text
stringlengths
0
188k
গুণোৎসৱ ২০২২: গুণগত আৰু উন্নত শিক্ষাৰ দিশত এক সবল খোজ
১১ মে'ৰপৰা ৪ জুনলৈ ৰাজ্যজুৰি অনুষ্ঠিত হ'ব গুণোৎসৱ ২০২২ W7s news ষ্টাফৰিপোৰ্টাৰ: ক'ভিড-১৯ পৰিস্থিতিয়ে প্ৰভাৱান্বিত কৰা অসমৰ শিক...
চাৰিদিনীয়া INTCON এক্সপ’ গুৱাহাটী ২০২২ ৰ শুভাৰম্ভ
W7s news গুৱাহাটী: ইন্টেৰিঅ’ৰ ডিজাইন আৰু নিৰ্মাণ খণ্ডৰ বাবে আৰম্ভ হ’ল চাৰিদিনীয়া (২৫-২৮ আগষ্ট, দিনৰ ১১ বজাৰ পৰা ৭ বজালৈ) অনন্য INTCON এক্স...
আই এ এছ এছ টিত অত্যাধুনিক যন্ত্ৰপাতিৰ প্ৰশিক্ষণ আৰু প্ৰদৰ্শন কাৰ্যসূচী আৰম্ভ
W7s news গুৱাহাটী : ভাৰত চৰকাৰৰ বিজ্ঞান আৰু প্ৰযুক্তি বিভাগৰ অধীনৰ গুৱাহাটীৰ পশ্চিম বৰাগাঁওস্থিত ইনষ্টিটিউট অফ এডভান্স চায়েন্স এণ্ড টেকন&#...
মন্তব্য
Archive
Archive November (55) October (116) September (171) August (129) July (140) June (134) May (116) April (103) March (103) February (81) January (44) December (106) November (84) October (128) September (149) August (157) July (182) June (110) May (148) April (107) March (44) February (2)
Sponsor
AD BANNER
সাহিত্য
Tags
অসম আন্তঃৰাষ্ট্ৰীয় উত্তৰ-পূৰ্বাঞ্চল ক্ৰীড়া গুৱাহাট গুৱাহাটী গুৱাহাটী- গুৱাহাটী-ব্যবসায়-বাণিজ্য গুৱাহাটী-ব্যৱসায়-বাণিজ্য গুৱাহাটী' চিত্ৰ-আলোকচিত্ৰ পৰ্যটন ফেশ্বন ফেশ্যন বৰাক বলিউড বসায়-বাণিজ্য ব্যবসায়-বাণিজ্য ব্যৱসায় ব্যৱসায়-বাণিজ্য ভাৰত ভিডিঅ’ মনোৰঞ্জন ৰাজনীতি ৰাষ্ট্ৰীয় শিক্ষা সাহিত্য স্বাস্থ্য<eot>ডিজিটেল সংবাদ, গৰৈমাৰ...
ইপিনে পৰিয়ালৰ লোকে বিভিন্ন ঠাইত বিচাৰ-খোচাৰ কৰিও মহিলাগৰাকীৰ কোনো সন্ধান উলিয়াব পৰা নাই৷ ৪.৪ ফুট দৈৰ্ঘ্যৰ মিঠা বৰণৰ মহিলাগৰাকী নিৰুদ্দেশৰ সময়ত শাৰী পৰিধান কৰিছিল৷ নিৰুদ্দেশ সন্দৰ্ভত পৰিয়ালৰ লোকে মঙলবাৰে জামবাৰী আৰক্ষী চকীত এখন এজাহাৰ দাখিল কৰা বুলি জানিব পৰা গৈছে৷
কোনো সচেতন ব্যক্তিয়ে নিৰুদ্দিষ্ট মহিলাগৰাকীৰ সন্ধান পালে ওচৰৰ আৰক্ষী থানা নতুবা ৮৬৩৮০-২৮২৫২ ম'বাইল নম্বৰত যোগাযোগ কৰিবলৈ পৰিয়ালৰ লোকে অনুৰোধ জনাইছে৷<eot>উজনি অসমৰ নাহৰচুকবাৰী চাহ বাগিচাৰ পৰা অহা গ’ল্ডেন পাৰ্ল নামৰ এক বিশেষ চাহ প্ৰতি কিলোগ্ৰামত ৯৯,৯৯৯ টকাৰ অভিলেখ মূল্যত বিক্ৰী হৈছে গুৱাহাটী চাহ নিলাম কেন্দ্ৰ (GTAC) ত।
এই বিশেষ চাহবিধ জিটিএচিত পাৰ্কন (ইণ্ডিয়া) প্ৰাইভেট লিমিটেডে বিক্ৰী কৰিছিল। ইয়াৰ দ্বাৰা কেইসপ্তাহমান পূৰ্বে মনোহৰী চাহ ইষ্টেটৰ দ্বাৰা GTAC ত স্থাপিত অভিলেখ মূল্য স্পৰ্শ কৰে।
