text
stringlengths
0
188k
Xahitya.Editor
8 years ago
ধন্যবাদ। শুধৰোৱা হ’ল।
0
Reply
Brajen Pathak
8 years ago
My sugar level was about 3 times of normal limit. I take Gluconorm G2 medicine daily and the sugar level is now at 1.5 times/2 times. Will it be remain under control and have some
advice to me. The topic is very informative for me.
0
Reply
Hemen Bori
8 years ago
টাইপ ওৱান ডায়েবেটিক ৰোগীয়ে সুস্থ ভাৱে জীয়াই থকাৰ উপায় সমূহৰ বিষয়ে জনালে নথৈ সুখী হ্’ম ৷আপোনাৰ লেখাৰ বাবে ধন্যবাদ ৷
0
Reply
অন্যান্য শিতান
অসমীয়া লিখন সঁজুলি
সাহিত্যৰ এপ
দেশে-বিদেশে
গ্ৰন্থ আলোচনা
আখল
বোলছবি
ক্ৰীড়া
অনুভৱ
স্বাস্থ্যকথা
অনুবাদ
সম্পাদকলৈ চিঠি
প্ৰাক্তন সম্পাদকসকল
সম্পাদনা সমিতি
সংখ্যাটোত আঁৰত
ই-কিতাপ
শ্ৰব্য-নাট
শিশু-শিতান
ৱিকিপিডিয়া বাৰ্তা
ভাল খবৰ
সৰিয়হ ফুল
শিল্প-ভাস্কৰ্য্য
শিতানত লেখাৰ সংখ্যা
শিতানত লেখাৰ সংখ্যা Select Category অনুবাদ (274) অনুভৱ (528) অসমীয়া লিখন সঁজুলি (1) আখল (215) ই-কিতাপ (38) কবিতা (1,316) ক্ৰীড়া (36) গল্প (1,217) গ্রন্থ-আলোচনা (133) দেশে-বিদেশে (307) ধাৰাবাহিক (465) প্ৰবন্ধ (1,432) বোলছবি (116) ভাল খবৰ (23) ভিন্নস্বাদ (973) ৰহঘৰা (895) ৱিকিপিডিয়া বাৰ্তা (15) শিল্প আৰু ভাষ্কৰ্য্য (194)...
Copyright © 2022 সাহিত্য ডট অৰ্গ. All rights reserved.
Theme: ColorMag by ThemeGrill. Powered by WordPress.
Copying is Prohibited!
wpDiscuz
Insert
সাহিত্য ডট অৰ্গ
দায়লুপ্তি
সাহিত্য ডট অৰ্গত প্ৰকাশ হোৱা যিকোনো লেখাৰ সমল, মতামত তথা দৃষ্টিভংগী সম্পূৰ্ণৰূপে লেখকৰ নিজা; আলোচনীৰ তাত কোনো হস্তক্ষেপো নাথাকে বা লেখাৰ মতামত আলোচনীৰ মতামত নহয়৷
সেয়েহে, লেখা এটাৰ কাৰণে কোনো অনাহুত পৰিস্থিতিৰ সৃষ্টি হ’লে তাৰবাবে লেখকে নিজেই দায়িত্ব ল’ব লাগিব আৰু আলোচনী কোনোপধ্যেই জগৰীয়া নহ’ব৷<eot>ডিব্ৰুগড় জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অহা ৭ জুলাইৰ পৰা সন্থাৰ জালান আউটড’ৰ ষ্টেডিয়ামত ২০১৮-১৯ বৰ্ষৰ ছিনিয়ৰ ডিভিজন মনোজ কুমাৰ পাত্ৰ আৰু বগা দাস সোঁৱৰণী আন্তঃক্লাব ফুটবল প্ৰতিযোগিতা অনুষ্ঠ...
