text stringlengths 1 2.59k ⌀ | language stringclasses 10
values |
|---|---|
অসম সাহিত্য সভাৰ নিৰ্বাচন সাতগৰাকী প্ৰাৰ্থীৰ মনোনয়ন দাখিল | Assamese |
কাৰ কাৰ উদয় হল ভাগ্য কেনেকৈ চাব তৃতীয় বৰ্গৰ চাকৰিৰ ফলাফল | Assamese |
চৰকাৰী নিযুক্তিত হোৱা সমস্যাৰ সন্দৰ্ভত সৰৱ জাতীয় যুৱ বাহিনী | Assamese |
অভাৱনীয় বিদ্যালয়ৰ ১৪ বছৰীয়া ছাত্ৰই পিতৃৰ বন্দুকেৰে গুলীয়াই হত্যা কৰিলে ৮ জন শিক্ষাৰ্থীক | Assamese |
অনুপ্ৰেৰণামূলক গ্ৰন্থৰে পাঠকৰ মন জিনিছে মুম্বাইবাসী অসমীয়া যুৱতী মনীষা দলেই | Assamese |
সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা বিশিষ্ট সাহিত্যিক ইমৰাণ শ্বাহৰ বাসগৃহত শিক্ষা মন্ত্ৰী | Assamese |
বিশিষ্ট সাহিত্যিক গৱেষক তথা গণিতজ্ঞ ড০ দিলীপ কুমাৰ দত্তৰ দেহাৱসান | Assamese |
ড০ ভুৱনেশ্বৰ ডেকাক ২০১৯ বৰ্ষৰ ড০ ময়িদূল ইছলাম বড়া সাহিত্য বঁটা প্ৰদান | Assamese |
ডঃ নিৰুপমা মহন্তৰ আত্মজীৱনী জীৱন জলধিৰ ঢৌ নিৰুপম উন্মোচন | Assamese |
বেটিংক্ৰমৰ সালসলনি আইপিএলতো অপেনাৰ হিচাপে ইনিংছ মুকলি কৰিব বিৰাট কোহলীয়ে | Assamese |
আন এক অভিলেখ গঢ়িলে বিৰাট কোহলীয়ে অতিক্ৰম কৰিলে ৰিকী পণ্টিঙক | Assamese |
হিজাব আৰু মুছলমান মহিলাৰ অধিকাৰকিছু চিন্তা | Assamese |
টেনিছ তাৰকা জকভিচক যৌন কেলেংকাৰিত ফচাবলৈ চাৰ্বিয়ান মডেলক দিয়া হৈছিল ৫০ লাখ টকাৰ অফাৰ | Assamese |
ৰাজনীতিত প্ৰশান্ত কিশোৰৰ নতুন যাত্ৰা কিমান কঠিন হব তেওঁৰ এই কৌশলী অভিযান | Assamese |
পৰীক্ষা সম্পৰ্কীয় কিছু চিন্তা | Assamese |
বিবাহ বিচ্ছেদ | Assamese |
প্ৰথমখন এদিনীয়াত বেটে বলে উজ্বলিল টীম ইণ্ডিয়া অভিষেকতে চমক প্ৰসিদ্ধ কৃষ্ণক্ৰুণাল পাণ্ডিয়াৰ | Assamese |
মহাত্মা গান্ধী কোন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সংসদত যি কলে সেয়া মানি লব পাৰিনে | Assamese |
ফিনলেণ্ড কিয় বিশ্বৰ আটাইতকৈ সুখী দেশ | Assamese |
উৎসাহ কোহলিৰ আগন্তুক আইপিএল বিশ্বকাপ টুৰ্ণামেন্টতো অপেন কৰিব বিৰাট কোহলিয়ে | Assamese |
কোহলিৰ বিৰাট বিক্ৰম অন্তিমখন টী২০ত ইংলেণ্ডক বিধ্বস্ত কৰি ছিৰিজ জয় ভাৰতৰ | Assamese |
