text stringlengths 1 2.59k ⌀ | language stringclasses 10
values |
|---|---|
ব্ৰিটেইনৰ পিছত এইবাৰ আমেৰিকা ছান ফ্ৰান্সিস্কোত থকা ভাৰতীয় দূতাবাসত তাণ্ডৱ খালিস্তানী পন্থীৰ | Assamese |
যুদ্ধংদেহি বাল্টিক সাগৰত আমেৰিকা যুক্তৰাষ্ট্ৰৰ বোমাৰু বিমান দেখি ৰাছিয়াৰো প্ৰেৰণ যুদ্ধবিমান | Assamese |
জন্মৰ হাৰকলৈ চিন্তিত জাপানত নৱজাতক অবিহনে জন সংখ্যাৰ সংকটত ভূগিছে এটা সম্প্ৰদায় | Assamese |
যৌতুকৰ দাবীৰে স্বামীগৃহত নিৰ্যাতনগৰৈমাৰীত আত্মহত্যা দুই সন্তানৰ মাতৃৰ | Assamese |
আমি কিমান সুখী বিশ্বৰ আটাইতকৈ সুখী দেশ ফিনলেণ্ড ভাৰতৰ স্থান বাংলাদেশৰ পিছত | Assamese |
প্ৰেমে বয়স নামানে ৯২ বছৰ বয়সত পঞ্চম বিবাহৰ বাবে সাজু মিডিয়া সম্ৰাট ৰুপাৰ্ট মৰ্ডক কইনা কোন | Assamese |
৩১ জুলাইত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল কিদৰে চাব পাৰিব ফলাফল | Assamese |
চিকিৎসা শিক্ষাত আৰু আৰ্থিকভাৱে পিছপৰা শিক্ষাৰ্থীৰ বাবে সংৰক্ষণৰ ঐতিহাসিক ঘোষণা কেন্দ্ৰৰ | Assamese |
ব্যস্ত ৰেল ষ্টেচনৰ টিভিত বিজ্ঞাপনৰ পৰিৱৰ্তে ৩ মিনিট পৰ্ণ ফিল্ম দেখি চকু কপালত উঠিল যাত্ৰীৰ | Assamese |
ঈশান উদয় জলপানিৰ নামত ৰাজ্যত আকৌ কেলেংকাৰি জলপানি প্ৰদান কৰি থকা প্ৰতিষ্ঠানৰ অস্তিত্বকলৈ সন্দেহ | Assamese |
সৰ্বভাৰতীয় চাৰ্টিফিকেট অৱ ছেকেণ্ডেৰী এডুকেচন পৰীক্ষাত দেশৰ শীৰ্ষত অসমৰ অস্মিতা কাকতি | Assamese |
গুৱাহাটীৰ উদ্যোগত ইলেক্ট্ৰিকেল ইঞ্জিনীয়াৰিঙৰ কেৰিয়াৰ সম্পৰ্কীয় ৱেবনাৰৰ আয়োজন কিদৰে কৰিব যোগদান | Assamese |
নৱমদশম শ্ৰেণীৰ পৰীক্ষা বিদ্যালয়সমূহলৈ শিক্ষা বিভাগৰ প্ৰধান সচিবৰ নিৰ্দেশনা | Assamese |
ৰ দশম শ্ৰেণী আৰু দ্বাদশ শ্ৰেণীৰ ফলাফল ঘোষণা | Assamese |
হঠাৎ আই চি চিয়ে সলোৱা নিয়মৰ বাবে সাংঘাটিক ক্ষতি বিৰাট বাহিনীৰ | Assamese |
পুৰণি বিজেপি ৰাজেন গোঁহাইক নতুন দায়িত্ব ননীগোপাল মহন্তলৈও বিশেষ মৰ্যাদা কেবিনেটৰ | Assamese |
পিতৃৰ দৰে নহয় বিৰাট কোহলিৰ দৰে হব খোজে ডেভিড ৱাৰ্ণাৰৰ চাৰি বছৰীয়া কন্যাই | Assamese |
উদীয়মান বেগী বলাৰ মহম্মদ চিৰাজৰ পিতৃৰ বিয়োগ | Assamese |
আকৌ মুন্নাভাই তামুলপুৰৰ কুমাৰীকাটাত আটক ভুৱা | Assamese |
আজিৰ পৰা কনাৰ বাবে সলাই পেলোৱা হল ফুটবলৰ কেইবাটাও গুৰুত্বপূৰ্ণ নিয়ম | Assamese |
