text stringlengths 1 2.59k ⌀ | language stringclasses 10
values |
|---|---|
অসমৰ ৩৫ হেজাৰ প্ৰাথমিক বিদ্যালয়ত নাই স্থায়ী প্ৰধান শিক্ষক২২ জানুৱাৰিত দিচপুৰ কঁপাব ১ লাখ প্ৰাথমিক শিক্ষকে | Assamese |
মানৱতাৰ জলন্ত উদাহৰণ এতিয়াও মাত্ৰ ১০টকাতে ৰোগী চোৱা কোন এইগৰাকী চিকিৎসক | Assamese |
নিবনুৱালৈ চাকৰি আছুৱে মুকলি কৰিলে ব্যক্তিগত নিয়োগ বিনিময় কেন্দ্ৰ | Assamese |
চাকৰিৰ পৰা নিলম্বিত হল উৎকোচ লৈ ধৰা পৰা বিদ্যালয়সমূহৰ পৰিদৰ্শক জোৎস্নাৰাণী বৰ্মন | Assamese |
নিৰ্বাচনৰ আগতে উৎকোচ কৰ্ণাটকত বিজেপি বিধায়কে উপহাৰ দিয়া শাৰী জ্বলাই প্ৰতিবাদ | Assamese |
১৯৯৪ চনৰ তিনিচুকীয়াৰ ভুৱা এনকাউণ্টাৰত সেনাই হত্যা কৰা পাঁচ যুৱকৰ পৰিয়ালক ২০ লাখ টকাকৈ ক্ষতিপূৰণ প্ৰদানৰ নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ | Assamese |
জাৰ্মানীৰ গীৰ্জাত বন্দুকধাৰীৰ আক্ৰমণত নিহত কমেও ৭ জন আন কেইবাজনো আহত | Assamese |
তিনিচুকীয়াধুবুৰী সংযোগী পথত সপ্তাহত তিনিদিনকৈ চলিব বিশেষ ৰেলঘোষণা উত্তৰপূব সীমান্ত ৰেলৱেৰ | Assamese |
বিশিষ্ট চিন্তাবিদবুদ্ধিজীৱী ইন্দিবৰ দেউৰীৰ মৃত্যুত ডি ৱাই এফ আইৰ গভীৰ শোক প্ৰকাশ | Assamese |
বঙাইগাঁৱত হোলীৰ আনন্দোল্লাসৰ মাজতে চাঞ্চল্যকৰ কাণ্ডযুৱকৰ দাৰ ঘাপত এগৰাকীৰ মৃত্যু | Assamese |
মুখ্যমন্ত্ৰী মাণিক সাহাৰ শপত গ্ৰহণ উপস্থিত থাকিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী | Assamese |
পাকিস্তানী এজেণ্টক মোবাইল চিম কাৰ্ড যোগান ধৰাৰ অভিযোগনগাঁওমৰিগাঁৱত পাঁচ অভিযুক্তক গ্ৰেপ্তাৰ | Assamese |
ভয়ানক দুৰ্ঘটনাৰ সন্মুখীন দ্য কেৰেলা ষ্টী পৰিচালক আৰু নায়িকা | Assamese |
মুখত অজস্ৰ ফুটা এসময়ত বলিউডৰ চেলিব্ৰেটি আজি পথৰ চাহ দোকানী | Assamese |
এসময়ত আছিল শ্বাহৰুখৰ সহ অভিনেত্ৰী এতিয়া চাবোন বিক্ৰী কৰি চলাইছে পৰিয়াল | Assamese |
প্লে অফত স্থান সুৰক্ষিত কৰাটো সহজ নহব চেন্নাইৰ দলৰ পৰা বাহিৰ এগৰাকী ষ্টাৰ অলৰাউণ্ডাৰ | Assamese |
দুটাকৈ স্বৰ্ণ পদক লাভ কৰা ৰাষ্ট্ৰীয় খেলুৱৈৰ দুৰ্দশা জীৱিকাৰ তাড়নাত বিক্ৰী কৰে হাড়িয়া | Assamese |
শিখৰ ধাৱানৰ দুৰ্দান্ত শতক ধোনীৰ চেন্নাইক ৫উইকেটত হৰুৱালে দিল্লী কেপিটেলছে | Assamese |
