text
stringlengths
0
188k
Clear Study Doubts
CAprep18
Education Franchisee Opportunity
CNN name, logo and all associated elements ® and © 2017 Cable News Network LP, LLLP. A Time Warner Company. All rights reserved. CNN and the CNN logo are registered marks of Cable News Network, LP LLLP, displayed with permission. Use of the CNN name and/or logo on or as part of NEWS18.com does not derogate from the int...
টংলাৰ মিলনপুৰ এলেকাত ভাৰাঘৰত থকা শিক্ষকগৰাকীৰ বিৰুদ্ধে ২৩ বছৰীয়া এগৰাকী যুৱতীয়ে তোলা এই গোপন কেমেৰা লগোৱাৰ অভিযোগৰ ভিত্তিত টংলা আৰক্ষীয়ে যোৱা শুকুৰবাৰে দেৱশৰ্মাক আটক কৰে।
‘আমি এটা গোপন কেমেৰা কোঠাটোৰ পৰা উদ্ধাৰ কৰিছো আৰু ঘটনাটোৰ তদন্ত চলাই আছো,’ নৰ্থ ইষ্ট নাও-ক জনাই টংলা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া দুৰ্গাকিংকৰ শৰ্মাই।
আনহাতে অভিযোগটো অস্বীকাৰ কৰি শিক্ষকজনে কয় যে তেওঁ ইয়াত ডি এল এড কৰ্মশালাৰ বাবেহে আহিছে।
দেৱশৰ্মাৰ বিৰুদ্ধে টংলা আৰক্ষী থানাত ভাৰতীয় দণ্ডবিধিৰ ৩৫৩ আৰু আই টি আইন ৬৬ ধাৰাৰ অধীনত ১১১/১৮ নম্বৰৰ এক গোচৰ ৰুজু কৰা হৈছে।
Recent News
কৰ্তব্যৰত অৱস্থাতে সহকৰ্মীৰ গুলীত নিহত দুই অৰ্ধসামৰিক বাহিনীৰ জোৱান
যাত্ৰাপথতে ইন্ধন শেষ হ’ল চিকিৎসালয় অভিমুখী এম্বুলেন্সত: শোকাৱহভাৱে মৃত্যুক সাবটিলে ৰোগীয়ে
হিন্দী আগ্ৰাসনৰ বিৰুদ্ধে চৰম প্ৰতিবাদ: তামিলনাডুত আত্মজাহ ৮৫ বছৰীয়া কৃষকৰ
শ্ৰদ্ধা ৱালকাৰ হত্যাকাণ্ডৰ অভিযুক্ত আফতাব আমিন পুনাৱালাক ১৩ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ই...
এই মত-বিনিময় অনুষ্ঠানতে ছপা আৰু বৈদ্যুতিন মাধ্যমৰ প্ৰথিতযশা সম্পাদক সকলে মুখ্য মন্ত্ৰীক শেহতীয়া পৰিস্থিতি সম্পৰ্কত বিভিন্ন পৰামৰ্শ আগ বঢ়ায়। মুখ্য মন্ত্ৰী গৰাকীয়ে সম্পাদক সকলে আগ বঢ়োৱা পৰামৰ্শসমূহ গুৰুত্ব সহকাৰে বিবেচনা কৰা হ’ব বুলি আশ্বাস প্ৰদান কৰে।
লগতে মুখ্য মন্ত্ৰী গৰাকীয়ে অসমৰ ৰাইজৰ স্বাৰ্থ বিঘ্নিত হ’ব পৰা কোনো কামেই বৰ্তমানৰ ৰাজ্য চৰকাৰখনে নকৰে বুলি সংবাদ মাধ্যমৰ জ্যেষ্ঠ সম্পাদক সকলৰ আগত মত ব্যক্ত কৰে।
আজিৰ মত-বিনিময় অনুষ্ঠানত প্ৰথিতযশা সম্পাদক অজিত কুমাৰ ভূঞা, নিত্য বৰা, প্ৰশান্ত ৰাজগুৰু, মুনীন বায়ন, এনাক্ষী শইকীয়া বৰুৱা, প্ৰশান্ত জ্যোতি বৰুৱা, ৰবি শংকৰ ৰবি, অনুৰাধা শৰ্মা পূজাৰী, নিতুমনি শইকীয়া, পৰাগমনি আদিত্যকে ধৰি কেইবাজনো জ্যেষ্ঠ সাংবাদিকে অংশ গ্ৰহণ কৰে।
Recent News
লাচিতলৈ সন্মান, নে অপমান?
