text stringlengths 0 188k |
|---|
প্ৰথমে দুজনৰ উদাহৰণেৰেই সমস্যাটো আৰম্ভ কৰোঁ। যদু আৰু মধু দুই বন্ধু। যদুৰ জন্মদিন কিবা এটা নিৰ্দিষ্ট তাৰিখ বুলি ধৰি ল’লোঁ। যিহেতু যদুৰ জন্মদিনটো প্ৰথমেই বাছি ল’বলৈ ওলাইছোঁ, আমি স্বইচ্ছাৰে বছৰটোৰ যিকোনো এটা দিন নিৰ্বাচন কৰাত কোনো হকা-বাধা নাই। অৰ্থাৎ বছৰটোৰ ৩৬৫টা দিনৰ যিকোনো এটা দিনেই যদুৰ জন্মদিন বুলি ধৰি ল’ব পাৰি। গতিক... |
এইবাৰ যদু-মধুৰ লগত দুয়োৰে লগৰ হৰিকো যোগ দিলোঁ। তিনিওৰে জন্মদিন বেলেগ বেলেগ হ’বলৈ হৰিৰ জন্মদিনটো, যদু আৰু মধুৰ জন্মদিন দুটাক বাদ দি বছৰৰ বাকী ৩৬৩টা দিনৰ কিবা এটাহে হ’ব পাৰিব। অৰ্থাৎ তিনিওৰে জন্মদিন বেলেগ বেলেগ হোৱাৰ সম্ভাৱিতা হ’বগৈ (৩৬৫/৩৬৫).(৩৬৪/৩৬৫).(৩৬৩/৩৬৫)। দুজন আৰু তিনিজনৰ উদাহৰণৰ পৰা আমি ক’ব পাৰোঁ যে পাঁচজন মানুহ... |
একেটা অংককে ৭০ জন মানুহৰ ক্ষেত্ৰত প্ৰয়োগ কৰি চাওক। ৭০ জন মানুহৰ একেবাৰে শেষৰজনৰ জন্মদিনটো আনবোৰৰ পৰা বেলেগ হ’বলৈ অৱশিষ্ট জন্মদিনৰ সংখ্যা = (৩৬৫-৬৯) দিন = ২৯৬ দিন। সেয়েহে, ৭০জন মানুহৰ সকলোৰে বেলেগ বেলেগ জন্মদিন হোৱাৰ সম্ভাৱিতা হ’ব (৩৬৫/৩৬৫).(৩৬৪/৩৬৫).(৩৬৩/৩৬৫).(৩৬২/৩৬৫)……… (২৯৭/৩৬৫).(২৯৬/৩৬৫) = ০.০০০৯ অৰ্থাৎ ০.০৯%। গতিক... |
শেষত আহোঁ আমাৰ মনৰ খোকোজাটোৰ বিষয়ে। এনে এটা সিদ্ধান্ত অনুমান কৰাত আমাৰ মগজুৰ চিন্তাই কিয়নো বৰ বেয়াকৈ উজুটি খায়? ইয়াৰ কাৰণ মূলতঃ দুটা। প্ৰথমে ২৩ জনীয়া দলটোৰ কথাই ভাবি চাওকচোন। সেই ২৩ জনীয়া দলটোৰ মাজতে যেনিবা আপুনিও সোমাই আছে। যেতিয়া আপোনাক সোধা হ’ব যে সেই দলটোৰ যিকোনো দুজন লোকৰ জন্মদিন একে হোৱাৰ সম্ভাৱিতা কিমান, আপুনি হ... |
কৰমৰ্দনৰ সংখ্যাৰ নিচিনাকৈয়ে দুজন দুজনকৈ জন্মদিন তুলনা কৰি চাবৰ বাবে মাত্ৰ ২৩ জনীয়া দলটোতে ২৫৩ টা যোৰ আছে। এইটো কাৰণতে দুজনৰ জন্মদিন মিল থকাৰ সম্ভাৱিতাও ৫০% অতিক্ৰম কৰি গৈছে। অথচ ওপৰে ওপৰে চালে ইমানবোৰ সম্ভাৱ্য পথৰ কথা আমাৰ মনলৈকে নাহে। ২৩ জনীয়া গোটটোৰ নিচিনাকৈ ৭০ জনীয়া গোটটোৰ ক্ষেত্ৰত দুজন দুজনকৈ তুলনা কৰিবৰ বাবে এনেকু... |
এইবাৰ আহোঁ দ্বিতীয় তথা মূল কাৰণটোলৈ। আমাৰ সাধাৰণ বিচাৰ-বুদ্ধিৰে আমি ৰৈখিক পৰিৱৰ্তনসমূহ অনুমান কৰাতহে সিদ্ধহস্ত। সূচকীয় বা ঘাতাংকীয় হাৰত হোৱা বৃদ্ধি/হ্ৰাস অনুমান কৰাত আমাৰ মগজুটো একেবাৰে কেঁচা। আমাৰ স্বজ্ঞাই আমাক সদায় সমানুপাতিক হাৰত বৃদ্ধি/হ্ৰাস (অৰ্থাৎ ৰৈখিক) অনুমান কৰিবলৈহে প্ৰৰোচিত কৰে। সেইবাবে বাস্তৱক্ষেত্ৰত তাৰ অন... |