গাংগুলী আৰু কোহলীৰ অধিনায়কত্বৰ মাজত কি সাদৃশ্য আছে কলে অষ্ট্ৰেলিয়াৰ প্ৰাক্তন প্ৰশিক্ষকে | Assamese |
বুমৰাহ আৰু ছামিয়ে একেলগে নেখেলে সীমিত অভাৰৰ মেচ জানক ইয়াৰ কাৰণ | Assamese |
৭হাজাৰতে ফোন মেমি আৰু ৪টা কেমেৰাযুক্ত স্মাৰ্টফোন লগতে আকৰ্ষণীয় ফিচাৰ্ছ | Assamese |
গুৱাহাটীত যুদ্ধ লক্ষ্য ১.৫ কোটি টকাৰ পুৰস্কাৰ | Assamese |
ইছৰোৰ পৰা প্ৰেৰণা লাভ কৰিছে আমেৰিকাৰ মহাকাশ গৱেষণা সংস্থা নাছাই | Assamese |
প্ৰধান মন্ত্ৰী মোদীৰ কান্ধত মূৰ থৈ উচুপি উঠিল ইছৰোৰ মুৰব্বী শিৱান | Assamese |
ৰিলায়েন্স জিঅ ফাইবাৰ প্লেন চাই লওক কি আছে ব্ৰঞ্জ ছিলভাৰ গল্ড প্লেটিনাম টিটানিয়াম প্লেনত | Assamese |
বিশ্বজুৰি ইমেইল ডাউন য়াহুৰ বিপদত ইউজাৰ | Assamese |
আহি আছে ৰ নতুন স্মাৰ্টফোন ত দিছে ২০০০ টকাৰ ৰেহাই | Assamese |
ভাৰতীয় বায়ুসেনাই আজি অন্তৰ্ভুক্ত কৰিব আক্ৰমণকাৰী হেলিকপ্টাৰ | Assamese |
দেশৰ প্রথমখন ইলেক্ট্ৰিক মটৰচাইকেল মুকলি মাহে ২৯৯৯ টকা দি ক্ৰয় কৰিব পাৰিব ইলেক্ট্ৰিক মটৰচাইকেল | Assamese |
৫৪৯৯ টকাত আহিছে নতুন স্মাৰ্টফোন লগত ৭৯৯ টকাৰ ব্লুটুথ হেডফোন ফ্ৰী | Assamese |
পুনৰ দিল্লী অৱৰোধ কৰিবলৈ সাজু ৰামলীলা ময়দানত সমবেত হবলৈ আগবাঢ়িছে সহস্ৰাধিক কৃষক | Assamese |
আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু দক্ষিণ কোৰিয়াৰ বিৰুদ্ধে পাৰমাণৱিক আক্ৰমণৰ প্ৰস্তুতিৰ নিৰ্দেশ কিমৰ | Assamese |
লণ্ডনত খালিস্তানপন্থীৰ ভাৰতীয় পতাকাক অপমান দিল্লীলৈ মাতি পঠোৱা হল ব্রিটেইনৰ উপ উচ্চায়ুক্তক | Assamese |
কংগ্ৰেছৰ সৈতে এলডিপি চামিল হোৱাৰ কথা ঘোষণা কৰিলে প্ৰতিষ্ঠাপক প্ৰদ্যুৎ বৰাই | Assamese |
ৰহস্য ঘৰতে ওলমি থকা অৱস্থাত উদ্ধাৰ জনপ্ৰিয় স্মাইলিং ডিজে মৃতদেহ | Assamese |
ত্ৰিপুৰাৰ দৃষ্টিনন্দন পখিলা উদ্যানে হাত বাউলী দি মাতিছে পৰ্যটকক | Assamese |
২৩ মাৰ্চত প্ৰথমবাৰৰ বাবে গুৱাহাটী পাবহি ভাৰত গৌৰৱ ডিলাক্স এচি টুৰিষ্ট ৰেল | Assamese |
ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰলৈ লৈ অনা হল কট্টৰ শিখ নেতা অমৃলপল সিঙক | Assamese |
দেশৰ আঠখন ৰাজ্যৰ ১৪ খন অভিযান্ত্ৰিক মহাবিদ্যালয়ত মাতৃভাষাতে কৰা হব শিক্ষাদান | Assamese |