খাবলৈ দিয়াৰ পইচা নথকাৰ বাবেই নিজৰ কান্দি থকা ২ বছৰীয়া কন্যাক হত্যা অভিযন্তাৰ!
অসমৰ ১৬ গৰাকী বিশিষ্ট শিল্পী তথা সাংস্কৃতিক কৰ্মীলৈ সংগীত নাটক একাডেমীৰ সন্মান
অস্কাৰ বিজয়ী সংগীত শিল্পী, অভিনেত্ৰী আইৰিন কাৰা এস্কালাৰাৰ মৃত্যু
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ই...
দেওবাৰে সদৌ অসম কৰ্মচাৰী পৰিষদৰ সভাপতি বাসৱ কলিতাই তেজপুৰত এই মন্তব্য কৰে।
উল্লেখ্য যে শনিবাৰৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে তেজপুৰ গোটলুংস্থিত সূৰ্যোদয় উচ্চ ইংৰাজী বিদ্যালয়ত অনুষ্ঠিত হোৱা সদৌ অসম মধ্য ইংৰাজী শিক্ষক সন্থাৰ ২৮ সংখ্যক ৰাজ্যিক অধিৱেশন দেওবাৰে সামৰণি অনুষ্ঠানত বাসৱ কলিতা উপস্থিত থাকে।
শিক্ষকসকলৰ দীৰ্ঘদিনীয়া সমস্যাৱলী সন্দৰ্ভত প্ৰদান কৰা ভাষণত বাসৱ কলিতাই পে’ কমিছনে নিৰ্ধাৰণ কৰি দিয়াৰ পাছতো স্নাতক শিক্ষকৰ গ্ৰেড পে’ ৮৭০০ টকা প্ৰদানৰ বাবে আজিকোপতি ৰাজ্য চৰকাৰে কাৰ্যকৰী নকৰা, চৰকাৰী শিক্ষক-কৰ্মচাৰীক ২১ মাহৰ বকেয়া ধন আদায় নিদিয়া আৰু চলিত বৰ্ষৰ জানুৱাৰী মাহৰ পৰা কৰ্মচাৰীসকলৰ লগতে পৰিয়ালক চিকিৎসা বীমা প্ৰদ...
দেওবাৰে অনুষ্ঠিত হোৱা মুকলি সভাখনি আনুষ্ঠানিকভাৱে উদ্বোধন কৰে সদৌ অসম মধ্য ইংৰাজী শিক্ষক সংস্থাৰ উপদেষ্টা তথা প্ৰাক্তন সভাপতি কৃষ্ণকান্ত তালুকদাৰে। সদৌ অসম মধ্য ইংৰাজী শিক্ষক সংস্থাৰ সভাপতি কন্দৰ্প ডেকাই সভাপতিত্ব কৰা সভাত শোণিতপুৰৰ উপায়ুক্ত মনোজ কুমাৰ ডেকাই মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি তেওঁৰ বক্তব্যত চৰকাৰী বিদ্যাল...