ডিব্ৰুগড় ফুটবল শাখাৰ সম্পাদক প্ৰীতম দাসে এই কথা জানিবলৈ দি কয় যে এইবাৰ লীগত মুঠ দহটা দলে চেম্পিয়নৰ খিতাপ দখল কৰাৰ বাবে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব।
প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলগীয়া দলকেইটা ক্ৰমে যোৱা বছৰৰ চেম্পিয়ন ডিব্ৰুগড় ফুটবল ক’চিং চেণ্টাৰ, মিলনজ্যোতি সংঘ, ডিব্ৰুগড় ৰে’লৱে স্প’ৰ্টছ ক্লাব, ৰমাই ফুটবল ক্লাব, জকাই ৰূপজ্যোতি সংঘ, ক্ৰিকেট ক্লাব অব্‌ ডিব্ৰুগড়, চেঙেলীজান ফুটবল ক্লাব আৰু টেঙাখাত সোণোৱাল কছাৰী ফুটবল ক্লাব দল।
ইয়াৰ উপৰি যোৱা বছৰৰ বি ডিভিজনৰ চেম্পিয়ন টেঙাখাত টাউন ক্লাব আৰু ৰানাৰ্ছ আপ ডিব্ৰুগড় ৱেলকাম ফুটবল ক্লাবক এ ডিভিজন লীগলৈ উন্নীত কৰি প্ৰতিযোগিতাত অন্তৰ্ভুক্ত কৰাৰ বিপৰীতে যোৱা বছৰ এ ডিভিজনত নিম্ন মানৰ প্ৰদৰ্শন কৰা অৰুণোদয় উন্নয়ন সমিতি আৰু জালান নগৰ বাগিছা ফুটবল ক্লাবক বি ডিভিজনলৈ অৱনমিত কৰা হৈছে বুলি জানিবলৈ দিয়ে সন্থাই।
লীগ সম্পৰ্কে সবিশেষ জানিব বিচাৰিলে ৭০০২২-০০৯৫১ অথবা ৮৬৩৮৮-৩৯৫৭৬ এই ম’বাইল নম্বৰত যোগাযোগ কৰিব পাৰে বুলিও সম্পাদকগৰাকীয়ে জনায়।
Recent News
“ইয়াত ইতিহাসৰ পুন: বিচাৰ কৰা নহয়”: তাজমহলৰ ঐতিহাসিক তথ্য পুনৰ বিচাৰৰ আবেদন নাকচ উচ্চতম ন্যায়ালয়ৰ
লখিমপুৰ খেৰী হত্যাকাণ্ডৰ গোচৰত আশীষ মিশ্ৰৰ ডিচচাৰ্জ আবেদন নাকচ উচ্চতম ন্যায়ালয়ৰ
ভাৰত জোড়ো যাত্ৰাক উদ্দেশ্যি বিজেপি সমৰ্থকৰ ‘মোদী, মোদী’ ধ্বনি: ‘ফ্লাইং কিছ’-এৰে সঁহাৰি ৰাহুল গান্ধীৰ
ছিংগাপুৰত সফলতাৰে সম্পন্ন লালু প্ৰসাদ যাদৱৰ বৃক্ক সংৰোপণৰ অস্ত্ৰোপচাৰ: জনালে পুত্ৰ তেজস্বীয়ে
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ই...
উল্লেখযোগ্য যে অসম নৱ নিৰ্মাণ সেনা নামৰ সংগঠনটোৱে তথ্য জনাৰ অধিকাৰ আইনৰ জৰিয়তে এই কথা পোহৰলৈ আনিছে।
শিৱসাগৰ জিলা শিক্ষা বিষয়া কাৰ্যালয়ৰ অধীনৰ আমগুৰি শিক্ষাখণ্ডৰ অন্তৰ্গত জামুগুৰি প্ৰাথমিক বিদ্যালয়ত ১৯৮৫ চনৰ এক এপ্ৰিলত যোগদান কৰা এগৰাকী শিক্ষয়িত্ৰীৰ বয়স জন্ম বয়স ১ এপ্ৰিল, ১৯৬৯।
এতিয়া মন কৰিব লগীয়া যে শিক্ষয়িত্ৰী গৰাকীয়ে চাকৰিত যোগদান কৰোতে উল্লেখ কৰা অনুসৰি যোগদানৰ সময়ছোৱাত তেওঁৰ বয়স হ’ব ১৬ বছৰ।
