text stringlengths 1 2.59k ⌀ | language stringclasses 10
values |
|---|---|
কুষ্ঠ আক্ৰান্ত যৌনকৰ্মী বুলি মাধুৰী দীক্ষিতক অপমান আইনৰ সহায় ললে মিথুনে | Assamese |
ব্ৰিটেইনৰ পৰা আহিছিল ছলমাল খানক হত্যাৰ ভাবুকিৰ মেইল মেইলৰ সৈতে সংলগ্ন ব্ৰিটেইনৰ ফোন নম্বৰ | Assamese |
সিদ্ধু মুছেৱালাৰ দৰেই হব গতি পুনৰ হত্যাৰ ভাবুকিভৰা মেইল বলীউডৰ ভাইজানলৈ | Assamese |
বিচনাতে নহয় ভণ্ডামিতো সক্ষম সুমন আক্ৰমণাত্মক তছলিমাৰ তীৰ্যক কটাক্ষ | Assamese |
ভুৱনেশ্বৰ কুমাৰৰ ঠাইত অখ্যাত বাঁওহতীয়া বেগী বলাৰ পৃথ্বি ৰাজ য়াৰা | Assamese |
ফেন্সি মেকআপ কৰিবলৈ গৈ কইনাৰ মুখ জ্বলালে বিউটিচিয়ানে ৰূপ দেখি বিয়া ভাঙি পলাল দৰা | Assamese |
মাতাল অৱস্থাত সদায় চলাইছিল নিৰ্যাতন খঙতে কুঠাৰেৰে স্বামীৰ যৌনাংগ কাটি হত্যা পত্নীৰ | Assamese |
জ্বলা জুইত ঘিউ ঢালিছে বিডেনে ইউক্ৰেইনক পুনৰ ৪০ কোটি ডলাৰৰ অস্ত্ৰ দিব আমেৰিকাই | Assamese |
মুকুল চাংমাৰ দাবীৰ পিছতে মেঘালয়ত নতুন খেল কনৰাডৰ পৰা ৰ সমৰ্থন প্ৰত্যাহাৰ | Assamese |
ভাৰততো অক্সফোৰ্ড য়েল বিশ্ববিদ্যালয়ৰ কেম্পাছ স্থাপনৰ বাবে আইন প্ৰণয়ন কৰিব চৰকাৰে | Assamese |
কোভিড১৯ৰ বাবে পৰীক্ষাত অৱতীৰ্ণ হব নোৱাৰা পৰীক্ষাৰ্থীসকলে ১৪অক্টোবৰত দিব পাৰিব পৰীক্ষা | Assamese |
অসম লোকসেৱা আয়োগৰ ২০১৮বৰ্ষৰ মূল পৰীক্ষাৰ ফলাফল ঘোষণা | Assamese |
১৫ অক্টোবৰৰ পৰা পৰ্যায়ক্ৰমে খুলিব বিদ্যালয় কেন্দ্ৰই জাৰি কৰিলে নিৰ্দেশনা | Assamese |
ডবল মাৰ্ডাৰ আমৰিকা কঁপাই যোৱা পত্নীপুত্ৰৰ হত্যাকাৰী অধিবক্তা এলেক্স মুৰ্ডাউগক যাৱজ্জীৱন কাৰাদণ্ড | Assamese |
শান্তিৰ নবেল বঁটা বিজয়ী এলেছ বিয়ালিয়াটস্কিক ১০ বছৰৰ কাৰাদণ্ড | Assamese |
ৰহস্য ফাদিল পুত্ৰক শ্বটগানেৰেপত্নীক এছল্ট ৰাইফলৰে হান্টিং ইষ্টেটত হত্যা কৰিছিল আমেৰিকান অধিবক্তাই | Assamese |
আৰ্মি পাব্লিক স্কুলত ৮০০০শিক্ষক নিযুক্তি পাছ নহলেও কৰিব পাৰিব আবেদন | Assamese |
তামিলনাডুৰ প্ৰতিভাৱান স্পীনাৰ এম পি ৰাজেশৰ আকস্মিক বিয়োগ আশ্বিনৰ শোক প্ৰকাশ | Assamese |
ৰাষ্ট্ৰদ্ৰোহৰ অপৰাধত কম্বোডিয়াৰ বিৰোধী নেতাক ২৭ বছৰৰ কাৰাদণ্ড বিহিলে আদালতে | Assamese |