আৰ্থিকভাৱে দুৰ্বল ছাত্ৰছাত্ৰীক অনলাইন ক্লাছ কৰিবলৈ মবাইল প্ৰদান কৃষ্ণাই প্ৰেছ ক্লাৱৰ | Assamese |
ধনৰ বিনিময়ত নম্বৰ কেলেংকাৰীত শাস্তিৰ পৰিৱৰ্তে পুৰস্কৃত শিক্ষা বিষয়া সৰৱ হল আছু | Assamese |
মেট্ৰিকহায়াৰ ছেকেণ্ডাৰী পৰীক্ষাত ধনৰ বিনিময়ত নম্বৰ কেলেংকাৰী ৬জনক আটক আৰক্ষীৰ | Assamese |
পৰীক্ষাৰ তাৰিখ ঘোষণা শিক্ষা মন্ত্ৰ্যালয়ৰ কেতিয়াৰ পৰা আৰম্ভ হব আবেদন প্ৰক্ৰিয়া | Assamese |
পুনৰ যোৰহাট বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানৰ ৬ জনকৈ কৰ্মচাৰীক বৰ্খাস্ত প্ৰতিক্ৰিয়া বৰ্খাস্ত কৰ্মচাৰীৰ | Assamese |
ৰ পদাৰ্থবিজ্ঞান ৰসায়ন বিজ্ঞান আৰু গণিতৰ অনলাইন পিচিএম প্ৰতিযোগিতা২০২১ৰ ঘোষণা | Assamese |
শিক্ষামন্ত্ৰীৰে আছুএজেৱাইচিপিৰ বৈঠকত সিদ্ধান্ত মেট্ৰিকহায়াৰ ছেকেণ্ডাৰী পৰীক্ষা নহয় থাকিব ষ্টাৰডিষ্টিংছন | Assamese |
নেশ্যনেল ডিফেন্স একাডেমিত থকা অসমৰ একমাত্ৰ আসনৰ বাবে নিৰ্বাচিত বোকাখাতৰ অমন বিশাল ঘোষ | Assamese |
গুৱাহাটী বিশ্ববিদ্যালয়ত হঠাতে চাকৰি হেৰুৱালে বহু শিক্ষকে কিন্তু কিয় | Assamese |
লাৰা আৰু গেইলক ধন্যবাদ জনায় ড্ৰাম বজালে ক্ৰিকেটৰ ভগৱান শচীন টেণ্ডুলকাৰে | Assamese |
কালী পূজাত অংশ লোৱা বাংলাদেশী অলৰাউণ্ডাৰ ছাকিব আল হাছানক হত্যাৰ ভাবুকি | Assamese |
বাতিল হল মহিলাৰ ১৭ অনূৰ্ধ্ব ফিফা বিশ্বকাপ ভাৰততেই হব ২০২২ত | Assamese |
আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটক বিদায় বেগী বলাৰ সুদীপ ত্যাগীৰ ধোনীক জনালে ধন্যবাদ | Assamese |
বজাৰত মুকলি হল ৰ প্ৰথমটো মডেল | Assamese |
বজাৰত নতুন স্মাৰ্ট ৱাটছটোপনিৰ পৰা হাৰ্ট বিটলৈকে কৰিব পৰ্যবেক্ষণ | Assamese |
সফলতাৰে চন্দ্ৰৰ কক্ষপথত প্ৰৱেশ চন্দ্ৰযান২ তিনিগৰাকী অসমীয়া বিজ্ঞানীয়ে গৌৰৱান্বিত কৰিছে ৰাজ্যক | Assamese |
অসমৰ পথত চলিব ১০০০ ইলেকট্ৰিক বাছ সাজু ৰাজ্যিক পৰিবহন নিগম | Assamese |
ব্ৰাজিলৰ বিৰুদ্ধে খেলিবলগীয়া বিশ্বকাপ কোৱালিফায়িং মেচৰ পৰা বাহিৰ উৰুগুৱেৰ ষ্ট্ৰাইকাৰ লুইছ ছুৱাৰেজ | Assamese |
আই পি এলত ঘৰুৱা ক্ৰিকেটাৰৰ ৭টা অনবদ্য অভিলেখ দৃষ্টি কাঢ়িলে ঈষাণ কিষাণে | Assamese |
চন্দ্ৰযান২ ৰ পৰা প্ৰেৰণ কৰা পৃথিৱীৰ প্ৰথম চিত্ৰ চাওক ধৰিত্ৰীৰ সেই বিৰল ছবি | Assamese |
একেটা মোবাইল ফোনতে ৩টা ফোন ৰ ঘূৰে ফেনৰ পাংখাৰ নিচিনাকে | Assamese |
