text stringlengths 1 2.59k ⌀ | language stringclasses 10
values |
|---|---|
২০ ছেপ্তেম্বৰৰ পৰা ৰাজ্যত আৰম্ভ হব দশম শ্ৰেণীৰ পাঠদান | Assamese |
ধোনীক অতিক্ৰমি প্ৰথম ভাৰতীয় অধিনায়ক হিচাপে এদিনীয়া ক্ৰিকেটৰ এলিট ক্লাৱত কোহলি | Assamese |
আই এছ এলৰ তৃতীয় খেলত বিজয়ৰ লক্ষ্যৰে আজি গোৱাৰ বিৰুদ্ধে খেলপথাৰত নামিব নৰ্থইষ্ট য়ুনাইটেড | Assamese |
অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে প্ৰথমখন এদিনীয়া খেলত কি নতুন অভিলেখ গঢ়িলে চাহাল আৰু পাণ্ডেয়াই | Assamese |
বিৰাট কোহলীৰ সহযোগিতাৰে গৰ্ভাৱস্থাত অনুষ্কাৰ শীৰ্ষাসন ছচিয়েল মিডিয়াত অনুৰাগীৰ প্ৰশংসা | Assamese |
মাৰাডোনা হৈ পৰিল মেডোনা টুইটাৰত ট্রেন্ডিং দেখি হতভম্ব পপষ্টাৰগৰাকী | Assamese |
ভাৰতীয় জাৰ্চিত পুনৰ দেখা গল এছ শ্ৰীসন্থক কলে ইয়াৰ বাবে সাতবছৰ অপেক্ষা কৰিছো | Assamese |
ভাৰতৰ বিৰুদ্ধে সৰ্বাধিক এদিনীয়া আন্তঃৰাষ্ট্ৰীয় স্কোৰৰ অভিলেখ অষ্ট্ৰেলিয়াৰ ভংগ ১৭ বছৰীয়া পুৰণি অভিলেখ | Assamese |
ছিডনীত ভাৰতঅষ্ট্ৰেলিয়াৰ খেল ব্যাহত কৰি খেলপথাৰৰ ভিতৰত আদানি গ্ৰুপ বিৰুদ্ধে প্ৰতিবাদ | Assamese |
চুইচ এটা টিপিলেই বতাহত উৰিবলৈ লব এইখন বাইক লগোৱা আছে ৪ টা জেট ইঞ্জিন | Assamese |
২৬.৭ কোটিতকৈয়ো অধিক ফেচবুক য়ুজাৰৰ তথ্য ফাদিল সুৰক্ষিত নাছিল চাৰ্ভাৰ | Assamese |
অসমৰ সকলো গাঁৱলৈ ফ্ৰী ৱাই ফাই | Assamese |
মোবাইল গ্ৰাহকৰ বাবে ভাল খবৰ এতিয়া কেইদিনৰ ভিতৰত পোৰ্ট কৰিব পাৰিব মোবাইল নম্বৰ | Assamese |
চন্দ্ৰযান২ৰ বিক্ৰম লেণ্ডাৰৰ প্ৰথম সন্ধান চলাইছিল এইগৰাকী ভাৰতীয়ই কৃতিত্ব দিলে নাছাই | Assamese |
নাছাই বিচাৰি পালে বিক্ৰম লেণ্ডাৰ চন্দ্ৰপৃষ্ঠত তিনিটা টুকুৰা হৈ আছে পৰি বিক্ৰম | Assamese |
৪০ বছৰীয়া ইং স্মাৰ্ট নতুন খোজ | Assamese |
অষ্ট্ৰেলিয়া টেষ্ট শৃংখলাৰ পৰা বাহিৰ ঈশান্ত শৰ্মা ১১ ডিচেম্বৰত ৰোহিত সন্দৰ্ভত চূড়ান্ত সিদ্ধান্ত | Assamese |
আপোনাৰ দৰে কাপুৰুষ ক্ষমতালোভী একনায়কত্ববাদীৰ আগত সৰৱ প্ৰিয়ংকা গান্ধী | Assamese |
উত্তৰপূবৰ দুজন সাংবাদিকে লাভ কৰিলে সাংবাদিকতাৰ উৎকৃষ্টতাৰ পুৰস্কাৰ | Assamese |