এই বিশেষ দিনটোত ঘোষণা হব পাৰে ৰ ফলাফল ছাত্ৰছাত্ৰীয়ে কিদৰে ডাউনলোড কৰিব উত্তৰ পত্ৰ | Assamese |
পাঠশালাৰ তিনিখন বিদ্যালয়ৰ আঠগৰাকী শিক্ষাৰ্থী কভিড১৯ত আক্ৰান্ত | Assamese |
চেমচন পৰৱৰ্তী কোনো হোৱাৰ প্ৰয়োজন নাই থাৰুৰৰ মন্তব্যৰ প্ৰত্যুত্তৰ গৌতম গম্ভীৰৰ | Assamese |
ছয় মাহৰ অন্তত খুলিল শিক্ষানুষ্ঠান সীমিত সংখ্যক ছাত্ৰছাত্ৰীৰে শিৱসাগৰৰ বিদ্যালয়ত পাঠদান আৰম্ভ | Assamese |
বিশ্বকাপৰ পিছত এইবাৰ অস্কাৰৰ মঞ্চতো দেখা যাব দীপিকা পাডুকনক | Assamese |
হৃদৰোগত আক্ৰান্ত সুস্মিতা সেন কেনে আছে অভিনেত্ৰীগৰাকী | Assamese |
ডক্তৰ বেজবৰুৱা২ কাহিনীবিহীন মছলাধৰ্মী এখন বলিউডী মাৰ্কাৰ ছবি | Assamese |
জনপ্ৰিয় অভিনেতা সতীশ কৌশিক আৰু নাই | Assamese |
ক্ৰিটিকছ চইচ ছুপাৰ এৱাৰ্ডছ ব্ৰেড পিট আৰু টম ক্ৰুজৰ সৈতে যুঁজত ৰাম চৰণ জুনিয়ৰ এনটিআৰৰ | Assamese |
গোমাংস খোৱাৰ কথা ঘোষণা কৰিও মাত্ৰ ২০ শতাংশ ভোট লাভ কৰি হাৰিল মেঘালয়ৰ বিজেপি সভাপতি | Assamese |
৭ মাৰ্চত শপতগ্ৰহণ কৰিব কনৰাড চাংমাই প্ৰধানমন্ত্ৰী মোদীৰ উপস্থিতিৰ সম্ভাৱনা | Assamese |
নতুন জুৰাচিক ৱৰ্ল্ডৰ সন্ধান হঠাতে আৱিস্কাৰ হল ৭০০০ দ্বীপ | Assamese |
ইউক্ৰেইনক এৰি দিয়া নাই পুটিনে বাখমুটৰ গুৰুত্বপূৰ্ণ দলং উৰুৱাই দিলে ৰাছিয়াৰ সেনাই | Assamese |
দিল্লীৰ বেটিং পৰাক্ৰমৰ সন্মুখত নতি স্বীকাৰ কলকাতাৰ সফল নহল মৰ্গানত্ৰিপাঠীৰ প্ৰচেষ্টা | Assamese |
৪০ লাখ টকা উৎকোচ লৈছিল বিজেপি বিধায়কৰ আমোলা পুত্ৰই তালাচীত ঘৰৰ পৰা উদ্ধাৰ ৬ কোটি টকা | Assamese |
কেন্দ্ৰীয় চৰকাৰে জনালে ২১ ছেপ্টেম্বৰৰ পৰা বিদ্যালয় খোলাটো বাধ্যতামূলক নহয় | Assamese |
ইজৰাইলত বিপদাপন্ন গণতন্ত্ৰ প্ৰধানমন্ত্ৰী নেতানিয়াহুৰ পত্নীক আটক কৰি প্ৰতিবাদকাৰীৰ বিক্ষোভ | Assamese |
উৎকোচ লৈ হাতেলোটে ধৰা পৰিল ছেবাৰ বিষয়া | Assamese |
মেঘালয়ত পুনৰ চৰকাৰৰ অংশীদাৰ হব বিজেপিএন পি পিলৈ সমৰ্থন আগবঢ়োৱাৰ পৰামৰ্শ জেপি নড্ডাৰ | Assamese |
আঞ্চলিক দলৰ বিজয়ৰ কৃতিত্ব লৈছে বিজেপিয়েদাবী অসম জাতীয় পৰিষদৰ | Assamese |
সৰ্বভাৰতীয় পৰ্যায়ৰ বঁটাৰ বাবে নিৰ্বাচিত জি আই পি এছ | Assamese |
পশ্চিমীয়া দেশসমূহৰ বাবে ভাৰতৰ ওচৰত ক্ষমা বিচাৰিলে ৰাছিয়াৰ বৈদেশিক মন্ত্ৰী ছেৰ্গেই লাভৰভে | Assamese |