অসম ক্ৰিকেট সন্থাৰ বাৰ্ষিক বঁটা প্ৰদান মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ | Assamese |
কোহলীৰোহিতক অতিক্ৰমী আই পি এলত শিখৰ ধাৱানে গঢ়িলে এক অভিলেখ | Assamese |
ৰিয়ান পৰাগৰ প্ৰভাৱ পৃথ্বী শ্বৰ উইকেট দখল কৰি জোফ্ৰা আৰ্চাৰে নাচিলে বিহু চাওক ভিডিঅ | Assamese |
এনৰিক নৰ্কিয়াই ভংগ কৰিলে আই পি এল ইতিহাসৰ সৰ্বোচ্চ বেগী বলৰ অভিলেখ | Assamese |
বক্সাৰ লাভলিনা বৰগোঁহাইৰ কৰনাভাইৰাছ পজিটিভ বাতিল হল ইটালী যাত্ৰা | Assamese |
১৬ বছৰ পূৰ্বে পিতৃৰ বিৰুদ্ধে আৰু এতিয়া পুত্ৰৰ সৈতে বেটিং কৰি ইতিহাস গঢ়িলে উথাপ্পাই | Assamese |
কৰনাত আক্ৰান্ত হৈ পৰলোকপ্ৰাপ্তি প্ৰসিদ্ধ ক্ৰীড়া সাংবাদিক কিশোৰ ভিমানিৰ | Assamese |
মাইনাছ ৫১ডিগ্ৰীতো শিক্ষাৰ্থীয়ে পাঠ গ্ৰহণ কৰিছে বিশ্বৰ এই শীতলতম শ্ৰেণীকোঠাত | Assamese |
শিক্ষা মন্ত্ৰ্যালয়ৰ নতুন স্কুল বেগ নীতি ছাত্ৰছাত্ৰীৰ শৰীৰৰ ওজনৰ ১০ শতাংশতকৈ অধিক হব নোৱাৰিব স্কুল বেগৰ ওজন | Assamese |
চিকনি বৰহোলা উচ্চ মাধ্যমিক বিদ্যালয়ত আই পাছ ডেভেলপমেন্ট ফাউণ্ডেশ্যনৰ সজাগতা সভা | Assamese |
৩১ ডিচেম্বৰলৈ অভিযান্ত্ৰিক পাঠ্যক্ৰমত নামভৰ্তিৰ অন্তিম সময়সীমা বৃদ্ধি কৰিলে এ আই চি টি ইয়ে | Assamese |
অপেক্ষাৰ অন্ত ছাত্ৰীসকলে দুখ নকৰিব মন্ত্ৰীয়ে জনালে সকলোৱে লাভ কৰিব স্কুটী | Assamese |
২০২১ বৰ্ষৰ মাৰ্চ মাহত অনুষ্ঠিত হব বিশেষ টেট | Assamese |
কেতিয়াৰ পৰা কেনেকুৱা ৰূপত খুলিব প্ৰাক প্ৰাথমিক বিদ্যালয় হোষ্টেলসমূহ জনালে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই | Assamese |
গুৱাহাটী ৰেল ষ্টেচনত ২০ লাখ টকা মূল্যৰ সোণ জব্দসৰবৰাহকাৰীক গ্ৰেপ্তাৰ | Assamese |
বিশিষ্ট সমাজ বিজ্ঞানী ইন্দিবৰ দেউৰী আৰু নাই | Assamese |
বৰপেটাৰ অভিনন্দন দাসৰ কৃতিত্বইটালীৰ বিশ্ববিদ্যালয়ত ত কৰিব গৱেষণা | Assamese |
হোলী খেলিবলৈ যোৱাৰ আগতেই পঢ়ি যাওক এইকেইটা দৰকাৰী কথা | Assamese |
বৰ্ণাভিমানী অসমীয়াৰ পৰা কোনোদিনে প্ৰাপ্য সন্মান নাপালে ইন্দিবৰ দেউৰীয়েহীৰেন গোহাঁই | Assamese |
ছেবাৰ কাণ্ডজ্ঞানহীনতাৰ কোনো অন্ত নাইৰাজ্যৰ লাখ লাখ শিক্ষাৰ্থীৰ সপোনৰ লগত খেলা কৰিলে ছেবাই | Assamese |
ত ৮৫০০ পদত নিযুক্তিৰ বাবে স্নাতক প্ৰাৰ্থীৰ পৰা আবেদন আহ্বান | Assamese |
