text stringlengths 0 188k |
|---|
তথ্যসূত্ৰ[সম্পাদনা কৰক] |
↑ 1.0 1.1 1.2 1.3 1.4 1.5 1.6 Hopkins pp. 172-3 |
↑ 2.0 2.1 2.2 2.3 2.4 2.5 Daniélou, Alain (1991). The myths and gods of India. Inner Traditions International. পৃষ্ঠা. 102–4, 341, 371. ISBN 0-89281-354-7. https://archive.org/details/mythsgodsofindia00dani/page/102. |
↑ Mani pp. 489-90 |
↑ 4.0 4.1 4.2 Mani pp. 654–5 |
↑ 5.0 5.1 A Taluqdar of Oudh (2008). The Matsya Puranam. The Sacred books of the Hindus. 2. Cosmo Publications for Genesis Publishing Pvt Ltd.. পৃষ্ঠা. 74–5, 137. ISBN 978-81-307-0533-0. |
↑ Hopkins p. 173 |
↑ Radhakrishan, S. (1977). "Verse 10.23". The Bhagavadgita. Blackie & Son (India) Ltd.. পৃষ্ঠা. 263. |
"https://as.wikipedia.org/w/index.php?title=একাদশ_ৰুদ্ৰ&oldid=332745"ৰ পৰা অনা হৈছে |
শ্ৰেণী: |
হিন্দুধৰ্মৰ দেৱ দেৱী |
এই পৃষ্ঠাখন ০৯ ছেপ্টেম্বৰ, ২০২২ তাৰিখে ১০:৫০ বজাত অন্তিম সংশোধন কৰা হৈছিল। |
লেখাবোৰ ক্ৰিয়েটিভ কমন্স এট্ৰিব্যুশ্বন/শ্বেয়াৰ-এলাইক লাইচেঞ্চৰ অন্তৰ্গত; ইয়াৰ লগতে আনুষঙ্গিক নিয়মাৱলী যোগ হ'ব পাৰে। ব্যৱহাৰৰ চৰ্তবোৰ বিতংকৈ চাওক।<eot>ডিজিটেল ডেস্ক : প্ৰায় ১৫.৭৬ লাখ মাটিৰ বন্তিৰে জিলিকি উঠিল ৰামৰ জন্মভূমি অযোধ্যা । উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ চৰকাৰৰ 'দীপোৎসৱ' উপলক্ষ্যে সজাই পৰাই তোলা হ... |
ইয়াৰ ওপৰিও অযোধ্যা বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থী আৰু অধ্যাপক সকলেও যোগদান কৰে এই কাৰ্যসূচীত । এটিৰ পাছত আন এটিকৈ ১৫ লাখতকৈও অধিক বন্তি প্ৰজ্বলন কৰা হয় জয় শ্ৰী ৰাম ধ্বনিৰে । |
তাৰ পাছতেই উত্তৰ প্ৰদেশৰ মুখ্য মন্ত্ৰী যোগী আদিত্যনাথক গীনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডছৰ প্ৰমাণপত্ৰ প্ৰদান কৰা হয় নৰেন্দ্ৰ মোডীৰ উপস্থিতিত । |
উল্লেখ্য যে, ২০১৭ চনত প্ৰথমবাৰৰ বাবে ১.৭৬ লাখ বন্তি প্ৰজ্বলনেৰে উত্তৰ প্ৰদেশত দীপোৎসৱৰ আৰম্ভণি কৰা হৈছিল আৰু তাৰ পাছৰে পৰাই প্ৰত্যেক বছৰেই বৃদ্ধি হৈ গৈছিল মাটিৰ বন্তিৰ সংখ্যা । ২০১৮ বৰ্ষত ৩.০১ লাখ, ২০১৯ বৰ্ষত ৪.০৪ লাখ, ২০২০ বৰ্ষত ৬.০৬ লাখ আৰু ২০২১ বৰ্ষত ৯.৪১ লাখ মাটিৰ বন্তিৰে পোহৰাই তোলা হৈছিল চহৰ খনক ।<eot>W7S, NEWS, ... |
