text stringlengths 1 2.59k ⌀ | language stringclasses 10
values |
|---|---|
খোজ ভেটিৰ পৰা আধাৰশিলালৈ ষষ্ঠ বৰ্ষপূতি অসমীয়া ভাষা সংৰক্ষণসংবৰ্ধন সম্পৰ্কে আলোচনা | Assamese |
মুখ্য মন্ত্ৰীক অসম সাহিত্য সভা আৰু জনজাতীয় সাহিত্য সভাৰ প্ৰতিনিধি দলৰ সাক্ষাৎ | Assamese |
চিৰকাল অটুট থাকিব অসমপশ্চিমবংগৰ মাজৰ সাংস্কৃতিক মৈত্ৰীবন্ধনড° ৰামকুমাৰ মুখোপাধ্যায় | Assamese |
বোকাখাতত আজিৰে পৰা তিনিদিনীয়াকৈ আৰম্ভ হৈছে সেউজ গ্ৰন্থমেলা | Assamese |
হোমেন বৰগোহাঞিলৈ চিংথুৰ প্ৰকাশন বকলীয়াঘাটৰ ৰংবং তেৰাং সমন্বয় বঁটা | Assamese |
গ্ৰন্থপ্ৰেমীৰ সঁহাৰি নাই গ্ৰন্থমেলাত বিপনীত মূৰে কপালে হাত দিছে বিক্ৰেতাই | Assamese |
অসম সাহিত্য সভালৈ গ্ৰন্থাগাৰ দান শিক্ষাবিদ দম্পতীৰ | Assamese |
কিংবদন্তী ফুটবলাৰ পেলেৰ নামেৰে নামাংকৃত হব ব্ৰাজিলৰ মাৰাকানা ষ্টেডিয়াম | Assamese |
বিস্ফোৰক তৰুণ অপেনাৰ পৃথ্বী শ্ব একেলগে ভংগ কৰিলে ধোনী আৰু কোহলিৰ অভিলেখ | Assamese |
ফেব্ৰুৱাৰী মাহৰ আইচিচি প্লেয়াৰ অৱ দ্যা মান্থ বিবেচিত হল টীম ইণ্ডিয়াৰ ৰবীচন্দ্ৰন অশ্বিন | Assamese |
সফলতাৰ ধাৰা অব্যাহত ৰবী শাস্ত্ৰী টীম ইণ্ডিয়াৰ আটাইতকৈ সফল প্ৰশিক্ষক হিচাপে স্থান লাভ | Assamese |
কৃত্ৰিম বৰষুণ সৃষ্টি কৰি চমকপ্ৰদ সফলতা আই আই টি কাণপুৰৰ | Assamese |
আজি ৰাষ্ট্ৰীয় চিকিৎসক দিৱস জানেনে কিয় পালন কৰা হয় এই দিৱস | Assamese |
কোনখন দেশৰ মানুহৰ গড় আয়ুস সৰ্বাধিক | Assamese |
ডাঙৰ খবৰ পিছুৱাই দিয়া হল অসম লোক সেৱা আয়োগৰ মূল পৰীক্ষা | Assamese |
গুৱাহাটীত মহিলাৰ বেগ কাঢ়ি নিলে বাইকত উঠি অহা চোৰে চিচি টিভিত বন্দী হৈ ৰল সমগ্ৰ দৃশ্য | Assamese |
বেয়া আছিল কপাল অৱসৰৰ এদিন পূৰ্বে গ্ৰেপ্তাৰ হল পঞ্চায়তৰ সচিব | Assamese |
পত্নীক শাৰীৰিক নিৰ্যাতন চলাই নিলম্বন হল বিষয়া মুকুল কাথাৰ | Assamese |
ৰজা চাৰ্লছৰ ৰাজ অভিষেকৰ বাবে আমন্ত্ৰিত একমাত্ৰ ভাৰতীয় শিল্পী সোনম কাপুৰ | Assamese |
নগ্ন হৈও অভিনয় কৰিছো চুম্বন কোনো কথাই নহয় অন্তৰংগ দৃশ্যক লৈ স্পষ্ট কথা মোহময়ী অভিনেত্ৰীৰ | Assamese |
লুধিয়ানাত কাৰখানাৰ বিষাক্ত গেছ নিৰ্গত হৈ মৃত্যু ১১জনৰ অসুস্থ বহুতো মৃত্যুৰ সংখ্যা বৃদ্ধিৰ আশংকা | Assamese |
