text stringlengths 1 2.59k ⌀ | language stringclasses 10
values |
|---|---|
মোদীয়ে পাকঘৰত বঢ়ালে উত্তাপ প্ৰতি চিলিণ্ডাৰত বৃদ্ধি হল ৫০ টকা | Assamese |
অহা ৫ মাৰ্চত বঙাইগাঁও জিলাৰ দোলাইগাঁৱত বৃহৎ অভিৱৰ্তন আহ্বান কোঁচ ৰাজবংশী জাতীয় পৰিষদৰ। | Assamese |
নাগালেণ্ডত ভয়াৱহ দুৰ্ঘটনা মধ্যপ্ৰদেশ আৰক্ষী কঢ়িয়াই অনা বাহনে প্ৰাণ কাঢ়িলে এজনৰ | Assamese |
কলেজৰ নামভৰ্তিৰ তালিকাৰ প্ৰথমতে ছানি লিয়নিৰ নাম চকু কপালত উঠিল শিক্ষাৰ্থীৰ | Assamese |
বিশ্ববিদ্যালয়ৰ চূড়ান্ত পৰীক্ষা সম্পৰ্কত উচ্চতম ন্যায়ালয়পৰীক্ষা নোলোৱাকৈ দিব নোৱাৰিব ডিগ্ৰী | Assamese |
অধিনায়ক বিৰাট কোহলীক ১২ লাখ টকাৰ জৰিমনা আই পি এল কৰ্তৃপক্ষৰ | Assamese |
বেতন বঞ্চিত শিক্ষকৰ অভিনৱ প্ৰতিবাদ মুখ্য মন্ত্ৰী শিক্ষা মন্ত্ৰীৰ সুমতি বিচাৰি নাম প্ৰসংগ | Assamese |
উচ্চতৰ মাধ্যমিক বাণিজ্য শাখাৰ পাঠ্যক্ৰমত শিক্ষা সংসদে ঘটালে পৰিৱৰ্তন কি সেই পৰিৱৰ্তন | Assamese |
কোহলীৰ ভুলৰ বাবেই কেইবাটাও ৰেকৰ্ড গঢ়িবলৈ সক্ষম হল কে এল ৰাহুল | Assamese |
দেশত জুই লগাব দিব নোৱাৰোচহৰৰ নাম সলনি কৰাৰ গোচৰ খাৰিজ উচ্চতম ন্যায়ালয়ৰ | Assamese |
আইপিএলত পৃথ্বীৰাবাডাৰ দুৰ্দান্ত প্ৰদৰ্শনেৰে দিল্লীয়ে ৪৪ৰাণত পৰাজিত কৰিলে ধোনী বাহিনীক | Assamese |
ৱেবছাইটত মুকলি হল ৰ এডমিট কাৰ্ড কেনেকৈ ডাউনলোড কৰিব এডমিট | Assamese |
এন্ট্ৰেন্স নহয় স্নাতক পৰীক্ষাৰ নম্বৰৰ ভিত্তিত নামভৰ্তি হব পাঠ্যক্ৰমৰ | Assamese |
বিৰাট কোহলীক য়ো য়ো টেষ্ট বিষয়ে প্ৰশ্ন কৰিলে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে | Assamese |
ভেন্সাৰ শিক্ষকক প্ৰতাৰণা কৰা চৰকাৰৰ পতন নিশ্চিত অসম শিক্ষককৰ্মচাৰী ঐক্যমঞ্চ | Assamese |
৯ সহস্ৰাধিক টেট শিক্ষকক নিযুক্তি শিক্ষামন্ত্ৰীৰ | Assamese |
উচ্চতৰ মাধ্যমিকৰ পাঠ্যক্ৰম ৩০ শতাংশ হ্ৰাস কৰা হব | Assamese |
গাইডলাইন ২০২০মঙলবাৰে চূড়ান্ত পৰীক্ষা সম্পৰ্কত উচ্চতম ন্যায়ালয়ৰ ৰায় ঘোষণাৰ সম্ভাৱনা | Assamese |
নিৰ্বাচনী সমীক্ষা নাগালেণ্ড ত্ৰিপুৰাত আকৌ ফুলিব পদুম মেঘালয়ত ওলোমা বিধানসভা | Assamese |
হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ মুম্বাইত আকস্মিক বিয়োগ প্ৰাক্তন অষ্ট্ৰেলিয়ান ক্ৰিকেটাৰ ডীন জোনছৰ | Assamese |
প্ৰয়াত ভ্ৰাম্যমাণৰ জনপ্ৰিয় বলিষ্ঠ অভিনেতা প্ৰাণজিত দাস শোকস্তব্ধ সাংস্কৃতিক জগত | Assamese |
ৰাজামৌলিৰ চাই মুগ্ধ কিংবদন্তি পৰিচালক জেমছ কেমেৰুন দিলে হলিউডত ছবি নিৰ্মাণৰ প্ৰস্তাৱ | Assamese |
বিবাহৰ দোলেৰে বান্ধ খালে ৰাহুলআথিয়াচাওক কেইটিমান বিশেষ দৃশ্য | Assamese |
ইটালীৰ চলচ্চিত্ৰ জগতৰ কিংবদন্তী অভিনেত্ৰী জিনাৰ দেহাৱসান | Assamese |
অসমীয়া চলচ্চিত্ৰ জগতলৈ সুখবৰকংকন ডেকাৰ উপসৰ্গলৈ ৰাষ্ট্ৰীয় স্বীকৃতি | Assamese |
আমেৰিকান ৰক কিংবদন্তী ডেভিদ ক্ৰছবীৰ পৰলোকপ্ৰাপ্তি | Assamese |
যাত্ৰা অব্যাহত অস্কাৰৰ বাবে মনোনীত ৰ গান নাটু নাটু | Assamese |
ক্ৰিটিকছ চইচ এৱাৰ্ডছত শ্ৰেষ্ঠ বিদেশী ভাষাৰ চলচ্চিত্ৰকে ধৰি দুটাকৈ বঁটা লাভ ৰ | Assamese |
মায়ে দিয়া যৌনশিক্ষাৰ কিতাপ লৈ আইনাৰ আগত নিজৰ শৰীৰৰ অংগ চিনিছিলোঁ | Assamese |
ব্যক্তিগত শিক্ষানুষ্ঠানক মাহেকীয়া মাচুল ২৫ শতাংশ হ্ৰাস কৰিবলৈ শিক্ষা বিভাগৰ নিৰ্দেশ | Assamese |
অনলাইন শিক্ষা বিদ্যালয়ৰ বিকল্প হব নোৱাৰে মনীষ চিচোদিয়া | Assamese |
য়ে ঘোষণা কৰিলে আৰু কে ধৰি বিভিন্ন পৰীক্ষাৰ সংশোধিত তাৰিখ | Assamese |
নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতিত উৰ্দু ভাষা অন্তৰ্ভুক্ত কৰাৰ দাবী | Assamese |
শিক্ষকৰ ব্যক্তিগত নথি উলিয়াই দিবলৈ অস্বীকাৰ বিশ্ববিদ্যালয়সমূহক সতৰ্ক কৰি দিলে য়ে | Assamese |
ৰাজ্যৰ ভিতৰতে প্ৰথম বৰপেটাৰ নাৰ্চাৰী শৈক্ষিক মণ্ডলৰ অত্যাধুনিক ৱেবচাইট মুকলি | Assamese |
পঢ়িবলৈ মন মেলিছে ঝাৰখণ্ডৰ শিক্ষা মন্ত্ৰীয়ে নামভৰ্তি কৰিলে একাদশ শ্ৰেণীত | Assamese |
বিউটি উইথ দ্য ব্ৰেইন ৰ অসামৰিক সেৱাৰ তালিকাত মিছ ইণ্ডিয়াৰ ফাইনেলিষ্ট ঐশ্বৰ্য | Assamese |
কটন বিশ্ব বিদ্যালয়ৰ উঃ মাঃ প্ৰথম বৰ্ষৰ কলাবিজ্ঞান শাখাত নাম ভৰ্তিৰ দিন ঘোষণা | Assamese |
ৰ বাবে আৰম্ভ হৈছে অনলাইন আবেদন প্ৰক্ৰিয়া ২৩ আগষ্টলৈকে আছে সময় | Assamese |
মেঘালয়ত নিৰ্বাচনী যুঁজত নামিল ইয়ান বথাম ভোট দিব মাৰাডোনা পেলে ৰোমাৰিঅই | Assamese |