লকডাউন অবিহনে ক'ভিডৰ সংক্ৰমণ ৰোধ কৰা সম্ভৱ নহয় বুলি পৰামৰ্শ দিছে। গতিক ক'ভিডৰ সংক্ৰমণ ৰোধৰ বাবে লকডাউন প্ৰয়োজনীয়তাৰ কথা দোহাৰে। দেশৰ অৰ্থনীতিত লকডাউনৰ প্ৰভাৱ পৰাৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰক এইক্ষেত্ৰত আগতীয়া ব্যৱস্থা লবলৈ উচ্চতম ন্যায়ালয়ে আহ্বান জনাইছে। |
Share This |
About W7S News |
By W7S News at May 03, 2021 |
Email ThisBlogThis!Share to TwitterShare to FacebookShare to Pinterest |
No comments: |
Post a Comment |
Newer Post Older Post Home |
Subscribe to: Post Comments (Atom) |
Post Bottom Ad |
Responsive Ads Here |
Author Details |
Templatesyard is a blogger resources site is a provider of high quality blogger template with premium looking layout and robust design. The main mission of templatesyard is to provide the best quality blogger templates which are professionally designed and perfectlly seo optimized to deliver best result for your blog. |
Facebook |
Powered by Blogger. |
Search |
শেহতীয়া |
জনপ্ৰিয় |
গুৱাহাটীত উত্তৰ-পূবৰ প্ৰথমটো ডাইৰেক্ট ছাৰ্ভিচ চেণ্টাৰ মুকলি এলজি ইলেকট্ৰ'নিক্সৰ |
W7s news ষ্টাফৰিপোৰ্টাৰ ঃ ভাৰতৰ আগশাৰীৰ উপভোক্তা বহনক্ষম ব্লেণ্ড এল জি ইলেকট্রনিক্সে মঙলবাৰে গুৱাহাটীত উত্তৰ-পূবৰ ৰাজ্যসমূহৰ প্ৰথমটো ডাইৰে... |
আই এ এছ এছ টিত অত্যাধুনিক যন্ত্ৰপাতিৰ প্ৰশিক্ষণ আৰু প্ৰদৰ্শন কাৰ্যসূচী আৰম্ভ |
W7s news গুৱাহাটী : ভাৰত চৰকাৰৰ বিজ্ঞান আৰু প্ৰযুক্তি বিভাগৰ অধীনৰ গুৱাহাটীৰ পশ্চিম বৰাগাঁওস্থিত ইনষ্টিটিউট অফ এডভান্স চায়েন্স এণ্ড টেকন&#... |
ব্ৰহ্মকুমাৰী'জৰ উদ্যোগত কাঁহিকুছিত আত্মনির্ভৰ কৃষক অভিযান ; কৃষক -কৃষি বিজ্ঞানীক সম্বৰ্ধনা |
W7s news গুৱাহাটী : ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰণালয়ৰ আৰ্থিক সাহায্যত , ব্ৰহ্মকুমাৰীজ'ৰ ৰাজযোগ শিক্ষা আৰু গৱেষণা ফাউণ্ডেশ্যনৰ কৃষি আ... |
গুণোৎসৱ ২০২২: গুণগত আৰু উন্নত শিক্ষাৰ দিশত এক সবল খোজ |
১১ মে'ৰপৰা ৪ জুনলৈ ৰাজ্যজুৰি অনুষ্ঠিত হ'ব গুণোৎসৱ ২০২২ W7s news ষ্টাফৰিপোৰ্টাৰ: ক'ভিড-১৯ পৰিস্থিতিয়ে প্ৰভাৱান্বিত কৰা অসমৰ শিক... |
চাৰিদিনীয়া INTCON এক্সপ’ গুৱাহাটী ২০২২ ৰ শুভাৰম্ভ |
W7s news গুৱাহাটী: ইন্টেৰিঅ’ৰ ডিজাইন আৰু নিৰ্মাণ খণ্ডৰ বাবে আৰম্ভ হ’ল চাৰিদিনীয়া (২৫-২৮ আগষ্ট, দিনৰ ১১ বজাৰ পৰা ৭ বজালৈ) অনন্য INTCON এক্স... |
মন্তব্য |
Archive |