মাত্ৰ ৪১ বছৰ বয়সত ৬০০ সন্তান যুৱকৰ শুক্ৰাণু দানত নিষেধাজ্ঞা জাৰি আদালতৰ | Assamese |
মহেন্দ্ৰ সিং ধনী কেনেদৰে ভাৰতৰ অধিনায়ক হৈছিল জনালে শ্বাৰদ পাৱাৰে | Assamese |
উন্মাদৰ কাণ্ড আমেৰিকাত পুনৰ বন্দুকধাৰীৰ আক্ৰমণত শিশুসহ একেটা পৰিয়ালৰ ৫জন নিহত | Assamese |
আপোনাৰ জীৱনৰ আটাইতকৈ ডাঙৰ শত্ৰু কোন কৈ দিছে চাণক্য নীতিয়ে | Assamese |
কাইলৈৰ পৰা গুৱাহাটী গ্ৰন্থমেলা ড০ নগেন শইকীয়াক প্ৰদান কৰা হব জীৱনজোৰা সাধনা বঁটা | Assamese |
অসম আৰু বাংলাদেশ ভাই ভাই আছিল আগলৈয়ো সেয়া ৰাখিব লাগিব ড০ পৰমানন্দ ৰাজবংশী | Assamese |
দিখৌমুখত অসম সাহিত্য সভাৰ ১০২ বছৰীয়া প্ৰতিষ্ঠা দিৱস উদযাপন | Assamese |
গুৱাহাটী গ্ৰন্থমেলাত নীলোৎপল বৰুৱাৰ গ্ৰন্থ শুক্ৰাচাৰ্য ৰাভা যাত্ৰা আৰু মাত্ৰা উন্মোচন | Assamese |
ৰহাত অসম সাহিত্য সভাৰ বিশেষ অধিৱেশনৰ লাইখুঁটা স্থাপন | Assamese |
তেজাল ডেকা লাবোৰ অৰণ্যলৈ যোৱাটো জাতিৰ বাবে শুভ নহয়ইমৰান শ্বাহ | Assamese |
ৰহাত ৩১ জানুৱাৰিৰ পৰা চাৰি দিনীয়া কাৰ্যসূচীৰে অসম সাহিত্য সভাৰ দশম বিশেষ অধিৱেশন | Assamese |
গুৱাহাটীত আজিৰ পৰা আৰম্ভ হল ২০ সংখ্যক উত্তৰপূব গ্ৰন্থমেলা | Assamese |
ৰ পৰীক্ষাত শীৰ্ষ স্থান দখল কৰিলে অসমৰ ছাত্ৰই | Assamese |
যৌতুকৰ বাবে লখিমপুৰত বোৱাৰীয়েকক গছত বান্ধি নিৰ্যাতন চলালে শহুৰেকে | Assamese |
প্ৰতিজন মানুহৰে থাকে দুখন মুখ চাণক্যৰ মতে প্ৰকৃত বন্ধু চিনি পোৱাৰ ৪টা উপায় | Assamese |
চন্দ্ৰৰ মাটিত পোৱা গৈছে অক্সিজেন সম্ভৱ হব মানুহৰ বসতি নাছাৰ পৰীক্ষাত নতুন আশা | Assamese |
ৰাস্তাৰ কুকুৰৰ দলে কামুৰি ছিৰাছিৰ কৰি পেলালে মহিলাৰ শৰীৰ ৰাতিপুৱাই কুকুৰৰ আক্ৰমণত মৃত্যু | Assamese |
গুৱাহাটীত তীব্ৰবেগী বাহনৰ খুন্দাত নিহত দুই বাইক আৰোহী | Assamese |
অসমৰ এনকাউণ্টাৰৰ বিষয় লৈ সৰ্বোচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হল অধিবক্তা আৰিফ জৱাদাৰ | Assamese |
বাজি মাৰি ৯০ মিনিটত খালে ২২ পেগ মদ টেটুলৈকে গিলি কৰুণ পৰিণতি যুৱকৰ | Assamese |
ভাৰতলৈ উভটি আহিল আইপিএল বিচিচিআইৰ সিদ্ধান্তক আদৰণি আৰ পি সিঙৰ | Assamese |
পোন্ধৰ মাহৰ পাছত ভাৰতীয় মহিলা ক্ৰিকেট দলৰ আন্তঃৰাষ্ট্ৰীয় মেচ আশাবাদী অধিনায়িকা মিথালী ৰাজ | Assamese |