নগাঁৱত গঁড়ৰ খৰ্গৰ সৈতে তিনিজনক গ্ৰেপ্তাৰ | Assamese |
নীৰৱতা ভংগ কৰিলে ৰাহুলে সাংসদ পদ বাতিলৰ পিছত যুঁজ দিয়াৰ বাৰ্তা কংগ্ৰেছ নেতাগৰাকীৰ | Assamese |
কত কেনেকৈ চাব ৰেংক কাট অফ বা স্ক | Assamese |
৪৪ গৰাকী পৰীক্ষাৰ্থীয়ে লাভ কৰিলে ১০০ শতাংশ নম্বৰ | Assamese |
শূৰ্পনাখা মন্তব্য পাঁচ বছৰৰ পিছত মোডীৰ বিৰুদ্ধে মানহানি গোচৰ কংগ্ৰেছ নেতা ৰেণুকা চৌধুৰীৰ | Assamese |
আজি ৰ প্ৰৱেশ পৰীক্ষা সাজু হৈ উঠিছে বিভিন্ন পৰীক্ষা কেন্দ্ৰ | Assamese |
ৰাজ্যত নতুনকৈ স্থাপন হব ৯ খন আইন মহাবিদ্যালয় | Assamese |
কালৰো কাল বিপৰীত কাল ৰাস্তাৰ কুকুৰৰ ভয়ত গাওঁ এৰি পলাল সিংহ ভিডিঅ ভাইৰেল | Assamese |
কাইলৈ ৰ সংযুক্ত প্ৰতিযোগিতামূলক প্ৰাৰম্ভিক পৰীক্ষা প্ৰাৰ্থীসকলৰ বাবে বাধ্যতামূলক কোভিড বিধি | Assamese |
টীয়কত ১৬ বছৰ অনুৰ্দ্ধ প্ৰাইজমণি ফুটবল প্ৰতিযোগিতা সদ্য প্ৰয়াত তৰুণ গগৈ আৰু মাৰাডোনালৈ শ্ৰদ্ধাঞ্জলি | Assamese |
শিৱসাগৰ মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যাপক প্ৰবীণ শিক্ষাবিদ বীৰেন্দ্ৰ চন্দ্ৰ বৰুৱাৰ মৃত্যু | Assamese |
চনু নিগমৰ ঘৰৰ পৰা চুৰি হল ৭২ লাখ টকা চিচিটিভিত ধৰা পৰিল চোৰ | Assamese |
গিৰিজানন্দ চৌধুৰী ইনষ্টিটিউট অৱ ফাৰ্মাচিউটিকেল ছায়েন্সতেজপুৰ প্ৰথম প্ৰতিষ্ঠা দিৱস উদযাপন | Assamese |
এইবাৰো বাতিল হব নেকি কি ৰায় দিলে উচ্চতম ন্যায়ালয়ে | Assamese |
দীৰ্ঘদিনৰ বিৰতিৰ অন্তত আজিৰে পৰা কভিড নীতিনিয়ম মানি টীয়কতো খুলিলে মহাবিদ্যালয়সমূহ | Assamese |
চন্দ্ৰযান৩ অভিযানৰ বাবে সাজু ইছৰো প্ৰস্তুতি কিমানদূৰ | Assamese |
মিলিন্দ সুমন আৰু অংকিতা কোঁৱৰে চলোৱা টাটা নেক্সন ইলেকট্ৰিক কাৰ ভিডিঅ মুকলি | Assamese |
সাৱধান সন্মুখত এইবাৰ বেংক একাউন্ট হেক হোৱাৰ বিপদ | Assamese |
গুগলৰ অফাৰ খেলাসকলে পাব ২০০ টকাৰ ক্ৰেডিট কুপন | Assamese |
এণ্ড্রইড য়ুজার্ছৰ বাবে সুখবৰ আহিছে ত ফিংগাৰপ্ৰিন্ট লক নতুন ফিচাৰ | Assamese |
গুলাম নবী আজাদৰ দাবীহিমন্ত পৰ্ব ৰাহুল গান্ধীৰ ভুল পৰিচালনা আছিল ছোনিয়া আছিল নিমাত | Assamese |
