text stringlengths 1 2.59k ⌀ | language stringclasses 10
values |
|---|---|
দুৰ্বলসুবিধা বঞ্চিত শ্ৰেণীৰ শিশুসকলৰ বাবে প্ৰাথমিক পৰ্যায়ত ২৫% সংৰক্ষণ বিদ্যালয়চৰকাৰলৈ কি নিৰ্দেশ আদালতৰ | Assamese |
বিহাৰত কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী চৌবেই কলে ২০২৪ত সকলো বিদেশীক বাংলাদেশলৈ পঠিয়াই দিম | Assamese |
পুনৰ ৭.৩ প্ৰাবল্যৰ ভূমিকম্পই কঁপাই তুলিলে নিউজিলেণ্ড ছুনামী সতৰ্কতা জাৰি | Assamese |
চৰকাৰী গণ বিবাহ অনুষ্ঠানত গৰ্ভাৱস্থা পৰীক্ষা ৫গৰাকী কইনাৰ বিবাহ বাতিলক লৈ তুংগত বিতৰ্ক | Assamese |
চাশাৰ পিছত এইবাৰ উদয় কুনো ৰাষ্ট্ৰীয় উদ্যানত দক্ষিণ আফ্ৰিকাৰ পৰা অনা চিতাৰ মৃত্যু | Assamese |
অন্তৰংগ দৃশ্যৰ শ্বুটিঙত নিজক চম্ভালিব নোৱাৰিলে এইসকল অভিনেতাই তাৰ পিছত | Assamese |
বিস্ময় ৮১ বছৰৰ পিছত উদ্ধাৰ দ্বিতীয় বিশ্বযুদ্ধত হাজাৰ সংখ্যক যাত্ৰীসহ ডুব যোৱা জাপানী জাহাজ | Assamese |
দাম্পত্য জীৱনত স্বামীস্ত্ৰীৰ মাজত প্ৰেমৰ তীব্ৰতা যৌনজীৱনৰ মাদকতা অনাত বাস্তুশাস্ত্ৰৰ প্ৰভাৱ | Assamese |
২৮ জানুৱাৰিত বৰপেটা কবি সন্মিলনৰ বাৰ্ষিক অধিৱেশন | Assamese |
বৰ্তমান শাসকগোষ্ঠীয়ে দেশপ্ৰেমৰ নতুন সংজ্ঞা আওৰাই পূৰ্বৰ ব্যৱস্থাটোকেই জাৰি ৰাখিছে নিত্য বৰা | Assamese |
অসমীয়া উপন্যাস সাহিত্যলৈ সুখবৰ জয়ন্ত মাধৱ বৰাৰ মৰিয়াহোলালৈ সাহিত্য অকাডেমি বঁটা | Assamese |
ৰ লা ধেমালি প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কি কলে বিশিষ্ট চিন্তাবিদ ড০ হীৰেন গোহাঁইয়ে | Assamese |
৩০ মাৰ্চত অনুষ্ঠিত হব সাধাৰণ বিজ্ঞানৰ পৰীক্ষাঘোষণা ছেবাৰ | Assamese |
প্ৰশ্নকাকত ফাদিল ছেবাই বাতিল কৰিলে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ সাধাৰণ বিজ্ঞানৰ পৰীক্ষা | Assamese |
ছেবাৰ ব্যৰ্থতাৰ দায়িত্ব স্বীকাৰ কৰি শিক্ষামন্ত্ৰীয়ে পদত্যাগ কৰকঃ দাবী ডি ৱাই এফ আইৰ | Assamese |
কামৰূপ মডেল স্কুলত এক পৃথিৱী মডেল স্কুল এক্টিভিটি ৰুম উদ্বোধন ডব্লিউ ডব্লিউ এফৰ | Assamese |
যিকোনো চাকৰিৰ সাক্ষাৎকাৰ দিবলৈ যাওঁতে সন্মুখীন হব পাৰে এইকেইটা প্ৰশ্নৰ | Assamese |
