text
stringlengths 1
2.59k
⌀ | language
stringclasses 10
values |
|---|---|
চেন্নাইৰ হাতত পৰাস্ত হৈ প্লে অফৰ দৌৰৰ পৰা বাহিৰ কিংছ ইলেভেন পঞ্জাৱ
|
Assamese
|
৩ বছৰীয়া শিশুৰ গুলীত মৃত্যু ৪ বছৰীয়া জ্যেষ্ঠ ভগ্নীৰ টেক্সাছৰ মৰ্মান্তিক ঘটনাই জোকাৰিছে আমেৰিকা
|
Assamese
|
হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হোৱাৰ পিছত অসমত আৰক্ষীৰ জিম্মাত নিহত হৈছে ৬৬ জন আহত ১৫৮ জন
|
Assamese
|
বিশ্বৰ বিভিন্ন প্ৰান্তৰ শিল্পীৰ শিৰত শ্ৰেষ্ঠত্বৰ খিতাপ অস্কাৰ চাওক সম্পূৰ্ণ তালিকা
|
Assamese
|
টি২০ ক্ৰিকেটৰ ইতিহাসত প্ৰথম গৰাকী বেটছমেন হিচাপে ১০০০ ছিক্সাৰ কোবোৱাৰ অভিলেখ ক্ৰিছ গেইলৰ
|
Assamese
|
কনাতংকতেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ গৰিষ্ঠ সংখ্যক শিক্ষাৰ্থীকে আবাস খালি কৰাৰ নিৰ্দেশ
|
Assamese
|
মায়ামৃগ দেশৰ অভয়াৰণ্যত দেখা গল আটাইতকৈ বিৰল বগা হৰিণ
|
Assamese
|
পুনৰ কোভিড আতংক হাইস্কুল শিক্ষান্ত আৰু হাই মাদ্ৰাছা পৰীক্ষাৰ বাবে নতুন নিৰ্দেশনা জাৰি ছেবাৰ
|
Assamese
|
কণাতংকৰ বাবেই বৃহৎ সিদ্ধান্ত দশম শ্ৰেণীৰ পৰীক্ষা বাতিল দ্বাদশ শ্ৰেণীৰ পৰীক্ষা স্থগিত ৰখাৰ সিদ্ধান্ত চৰকাৰৰ
|
Assamese
|
দেশৰ শিক্ষাব্যৱস্থাই ছাত্ৰছাত্ৰীসকলৰ প্ৰতি সংবেদনশীল হোৱাটো প্ৰয়োজন প্ৰিয়ংকা গান্ধী
|
Assamese
|
বেটী বাচাও বেটী পাঢ়াও কিন্তু লিংগসমতাৰ তালিকাত ভাৰতৰ স্থান বাংলাদেশতকৈও তলত
|
Assamese
|
কৰনাৰ আতংক তিনিচুকীয়াৰ বিদ্যালয়ত ৩৫গৰাকী ছাত্ৰী কোভিড১৯ পজিটিভ
|
Assamese
|
বেআইনী ভাৱে চলিছে চৰকাৰৰ বাল্যবিবাহ বিৰোধী অভিযানঅভিযোগ অখিল গগৈৰ
|
Assamese
|
নিৰ্বাচনৰ পূর্বে ৰাজ্যৰ বেতন বঞ্চিত প্ৰাথমিক শিক্ষকৰ দৰমহা মুকলি কৰি দিয়াৰ আহ্বান
|
Assamese
|
ৰ নামভৰ্তি আৰু পুনঃপঞ্জীয়নৰ অন্তিম তাৰিখ বৃদ্ধি কৰা হৈছে কেতিয়া অন্তিম তাৰিখ
|
Assamese
|
সূৰ্য্যকুমাৰ যাদৱক নিউজিলেণ্ডৰ হৈ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট খেলাৰ বাবে আমন্ত্ৰণ
|
Assamese
|
পুনৰ এবাৰ ৰিঙত নামিব প্ৰসিদ্ধ বক্সাৰ মাইক টায়ছন খবৰত উৎফুল্লিত অনুৰাগী
|
Assamese
|
বিগ বছত এইবোৰ কি খঙত টিঙিৰিতুলা হল ছলমান খান
|
Assamese
|