অসমমিজোৰামত জব্দ ৪০০ কোটিতকৈ অধিক মূল্যৰ ড্ৰাগছতিনিগৰাকীক গ্ৰেপ্তাৰ | Assamese |
যুদ্ধৰ খৱৰ ৰাছিয়াৰ ড্ৰোণ আক্ৰমণত কিয়েভ অঞ্চলত ৮ জন নিহত দাবী ইউক্ৰেইনৰ | Assamese |
গোলকীয় উষ্ণতা শীঘ্ৰে শুকাই যাব সিন্ধু গংগা ব্ৰহ্মপুত্ৰ সতৰ্ক কৰিলে ৰাষ্ট্ৰসংঘই | Assamese |
মহাৰাষ্ট্ৰৰ বিধায়কৰ আপত্তিজনক মন্তব্যএকনাথ সিন্দেলৈ পত্ৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ | Assamese |
নিযুক্তি লাভৰ পৰা বঞ্চিত শিক্ষক সকলক অতি সোনকালে চৰকাৰক নিযুক্তি প্রদানৰ আহ্বান শিক্ষক সন্থাৰ | Assamese |
শিক্ষক দিৱস ২০ বছৰে বিনা বেতনে শিক্ষকতা কৰা শিক্ষকৰ এই কৰুণ কাহিনীয়ে চকু মেল খুৱাবনে চৰকাৰৰ | Assamese |
ৰাষ্ট্ৰীয় গ্ৰন্থাগাৰিক দিৱসত কিতাপৰ টোপোলা প্ৰদান টীয়ক চন্দ্ৰকমল বেজবৰুৱা মহাবিদ্যালয়ৰ | Assamese |
গিৰিজানন্দ প্ৰতিষ্ঠানত শিক্ষক শিক্ষণ আৰু বিকাশ শীৰ্ষক অনুষ্ঠানটিৰ সফল সামৰণি | Assamese |
কাজিৰঙাত গজ উৎসৱদুদিনৰ বাবে বন্ধ থাকিব হাতী আৰু জীপ ছাফাৰী | Assamese |
চন্দন চক্ৰৱৰ্তীলৈ ৰাজ্যিক কৃতী শিক্ষকৰ বঁটা উৎফুল্লিত গোৱালপাৰাবাসী | Assamese |
কেনেদৰে চলিছে অসমৰ শিক্ষা ব্যৱস্থা বিৰোধীৰ সুৰতেই শিক্ষামন্ত্ৰীয়েও মানি ললে ব্যৰ্থতা | Assamese |
শিক্ষা বিভাগত নিযুক্তিৰ পদক্ষেপ অসম চৰকাৰৰ ২২৯২১ পদত নিযুক্তিৰ প্ৰক্ৰিয়া আৰম্ভ | Assamese |
সংকটকালত ব্যতিক্ৰমী পদক্ষেপ টীয়কৰ যুৱ শিক্ষক পৰাগ শইকীয়ালৈ গ্লবেল টিচাৰ এৱাৰ্ড২০২১ | Assamese |
উদ্ভট কোভিডকালীন পৰিস্থিতিতো মাচুল বৃদ্ধিৰে শিক্ষাৰ্থীৰ ওপৰত মাধমাৰ তেজপুৰ বিশ্ববিদ্যালয়ৰ | Assamese |
সংসাৰ সাগৰত হাবুডুবু খোৱা মাতৃসকললৈ ছানিয়া মিৰ্জাৰ আবেগ ভৰা চিঠি কি লিখিলে ছানিয়াই | Assamese |
এদিন স্বৰ্গৰ কোনোবা এখন ঠাইত মাৰাডোনাৰ সৈতে ফুটবল খেলিব পেলেই | Assamese |
নিউজিলেণ্ডত পাকিস্তানী ক্ৰিকেট দলৰ ছয়গৰাকী সদস্য কোভিড পজিটিভ | Assamese |
মাৰাডোনাৰ বিয়োগত শ্ৰদ্ধা জনাই দুদিনীয়া শোক ঘোষণা কেৰালা চৰকাৰৰ | Assamese |
কপিলশচীনৰ স্মৃতি বিজৰিত ৰেট্ৰ জাৰ্চিৰে অষ্ট্ৰেলিয়াত সাজু ধাৱান | Assamese |
কনাৰ পৰীক্ষাক লৈ কি কলে বিচিচিআইৰ অধ্যক্ষ সৌৰভ গাংগুলীয়ে | Assamese |
