text stringlengths 0 188k |
|---|
April 23, 2022 April 23, 2022 0 |
শ্ৰী ডালাডা মালিগাঁৱাৰ ইতিহাসৰ পমখেদি |
December 25, 2021 December 25, 2021 0 |
ইন্দ্ৰকিলৰ পৰা পৰ্বতৰ ৰাণীলৈকে সাতটা দিন |
October 17, 2021 November 13, 2021 0 |
ভিষ্টাড’মৰ খিৰিকিৰে বৰাইল পাহাৰৰ সেউজীয়া বিচাৰি |
September 17, 2021 September 17, 2021 0 |
Subscribe |
Login |
Notify of |
new follow-up comments new replies to my comments |
Label |
Name* |
Email* |
Website |
Δ |
Label |
Name* |
Email* |
Website |
Δ |
0 Comments |
Inline Feedbacks |
View all comments |
Copyright © 2022 সাহিত্য ডট অৰ্গ. All rights reserved. |
Theme: ColorMag by ThemeGrill. Powered by WordPress. |
Copying is Prohibited! |
wpDiscuz |
Insert |
সাহিত্য ডট অৰ্গ |
দায়লুপ্তি |
সাহিত্য ডট অৰ্গত প্ৰকাশ হোৱা যিকোনো লেখাৰ সমল, মতামত তথা দৃষ্টিভংগী সম্পূৰ্ণৰূপে লেখকৰ নিজা; আলোচনীৰ তাত কোনো হস্তক্ষেপো নাথাকে বা লেখাৰ মতামত আলোচনীৰ মতামত নহয়৷ |
সেয়েহে, লেখা এটাৰ কাৰণে কোনো অনাহুত পৰিস্থিতিৰ সৃষ্টি হ’লে তাৰবাবে লেখকে নিজেই দায়িত্ব ল’ব লাগিব আৰু আলোচনী কোনোপধ্যেই জগৰীয়া নহ’ব৷<eot>এই প্ৰবন্ধটোত কোনো কোনো স্থানত তথ্যসূত্ৰ বা প্ৰসংগৰ উল্লেখ প্ৰয়োজন। অনুগ্ৰহ কৰি বিশ্বাসযোগ্য উৎস দেখুৱাই এই প্ৰবন্ধটো উন্নত কৰাত সহায় কৰক। বিশ্বাসযোগ্য তথ্য উৎসৰ উল্লেখ নথকা প্ৰবন্ধৰ... |
হেলিকপ্টাৰ 1922 |
হেলিকপ্টাৰ (ইংৰাজী: Helicopter) হৈছে একপ্ৰকাৰৰ ঘূৰ্ণকযুক্ত (Rotor) আকাশীযান যি মাটিৰ পৰা উলম্ব্ভাৱে উঠা নমা কৰিব পাৰে। মাটিৰপৰা উলম্বভাৱে উঠা নমা, আগলৈ-পিছলৈ, সোঁৱে-বাৱেঁ উৰিব পৰা আৰু মাটিৰ ওপৰত একে ঠাইতে ওপঙি থাকিব পৰা আদি ক্ষমতাৰ বাবে বহুতো দুৰ্গম ঠাইলৈও এই আকাশীযানৰ সহায়ত যাব পাৰি, য’ত সাধাৰণ পাখি-যুক্ত আকাশীযান অৱ... |
An Iranian Air Force HH-43 Huskie |
ইতিহাস[সম্পাদনা কৰক] |
