text stringlengths 1 2.59k ⌀ | language stringclasses 10
values |
|---|---|
উচ্চতৰ মাধ্যমিকৰ বিশেষ পৰীক্ষাৰ ফলাফল ঘোষণা | Assamese |
ডাঙৰ ছাত্ৰ নেতাৰ অভাৱ গণতন্ত্ৰৰ বাবে ভাল কথা নহয়দেশৰ মুখ্য ন্যায়াধীশ এন ভি ৰামানা | Assamese |
হিমন্তৰ শান্তিৰ অসম ৮ জিলাত পুনৰ সম্প্ৰসাৰণ কৰা হল সশস্ত্ৰ বাহিনীৰ বিশেষ ক্ষমতা আইন | Assamese |
যুদ্ধৰ খবৰ ভয়ংকৰ বেলিষ্টিক মিছাইল ইয়াৰ্ছ সৈতে অনুশীলন আৰম্ভ কৰিছে ৰাছিয়াই | Assamese |
সন্দিকৈ মহাবিদ্যালয়ক মাইক্ৰ কন্টেইনমেন্ট জন ঘোষণা স্থগিত কৰা হল সকলো পাঠদানপৰীক্ষা | Assamese |
সমগ্ৰ বিশ্বনাথত চৰ্চাৰ কেন্দ্ৰ বিন্দু হৈ পৰিছে এখন বিদ্যালয় কি আছে এই ব্যতিক্ৰমী বিদ্যালয়খনত | Assamese |
আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰ নাগ্ৰীজুলি খণ্ডৰ উদ্যোগত বিজ্ঞানৰ নমুনা চিত্ৰাংকন আকস্মিক বক্তৃতা প্ৰতিযোগিতা | Assamese |
বিখ্যাত ১৯৫৯ সমস্যা সমাধান কৰি কিপ্ৰিয়ান ফয়াছ পুৰস্কাৰৰ বাবে নিৰ্বাচিত ভাৰতীয় মূলৰ গণিতজ্ঞ | Assamese |
ৰাজ্যৰ বিভিন্ন বিভাগৰ ৪২ হাজাৰ পদত শীঘ্ৰে দিয়া হব নিযুক্তি | Assamese |
লুইতৰ কালৰূপ মাজুলীত বন্ধ কৰি দিয়া হল ফেৰীসেৱা | Assamese |
কত পলাই সাৰিব শত্ৰু ভাৰতক সুৰক্ষা দিবলৈ আহিছে ভাৰত | Assamese |
গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ নিৰ্বাচনৰ ফলাফল ঘোষণা ৫ টা পদত বিজয়ী | Assamese |
ছমাহতে টিকটকৰ স্থান দখল কৰিমদেশীয় এপ চিংগাৰীৰ সহঃপ্ৰতিষ্ঠাপকৰ দাবী | Assamese |
কৌন বনেগা ক্ৰোৰপতিত গুৱাহাটীৰ ৰাজনন্দিনী কলিতাৰ ভাষণে মুগ্ধ কৰিলে অমিতাভ বচ্চনক | Assamese |
কৰ্মচাৰীক টিক টক ডিলিট কৰিবলৈ দিয়া নিৰ্দেশ প্ৰত্যাহাৰ এমাজনৰ | Assamese |
মেছেঞ্জাৰ লক কৰি ৰখাৰ ফিচাৰ উলিয়াইছে ফেচবুকে | Assamese |
গছৰ গুটিৰ পৰা জৈৱ ইন্ধন প্ৰস্তুত কৰিলে গুৱাহাটী আই আই টিয়ে | Assamese |
প্ৰধানমন্ত্ৰী মোদীয়ে উদ্বোধন কৰিলে এছিয়াৰ সৰ্ববৃহৎ ৰেৱা সৌৰশক্তি প্ৰকল্প | Assamese |
নাই কোনো কথা নাই আহিছে ৰীলছ | Assamese |
কোনোবাই যদি ত আপোনাক ব্লক কৰে তেতিয়া কিদৰে তেওঁক মেচেজ কৰিব | Assamese |