শিক্ষকসকলৰ দীৰ্ঘদিনীয়া সমস্যাসমূহ সমাধানৰ ক্ষেত্ৰত উপায়ুক্তগৰাকীয়ে চৰকাৰক আনুষ্ঠানিকভাৱে অৱগত কৰাব বুলিও সদৰী কৰে। অভ্যৰ্থনা সমিতিৰ সভাপতি তথা এমট্ৰনৰ উপাধ্যক্ষ ঋতুবৰণ শৰ্মাই আদৰণি ভাষণ পাঠ কৰা অনুষ্ঠানটিত অসম ৰাজ্যিক পাঠ্যপুথি প্ৰকাশন আৰু প্ৰণয়ন নিগমৰ অধ্যক্ষ ৰাজেন বৰঠাকুৰেও ভাষণ প্ৰদান কৰে।
উল্লেখ্য যে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অহা শিক্ষক সন্থাৰ সদস্যসকলে শনিবাৰে নাম পঞ্জীয়ন কৰাৰ পাছত প্ৰতিনিধি শিবিৰ মুকলি কৰে অভ্যৰ্থনা সমিতিৰ সভাপতি তথা এমট্ৰনৰ উপাধ্যক্ষ ঋতুবৰণ শৰ্মাই। ইয়াৰ পাছতেই সংস্থাৰ মুখপত্ৰ ‘শিক্ষাজ্যোতি’ উন্মোচন কৰে সদৌ অসম মধ্য ইংৰাজী শিক্ষক সংস্থাৰ প্ৰাক্তন প্ৰধান সম্পাদক শচীন্দ্ৰ বৈশ্যই আৰু অ...
ইফালে শনিবাৰে নিশাৰ ভাগলৈকে চলা বিষয় বাছনি সভাত আগন্তুক কাৰ্যকালৰ কাৰণে ৰাজ্যিক সমিতিখন গঠন কৰা হয়। সভাপতি কন্দৰ্প ডেকাৰ সভাপতিত্বত অনুষ্ঠিত উক্ত বিষয় বাছনি সভাত সৰ্বসন্মতি ক্ৰমে নগাঁৱৰ মুকুল বৰাক সভাপতি, শিৱসাগৰৰ কল্যাণ গগৈক উপ-সভাপতি, গুৱাহাটীৰ দ্বীপেন শৰ্মাক প্ৰধান সম্পাদক, নলবাৰীৰ ভয়নুৰ আহমেদ আৰু লক্ষীমপুৰৰ দুলাল শ...
আনহাতে, দেওবাৰে সাম্প্ৰতিক পৰিস্থিতি সন্দৰ্ভত সাংবাদিকসকলে সোধা প্ৰশ্নৰ উত্তৰত সভাপতি বাসৱ কলিতাই কয় যে সদৌ অসম কৰ্মচাৰী পৰিষদে আৰম্ভণিৰে পৰা নাগৰিকত্ব সংশোধনী বিধেয়কৰ ঘোৰ বিৰোধিতা কৰি আহিছে।
Recent News
লখিমপুৰ খেৰী হত্যাকাণ্ডৰ গোচৰত আশীষ মিশ্ৰৰ ডিচচাৰ্জ আবেদন নাকচ উচ্চতম ন্যায়ালয়ৰ
ভাৰত জোড়ো যাত্ৰাক উদ্দেশ্যি বিজেপি সমৰ্থকৰ ‘মোদী, মোদী’ ধ্বনি: ‘ফ্লাইং কিছ’-এৰে সঁহাৰি ৰাহুল গান্ধীৰ
ছিংগাপুৰত সফলতাৰে সম্পন্ন লালু প্ৰসাদ যাদৱৰ বৃক্ক সংৰোপণৰ অস্ত্ৰোপচাৰ: জনালে পুত্ৰ তেজস্বীয়ে
কিম জঙ উনৰ নতুন ফতোৱা; দেশৰ শিশুসকলৰ নাম ৰাখিব লাগিব ‘বোমা’,’বন্দুক’!
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ই...
