text stringlengths 1 2.59k ⌀ | language stringclasses 10
values |
|---|---|
খতম তাতা বাই বাই বীৰেন্দৰ চেহৱাগৰ মুখত ৰাহুল গান্ধীৰ উক্তি কিয় | Assamese |
বৰপেটা সাহিত্য সভাৰ দিলীপ কুমাৰ শৰ্মা সোঁৱৰণী সদৌ অসম শিশু উপন্যাসৰ পাণ্ডুলিপি প্ৰতিযোগিতা | Assamese |
অসমৰ বিস্ময় বালক অয়নে গঢ়িলে কনিষ্ঠতম ভাৰতীয় গ্ৰন্থকাৰৰ অভিলেখ | Assamese |
মণিপুৰৰ টাংখুল সম্প্ৰদায়ৰ প্ৰথমগৰাকী ইংৰাজী কাহিনীকাৰৰ কথাৰে | Assamese |
নাগৰিকত্ব বিধেয়কৰ বিৰুদ্ধে সাহিত্য সভাৰ প্ৰস্তাৱ ২৮ মেত গুৱাহাটীত জাতীয় অভিৱৰ্তন | Assamese |
ছচিয়েল মিডিয়াত অচিৰেই আত্মপ্ৰকাশ ঘটিব অসম সাহিত্য সভাৰ | Assamese |
অসম সাহিত্য সভাৰ গুৱাহাটী কাৰ্যালয় চৌহদত নতুন ভৱনৰ আধাৰশিলা স্থাপন | Assamese |
ঘোষণা কৰা হল ৰ দশম শ্ৰেণীৰ ফলাফল চাই লওক ফলাফল | Assamese |
৫০ দিন সূৰ্য্য উদয় নহয় এই চহৰত তথাপিও পোহৰ নেহেৰাই জীৱনৰ কত | Assamese |
বুক ৰিভিউএ পিপ ইন টু দা ৱৰ্কছ অব মহেশ্বৰ নেওগ গ্ৰন্থৰ ওপৰত এটা আলোচনা | Assamese |
জাতীয় প্ৰকাশন অনুষ্ঠান অসম প্ৰকাশন পৰিষদৰ ৬০ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ আয়োজন | Assamese |
আমেৰিকাতো ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱাক স্মৰণ গুৱাহাটীত মুম্বাইৰ সাহিত্য সভাৰ আহ্বায়কক সম্বৰ্ধনা | Assamese |
গাধই টানিলে ১৮ লাখ টকীয়া বিলাসী গাড়ী উভতিল শ্বুমলৈ কিন্তু কিয় জানেনে | Assamese |
সুধাকন্ঠৰ সমাধিত অঘটন বিদ্যুৎস্পষ্ট হৈ মৃত্যু দৰ্শনাৰ্থীৰ | Assamese |
তিনিচুকীয়াত মৰিয়াই মৰিয়াই হত্যা কৰা হল ২৬ বছৰীয়া প্ৰাঞ্জল মৰাণক | Assamese |
ঈদত হিন্দু যুৱতী মডেলক লৈ ভিডিঅ গণ প্ৰহাৰ মুছলামন ক | Assamese |
আকৌ চালানী মাছক লৈ শংকা মীন বিভাগৰ পৰীক্ষাত ধৰা পৰিছে বৰবিহ কিন্তু | Assamese |
বাঘিনীৰ বাবে কলিয়াবৰত জাৰি কৰা হল ১৪৪ ধাৰা | Assamese |
মাতৃত্ব বাথৰুমত মনে মনে সন্তান প্ৰসৱ কৰি পেলাই দিলে খালত | Assamese |
কংগ্ৰেছ নেতা ৰাণা গোস্বামীৰ বিৰুদ্ধে গোচৰ ৰুজু বিজেপিৰ | Assamese |
দুই পৰিয়ালৰ মাজত মাটিৰ কাজিয়া আহত ৭ জন | Assamese |