আদিপুৰুষে আমুৱালে দৰ্শকৰ মনোজগত জিনিবলৈ পুনৰ আহিছে ৰামানন্দ সাগৰৰ ৰামায়ণ
|
Assamese
|
মই ছলমান খানক হত্যা কৰিমেই কোনে ভাবুকি দিছে ছলমানক
|
Assamese
|
ভুল তথ্যেৰে কোৰানৰ বিষয়ে তথ্যচিত্ৰ বনাওক কি অৱস্থা হয় চাওঁ আদিপুৰুষ সম্পৰ্কত এলাহাবাদ উচ্চ ন্যায়ালয়ৰ মন্তব্য
|
Assamese
|
ৰোৱনী হব নে দাৱনী ১৩ কোটি মূল্যৰ কৃষি ভূমি ক্ৰয় কৰিলে শ্বাখৰুখ কন্যা সুহানাই
|
Assamese
|
গুৱাহাটীৰ বাহিনী নৈত উদ্ধাৰ নৱজাতকৰ মৃতদেহ
|
Assamese
|
অপ্ৰতিৰোধ্য কিম এইবাৰ চাবমেৰিনৰ পৰাই দুটাকৈ ক্ৰুজ মিছাইল নিক্ষেপ কৰিলে উত্তৰ কোৰিয়াই
|
Assamese
|
ইঞ্জিনিয়াৰিঙত নামভৰ্তিৰ বাবে উচ্চতৰ মাধ্যমিকত আৱশ্যক নহয় গণিতফিজিক্স
|
Assamese
|
ঘৰত বহি থাকিলে নহব চাকৰি বিচাৰিবও লাগিব ৫০২টা পদত নিয়োগৰ বিজ্ঞাপন ওলাইছে
|
Assamese
|
নৃশংস প্ৰেম পুনৰ যুৱতীক হত্যা কৰি দেহ টুকুৰা টুকুৰ কৰা ঘটনা অভিযুক্তৰ ফাঁচীৰ দাবী
|
Assamese
|
দেশৰ ১০০ খন মাদ্ৰাছাত পঢ়োৱা হব গীতাৰামায়ণ
|
Assamese
|
ৰ প্ৰৱেশ পৰীক্ষাৰ দিন ঘোষণা চাওক সৱিশেষ
|
Assamese
|
অস্কাৰত ভাৰতৰ জয়জয়কাৰ মৌলিক গানৰ বাবে নাটু নাটু তথ্যচিত্ৰ দ্য এলিফেণ্ট হুইছপাৰাৰ্ছলৈ অস্কাৰ
|
Assamese
|
টীয়কৰ চন্দ্ৰ কমল বেজবৰুৱা মহাবিদ্যালয়ৰ হীৰক জয়ন্তীৰ সামৰণী অনুষ্ঠান সম্পন্ন
|
Assamese
|
কি হব এইবাৰ যৌন কেলেংকাৰীৰ ঘটনাত আদালতলৈ মাতি পঠোৱা হৈছে ডোনাল্ড ট্ৰাম্পক
|
Assamese
|
আপৰ দুই ৰাজ্যৰ মুখ্যমন্ত্ৰী আহিব গুৱাহাটীলৈ আপৰ সংবাদ মেল
|
Assamese
|
বিধায়ক হৈ বিপাঙত অখিল গগৈ
|
Assamese
|
আৰ্থিকভাৱে দুৰ্বল ছাত্ৰছাত্ৰীৰ বাবে যুৱ উদ্ভাৱক অভিজিত দুৱৰাৰ আন এক উদ্ভাৱন মনোৰথ
|
Assamese
|
ৰাজ্যত পুনৰ কৰণাৰ সংক্ৰমণ বৃদ্ধি ডিব্ৰুগড় বিশ্ববিদ্যালয়ত কন্টেইনমেন্ট জন ঘোষণা
|
Assamese
|
টোকলাই চাহ গৱেষণা প্ৰতিষ্ঠান ৰক্ষা কৰকঃ ডি ৱাই এফ আই
|
Assamese
|
কভিডৰ পৰা মুক্ত হৈ ইটালীলৈ ৰাওনা হোৱাৰ প্ৰস্তুতি চলাইছে লাভলিনাই
|
Assamese
|
মুছেৱালাৰ পিছত এইবাৰ গোল্ডী ব্ৰাৰৰ লক্ষ্য হানী সিং
|
Assamese
|
সূৰ্যকুমাৰৰ দৰ্শনীয় বেটিঙৰ সহায়ত প্লে অফত স্থান সুৰক্ষিত কৰিলে মুম্বাই ইণ্ডিয়ানছে
|
Assamese
|
ভাৰতৰ অষ্ট্ৰেলিয়া ভ্ৰমণৰ কাৰ্যসূচী ঘোষণা জানিবলৈ পঢ়ক কত আৰু কেতিয়া অনুষ্ঠিত হব মেচ