প্ৰত্যাৱৰ্তন সুখকৰ নহল ভাৰতীয় মহিলা ক্ৰিকেট টীমৰ দক্ষিণ আফ্ৰিকাৰ হাতত শোচনীয় পৰাজয় | Assamese |
শ্বাহিদ আফ্ৰিদীৰ জীয়েকৰ বিয়াক লৈ ক্ৰিকেট অনুৰাগীসকলৰ উৎসাহ দৰা কোন | Assamese |
ৰ সূচী ঘোষণা উদ্বোধনী মেচত মুম্বাই ইণ্ডিয়ানছৰ মুখামুখি হব ৰয়েল চেলেঞ্জাৰ্ছ বাংগালোৰ | Assamese |
ষ্টিভ ৱক অতিক্ৰম ৰিকি পন্টিঙৰ সৰ্বকালৰ অভিলেখ স্পৰ্শ কৰিলে বিৰাট কোহলিয়ে | Assamese |
আইচিচি টেষ্ট ৰেংকিং নিউজিলেণ্ডক ওফৰাই শীৰ্ষ স্থানত উপনীত বিৰাট কোহলী বাহিনী | Assamese |
ইংলেণ্ড বনাম ভাৰত শৃংখলাত জয়লাভেৰে আইচিচি ৱৰ্ল্ড টেষ্ট চেম্পিয়নশ্বিপৰ যোগ্যতা অৰ্জন টীম ইণ্ডিয়াৰ | Assamese |
৯ৰ পৰা ২০নৱেম্বৰলৈ গুৱাহাটীত ২০ সংখ্যক উত্তৰপূব গ্ৰন্থমেলা অংশ লব ২৫০ খন বিপনীয়ে | Assamese |
শিশুৰ কাকলিৰে মুখৰিত হল নগাঁৱৰ কলঙৰ বাকৰি নেহৰুবালি | Assamese |
বিশ্বৰ দ্বিতীয় গৰাকী উইকেটকীপাৰ হিচাপে অভিলেখ গঢ়ি গিলখ্ৰীষ্টক স্পৰ্শ কৰিলে ঋষভ পন্টে | Assamese |
শিৱসাগৰত খোজ উদ্যোগত অনুষ্ঠিত হবলগীয়া পঞ্চম শিৱসাগৰ গ্ৰন্থ উৎসৱৰ লাইখুঁটা স্থাপন | Assamese |
মাদাৰছ অল্ড এজ হমত ৰদবৰষুণ আৰু জীৱনৰ পুৰাতন কথাবোৰ নামৰ কাব্য গ্ৰন্থ উন্মোচন | Assamese |
আইপিএলত মুম্বাই ইণ্ডিয়ানছৰ ছাপোৰ্ট প্লেয়াৰ হিচাপে নিৰ্বাচিত নাগালেণ্ডৰ খেইবৃৎছো কেনছে | Assamese |
তেজপুৰত সংবাদ সাংবাদিকতা আৰু তেজপুৰৰ সংবাদ কৰ্মীৰ ৰূপৰেখা শীৰ্ষক গ্ৰন্থ উন্মোচন | Assamese |
সদৌ অসম কবি সন্মিলনৰ প্ৰতিষ্ঠাপক সভাপতি ৰাম গগৈৰ স্মৃতি দিৱসত নগাঁৱৰ জামুগুৰিত কবিমেল | Assamese |
ভাষা জীয়াই থাকে জাতিটোৰ স্বাভিমানৰ ওপৰত ড° ৰমেশ পাঠক | Assamese |
চৰকাৰে উত্তৰপূব গ্ৰন্থমেলা বন্ধ কৰাৰ প্ৰতিবাদত বৰপেটাত অৱস্থান ধৰ্মঘট একেখন মঞ্চত আছুআমছু কৃষক মুক্তি | Assamese |
বিশ্ব পৰিৱেশ দিৱস উপলক্ষে ছাত্ৰছাত্ৰীৰ উপযোগী হোৱাকৈ ১৫টা বহুবিকল্পী প্ৰশ্নোত্তৰ | Assamese |
উৰিষ্যাৰ ৰেল দুৰ্ঘটনা পিতৃমাতৃক হেৰুওৱা শিশুৰ শিক্ষাৰ দায়িত্ব লব আদানী গ্ৰুপে | Assamese |
তালিবানে নিদিয়ে পঢ়িবলৈ ঘৰতে পৰীক্ষাগাৰ সাজি আই আই টিৰ পৰা ইঞ্জিনীয়াৰ হল আফগানিস্তাৰ ছাত্ৰী | Assamese |
গুজৰাট মডেল ১৫৭ খন স্কুলৰ এগৰাকীও শিক্ষাৰ্থী উত্তীৰ্ণ হব নোৱাৰিলে দশম শ্ৰেণীৰ পৰীক্ষাত | Assamese |