আই পি এলৰ বাবে ক কিমান টকা দিছিল এ আপুনি জানিলে আচৰিত হব | Assamese |
টি২০ বিশ্বকাপ স্থগিত সংসাৰ চলাবলৈ ডেলিভাৰী বয়ৰ কাম কৰিছে এইজন ক্ৰিকেটাৰে | Assamese |
মহানগৰীত সক্ৰিয় হানী ট্ৰেপিং চক্ৰপুৰোহিতক ব্লেকমেইলিং কৰি আৰক্ষীৰ জালত পৰিল মহিলাসহ তিনিগৰাকী | Assamese |
শৰাইঘাট দলঙৰ তলত উদ্ধাৰ অচিনাক্ত ব্যক্তিৰ মৃতদেহচলন্ত ৰেলৰ পৰা ঠেলি হত্যাৰ সন্দেহ | Assamese |
ঔৰংজেৱক ৰোল মডেল হিচাপে লৈছে মুখ্যমন্ত্ৰীয়ে পৌৰসভা এলকাত অত্যাধিক কৰ আৰোপৰ বিৰোধিতা ৰাইজৰ দলৰ | Assamese |
সাংসদ পুঁজিৰ ব্যৱহাৰত বিত্তীয় অনিয়মঅসম অসামৰিক সেৱাৰ চাৰি বিষয়াক নিলম্বন | Assamese |
ইয়াকেই কয় শত্ৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ ড্ৰোন ধ্বংস কৰা পাইলটসকলক পুৰস্কৃত কৰিব ৰাছিয়াই | Assamese |
তামিলনাডুত বিহাৰীৰ ওপৰত আক্ৰমণৰ ভুৱা ভিডিঅ বনোৱা ইউটিউবাৰ মনীষ কাশ্যপৰ আত্মসমৰ্পণ | Assamese |
মানুহে আঘাতৰ বিষয়ে নাজানে সেইবাবে যি ইচ্ছা তাকে কৈ ফুৰে সৌৰভ গাংগুলী | Assamese |
কত পলাব কিয় অশ্বিনৰ ডিঙিত চেপি ধৰিলে প্ৰীতিয়ে | Assamese |
পৰীক্ষা বিতৰ্কবিকল্প মূল্যায়ন পদ্ধতিৰ ৫ নং দফা বাতিলৰ দাবী | Assamese |
মূল্যহীন মাৰ্কশ্বীট পৰীক্ষাৰ ফলাফল ঘোষণাৰ নাটক নকৰিবলৈ আহ্বান দুৰ্নীতি বিৰোধী যুৱ শক্তিৰ | Assamese |
শিক্ষাৰ্থীক পণবন্দী কৰা মূল্যায়ন পদ্ধতি বাতিল নকৰিলে প্ৰতিবাদৰ হুংকাৰ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ | Assamese |
ভুৱা একাউন্ট খুলি জলপানিৰ ধন হৰলুকি প্ৰধান শিক্ষকৰ প্ৰতিবাদত নামিল ছাত্ৰছাত্ৰী | Assamese |
মমতা চৰকাৰৰ ৰাজ্যৰ শিক্ষাৰ্থীলৈ মমতা আগবঢ়ালে ষ্টুডেন্ট ক্ৰেডিট কাৰ্ডৰ সুবিধা | Assamese |
মেট্ৰিকহাইমাদ্ৰাছা পৰীক্ষাৰ ফলাফল সন্দৰ্ভত গুৰুত্বপূৰ্ণ সিদ্ধান্ত জনালে শিক্ষামন্ত্ৰীয়ে | Assamese |
ৰাজ্যৰ শিক্ষা ব্যৱস্থাৰ ফোঁপোলা স্বৰূপ হাফলঙৰ চৰকাৰী বিদ্যালয়ৰ স্মাৰ্ট ক্লাছৰুমত চাহৰ কেন্টিন | Assamese |
উচ্চতম ন্যায়ালয়ৰ ধমক অন্ধ্ৰ প্ৰদেশতো বাতিল দশম দ্বাদশ শ্ৰেণীৰ শিক্ষান্ত পৰীক্ষা | Assamese |
ভেকচিনৰ বাবে প্ৰধানমন্ত্ৰী মোদীক ধন্যবাদ জনাবলৈ বিশ্ববিদ্যালয়সমূহক ৰ বিতৰ্কিত নিৰ্দেশ | Assamese |