আই চি চিৰ নতুন অধ্যক্ষ ৰূপে নিৰ্বাচিত নিউজিলেণ্ডৰ গ্ৰেগ বাৰ্কলে | Assamese |
আজি কেৰালা ব্লাষ্টাৰ্ছৰ বিৰুদ্ধে নামিব নৰ্থইষ্ট য়ুনাইটেড | Assamese |
এবাৰ নহয় দুবাৰ খেলৰ মাজতেই প্ৰতিপক্ষ ফুটবলাৰৰ গুপ্তাংগত দিলে হাত ভাইৰেল ভিডিঅক লৈ চাঞ্চল্য | Assamese |
কোহলী আশ্বিন ৰোহিত ধোনীৰ নাম আই চি চিৰ দশকটোৰ শ্ৰেষ্ঠ ক্ৰিকেটাৰৰ বাবে মনোনীত | Assamese |
ত নিষিদ্ধ হোৱাৰ পৰা আপুনি নিজকে বচাই ৰাখক | Assamese |
আইছিছৰ পাঠশালাত পৰিণত টিকটক | Assamese |
কি সাংঘাতিক নতুন ফিচাৰ আহিছে ত | Assamese |
স্বৰ্গৰ দ্বাৰ চাওক মহাকাশত হোটেল পৰিকল্পনাৰ ভাইৰেল | Assamese |
ৰাজ্যৰ সকলো কলেজ বিশ্ববিদ্যালয়ত কিয় মোবাইল ফোন নিষিদ্ধ কৰিলে চৰকাৰে | Assamese |
য়ামাহাৰ যুৱকসকলৰ বাবে বজাৰলৈ অহা এখন সপোনৰ বাইক | Assamese |
ভিডিঅ গেম খেলাৰ বাবেই কাছাৰত মৰিয়াই মৰিয়াই হত্যা নাবালকক | Assamese |
অৰুণাচলত উদযাপন কৰা হল ভাৰতভূটানৰ বন্ধুত্ব উৎসৱ | Assamese |
বিধান সভাৰ সীমা নিৰ্ধাৰণ মুখ্যমন্ত্ৰীৰে বৈঠকত বহিল মিত্ৰজোঁটৰ বিধায়ক | Assamese |
৪৫ বছৰত বলীউডৰ ৰাণীকামাখ্যাত ললে আশীৰ্বাদ | Assamese |
বিশ্বনাথত নাবালিকা ছাত্ৰীক ধৰ্ষণৰ চেষ্টা বিদ্যালয়ৰ প্ৰধান শিক্ষকৰপলাতক অভিযুক্ত | Assamese |
বিশ্বজিৎ হাজৰিকা অপহৰণহত্যাকাণ্ড গোচৰবৈজ্ঞানিক প্ৰমাণ সংগ্ৰহৰ প্ৰচেষ্টা আৰক্ষীৰ | Assamese |
ঈশান উদয় জলপানিৰ ১০০ কোটিটকীয়া কেলেংকাৰীৰ তথ্য ফাদিল | Assamese |
বিশেষ পদ্ধতিৰে মহাকাশৰ আৱৰ্জনা পৰিষ্কাৰ বাণিজ্যিক পৰিসৰত কাম কৰাৰ প্ৰস্তাৱ নাছাৰ | Assamese |
ডিব্ৰুগড় কাৰাগাৰলৈ পুনৰ খালিস্তানী নেতা অমৃতপাল সিঙৰ তিনি সহযোগী | Assamese |
আজি ঘোষিত হল ৰ দশম শ্ৰেণীৰ ফলাফল কিন্তু এইখন বিদ্যালয়ৰহে নোলাল ফলাফল | Assamese |
মেট্ৰিক পৰীক্ষাৰ ফলাফলক কেন্দ্ৰ কৰি গোলাঘাটৰ খ্ৰীষ্টিয়ান হাইস্কুলত হুলস্থুলীয়া পৰিবেশ | Assamese |
গিৰিজানন্দ চৌধুৰী ইনষ্টিটিউট অফ ফাৰ্মাচিউটিকেল চায়েঞ্চত ফার্মাচিষ্ট পদত নিযুক্তিৰ বাবে আবেদন পত্ৰ আহ্বান | Assamese |