সদৌ অসম আন্ত:জিলা বক্সিং প্ৰতিযোগিতাত গোলাঘাট জিলা এমেচাৰ বক্সিং সংস্থাৰ সাফল্য | Assamese |
টকিঅ অলিম্পিকত বিদেশী দৰ্শকৰ প্রৱেশ নিষিদ্ধ কিয় এই সিদ্ধান্ত ললে আয়োজক দেশ জাপানে | Assamese |
আৰক্ষীৰ বেশত অপহৰণকাৰী দিছপুৰৰ মন্ত্ৰী কলনিৰ পৰাই অপহৰণ যুৱকক সুৰক্ষা কত | Assamese |
ফেচবুক কৰ্ণাৰ মহিলাৰ বাবে ৰাজহুৱা টয়লেট হাইকোৰ্টত গোচৰ আৰু কিছু অভিজ্ঞতা নীতালি শৰ্মা দত্ত | Assamese |
প্ৰিয়ংকাৰ গোপন কাহিনী ফাদিল আমেৰিকাৰ পৰা উভতি অহাৰ পিছত খিৰিকীত কিয় গ্ৰীল লগাইছিল পিতৃয়ে | Assamese |
মৰ্মান্তিক একেজোপা গছৰে দুটা ডালত একেলগে চিপ লৈ নিহত দুলীয়াজানৰ দম্পতী | Assamese |
মৃত্যুৰ পিছতো নিৰাপদ নহয় মহিলা কবৰ খান্দি ধৰ্ষণ মৃত মহিলাক | Assamese |
দিব্যাংগৰ ওপৰত জঁপিয়াই পৰিল অসম আৰক্ষী পেঞ্চন বিচাৰি প্ৰতিবাদ শতাধিক প্ৰতিবন্ধীৰ | Assamese |
অসমীয়া কাব্য জগতৰ পুৰোধা ব্যক্তি নীলমণি ফুকনলৈ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ সন্মানীয় ডি লিট | Assamese |
৭৩ হাজাৰ শাৰীৰ কবিতা লিখি গীনিজ বুক অফ ৱৰ্ল্ড ৰেকৰ্ড বাবে সাজু পংকজ মাহাতো | Assamese |
অসমত কিতাপ অনুপাতে পঢ়ুৱৈৰ সংখ্যা কম গল্পকাৰ জয়ন্ত মাধৱ বৰা | Assamese |
পোন প্ৰথমবাৰৰ বাবে অসম সাহিত্য সভাই প্ৰদান কৰিব ভ্ৰাম্যমাণ থিয়েটাৰ বঁটা | Assamese |
উজনিত সক্ৰিয় আলফা স্বা চাহ কয়লা কাঠ ব্যৱসায়ীৰ পৰা দাবী বৃহৎ পৰিমাণৰ ধন | Assamese |
অভিলেখ সৃষ্টিকাৰী দস্যু ভাস্কৰ ছিৰিজৰ লিখক ৰবীন দে ওৰফে ৰংমনৰ আজি স্মৃতি দিৱস | Assamese |
খেলি থাকোঁতে হঠাতে ৰাস্তাৰ কুকুৰৰ আক্ৰমণ কামুৰি শৰীৰ চিৰাচিৰ কৰা নাবালকৰ কৰুণ মৃত্যু | Assamese |
শান্তনুকুলনন্দন স্ৰষ্টা পূৰবী বৰমুদৈ আৰু নাই | Assamese |
অসমীয়া আৰু বড়ো ভাষাত ক্ৰমে সঞ্জীৱ পল ডেকা আৰু ৰুজাব মুছাহাৰীলৈ ২০১৯ বৰ্ষৰ সাহিত্য অকাডেমী যুৱ পুৰস্কাৰ | Assamese |
টকিঅ অলিম্পিক ২০২১ ১০০ মিটাৰ ইভেণ্টত যোগ্যতা অৰ্জনত ব্যৰ্থ অসম কন্যা হিমা দাস | Assamese |
ইংলেণ্ডৰ বিৰুদ্ধে এদিনীয়া শৃংখলা ভাৰতৰ দল ঘোষণা সোমাল সূৰ্যকুমাৰ যাদৱ প্ৰসিদ্ধ কৃষ্ণ | Assamese |