Archive December (21) November (61) October (116) September (171) August (129) July (140) June (134) May (116) April (103) March (103) February (81) January (44) December (106) November (84) October (128) September (149) August (157) July (182) June (110) May (148) April (107) March (44) February (2) |
Sponsor |
AD BANNER |
সাহিত্য |
Tags |
- অসম আন্তঃৰাষ্ট্ৰীয় উত্তৰ-পূৰ্বাঞ্চল ক্ৰীড়া গুৱাহাট গুৱাহাটী গুৱাহাটী- গুৱাহাটী-ব্যবসায়-বাণিজ্য গুৱাহাটী-ব্যৱসায়-বাণিজ্য গুৱাহাটী' চিত্ৰ-আলোকচিত্ৰ পৰ্যটন ফেশ্বন ফেশ্যন বৰাক বলিউড বসায়-বাণিজ্য ব্যবসায়-বাণিজ্য ব্যৱসায় ব্যৱসায়-বাণিজ্য ভাৰত ভিডিঅ’ মনোৰঞ্জন ৰাজনীতি ৰাষ্ট্ৰীয় শিক্ষা সাহিত্য স্বাস্থ্য<eot>গ্ৰেপ্তাৰৰ পূৰ্বে আ... |
Sanjay Pareek |
Updated: 1-Apr-20 @ 11:53 |
WhatsApp |
Viber |
Facebook |
Twitter |
Linkedin |
Email |
Print |
Telegram |
WhatsApp |
Viber |
Facebook |
Twitter |
Linkedin |
Email |
Print |
Telegram |
কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা অখিল গগৈক পুনৰ গ্ৰেপ্তাৰ ডিব্ৰুগড় আৰক্ষীৰ। চাবুৱা থানাৰ ২৮৯/ ১৯ নম্বৰৰ গোচৰত গ্ৰেপ্তাৰ কৰে KMSSৰ নেতাগৰাকীক। আজি গোচৰ সন্দৰ্ভত শিৱসাগৰ জিলা কাৰাগাৰত ভিডিঅ’ কনফাৰেঞ্চিংযোগে আছিল শুনানি। কিন্তু শুনানিৰ পূৰ্বেই ডিব্ৰুগড় আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে অখিল গগৈক। |
ইফালে কোনো ৱাৰেণ্ট নোহোৱাকৈ গ্ৰেপ্তাৰ কৰাক লৈ অখিলৰ লগতে অখিল গগৈৰ অধিবক্তাৰ প্ৰতিক্ৰিয়া। গ্ৰেপ্তাৰ কৰিবলৈ অহা আৰক্ষীক জবাবদিহি অখিল গগৈৰ। লক ডাউন মানি চলিবলৈ অসমৰ ৰাইজলৈ আহ্বান৷ চাহ-বাগিচা মুকলি কৰা চৰকাৰৰ সিদ্ধান্তক ভুল সিদ্ধান্ত বুলি ক’লে কৃষক মুক্তিৰ নেতাগৰাকীয়ে। |
‘অসমীয়া মানুহে লক ডাউন মানিবলৈ সহজ৷ আই ওলালে এনেও অসমীয়া সমাজত নিজকে আঁতৰাই ৰখাতো পৰম্পৰা অনুসৰি নিয়ম আছেই৷ সেয়ে অসমীয়া ৰাইজৰ বাবে লকডাউন মানি চলাতো জটিল নহয়৷’- লকডাউন সন্দৰ্ভত এই মন্তব্য অখিল গগৈৰ। গ্ৰেপ্তাৰৰ পূৰ্বে আৰক্ষীক অখিল গগৈয়ে ক’লে- ‘সামাজিক দূৰত্ব মানি চলক, মোক হাতত নধৰিব, মোৰ জ্বৰ হৈ আছে।’ |
সংবাদ মাধ্যমলৈ দুপৃষ্ঠাৰ পত্ৰ অখিলৰ। জেল আৰু চাহ-বাগিচাত কৰ’ণা সংক্ৰমন হোৱাতো তেনেই সহজ ৷ এই দিশত চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিব লাগে। কা বিৰোধী আন্দোলনত আজিও অটল অখিল৷ কা বিৰোধ কৰাতো যদি দেশদ্ৰোহীতা তেন্তে তেনে অপৰাধ হাজাৰ বাৰ কৰিব বুলিও ক’লে অখিল গগৈয়ে। ১৭ মাৰ্চত শিৱসাগৰত গ্ৰেপ্তাৰ কৰা হৈছিল অখিল গগৈক। |
Photo: Time8 |
Published: |
1-Apr-20 @ 11:48 |
Tags |
assam |
Akhil Gogoi |
