text stringlengths 1 2.59k ⌀ | language stringclasses 10
values |
|---|---|
ভাৰতত ২০২০ বৰ্ষত ১২ হাজাৰতকৈয়ো অধিক শিক্ষাৰ্থীয়ে কৰিছে আত্মহত্যা | Assamese |
উদুলি মুদুলি শিৱসাগৰৰ পদূলি উচ্চ শিক্ষাৰ প্ৰাণকেন্দ্ৰ শিৱসাগৰ কলেজৰ মহাৰজত জয়ন্তী | Assamese |
গুগলৰ চিইঅই কৰোনাভাইৰাছ সম্পৰ্কে সজাগতা বিয়পোৱাৰ বাবে গ্ৰহণ কৰিছে বিশেষ পদ্ধতি | Assamese |
ঘোষিত হল চিকিৎসা প্ৰৱেশ পৰীক্ষা ৰ ফলাফল | Assamese |
ৰোহিত শৰ্মাই ২০২১ টি২০ বিশ্বকাপত ভাৰতক নেতৃত্ব দিব লাগে অৱসৰ গ্ৰহণ কৰাৰ পাছতে পাৰ্থিৱ পেটেলৰ মন্তব্য | Assamese |
দেউতাৰ মন্তব্যত দুঃখিত কৃষকক সমৰ্থন কৰিলেও পিতৃৰ সৈতে একমত নহয় যুৱৰাজ সিং | Assamese |
বিশ্বৰ সৰ্ববৃহৎ ক্ৰিকেট ষ্টেডিয়াম মোটেৰাত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হব আন্তঃৰাষ্ট্ৰীয় মেচ | Assamese |
১৭ বছৰে গোপনে ৰখা কৰুণ সত্যটো প্ৰকাশ কৰিলে লং জাম্পাৰ অঞ্জু ববী জৰ্জে টুইট পঢ়ি আৱেগিক কিৰেণ ৰিজিজু কি সেই সত্য | Assamese |
১৮ বছৰৰ ক্ৰিকেট কেৰিয়াৰৰ অৱসান ঘটাই উইকেটকীপাৰ বেটছমেন পাৰ্থিৱ পেটেলৰ অৱসৰ ঘোষণা | Assamese |
কালিকা লগা ২০২০ এইবাৰ ১৯৮২ বিশ্বকাপ ফুটবলৰ নায়ক পাওলো ৰুছীৰ মৃত্যু | Assamese |
অসম ফুটবল দলৰ প্ৰাক্তন অধিনায়ক ডা০ শৰৎ দত্তৰ পৰলোকপ্ৰাপ্তি | Assamese |
আই এছ এলত অপৰাজেয় ধাৰা অব্যাহত নৰ্থইষ্ট য়ুনাইটেডৰ শক্তিশালী বেংগালুৰুৰ বিৰুদ্ধে ড্ৰ খেলি ভগাই ললে পইণ্ট | Assamese |
অলিম্পিকত চমক বিভিন্ন খেলৰ লগতে দেশ সমূহে আগবঢ়াব পাৰিব ব্ৰেক ডান্সো প্ৰতিযোগিতা | Assamese |
হোৱাইট ৱাশ্বৰ লক্ষ্যৰে আজি অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে অন্তিম টি২০ত অৱতীৰ্ণ হব ভাৰত | Assamese |
অসম আৰক্ষীৰ নৃশংস প্ৰহাৰৰ অভিযোগ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি যুৱক | Assamese |
ফোনত বিনামূলীয়াকৈ ২৩৯ টকাৰ ৰিচাৰ্জ দিছে মোডী চৰকাৰে দৰাচলতে ভুৱা মেচেজ | Assamese |
ৰাহুল গান্ধীৰ সাংসদ পদ খাৰিজঐক্যবদ্ধ প্ৰতিবাদৰ আহ্বান হীৰেন গোহাঁই নাগৰিক সমাজৰ | Assamese |