সাম্প্ৰদায়িক হিংসাৰ উচটনি প্ৰদান কৰা অমিত শ্বাহৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰ্ণাটক কংগ্ৰেছৰ | Assamese |
অন্তিমগৰাকী ভাৰতীয় ফাষ্ট বলাৰ হব পাৰে ঈশান্ত শৰ্মা কিয় | Assamese |
ইংলেণ্ড বনাম ভাৰত কাইলৈৰ পৰা তৃতীয় টেষ্ট আশাবাদী অধিনায়ক কোহলী | Assamese |
পৰিয়ালতন্ত্ৰ নহয় মোদীতন্ত্ৰ লৌহমানৱৰ নাম আঁতৰাই বিশ্বৰ সৰ্ববৃহৎ ষ্টেডিয়ামৰ নাম ৰখা হল নৰেন্দ্ৰ মোদীৰ নামেৰে | Assamese |
মটেৰা ষ্টেডিয়াম নিৰ্মাণ আৰু পিংক বল টেষ্টৰ বাবে প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰীক কৃতজ্ঞতা জ্ঞাপন সৌৰভ গাংগুলীৰ | Assamese |
পাঠ্যক্ৰমৰ দশম শ্ৰেণীৰ বিজ্ঞানৰ কিতাপৰ পৰা আঁতৰিল ডাৰউইন পত্ৰ লিখি প্ৰতিক্ৰিয়া বিজ্ঞানীৰ | Assamese |
মুকলি হল শিক্ষা সেতু অসম পৰ্টেল | Assamese |
বিশেষজ্ঞ সমিতিৰ প্ৰতিবেদনত গুৰুত্বপূৰ্ণ তথ্য আইআইটি খড়গপুৰত অসমৰ ছাত্ৰৰ মৃত্যুৰ গোচৰত উচ্চ ন্যায়ালয়ৰ নতুন নিৰ্দেশ | Assamese |
গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ স্নাতক পাঠ্যক্ৰমত নামভৰ্তিৰ ঘোষণা চাওক সৱিশেষ | Assamese |
আন্তৰ্জাতিক ফুটবলত ভাৰতক প্ৰতিনিধিত্ব কৰাৰ সুযোগ লাভ চামগুৰিৰ গ্ৰাম্যাঞ্চলৰ যুৱক অম্লানজ্যোতিৰ | Assamese |
অতিপাত গৰম ২৩ এপ্ৰিললৈকে বন্ধ থাকিব সকলো বিদ্যালয় | Assamese |
গুৱাহাটীত অসম সাহিত্য সভাৰ প্ৰথম ড০ পৰাগমণি শৰ্মা স্মাৰক বক্তৃতা সম্পন্ন | Assamese |
কাৰ্যনিৰ্বাহকৰ প্ৰথমখন পূৰ্ণাংগ অধিৱেশনত গৃহীত হল অসম সাহিত্য সভাৰ সংবিধান | Assamese |
প্ৰধানমন্ত্ৰীৰ গৃহৰাজ্য গুজৰাটৰ প্ৰায়বোৰ অংগনবাড়ী কেন্দ্ৰতে নাই বিশুদ্ধ খোৱাপানী আৰু শৌচাগাৰ | Assamese |
মহিলা সবলীকৰণৰ ওপৰত আধাৰিত উপন্যাস লিচ্ন টু মাই হাৰ্টবিট | Assamese |
নীলমণি ফুকন আৰু হোমেন বৰগোহাঞিলৈ কুভেম্পু ৰাষ্ট্ৰীয় বঁটা | Assamese |
অসম সাহিত্য সভাৰ উদ্যোগত মাৰাঠীলৈ অনুবাদ হব ৫ খন অসমীয়া গ্ৰন্থ | Assamese |
নামৰূপ লেখিকা সমাৰোহ সমিতিয়ে পালন কৰিলে ইয়াৰ প্ৰতিষ্ঠা দিৱস | Assamese |
গুৱাহাটীত অসম সাহিত্য সভাৰ ইতিহাস প্ৰথম খণ্ড উন্মোচন | Assamese |