প্ৰধানমন্ত্ৰীৰ বিৰোধীক সমালোচনা কৰাৰ নৈতিক অধিকাৰ আছেনে | Assamese |
ধন দাবীৰ অভিযোগত বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাক গ্ৰেপ্তাৰ | Assamese |
নগেন শইকীয়াক এন টি আৰ নেশ্যনেল লিটাৰেৰি বঁটা প্ৰদান | Assamese |
অশান্ত ফ্ৰান্স চৰকাৰী পেঞ্চন নীতি বিৰোধী প্ৰতিবাদকাৰীৰে সংঘৰ্ষত আহত শতাধিক আৰক্ষী | Assamese |
কবিতাৰে ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছত ধেমাজিৰ অভিযান্ত্ৰিক ছাত্ৰ | Assamese |
ৰংমিলিৰ হাঁহি স্ৰষ্টা ৰংবং তেৰাঙক লুম্মেৰ দাই সাহিত্য বঁটা | Assamese |
কৃত্ৰিম বুদ্ধিমত্তা ভয়ংকৰ নিজৰ কামৰ বাবে অনুশোচনা কৰি গুগল এৰিলে গডফাদাৰ হিণ্টনে | Assamese |
পুৱাই তিহাৰ জেলৰ কয়েদীৰ মাজত সংঘৰ্ষ নিহত গেংষ্টাৰ টিল্লু তাজপুৰীয়া | Assamese |
পুত্ৰৰ পাছপ্টৰ পৰা পিতৃৰ নাম আঁতৰোৱাৰ নিৰ্দেশ আদালতৰ গোচৰত জিকিল ছিংগল মাডাৰ | Assamese |
শ্ৰমিক দিৱস আৰু শ্ৰমিকৰ দুৰ্দশা ডুমডুমাত নুডল ফেক্টৰীত অগ্নিদগ্ধ নাবালিকাসহ দুই মহিলা | Assamese |
গৰাকী বিহীন কুকুৰ | Assamese |
সাহিত্য একাডেমিৰ উদ্যোগত ২৬ মাৰ্চত গোলাঘাট ডি আৰ কলেজত বিশেষ আলোচনা চক্ৰ | Assamese |
পোহনীয়া কুকুৰে কামুৰিলে এইবাৰ ১০ হাজাৰ টকা জৰিমনা ভৰিব লাগিব গৰাকীয়ে কত জানেনে | Assamese |
খিলঞ্জীয়া ভাষাৰ জ্ঞান নথকা প্ৰাৰ্থীক ৰেলৱেত নিযুক্তি দিয়া বন্ধ কৰাৰ আহ্বান অসম সাহিত্য সভাৰ | Assamese |
পঢ়াশুনাত একেবাৰে মন নবহে চাণক্যৰ মতে এই ৪টা ভুলৰ বাবেই ছাত্ৰ জীৱনত অসম্পূৰ্ণ হৈ ৰয় সফলতা | Assamese |
সাহিত্য সভাৰ উদ্যোগত গুৱাহাটীত অনুষ্ঠিত হব আন্তঃৰাষ্ট্ৰীয় যুৱ লেখক সমাৰোহ | Assamese |
সাহিত্য সভা কেইবাটাও সংগঠনে সম্বৰ্দ্ধনা জনালে লুম্মেৰ দাই বঁটা বিজয়ী ৰংবং তেৰাঙক | Assamese |
আকৌ এনকাউণ্টাৰ নগাঁৱত আৰক্ষীৰ গুলীত আহত অভিযুক্ত ড্ৰাগছ ব্যৱসায়ী | Assamese |
ইংলেণ্ড বনাম ভাৰত টী২০ ক্ৰিকেটত কে.এল ৰাহুলৰ অনাকাংক্ষিত অভিলেখ | Assamese |
টীম ইণ্ডিয়াৰ ফাৰ্ষ্ট বলাৰ যশপ্ৰীত বুমৰাহে বিয়া পাতিলে সঞ্জনাক শ্বেয়াৰ কৰিলে ফটো | Assamese |