মনত ৰাখিব চতুৰ মানুহ তেৱেঁই যিয়ে এই তিনিটা কথা গোপনে ৰাখিব পাৰে | Assamese |
এইটোৱেটো হোৱাৰ কথা আছিল মোডীয়ে অনা দুটি চিতাৰ মৃত্যুৰ প্ৰসংগত কলে দক্ষিণ আফ্ৰিকাই | Assamese |
সংঘাতৰ মাজতে পুটিনৰ নতুন ডিক্রী অধিকৃত ভূখণ্ডৰ পৰা ইউক্ৰেইনীয় নাগৰিকক কৰিব পাৰিব বহিষ্কাৰ | Assamese |
কিন্তু কিয় ন্যায়াধীশৰ বিচাৰপীঠৰ পৰা নিযুক্তি দুৰ্নীতিৰ গোচৰ আঁতৰোৱাৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ | Assamese |
গেৰুৱা সাজ পিন্ধি দলৰ কাৰ্যালয়লৈ অহাৰ শাস্তি দলীয় কৰ্মীৰ গণ প্ৰহাৰৰ বলি কংগ্ৰেছ নেতা | Assamese |
বৰিছ জনছনক ঋণ পোৱাই দিয়াৰ তথ্য গোপন বিবিচিৰ অধ্যক্ষ ৰিচাৰ্ড শ্বাৰ্পৰ পদত্যাগ | Assamese |
ঘৃণামূলক ভাষণৰ ক্ষেত্ৰত অভিযোগ অবিহনেই ৰাজ্যই দাখিল কৰিব লাগিব গোচৰউচ্চতম ন্যায়ালয় | Assamese |
বিজ্ঞানৰ চমৎকাৰ ৰবোটিক বেজীৰ জৰিয়তে মহিলাৰ শৰীৰত শুক্ৰাণু জন্ম হল দুটি শিশুৰ | Assamese |
ক্ষান্ত নহয় পুটিন ৫১ দিনৰ পাছত কিয়েভত ৰাছিয়াৰ ক্ষেপণাস্ত্ৰ আক্ৰমণ ইউক্ৰেইনৰ প্ৰতিক্ৰিয়া | Assamese |
বন্ধুত্ব দিৱসত নগাঁৱত আমিনুৰ ৰহমানৰ একেলগে পঞ্চাশখন শিশু গ্ৰন্থ উন্মোচন কৰিলে সহপাঠীয়ে | Assamese |
দ্বিতীয় মৃত্যু বাৰ্ষিকীত সাহিত্যাচাৰ্য্য মহিম বৰাক নগাঁও জিলা সাহিত্য সভাৰ শ্ৰদ্ধাঞ্জলি | Assamese |
নগাঁৱত উন্মোচন হল ৰামধেনু যুগৰ গল্পকাৰ ৰুদ্ৰ প্ৰসাদ কাকতিৰ গল্প সমগ্ৰ আন্ধাৰত পোহৰৰ বাট | Assamese |
উত্তৰপূব গ্ৰন্থমেলা বন্ধ কৰাৰ প্ৰতিবাদত ১ ছেপ্টেম্বৰত অৱস্থান ধৰ্মঘটৰ আহ্বান | Assamese |
চামতা আঞ্চলিক সাহিত্য সভাৰ গ্ৰন্থ সংগ্ৰহ আৰু গ্ৰন্থ প্ৰদান অনুষ্ঠান সম্পন্ন | Assamese |
অহা বর্ষৰ ১ ফেব্ৰুৱাৰিৰ পৰা ৰহাত অনুষ্ঠিত হব অসম সাহিত্য সভাৰ বিশেষ বাৰ্ষিক অধিৱেশন | Assamese |
ভাষাৰ ব্যৱহাৰিক দিশ সঠিক নহলে ভাষাৰ মৃত্যু হবই ড০ পৰমানন্দ ৰাজবংশী | Assamese |
প্ৰকাশ পালে কৃষক নেতা অখিল গগৈৰ অসমীয়া জাতীয়তাবাদস্বাধিকাৰ প্ৰতিষ্ঠাৰ সংগ্ৰাম শীৰ্ষক গ্ৰন্থ | Assamese |
হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ২০২৩ কোনে কোনে লাভ কৰিলে প্ৰথম দহটা স্থান | Assamese |
অন্তিমখন টেষ্টতো ইংলেণ্ডৰ বেটিং বিপৰ্যয় ভাৰতীয় স্পীনাৰৰ সফলতাৰ ধাৰা অব্যাহত | Assamese |