কাগজ ভাঁজ কৰাৰ প্ৰশ্নটোৱে আমাক আশ্চৰ্য্যচকিত কৰাৰ কাৰণো একেটাই। ৫০ বাৰ ভাঁজ কৰাৰ কথা কোৱাৰ লগে লগে আমাৰ ৰৈখিকভাৱে চিন্তা কৰাত অভ্যস্ত মনটোৱে এখিলা কাগজ যিমান ডাঠ, গোটেই জাপটোৰ উচ্চতা ইয়াৰ ৫০ গুণৰ আশে-পাশে বুলিহে ভাবিবলৈ ল’ব। ইমান পাতল কাগজ এখন যে ৫০ টা জাপ দিলেই সাংঘাটিক অবিশ্বাস্য উচ্চতা চুবগৈ পাৰিব, সেয়া আমাৰ স্বজ্ঞা... |
তথ্যসূত্ৰ (দুয়োটা খণ্ডৰ বাবে) : |
১) The Big Questions: Mathematics (Tony Crilly)৷ |
২) ইন্টাৰনেটত উপলব্ধ কেবাটাও প্ৰৱন্ধ আৰু ইউটিউব ভিডিঅ’৷ |
প্ৰিয়াংকুশ ডেকা |
WhatsApp |
Tweet |
More |
Email |
Print |
Tags: |
সম্ভাৱিতা তত্ত্ব |
No Comments |
Post A Comment |
Cancel Reply |
Save my name, email, and website in this browser for the next time I comment. |
Δ |
This work is licensed under a Creative Commons Attribution-ShareAlike 4.0 International License. |
Please submit your article by email to : [email protected] |
বিনামূলীয়া ই-বুক |
More » |
আৰ্কাইভ |
আৰ্কাইভ Select Month August 2022 December 2021 November 2021 September 2021 June 2021 May 2021 January 2021 September 2020 August 2020 July 2020 May 2020 April 2020 March 2020 February 2020 January 2020 December 2019 November 2019 October 2019 September 2019 August 2019 July 2019 June 2019 April 2019 March 2019 August ... |
শিতানসমূহ |
শিতানসমূহ Select Category “গণিত বিকাশ” Fun Facts অলিম্পিয়াড ইতিহাস কাৰ্টুন কুইজ কেৰিয়াৰ গণিত পাঠ গল্প গ্ৰন্থ চিত্ৰ-সংগ্ৰহ জীৱনী নিবন্ধ পৰ্যালোচনা বিজ্ঞান-প্ৰযুক্তি বুদ্ধি পৰীক্ষা সঁফুৰা সমস্যা আৰু সমাধান সাক্ষাৎকাৰ |
https://www.facebook.com/http://gonitsora |
Recent Posts |
গাণিতিক ক্ৰিয়াপ্ৰণালী আৰু কেৰিয়াৰ |
গণিত কুইজ – ২ |
গণিত কুইজ – ১ |
ফাৰ্মা সংখ্যা: এবিধ সুন্দৰ সাজৰ সংখ্যা |
Gonit Sora গণিত চ’ৰা is a multi lingual (English and Assamese) web magazine devoted to publishing well written and original articles related to science in general and mathematics in particular. Gonit Sora is an attempt to bridge the gap between classroom math teaching and real life practical and fun mathematics. We str... |
ৰাজ্যখনৰ ২৫০০০এন আৰ চি সেৱা কেন্দ্ৰত এই বিষয়ে তথ্যসমূহ লাভ কৰিব। এন আৰ চিৰ সম্পূৰ্ণ খচৰাত ৪০ লাখ লোকৰ নাম বাদ পৰাৰ পিছত চৌদিশে ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। |