সুষমা স্বৰাজৰ কন্যাৰ ৰাজনীতিত পদাৰ্পণ দিল্লী বিজেপিৰ আইনী কোষৰ গুৰু দায়িত্বত বাঞ্চুৰী স্বৰাজ | Assamese |
মৰ্মান্তিক হায়দৰাবাদত দুটি শিশুসহ পিতৃমাতৃৰ আত্মহত্যা | Assamese |
সংকল্প সত্যাগ্ৰহত প্ৰিয়ংকা গান্ধীমোৰ পৰিয়ালৰ তেজেৰে প্ৰতিপালিত হৈছে এই দেশৰ গণতন্ত্ৰ | Assamese |
ফোন বেচাৰ আগতে এইকেইটা কাম কৰিবলৈ ভুলতো নাপাহৰিব | Assamese |
বেটাৰিও যাব দুগুণ ডেটাও খাব আধা এইকেইটা কাম কৰক ফোনত | Assamese |
আপোনাৰ কামত আহিব পৰা ফোনৰ এই কোডকেইটা জানেনে | Assamese |
শীঘ্ৰেই আৰম্ভ হব জিঅ সেৱা | Assamese |
এ কিদৰে সলনি কৰিব আপোনাৰ জীৱন | Assamese |
গোৱালপাৰা সৈনিক স্কুলতো আজিৰে পৰা আৰম্ভ হল পাঠদান উৎফুল্লিত শিক্ষাৰ্থী | Assamese |
৩০ নৱেম্বৰৰ পৰা আৰম্ভ পৰীক্ষা চাওক পৰীক্ষাৰ সম্পূৰ্ণ সূচী | Assamese |
পৰীক্ষাৰ সংশোধিত তাৰিখ মুকলি নৱেম্বৰৰ পৰা আৰম্ভ হব পৰীক্ষা | Assamese |
চৰকাৰী নিৰ্দেশনা অনুসৰি কোভিড বিধি মানি আজিৰে পৰা খুলিলে ৰাজ্যৰ সকলো বিদ্যালয় | Assamese |
ভাৰতত মুকলি হল দাম কিমান সবিশেষ | Assamese |
ভাৰতত ৬টা কেমেৰাযুক্ত ফোন মুকলি বিশ্বৰ প্ৰথম ৪৪ মেগাপিক্সেল ছেল্ফি কেমেৰা | Assamese |
ঘোষণা হল ২০২১ বৰ্ষৰ ৰিজাল্ট | Assamese |
বিদ্যালয় শিক্ষাক ন ৰূপেৰে সজাবলৈ জাপানী প্ৰতিষ্ঠানেৰে সহযোগিতা চুপাৰ ৩০ খ্যাত আনন্দ কুমাৰৰ | Assamese |
নতুন কোনো ইঞ্জিনিয়াৰিং প্ৰতিষ্ঠান স্থাপনৰ অনুমতি দিয়া নহয় খালী পৰি ৰৈছে ৫০ শতাংশ আসন | Assamese |
কনিষ্টবলছাব অফিচাৰফায়াৰমেনৰ পৰীক্ষাৰ সূচী প্ৰকাশ ৰাজ্যিক আৰক্ষী নিযুক্তি ব্ডৰ | Assamese |
পৰীক্ষাৰ নতুন সময়সূচী ঘোষণা কেতিয়া অনুষ্ঠিত হব | Assamese |
দেশৰ ৭৭ খন চহৰত অনুষ্ঠিত পৰীক্ষা | Assamese |
অনলাইন ক্লাছ প্ৰায় ৩কোটি শিক্ষাৰ্থীৰ পৰিয়ালত নাই স্মাৰ্টফোন জনালে কেন্দ্ৰই | Assamese |
সমষ্টিসমূহৰ সীমা নিৰ্ধাৰণআজি অসমলৈ আহিব নিৰ্বাচন আয়োগৰ দল | Assamese |
ৰাছিয়াই বেলাৰুছত মোতায়েন কৰিব কৌশলগত পাৰমাণৱিক অস্ত্ৰ ঘোষণা পুটিনৰ | Assamese |
সৰু মন অনাহক ৰাহুলক অধিক শাস্তি বাজপেয়ীৰ প্ৰসংগেৰে বিজেপিক কটাক্ষ প্ৰশান্ত কিশোৰৰ | Assamese |