Diabetes mellitus
শ্ৰেণীবিভাজন আৰু বাহ্যিক সমল
Universal blue circle symbol for diabetes.[1]
আই.চি.ডি.-10
E10–E14
আই.চি.ডি.-9
250
মেডলাইন প্লাছ
001214
ইমেডিচিন
med/546 emerg/134
MeSH
C18.452.394.750
বহুমূত্ৰ বা মধুমেহ (ইংৰাজী: Diabetes বা Diabetes mellitus) হৈছে এটি হৰম’নজনিত ৰোগ। এইবিধ ৰোগ সাধাৰণতে চল্লিছোৰ্ধ বয়সৰ লোকৰ ক্ষেত্ৰত হোৱা ৰোগ যদিও শিশু আৰু গৰ্ভৱতী মহিলাও এই ৰোগত আক্ৰান্ত হোৱা দেখা যায়। মানব শৰীৰৰ পাচনতন্ত্ৰৰ লগত জড়িত অগ্ন্যাশয়ে যথেষ্ট পৰিমাণে ইনচুলিন তৈয়াৰ কৰিব নোৱাৰিলে অথবা শৰীৰে উৎপন্ন ইনচুলিন ব...
শ্ৰেণী বিভাজন[সম্পাদনা কৰক]
চিকিৎসা বিজ্ঞানীসকলৰ মতে ডায়েবেটিচ ৰোগ দুই প্ৰকাৰৰ-
টাইপ-১ আৰু
টাইপ-২।
টাইপ-১ ৰোগীয়ে বাহিৰৰ পৰা ইন্‌চুলিন গ্ৰহণ কৰিব লগা হয় বাবে ইন্‌চুলিন নিৰ্ভৰশীল ডায়েবেটিচ ৰোগী বুলি কোৱা হয়। কিন্তু টাইপ-২ শ্ৰেণীৰ ডায়েবেটিচ ৰোগীয়ে বাহিৰৰ পৰা ইন্‌চুলিন গ্ৰহণ কৰিব লগা নহয় যদিও এই প্ৰকাৰৰ ৰোগীয়ে নিজৰ শৰীৰত নিঃসৰণ হোৱা ইন্‌চুলিনৰ পৰিমাণ বৃদ্ধি কৰিবলৈ বা নিঃসৰিত ইন্‌চুলিনৰ সঠিক ব্যৱহাৰৰ বাবে ঔষধ খাই...
টাইপ ১ আৰু টাইপ ২ ৰ মাজত তুলনা[2]
Feature
টাইপ ১ ডায়েবেটিচ
টাইপ ২ ডায়েবেটিচ
Onset
Sudden Gradual
Age at onset
Mostly in children Mostly in adults
Body habitus
Thin or normal[3] Often obese
Ketoacidosis
Common Rare
Autoantibodies
Usually present Absent
Endogenous insulin
Low or absent Normal, decreased
or increased
Concordance
in identical twins
50% 90%
Prevalence
~10% ~90%
বহুমূত্ৰ ৰোগৰ লক্ষণসমূহ[সম্পাদনা কৰক]
সাধাৰণতে ডায়েবেটিচ ৰোগৰ লক্ষণসমূহ হ’ল:
শৰীৰ দুৰ্বল অনুভৱ কৰা আৰু সামান্য পৰিশ্ৰমতে ভাগৰ লগা,
হাত ভৰি জিন্‌জিনোৱা,
কাটিলে বা যিকোনো কাৰণতে হোৱা ঘাঁ সোনকালে নুশুকুৱা,
দৃষ্টিশক্তি কমি যোৱা, শৰীৰৰ ওজন কমি যোৱা,
বেছিকৈ পিয়াহ লগা বা ভোক লগা,
সঘনাই প্ৰসাৱ কৰিব লগা ইত্যাদি।