ফুটবল লিয়নেল মেছিয়ে গঢ়িলে আন এক নতুন অভিলেখ অতিক্ৰম কৰিলে জাভিক | Assamese |
অধিনায়ক কোহলীৰ দুৰ্দান্ত বেটিঙেও ৰক্ষা কৰিব নোৱাৰিলে ভাৰতক ইংলেণ্ডৰ সহজ জয় | Assamese |
ভাইৰেল ভিডিঅ এন আই টি শিলচৰৰ ছাত্ৰৰ হাতত প্ৰহৃত হোষ্টেলৰ তিনি ৰান্ধনী | Assamese |
ভাৰতৰ ইতিহাস সম্পৰ্কে ২০ টা বহুবিকল্পী প্ৰশ্নোত্তৰ | Assamese |
লাইচেন্সৰ দৰকাৰ নাই কলেজীয়া ছাত্ৰছাত্ৰীৰ বাবে কম মূল্যত ৫ খন ইস্কুটাৰ পাব দীঘলীয়া মাইলেজ | Assamese |
১৫ আগষ্টত ভাৰতৰ লগতে আন পাঁচখন দেশে উদযাপন কৰে স্বাধীনতা দিৱসকি সেই পাঁচখন দেশ | Assamese |
অন্য এক মহেন্দ্ৰ সিং ধোনী সন্ন্যাসীৰ বেশত ভাইৰেল কেপ্টেইন কুল নতুন অৱতাৰ | Assamese |
বুমৰাহক অতিক্ৰমি ভাৰতৰ হৈ সৰ্বাধিক টি২০ উইকেট লাভ য়ুজভেন্দ্ৰ চাহালৰ | Assamese |
ৰাজকীয় অভিষেক ভাৰতীয় ক্ৰিকেটৰ নৱাগত এই তাৰকাৰ কীৰ্তি চাওক | Assamese |
তিষ্ঠিবই নোৱাৰিলে ইংলেণ্ডৰ বিৰুদ্ধে প্ৰথম টী২০ত ভাৰতৰ বিৰাট পৰাজয় | Assamese |
অসাধাৰণ ফিল্ডিং চাওক ভিডিঅ বাউণ্ডেৰীৰ বাহিৰত শূন্যতে জঁপিয়াই কেনেদৰে ছয় বচালে ৰাহুলে | Assamese |
মহিলা ক্ৰিকেট ভাৰতৰ মিথালী ৰাজে সংগ্ৰহ কৰিলে ১০০০০ আন্তঃৰাষ্ট্ৰীয় ৰাণ | Assamese |
কোকৰাঝাৰত চাকচন এ কঁঠাল গছত নপৰিবি শীৰ্ষক গ্ৰন্থ উন্মোচন | Assamese |
উন্মোচন হল প্ৰয়াত পাৰ্থ বিজয় দত্তৰ গল্প সংকলন দূৰৈৰ ঘণ্টাধ্বনি | Assamese |
গুৱাহাটী বিশ্ববিদ্যালয়ত সংকটত মাতৃভাষা চিন্তিত অসম সাহিত্য সভা | Assamese |
অসমীয়া মহান মনীষীৰ জীৱন ভিত্তিক গ্ৰন্থ সংকলন প্ৰকাশৰ যোজা এন বি টিৰ | Assamese |
সাহিত্য সংবাদ প্ৰকাশ পালে কমল কুমাৰ তাঁতীৰ ইংৰাজী অনুবাদ কাব্যসংকলন | Assamese |
জি আই এম টি তেজপুৰৰ উদ্যোগত অনুষ্ঠিত ৰচনা প্ৰতিযোগিতাৰ পুৰস্কাৰ প্ৰদান | Assamese |
গল্পকাৰ আৰক্ষী বিষয়া পাৰ্থ বিজয় দত্তৰ পৰলোক প্ৰাপ্তি | Assamese |
ব্রহ্মপুত্র সাহিত্য উৎসৱত অংশগ্ৰহণ কৰিব বলীউডৰ মোহময়ী অভিনেত্ৰী মনিষা কৈৰালাই | Assamese |
গুৱাহাটীৰ প্ৰগতি এডুটেকৰ উদ্যোগত বিচিপিএলৰ সামাজিক দায়বদ্ধতা আঁচনিৰ অধীনত প্ৰশিক্ষণপ্ৰাপ্ত ৭৫ যুৱকযুৱতীৰ মাজত নিযুক্তিপত্ৰ বিতৰণ | Assamese |