সাংবাদিক হোৱাৰ ভাও নিদিব বিজেপিৰ বেজ পিন্ধকৰাহুলক ৰাজহুৱাভাৱে ক্ষমা বিচৰাৰ দাবী | Assamese |
কাইলৈ অসম লোকসেৱা আয়োগৰ প্ৰাৰম্ভিক পৰীক্ষামহানগৰীত ১৪৪ ধাৰা জাৰি | Assamese |
টিমেন টেমজেনএইবাৰ চুপাৰহিৰ ৰূপেৰে নেট দুনীয়াত খলকনি টেমজেন ইমনা আলঙৰ | Assamese |
সংসদত মোৰ পৰৱৰ্তী ভাষণক লৈ শংকিত প্ৰধানমন্ত্ৰী সেয়ে মোৰ সাংসদ পদ খাৰিজ কৰা হলৰাহুল গান্ধী | Assamese |
ঋণ পৰিশোধ কৰিবলৈ নিলাম কৰিব ছাৰ ডন ব্ৰেডমেনৰ টুপি | Assamese |
অষ্ট্ৰেলিয়াই প্ৰথম সুবিধা পাইছিল কনকাশ্যন এতিয়া বিনাইছে কিয় প্ৰশ্ন সেহৱাগৰ | Assamese |
কাইলৈৰ পৰা লাখ লাখ স্মাৰ্টফোনত নাপাব ৰ আপডেট চাই লওক আপোনাৰটোও | Assamese |
য়ুৰোপীয় লীগত গল প্ৰদান কৰি ভাৰতীয় ফুটবলত ইতিহাস সৃষ্টি বালা দেৱীৰ | Assamese |
শীঘ্ৰেই সলনি কৰক আপোনাৰ ৰ এই নহলে হেক হব পাৰে আপোনাৰ | Assamese |
মোডী মানে দুৰ্নীতিৰাহুল গান্ধী দোষী সাব্যস্ত হোৱাৰ পিছতে ভাইৰেল বিজেপি নেত্ৰীৰ পুৰণি টুইট | Assamese |
সম্পন্ন হল বিশ্বৰ সৰ্ববৃহৎ জেট বিমানৰ উৰণৰ পৰীক্ষা | Assamese |
ভাৰতত নিৰ্মাণ কৰা এই স্কুটাৰত আছে ছীম চাওক সৱিশেষ | Assamese |
কোভিডৰ সংক্ৰমণৰ বাবে বাতিল হল ইংলেণ্ডদক্ষিণ আফ্ৰিকাৰ মাজৰ ক্ৰিকেট শৃংখলা | Assamese |
এই কোম্পানীটোৱে ১ লাখ লোকক লৈ যাব মঙল গ্ৰহলৈ চাকৰিযাত্ৰাৰ বাবে দিব ঋণো | Assamese |
বজাৰলৈ আহিল ছেমছাং গেলেক্সি লাইট জানক ইয়াৰ দাম বিশেষত্ব | Assamese |
পৰীক্ষা পিছুৱালে কেন্দ্ৰই আদালতত দাখিল কৰিলে শপতনামা কেতিয়া পাতিব পৰীক্ষা | Assamese |
ৰাজ্যত ভুৱা টেট শিক্ষকৰ উজান হাজোত পুনৰ ৫জন ভুৱা টেট শিক্ষকক আটক | Assamese |
আমেৰিকাত পুনৰ বন্দুকধাৰীৰ তাণ্ডৱ এইবাৰ স্কুলত প্ৰৱেশ কৰি অধ্যক্ষক গুলীয়ালে প্ৰাক্তন ছাত্ৰই | Assamese |
দুই মাৰ্কিন গৱেষকলৈ ২০২১ বৰ্ষৰ ফিজিঅলজি বা মেডিচিন বিভাগৰ নোবেল বঁটা | Assamese |
পিছুৱালে ইউজিচিনেট পূজাৰ পিছতহে অনুষ্ঠিত হব পৰীক্ষা | Assamese |
গুৱাহাটীডিব্ৰুগড় আৰু গুৱাহাটীশিলচৰ সংযোগী পথত দৈনিক চলিব বিমানফ্লাইবিগৰ সৈতে স্বাক্ষৰ চুক্তি | Assamese |