আজি পুৱাৰে পৰা সকলো এন আৰ চিৰ সেৱা কেন্দ্ৰত গৈ নাগৰিকসকলে তথ্য আহৰণৰ লগতে অন্তৰ্ভুক্তিৰ প্ৰক্ৰিয়া সম্পৰ্কে অৱগত হ’ব পাৰিব। |
আনহাতে, চূড়ান্ত খচৰাত নাম অন্তৰ্ভুক্ত নোহোৱাসকলে পুনৰ আবেদন কৰিব পাৰিব। তদুপৰি খচৰাত নাম ভুলকৈ অহা নাগৰিকসকলে সংশোধনীৰ ব্যৱস্থাৰ জৰিয়তে নাম সংশোধন কৰিব পাৰিব। |
উল্লেখযোগ্য যে কেন্দ্ৰীয় গৃহমন্ত্ৰী ৰাজনাথ সিঙে প্ৰত্যেকগৰাকী ব্যক্তিয়েই ন্যায় আৰু মানৱীয় ব্যৱহাৰ পোৱাটো নিশ্চিত কৰাৰ আশ্বাস দিছিল। তেওঁ কৈছিল যে আইন মতে উপলব্ধ সকলো সুবিধাৰ পৰ্য্যাপ্ত সুযোগ সকলো ব্যক্তিয়ে পাব। |
খচৰাত নাম নহাসকলক দাবী আৰু আপত্তি দৰ্শোৱাৰ পৰ্য্যাপ্ত সুযোগ থাকিব বুলি উল্লেখ কৰি সকলো দাবী আৰু আপত্তি সঠিকভাৱে পৰীক্ষা কৰা হ’ব বুলিও তেওঁ কৈছিল। দাবী আৰু আপত্তিসমূহ নিষ্পত্তিৰ পূৰ্বে নিজৰ কথা শুনোৱাৰ পৰ্য্যাপ্ত সুযোগ দিয়াৰ পিছতহে চূড়ান্ত এন আৰ চি প্ৰকাশ পাব বুলি তেওঁ স্পষ্ট কৰিছিল। |
তেওঁ লগতে উল্লেখ কৰিছিল যে দাবী আৰু আপত্তিৰ নিষ্পত্তিক লৈ সন্তুষ্ট নোহোৱা যিকোনো ব্যক্তিয়ে নাগৰিকত্ব বিধি অনুযায়ী বিদেশী ন্যায়াধিকৰণত আবেদন জনাব পাৰিব। সেয়ে এন আৰ চিৰ প্ৰকাশৰ পিছত কোনো লোকক ডিটে’নশ্যন কেম্পলৈ পঠিওৱাৰ কোনো প্ৰশ্নই নুঠে। |
উল্লেখ্য যে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীত নাম অন্তৰ্ভুক্তিৰ বাবে সৰ্বমুঠ ৩ কোটি ২৯ লাখ ৯১হাজাৰ ৩৮৪ জন লোকে আবেদন কৰিছিল। ইয়াৰে ২ কোটি ৮৯ লাখ ৮৩ হাজাৰ ৬৭৭ জন লোকৰ নাম পূৰ্ণাংগ খচৰাত অন্তৰ্ভুক্ত হৈছে। আনহাতে, পূৰ্ণাংগ খচৰাৰ পৰা বাদ পৰিছে মুঠ ৪০ লাখ ৭ হাজাৰ ৭০৭ জনৰ নাম। ইয়াৰ ভিতৰত ২ লাখ ৪৮ হাজাৰ আছে ডি-ভোটাৰ। |
Recent News |
মুম্বাই বিমানবন্দৰত জব্দ ৫০ কোটি টকা মূল্যৰ হেৰ’ইন: ইথিওপিয়ান নাগৰিকক গ্ৰেপ্তাৰ |
ভাৰতীয় অলিম্পিক সন্থাৰ সভাপতি হিচাপে নিৰ্বাচিত কিংবদন্তি স্প্ৰিণ্টাৰ পি টি উষা |
বিয়াত বহাৰ প্ৰস্তাৱ অস্বীকাৰ: কিশোৰীক টুকুৰা-টুকুৰকৈ কটাৰ ভাবুকি দিলে যুৱকে |
লকডাউনৰ বিৰুদ্ধে প্ৰতিবাদ মুখৰ চীন, ৰাজপথত জিনপিঙৰ বিৰুদ্ধে ধ্বনি |
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ই... |
Home |
about |
contact |
404 |
Breaking News |
অসম |
গুৱাহাটী |
উত্তৰ-পূৰ্বাঞ্চল |
ব্যৱসায়-বাণিজ্য |
ৰাজনীতি |
মনোৰঞ্জন |
সাহিত্য |
Breaking |
Home Top Ad |
Responsive Ads Here |
Post Top Ad |
Responsive Ads Here |
Tuesday, 14 September 2021 |
Home অসম গো-সংৰক্ষণ বিধেয়ক প্ৰত্যাহাৰৰ দাবীত চি পি আই (এম)ৰ আন্দোলন: সমগ্র ৰাজ্যত উত্তাল প্ৰতিবাদ : |