য়েছে দৰজে ঠংচি সনন্ত তাঁতি আৰু ড০ ৰীতা চোধুৰীক অসম উপত্যকা সাহিত্য বঁটা প্ৰদান | Assamese |
এইবাৰ আইপিএলৰ নিলামত সকলোৰে দৃষ্টি কাঢ়ি নিয়া কোন এইগৰাকী সুন্দৰী যুৱতী | Assamese |
অপ্ৰতিৰোধ্য নভাক জকভিক পুনৰ অষ্ট্ৰেলিয়ান অপেনৰ খিতাপ দখল | Assamese |
ইংলেণ্ডৰ বিৰুদ্ধে ভাৰতীয় টী২০দলত সুযোগ সূৰ্যকুমাৰ ইশান কিষাণ তেওৱাটিয়াক উভতিল পন্টো | Assamese |
আৰু কি লাগে ৯৪টা বলত ১৭৩ৰাণ ১৯টা চাৰি ১১টা ছয় বিজয় হাজাৰেত ইশান কিষাণৰ ধুমুহা | Assamese |
আইপিএলত খেলিবলগীয়া জুনিয়ৰ তেণ্ডুলকাৰ অৰ্জুনক কি বাৰ্তা দিলে বায়েক ছাৰাই | Assamese |
জানি থওক দুটা জটিল ৰোগকে ধৰি স্বাস্থ্যৰ বাবে সাংঘাতিক উপকাৰী পাচলি ভাতকেৰেলা | Assamese |
এক কিলোগ্ৰাম ভাঙৰ বাবে ছিংগাপুৰত মৃত্যুদণ্ডৰ সন্মুখীন ভাৰতীয় মূলৰ টাংগাৰাজু চুপ্পাইয়া বুধবাৰে হব কাৰ্যকৰী | Assamese |
উঃপূঃৰ পৰা গুজৰাটলৈ অধিক হাতী প্ৰেৰণ কৰা হব উচ্চতম ন্যায়ালয়ে গঠন কৰি দিয়া কমিটীৰ নিৰ্দেশনা | Assamese |
সাংসদ অজিৎ ভূঞাৰ নতুন বিপদ সাংসদ পুঁজি আত্মসাৎ কৰাৰ অভিযোগত গোচৰ ৰুজু বিশেষ ভিজিলেন্সৰ | Assamese |
আকৌ ট্ৰাম্প বনাম বাইডেন ২০২৪ৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ আনুষ্ঠানিক ঘোষণা বাইডেনৰ | Assamese |
মোডীৰ সৈতেও আছিল ফটো ছিডনীত ৫ গৰাকী মহিলাৰ ধৰ্ষণত দোষী সাব্যস্ত প্ৰাক্তন বিজেপি নেতা | Assamese |
পুনৰ মাজ আকাশত প্ৰস্ৰাৱ কাণ্ড নিউয়র্কৰ পৰা দিল্লী অভিমুখী বিমানত যাত্রীৰ অভব্য আচৰণ | Assamese |
শিক্ষা অধিকাৰ সুৰক্ষা মঞ্চ গঠন ছেবা সংস্কাৰৰ দাবীত ২৮ এপ্ৰিলত গুৱাহাটীত আন্দোলনৰ কাৰ্যসূচী | Assamese |
আই এ এছ বিষয়া শেৱালী দেৱী শৰ্মাৰ বিৰুদ্ধে ১০৫ কোটি টকা আত্মসাতৰ অভিযোগ হব পাৰে গ্ৰেপ্তাৰ | Assamese |
ডাঙৰ খবৰব্যক্তিগত শিক্ষাঅনুষ্ঠানত বিনামূলীয়া হব দৰিদ্ৰ শিক্ষাৰ্থীৰ শিক্ষা নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ | Assamese |
:বিহুৰ বিষয়ে নজনা কথাবোৰ জানো আহক | Assamese |
ছাত্ৰছাত্ৰীৰ উপযোগী হোৱাকৈ মোগল সাম্ৰাজ্যৰ ইতিহাস সম্পৰ্কীয় কেইটামান বহুবিকল্পধৰ্মী প্ৰশ্নোত্তৰ | Assamese |
বিশিষ্ট নাট্য শিল্পী দুলাল ৰয়ক জীৱন শিল্পী আদ্য শৰ্মা বঁটা | Assamese |