অক্ষমণীয় ভুল বিজ্ঞাপনৰ পৰা বাদ আবুল কালাম আজাদ ক্ষমা বিচাৰিলে কংগ্ৰেছে | Assamese |
যুদ্ধ নহয় বন্ধ ৰাছিয়ান বাহিনীক প্ৰতিহত কৰিবলৈ ইউক্ৰেইনক ক্ৰোৱেছিয়াৰ হেলিকপ্টাৰ | Assamese |
অধ্যাপিকা সুলেখিকা অভিনেত্ৰী শ্ৰুতিমালা দুৱৰাৰ পৰলোকপ্ৰাপ্তি | Assamese |
নাগালেণ্ডত নিৰ্বাচনকেন্দ্ৰিক সংঘাতএন পি এফ আৰু এন পি পিৰ মাজত সংঘৰ্ষ | Assamese |
হিমন্ত বিশ্ব শৰ্মাৰ দিনত অসমত এনকাউণ্টাৰৰ নামত মুক্ত হত্যাৰ যজ্ঞ চলিছে ৰাইজৰ দলৰ সংবাদমেল | Assamese |
ৰোহিতবুমৰাহৰ দুৰ্দান্ত প্ৰদৰ্শেনেৰে আইপিএলত কলকাতাক ৪৯ ৰাণত পৰাজিত কৰিলে মুম্বাইয়ে | Assamese |
আই পি এল ২০২০ৰ পৰা বাহিৰ মিচ্চেল মাৰ্ছ দলত যোগ দিব জেচন হল্ডাৰে | Assamese |
দুটা বলত চাৰিটা ছয় ৮টা বলত ২৭ ৰানৰ বিস্ফোৰক ইনিংছ জোফ্ৰা আৰ্চাৰৰ | Assamese |
১৩ বছৰীয়া ক্ৰিকেট কেৰিয়াৰত প্ৰথমবাৰৰ বাবে অপেনাৰৰ ৰূপত ৰাজস্থান ৰোয়েলছৰ অধিনায়ক ষ্টিভ স্মিথ | Assamese |
২০১১ বিশ্বকাপৰ ফাইনেলত মহেন্দ্ৰ সিং ধোনীয়ে ছিক্সাৰ কোবাই ভাৰতক বিজয়ী কৰোৱা বলৰ সন্ধান লাভ | Assamese |
দেৱিকা ৰাণীৰ দীৰ্ঘতম চুম্বন সামাজিক প্ৰথা ভাঙি ৰূপালী পৰ্দাত দেখুৱাইছিল প্ৰথম চুম্বন পথ | Assamese |
বিৰহ নে অভিমান জেৰাৰ্ডৰ সৈতে বিচ্ছেদক লৈ গোৱা ছাকিৰাৰ গানটোৱে ভাঙিলে অভিলেখ | Assamese |
হঠাতে শ্বুটিং ছেটত অচেতন হৈ পৰিল ৰণবীৰ হুডা ততাতয়াকৈ নিয়া হল হাস্পাতাললৈ তাৰপিছত | Assamese |
জনপ্ৰিয় গায়িকা তথা ৰক এন ৰোলৰ কিংবদন্তী এলভিছ প্ৰেছলীৰ কন্যা লিজা মেৰী প্ৰেছলীৰ মৃত্যু | Assamese |
কি হৈছিল ভাৰতীয় প্ৰযোজকৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ পাকিস্তানী অভিনেত্ৰীৰ | Assamese |
বিশ্বৰ প্ৰসিদ্ধ ৰক গিটাৰিষ্ট জেফ বেকৰ দেহাৱসান | Assamese |
পথ দুৰ্ঘটনাত আহত কণ্ঠশিল্পী মহেন্দ্ৰ হাজৰিকা দিখৌ দলঙৰ সমীপত দুৰ্ঘটনাগ্ৰস্ত শিল্পীগৰাকীৰ বাহন | Assamese |
শ্বুটিং সম্পূৰ্ণ হোৱাই নাই ১০০ কোটি টকাত বিক্ৰী হল দক্ষিণৰ চলচ্চিত্ৰৰ হিন্দী স্বত্ব | Assamese |
পৰিচালকৰ নিৰ্দেশ অবিহনেই কিয়াৰাক চুম্বন বৰুণৰ খঙত জ্বলি উঠিল সিদ্ধাৰ্থ মালহোত্ৰা | Assamese |