Dibrugarh Police |
অসম |
KMSS |
ডিব্ৰুগড় আৰক্ষী |
3 COMMENTS |
Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time<eot>মন্টি হলৰ নিচিনাকৈয়ে এইটোও সম্ভাৱিতা তত্ত্বৰ লগত জড়িত অন্য এটা প্ৰশ্ন। এইবাৰ আপুনি পোনে পোনে সঠিক উত্তৰটো নিদিলেও হ’ব; কিন্তু একে উশাহে উত্তৰটো জনাৰ পূৰ্বে আপোনাৰ মতে উত্তৰ... |
ধৰক এটা পাৰ্টী অনুষ্ঠানত কেইজনমান মানুহ লগ হৈছে। আপুনি নাজানে কাৰ জন্মদিন কেতিয়া। এতিয়া কওঁকচোন, পাৰ্টীটোত কিমানজন মানুহ উপস্থিত থাকিলে অন্ততঃ দুজন মানুহৰ জন্মদিন একে বুলি সম্পূৰ্ণৰূপে নিশ্চিত হ’ব পাৰিব? মানে গাণিতিকভাৱে ক’বলৈ গ’লে ১০০% নিশ্চিত হ’ব পাৰিব? |
এইটো বৰ এটা টান প্ৰশ্ন নহয়। হয়তো গম পাইছেই যে মুঠ ৩৬৬জন মানুহ থাকিলেহে দুজন মানুহৰ জন্মদিন একে হ’ব বুলি সম্পূৰ্ণৰূপে নিশ্চিত হ’ব পৰা যাব। কাৰণ প্ৰত্যেকৰে জন্মদিনটো বেলেগ বেলেগ বুলি ধৰি ল’লেও বছৰৰ ৩৬৫টা দিনত ৩৬৫জন মানুহৰহে বেলেগ বেলেগ জন্মদিন হ’ব পাৰে। ৩৬৬জন মানুহ থাকিলে অন্ততঃ দুটা তাৰিখ একে হ’বই লাগিব। আমি ইয়াত বছৰটো ... |
এইখিনি কথা আগতীয়াকৈ জানি লোৱাৰ পিছত এতিয়াহে আচল প্ৰশ্নটো আৰম্ভ হৈছে। প্ৰশ্নটো হ’ল- পাৰ্টীটোত কিমানজন মানুহ উপস্থিত থাকিলেনো দুজন মানুহৰ জন্মদিন একে হোৱাৰ ৫০% সম্ভাৱনা থাকিব? লেখাটো পঢ়া বন্ধ কৰি কিছু সময় মনতে ভাবক। |
ইয়াৰ গাণিতিকভাৱে সঠিক মানটো উলিয়াবলৈ কিছু গণনা কৰাৰ প্ৰয়োজন হ’ব। কিন্তু আপোনাৰ স্বাভাৱিক বিচাৰ-বুদ্ধিৰ পৰা ইয়াৰ উত্তৰটো কিমান হ’ব পাৰে বুলি মনলৈ আহিছে বাৰু? ……… উত্তৰটো হ’ল যে আপুনি দুজন মানুহৰ জন্মদিন একে হোৱাটো ৫০% নিশ্চিত হ’বলৈ মাত্ৰ ২৩জন মানুহ থাকিলেই হয়। আচৰিত যেন লাগিছেনে? ১০০% নিশ্চিতিৰ বাবে ৩৬৬জন, অথচ ৫০% নিশ্চ... |
এইখিনিতে আন এটা প্ৰশ্ন কৰি চাওঁ। প্ৰথমে ১০০% নিশ্চিত হ’বলৈ ৩৬৬জন মানুহৰ প্ৰয়োজন হয় বুলি বাৰু বুজি ল’লোঁ। এতিয়া কিমানজন মানুহ উপস্থিত থাকিলেনো আমি ৯৯.৯% নিশ্চিত হ’ব পাৰিম? |
প্ৰশ্নটো বাৰু প্ৰায় একেই নহ’লনে! অলপতে ১০০% আৰু এইবাৰ ৯৯.৯%? যেন এইমাত্ৰ আপোনাৰ ওজন জুখি ল’লোঁ আৰু তাৰপিছত আপোনাৰ চুলিখিনি কটাই পুনৰবাৰ ওজন জোখাৰ কথা কৈছোঁ। চুলি কটালেওনো ওজনত কিমানখিনি হেৰফেৰ হ’ব! কিন্তু আচৰিত কথাটো হ’ল যে আপুনি দুজন মানুহৰ জন্মদিন একে বুলি ৯৯.৯% নিশ্চিত হ’বলৈ মাত্ৰ ৭০জন মানুহৰ আৱশ্যক। অৰ্থাৎ পাৰ্টী এ... |