বিশিষ্ট মানৱ অধিকাৰ কৰ্মী ৰাম পুনিয়ানীৰ সৈতে মুখ্য সম্পাদকৰ কথোপকথন | Assamese |
সন্ত্ৰাসবাদী কাৰ্যকলাপ দমনৰ বাবে ডাঙৰ পদক্ষেপ কেন্দ্ৰই নিষিদ্ধ কৰিলে ১৪টা মেছেজিং এপ | Assamese |
হাজাৰ হাজাৰ হীৰা খচিত আঙঠি গিনিজ বুকত নাম সোমাল ভাৰতীয় কোম্পানীৰ মূল্য কিমান | Assamese |
ভাৰতত প্ৰথম মে দিৱস কেতিয়া উদযাপন হৈছিল কোনে প্ৰথম পালন কৰিছিল এই দিৱস | Assamese |
পৰ্তুগীজ পিজন ৰেচাৰৰ মাজত বিবাদ নিজকে হত্যা কৰাৰ পূৰ্বে আন ৩ জনক গুলীয়াই হত্যা বন্দুকধাৰীৰ | Assamese |
বৰপেটাত বৃহৎ পৰিমানৰ বাঘৰ হাড় ছাল সহ গ্ৰেপ্তাৰ তিনি চোৰাং চিকাৰী | Assamese |
কৰ্ণাটকৰ ৰোড শ্বত প্ৰধানমন্ত্ৰীক লক্ষ্য কৰি মোবাইল নিক্ষেপ কথমপি আঘাতৰ পৰা ৰক্ষা পৰিল মোডী | Assamese |
মনোৰঞ্জন সম্পৰ্কীয় কেইটামান বহুবিকল্পীধৰ্মী প্ৰশ্নোত্তৰ | Assamese |
জন্ম তাৰিখ ৩০ ফেব্ৰুৱাৰী বিদ্যালয় কৰ্তৃপক্ষৰ ভুলৰ বাবে কেৰিয়াৰ শেষ হবলৈ ওলাইছে ছাত্ৰৰ | Assamese |
সাধাৰণ জ্ঞান ৰসগোল্লাক ইংৰাজীত কি বুলি কোৱা হয় | Assamese |
পৃথিৱীৰ সকলোতকৈ ধুনীয়া হাতৰ আখৰ কম্পিউটাৰৰ ফ্ৰন্টেও নাপাব পাত্তা | Assamese |
সাধাৰণ জ্ঞানৰ প্ৰশ্ন কোনজন ৰজাই পিতৃক হত্যা কৰি নিজৰ মাতৃক বিয়া কৰাইছিল | Assamese |
ছিৰিয়াত আইছিছৰ মুৰব্বী আবু হুছেইন আল কুৰেছীক হত্যা কৰাৰ দাবী তুৰস্কৰ | Assamese |
ভাৰততকৈ পাকিস্তানৰ ক্ৰিকেটাৰসকল বেছি প্ৰতিভাৱান আব্দুল ৰাজ্জাক | Assamese |
আউট হল আইফোন ডি ভিলীয়াৰ্ছৰ মাৰমুখী শ্বটে ভাঙিলে এটা আইফোন | Assamese |
অদমনীয় পৃথ্বী শ্ব বিজয় হাজাৰে ট্ৰফীত সৰ্বকালৰ অভিলেখ গঢ়িলে মুম্বাইৰ অধিনায়কগৰাকীয়ে | Assamese |
ভাৰত বনাম নিউজিলেণ্ড লৰ্ডছত নহয় চাউদাম্পটনত অনুষ্ঠিত হব ৱৰ্ল্ড টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেল | Assamese |
পাৰ্থপ্ৰতিম হাজৰিকালৈ সাহিত্য অকাডেমিৰ অনুবাদ বঁটা | Assamese |
ড০ নগেন শইকীয়ালৈ আগবঢ়োৱা হৈছে সাহিত্য অকাডেমিৰ সৰ্বোচ্চ সন্মান | Assamese |
Subsets and Splits
No community queries yet
The top public SQL queries from the community will appear here once available.