কৰ্দক এটেক গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে নিযুক্তিপ্ৰথমগৰাকী অৰুণাচলী ন্যায়াধীশত পৰিণত এটে | Assamese |
উচ্চপ্ৰদস্থ বিষয়াক অভিযোগ দিয়াৰ ক্ষোভক্ষোভিত জোৱানে গুলীয়াই হত্যা কৰিলে দুই সতীৰ্থক | Assamese |
ৰন্ধন গেছৰ মূল্যবৃদ্ধি ৰোধৰ দাবীত গুৱাহাটীত আম আদমি পাৰ্টীৰ প্ৰতিবাদ | Assamese |
বিশিষ্ট কণ্ঠশিল্পী ঋষিৰাজ শৰ্মাৰ পৰলোকপ্ৰাপ্তি শোকাহত সাংস্কৃতিক জগত | Assamese |
দিল্লী কেপিটেলছৰ পৰা বাহিৰ হল অভিজ্ঞ বেগী বলাৰ ঈশান্ত শৰ্মা | Assamese |
সেই দিনটোত তুমি নাথাকিলে কি হলহেতেন গৌতম গম্ভীৰক শুভেচ্ছা জনাই অনুৰাগীৰ প্ৰশ্ন | Assamese |
ক্ৰিষ্টিয়ানো ৰোণাল্ডো কোভিড পজিটিভ | Assamese |
চেন্নাই ছুপাৰ কিংছে গঢ়িলে আন এক ইতিহাস আই পি এলত এই কৃতিত্বৰ অধিকাৰী হোৱা প্ৰথমটো দল | Assamese |
বহু কোটিটকীয়া প্ৰাক্মেট্ৰিক বৃত্তি কেলেংকাৰিত জড়িত ২৬জনক গ্ৰেপ্তাৰ অসম আৰক্ষীৰ | Assamese |
অহা ১০ জানুৱাৰিত অনুষ্ঠিত হব সৈনিক স্কুলৰ ২০২১ প্ৰৱেশ পৰীক্ষা | Assamese |
দুখীয়া ছাত্ৰছাত্ৰীৰ বাবে ৰাষ্ট্ৰীয় পৰ্যায়ৰ উমৈহতীয়া প্ৰৱেশ পৰীক্ষা আয়োজন | Assamese |
কি বিশেষ কাৰণত ওমেন শব্দৰ সংজ্ঞাৰ ব্যাপক সালসলনি ঘটালে অক্সফ্ড ডিক্সনাৰিয়ে | Assamese |
এইবাৰ হানি সিঙৰ বিৰুদ্ধে অপহৰণ আৰু নিৰ্যাতনৰ অভিযোগ | Assamese |
বিশ্বৰ পৰিবেশ বিজ্ঞানীৰ তালিকাত অন্যতম স্থান লাভ অসমীয়া বিজ্ঞানী অধ্যাপক কৃষ্ণগোপাল ভট্টাচাৰ্য্যৰ | Assamese |
ৰ নামভৰ্তিৰ সময়সীমা বৃদ্ধি কেনেকৈ কৰিব পঞ্জীয়ন | Assamese |
বিহাৰীয়ে লুটিছে অসমৰ শিক্ষাৰ্থীৰ ছাত্ৰ বৃত্তিৰ ধন | Assamese |
চেক্স ৰেকেট আৰক্ষীৰ জালত অভিনেত্ৰী তথা কাষ্টিং পৰিচালক আৰতি মিট্টল | Assamese |
পুত্ৰবোৱাৰীৰ ওপৰত বিৰক্ত যোগ্য নহয় কন্যাও সমস্ত সম্পত্তি ৰাজ্যপালক দান কৰিলে বৃদ্ধ কৃষকে | Assamese |
কামিহাড় ভাঙিল গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত অমিতাভ বচ্চন প্ৰজেক্ট কে শ্বুটিঙত ঘটিল অঘটন | Assamese |
শ্বুটিঙৰ মাজতে ঘটিল অঘটন আঘাতপ্ৰাপ্ত ছুপাৰষ্টাৰ সঞ্জয় দত্ত | Assamese |
উদ্বেগজনক স্কুল আৰম্ভ হোৱাৰ মাত্ৰ তিনিদিনতে কৰনাত আক্ৰান্ত হল ৫০০ৰো অধিক শিক্ষাৰ্থী | Assamese |
পুনৰ দুটাকৈ ভূমিকম্পই জোকাৰি গল ভাৰতৰ মাটি সোমবাৰে পুৱা কঁপি উঠিল গুজৰাট আৰু নিকোবৰ | Assamese |