বিভিন্ন বিষয়ৰ গ্ৰন্থ প্ৰকাশৰ পদক্ষেপ গ্ৰহণ কৰিছে ডিব্ৰুগড় বিশ্ববিদ্যালয়ে | Assamese |
অসমৰ লেখিকা পৰিস্মিতা সিঙৰ শেহতীয়া গ্ৰন্থৰ পটভূমি বিটিএডি | Assamese |
অসমৰ বিশিষ্ট কবি সমীৰ তাঁতী আৰু অজিত বাইৰীক সম্বৰ্ধনা জ্ঞাপন কৰিব মুম্বাইৰ ৰামনাথ ভট্টাচাৰ্য ফাউণ্ডেশ্যনে | Assamese |
নতুন ধৰণেৰে পাইথাগোৰাছৰ সূত্ৰ প্ৰমাণ দুগৰাকী স্কুলীয়া ছাত্ৰীৰ স্তম্ভিত গণিতজ্ঞ মহল | Assamese |
বিশ্বৰ শীৰ্ষ বিশ্ববিদ্যালয়ৰ ভিতৰত স্থান লাভ আই আই টি গুৱাহাটীৰ | Assamese |
যশস্বী পৰিচালক মুনিন বৰুৱালৈ ড০ ভবেন্দ্ৰ নাথ শইকীয়া বঁটা | Assamese |
২০১৮ বৰ্ষৰ পৰাগ কুমাৰ দাস সাংবাদিকতা বঁটা বাবে নিৰ্বাচিত বিশিষ্ট সাংবাদিক প্ৰণয় বৰদলৈ | Assamese |
অসমত আৰু অনুষ্ঠিত নহয় টেট পৰীক্ষা | Assamese |
ব্ৰহ্মপুত্ৰ সাহিত্য উৎসৱত এলাগী অসমীয়া সাহিত্যিক | Assamese |
মধ্যাহ্ন ভোজন কেলেংকাৰিত বিদ্যালয়ৰ মুৰব্বী আৰু ব্যৱসায়ীক কাৰাগাৰলৈ প্ৰেৰণ | Assamese |
পেট্ৰলৰ চেঞ্চুৰী ক্ৰিকেটাৰ মনোজ টিৱাৰীৰ অভিনন্দন | Assamese |
পৃথিৱীৰ আটাইতকৈ নিঃসংগ মানুহ কেৰিয়াৰৰ কঠিন সময়ৰ বিষয়ে অনুভৱ ব্যক্ত কৰিলে বিৰাট কোহলীয়ে | Assamese |
আই এছ এলত চেন্নাই এফ চিৰ বিৰুদ্ধে ড্ৰ খেলি পইণ্ট ভগাই ললে নৰ্থইষ্ট য়ুনাইটেডে | Assamese |
সকলো যেন পৰিকল্পিত অৱশেষত মুম্বাই ইণ্ডিয়ানছেই কিনি ললে অৰ্জুন তেণ্ডুলকাৰক | Assamese |
ফেচবুক কৰ্ণাৰ আৰু এখোজ আগুৱালে অখিল গগৈৰ সপোনৰ শিৱসাগৰে | Assamese |
মৰ্মান্তিক বাঘৰ আক্ৰমণত প্ৰাণ গল ৭ বছৰীয়া শিশুৰ | Assamese |
চিকিৎসকৰ ভয়াৱহ স্বীকাৰোক্তিচৰকাৰী কোৱাৰ্টাৰত চলাইছে অবৈধ গৰ্ভপাতৰ ক্লিনিক | Assamese |
পুনৰ আই পি এলৰ মুখ্য স্পোনছৰলৈ উভতিল | Assamese |
নিজৰ পচন্দৰ পদত আগ্ৰাধিকাৰ দিব পৰা সুবিধা প্রদান কৰি চূড়ান্ত বাচনি তালিকা প্রকাশ কৰকঃ | Assamese |
কোকৰাঝাৰত কেএলঅআৰক্ষীৰ সংঘৰ্ষদুগৰাকী আহত ছয় সদস্যক গ্ৰেপ্তাৰ | Assamese |
তৃতীয় টেষ্টৰ বাবে ভাৰতীয় স্কোৱাদ ঘোষণা শ্বাৰদুল ঠাকুৰৰ স্থানত উমেশ যাদৱ | Assamese |
আই পি এলৰ নিলামত ক্ৰিছ মৰিছৰ অভিলেখ ১৬.২৫ কোটি টকাত ৰাজস্থান ৰোয়েলছত চুক্তিবদ্ধ | Assamese |