বিৰাট কোহলীৰ শৈশৱৰ প্ৰশিক্ষকে লাভ কৰিলে নতুন গধুৰ দায়িত্ব | Assamese |
৫৯ বছৰ পূৰ্বৰ অভিলেখ স্পৰ্শ কৰিলে ক্ৰিষ্টিয়ানো ৰোনাল্ডোৱে | Assamese |
ৰাহুল দ্ৰাবিড়ক অষ্ট্ৰেলিয়ালৈ পঠিয়াব লাগে কোনো কৰিলে এই মন্তব্য | Assamese |
হাত ভঙাৰ বাবে টেষ্ট ছিৰিজৰ পৰা বাহিৰ মহম্মদ ছামি ভাৰতীয় শিৱিৰত মোক্ষম আঘাত | Assamese |
ফাৰুক আব্দুল্লাৰ সংকট ক্ৰিকেট কেলেংকাৰিৰ গোচৰত বহু কোটি টকাৰ সম্পত্তি বাজেয়াপ্ত | Assamese |
আই এছ এলত অপৰাজেয় ধাৰা ভংগ নৰ্থইষ্ট য়ুনাইটেডৰ জামছেদপুৰ এফ চিৰ বিৰুদ্ধে ১০ গলত পৰাস্ত | Assamese |
হতাশাৰ ২০২০ শতৰান বিহীন এটা ক্ৰিকেট বৰ্ষ পাৰ কৰিলে ৰান মেচিন বিৰাট কোহলীয়ে | Assamese |
৩৬ ৰানত অলআউট টেষ্ট ক্ৰিকেটৰ ইতিহাসত সৰ্বনিম্ন স্কোৰৰ নতুন অভিলেখ ভাৰতৰ | Assamese |
তিনি পইণ্ট অৰ্জনৰ লক্ষ্যৰে আজি জামছেদপুৰ এফ চিৰ বিৰুদ্ধে নামিব নৰ্থইষ্ট য়ুনাইটেড | Assamese |
মেছি বা ৰনাল্ডো নহয় ফিফাৰ বৰ্ষশ্ৰেষ্ঠ ফুটবলাৰৰ সন্মান লেবানডোস্কিলৈ | Assamese |
কৰ্ণাটকত নিৰ্বাচন সেই কোলাৰৰ পৰাই প্ৰচাৰ আৰম্ভ কৰিব ৰাহুল গান্ধীয়ে | Assamese |
কুনো ৰাষ্ট্ৰীয় উদ্যানৰ নতুন অতিথি চাৰিটা পোৱালী জগিল নামিবিয়াৰ পৰা অনা চিতাৰ ভিডিঅ চাওক | Assamese |
হাতত সময় একেবাৰে কম প্ৰকৃতিৰ আগৰ ৰূপ ঘূৰাই পাবলৈ হাতত মাথোঁ কেইটামান বছৰ | Assamese |
ফেচবুক কৰ্ণাৰবিষয় সমন্বয় | Assamese |
ধিক হিমন্তৰ স্বাস্থ্যখণ্ড চিকিৎসক নাই অক্সিজেনৰ অভাৱত প্ৰাণ এৰিলে ১৮ মহীয়া শিশুৱে | Assamese |
অসম চৰকাৰৰ চাৰি ভাষাৰ শিক্ষা নীতিক লৈ উদ্বিগ্ন এবছু বড়ো ভাষাক অৱজ্ঞাৰ অভিযোগ | Assamese |
মুখ্যমন্ত্ৰীক সোঁৱৰাই দিলে প্ৰতিশ্ৰুতি গোলকগঞ্জত চিলাৰায় বিশ্ববিদ্যালয় স্থাপনৰ দাবীৰে প্ৰতিবাদ ছাত্ৰছাত্ৰীৰ | Assamese |
অক্সফ্ডৰ পৰা আনুষ্ঠানিকভাৱে স্নাতক ডিগ্ৰী লাভ কৰিলে নোবেল বিজয়ী মালালাই | Assamese |
চন্দ্ৰকমল বেজবৰুৱা মহাবিদ্যালয় টীয়কৰ উদ্যোগত ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰৰ আয়োজন | Assamese |
বন্দুকৰ গুলী হেৰুওৱাৰ শাস্তি সমগ্ৰ চহৰতে লকডাউন জাৰি কৰিলে কিম জংউনে | Assamese |
গুৱাহাটীৰ জি আই পি এছৰ চৌহদত গৱেষণাৰ বাবে চেল কালচাৰ লেবৰেটৰী স্থাপন | Assamese |