হেলিকপ্টাৰ শব্দটো ফৰাচী ভাষাৰ হেলিকপ্টেৰে শব্দৰ পৰা আহিছে, যি গ্ৰীক ভাষাৰ ‘হেলিক্স’(বেঁকা), আৰু ‘তেৰণ’(পাখি) শব্দৰ পৰা অহিছে। প্ৰথম ব্যৱহাৰযুগ্য হেলিকপ্টাৰৰ উৎপাদন ১৯৩৬ চনত আৰম্ভ হৈছিল। |
খ্ৰীষ্টপূৰ্ব ৪০০ শতিকাতে চীনদেশত এক হাতেৰে উৰাব পৰা খেলনাৰ প্ৰচলন হৈছিল, বাঁহৰ ঠাৰিৰ মূৰত দুখন পাখিযুক্ত এই খেলনাবিধ হাতেৰে জোৰেৰে ঘূৰাই এৰি দিলে ওপৰলৈ উৰি যায় আৰু লাহে লাহে নামি আহে। এই খেলনাবিধেই প্ৰথম উলম্বভাৱে মাটিৰ পৰা উৰিব পৰা যানৰ বাটকটিয়া বুলি কব পাৰি। প্ৰায় ১৪৮০ চন মানত লিঅ’নাৰ্ড দা ভিন্সিয়ে এনে এখন যানৰ ন... |
১৭৫৪ চনত মিখাইল লমন’ছ্ভ নামৰ এজন ৰাছিয়ান বিজ্ঞানীয়ে ৰাছিয়ান একাডেমী অৱ ছায়ন্সত স্প্ৰিঙৰ সহায়ত চলা এবিধ ঘূৰ্ণকৰ বিৱৰণ কৰিছিল। ১৭৮৩ চনত খ্ৰীষ্টিয়ান ডি লানয় নামৰ ফৰাচী লোক এজনে বিপৰীত দিশত ঘূৰা দুটা ঘূৰ্ণকযুক্ত এখন যানৰ মদেল নিৰ্মাণ কৰিছিল আৰু ফ্ৰেন্স একাডেমী অৱ ছায়ন্সৰ ছাৰ জৰ্জ কেলীৰ আগত ইয়াৰ প্ৰদৰ্শন কৰিছিল। |
এই সময়চোৱাত হেলিকপ্টাৰৰ উৰণ প্ৰণালীৰ ওপৰত বহুতো গৱেষণা হৈছিল যদিও তেনে এখন যানত আকাশত উৰুৱাই ৰাখিব পৰাকৈ শক্তি যোগাব পৰা পাতল ইঞ্জিনৰ আৱিষ্কাৰ হোৱা নাছিল। পোন প্ৰথমে ১৮৬১ চনৰ ফ্ৰান্সৰ গুস্তাভ ডি পণ্টন আমেক’ৰ্ট নামৰ এজন আৱিষ্কাৰকে ভাঁপ ইঞ্জিনত চলা এবিধ মদেল তৈয়াৰ কৰে। হেলিকপ্টাৰ নামটো তেৱেই পোনপ্ৰথমে ব্যৱহাৰ কৰিছিল। অ... |
বিশ্ববিখ্যাত বিজ্ঞানী আৰু আৱিষ্কাৰক থমাছ আলভা এডিছনেও হেলিকপ্টাৰৰ ওপৰত গৱেষণা কৰিছিল। তেৱেই প্ৰথম হেলিকপ্টাৰত অন্তৰ্দাহক ইঞ্জিনৰ ব্যৱহাৰৰ কৰাৰ কথা চিন্তা কৰে। এনেধৰণৰ ইঞ্জিন ব্যৱহাৰ কৰিয়েই জন বেহিল নামৰ এজন আৱিষ্কাৰকে এখন যান নিৰ্মাণ কৰাত সফলতা লাভ কৰে। ১৯০১ চনত তেওঁ নিৰ্মাণ কৰা যানখনে মাটিৰ পৰা আধামিটাৰ ওপৰত উৰিবলৈ স... |
১৯০৬ চনত ফ্ৰান্সৰ দুই ভাই-ককাই জেকুইছ আৰু লুই ব্ৰিগুডে হেলিকপ্টাৰৰ ওপৰত গৱেষণা আৰম্ভ কৰে। ১৯০৭ চনত তেওঁলোকে জাইৰ’প্লেন ১ নামৰ এখন যান নিৰ্মাণ কৰে। এই যানখনে পাইলটসহ মাটিৰ পৰা ২ ফুট উচ্চতাত প্ৰায় এক মিনিট ধৰি উৰাত সফল হয়। অৱশ্যে এই যানখন সুস্থিৰভাৱে উৰিব পৰা নাছিল আৰু চাৰি কোণত ধৰি ৰাখিব লাগিছিল। তথাপি জাইৰ’প্লেন-১ কে... |