২১ ছেপ্তেম্বৰৰ পৰা খুলিব ৰাজ্যৰ বিদ্যালয় চৰকাৰে জাৰি কৰিলে নিৰ্দেশনা কি আছে নতুন নিৰ্দেশনাত | Assamese |
স্বাস্থ্যৱান ভাৰতৰ বাবে ৰাজ্য চৰকাৰ আৰু সমাজসেৱী দাতাৰ সহযোগত হেপ্পীনেছ কীট মুকলি অক্ষয় পাত্ৰ ফাউণ্ডেশ্যনৰ | Assamese |
ত ৰ ছাত্ৰৰ ৰহস্যজনক মৃত্যু হোষ্টেলৰ তলত পৰি থকা অৱস্থাত উদ্ধাৰ মৃতদেহ | Assamese |
পৰীক্ষাৰ পূৰ্বে শংকিত হৈ তিনিগৰাকী মেডিকেল প্ৰত্যাশী প্ৰাৰ্থীৰ আত্মহত্যা | Assamese |
ৰাজ্যৰ ৫ দৰিদ্ৰ মেধাৱী স্নাতকলৈ দিল্লীৰ ৰাউজ আই এ এছ ষ্টাডি চাৰ্কলত অধ্যয়নৰ খৰচ বহন কৰিব বিভাহিমাংশু মেমিয়েল ট্ৰাষ্টে | Assamese |
অনলাইন পদ্ধতিৰে অনুষ্ঠিত হব গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনৰ স্নাতকোত্তৰ পৰীক্ষা | Assamese |
সৰ্বাধিক আই পি এল খেলত অংশ লোৱাৰ অভিলেখ মহেন্দ্ৰ সিং ধোনীৰ | Assamese |
আই পি এলৰ পৰা বাহিৰ হল ভুৱনেশ্বৰ কুমাৰ আৰু অমিত মিশ্ৰ | Assamese |
ইয়াতকৈ ভাল প্ৰদৰ্শন হয়তো দেখা নাই এগৰাকী ভাৰতীয় ক্ৰিকেটাৰৰ প্ৰদৰ্শনক লৈ এই মন্তব্য ব্ৰেড হগৰ | Assamese |
আই পি এলত ছানৰাইজ হায়দৰাবাদৰ হাতত ৭ ৰানত পৰাস্ত ধোনীৰ চেন্নাই চুপাৰ কিংগছ | Assamese |
কিংছ ইলেভেন পঞ্জাৱক ৪৮ৰাণত হৰুৱাই জয়ী মুম্বাই ইণ্ডিয়ানছ | Assamese |
আই পি এলৰ এখন খেলৰ সময়ত ক্ৰিকেট বলত থু লগাই থকা দেখা গল ৰবীন উত্থাপ্পাক | Assamese |
কোহলীৰ পিছত এইবাৰ শ্ৰেয়াছ আয়াৰক ১২ লাখ টকাৰ জৰিমনা আই পি এল কৰ্তৃপক্ষৰ | Assamese |
ৰাজস্থানৰ বিস্ফোৰক বেটছমেন তেৱেতিয়াক এটা বিশেষ কাৰণৰ বাবে ধন্যবাদ যুৱৰাজ সিঙৰ | Assamese |
আকৌ ছুপাৰ অভাৰ শ্বাসৰুদ্ধকৰ মেচত ৰোহিতৰ মুম্বাইক পৰাস্ত কৰিলে কোহলীৰ বাংগালোৰে | Assamese |
ভাতৃৰ মহাবিস্ফোৰণধন দি পৰিচাৰিকাৰ মুখ বন্ধ কৰিলে নৱাজুদ্দিন ছিদ্দিকিয়ে | Assamese |
মোগলসকল যদি খলনায়ক তেনেহলে তাজমহল লাল কিল্লা ভাঙি দিয়কবিস্ফোৰক নাছিৰুদ্দিন | Assamese |
ভাঞ্চালীৰ ৱেব ছিৰিজ হীৰামান্দিত যৌন কৰ্মীৰ চৰিত্ৰত দেখা যাৱ ৬ গৰাকী মোহময়ী নায়িকাক | Assamese |
গোল্ডেন গ্লোব বঁটা বিজয়ী হলিউডৰ তাৰকা অভিনেত্ৰী ৰাকেল ৱেলছৰ পৰলোকপ্ৰাপ্তি | Assamese |