অসমৰ শিক্ষা ব্যৱস্থাত হব আমূল পৰিৱৰ্তন কেনে পৰিৱৰ্তনৰ সিদ্ধান্ত ললে কেবিনেট বৈঠকে | Assamese |
ধুবুৰীৰ বিদ্যালয়ত শিক্ষকৰ নিয়মীয়া উপস্থিতি নিশ্চিত কৰাৰ বাবে উপায়ুক্তৰ তৎপৰতা | Assamese |
চীনা ক প্ৰত্যাহ্বান স্বদেশী এপ ৰ ৭২ঘন্টাত ডাউনলোড হৈছে ৫ লাখ | Assamese |
বঙাইগাওঁ মহাবিদ্যালয়কো উন্নীত কৰা হব বিশ্ববিদ্যালয়লৈ কেবিনেট বৈঠকত মুখ্যমন্ত্ৰীৰ ঘোষণা | Assamese |
আত্মনিৰ্ভৰ ভাৰত এপ ইনভেচন চেলেঞ্জ মুকলি প্ৰধান মন্ত্ৰী মোদীৰ | Assamese |
ত এইবাৰ নতুন ফিচাৰ সকলোৰে দৃষ্টি আকৰ্ষণ কৰিব পৰা কি আছে ইয়াত | Assamese |
গোলাঘাটৰ ঐতিহ্যমণ্ডিত দণ্ডধৰ উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰী সমাৰোহৰ বৃহৎ প্ৰস্তুতি | Assamese |
গুগলে প্লে ষ্টোৰৰ পৰা আঁতৰালে ২৫ টা এপ কিন্তু কিয় | Assamese |
বিপদজনক চাৰ্চত ওলাইছে আপোনাৰ নম্বৰ কৰাৰ পূৰ্বে হওক সাৱধান | Assamese |
লৈ উভতি আহিল এপ আপডেট কৰা হৈছে প্ৰাইভেট পলিচি | Assamese |
এটা ইনিংছেৰে দুটা ৰেকৰ্ড কোহলীৰ প্ৰথমে ৫১ বছৰীয়া আৰু পিছত ধোনীৰ এটা ৰেকৰ্ড ভংগ | Assamese |
প্ৰিন্স হ্যাৰিৰ বন্ধু কোন এইগৰাকী টেনিছ সুন্দৰী মাৰিয়া ছাৰাপভাৰ প্ৰেমিক | Assamese |
ডাঙৰ খবৰ পুণেৰ হৈ টী১০ লীগ খেলিব পাকিস্তানৰ এইগৰাকী বেগী বলাৰে | Assamese |
মল্লযুদ্ধ বিশ্বকাপত ভাৰতৰ হৈ প্ৰথমটো পদক অৰ্জন অংশু মালিকৰ | Assamese |
বন্ধ নহয় যুদ্ধ প্ৰতিশ্ৰুতি অনুসৰি জাৰ্মানীয়ে ইউক্ৰেইনক দিলে ১৮ খন লেপাৰ্ড২ যুদ্ধ টেংক | Assamese |
প্ৰাক্তন ৰাষ্ট্ৰপতিৰ ভ্ৰমণৰ বাবে ব্যৱহাৰ কৰা হৈছিল কাজিৰঙাৰ ব্যাঘ্ৰ সংৰক্ষণৰ পুঁজিৰ ধন | Assamese |
আফগানিস্তানৰ বৈদেশিক মন্ত্ৰালয়ৰ সমীপত আইএছৰ আত্মঘাতী আক্ৰমণত নিহত ৬ জন | Assamese |
সমষ্টি পুনৰ নিৰ্ধাৰণৰাজনৈতিক দল সংগঠনৰ সৈতে আলোচনা ফলপ্ৰসূ মন্তব্য মমুখ্য নিৰ্বাচন আয়ুক্তৰ | Assamese |
দলিত ছাত্ৰৰ বাবে ৰ দুৱাৰ মুকলি কৰি এইদৰে কলে উচ্চতম ন্যায়ালয়ে | Assamese |
গণতন্ত্ৰত শাসকসকলে প্ৰতিদিনেই আত্মসমালোচনা কৰা উচিতদেশৰ মুখ্য ন্যায়াধীশ এন ভি ৰামান্না | Assamese |
সন্ধান নাই বিকাশ আৰু জিণ্টুৰ আলফালৈ যোৱাৰ সন্দেহ প্ৰকাশ পৰিয়ালৰ | Assamese |