আইপিএল ইতিহাসৰ আটাইতকৈ দামী খেলুৱৈসকল কোন কোন জানিবলৈ পঢ়ক. | Assamese |
সুখবৰ ফিল্ম ফেয়াৰলৈ মনোনীত হল অসমৰ সুমন অধিকাৰী | Assamese |
অসম সাহিত্য সভাৰ ৭৪সংখ্যক পূৰ্ণাংগ অধিৱেশন আৰম্ভ | Assamese |
সাহিত্য একাডেমিৰ উদ্যোগত নতুন দিল্লীত অনুষ্ঠিত হব দুদিনীয়া জনজাতীয় সাহিত্য উৎসৱ | Assamese |
সৰুবৰ জনগোষ্ঠীৰ ভাষাসংস্কৃতিৰ বিকাশ অবিহনে অসমীয়া ভাষাসংস্কৃতিৰ বিকাশ অসম্ভৱ | Assamese |
বৰডুমচাৰ অধিৱেশনত সাহিত্যপ্ৰেমীৰ সেৰেঙা উপস্থিতি সভা গণবিচ্ছিন্ন হোৱাৰ ইংগিত | Assamese |
টেষ্ট ক্ৰিকেটক বিদায় জনালে দক্ষিণ আফ্ৰিকাৰ প্ৰাক্তন অধিনায়ক ফাফডু প্লেছিচে | Assamese |
শ্বিলঙৰ বাস্তৱ জীৱনৰ কাহিনীৰে প্ৰকাশ পাব পীপুল কলড্ শ্বিলং নামৰ গ্ৰন্থ | Assamese |
সুস্থ গণতান্ত্ৰিক সমাজ গঢ় দিবলৈ হলে জনসাধাৰণক ৰাজনৈতিকভাৱে শিক্ষিত কৰি তুলিব লাগিব হোমেন বৰগোহাঞি | Assamese |
ৰাজ্যত বন্ধ হল ৬০০ খন মাদ্ৰাছা মুখ্যমন্ত্ৰী ডঃ শৰ্মা | Assamese |
তৃতীয় দিনত ছেবা ৰক্ষাৰ দাবীত চলা এছ এফ আইৰ অনশন কাৰ্যসূচী | Assamese |
গুৱাহাটী বিশ্ববিদ্যালয়ত উত্তৰপূব ভাৰতৰ মহাবিদ্যালয়ৰ অধ্যক্ষসকলৰ বাবে নেতৃত্ব আৰু ক্ষমতা বিকাশৰ ওপৰত কৰ্মশালা | Assamese |
ছাত্ৰছাত্ৰীৰ বাবে প্ৰয়োজনীয় কেইটামান বহুবিকল্পী প্ৰশ্নোত্তৰ | Assamese |
দ্বিতীয় টেষ্টত বিজয়ী টীম ইণ্ডিয়াক ব্যংগাত্মক শুভেচ্ছা কেভিন পিটাৰছনৰ | Assamese |
ছেবাৰ প্ৰশ্নকাকত ফাদিল প্ৰসংগ অহা ১ এপ্ৰিলত অনুষ্ঠিত হব বাতিল কৰা অসমীয়া বিষয়ৰ পৰীক্ষা | Assamese |
পুনৰ কেণা ফাদিল হৈছিল অসমীয়া বিষয়ৰ প্ৰশ্নকাকতো | Assamese |
মেট্ৰিকৰ প্ৰশ্নকাকত ফাদিল ঘটনাৰ দায়িত্ব স্বীকাৰ মুখ্যমন্ত্ৰীৰ দোষীক কঠোৰ শাস্তিৰ প্ৰতিশ্ৰুতি | Assamese |
প্ৰৱঞ্চনাৰ চিকাৰ জালিয়াতিৰ অভিযোগত ৭০০তকৈয়ো অধিক ভাৰতীয় শিক্ষাৰ্থীক দেশ এৰাৰ জাননী কানাডাৰ | Assamese |
ছেবাই জ্বলাইছে ৰাজ্য প্ৰশ্নকাকত ফাদিলৰ ঘটনাত মুঠ ২২ জনক আটক | Assamese |
Subsets and Splits
No community queries yet
The top public SQL queries from the community will appear here once available.