text stringlengths 1 2.59k ⌀ | language stringclasses 10
values |
|---|---|
নতুন দিল্লীৰ গ্লবেল কাৰ্নিভেললৈ নাগা লোকসংগীত শিল্পী মাচাংৱা | Assamese |
১ মাৰ্চৰ পৰা জামুগুৰিহাটত বাৰেচহৰীয়া ভাওনা মহোৎসৱৰ আয়োজন | Assamese |
মুম্বাই আন্তর্জাতিক চলচ্চিত্র মহোৎসৱত উৎপল বৰপূজাৰীৰ যুদ্ধ বিষয়ক তথ্যচিত্ৰৰ বিশেষ প্ৰদৰ্শনী | Assamese |
অপেছাদাৰী নাট্যগোষ্ঠী মুখাই গুৱাহাটীত অনুষ্ঠিত কৰিব বিষ্ণুজ্যোতি নাট সমাৰোহ | Assamese |
মধ্যপ্রদেশৰ কলা মহোৎসৱত উজলি উঠিল অসমৰ ছাত্ৰছাত্ৰীৰ দল | Assamese |
অৰুণাচল প্ৰদেশৰ তিনিদিনীয়া পাংছৌ পাছ আন্তৰ্জাতিক মহোৎসৱৰ শুভাৰম্ভ | Assamese |
অসম সাংস্কৃতিক ন্যাসে প্ৰতিবছৰে আয়োজন কৰিব ৰাজহুৱা সম্বৰ্দ্ধনা অনুষ্ঠান | Assamese |
৩০ আৰু ৩১ জানুৱাৰিত শিৱসাগৰৰ ডিমৌত মেডামমেফি আয়োজন | Assamese |
বৰপেটাত হোলী ঢোল বাদ্যৰ এমহীয়া প্ৰশিক্ষণৰ শুভাৰম্ভ | Assamese |
মণিপুৰৰ হিংসা প্ৰাক্তন ডিজিপি হৰেকৃষ্ণ ডেকাৰ নেতৃত্বত তদন্ত বিচাৰি ট্ৰাইবেল ফাম | Assamese |
শৃংখল চলিহাক ৰাষ্ট্ৰীয় নিৰাপত্তা আইন অধীনত গ্ৰেপ্তাৰ কৰা কাৰ্য গৰিহণাযোগ্য | Assamese |
অভাৰলেপিঙৰ বিৰোধিতাৰে কলগাছিয়াত আৰু ৰ বিক্ষোভ কাৰ্যসূচী | Assamese |
বিফল হল ধৰ্ষণৰ চেষ্টা আত্মৰক্ষাৰ বাবে বেজৰ যৌনাংগ কাটিলে মৰিগাঁৱৰ যুৱতীয়ে | Assamese |
নামভৰ্ত্তিৰ ধন বিদ্যালয়ক ওভতাই নিদি চৰকাৰী শিক্ষানুষ্ঠান ধ্বংসৰ আখৰা কৰিছে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে | Assamese |
আকৌ টেক্সাছ শ্বপিং মলত ৮ জনক গুলীয়াই হত্যা কৰাৰ পিছত এইবাৰ গাড়ীৰ খুন্দাত নিহত ৭ জন | Assamese |
মৰমৰ জেকলিন কাৰাগাৰৰ পৰাই প্ৰেমৰ চিঠি সুন্দৰী প্ৰেয়সীলৈ কি লিখিলে ঠগ সুকেশে | Assamese |
গুৱাহাটীৰ চাউথ পইণ্ট স্কুলৰ ছাত্ৰৰ মৃতদেহ উদ্ধাৰ আত্মহত্যাৰ সন্দেহ | Assamese |
ৰাজস্থানত ভাঙি পৰিল বায়ুসেনাৰ মিগ ২১ যুদ্ধ বিমান দুগৰাকী মহিলাসহ ৩ স্থানীয় বাসিন্দা নিহত | Assamese |
তথাকথিত ভদ্ৰলোকৰ কীৰ্তি ডাঃ সংগীতা আৰু ডাঃ ৱালিউলে তোলনীয়া কন্যাক চলাইছিল যৌন নিৰ্যাতন | Assamese |
বিশিষ্ট প্ৰগতিশীল লেখিকা ড০ অনিমা গুহৰ দেহাৱসান | Assamese |