যৌৱন গলে পাবলৈ নাই কালৰ সোঁতত হেৰাই যোৱা কেইগৰাকীমান ভাৰতীয় সুন্দৰী | Assamese |
দক্ষিণ মেৰু সাগৰত বৰফ গলাৰ ৰেকৰ্ড ডাঙৰ বিপদৰ আশংকা বিজ্ঞানী মহলৰ | Assamese |
ফ্ৰীতে পাই টেটুলৈকে গিলিলে মদ খাই অচেতন অভিনেতা মনোজ বাজপেয়ী | Assamese |
নিৰ্বাচন আয়োগৰ পিতৃৰ নহয় শিৱসেনা মোৰ পিতৃৰ দল বিজেপিকো তুলাধুনা উদ্ধৱ ঠাকৰেৰ | Assamese |
আলোচনাৰ বাবে আমিও সাজু কিন্তু আলোচনাৰ মজিয়ালৈ আমাক সন্মানেৰে নিমন্ত্ৰণ জনাব লাগিব প্ৰদ্যুৎ মাণিক্য দেববৰ্মা | Assamese |
ছলমান খানক হত্যাৰ ভাবুকি নিজকে গো ৰক্ষক বুলি পৰিচয় দিয়া ১৬ বছৰীয়া কিশোৰৰ | Assamese |
শাসনলৈ অহাৰ আগলৈকে হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আৰু ৰ গোচৰ চলি আছিল কেজৰিৱাল | Assamese |
দেশৰ গণতন্ত্ৰ আৰু ন্যায় ব্যৱস্থা বিপথে পৰিচালিত বুলি বিদেশত প্ৰচাৰ চলিছে ৰাহুল গান্ধীক টাৰ্গেট কিৰেণ ৰিজিজুৰ | Assamese |
নাইট ৰাইডাৰ্ছৰ বিৰুদ্ধে ভিলিয়াৰ্ছৰ বিস্ফোৰণ আৰ চি বিৰ সহজ জয় | Assamese |
ধোনীৰ কন্যা জিভাক ভাবুকি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে এজন কিশোৰক | Assamese |
ধোনীৰ বিৰুদ্ধে কোহলীৰ বিৰাট জয়চেন্নাইক ৩৭ৰাণত হৰুৱালে আৰচিবিয়ে | Assamese |
ৰাজস্থান ৰয়েলছৰ ৰোমাঞ্চকৰ জয় মেচৰ নায়ক ৰিয়ানে ফিল্ডতে নাচিলে বিহু | Assamese |
১৯ বছৰ অনূৰ্ধ ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন ক্ৰিকেটাৰ সুৰেশ কুমাৰৰ আত্মহত্যা | Assamese |
গ্ৰাম্যাঞ্চলৰ ২০ শতাংশ ছাত্ৰছাত্ৰী বিনা পাঠ্যপুথিৰে গ্ৰহণ কৰি আছে শিক্ষা | Assamese |
বোকাখাত সমষ্টিৰ দুখন চাহ বাগিচাত বিদ্যালয়ৰ আধাৰশিলা স্থাপন মন্ত্ৰী অতুল বৰাৰ | Assamese |
বিদ্যালয়মহাবিদ্যালয় খোলাৰ নতুন নিৰ্দেশনাত কি কলে চৰকাৰে | Assamese |
আৰম্ভ হল উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ অনলাইন প্ৰপত্ৰ পূৰণৰ প্ৰক্ৰিয়া ছাত্ৰছাত্ৰীয়ে কত পাব লিংক | Assamese |
বৃহত্তৰ ত্ৰিপৰালেণ্ড সম্পৰ্কে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিস্ফোৰক মন্তব্য | Assamese |
মহাৰাষ্ট্ৰৰ বিধায়কৰ উদ্ভট মন্তব্যগৰাকী বিহীন পথৰ কুকুৰবোৰ ভক্ষণৰ বাবে অসমলৈ পঠিয়াওক | Assamese |
কেন্দ্ৰীয় সংস্থাৰ অপব্যৱহাৰ কংগ্ৰেছ নাই ৯ বিৰোধী নেতাৰ মোডীলৈ পত্ৰ উল্লেখ হিমন্ত বিশ্ব শৰ্মাৰ নাম | Assamese |