এনেদৰেই বিভিন্ন আৱিষ্কাৰকৰ হাতত বিকশিত হৈ হৈ বৰ্তমান হেলিকপ্টাৰে আজিৰ ৰূপ পাইছেহি। |
"https://as.wikipedia.org/w/index.php?title=হেলিকপ্টাৰ&oldid=278794"ৰ পৰা অনা হৈছে |
শ্ৰেণী: |
বায়ুযান |
অদৃশ্য শ্ৰেণীসমূহ: |
উৎসবিহীন প্ৰবন্ধ |
অনা অসমীয়া ভাষা সমৃদ্ধ প্ৰবন্ধ |
এই পৃষ্ঠাখন 25 মে' 2021 তাৰিখে ১২:০৪ বজাত অন্তিম সংশোধন কৰা হৈছিল। |
লেখাবোৰ ক্ৰিয়েটিভ কমন্স এট্ৰিব্যুশ্বন/শ্বেয়াৰ-এলাইক লাইচেঞ্চৰ অন্তৰ্গত; ইয়াৰ লগতে আনুষঙ্গিক নিয়মাৱলী যোগ হ'ব পাৰে। ব্যৱহাৰৰ চৰ্তবোৰ বিতংকৈ চাওক।<eot>শৈশৱতে দেখা দিয়া আৰু আজীৱন কেৱল ‘ইনচুলিন’ বেজীৰ ওপৰতে নিৰ্ভৰ কৰিলগীয়া বহুমূত্ৰ ৰোগবিধক “প্ৰথম ধৰণৰ” (টাইপ ৱান) ডায়েবেটিছ নামেৰে জনা যায়। সংখ্যাত তাকৰ এইবিধৰ ৰোগীৰ বাবে... |
আনহাতে সমাজত সৰহ সংখ্যক বহুমূত্ৰ ৰোগীয়েই “দ্বিতীয় ধৰণৰ” (টাইপ টু ডায়েবেটিছ)। এইবিধ সাধাৰণতে যৌৱন কালৰে পৰা (সম্প্ৰতি প্ৰাক-যৌৱনতো দেখা দিয়া) জীৱনৰ বিভিন্ন বয়সত দেখিবলৈ পোৱা ৰোগ। এইবিধ ৰোগীৰ দেহত ‘ইনচুলিন’ জোখতকৈ বেছি পৰিমাণে থাকিলেও নিশকতীয়া ধৰণৰ। ফলত তেজৰ বাঢ়ি অহা চুগাৰ হ্ৰাস কৰিবৰ বাবে বিভিন্ন ধৰণৰ টেবলেট অথবা পৰীক্ষ... |
সমাজত বহুলভাবে প্ৰয়োগ কৰিব পৰা ধৰণে, টাইপ ৱান ডায়েবেটিছৰ পৰা হাত সাৰি থাকিব পৰাৰ উপায় বৰ্তমানলৈকে উপলব্ধ হোৱা নাই। আনহাতে অধিক সংখ্যক লোকৰ ক্ষেত্ৰতে দেখা দিয়া আৰু বিশ্বজুৰি এক প্ৰত্যাহবান স্বৰূপে স্কীকৃত হোৱা ‘টাইপ টু’ ডায়েবেটিছৰ পৰা নিস্তাৰ পাব পৰাৰ বিভিন্ন পদ্ধতি ইতিমধ্যে প্ৰকাশ পাইছে। এই চমু আলোচনাত এই দ্বিতীয় ধৰণৰ ... |
সাধাৰণতে ত্ৰিদোষ, যেনে; বেছি ধৰণে ভোগ লগা, পিয়াহ লগা আৰু প্ৰস্ৰাৱ হোৱা, লগতে হঠাৎ ওজন কমি যোৱা বা ক্ৰমান্বয়ে বাঢ়ি অহা, শৰীৰৰ খৰ-খজুৱতি, ঘাঁ আদি সোনকালে নুশুকুৱা আদিয়েই পূৰ্ণ পৰ্যায়ৰ ডায়েবেটিছৰ লক্ষণ। সাধাৰণতে এনেবোৰ লক্ষণে দেখা দিলেহে ভুক্তভোগীয়ে তেজৰ চুগাৰৰ পৰীক্ষা কৰাবলৈ আগবাঢ়ি আহে। এনে পূৰ্ণ পৰ্যায়ৰ ডায়েবেটিছৰ নিৰ্দ... |