পুত্ৰৰ সৈতে একেলগে মেট্ৰিক পৰীক্ষাত বহি প্ৰথম বিভাগত উত্তীৰ্ণ শিক্ষানুৰাগী মাতৃ | Assamese |
_ ৰ ধুমুহা পুনৰ পিচুৱাব পাৰে জে ই ই নীট২০২০ | Assamese |
নতুন শিক্ষা নীতিয়ে অংকত পাকৈত কৰি তুলিব ভাৰতীয় শিশুককেন্দ্ৰীয় শিক্ষা মন্ত্ৰী পখ্ৰিয়াল | Assamese |
সুখবৰ ৰাজ্যৰ শিক্ষা ব্যৱস্থাক লৈ গুৰুত্বপূৰ্ণ সংবাদমেল মন্ত্ৰী হিমন্তৰ | Assamese |
আঘাতৰ বাবে আই পি এল২০২০ৰ পৰা বাহিৰ হব পাৰে চানৰাইজ হায়দৰাবাদৰ মিচ্চেল মাৰ্ছ | Assamese |
নতুন শিক্ষা নীতিৰে ভাৰতীয় শিক্ষা ব্যৱস্থা বাণিজ্যিকীকৰণ ব্যক্তিগতকৰণ আৰু গেৰুৱাকৰণ কৰিলে ছাত্ৰ মুক্তি | Assamese |
কণাতংকই প্ৰভাৱ পেলাইছে দেশৰ উচ্চ শিক্ষাত বন্ধ হব ১৭৯ খন বৃত্তিমুখী কলেজ | Assamese |
প্ৰায় তিনিটা দশকৰ অন্তত দেশত নতুন শিক্ষা নীতিকি আছে নতুন শিক্ষা নীতি২০২০ত | Assamese |
কেবিনেটৰ সিদ্ধান্তমানৱ সম্পদ উন্নয়ন দপ্তৰৰ নাম সলনি কৰি কৰা হল শিক্ষা দপ্তৰ | Assamese |
বিৰাট কোহলী আৰু ভিলিয়াৰ্ছৰ আদৰণীয় পদক্ষেপ এনেদৰে কভিড যোদ্ধাক জনালে সন্মান | Assamese |
ছেপ্টেম্বৰৰ পৰা শিক্ষানুষ্ঠান খোলাৰ পৰিকল্পনা কৰিছে অসম চৰকাৰে | Assamese |
হাইস্কুল টেটৰ পুনৰ মূল্যায়ণৰ নামত কি চলিছে শিক্ষা বিভাগত অৰাজকতা দূৰ কৰাৰ দাবী | Assamese |
ছানৰাইজাৰ্ছ হায়দৰাবাদক ১০ ৰাণত পৰাজিত কৰি আইপিএলত অভিযান আৰম্ভ বিৰাট বাহিনীৰ | Assamese |
১৩ সংখ্যক আই পি এলৰ উদ্বোধনী মেচে গঢ়িলে অনবদ্য অভিলেখ | Assamese |
কনাৰ বাবে ফ্ৰেন্স অপেন কোৱালিফায়িঙৰ পৰা পাঁচগৰাকী খেলুৱৈ বাহিৰ | Assamese |
নিৰীহ কৃষকক গুলীয়াই হত্যা কৰাৰ পাছত মুখ্যমন্ত্ৰীৰ অধিকাৰ নাই গৃহ বিভাগৰ দায়িত্বত থকাৰঃ আম আদমি পাৰ্টী | Assamese |
চৰম বৰ্বৰতা মূৰ কাটি কলিজাযৌনাংগ উলিয়াই বন্ধুক হত্যা ৰোমহৰ্ষক ঘটনাত স্তম্ভিত আৰক্ষী | Assamese |
নগাঁৱত গাড়ীৰ খুন্দাত নিহত নাহৰফুটুকী বাঘ | Assamese |
আকৌ ভূমিকম্প এইবাৰ ৬.২ প্ৰাবল্যৰ ভূমিকম্পই জোকাৰি গল পাপুয়া নিউগিনি | Assamese |
ভাৰত আৰু চীনে বাধা নিদিলে ইমানদিনে ইউক্ৰেইনত পৰমানু আক্ৰমণ চলালেহেঁতেন পুটিনেআমেৰিকা | Assamese |
এইবাৰ জাপানত ভূমিকম্প বহু হতাহতৰ আশংকা | Assamese |