১৯ সংখ্যক উত্তৰপূব গ্ৰন্থমেলাৰ সামৰণি | Assamese |
ছাত্ৰছাত্ৰীয়ে আহৰণ কৰিবলগীয়া ভাষিক দক্ষতা | Assamese |
জাতিগত বৈষম্য এছ আই টিক তদন্তৰ দায়িত্ব আইআইটি বোম্বেৰ ছাত্ৰৰ আত্মহত্যা কাণ্ডৰ | Assamese |
কবি পন্ট কিপিং বেটিঙেৰে দৃষ্টি আকৰ্ষণ কৰাৰ পাছত এইবাৰ ভাইৰেল ঋষভ পন্টৰ কাব্য চৰ্চা | Assamese |
আন্তঃজিলা বেডমিন্টন প্ৰতিযোগিতাত শিৱসাগৰৰ দুই খেলুৱৈৰ সফলতা | Assamese |
শিশুৰ শাৰীৰিক আৰু মানসিক বিকাশৰ উন্নয়ন | Assamese |
প্ৰতিশোধ সম্পূৰ্ণ ভাৰতৰ স্পীন আক্ৰমণত ধৰাশায়ী ৰুট বাহিনী | Assamese |
সকলো ধৰণৰ ক্ৰিকেটৰ পৰা অৱসৰগ্ৰহণ উইকেটকীপাৰ নমন ওজাৰ | Assamese |
গ্ৰেপ্তাৰ হব নেকি ক্ৰিকেট তাৰকা যুৱৰাজ সিং গোচৰ ৰুজু | Assamese |
বলিঙৰ পাছত বেটিঙতো অশ্বিনৰ শক্তিশালী প্ৰদৰ্শন শতকীয় ইনিংছেৰে ইংলেণ্ডক ৪২৯ ৰাণৰ প্ৰত্যাহ্বান | Assamese |
লক্ষ্যভেদ অৰ্জুনৰ এটা অভাৰতে ৫টা ছিক্সাৰ কোবাই সকলোৰে দৃষ্টি কাঢ়িলে জুনিয়ৰ তেণ্ডুলকাৰে | Assamese |
ৰণত পৰিল ৰুট বাহিনী ১৩৪ ৰাণতে সমাপ্ত প্রথম ইনিংছ | Assamese |
আজিৰ পৰা চেন্নাইত ভাৰতইংলেণ্ডৰ দ্বিতীয় টেষ্ট অক্ষৰ পেটেলৰ টেষ্ট অভিষেক | Assamese |
এইবাৰ ৰণত পৰিল ইংলেণ্ড লাঞ্চলৈকে ৪টা উইকেট হেৰুৱাই সংগ্ৰহ মাত্ৰ ৩৯ৰাণ | Assamese |
গ্ৰেপ্তাৰ অমৃতপল সিং অৱশেষত ৩৬ দিনৰ অন্তত আৰক্ষীৰ হাতত ধৰা পৰিল খালিস্তানী নেতাগৰাকী | Assamese |
মুখাৰ আঁৰৰ মুখ প্ৰাক্তন মিছ ইংলেণ্ডৰ বেগত ১৩ কিলোগ্ৰাম ড্ৰাগছ হাতেলোটে ধৰিলে আৰক্ষীয়ে | Assamese |
ঈদৰ দিনাই নুনমাটিত সংঘটিত হল হিংসাত্মক কাৰ্য চোকা অস্ত্ৰৰে আঘাত যুৱকক | Assamese |
কাৰ্বি আংলঙত বৃহৎ পৰিমাণৰ চোৰাং কাঠ জব্দ | Assamese |
দল বিৰোধী কাৰ্যকলাপৰ বাবে কংগ্ৰেছৰ পৰা বহিষ্কৃত অংকিতা দত্ত | Assamese |
পছন্দ আপোনাৰ ৰ বিকল্প হিচাপে নতুন এপ আনিছে টুইটাৰৰে সহপ্ৰতিষ্ঠাপক জেক ডৰ্চিয়ে | Assamese |
আলফা স্বা শিবিৰৰ পৰা পলায়ন কৰা কেডাৰ নিৰুদ্দেশ ৩ জনৰ আত্মসমৰ্পণ | Assamese |
অশনি সংকেত থাইলেণ্ডত ভয়াবহ বায়ু প্ৰদূষণ চিকিৎসালয়ত লাখ লাখ লোক চিকিৎসাধীন | Assamese |
ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস উপলক্ষ্যে বিজ্ঞান সম্পৰ্কীয় কেইটামান বহুবিকল্পী প্ৰশ্নোত্তৰ | Assamese |