দিল্লী অভিমুখী বিমানত পুনৰ অঘটন সহযাত্ৰীৰ গাত এইবাৰ মাতাল শুই অহা যাত্ৰীৰ প্ৰস্ৰাৱ | Assamese |
উপাৰ্জন কোটিৰ ঘৰত অথচ সাধাৰণ জীৱন নিৰ্বাহ টকাবোৰ কত খৰচ কৰে অৰিজিৎ সিঙে | Assamese |
বলীউডৰ চেলিব্ৰিটিৰ নামেৰে নামকৰণ কৰা ৭ টা খাদ্যৰ ৰেচিপি | Assamese |
যৌথ পৰীক্ষাৰ সংশোধিত সূচী প্ৰকাশ | Assamese |
২০২০মুঠ ৭২০ৰ ভিতৰত ৭২০ নম্বৰেই লাভ কৰি নতুন ইতিহাস ৰচিলে ছোয়েবআকাঙ্ক্ষাই | Assamese |
অহা ২ নৱেম্বৰৰ পৰা খুলিব বিদ্যালয়মহাবিদ্যালয় কেবল তিনিটা শ্ৰেণীৰহে অনুষ্ঠিত হব পৰীক্ষা | Assamese |
ফিলিপাইনছত বন্দুকধাৰীৰ গুলীত নিহত গভৰ্ণৰকে ধৰি ৮ জন এজনক হত্যা ৩জনক আটক আৰক্ষীৰ | Assamese |
ভুৱা বাতৰিৰ বলি হৈছে প্ৰকৃত সত্য ন্যায়াধীশসকলকো কৰা হৈছে ট্ৰলমুখ্য ন্যায়াধীশ চন্দ্ৰচূড় | Assamese |
২০২১ বৰ্ষত জেইই আৰু নীট পৰীক্ষাৰ পাঠ্যক্ৰম ৫০ শতাংশ হ্ৰাস কৰাৰ আহ্বান দিল্লীৰ উপমুখ্য মন্ত্ৰী চিছোডিয়াৰ | Assamese |
ৰাজ্যৰ ১ লাখ ১৮ হাজাৰ ৰন্ধন কৰ্মীলৈ সুখবৰ কঢ়িয়াই আনিছে ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগে | Assamese |
আই পি এলত শত্ৰু দেশৰ খেলুৱৈৰ সৈতে মিলি ডেভিড ৱাৰ্ণাৰে গঢ়িলে ইতিহাস | Assamese |
কলকাতাৰ বিৰুদ্ধে আই পি এলত পৰাস্ত হোৱাৰ পাছতে ধোনীৰ পাঁচবছৰীয়া কন্যাক ছচিয়েল মিডিয়াত ধৰ্ষণৰ ভাবুকি | Assamese |
ষ্টেডিয়াম নিৰ্মাণত ব্যাপক দুৰ্নীতি ফ্লাড লাইটৰ ১ কোটি টকা কাম নকৰাকৈ আত্মস্যাৎ কৰাৰ অভিযোগ | Assamese |
টীম গেমৰাজস্থান ৰয়েলছক পৰাজিত কৰি আইপিএলৰ লীগ তালিকাৰ শীৰ্ষত দিল্লী কেপিটেলছ | Assamese |
সক্ৰিয় ৰাজনীতিত মনোনিৱেশ কৰাৰ মন চৰকাৰী চাকৰি এৰিলে সোণৰ পদক বিজয়ী দংগল গাৰ্ল ববিতাই | Assamese |
আই পি এলত সুযোগ পোৱা প্ৰথমগৰাকী আমেৰিকান ক্ৰিকেটাৰ আলী খান চলিত সংস্কৰণৰ পৰা বাহিৰ | Assamese |
নৰ্থইষ্ট য়ুনাইটেডত চুক্তিবদ্ধ ডিফেণ্ডাৰ আশুতোষ মেহতা | Assamese |
ৰাজস্থান ৰয়েলছৰ অধিনায়ক ষ্টিভ স্মিথক ১২ লাখ টকাৰ জৰিমনা | Assamese |
১১ বছৰ পূৰ্বেই মাতৃ হোৱাৰ পৰিকল্পনা কৰিছিল দেশী গাৰ্ল প্ৰিয়ংকাই | Assamese |
Subsets and Splits
No community queries yet
The top public SQL queries from the community will appear here once available.