দ্য প্ৰমিজ বাবে ডেমন গালগুটৰ শিৰত ২০২১ বৰ্ষৰ বুকাৰ বঁটা | Assamese |
পল্লৱী বুঢ়াগোঁহাই আৰু বীণাপানী ডেকাৰ দুটামান সেউজীয়া সপোন কবিতা পুথি উন্মোচন | Assamese |
সুৰক্ষা বিশেষজ্ঞ জয়দীপ শইকীয়াৰ তিনিখনকৈ কবিতাপুথি উন্মোচন | Assamese |
মাৰ্ঘেৰিটাত শাখা সাহিত্য সভা কাৰ্যালয়ত কামেঙৰ জীয়ৰী শীৰ্ষক গ্ৰন্থ উন্মোচন | Assamese |
সাহিত্যিক পেঞ্চন অবিহনে পৃথিৱীৰ মায়া ত্যাগ কৰিলে গণকবি অশোক দাসে | Assamese |
শিষ্যৰ হাতত হাৰ মানিলে গুৰু ধোনী মেজিক নচলিলঋষভ উজলিল | Assamese |
বিৰাট কোহলীতকৈ পাকিস্তানৰ বাবৰ আজমৰ বেটিং শৈলী বেছি ভাল কোনে কলে | Assamese |
ৰাহুল দ্ৰাৱিড়ে এবাৰ অশ্ৰাব্য গালি বৰ্ষণ কৰিছিল মহেন্দ্ৰ সিং ধোনীক চেহৱাগে জনালে এই কথা | Assamese |
এইবাৰৰ প্ৰথমখন মেচতেই আইপিএলৰ ইতিহাসত বিৰল অভিলেখৰ গৰাকী হল এইজন ক্ৰিকেটাৰ | Assamese |
জ্যোতিবিষ্ণুভূপেনহেমাংগ দৰে শিল্পীৰ আদৰ্শৰে অনুপ্ৰাণিত হোৱাৰ আহ্বান মুখ্যমন্ত্ৰীৰ জ্যোতি চিত্ৰবনত চৰকাৰৰ শিল্পী দিৱস | Assamese |
কোকৰাঝাৰত ২৩ জানুৱাৰিত বাথৌ দিৱস উদযাপনৰ ব্যাপক আয়োজন | Assamese |
অসমীয়া চলচ্চিত্ৰক আচামী সজালে চিবিএফচিয়ে | Assamese |
১৯ৰ পৰা ২১ জানুৱাৰীলৈ শংকৰদেৱ কলাক্ষেত্ৰত ৰঙালী উৎসৱ আয়োজন | Assamese |
আজিৰে পৰা আৰম্ভ আইপিএল চলিত চিজনত কি কি অভিলেখ ভংগ কৰিব বিৰাট কোহলীয়ে | Assamese |
আইপিএলৰ শিহৰণকাৰী প্ৰথমখন মেচত অন্তিমটো বলত মুম্বাইক হৰুৱাই দুৰ্দান্ত বিজয় কোহলী বাহিনীৰ | Assamese |
দিল্লীত গণৰাজ্য দিৱসত প্ৰদৰ্শনৰ বাবে সাজু অসমৰ প্ৰতীকপদ মাজুলী | Assamese |
আজি শিল্পী দিৱস জ্যোতি চিত্রবনত কেন্দ্ৰীয়ভাৱে উদযাপন কৰিব সাংস্কৃতিক পৰিক্ৰমা বিভাগে | Assamese |
১৭ জানুৱাৰিত জ্যোতি চিত্ৰবনে উদযাপন কৰিব সোণালী জয়ন্তী আৰু শিল্পী দিৱস | Assamese |
কাইলৈৰ পৰা পাঞ্জাবাৰীত তিনিদিনীয়া কাৰ্য্যসূচীৰে অনুষ্ঠিত হব শিল্পগ্ৰাম মহোৎসৱ ২০১৮ | Assamese |
আঠ মাহৰ গৰ্ভৱতী হৈয়ো টাইকোৱাণ্ডোত স্বৰ্ণ জয় মহিলা এথলেটৰ প্ৰশংসাৰে উপচিল ছচিয়েল মিডিয়া | Assamese |
আৰম্ভ হল আইপিএল উন্মাদনা কিংম্বদন্তী দৌৰবিদ উছেইন বল্টে পিন্ধিলে আৰচিবিৰ জাৰ্চি | Assamese |