মাৰ্কশ্বীট দিয়াত বিলম্ব মৃত্যুক সাৱটিলে ছাত্ৰই পেট্ৰল ঢালি জ্বলাই দিয়া ইন্দোৰৰ মহিলা অধ্যক্ষই | Assamese |
অসম সম্পৰ্কীয় কেইটামান বহুবিকল্পী প্ৰশ্নোত্তৰ | Assamese |
উত্তৰ নাই ৰাজ্যৰ ১০৭খন বিদ্যালয়ৰ স্বীকৃতি বাতিল কৰিলে ছেবাই | Assamese |
মেডিকেলত নামভৰ্তিত নিৰ্ধাৰিত আইনৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ তামিলনাডু চৰকাৰ | Assamese |
প্ৰচাৰৰ মায়াজাল কেন্দ্ৰই প্ৰতিখন বিদ্যালয়ত কৰা খৰচতকৈ বহু বেছি ব্যয় মোডীৰ পৰীক্ষা পে চৰ্চাত | Assamese |
শিশুৰ অনুশাসন আৰু শাস্তি | Assamese |
৫৩ বছৰত সম্পূৰ্ণ পি এইচ ডি চমক সৃষ্টি ৭৬ বৰ্ষীয় ছাত্ৰৰ | Assamese |
ডমিনিক ৰাবৰ পদত্যাগ ব্ৰিটেইনৰ নতুন উপপ্ৰধানমন্ত্ৰী পদত সুনাকৰ ঘনিষ্ঠ অলিভাৰ ডাউডেন | Assamese |
নগাঁৱত পুনৰ আৰক্ষীৰ গুলীত আহত এজন ড্ৰাগছ বেপাৰী | Assamese |
উৎক্ষেপণৰ পিছতে অঘটন হুৰমূৰাই ভাঙি পৰিল মাস্কৰ প্ৰথমখন মহাকাশযান | Assamese |
লক্ষ্য গুজৰাটৰ আম্বানিৰ চিৰিয়াখানা হাতী কঢ়িয়াই অনা ৪৯খন ট্ৰাকক লৈ তিনিচুকীয়াত উত্তেজনা | Assamese |
পুলৱামাৰ ঘটনাকলৈ খুলিছিল মুখ বীমা গোচৰত সত্যপাল মালিকক চমন ৰ | Assamese |
জিঅই মুকলি কৰিলে জিঅ ড্ৰাইভ ১০০ ইঞ্চিৰ পৰ্দাত পাব ভাৰ্চুৱেল ৰিয়েলিটিৰ অনুভৱ | Assamese |
আইচিচি টেষ্ট ৰেংকিং কোহলীৰ অৱনতি আৰু জ ৰুটৰ উত্থান | Assamese |
বিশ্বনাথত চাৰ্ভিছ ৰাইফলেৰে গুলীয়াই নিজকে হত্যা কৰিলে আৰক্ষী জোৱানে | Assamese |
গৰু বন্ধ কৰি চলোৱা হৈছে নেকি মহৰ চিণ্ডিকেট আপৰ সংবাদমেলত বিস্ফোৰক তথ্য | Assamese |
গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত মাষ্টাৰচেফ ইণ্ডিয়া বিজয়ী নয়নজ্যোতি শইকীয়াক সম্বৰ্দ্ধনা | Assamese |
ফিফা ক্লাৱ ৱৰ্ডকাপ বেয়াৰ্ণ মিউনিখৰ খিতাপ দখল | Assamese |
আইপিএলৰ নিলাম হৰভজন সিং কেদাৰ জাধৱ শীৰ্ষত | Assamese |
বিজেপিত বিপৰ্যয় ধন নাই আকৌ পদবীৰ পৰা পদত্যাগ কৰিলে বিজেপিৰ বিধায়কে | Assamese |
প্ৰত্যাৱৰ্তন বিচিচিআইৰ অনুৰোধত তামিলনাডুৱে ৰিলিজ কৰিলে টি নটৰাজনক | Assamese |