৫৬২ নং নৰাকোঁৱৰ বাইলুং এল পি স্কুলৰ এজন শিক্ষকে ১৯৯৬ চনৰ ২৭ জানুৱাৰীত যোগদান কৰোতে তেওঁৰ জন্মৰ তাৰিখ দিয়া আছে ২ মাৰ্চ, ১৯৭৯। এই অনুসৰি সেই সময়ত তেওঁৰ বয়স ১৬ বছৰ।
এনেদৰেই শিৱসাগৰ জিলাৰ আমগুৰি শিক্ষাখণ্ডৰ অধীনৰ কেইবাখনো বিদ্যালয়ত জালিয়াতিৰে ১৫/১৬ বছৰ বয়সতে শিক্ষকতাৰ চাকিৰ লোৱাৰ কথা পোহৰলৈ আহিছে।
আনহাতে যোৱা ৫ অক্টোবৰত প্ৰশান্ত শইকীয়া নামৰ এজন ব্যক্তিয়ে শিৱসাগৰ সদৰ থানাত এই অনিয়ম তথা জালিয়াতি সন্দৰ্ভত এজাহাৰ দাখিল কৰে।
আৰু পিছত শইকীয়াই দাখিল কৰা এজাহাৰৰ ওপৰত ভিত্তি কৰি আৰক্ষীয়ে ১০৩৬/১৮ নম্বৰত গোচৰ ৰুজু কৰি এই জালিয়াতি সন্দৰ্ভত অনুসন্ধান অব্যাহত ৰাখিছে।
ইফালে নৱ নিৰ্মাণ সেনাই এই জালিয়াতিৰ সন্দৰ্ভত এই উচিত তদন্ত কৰাৰৰ বাবে আহ্বান জনোৱাৰ লগতে শিৱসাগৰ জিলাৰ শিক্ষা বিভাগত বিভিন্ন সময়ত হোৱা নিযুক্তি সন্দৰ্ভত দুৰ্নীতিৰ দাবী তুলি শিক্ষা মন্ত্ৰী, মুখ্য মন্ত্ৰীলৈ তথ্যসহ ইয়াৰ প্ৰতিলিপি প্ৰেৰণ কৰে।
Recent News
চাৰ্ভাইকেল স্পণ্ডাইল’ছিছ কি জানো আহক
বিমানৰ ইঞ্জিনত প্ৰথম হাইড্ৰ’জেন ইন্ধন; সফল পৰীক্ষাৰ দাবী ৰোলছ ৰয়েছৰ
এই ৰেগিঙৰ বাবে কোন দায়ী?
কেবিনেটৰ সিদ্ধান্ত: গুৱাহাটীত হ’ব আৰু তিনিখন নতুন উৰণীয়া সেঁতু
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ই...
নগাঁও বিধানসভা সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাৰ নাম লোকসভা সমষ্টিৰ বাবে চূড়ান্ত হোৱাৰ খবৰ ইতিমধ্যে সংবাদ মাধ্যমত প্ৰকাশ পাই আহিছে যদিও দলটোৱে আনুষ্ঠানিকভাৱে প্ৰাৰ্থীৰ নাম ঘোষণা কৰা নাছিল।
নগাওঁ সমষ্টিত বিজেপি প্ৰাৰ্থীৰ নাম ঘোষণা নকৰাৰ বাবে বিভিন্ন মহলত নতুন চৰ্চাই স্থান পাইছিল আৰু আনকি বৰ্তমানৰ সাংসদ ৰাজেন গোঁহাইক পুনৰ প্ৰাৰ্থিত্ব দিয়াৰ সম্ভাৱনাও প্ৰকাশ পাইছিল।
বিজেপিৰ শেহতীয়া প্ৰাৰ্থী তালিকা
উল্লেখযোগ্য যে যৌন কেলেংকাৰিৰ এটা গোচৰ চলি থকাৰ বাবে সাংসদ গোহাঁয়ে নিজেই প্রতিদ্বন্দ্বিতা নকৰাৰ কথাও ঘোষণা কৰিছিল। কিন্তু সোমবাৰে সাংসদ গোঁহাইৰ গোচৰটোত উচ্চ ন্যায়ালয়ে গোঁহাইক সকাহ দিয়াৰ পৰিপ্ৰেক্ষিতত প্ৰাৰ্থিত্বৰ বাবে ৰাজেন গোঁহাইৰ নাম পুনৰ চৰ্চালৈ আহিছিল। আনকি, সোমবাৰে গোঁহায়ে মনোনয়ন পত্ৰ সংগ্ৰহ কৰি এই চৰ্চাক অধিক গতি...