চিকিৎসা বিভ্ৰাট বাওঁ ভৰিৰ সলনি সোঁ ভৰিত অস্ত্ৰোপচাৰ চিকিৎসকৰ বিৰুদ্ধে দাখিল এজাহাৰ | Assamese |
মণিপুৰত ৩.৭৪ কোটি টকাৰ ৪০ খন সোণৰ বিস্কুট জব্দ | Assamese |
বৰ্ষান্ত বিশেষ ২০২২অঞ্চলটোলৈ সুনাম কঢ়িয়াই অনা উত্তৰপূবৰ ৮ খন চলচ্চিত্ৰ | Assamese |
সমালোচনাৰ সন্মুখীন দৈনিক প্ৰশংসিত চনু সুদৰেল বিভাগে আগবঢ়ালে পৰামৰ্শ | Assamese |
আত্মহত্যা শ্বুটিং ছেটতে মৃত্যু জনপ্ৰিয় অভিনেত্ৰীৰ ৱাশ্বৰুমৰ পৰা উদ্ধাৰ মৃতদেহ | Assamese |
গান্ধীগডছে এক যুদ্ধ টিজাৰ মুকলিনৰমপন্থী গান্ধীৰ মুখামুখি চৰমপন্থী নাথুৰাম | Assamese |
ধৰ্ষণৰ গোচৰত চিনেমা পৰিচালক হাৰ্ভি প্ৰমাণিত হল অপৰাধ | Assamese |
ড্ৰাগছ সম্পৰ্কীয় বিত্তীয় প্ৰৱঞ্চনাৰ গোচৰত এইবাৰ অভিনেত্ৰী ৰাকুল প্ৰীত সিঙক ইডিৰ চমন | Assamese |
মোৰ ঘোঁৰাৰ দূৰন্ত গতিমানুহ আৰু মানুহৰ মনস্তত্ত্ব বিষয়ক অতি সূক্ষ্ম দৃষ্টিভংগীৰ সংবেদনশীল ছবি | Assamese |
প্ৰতিবাদত উচটনি দিয়াৰ অভিযোগ গ্ৰেপ্তাৰ অস্কাৰ বিজয়ী প্ৰসিদ্ধ ইৰানী অভিনেত্ৰী তাৰানেহ আলিদাস্তি | Assamese |
ৰামপুৰত আৰম্ভ হৈছে আণ্ডাৰ দ্য চাল ট্ৰি নাট মহোৎসৱ | Assamese |
ৰ নতুন তাৰিখ ঘোষণা২০ ছেপ্তেম্বৰত অনুষ্ঠিত হব পৰীক্ষা | Assamese |
৫ ছেপ্তেম্বৰৰ পৰা স্কুলকলেজ খোলাৰ সিদ্ধান্ত এইখন ৰাজ্যৰ | Assamese |
আই আই টিৰ নামভৰ্তিত সলনি কৰা হৈছে নিয়ম কি সেই নতুন নিয়ম | Assamese |
কটন বিশ্ববিদ্যালয়ৰ নামভৰ্তিৰ দিন ঘোষণা ১৫ জুলাইৰ পৰা আবেদন কৰিব পাৰিব শিক্ষাৰ্থীয়ে | Assamese |
চি বি এছ ইৰ দশম শ্ৰেণীৰ ফলাফল ঘোষণা ৯১.৪৬ শতাংশ ছাত্ৰছাত্ৰী উত্তীৰ্ণ | Assamese |
কোন শ্ৰেণীৰ শিক্ষাৰ্থীৰ বাবে কিমান সময়ৰ অনলাইন ক্লাছ চৰকাৰে বান্ধি দিছে নিয়ম | Assamese |
ৰ দ্বাদশ শ্ৰেণীৰ পৰীক্ষাত ৯৬.৪ শতাংশ নম্বৰেৰে উত্তীৰ্ণ সুকণ্ঠী গায়িকা নাহিদ আফ্ৰিন | Assamese |
চলিত বৰ্ষৰ ছেপ্টেম্বৰৰ ভিতৰতে সকলো পৰীক্ষা সম্পূৰ্ণ কৰিব গুৱাহাটী বিশ্ববিদ্যালয়ে | Assamese |
কাইলৈ ঘোষণা কৰা হব ৰ দশম শ্ৰেণীৰ পৰীক্ষাৰ ফলাফল | Assamese |
Subsets and Splits
No community queries yet
The top public SQL queries from the community will appear here once available.