বাতিল হোৱা হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাত অনুত্তীৰ্ণ ২৫ গৰাকী শিক্ষাৰ্থীশুধৰণিৰ পিছত পালে ডিছষ্টিংছন প্ৰথম বিভাগ কত | Assamese |
ইছৰো চন্দ্ৰযান২ অভিযানত জড়িত অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ স্নাতক হিদাম ৰাজীৱ সিং | Assamese |
বিজ্ঞানৰ চমৎকাৰ মৃত্যুৰ পাছতো জীয়াই থাকিব পাৰিব আপুনি | Assamese |
আহি আছে বুলেট ট্ৰেইনতকৈও তীব্ৰ গতিৰ হেলিকপ্টাৰতকৈ তিনিগুণ অধিক বেগী | Assamese |
পাছৱৰ্ড নিদিয়াকৈ কেনেকৈ শ্বেয়াৰ কৰিব ৱাইফাই চাই লওক এই টিপছ্ | Assamese |
ভাৰতৰ মহাকাশ যাত্ৰাৰ সফলতাৰে শ্ৰীহৰি কোটাৰ পৰা চন্দ্ৰযান২ সফল উক্ষেপণ অভিযানৰ অংশীদাৰ অসমীয়া বিজ্ঞানী ড০ জিতেন্দ্ৰ নাথ গোস্বামী | Assamese |
চোলাৰ ৰিক্সাই কঠিন জীৱন কিছু সহজ কৰিছে আই আই টিৰ ৰিক্সাচালকৰ | Assamese |
নাছাৰ নতুন আৱিস্কাৰ শিতানলৈ নিৰ্বাচিত অসমীয়া যুৱকৰ উদ্ভাৱন | Assamese |
ৱেগন আৰ ইলেকত্ৰিককম দামত আগবঢ়াব মাৰুতি ছুজুকিয়ে | Assamese |
বিশ্বনাথত ২১ টা গৰুসহ আটক দুই গোসৰবৰাহকাৰী | Assamese |
ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ বিৰুদ্ধে গ্ৰেপ্তাৰী পৰোৱানা জাৰী কি প্ৰতিক্ৰিয়া মস্কোৰ | Assamese |
ট্ৰলৰ সন্মুখীন দেশৰ মুখ্য ন্যায়াধীশ ক্ষিপ্ৰ পদক্ষেপ বিচাৰি ৰাষ্ট্ৰপতিলৈ পত্ৰ লিখিলে বিৰোধীয়ে | Assamese |
সতীয়া কন্যাক যৌন নিৰ্যাতন চলোৱা ৰাজ্যৰ এজন লোকক ২৫ বছৰৰ কাৰাদণ্ড বিহিলে আদালতে | Assamese |
ছেবাৰ কৰ্মকাণ্ডক লৈ কিয় নিমাত এবিভিপি ভাৰতীয় জনতা যুৱ মৰ্চা অসম তৃণমূল যুৱ কংগ্ৰেছ | Assamese |
জুৱা খেলাৰ অভিযোগত প্ৰাক্তন বিধায়ক নৰেন সোণোৱালক গ্ৰেপ্তাৰ | Assamese |
শিক্ষামন্ত্ৰী শিক্ষা উপদেষ্টা আৰু ছেবাৰ অধ্যক্ষৰ পদত্যাগৰ দাবী জাতীয় যুৱ বাহিনীৰ | Assamese |
সূৰ্য্য কুমাৰ যাদৱ ভাৰতৰ এবি ডি ভিলিয়াৰ্ছ হৰভজন সিং | Assamese |
কেনেদৰে দিয়া হব মেট্ৰিক হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাৰ ফলাফল চৰকাৰে গঠন কৰিলে কমিটি | Assamese |
জৰাজীৰ্ণ সতী জয়মতী প্ৰাথমিক বিদ্যালয় আন্ত:গাঁথনি উন্নয়নৰ দাবী আন্দোলনৰ হুংকাৰ ছাত্ৰ মুক্তিৰ | Assamese |
Subsets and Splits
No community queries yet
The top public SQL queries from the community will appear here once available.