যোৱা বছৰ ডিচেম্বৰত GTAC ত “মনোহৰী গোল্ড” নামৰ এক বিশেষ চাহ সৰ্বকালৰ সৰ্বাধিক অভিলেখ মূল্য ৯৯,৯৯৯ টকা প্ৰতি কিলোগ্ৰামত বিক্ৰী কৰা হৈছিল।
এই চাহবিধ স্থানীয় ক্ৰেতা অসম চাহ ব্যৱসায়ীয়ে ক্ৰয় কৰিছিল।
নাহৰচুকবাৰী চাহৰ এই কাৰখানাটো ডিব্ৰুগড় বিমানবন্দৰৰ ওচৰৰ লাহোৱালত অৱস্থিত। কাৰখানাটো এএফটি টেকনো ট্ৰেডৰ মালিকানাধীন আৰু ২০১৮ চনত তিনিজন অংশীদাৰ- নুৰ আলম খান, ইমৰান খান আৰু আছলাম খানৰ দ্বাৰা প্ৰতিষ্ঠা কৰা হৈছিল।
ইকৰা গাঁৱৰ নাহৰচুকৰ এই পূৰ্বৰ ক্ষুদ্ৰ চাহ খেতিয়কসকলে তেওঁলোকৰ ক্ষুদ্ৰ চাহ খেতিয়কৰ গোটৰ পৰা অসমৰ সৰ্বশ্ৰেষ্ঠ চাহ উৎপাদন কৰাৰ সপোন দেখিছে।
তেওঁলোকে শেহতীয়াকৈ GTAC ত পঞ্জীয়ন কৰিছে আৰু একে ব্ৰেণ্ড নামৰ নিলামত তেওঁলোকৰ CTC চাহ বিক্ৰী কৰিব।
Recent News
আমেৰিকাৰ জনপ্ৰিয় গায়িকা, অভিনেত্ৰী লেডী গাগাৰ কুকুৰ চুৰিত অভিযুক্তক ২১ বছৰৰ কাৰাদণ্ড
সোণাৰীত থানাৰ ভিতৰতে আৰক্ষী কনিষ্টবলৰ গুলীত নিহত সতীৰ্থ কনিষ্টবল
কাক ভোট দিলে নৰেন্দ্ৰ মোডীৰ পত্নী যশোদাবেনে?
কলেজীয়া দিনত হাত খৰচ উলিয়াবলৈ কি কাম কৰিছিল দেশৰ মুখ্য ন্যায়াধীশ চন্দ্ৰচূড়ে? জনালে নিজেই
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ই...
ইয়াৰ মাজতে একাংশ লোকে ঘৰৰ পৰা বাহিৰলৈ ওলাবলৈ চেষ্টা চলাইছিল যদিও আৰক্ষীয়ে তৎপৰতাৰে তেওঁলোকক উভতাই পঠিয়ায়। আনহাতে এই সময়ছোৱাত যাতে খাদ্য সামগ্ৰীৰ অভাৱত পৰিবলগীয়া নহয় তাৰ বাবে গোৱালপাৰা পৌৰসভাই চহৰৰখনৰ প্ৰতিটো ৱাৰ্ডতে নিৰ্দিষ্ট সময় আৰু বাৰ নিৰ্ধাৰণ কৰি পাচলিৰ দোকান খোলাৰো বিশেষ ব্যৱস্থা কৰিছে।
এনেদৰে জনসাধাৰণৰ সচেতনতা তথা জিলা প্ৰশাসন আৰু আৰক্ষীৰ তৎপৰতাৰ বাবে আজি তৃতীয় দিনটোত জিলাখনৰ বিভিন্ন অঞ্চলৰ লগতে গোৱালপাৰা চহৰতো বাট-পথ জনশূন্য হৈ পৰা দেখা গৈছে। এই সময়ছোৱাত জনশূন্য ৰাজপথত নিৰাপত্তাৰক্ষী, সংবাদকৰ্মী আৰু স্বাস্থ্যকৰ্মীসকলৰ বাদে আন কোনো লোককে দেখা পোৱা হোৱা নাই।
আমাৰ লক্ষ্য 'News Next One’ক মুক্ত আৰু স্বতন্ত্ৰ সংবাদ প্ৰতিষ্ঠান হিচাপে গঢ়ি তোলা। কিন্তু আপোনাৰ আৰ্থিক সহায় অবিহনে মুক্ত আৰু স্বতন্ত্ৰ সাংবাদিকতা কৰাতো আমাৰ পক্ষে অসম্ভৱ। সোঁতৰ বিপৰীতমুখী এই সাংবাদিকতাৰ ধাৰা অব্যাহত ৰাখিবলৈ আমাক আৰ্থিকভাৱে সহায় কৰক। আমাৰ বেংক একাউণ্ট নম্বৰঃ NEWSNEXTONE.COM, A/C No: 50200046365374, IFS...