বৰপেটাত ঈশান উদয় বৃত্তি কেলেংকাৰী আৰক্ষীৰ জালত কেলেংকাৰীৰ সৈতে জড়িত ১০ অভিযুক্ত | Assamese |
উচ্চ আৰু উচ্চতৰ মাধ্যমিকৰ ফলাফলক লৈ অসন্তুষ্ট তথা ফেইল কৰা সকলেও পৰীক্ষা দিব পাৰিবশিক্ষামন্ত্ৰী | Assamese |
উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল ঘোষণা কলাত ৯৮.৯৩ বিজ্ঞানত ৯৯.০৬ আৰু বাণিজ্যত ৯৯.৫৭ শতাংশ উত্তীৰ্ণ | Assamese |
হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলশিৱসাগৰ জিলাত উত্তীৰ্ণৰ হাৰ ৯৭.৭৭ শতাংশ | Assamese |
অসম হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ঘোষণা উত্তীৰ্ণৰ হাৰ ৯৩.১০ শতাংশ | Assamese |
চন্দ্ৰৰ শেহতীয়া ছবি পঠালে চন্দ্ৰযান২ৰ অৰ্বিটাৰে চাঞ্চল্যকৰ তথ্য লাভ | Assamese |
আইফোন কিনাৰ পৰিকল্পনা আছে ২৫৯০০ টকা সস্তাত কিনক ৰ | Assamese |
গুগলত পুনৰ নিৰাশ অসমীয়া ভাষা | Assamese |
কাৰ্ড ৰ ধাপ সমূহ লগতে চাওক কি কি দৰকাৰি নথিপত্ৰ সাজু কৰি ৰাখিব লাগিব | Assamese |
কোনবোৰ স্মাৰ্টফোনে বিকিৰণ কৰে অধিক তেজস্ক্ৰিয় ৰশ্মি পোহৰলৈ আহিছে সুদীৰ্ঘ তালিকা | Assamese |
২৭ সংখ্যক ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহ তিনিশ শিশু বিজ্ঞানীৰে উদুলি মুদুলি মাজুলী | Assamese |
মাতৃত্বৰ গৌৰৱ আৰু যন্ত্ৰণা বিনাশিনী কৃত্ৰিম গৰ্ভৰ আগমন | Assamese |
৭ বছৰৰ মূৰত ফিল্ডলৈ উভতিছে এইগৰাকী বিশ্বকাপ বিজয়ী ভাৰতীয় বলাৰ | Assamese |
কনা সংকটৰ মাজতো এ উপাৰ্জন কৰিলে ৪০০০ কোটি টকা | Assamese |
আই চি চিৰ নতুন নিয়ম ১৫ বছৰ বয়সৰ তলৰ খেলুৱৈয়ে খেলিব নোৱাৰিব আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট | Assamese |
শচীনৰ এটা মেচেজেই উজ্জীৱিত কৰি তুলিছে হতাশ সূৰ্যকুমাৰক কি আছিল সেই মেচেজ | Assamese |
প্ৰধানমন্ত্ৰী মোডীলৈ কেজৰিৱালৰ পত্ৰদিল্লীবাসীৰ ওপৰত আপোনাৰ খং কিয় অনুগ্ৰহ কৰি বাজেট বন্ধ নকৰিব | Assamese |
আইডিএছ ৰূপায়নৰ বাবে উত্তৰ পূব সীমান্ত ৰেলৱে আৰু ৰেইলটেলৰ মাজত বুজাবুজি চুক্তিত স্বাক্ষৰ | Assamese |
Subsets and Splits
No community queries yet
The top public SQL queries from the community will appear here once available.