ৰীমিতা বোলছবিৰ বেনাৰত নিৰ্মিত আন এখন তথ্যচিত্ৰই পালে আন্তঃৰাষ্ট্ৰীয় বঁটা | Assamese |
আমেৰিকা যুক্তৰাষ্ট্ৰত বাণিজ্যিকভাৱে মুক্তিৰ বাবে সাজু প্ৰথমখন অসমীয়া চলচ্চিত্ৰ শৈশৱতে ধেমালিতে | Assamese |
ডিব্ৰুগড়ত পিঞ্জৰাবদ্ধ দুটা নাহৰফুটুকী তীব্ৰবেগী বাহনৰ খুন্দাত নিহত আন এটা | Assamese |
ৰ ১০৫ কোটিটকীয়া কেলেংকাৰী অভিযুক্ত বিষয়া শেৱালী দেৱী শৰ্মাক গ্ৰেপ্তাৰ | Assamese |
কেৰালাত পৰ্যটকৰ নাও দুৰ্ঘটনাগ্ৰস্ত হৈ ২২ জনৰ মৃত্যু দুই লাখ টকাকৈ ক্ষতিপূৰণৰ ঘোষণা প্ৰধানমন্ত্ৰীৰ | Assamese |
চাণক্য নীতিএনে বন্ধুৰ পৰা সাৱধান হওক নহলে হব পাৰে ডাঙৰ বিপদ | Assamese |
পিতৃক হত্যা কৰিলে পুত্ৰই আৰক্ষীৰ জালত ঘাতক পুত্ৰ | Assamese |
ৰাজ্যত বৃদ্ধি পাইছে যৌন নিৰ্যাতনৰ ঘটনাপুনৰ ধৰ্ষণ কাণ্ড মহানগৰীত | Assamese |
গোৱালপাৰাত অগ্নিদগ্ধ হৈ মৃত্যু ৭ বছৰীয়া শিশুৰ পথৰ দুৰাৱস্থাৰ বাবে সময়ত আহি নাপালে অগ্নি নিৰ্বাপন বাহিনীৰ গাড়ী | Assamese |
বজ্ৰকন্ঠৰ শিশুসুলভ হৃদয়ৰ বহুমুখী প্ৰতিভাসম্পন্ন ৰবীন শৰ্মালৈ শ্ৰদ্ধাঞ্জলি লিডু শাখা সাহিত্য সভাৰ | Assamese |
কেবিনেটৰ সিদ্ধান্তপ্ৰতিবছৰে প্ৰদান কৰা হব অসম ৰত্ন অসম বিভূষণ অসম ভূষণ আৰু অসমশ্ৰী বঁটা | Assamese |
নক্ষত্ৰ পতন বিশিষ্ট সাহিত্যিক অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ড০ লক্ষ্মীনন্দন বৰাৰ দেহাৱসান | Assamese |
অসমীয়া সাহিত্য জগতৰ মহীৰূহ ড০ লক্ষ্মীনন্দন বৰাৰ বিয়োগত ৰাজ্যৰ বিভিন্নজনৰ শোক | Assamese |
উলংগ ৰজা মোদী বিজেপিৰ আক্ৰমণৰ সন্মুখীন এগৰাকী জনপ্ৰিয় গুজৰাটী কবি কিয় | Assamese |
অনামিকা দুৱৰাৰ সৈতে শেষ আলাপ কৰি অকালতে মেলানি মাগিলে জনপ্ৰিয় কবি পল শেনচোৱাই | Assamese |
বড়ো সাহিত্য সভাৰ ৬০ সংখ্যক অধিৱেশন উদুলি মুদুলি বাক্সাৰ তামুলপুৰ | Assamese |
ৰাইজৰ খবৰ কাকতৰ বৰ্ষপূৰ্তি সাংবাদিক জিতু শৰ্মা ৰাজখোৱাৰ অভিনন্দন গ্ৰন্থ উন্মোচন | Assamese |
আজিৰে পৰা তামুলপুৰত বড়ো সাহিত্য সভাৰ ৬০ সংখ্যক বাৰ্ষিক অধিৱেশন | Assamese |
অমিতাভ বচ্ছনে কলে অনুষ্কা শৰ্মাৰ সতে বিৰাট খলী আছে ইনষ্টাগ্ৰামত হাস্যৰসৰ জোৱাৰ | Assamese |
