি মুহিলে দৰ্শকক | Assamese |
লকডাউনৰ সময়ত অনুমতিপত্ৰ অবিহনে গোৱালৈ যাত্ৰা কৰি আটক হল এইজন নৱাগত ক্ৰিকেট তাৰকা | Assamese |
শীঘ্ৰে ঘোষণা কৰা হব মেট্ৰিকৰ ফলাফল প্ৰশ্নকাকত ফাদিলেৰে অভিলেখ গঢ়িছিল ছেবাই | Assamese |
জনি ডেপে পৰিচালনা কৰিব চিনেমা মোদি থাকিব কিংবদন্তি অভিনেতা | Assamese |
মেজিক চালকে বিচাৰিছিল অতিৰিক্ত ভাড়া মাত্ৰ ১০ টকাৰ বাবে যাত্ৰীয়ে ছুৰী মাৰিলে চালকক | Assamese |
ভয়ানক শোণিতপুৰত অচিন ৰোগে প্ৰাণ কাঢ়িলে একেটা পৰিয়ালৰ তিনিগৰাকী লোকৰ | Assamese |
কৰ্ণাটকত কংগ্ৰেছৰ চাণক্য কোন এই সুনীল একালৰ প্ৰশান্ত কিশোৰৰ সহযোগী এতিয়া চৰ্চাত | Assamese |
মৰ্মান্তিক দুজন বন্ধুক বচাবলৈ গৈ পানীত ডুবি মৃত্যু একেলগে ৫ জন কিশোৰৰ | Assamese |
সাহিত্য চৰ্চাৰ যোগেদিয়েই উঠি অহা প্ৰজন্মই অসম তথা উত্তৰপূৰ্বাঞ্চলক উজলাই তুলিবপদ্মশ্ৰী য়েছে দৰজে ঠংচি | Assamese |
ফৰাচী সাহিত্যিক এনি এৰ্নক্সলৈ ২০২২ বৰ্ষৰ সাহিত্যৰ নোবেল | Assamese |
প্ৰদ্যুম্ন কুমাৰ গগৈলৈ ২০২২ বৰ্ষৰ সাহিত্য অকাডেমি যুৱ বঁটা | Assamese |
বিশ্বৰ আন ভাষাসমূহৰ দৰে অসমীয়া ভাষাও বিশ্বজনীন আবেদন থকা সৃষ্টিকৰ্মৰ মাধ্যম হৈ থাকিবপ্ৰদ্যুন্ম কুমাৰ গগৈ | Assamese |
স্বাধীনতা দিৱসৰ কবিতা | Assamese |
অস্ত্ৰোপচাৰৰ পিছত লাইফ ছাপোৰ্টত ছলমান ৰুশ্বডি অৱস্থা সংকটজনক | Assamese |
নামঘৰীয়া স্ৰষ্টাৰ বিদায়চিৰদিনৰ বাবে চকু মুদিলে সাহিত্যিক অতুলানন্দ গোস্বামীয়ে | Assamese |
ইভান ইলিছৰ মৃত্যু | Assamese |
বিশ্ব নাট্য দিৱসত সমাহাৰ নাট্য গোষ্ঠীয়ে প্ৰদৰ্শন কৰিব বহু সমাদৃত নাট বিপ্লৱী বিবেকানন্দ | Assamese |
বিশিষ্ট সংগীত শিল্পী দীপালী বৰঠাকুৰলৈ বীৰাংগনা মূলা গাভৰু বঁটা | Assamese |
মণিপুৰ বিশ্ববিদ্যালয়ত সংস্কৃতিসভ্যতা বিষয়ক ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনাচক্ৰ আৰম্ভ | Assamese |
Subsets and Splits
No community queries yet
The top public SQL queries from the community will appear here once available.