প্ৰসঙ্গগণৰাজ্য দিৱস কিছু জানিবলগীয়া তথ্য | Assamese |
উন্নয়নৰ ফোপোলা স্বৰূপ পিঠিত কিতাপৰ বেগ লৈ বাঁহৰ সাঁকোৰে বিদ্যালয়লৈ কণকণ ছাত্ৰছাত্ৰী | Assamese |
ৰাজ্যৰ শিক্ষা ব্যৱস্থাক মুনাফা অৰ্জনৰ আহিলা ৰূপে ব্যৱহাৰ কৰিবলৈ উঠি পৰি লাগিছে হিমন্ত বিশ্ব শৰ্মা | Assamese |
কেন্দ্ৰীয় লোকসেৱা আয়োগৰ পৰীক্ষাত অসমৰ ১.১ শতাংশহে কৃতকাৰ্য হয়প্ৰাক্তন মুখ্য সচিব জিষ্ণু বৰুৱা | Assamese |
মাতৃত্ব লাভ কৰা কিশোৰী সকলৰ বাবে নিয়মীয়া যৌনশিক্ষাৰ ব্যৱস্থাএখন বিদ্যালয়ে দেখুৱাইছে নিদৰ্শন | Assamese |
শীতৰ বাবে ১৫ জানুৱাৰীলৈকে বন্ধ থাকিব বিদ্যালয় | Assamese |
নাই পৰ্যাপ্ত শিক্ষক মৌলিক সাসুবিধাবিধানসভাত খোদ শিক্ষামন্ত্ৰীয়ে উদঙালে ৰাজ্যৰ চৰকাৰী শিক্ষাখণ্ডৰ স্বৰূপ | Assamese |
টকিঅ অলিম্পিকত এথলেট সকলৰ বাবে ১৫০০০০ বিনামূলীয়া কনডমৰ ব্যৱস্থা | Assamese |
ইংলেণ্ডৰ বিৰুদ্ধে প্ৰথম টেষ্টত পৰাজয়ৰ পাছতো বিৰাট কোহলিৰ অধিনায়কত্বক প্ৰশংসা জামাইকান দৌৰবিদ য়োহান ব্লেকৰ | Assamese |
আত্মসমৰ্পন ইংলেণ্ডৰ বিৰুদ্ধে চেন্নাইৰ প্ৰথম টেষ্টত বিৰাট পৰাজয় ভাৰতৰ | Assamese |
আই চি চিৰ উদ্বোধনী প্লেয়াৰ অফ দ্যা মান্থ খিতাপ ঋষভ পণ্টৰ শিৰত | Assamese |
টেষ্ট ক্ৰিকেটত ৩০০ উইকেটৰ অধিকাৰী ইশান্ত শৰ্মা ভাৰতৰ তৃতীয় গৰাকী বেগী বলাৰ | Assamese |
উত্তৰাখণ্ডৰ প্ৰাকৃতিক দুৰ্যোগৰ উদ্ধাৰ অভিযানলৈ ঋষভ পণ্টৰ অনুদান | Assamese |
গুগলত ভুলটো সন্ধান নকৰিব এইকেইটা বিষয়কৰিলে হব পাৰে ৰঙাঘৰৰ আলহী | Assamese |
সাৱধান ঘণ্টাৰ পিছত ঘণ্টা মোবাইল স্ক্ৰীণত চকু বৃদ্ধি পায় মেৰুদণ্ডৰ ৰোগ কৈছে গৱেষণাই | Assamese |
স্বনিৰাপত্তা মৃত্যুৰ ভাবুকিৰ মাজতে নতুন বুলেট প্ৰুফ বাহন ক্ৰয় ভাইজানৰ | Assamese |
জিঅ নতুন অফাৰ মাত্ৰ ৮১ টকাত সীমাহীন কলৰ সুবিধা লগতে পাব হাইস্পীড ডাটা | Assamese |
বৰফ গলিল ভাৰত ভ্ৰমণলৈ আহি আছে পাকিস্তানৰ বৈদেশিক মন্ত্ৰী বিলাৱল ভুট্টো | Assamese |
দেশ এৰি পলায়নৰ চেষ্টা বিমানবন্দৰত আটক পলাতক খালিস্তানপন্থী নেতা অমৃতপলৰ পত্নী | Assamese |
সূৰ্যত উঠিছে ধুমুহা পৃথিৱীৰ পিনে বিচ্ছুৰিত হৈছে জুইৰ আঙনি সতৰ্কবাণী নাছাৰ | Assamese |