আমেৰিকাৰ কনভেন্ট স্কুলত বন্দুকধাৰীৰ আক্ৰমণত নিহত ৩ শিশু শিক্ষাৰ্থীসহ ৬ জন | Assamese |
বিৰোধী দলৰ বৈঠকত ৰাহুল গান্ধীপ্ৰয়োজন হলে মই আঁতৰি যাম কোনো কাৰণতে মিত্ৰতা নাভাঙিব | Assamese |
দিল্লীত চৰকাৰী বাংলো খালী কৰিবলৈ নিৰ্দেশ ৰাহুল গান্ধীক বান্ধি দিলে সময়সীমা | Assamese |
ৰাজ্যত মুকলি হল শিক্ষকৰ বদলিকৰণৰ পৰ্টেল কেনেকৈ কৰিব আবেদন সৱিশেষ | Assamese |
কথা ৰাখিলে মুখ্যমন্ত্ৰীয়ে মহাৰজত জয়ন্তীত সুখবৰ শিৱসাগৰ কলেজ উন্নীত হব বিশ্ববিদ্যালয়লৈ | Assamese |
ৰাজ্যৰ পাঁচ খন মহাবিদ্যালয় উন্নীত কৰা হব বিশ্ববিদ্যালয়লৈ তালিকাত কি কি মহাবিদ্যালয় | Assamese |
নেলচন মেণ্ডেলাক বন্দী কৰি ৰখা জেইলৰ গাৰ্ড আছিল এইজন ক্ৰিকেটাৰ দেশৰ হৈ কৰিছিল চমৎকাৰ | Assamese |
বিদ্যালয়ত শিশু ছাত্ৰক তালিবানী শাস্তি শিক্ষকৰ হাজোৰ বামুন্দীত প্ৰতিক্ৰিয়া | Assamese |
ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় মুক্ত বিশ্ববিদ্যালয় ত নামভৰ্তিৰ তাৰিখ সম্প্ৰসাৰণ | Assamese |
অসম শক্তি প্ৰতিষ্ঠানৰ প্ৰথমখন দীক্ষান্ত সমাৰোহ আসন বৃদ্ধিৰ প্ৰচেষ্টাৰ আশ্বাস কেন্দ্ৰীয় মন্ত্ৰীৰ | Assamese |
যদি খেলুৱৈ সকলে কোৱাৰেণ্টাইনত থাকিব পাৰে আম্পায়াৰ সকলে কিয় নোৱাৰে জেছন হোল্ডাৰৰ প্ৰশ্ন | Assamese |
প্ৰথমবাৰৰ বাবে সম্পন্ন হল বিশ্বৰ আটাইতকৈ ডাঙৰ ইলেকট্ৰিক বিমানৰ সফল উৰণ | Assamese |
আমেৰিকাই ৰচিলে ইতিহাস পৃথিৱীৰ পৰা মহাকাশলৈ মানৱ অভিযানৰ সফল যাত্ৰা | Assamese |
ছেপ্টেম্বৰৰ ভিতৰতে প্ৰধান মন্ত্ৰী মোদীৰ বাবে আহিব নতুন প্ৰযুক্তিৰে সজ্জিত দুখন বিমান | Assamese |
জল্পনাকল্পনাৰ অৱসান ঘটাই টেষ্ট শৃংখলাৰ বাবে অষ্ট্ৰেলিয়ালৈ উৰা মাৰিলে ৰোহিত শৰ্মাই | Assamese |
অনলাইন ব্ড পৰীক্ষা অনুষ্ঠিত কৰিবলৈ কৰা আবেদন খাৰিজ উচ্চতম ন্যায়ালয়ৰ | Assamese |
ষ্টিভ স্মিথ টেষ্টৰ শ্ৰেষ্ঠ শীৰ্ষৰ দহৰ মাজত তিনিগৰাকী ভাৰতীয় বেটছমেন | Assamese |
হাইস্কুল শিক্ষান্ত আৰু হাইমাদ্ৰাছাৰ বিশেষ পৰীক্ষাৰ ফলাফল ঘোষণা | Assamese |
ৰাষ্ট্ৰীয় নিৰাপত্তা খাতিৰত ভাৰতে নিষিদ্ধ কৰিলে | Assamese |