Contact
Thank you for contacting us!
House No.: 04, Guwahati College Road, Jyoti Nagar, Guwahati-781021, Assam, India
6000654673, 9954203298
editor@newsnextone.com
https://www.facebook.com/newsnextone/
© News Next One. All rights Reserved. Contact editor@newsnextone.com for any query. Powered by: Rongjeng Technologies.<eot>ভৌগোলিক স্থানাংক (শ্বিলং): 25°34′N 91°53′E / 25.57°N 91.88°E / 25.57; 91.88স্থানাংক: 25°34′N 91°53′E / 25.57°N 91.88°E / 25.57; 91.88
দেশ
ভাৰত
প্ৰতিষ্ঠা
২১ জানুৱাৰী ১৯৭২
ৰাজধানী
শ্বিলং
জিলা
১১
চৰকাৰ
- ৰাজ্যপাল
তাটহাঘাট ৰয়
- মুখ্যমন্ত্ৰী
কৰনড চাংমা
- বিধান সভা আসন
এককক্ষীয় (৬০খন আসন)
- লোক সভা
- উচ্চ ন্যয়ালয়
মেঘালয় উচ্চ ন্যয়ালয়
মাটিকালি
- মুঠ
২২,৭২০ কি.মি.২
(৮,৭৭২.২ বৰ্গ মাইল)
অঞ্চলৰ স্থানাংক
২২ তম
জনসংখ্যা (২০১১)
- মুঠ
২৯,৬৪,০০৭ জন
- স্থান
২৩তমতম
- জনঘনত্ব ১৩০.৫ প্ৰতি বৰ্গ কি.মি.
(৩৩৭.৯ প্ৰতি বৰ্গ মাইল)
সময় অঞ্চল
ভা.মা.স. (গ্ৰী.মা.স.+05:30)
আই এচ অ’ ৩১৬৬ কোড
IN-ML
মানব বিকাশ সূচাংক (HDI)
0.585 (medium)
মানব বিকাশ সূচাংকস্থান
১৯তম(২০০৫)
সাক্ষৰতা হাৰ
৭২.৮৪% (১৫তম)
চৰকাৰী ভাষা
খাচী, Pnar, গাৰো, ইংৰাজী
ৱেবছাইট
meghalaya.nic.in
মেঘালয় (ইংৰাজী: Meghalaya, হিন্দী: मेघालय) হৈছে ভাৰতবৰ্ষৰ উত্তৰ পূৰ্বাঞ্চলৰ এখন ৰাজ্য। সংস্কৃত ভাষাত "মেঘালয়" শব্দৰ অৰ্থ হৈছে মেঘৰ আলয় (Abode of Clouds)। পূবা-পশ্চিমাকৈ ই প্ৰায় ৩০০ কিঃমিঃ আৰু বহলে প্ৰায় ১০০ কিঃমিঃ। ইয়াৰ উত্তৰে অসম আৰু দক্ষিণে বাংলাদেশ অৱস্থিত। মেঘালয়ৰ ৰাজধানী হৈছে শ্বিলং। শ্বিলঙক পূবৰ স্কটলেণ্ড ...