মাটিয়াত এদল উচ্চ শিক্ষিত যুৱকযুৱতীৰ ব্যতিক্ৰমী প্ৰচেষ্টা দুখীয়াদৰিদ্ৰৰ বাবে বিনামূলীয়া বিদ্যালয় | Assamese |
মেধাৱী ৰুগীয়া ছাত্ৰী স্মৃতিৰ বাসগৃহত সাংসদ তপন গগৈ দিলে উন্নত চিকিৎসাৰ ব্যৱস্থা গ্ৰহণৰ আশ্বাস | Assamese |
২০২১ ৰ এডমিট কাৰ্ড মুকলি | Assamese |
যুৱ চিকিৎসকসকলক ফুটবলৰ দৰে ব্যৱহাৰ নকৰিবলৈ সকীয়নি উচ্চতম ন্যায়ালয়ৰ | Assamese |
ৰ নিযুক্তি কেলেংকাৰী মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী গোটে আটক কৰিলে ১০জনক | Assamese |
ইষ্ট বেংগলৰ বিৰুদ্ধে ৩ পইণ্ট সংগ্ৰহৰ লক্ষ্যৰে আজি খেলপথাৰত নামিব আত্মবিশ্বাসী নৰ্থইষ্ট য়ুনাইটেড | Assamese |
খেল আৰম্ভ হোৱাৰ এঘণ্টা পূৰ্বে খেলুৱৈ কোভিড পজিটিভ বাতিল ইংলেণ্ডদক্ষিণ আফ্ৰিকাৰ মাজৰ প্ৰথমখন এদিনীয়া | Assamese |
অষ্ট্ৰেলিয়াত কোভিড পজিটিভ বিবিএলত অংশলোৱাৰ বাবে যোৱা আফগানিস্তানৰ যুৱ স্পীনাৰ মুজিবুৰ ৰহমান | Assamese |
পকেটৰ পৰা হাত উলিওৱা তুমি ক্লাৱক নহয় ভাৰতীয় দলক প্ৰতিনিধিত্ব কৰি আছা কাক উদ্দেশ্যি এইদৰে কলে যুৱৰাজ সিঙে | Assamese |
বিৰাট কোহলীয়ে এদিনীয়া ক্ৰিকেটত গঢ়িলে নতুন বিশ্ব অভিলেখ পিছ পৰি ৰল শচীন | Assamese |
ৰঙীন জাৰ্চিত ১১ বছৰৰ ধাৰাবাহিকতা ভংগ কোহলীৰ কিয় অভিবাদন গ্ৰহণ নকৰিলে দৰ্শকৰ | Assamese |
২০২০ বৰ্ষৰ শুভ আৰম্ভণি ইছৰোই সফলতাৰে উৎক্ষেপন কৰিলে জিছেট৩০ উপগ্ৰহ | Assamese |
আৰম্ভ জিঅ ভইচ কলিং | Assamese |
ৰ নিচাৰ পৰা সাৱধান খেলি থাকোতেই ব্ৰেইন ষ্ট্ৰকৰ ফলত যুৱকৰ মৃত্যু | Assamese |
সম্পূৰ্ণৰূপে বন্ধ হোৱাৰ পথত টাটা নেনো ২০১৯ বৰ্ষত মাত্ৰ এখন বাহনৰ বিক্ৰী | Assamese |
আহি আছে ৰ উৰন্ত টেক্সি সেৱা হ্ৰাস পাব নগৰীয়া যানজঁট | Assamese |
য়ুজাৰক বিৰক্ত কৰিবলৈ এইবাৰ হোৱাটছএপত নতুন ফিচাৰ | Assamese |
এতিয়াও ব্যৱহাৰ কৰি আছে নেকি ১৪ জানুৱাৰিৰ পূৰ্বে আপডেট কৰক | Assamese |
ফোনত প্ন চোৱাত এমেৰিকাক চেৰ পেলাই শীৰ্ষত ভাৰত বাহিৰ আৰু তথ্য | Assamese |
চলিত বছৰৰ জানুৱাৰীৰ পৰাই হব প্ৰযোজ্য কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ বাবে বৃদ্ধি মৰগীয়া বানচ | Assamese |