মুক্তিৰ বাবে সাজু বলীউদৰ লান্সবক্স ছবিৰ প্ৰযোজকৰ প্ৰথমখন অসমীয়া ছবি | Assamese |
১৭ জানুৱাৰীৰ পৰা আৰম্ভ হব শিল্পগ্ৰাম মহোৎসৱ | Assamese |
অণিমা বৰঠাকুৰ আৰু কুল বৰুৱালৈ ২০১৮ বৰ্ষৰ শিল্পী বঁটা | Assamese |
জোৰেথাং মাঘে মেলাই ছিকিমৰ পৰিচয় ইতিহাস প্ৰতিফলিত কৰেমুখ্যমন্ত্ৰী | Assamese |
গুৱাহাটীত ১১ আৰু ১২ জানুৱাৰিত ইষ্ট ইণ্ডিয়া ফেশ্বন ৱীক | Assamese |
মণিপুৰত পৌমাই থাউনি উৎসৱ উদযাপন | Assamese |
আমেৰিকাৰ টেক্সাছৰ শ্বপিং মলত গুলীচালনাৰ ঘটনাত ৯ জন নিহত বন্দুকধাৰীক গুলীয়াই হত্যা আৰক্ষীৰ | Assamese |
গুৱাহাটী বিশ্ববিদ্যালয়ত আজিৰে পৰা প্ৰাগজ্যোতি মহোৎসৱ | Assamese |
১১ আৰু ১২ জানুৱাৰিত গুৱাহাটীৰ তাজ ভিভান্তা হোটেলত পূব ভাৰত ফেশ্বন সপ্তাহ | Assamese |
জানুৱাৰিতে ছিকিমত অনুষ্ঠিত হব জেথাঙ মাঘে মেলা | Assamese |
যুদ্ধৰ খবৰৰাছিয়াৰ গোলাবৰ্ষণত ইউক্ৰেইনৰ ৬ বিস্ফোৰক বিশেষজ্ঞ নিহত | Assamese |
বলীউদৰ মুক্তি পাবলগীয়া চলচ্চিত্ৰ পেদমেনত অক্ষয় কুমাৰৰ বিপৰীতে অভিনয় কৰিছে অসমৰ উৰ্মিলা মহন্তই | Assamese |
চখেই কাল হল ঘোঁৰা দৌৰাবলৈ গৈয়েই মৃত্যু মাতিলে মিছ ইউনিভাৰ্ছ প্ৰতিযোগীয়ে | Assamese |
খাদ্যসামগ্ৰী দৰৱ ক্ৰয়ৰ বাবে চুৰাচান্দপুৰত ৩ ঘণ্টাৰ বাবে কাৰ্ফিউ প্ৰত্যাহাৰ এতিয়াও স্তব্ধ মণিপুৰ | Assamese |
তোলনীয়া কন্যাক অমানুষিক নিৰ্যাতন চলোৱা মনোৰোগ বিশেষজ্ঞ ডাঃ সংগীতা দত্তক গ্ৰেপ্তাৰ | Assamese |
চাণক্য নীতিপত্নীক কেতিয়াও ভুলতেও নকব এই ৪টা কথা নহলে পস্তাব লাগিব গোটেই জীৱন | Assamese |
ক্ৰীড়াক্ষেত্ৰত নাৰীৰ অংশগ্ৰহণক লৈ গুৰুত্বপূৰ্ণ মন্তব্য ছানিয়া মিৰ্জাৰ চাওক ভিডিঅ | Assamese |
১৯৩ ৰাণৰ বিস্ফোৰক ইনিংছ খেলি পাকিস্তানী বেটছমেন ৰাণ আউট হল তাৰপাছতে তুমুল বিতৰ্ক | Assamese |
আইছিছত যোগদান কৰা উচিত ইংলেণ্ডৰ তাৰকা অলৰাউণ্ডাৰ ময়িন আলিয়ে কোনে কলে | Assamese |
বিদ্যুৎস্পৃষ্ট হৈ গুৱাহাটী তেল শোধনাগাৰত দুজন অইল কৰ্মীৰ মৃত্যু এজন আহত | Assamese |
আৰক্ষী উপপৰিদৰ্শক জোনমণি ৰাভাৰ নেতৃত্বত নগাঁৱত জব্দ ২.২৫ লাখ টকাৰ ভূৱা নোট | Assamese |