পূৰ্বতে মেঘালয় অসমৰ এক অংশ আছিল। কিন্তু, ১৯৭২ চনৰ ২১ জানুৱাৰী তাৰিখে খাচী, গাৰো আৰু জয়ন্তীয়া জিলা লৈ মেঘালয় নামৰ এখন নতুন ৰাজ্য গঠন কৰা হয়।
মেঘালয়ৰ অৰ্থনৈতিক অৱস্থা মূলতঃ কৃষিৰ ওপৰত নিৰ্ভৰশীল। ইয়াত উৎপাদিত কেইবিধমান উল্লখযোগ্য শস্য হৈছে: আলু, ধান, ঘেহুঁ, আনাৰস, কল ইত্যাদি।
ইতিহাস[সম্পাদনা কৰক]
১৯৭২ চনৰ ২১ জানুৱাৰীত সেই সময়ৰ অসমৰ খাচী হিলছ আৰু জয়ন্তীয়া হিলছ আৰু গাৰো হিলছ এই দুখন জিলা কেন্দ্ৰ কৰি মেঘালয় ৰাজ্য গঠন কৰা হয়। পূৰ্ণ ৰাজ্য হিচাপে মৰ্য্যাদা পোৱাৰ আগতে ১৯৭০ চনত মেঘালয় স্বায়ত্ত্ব শাসিত অঞ্চল আছিল।
১৯শতিকাত ব্ৰিটিছ শাসনৰ অধীনলৈ অহাৰ আগতে খাচী, গাৰো আৰু জয়ন্তীয়া জনগোষ্ঠীসকলৰ নিজৰ নিজৰ ৰাজ্য আছিল। ১৮৩৫ চনত ব্ৰিটিছে মেঘালয়ক অসমৰ লগত অন্তৰ্ভুক্ত কৰে। ব্ৰিটিছৰ অধীনত থকা সত্ত্বেও মেঘালয়ে আংশিকভাৱে স্বাধীন অঞ্চলৰ মৰ্যাদা পাইছিল।
১৯০৫ চনৰ ১৬ অক্টোবৰত লৰ্ড কাৰ্জনে যেতিয়া বংগ ভংগ কৰিছিল, তেতিয়া মেঘালয়ক পূৰ্ব বংগ আৰু অসম ৰাজ্য (Eastern Bengal and Assam)ৰ অন্তৰ্ভুক্ত কৰা হৈছিল। ১৯১২ চনত যেতিয়া ৰাজ্যসমূ্হৰ অঞ্চলসমূহ পুনৰ সালসলনি কৰা হৈছিল, তেতিয়া মেঘালয়ক অসম ৰাজ্যৰ অন্তৰ্ভুক্ত কৰা হয়।
১৯৪৭ চনত ভাৰত স্বাধীন হোৱাৰ সময়ত, বৰ্তমান সময়ৰ মেঘালয় অসমৰ দুখন জিলা আছিল। সেই সময়ত অসমৰ ভিতৰতে থাকি মেঘালয়ে আংশিকভাৱে স্বায়ত্ত্ব শাসিত অঞ্চলৰ মৰ্যাদা পাইছিল। ১৯৭০ চনৰ ২ এপ্ৰিলত অসমৰ ভিতৰতে মেঘালয়ক স্বায়ত্ত্ব শাসিত ৰাজ্য ঘোষণা কৰা হয় আৰু ৩৭খন আসনৰ সৈতে নিজাববীয়াকৈ বিধানসভা গঠিত হয়।
১৯৭১ চনত সংসদে "North-Eastern Areas (Reorganization) Act, 1971" আইন মঞ্জুৰ কৰে। সেই অনুসৰি ১৯৭২ চনৰ ২১ জানুৱাৰীত মেঘালয়ক পূৰ্ণ ৰাজ্য ঘোষণা কৰা হয় আৰু নিজস্ব বিধানসভা গঠন কৰা হয়।
ভূগোল[সম্পাদনা কৰক]
শ্বিলঙৰ ওচৰৰ উমিয়াম হ্ৰদ
মেঘালয় মালভূমি নামেৰেও মেঘালয়ক জনা যায়। ইয়াত বহুতো খনিজ সম্পদ পোৱা যায়। ইয়াৰ ভিতৰত কয়লা, চূণশিল, ইউৰেনিয়াম আৰু ছিলিমেনাইট প্ৰধান। মেঘালয়ৰ নদীসমূ্হৰ পানী বৰষুণৰ ওপৰত নিৰ্ভৰশীল। গাৰো হিলছ অঞ্চলৰ প্ৰধান নদীসমূহৰ নাম হৈছে ডৰিং (Daring), সান্দা (Sanda), বান্দ্ৰা, ভোগাই, ডাৰেং (Dareng), সিমসাং (Simsang), নিতাই আৰু ভ...
এই মালভূমিৰ সৰ্বনিম্ন উচ্চতা হৈছে ১৫০ মিটাৰ আৰু সৰ্ব্বোচ্চ উচ্চতা হৈছে ১৯৬১ মিটাৰ। আটাইতকৈ ওখ অঞ্চল হৈছে মধ্য মালভূমিৰ অঞ্চলৰ খাচী হিলছ। পূব মালভূমিটো জয়ন্তীয়া হিলছ অঞ্চল। মেঘালয়ৰ আটাইতকৈ উচ্চ স্থান হৈছে শ্বিলঙ পিক (Shillong Peak)। ১৯৬১ মিটাৰ উচ্চতাৰ এই স্থানটো ভাৰতীয় বায়ু সেনাৰ এক প্ৰসিদ্ধ আস্থান। পশ্চিম মালভূমি ...
সাতভনী জলপ্ৰপাত
জনগাঁথনি[সম্পাদনা কৰক]
জনসংখ্যা বৃদ্ধি