|
Assamese
|
গীতিকাৰ মোডী গ্ৰেমী বিজয়ী কণ্ঠশিল্পী ফালুৰ সৈতে মিলি লিখিছে গীত শুনাব বজ্ৰাৰ উপকাৰিতা
|
Assamese
|
অষ্ট্ৰেলিয়াগামী ভাৰতীয় দলত সূৰ্য্যকুমাৰ যাদৱে স্থান লাভ নকৰাত বিচিচিআইক সমালোচনা হৰভজন সিঙৰ
|
Assamese
|
ছাজিদ নাদিলৱালাৰ পৰা নাগাৰ্জুনলৈকে আৰু কাৰ কাৰ হৃদয়েৰে খেলিলে টাবুৱে
|
Assamese
|
অষ্ট্ৰেলিয়া ভ্ৰমণৰ বাবে ভাৰতীয় ক্ৰিকেট দল ঘোষণা বাদ পৰিল ৰোহিত ইশান্ত
|
Assamese
|
মুম্বাই চিটি এফ চিৰ সৈতে চুক্তিবদ্ধ মণিপুৰৰ ফুটবলাৰ টণ্ডোনবা সিং
|
Assamese
|
ব্ৰাজিলৰ তাৰকা ফুটবলাৰ ৰোণাল্ডিনহো কোভিড পজিটিভ
|
Assamese
|
বিৰাট কোহলীৰ ফিটনেছক উচ্চ প্ৰশংসা দক্ষিণ আফ্ৰিকাৰ প্ৰাক্তন অধিনায়ক শ্বন পোলকৰ
|
Assamese
|
প্লেঅফৰ তাৰিখ ঘোষণা চাওক কেতিয়া কত হব মেচ
|
Assamese
|
ৰ পৰাও অৱসৰ ধোনীৰ হাৰ্দিকক্ৰুনালক জাৰ্ছি প্ৰদান কৰাৰ পাছতে আৰম্ভ জল্পনাকল্পনা
|
Assamese
|
ৰ দশম আৰু দ্বাদশ শ্ৰেণীৰ ব্ড পৰীক্ষাৰ সূচী ঘোষণা কেতিয়াৰ আৰম্ভ হব পৰীক্ষা চাওক
|
Assamese
|
অপৰাজিতা পঢ়াশুনাৰ খৰচ যোগাৰ কৰিবলৈ ১০০ দিনৰ মজুৰি কৰিছে ইঞ্জিনিয়াৰিঙৰ ছাত্ৰীয়ে
|
Assamese
|
সন্দিকৈ ছোৱালী মহাবিদ্যালয়ত বেটী বচাও বেটী পঢ়াও আঁচনিৰ উদ্যোগত আত্ম সুৰক্ষাৰ প্ৰশিক্ষণ
|
Assamese
|
দিব্যাংগ ব্যক্তিৰ বাবে টয়লেটৰ সুবিধা নিশ্চিত হোৱাটো বিচাৰিছে সাংসদ আব্দুল খালেকে
|
Assamese
|
২ ফেব্ৰুৱাৰিত প্ৰকাশ পাব চিবিএছচিৰ দশমদ্বাদশ শ্ৰেণীৰ চূড়ান্ত পৰীক্ষাৰ সূচীকেন্দ্ৰীয় শিক্ষামন্ত্ৰী
|
Assamese
|
নাৰী সুৰক্ষা নিশ্চিত কৰিবলৈ ক নিৰ্দেশ দিলে ১দিনৰ মুখ্যমন্ত্ৰী সৃষ্টিয়ে
|
Assamese
|
মৰিগাঁৱৰ জালুগুটিত একেদিনাই দুজনকৈ শিক্ষকৰ মৃত্যুত অঞ্চলজুৰি গভীৰ শোকৰ ছাঁ
|
Assamese
|
প্ৰচণ্ড তুষাৰপাতৰ ফলত পূব ছিকিমত আৱদ্ধ প্ৰায় ৯০০ পৰ্যটক উদ্ধাৰ অভিযানত নামিছে সেনা
|
Assamese
|
চৌদি আৰৱইৰাণৰ সম্পৰ্ক পুনৰুদ্ধাৰৰ বাবে চীনৰ মধ্যস্থতা অস্বস্তিত আমেৰিকা
|
Assamese
|
ভুৱা এনকাউন্টাৰ অৱশেষত ৰৌতাৰ এনকাউণ্টাৰ ভুল আছিল বুলি তথ্য সদৰী আৰক্ষীৰ
|
Assamese
|
ৰহস্য ১৫ কোটি টকাৰ বাবে হত্যা কৰা হৈছিল সতীশ কৌশিকক অচিনাক্ত মহিলাৰ দাবীত চাঞ্চল্য
|
Assamese
|