কোভিড১৯ৰক্ষা কৱচ আই আই টি গুৱাহাটীৰ প্ৰাক্তন শিক্ষাৰ্থীৰ সৃষ্টি নতুন মুখাৱৰণ | Assamese |
ঠিকাদাৰ অনিল দাসৰ বাসগৃহ আৰু কাৰ্যালয়ত আয়কৰ বিভাগৰ তালাচী | Assamese |
বৰ্তমানৰ প্ৰেক্ষাপটত সমষ্টি পুনৰ নিৰ্ধাৰণৰ বিৰোধিতা ৰাইজৰ দলৰ | Assamese |
শিশুৰ ৰোগ প্ৰতিৰোধ কৰিব পৰা সহজ উপায়বোৰ | Assamese |
মা মোক ৰক্ষা কৰকমোক ইহঁতে মাৰি পেলাব। | Assamese |
চৰকাৰৰ দৰ্প চূৰ্ণ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত চোৰাং চিকাৰীয়ে হত্যা কৰিলে গঁড় কাটি নিলে খৰ্গ | Assamese |
মৰ্মান্তিক নলবাৰীত ভয়াবহ পথ দুৰ্ঘটনাত থিতাতে নিহত পতিপত্নী কথমপি প্ৰাণৰক্ষা শিশুৰ | Assamese |
আজি ঘোষণা হব হাইস্কুল শিক্ষা শিক্ষান্ত আৰু হাই মাদ্ৰাছাৰ বিশেষ পৰীক্ষাৰ ফলাফল | Assamese |
আমেৰিকাৰ গুৰুদ্বাৰাত বন্দুকধাৰীৰ গুলীয়াগুলি গুৰুতৰভাৱে আহত ২ জন | Assamese |
শিৱসাগৰৰ বিদ্যালয়ত কভিড সংক্ৰমণৰ আতংক ১৫গৰাকীৰ দেহত ধৰা পৰিছে পজিটিভ | Assamese |
ভাল খবৰলকডাউনেই আশীৰ্বাদ হল চৰকাৰী বিদ্যালয়ৰ বাবে পুনৰ সোঁত বৈছে শিক্ষাৰ্থীৰ | Assamese |
১০৪বছৰ বয়সত পৰীক্ষা দি ১০০ৰ ভিতৰত ৮৯ নম্বৰেৰে চমক দিলে এইগৰাকী আইতাই | Assamese |
গিৰিজানন্দ চৌধুৰী ইনষ্টিটিউট অব ফাৰ্মাচিউটিকেল ছায়েন্সত কম্পিউটাৰ ছায়েন্সৰ সহকাৰী অধ্যাপকৰ পদ খালীসাক্ষাৎকাৰৰ দিন কেতিয়া | Assamese |
ত লাচিত বৰফুকন কৰিলে কিয় ওলায় মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ফটো | Assamese |
জি আই পি এছত সৰ্বভাৰতীয় কাৰিকৰী শিক্ষা পৰিষদৰ দ্বাৰা প্ৰায়োজিত ৫ দিনীয়া শিক্ষক বিকাশ আৰু শিকণ আলোচনা চক্ৰৰ সফল সামৰণি | Assamese |
কমলা বিক্ৰেতাৰ পৰা পদ্মশ্ৰী সন্মানলৈ কি মহৎ কৰ্মৰ বাবে স্বীকৃত হল পদ্মশ্ৰী সন্মানেৰে | Assamese |
এ আজি ভাৰতত মুকলি কৰিব চিৰিজ জানক দাম আৰু আকৰ্ষণীয় ফিচাৰ্ছ | Assamese |
শিৱসাগৰৰ যুৱক অভিজিতৰ আন এক উদ্ভাৱন সাজি উলিয়ালে ৰিচাৰ্জেবল এল ই ডি বাল্ব | Assamese |
ৰ কোভিড১৯ চেকাৰত ফাদিল ব্যক্তিগত তথ্য দেশজুৰি গ্ৰাহকৰ মাজত চাঞ্চল্য | Assamese |
Subsets and Splits
No community queries yet
The top public SQL queries from the community will appear here once available.