এনেবোৰ লক্ষণে দেখা দিলে তৎক্ষণাত চিকিৎসকৰ পৰামৰ্শ ল’ব লাগে। মন কৰিব লগা কথা যে ৰোগৰ আৰম্ভণিতে এই লক্ষণসমূহক গুৰুত্ব নিদিয়াৰ পৰিণতিতেই ৰোগীৰ শৰীৰত ডায়েবেটিচ ৰোগে জটিল ৰূপ ধাৰণ কৰিবলৈ সুবিধা পায়। কিন্তু আৰম্ভণিতে ৰোগ নিৰ্ণয় হ’লে, চিকিৎসকৰ দ্বাৰা ৰোগীৰ অৱস্থা সংকটজনক নোহোৱাকৈ ৰাখিব পাৰি।
সকলো মানুহে জীৱনত কম বেছি পৰিমাণে পৰিশ্ৰম কৰিব লাগে আৰু পৰিশ্ৰম কৰিবলৈ শৰীৰক শক্তিৰ প্ৰয়োজন হয়। এই শক্তি কাৰ্বোহাইড্ৰেট বা শৰ্কৰা জাতীয় খাদ্যৰ পৰা পোৱা যায়। ভাত, ৰুটি, আলু, চেনি ইত্যাদি হ’ল কাৰ্বোহাইড্ৰেট বা শৰ্কৰা জাতীয় খাদ্য। এইবোৰ খাদ্য গ্ৰহণ কৰাৰ পাছত ইয়াৰ শৰ্কৰা ভাগ তেজত জমা হয় আৰু অগ্নাশয় গ্ৰন্থিয়ে নিঃসৰ...
তেজৰ শৰ্কৰাভাগ শৰীৰে গ্ৰহণ কৰিব নোৱাৰাৰ ফলত শৰ্কৰাভাগ পোনে পোনে কিডনী পায়গৈ আৰু কিডনী চেকন প্ৰক্ৰিয়াৰ দ্বাৰা প্ৰসাৱ আকাৰে ওলায় যায়। অনবৰতে শৰ্কৰাৰ এটি অতিৰিক্ত চাপ পাই থাকিবলগীয়া হয় বাবে কিডনীত ক্ৰমে শৰ্কৰাৰ গেদ্ বহিবলৈ আৰম্ভ কৰে। এনে অৱস্থাতে ৰোগীৰ শৰীৰ ওখহিবলৈ আৰম্ভ কৰে। এনেদৰে ৰোগীৰ অৱস্থা ক্ৰমে জটিলৰ পৰা জটিল...
সংক্ৰমণ[সম্পাদনা কৰক]
ডায়েবেটিচ যিহেতু গ্ৰন্থিৰ ৰোগ, গতিকে ই বংশগত কাৰণতে হোৱাৰ সম্ভাৱনা বেছি থাকে। কিয়নো বংশগতিৰ জৰিয়তে পিতৃ পুৰুষৰ বেছিভাগ গুণেই উত্তৰ পুৰুষলৈ প্ৰবাহিত হয়। বংশগত কাৰণৰ উপৰিও বৰ্তমান যুগৰ মানুহে গ্ৰহণ কৰা আধুনিক জীৱন শৈলীকো ডায়েবেটিচ ৰোগৰ অন্যতম কাৰণ হিচাপে বিজ্ঞানীসকলে চিনাক্ত কৰিছে। আমাৰ সু-স্বাস্থ্যৰ বাবে শৰীৰৰ অন্ত...
চিকিৎসা[সম্পাদনা কৰক]
ডায়েবেটিচ ৰোগীয়ে নিয়মীয়াভাৱে চিকিৎসা গ্ৰহণ কৰি থাকিলে ৰোগীৰ অৱস্থা শোচনীয় নোহোৱাকৈ ৰাখিব পাৰি। এই ৰোগ যিহেতু ইনচুলিন নামৰ হৰম’নৰ অভাৱত হয়। সেয়েহে এই ৰোগৰ চিকিৎসা হৈছে টাইপ-১ প্ৰকাৰৰ ৰোগীৰ ক্ষেত্ৰত বাহিৰৰ পৰা ইন্‌চুলিন যোগান ধৰা আৰু টাইপ-২ ৰোগীৰ ক্ষেত্ৰত ইন্‌চুলিনৰ উৎপাদন আৰু নিঃসৰণ নিয়মীয়া কৰণৰ বাবে নিয়মীয়াক...