ঋণ লৈ দিয়া অৰুণোদয় ডাঙৰ নে দিল্লীত ৰাহি বাজেটেৰে দিয়া বিনামূলীয়া বিজুলী ডাঙৰ প্ৰশ্ন আপৰ | Assamese |
পাঁচটা দশকৰ পিছত আকৌ জোনবাই দেশলৈ যাব মানুহ নিৰ্বাচন কৰা হৈছে ৪ জন বিজ্ঞানীক | Assamese |
গুৱাহাটীত উদ্ধাৰ হৈছে ইটোৰ পিছত সিটো মৃতদেহ | Assamese |
মৰ্মান্তিক সাহায্য বিতৰণ অনুষ্ঠানত পদপিষ্ট হৈ নিহত কমেও ৮৫ জন আহত ৩০০ৰো অধিক | Assamese |
বয়স মাত্ৰ ২৫ বছৰ ঘৰতে মৃত অৱস্থাত উদ্ধাৰ কেপপ তাৰকা মুনবিনৰ দেহ | Assamese |
ৰেগিং কৰাৰ বাবে শিলচৰৰ ১৪ জন দন্ত চিকিৎসা মহাবিদ্যালয়ৰ শিক্ষাৰ্থীক হোষ্টেলৰ পৰা বহিস্কাৰ | Assamese |
১৬ ডিচেম্বৰত কটন বিশ্ববিদ্যালয়ত জলবায়ু সন্মিলনৰ পিছত দক্ষিণপূব এছিয়াৰ বাবে পৰৱৰ্তী কি আছে শীৰ্ষক আলোচনাচক্ৰ | Assamese |
ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰেগিং কাণ্ডৰ মূল অভিযুক্ত ৰাহুল চেত্ৰীৰ আত্মসমৰ্পণ | Assamese |
ইউজিচিৰ নতুন নিয়ম স্নাতকোত্তৰ অধ্যয়ন অবিহনে পোনপটীয়াকৈ পিএইচডিৰ সুযোগ | Assamese |
দক্ষিণপূব এছিয়াৰ সাতখন দেশৰ লোকশিল্পীৰ সংগমেৰে মুখৰিত দিশপুৰ মহাবিদ্যালয় | Assamese |
এইবাৰ গুৱাহাটী বিশ্ববিদ্যালয়ত ৰেগিং কাণ্ড হোষ্টেলৰ চিনিয়ৰ প্ৰহাৰত কাণ বিকল হল ছাত্ৰৰ | Assamese |
হোষ্টেলত ৰেগিঙত অসমৰ ছাত্ৰৰ মৃত্যু আইআইটি খড়গপুৰৰ সঞ্চালকক তলব আদালতৰ | Assamese |
এই ৰেগিঙৰ বাবে কোন দায়ী | Assamese |
ছচিয়েল মিডিয়াত শচীনক চৰম কটাক্ষ এইবাৰ কৃষক বিক্ষোভক লৈ মুখ খুলিলে কপিল দেবে | Assamese |
চেন্নাইত ৩৩৭ৰাণত অল আউট ভাৰত ৱাশ্বিংটন সুন্দৰৰ অপৰাজিত ৮৪ৰাণ | Assamese |
দেশৰ মাটিত প্ৰথমবাৰৰ বাবে টেষ্ট খেলিবলৈ খেলপথাৰত নামিল যশপ্ৰীত বুমৰাহে ললে উইকেটো | Assamese |
আই এছ এলত নৰ্থইষ্ট য়ুনাইটেড আৰু এফ চি গোৱাৰ মাজৰ খেল ড্ৰ ৰূপে সামৰণি | Assamese |
টকিঅ অলিম্পিকৰ পূৰ্বে কোভিড ভেকচিন প্ৰদান কৰা হব ভাৰতীয় খেলুৱৈক ক্ৰীড়া মন্ত্ৰ্যালয়ৰ ঘোষণা | Assamese |
চকুৰ ৰোগ পৰীক্ষা কৰিবলৈ প্ৰস্তুত ১১ বছৰীয়া ভাৰতীয় কন্যাৰ | Assamese |
Subsets and Splits
No community queries yet
The top public SQL queries from the community will appear here once available.