এই পূৰ্ণ পৰ্যায়ৰ বহুমূত্ৰ যথেষ্ট সময়ৰ আগৰে পৰা গোপনে, ক্ৰমান্বয়ে বাঢ়ি আহি দেখা দিয়া ৰোগ। ইতিমধ্যে বৃক্ক (কিডনী), স্নায়ু, চকু, মগজু আৰু হাৰ্টৰ তেজবাহী নলী আদিত কম-বেছি পৰিমাণে ক্ষয়-ক্ষতি হৈ উঠে। লগতে উচ্চ ৰক্তচাপ, তেজৰ চৰ্বিজাতীয় পদাৰ্থৰ বৃদ্ধি (কলেষ্টৰল, ট্ৰাইগ্লিচাৰাইড আদি), মেদবহুলতা আদি আনুসঙ্গিক উপসৰ্গয়ো দেখা দিয়ে।... |
আনহাতে, এই ‘দ্বিতীয় ধৰণৰ’ বহুমূত্ৰ ৰোগলৈ ক্ৰমান্বয়ে আগবাঢ়ি গৈ থকা অৱস্থাতে ধৰা পেলাই ব্যৱস্থা ল’ব পাৰিলেহে এই ৰোগৰ পৰা যথাসম্ভৱ নিস্তাৰ পোৱাৰ সুযোগ থাকে। এই সময়ত বেছি ধৰণে ভোগ লগা, পিয়াহ লগা, প্ৰস্ৰাৱ হোৱা, হঠাৎ ওজন কমি যোৱা আদি লক্ষণসমূহে দেখা নিদিব পাৰে। এনে প্ৰাৰম্ভিক অৱস্থাত পোনতে ব্যক্তি এজনৰ গ্লুকজ হজম কৰাৰ ক্ষমত... |
আই,জি,টি অৱস্থাটো অতি গুৰুত্বপূৰ্ণ। এই অৱস্থাতে ধৰা পেলাই ব্যক্তি এজনক খাদ্যৰ সাৱধানতা আৰু শাৰিৰীক পৰিশ্ৰমেৰে পুনৰ সুস্থ অৱস্থালৈ আনিব পাৰি। তদুপৰি, এই অৱস্থাতেই কিডনী, তেজবাহী নলী আদিৰ ক্ষতি আৰম্ভ হোৱাৰ উপৰি ক্ৰমাৎ উচ্চ ৰক্তচাপ, তেজৰ চৰ্বিজাতীয় পদাৰ্থৰ বৃদ্ধি, মেদবহুলতা, ইউৰিক এচিডজাতীয় ক্ষতিকাৰক পদাৰ্থৰ বৃদ্ধি আদিয়ে ... |
এইবোৰ আজিৰ যুগৰ বিশেষকৈ ত্ৰিশবছৰৰ ওপৰৰ সকলোৰে বিশেষভাবে পৰিয়ালত তেজৰ লগত সম্পৰ্ক থকা লোকৰ (মাক, দেউতাক, ককাই, বাই, ভনী, ককা, আইতা) ডায়েবেটিছ থাকিলে; সেইদৰে ৰক্তচাপ আৰু তেজৰ চৰ্বিজাতীয় পদাৰ্থ বৃদ্ধি হ’লে; ওজন জোখতকৈ [উচ্চতা অনুসৰি ওজনৰ মাপ অথবা বি, এম, আইৰূপে à ১৮.৫-২২.৯ (সুস্থ), ২৩-২৪.৯ (শকত), ২৫ বা ততোধিক (অতি শকত); ব... |
এই পৰীক্ষাৰ উপৰি ব্যক্তিবিশেষৰ বিগত চাৰিমাহৰ তেজত চুগাৰৰ পৰিমানৰ এটা ধাৰণা ‘হিম’গ্লবিন এ ৱান চি’ নামৰ পৰীক্ষাৰে কৰিব পাৰি। নিৰোগী অৱস্থাত ইয়াৰ পৰিমান ৫.৭ শতাংশৰ তলত। প্ৰাক-ডায়েবেটিছৰ কালছোৱাত ইয়াৰ পৰিমান ৫.৭-৬.৫ শতাংশ। ডায়েবেটিছ ৰোগীৰ ক্ষেত্ৰত ই ৬.৫ শতাংশৰ ওপৰত থাকে। |