মেৰুণ শাৰী কপালত ফোট কইনা সাজি ৰাজনীতিক দৰাৰ সৈতে বিয়াত বহিল অভিনেত্ৰী স্বৰা ভাস্কৰ | Assamese |
চিনেমা কথাব্ৰকাৰ | Assamese |
নাৰীপুৰুষৰ লিংগ পৰিচয়ৰ উৰ্দ্ধৰ প্ৰতিবাদী ভাষাৰে পাকিস্তানী ছবি জয়লেণ্ড | Assamese |
চিৰদিনলৈ চকু মুদিলে লগান ৰাম সিং ৰূপী জাভেদ খান আমৰোহীয়ে | Assamese |
এগৰাকী মালায়ালম অভিনেত্ৰীক সন্মান জনাইছে গুগলে কোন তেওঁ জানক সৱিশেষ | Assamese |
নাইজেৰিয়াৰ ৰাজনৈতিক গডফাদাৰ ক্ষমতালোভী উচ্চাকাংক্ষী নতুন ৰাষ্ট্ৰপতি বোলা টিনুবু | Assamese |
ত্ৰিপুৰাত বিজেপিৰ বিজয়ত আত্মসন্তুষ্টি কত কমিল ভোটৰ হাৰআসন কোনোমতে সৰকিল বহু নেতা | Assamese |
ৰাজনৈতিক অস্থিৰতাৰ মাজতে ভিয়েটনামৰ নতুন ৰাষ্ট্ৰপতি নিৰ্বাচিত হল ভো ভেন থুং | Assamese |
ইতিহাস ৰচনা কৰি নাগালেণ্ডৰ বিধান সভাত প্ৰথমবাৰৰ বাবে বিজয় সাব্যস্ত কৰিলে দুই মহিলাই | Assamese |
২৮ বছৰে বিনা বেতনে শিক্ষকতা শিক্ষক ব্ৰজেন গগৈয়ে শিক্ষক দিৱসৰ দিনটোত কি কৰিছে চাওক | Assamese |
সাক্ষৰতাৰ হাৰত প্ৰথম পাঁচ ৰাজ্যৰ ভিতৰত অসম শীৰ্ষত কেৰালা অন্ধ্ৰত সৰ্বনিম্ন | Assamese |
ৰাজ্যৰ শিক্ষাৰ্থীয়ে পুনৰ লাভ কৰিব শিক্ষা লোণ থাকিব ৰাজ সাহায্য কৰিব লাগিব অনলাইন আবেদন | Assamese |
তিনিচুকীয়াত গুলীয়াই আত্মহত্যা সেনা জোৱানৰ | Assamese |
ৰহা টোলগেটত কৰ্মচাৰীৰ দৌৰাত্ম্য খেদি খেদি প্ৰহাৰ কৰিলে এটা পৰিয়ালক | Assamese |
ডিটেনচন কেম্পত কাৰাবন্দী বাল্যবিবাহ অভিযুক্তকহিমন্তৰ চৰকাৰক ককৰ্থনা উচ্চ ন্যায়ালয়ৰ | Assamese |
পুনৰ গেৰুৱা হোৱাৰ দিশে ত্ৰিপুৰানাগালেণ্ডমেঘালয়ত কনৰাড চাংমাৰ এন পি পি ৰ অগ্ৰগতি | Assamese |
কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশনা দেশত কেতিয়াৰ পৰা কোন কোন শ্ৰেণীৰ কেনেকৈ হব পাঠদান | Assamese |
বিশিষ্ট চিকিৎসক জিএমচিএইচৰ প্ৰাক্তন অধ্যক্ষ ডাঃ অতীন্দ্ৰ কুমাৰ অধিকাৰীৰ পৰলোকপ্ৰাপ্তি | Assamese |
কমেও ৫বছৰ গ্ৰামাঞ্চল বা অনগ্ৰসৰ অঞ্চলত চাকৰি কৰিব লাগিব চিকিৎসকে | Assamese |
মোদীৰ মন কী বাতয়ে হেৰুৱাইছে জনপ্ৰিয়তা য়ুটিউবত ডিছলাইকৰ জোৱাৰত কিহৰ ইংগিত | Assamese |
বেংকত ওলাইছে হাজাৰ হাজাৰ চাকৰিআবেদন কৰিব লাগিব ২৩ ছেপ্তেম্বৰৰ ভিতৰত | Assamese |