বৰ্তমান যুগত চিকিৎসা বিজ্ঞানে আশাতীতভাৱে উন্নতি কৰিছে যদিও ডায়েবেটিচ ৰোগৰ চিকিৎসাৰ ক্ষেত্ৰত বিশেষভাৱে একো উন্নত চিকিৎসা উদ্ভাৱন কৰাটো পৰিলক্ষিত হোৱা নাই। অৱশ্যে শেহতীয়া খবৰ মতে এদল আমেৰিকাৰ বিজ্ঞানীয়ে চলোৱা গৱেষণাত পুৰুষৰ শুক্ৰস্থলীৰ পৰা আহৰণ কৰা ষ্টেম চেল বা শিপা কোষৰ দ্বাৰা অগ্নাশয়ৰ ধ্বংস প্ৰাপ্ত বিটা কোষৰ নিচিনা...
নিয়ন্ত্ৰণ[সম্পাদনা কৰক]
প্ৰকৃততে ডায়েবেটিচ ৰোগৰ চিকিৎসা ব্যৱস্থাত ৰোগীক সম্পূৰ্ণৰূপে আৰোগ্য কৰাতকৈ ৰোগৰ নিয়ন্ত্ৰণ কৰি ৰখাৰহে চিকিৎসা চলে। নিয়মিত ভাৱে চিকিৎসা গ্ৰহণ কৰি থাকিলে ডায়েবেটিচ নিয়ন্ত্ৰণত থাকে যদিও ৰোগী সকলে এক দোদুল্যমান অৱস্থাত জীৱন কটাবলগীয়া হয়। ইয়াৰ চিকিৎসা পদ্ধতি দীঘলীয়া হোৱাত বহুতো ৰোগীয়ে চিকিৎসা গ্ৰহণ প্ৰক্ৰিয়া চলাই ...
ডায়েবেটিচ ৰোগৰ চিকিৎসাৰ বাবে যিদৰে চিকিৎসালয় স্থাপন কৰা হৈছে, তাৰ সমান্তৰাল ভাবে জনসাধাৰণৰ মাজত এই ৰোগ সম্পৰ্কে সজাগতা সৃষ্টি কৰিব পাৰিলেহে ডায়েবেটিচ ৰোগক প্ৰতিৰোধ কৰাটো সম্ভৱ হৈ উঠিব। এই ক্ষেত্ৰত মানুহৰ মন অস্থিৰ কৰি তুলিব পৰা জীৱন শৈলী পৰিহাৰ কৰি এক সু-শৃংখলাবদ্ধ জীৱন যাপনৰ যোগেদি ডায়েবেটিচৰ নিচিনা মহাব্যাধিক দূৰ...
ভাৰতবৰ্ষত বহুমূত্ৰ ৰোগৰ প্ৰভাৱ[সম্পাদনা কৰক]
ভাৰতবৰ্ষত যোৱা দুটামান দশকৰ পৰা ডায়েবেটিচ ৰোগীৰ সংখ্যা দ্ৰুতগতিত বৃদ্ধি পাইছে। এক সমীক্ষামতে ২০০০ চনত বিশ্বত ডায়েবেটিচ ৰোগীৰ সংখ্যা আছিল প্ৰায় ১৭১ নিযুত। কিন্তু ২০৩০ চনলৈ এই পৰিসংখ্যা বিশেষজ্ঞসকলে দুগুণলৈ বৃদ্ধি পোৱাৰ আশংকা ব্যক্ত কৰিছে।[5] পৃথিৱীৰ সকলো ঠাইৰ মানুহৰে এইবিধ ৰোগ হয় যদিও ভাৰতৰ দৰে উন্নয়নশীল দেশৰ মানুহ...
তথ্য সংগ্ৰহ[সম্পাদনা কৰক]