আই,জি,টি অৱস্থাত ধৰা পেলোৱাৰ তাৎপৰ্য আৰু ইয়াৰ ব্যৱস্থাসমূহৰ শুভ পৰিনাম সম্বন্ধে বিশ্বজুৰি বিভিন্ন অধ্যয়ন, সমীক্ষা আদি প্ৰকাশিত হৈছে। সকলোৰে মত— খাদ্যত উপযুক্ত পৰিমানৰ প্ৰ’টিন, যথেষ্ট শাক-পাচলি, ফল-মূল, হাঁহজাতীয় শৰ্কৰা (কাৰ্বহাইড্ৰেট), চেনি বা মিঠাইৰ বৰ্জন আদি মানি চলা উচিত। সেইদৰে শাৰিৰীক শ্ৰম, যেনে; খোজ কঢ়া, দৌৰা, চা... |
আই জি টি অৱস্থাৰ পৰা উক্ত চেষ্টাবোৰেৰে পূৰ্ণ ডায়েবেটিছৰ পৰা সুদূৰ ভবিষ্যতে অথবা জীৱনলৈ এশ শতাংশ নিস্তাৰ পোৱা যাবই বুলি ক’ব নোৱাৰি। তথাপিতো ফলাফল এতিয়ালৈকে সন্তোষজনক। বিশ্বাস, মনোযোগ, উদ্যম আৰু মনোবলেৰে এই উপায়বোৰ অৱলম্বন কৰিলে দীৰ্ঘ দিনলৈ (সম্ভৱ জীৱনলৈ) ডায়েবেটিছ নোহোৱাকৈ লগতে আৰ্থিক ব্যয়, মানসিক দুঃচিন্তা, পাৰিবাৰিক অ... |
(লিখকৰ ঠিকনা: ডাঃ নবাব মহম্মদ দিলৱাৰ হাচান, এম,বি,বি,এচ; এম,ডি,আই,এইচ |
ডিলাৰ্ক লেবৰেটৰী, মেডিকেল কলেজ পথ, গুৱাহাটী-৫ |
প্ৰাক্তন মুখ্য চিকিৎসক, নৰ্থ ইষ্ট ইনষ্টিটিউট অব চায়েঞ্চ এণ্ড টেকন’লজী (চি,এচ,আই,আৰ) যোৰহাট) |
← স্বাস্থ্যৰ সুৰক্ষাত সকলোৰে বাবে ব্যায়াম (প্ৰিন্স গোস্বামী) |
শিশুৰ মানসিক ৰোগ (উদ্দীপ তালুকদাৰ) → |
You May Also Like |
ৰাজাৰামঃ ব্যক্তি নহয় যেন এক আন্দোলনহে – পাৰ্থজ্যোতি বৰুৱা |
February 15, 2019 0 |
ভাল ছবিৰ ব্যাকৰণ : উদ্দীপ তালুকদাৰ |
July 15, 2012 March 10, 2021 0 |
কমাৰকুছি থান (মধুমিতা শইকীয়া) |
January 17, 2012 0 |
Subscribe |
Login |
Notify of |
new follow-up comments new replies to my comments |
Label |
Name* |
Email* |
Website |
Δ |
Label |
Name* |
Email* |
Website |
Δ |
4 Comments |
Oldest |
Newest Most Voted |
Inline Feedbacks |
View all comments |
Dr.N.M.D.HASAN |
8 years ago |
there are some printing errors. For normal persons the values are: Fasting:70-100mg% |
& 2hr PP sugar:100-125MG% &2hrPP:140-199mg% |
& for Diabetes: Fasting:>126mg% & 2hr PP: = OR> 200mg%.Dr.N.M.D.HASAN(author) |
0 |
Reply |
Subsets and Splits
No community queries yet
The top public SQL queries from the community will appear here once available.