স্থগিত ৰখাৰ দাবীৰে উচ্চতম ন্যায়ালয়ত ৬ ৰাজ্যৰ আবেদন | Assamese |
ফলাফলৰ পূৰ্বেই মেঘালয়ৰ ৰাজনীতিত চাণক্য নীতি কনৰাড চাংমাক সাক্ষাৎ হিমন্ত বিশ্বৰ | Assamese |
প্ৰধান মন্ত্ৰীয়ে শিক্ষিত মানুহৰ পৰামৰ্শ নলয় মোদীক কটাক্ষ বিজেপি সাংসদ সুব্ৰমনিয়াম স্বামীৰ | Assamese |
ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ টাইকোৱাণ্ড প্ৰতিযোগিতালৈ বিশ্বনাথৰ দুই ছাত্ৰী | Assamese |
মেঘালয়ত ভূমিস্খলনত দুগৰাকী মহিলা ক্ৰিকেটাৰ নিহত তিনিগৰাকী সন্ধানহীন | Assamese |
অথলে গল মায়ংক আগৰৱালৰ শতকীয় ইনিংছ পঞ্জাৱক ৪ উইকেটত হৰুৱালে ৰাজস্থানে | Assamese |
শুভমন গীলৰ দুৰ্দান্ত বেটিঙৰ সহায়ত হায়দৰাবাদক সহজেই পৰাজিত কৰিলে কলকাতাই | Assamese |
বৈৰী বান্ধৱী নিজৰ স্বাৰ্থত চিনেমাৰ পৰা মোক বাদ দিছিল ৰেখাইবিস্ফোৰক অভিযোগ অৰুণা ইৰাণীৰ | Assamese |
গ্ৰেমী নিশা বিয়ন্সৰ শিৰত অভিলেখৰ মুকুট তথাপিও অপূৰ্ণ শ্ৰেষ্ঠ এলবামৰ খিতাপ | Assamese |
অভিনৱ লুক ৩০ কিলোগ্ৰাম ওজনৰ শাৰী ৩ কোটি টকাৰ অলংকাৰ পিন্ধি শকুন্তলা হল সামান্থা | Assamese |
উদয়ীমান ছবি পৰিচালক মহৰ্ষি তুহিন কাশ্যপৰ সৈতে অলপ আলাপ | Assamese |
কণ্ঠশিল্পী অলকা য়াগনিকৰ বিশ্ব ৰেকৰ্ড পিছ পৰিল বিটিএছটেইলৰ চুইফ্ট | Assamese |
বিশিষ্ট অসমীয়া চলচ্চিত্ৰ পৰিচালক গুণসিন্ধু হাজৰিকাৰ দেহাৱসান | Assamese |
পাগলখানা হল এই দেশ পাঠান চাবলৈ ছবিগৃহত ভিৰ দেখি প্ৰাক্তন ন্যায়াধীশৰ উদ্ভট মন্তব্য | Assamese |
মুক্তিৰ পূৰ্বেই দুষ্টচক্ৰই অনলাইনত ভাইৰেল কৰিলে পাঠান | Assamese |
প্ৰিয় অভিনেতালৈ মৰমৰ চিন সঞ্জয় দত্তৰ নামত অনুৰাগী মহিলাই উইল কৰি গল ৭২ কোটি টকাৰ সম্পত্তি | Assamese |
নাগালেণ্ডত ৮১.৯৪% আৰু মেঘালয়ত ৭৪.৩২% ভোটেৰে ভোটগ্ৰহণৰ সমাপ্তি ২ মাৰ্চত ওলাব ফলাফল | Assamese |
শিলসাঁকোৰ পৰা স্থানান্তৰ কৰিব লাগিব জিঞ্জাৰ হোটেল মুখ্যমন্ত্ৰীৰ নিৰ্দেশ | Assamese |
এনকাউন্টাৰ আৰু উচ্ছেদৰ নামত বৰ্বৰ শাসন চলাইছে বিজেপি চৰকাৰেঃ ডি ৱাই এফ আই | Assamese |
Subsets and Splits
No community queries yet
The top public SQL queries from the community will appear here once available.