দুৰ্নীতিৰ অভিযোগত গ্ৰেপ্তাৰ মালয়েছিয়াৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী মুহিউদ্দিন য়াছিন
|
Assamese
|
গুৱাহাটীত যাত্ৰীবাহী ৰেলৰ ডবাত বিধ্বংসী অগ্নিকাণ্ডসম্পূৰ্ণৰূপে ভস্মীভূত এটা ডবা
|
Assamese
|
নিৰ্বাচন পৰৱৰ্তী হিংসাত জৰ্জৰিত ত্ৰিপুৰাত আক্ৰমণৰ বলি সংসদীয় দল বিজেপিৰ বিৰুদ্ধে অভিযোগ
|
Assamese
|
গুৱাহাটী উচ্চ ন্যায়ালয়মহিলা ন্যায়াধীশৰ অলংকাৰকলৈ কৰা মন্তব্যৰ বাবে অৱমাননাৰ গোচৰত দোষী সাব্যস্ত অধিবক্তা
|
Assamese
|
দ্য কনচিকুচেন্স এখন চলচিত্ৰৰ নিৰ্মোহ বিশ্লেষণ
|
Assamese
|
১১ মে পৰা মেট্ৰিক পৰীক্ষা কেতিয়া কি পৰীক্ষা আছে জানিবলৈ পঢ়ক
|
Assamese
|
বিদ্যালয় খোলাৰ পাছতেই কৰনাৰ সংক্ৰমণ ৩১গৰাকী ছাত্ৰশিক্ষক পজিটিভ
|
Assamese
|
৩ জুলাইত অনুষ্ঠিত হব পৰীক্ষা অসমীয়া ভাষাতো দিব পৰা যাব পৰীক্ষা
|
Assamese
|
উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ সূচী ঘোষণা
|
Assamese
|
শিক্ষামন্ত্ৰীয়ে ঘোষণা কৰিলে হাইস্কুল শিক্ষান্ত উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ দিন
|
Assamese
|
ৰ আজৱ সিদ্ধান্ত প্ৰতিবছৰে শিক্ষাৰ্থীয়ে সলাব লাগিব হোষ্টেল আন্দোলনৰ হুংকাৰ ছাত্ৰ সন্থাৰ
|
Assamese
|
২০২০ বৰ্ষত অৰ্থনৈতিক আৰু শৈক্ষিকভাৱে অসম ভীষণ ক্ষতিৰ সন্মুখীন হলডঃ হিমন্ত বিশ্ব শৰ্মা
|
Assamese
|
কৃতী ছাত্ৰীক স্কুটী প্ৰদানভেন্সাৰ শিক্ষানুষ্ঠানৰ প্ৰতি দায়সৰা মন্তব্য মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ
|
Assamese
|
ৰ ২০২০২১বৰ্ষৰ চৰকাৰী স্কলাৰশ্বিপৰ আবেদনৰ সময়সীমা বৃদ্ধি চাওক সৱিশেষ
|
Assamese
|
চিবিএছচিৰ দশম আৰু দ্বাদশ শ্ৰেণীৰ পৰীক্ষাৰ দিন ঘোষণা চাওক গুৰুত্বপূৰ্ণ দিনসমূহ
|
Assamese
|
যুদ্ধৰ খৱৰ ইউক্ৰেইনত নাটোআমেৰিকা যুক্তৰাষ্ট্ৰৰ অস্ত্ৰশস্ত্ৰ জব্দ কৰি ইৰাণক দিছে ৰাছিয়াই
|
Assamese
|
বিজেপিৰ বিৰুদ্ধে ঐক্যবদ্ধ ৰাজ্যৰ ১০টা ৰাজনৈতিক দল এলাগী আপ এআইইউডিএফ তৃণমূল
|
Assamese
|
খেলুৱৈৰ সৈতে একেলগে পৰিয়ালৰ লোকৰ ভ্ৰমণৰ অনুমতি বিচাৰি ক্ৰিকেট অষ্ট্ৰেলিয়ালৈ বি চি চি আইৰ আহ্বান
|
Assamese
|
কিহৰ ইংগিত আমেৰিকা যুক্তৰাষ্ট্ৰৰ ইতিহাসত আটাইতকৈ বৃহৎ সামৰিক বাজেট প্ৰস্তাৱ বিডেনৰ
|
Assamese
|