অসমত দ্বিতীয় পৰ্যায়ত অৰ্থাৎ অহা ১৮ এপ্ৰিলত নিৰ্বাচন অনুষ্ঠিত হ’বলগীয়া নগাঁও সমষ্টিত বিজেপিয়ে বিধায়ক ৰূপক শৰ্মাকে প্ৰাৰ্থিত্ব প্ৰদান কৰি সকলো জল্পনা-কল্পনাৰ ওৰ পেলালে।
উল্লেখযোগ্য যে সমষ্টিটোত কংগ্ৰেছে ইতিমধ্যে প্ৰাক্তন মন্ত্ৰী তথা দলৰ এগৰাকী জ্যেষ্ঠ নেতা প্ৰদ্যুৎ বৰদলৈক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে। এতিয়া বিজেপিৰ প্ৰাৰ্থী ঘোষণাৰ লগে লগে সমষ্টিটোত নিৰ্বাচনী প্ৰচাৰৰ যুঁজখন আকৰ্ষণীয় হৈ উঠিব বুলি আশা কৰা হৈছে।
Recent News
বিশ্বকাপত অংশগ্ৰহণ কৰা দেশৰ ফুটবলাৰসকলৰ পৰিয়ালক ভাবুকি দিছে ইৰানে!
চীনে ইন্ধন সুৰক্ষাৰ ক্ষেত্ৰত ৰাছিয়াৰ সৈতে গভীৰ সম্পৰ্ক গঢ়ি তুলিব: জি জিনপিং
চাৰ্ভাইকেল স্পণ্ডাইল’ছিছ কি জানো আহক
বিমানৰ ইঞ্জিনত প্ৰথম হাইড্ৰ’জেন ইন্ধন; সফল পৰীক্ষাৰ দাবী ৰোলছ ৰয়েছৰ
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ই...
একাদশ ৰুদ্ৰ বুলি ক'লে ৰুদ্ৰ দেৱতাৰ এঘাৰটা ৰূপ আৰু অনুগামীসকলক বুজায়। এইসকলৰ পৰম্পৰাসমূহ শিৱৰ সৈতে জড়িত হৈ আছে। বৈদিক পন্থা অনুসৰি এই সকল তেত্ৰিশ কৌটি দেৱতাৰ ভিতৰত এঘাৰজন দেৱতা এইসকলে গঠন কৰে।[1] কেতিয়াবা কেতিয়াবা মাৰুত বুলি পৰিচিত ধুমুহাৰ দেৱতাসকলৰ সৈতেও সম্পৰ্কিত বুলি কোৱা হয়, আনহাতে কেতিয়াবা আকৌ পৃথক বুলি গণ্য ...
বামন পুৰাণত ৰুদ্ৰসকলক কাশ্যপ আৰু অদিতিৰ পুত্ৰ বুলি বৰ্ণনা কৰা হৈছে যদিও মৰুৎসকলক ৰুদ্ৰতকৈ অদিতিৰ ভগ্নী দিতিৰ ৪৯জন পুত্ৰ আৰু ইন্দ্ৰৰ পৰিচাৰক হিচাপে ৰুদ্ৰৰ পৰা পৃথকভাৱে বৰ্ণনা কৰা হৈছে।[3]
জন্ম আৰু নাম[সম্পাদনা কৰক]
ৰামায়ণত কোৱা হৈছে যে ৰুদ্ৰসকল কাশ্যপ ঋষি আৰু তেওঁৰ পত্নী অদিতিৰ ৩৩জন সন্তানৰ ভিতৰত এঘাৰজন সন্তান, লগতে ১২জন আদিত্য, ৮জন বসু আৰু ২জন আশ্বিন, যিয়ে তেত্ৰিশপ্ৰকাৰৰ দেৱতা গঠন কৰে।[4] বামন পুৰাণতো ৰুদ্ৰসকলক কাশ্যপ আৰু অদিতিৰ পুত্ৰ বুলি বৰ্ণনা কৰা হৈছে।[2] মৎস্য পুৰাণ অনুসৰি সুৰভি (সকলো গৰুৰ মাতৃ আৰু "প্ৰাচুৰ্যৰ গাই") আছিল ...
নিৰিতি
শম্ভু
অপৰাজিতা
মৃগব্যধ
কাপৰ্দি
দহন
খাৰা
অহিৰব্ৰধ্যা
কাপালি
পিঙ্গল
সেনানী