সুখী দম্পত্তি পত্নী অনুষ্কা শৰ্মাৰ এটা বহুদিনীয়া সপোন পূৰণ কৰিলে স্বামী বিৰাট কোহলীয়ে | Assamese |
গোলাঘাটৰ কমাৰবন্ধাত ভলীবল প্ৰশিক্ষণ শিৱিৰ মুকলি | Assamese |
অন্ত পৰিল তৃতীয় পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰৰ ৬ এপ্ৰিলত ভোটগ্ৰহণ | Assamese |
ভৱানীপ্ৰসাদ অধিকাৰীলৈ আগবঢ়োৱা হৈছে অসম সত্ৰ মহাসভাৰ ২০২১ সাহিত্য বঁটা | Assamese |
৫১ হাজাৰ নহয় ২০২৫ হাজাৰৰ ভিতৰতে সীমাবদ্ধ থাকিব খালী পদৰ নিযুক্তি | Assamese |
সুখবৰ অপূৰ্ব কুমাৰ শইকীয়ালৈ সাহিত্য অকাডেমী বঁটা দ্বিজেন কুমাৰ দাসলৈ যুৱ সাহিত্য বঁটা | Assamese |
২০২০ বৰ্ষৰ সাহিত্য অকাডেমি যুৱ বঁটা বিজয়ী মেঘঘোঁৰা স্ৰষ্টা যুৱ কবি দ্বিজেন কুমাৰ দাস | Assamese |
তিনি তৰুণ লেখকক মুনীন বৰকটকী সাহিত্য বঁটা প্ৰদান | Assamese |
বঁটা বা সন্মানে মোক অধিক সৃষ্টিশীল কৰি তোলেৰণাংগন সন্মান গ্ৰহণ কৰি হোমেন বৰগোহাঞি | Assamese |
মুংকাম বস্তিত যুৱ লেখক সাংবাদিক অখিল চন্দ্ৰ বৰুৱাৰ নৱতম গ্ৰন্থ স্বপ্ন ভঙ্গৰ উচুপনি উন্মোচন | Assamese |
বিশিষ্ট ভাষাবিদ শিক্ষাবিদ সাহিত্যাচাৰ্য ড০ ৰমেশ পাঠকৰ দেহাৱসান | Assamese |
গোলাঘাট গ্ৰন্থমেলাত গ্ৰন্থপ্ৰেমীৰ অভূতপূৰ্ব সঁহাৰি উৎসাহিত আয়োজক সমিতি | Assamese |
এক অনন্য অভিলেখ গঢ়িলে পাকিস্তানৰ অধিনায়ক বাবৰ আজমে অতিক্ৰমিলে আমলাকোহলীক | Assamese |
আইপিএল ২০২১ কভিড১৯ত আক্ৰান্ত হল দিল্লী কেপিটেলছৰ তাৰকা অক্ষৰ পেটেল | Assamese |
আইপিল ধৰ্মীয় বিশ্বাসৰ বাবে জাৰ্চিৰ পৰা সুৰাৰ কোম্পানীৰ লগ আঁঁতৰালে এই তাৰকা অলৰাউণ্ডাৰে | Assamese |
ভাল প্ৰদৰ্শনৰ স্বীকৃতি স্বৰূপে শাৰ্দুল ঠাকুৰেও আনন্দ মহিন্দ্ৰাৰ পৰা পালে উপহাৰ জনালে ধন্যবাদ | Assamese |
পাঁচদিনীয়া কাৰ্যসূচীৰে মঙলদৈত আৰম্ভ হৈছে অসম নাট্য সন্মিলনৰ অধিৱেশনৰ | Assamese |
ছিকিমত চাৰিদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হৈছে নৃত্যোৎসৱ | Assamese |
কোচ সাংস্কৃতিক কেন্দ্ৰ ও যাদুঘৰ উদ্বোধন কৰিলে মেঘালয়ৰ মুখ্যমন্ত্ৰী ড০ মুকুল চাংমাই | Assamese |
Subsets and Splits
No community queries yet
The top public SQL queries from the community will appear here once available.