ৰাজহুৱা স্থানত চি চি টিভি কেমেৰা বাধ্যতামূলক বিধানসভাত উত্থাপন হল বিধেয়ক
|
Assamese
|
হৃদক্ৰিয়া জনিত জটিলতাত আক্ৰান্ত হৈ চিকিৎসাধীন বিশ্বকাপ বিজয়ী অধিনায়ক কপিল দেৱ
|
Assamese
|
অধিনায়কে পলায়ন নকৰে মই বাকী থকা আটাইকেইখন খেল খেলিম ধোনী
|
Assamese
|
বিয়েৰ খালে সঁচাকৈয়ে কিডনিত পাথৰ সৃষ্টি হব নোৱাৰে কি কয় গৱেষণাই
|
Assamese
|
অসুস্থ বতাহ মেট্ৰ চিটিত প্ৰথম মৃত্যু দেশজুৰি ভাইৰাছৰ সংক্ৰমণ
|
Assamese
|
কোভিড প্ৰটকল ভংগৰ অপৰাধত ৰিয়েল মাদ্ৰিদৰ ষ্ট্ৰাইকাৰ লুকা জভিকক কাৰাদণ্ড
|
Assamese
|
মই প্ৰপাগাণ্ডামূলক ছবিৰ বিৰোধীদ্য কেৰেলা ষ্টীক লৈ প্ৰতিক্ৰিয়া কমল হাছানৰ
|
Assamese
|
সন্মুখত কাৰাগাৰ শীৰ্ষ আৰক্ষী বিষয়াৰ বাহনত খুন্দা মাৰি বিপদত কোন মোহময়ী অভিনেত্ৰী
|
Assamese
|
মৰ্মান্তিক শোকাৱহ গাড়ী দুৰ্ঘটনাত মৃত্যু মোহময়ী অভিনেত্ৰীৰ
|
Assamese
|
১০ কোটিৰো অধিক টকাৰে ক্ৰয় কৰা বেটছমেনৰ বেটৰ পৰা ওলোৱা নাই এটাও ছিক্সাৰ
|
Assamese
|
আই পি এলৰ ১৩ বছৰীয়া ইতিহাসত ক্ৰমাগত দুটা শতকীয় ইনিংছেৰে ধাৱানৰ অভিলেখ
|
Assamese
|
জিম্বাবুয়েৰ পাকিস্তান ভ্ৰমণত যোৱাৰ অনুমতি নাপালে দলটোৰ ভাৰতীয় প্ৰশিক্ষকে
|
Assamese
|
আজি আই পি এলত আন এক অভিলেখৰ গৰাকী হব মহেন্দ্ৰ সিং ধোনী
|
Assamese
|
দুটাকৈ ছুপাৰ অভাৰ আইপিএলৰ ইতিহাসত আটাইতকৈ ৰোমাঞ্চকৰ বিজয় পঞ্জাৱৰ
|
Assamese
|
বছৰৰ শেষৰ দিনটোত কিষাণ মৰ্চাৰ প্ৰশংসনীয় কাৰ্য চেনিটাইজ কৰিলে প্ৰায় ২০ খন বিদ্যালয়
|
Assamese
|
এছএলএ চিয়ে প্ৰশিক্ষণ প্ৰদান কৰা ৪৫ গৰাকী প্ৰাৰ্থী অসম লোকসেৱা আয়োগৰ পৰীক্ষাত উত্তীৰ্ণ
|
Assamese
|
বানে উটুৱাই নিয়া বিদ্যালয় স্বেচ্ছাসেৱী সংস্থা খালছা চেণ্টাৰ নৰ্থ ইষ্টয়ে নিৰ্মাণ কৰি দেখুৱালে মহানুভৱতা
|
Assamese
|
গোহালিত পঢ়াশুনা কৰিয়েই মেজিষ্ট্ৰেটৰ আসনত এই গৰাকী যুৱতী কোন এওঁ
|
Assamese
|
ইন্টেলিজেন্স ব্যুৰোত ২০০০ এছিষ্টেন্ট পদত নিযুক্তিৰ বাবে বিচৰা হৈছে আবেদন
|
Assamese
|
অসম লোকসেৱা আয়োগৰ পৰীক্ষাত সফলতা অৰ্জন টীয়কৰ ৰন্টু বৰুৱাৰ
|
Assamese
|
Subsets and Splits
No community queries yet
The top public SQL queries from the community will appear here once available.