ৰাহুল গান্ধীৰ সাংসদ পদ বাতিলৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ গুৱাহাটীত আটক কেইবাজনো কংগ্ৰেছী বিধায়ক | Assamese |
ৰাহুলৰ দৰে আইতাক ইন্দিৰা গান্ধীয়েও হেৰুৱাইছিল সাংসদ পদ কি আছিল আদালতৰ ৰায় | Assamese |
যুদ্ধ বন্ধ কৰিব কোনে এইবাৰ ইউক্ৰেইনলৈ চাৰিখন মিগ২৯ যুঁজাৰু বিমান পঠালে স্লোভাকিয়াই | Assamese |
ধনৰ বিনিময়ত ত বহু শিক্ষাৰ্থীয়ে লাভ কৰিছিল বেছি নম্বৰ চিবিআইৰ তদন্তত ওলাল জোলোঙাৰ মেকুৰী | Assamese |
ৰ ফলাফলপ্রথম ২৫ৰ ১২গৰাকীয়েই মহিলা অসমৰ আহমেদ হাছানুজ্জামান চৌধুৰী উত্তীৰ্ণ | Assamese |
কাবুল বিশ্ববিদ্যালয়ৰ উপাচাৰ্যক অপসাৰণ কৰিলে তালিবানে প্ৰতিবাদত চাকৰি এৰিলে ৭০ অধ্যাপকে | Assamese |
বিজেপি বিলাস ১০০ কোটি টকা ব্যয়েৰে মধ্য প্ৰদেশত নিৰ্মাণ কৰিব ১০ মহলীয়া দলীয় কাৰ্যালয় | Assamese |
বিজেপিআৰএছএছৰ চক্ৰবেহুত ৰাহুল অসমকে ধৰি দেশৰ বিভিন্ন প্ৰান্তত তেওঁৰ বিৰুদ্ধে গোচৰৰ তালিকা | Assamese |
ৰাজ্যৰ ৪৫ খন উচ্চ বিদ্যালয়ক উন্নীতকৰণ কৰা হব উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ | Assamese |
সৰ্বাৰ দিনত সোমাল হিমন্তৰ দিনত ওলাল ৰাকেশ পালে পালে জামিন | Assamese |
গোলাঘাটত অপ্ৰাদেশিকৃত শিক্ষকৰ অৱস্থান ধৰ্মঘট শীঘ্ৰে পদ প্ৰদেশিকীকৰণৰ দাবী | Assamese |
শিৱসাগৰতো নতুন মানি বিদ্যালয়সমূহত আৰম্ভ হল দশম শ্ৰেণীৰ পাঠদান | Assamese |
ৰাহুল গান্ধীৰ সাংসদ পদ বাতিলৰ পিছতে কংগ্ৰেছৰ উচ্চস্তৰীয় বৈঠকত ছোনিয়াপ্ৰিয়ংকা | Assamese |
কৰণাত পিতৃমাতৃ হেৰুওৱা শিক্ষাৰ্থীৰ মাচুল ৰেহাই দিলে এ | Assamese |
ৰাহুল গান্ধীৰ সাংসদ পদ বাতিল বিৰোধীৰ একমুখে তীব্ৰ গৰিহণা মোডী চৰকাৰক | Assamese |
হাজোত ভূ মাফিয়াৰ দপদপনি এইবাৰ নামিল বিদ্যালয়ৰ মাটি দখলত | Assamese |
ৰাহুল গান্ধীৰ সাংসদ পদ খাৰিজত ক্ষোভ প্ৰকাশ অখিল গগৈৰ | Assamese |
দীৰ্ঘদিনৰ অন্তত আজিৰ পৰা পাঠদান আৰম্ভ দশম শ্ৰেণীৰ উৎফুল্লিত ছাত্ৰছাত্ৰী শিক্ষা গুৰুসকল | Assamese |
Subsets and Splits
No community queries yet
The top public SQL queries from the community will appear here once available.