এতিয়া স্বাভাৱিকতেই মনলৈ আহিব, কিয়নো এনে হ’ল? দ্বাদশ শ্ৰেণীৰ পৰ্য্যায়ত পঢ়িবলগীয়া চৰ্তাধীন সম্ভাৱিতাৰ (Conditional probability) দৰে বিষয়ৰ সৰল সূত্ৰ ব্যৱহাৰ কৰি সমস্যাটো বুজিব পাৰি। তেনে সূত্ৰৰ সহায় লৈয়ে আমি ইয়াত সমস্যাটো সহজভাৱে বুজিবলৈ চেষ্টা কৰিম। |
প্ৰথমে এটা মুদ্ৰা টছ কৰাৰ কথাটোকে মন কৰি চাওঁ আহক। মুদ্ৰা এটা টছ কৰোতে হে’ড বা টে’ইল পৰাৰ সম্ভাৱিতা সমান সমান। গতিকে মুদ্ৰা এটা টছ কৰিলে হে’ড পৰাৰ সম্ভাৱিতা ঠিক আধা। অৰ্থাৎ ইয়াৰ গাণিতিক মান ১/২, বা শতাংশৰ জোখত ৫০%। একেদৰে যদি মুদ্ৰাটো দুবাৰকৈ টছ কৰোঁ, তেন্তে দুয়োবাৰতে হে’ড পৰাৰ মুঠ সম্ভাৱিতা ১/৪। কথাটো কেনেকৈ গম পালোঁ?... |
এতিয়া সাধাৰণভাৱে জন্মদিনৰ সমস্যাটোৰ ভিতৰত মূৰ সুমুৱাবলৈ যত্ন কৰি চাওঁ আহক। ধৰি লওক পাৰ্টী অনুষ্ঠানটোত মাত্ৰ দুজনেই মানুহ আছে। তেতিয়া কি হ’ব? যদি দুজন মানুহৰ এজনৰ জন্মদিনটো নিৰ্দিষ্টকৈ ধৰি লওঁ, দুয়োৰে জন্মদিন একে হ’বলৈ দ্বিতীয়জনৰ জন্মদিনটোও ঠিক আগৰজনৰ দিনটোৱেই হ’ব লাগিব। গতিকে এইক্ষেত্ৰত বছৰৰ ৩৬৫টা দিনৰ মাত্ৰ সেই নিৰ্দি... |
এতিয়া তিনিজন মানুহৰ ক্ষেত্ৰত কথাটো ভাবি চাওক। এইবাৰো প্ৰথম মানুহজনৰ জন্মদিনটো নিৰ্দিষ্টকৈ ধৰি ল’লোঁ। গতিকে দ্বিতীয় বা তৃতীয়- দুয়োজনৰে জন্মদিনটো প্ৰথমজনৰ জন্মদিনৰ লগত একে হয়নে নহয়, চাব লাগিব। আকৌ দ্বিতীয় আৰু তৃতীয়জনৰ জন্মদিন দুটা একে হয়নে নহয়, সেইটোও পৰীক্ষা কৰিব লাগিব। |
গতিকে অনুষ্ঠানটোত দহজন মানুহ থাকিলে প্ৰথমজন মানুহৰ জন্মদিন দ্বিতীয়জনৰ লগত একে হ’ব পাৰে; তৃতীয়, চতুৰ্থ, পঞ্চম বা একেবাৰে দশমজনৰ লগতো একে হ’ব পাৰে। একেদৰে দ্বিতীয়জনৰ জন্মদিনো বাকী যিকোনো এজনৰ লগত একে হ’ব পাৰে। গতিকে জন্মদিন একে হোৱাৰ সম্ভাৱিতা নিৰ্ণয় কৰিবলৈ আমি বহুবোৰ সম্ভাৱিতা একেলগে বিচাৰ কৰি চাব লাগিব। ফলত ইয়াৰ মান নি... |
এতিয়া মানুহকেইজনৰ কাৰোবাৰ জন্মদিন হয় একে হ’ব, অথবা সকলোৰে বেলেগ বেলেগ হ’ব; এই দুটাৰ কিবা এটাতো হ’বই লাগিব। গতিকে ইয়াৰে যিকোনো এটা হোৱাৰ মুঠ সম্ভাৱিতা ১, বা শতাংশৰ হিচাপত ১০০%। ইয়াক আমি এনেদৰে প্ৰকাশ কৰিব পাৰোঁ- |
অন্ততঃ দুজন মানুহৰ জন্মদিন একে হোৱাৰ সম্ভাৱিতা + সকলোৰে জন্মদিন বেলেগ বেলেগ হোৱাৰ সম্ভাৱিতা = ১৷ |
গতিকে একে হোৱাৰ সম্ভাৱিতা উলিয়াবলৈ প্ৰথমে কোনোৰে জন্মদিন একে নোহোৱাৰ সম্ভাৱিতা উলিয়াই ১ ৰ পৰা বিয়োগ কৰিলেই হ’ল। প্ৰথমে আমি কাৰো জন্মদিন একে নোহোৱা, বা আন কথাত সকলোৰে জন্মদিন বেলেগ বেলেগ হোৱাৰ সম্ভাৱিতাটোকে উলিয়াই ল’ম। |
Subsets and Splits
No community queries yet
The top public SQL queries from the community will appear here once available.