চেঞ্চুৰি মাৰিলে কোহলীয়ে কিন্তু খেলপথাৰত নহয় তেন্তে কত কেনেকৈ | Assamese |
দোহা অপেনত বিজয়েৰে টেনিছ কোৰ্টলৈ ছানিয়া মিৰ্জাৰ সফল প্ৰত্যাৱৰ্তন | Assamese |
ছটা বলত ছটা চিক্সাৰ যুৱৰাজ সিঙৰ অভিলেখ ভংগ কৰিলে কিয়েৰণ পোলাৰ্ডে | Assamese |
গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত বিশ্ব বৌদ্ধিক সম্পদ দিৱস উদযাপন | Assamese |
ৰোমহৰ্ষক প্ৰাক্তন প্ৰেমিকসহ ১২ জন বন্ধুক চাইনাইড বিষ দি হত্যা গৰ্ভৱতী যুৱতীৰ | Assamese |
চলিত বৰ্ষৰ প্ৰথম চন্দ্ৰগ্ৰহণ ৫ মেত পৰৱৰ্তী এনে বিৰল মুহূৰ্তৰ বাবে অপেক্ষা কৰিব লাগিব ১৯ বছৰ | Assamese |
কন্যাৰ ন্যায় নাপাই মাতৃ বুধনী প্ৰজাই কৰা আত্মহত্যাৰ বাবে হিমন্ত বিশ্ব শৰ্মা চৰকাৰ জগৰীয়া আপ | Assamese |
শ্বপিং মলৰ ট্ৰায়েল ৰুমত ধৰ্ষণ এইবাৰ ডনাল্ড ট্ৰাম্পৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ লেখিকাৰ | Assamese |
বোধোদয় জেলেনস্কিৰ শীৰ্ষ উপদেষ্টাৰ দাবী ইউক্ৰেইন সংঘাতৰ বাবে দায়ী আমেৰিকা কিন্তু | Assamese |
ৰাজনীতি পছন্দ নহয় হাৰ্ভাৰ্ডত যোগদান কৰিব নিউজিলেণ্ডৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী জেচিণ্ডা আৰ্ডানে | Assamese |
অশান্ত মণিপুৰ মুখ্যমন্ত্ৰীৰ সভাত জুই লগাই দিলে ক্ষোব্ধ জনতাই ইণ্টাৰনেট কৰ্তন ১৪৪ ধাৰা | Assamese |
ক্ৰিকেট কেৰিয়াৰক বিদায় জনালে টীম ইণ্ডিয়াৰ বিশ্বকাপবিজয়ী অলৰাউণ্ডাৰ ইউচুফ পাঠানে | Assamese |
সুধাকণ্ঠৰ সমাধিক্ষেত্ৰত বিদ্যুৎস্পৃষ্ট হৈ কিশোৰৰ মৃত্যুত শোক প্ৰকাশ তদন্তৰ দাবী ডি ৱাই এফ আইৰ | Assamese |
আন্তৰ্জাতিক নাৰী দিৱস উপলক্ষ্যে ৰ উদ্যোগত গুৱাহাটীত মহিলাৰ বাবে ৱাকাথন কেনেকৈ কৰিব যোগদান | Assamese |
আকৌ চোৰাং চিকাৰ নগাঁৱত খৰ্গসহ গ্ৰেপ্তাৰ দুই চোৰাং ব্যৱসায়ী | Assamese |
আইচিচি টেষ্ট ৰেংকিং কেৰিয়াৰৰ শীৰ্ষতম স্থানত উপনীত ৰোহিত শৰ্মা আগুৱালে অশ্বিনঅক্ষৰো | Assamese |
মটেৰাত অক্ষৰৰ স্পীন মেজিক দুদিনতে পিংক বল টেষ্টত বিৰল বিজয় সাৱ্যস্ত কৰিলে ভাৰতে | Assamese |
তৃতীয় টেষ্ট ১১২ ৰাণতে সামৰণী পৰিল ইংলেণ্ডৰ প্ৰথম ইনিংছ অক্ষৰ পেটেলৰ বিধ্বংসী বলিং | Assamese |
Subsets and Splits
No community queries yet
The top public SQL queries from the community will appear here once available.