গো-সংৰক্ষণ বিধেয়ক প্ৰত্যাহাৰৰ দাবীত চি পি আই (এম)ৰ আন্দোলন: সমগ্র ৰাজ্যত উত্তাল প্ৰতিবাদ : |
W7S News September 14, 2021 অসম, |
কেইবা সহস্ৰাধিক গোপালকৰো অংশগ্ৰহণ |
W7s News ষ্টাফৰিপোৰ্টাৰ: অসমৰ বিজেপি নেতৃত্বাধীন ৰাজ্য চৰকাৰখনে শেহতীয়া বিধানসভাৰ বাজেট অধিবেশনৰ অন্তিম দিনটোত সম্পূৰ্ণ অগণতান্ত্ৰিক পদ্ধতিৰে কেৱল সংখ্যাৰ জোৰত গো-সংৰক্ষণ বিধেয়ক, ২০২১ খন বিধানসভাৰ মজিয়াত পাছ কৰাই লোৱাৰ প্ৰতিবাদত আৰু এই বিল ততালিকে প্ৰত্যাহাৰৰ দাবীত মঙলবাৰে চি পি আই (এম)দলৰ নেতৃত্বত সমগ্ৰ ৰাজ্যতে উত্তাল... |
জনস্বাৰ্থবিৰোধী বিধেয়কখনৰ বিৰুদ্ধে প্ৰতিবাদৰ অংশ হিচাপে চলিত বছৰৰ পহিলা ছেপ্টেম্বৰৰ পৰা চি পি আই (এম) দলে সমগ্ৰ ৰাজ্যত পষেকজোৰা প্ৰচাৰ অভিযান আৰু আন্দোলন সংগঠিত কৰে। এই আন্দোলনৰ অংশ হিচাপেই মঙলবাৰে সমগ্ৰ ৰাজ্যতে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হয়। ৰাজধানী চহৰ গুৱাহাটীৰ গুৱাহাটী ক্লাব ৰ'টাৰী পইণ্টত প্ৰতিবাদী কাৰ্যসূচী গ্... |
বিধেয়কৰ বিৰুদ্ধে মঙলবাৰে ৰাজধানী চহৰ গুৱাহাটীৰ উপৰি উজনি অসম, নামনি অসম আৰু বৰাক উপত্যকাকে ধৰি সৰ্বত্ৰ প্ৰতিবাদ হয়। সৰভোগ, বঙাইগাঁও, বৰপেটা, কলগাছিয়া, বৰপেটা ৰোড, পাঠশালা, সৰুক্ষেত্ৰী, বণিয়াকুছি, নলবাৰী, ৰঙিয়া, তেজপুৰ, বিশ্বনাথ চাৰিআলি, ধেমাজি, ঢকুৱাখনা, তিনিচুকীয়া, যোৰহাট, দেৰগাঁও, নগাঁও, হোজাই, শিলচৰ, কৰিমগঞ্জ, গোৱ... |
Tags # অসম |
Share This |
About W7S News |
অসম |
By W7S News at September 14, 2021 |
Email ThisBlogThis!Share to TwitterShare to FacebookShare to Pinterest |
Labels: অসম |
No comments: |
Post a Comment |
Newer Post Older Post Home |
Subscribe to: Post Comments (Atom) |
Post Bottom Ad |
Responsive Ads Here |
Author Details |
Templatesyard is a blogger resources site is a provider of high quality blogger template with premium looking layout and robust design. The main mission of templatesyard is to provide the best quality blogger templates which are professionally designed and perfectlly seo optimized to deliver best result for your blog. |
Facebook |
Powered by Blogger. |
Search |
শেহতীয়া |
জনপ্ৰিয় |
গুৱাহাটীত উত্তৰ-পূবৰ প্ৰথমটো ডাইৰেক্ট ছাৰ্ভিচ চেণ্টাৰ মুকলি এলজি ইলেকট্ৰ'নিক্সৰ |
W7s news ষ্টাফৰিপোৰ্টাৰ ঃ ভাৰতৰ আগশাৰীৰ উপভোক্তা বহনক্ষম ব্লেণ্ড এল জি ইলেকট্রনিক্সে মঙলবাৰে গুৱাহাটীত উত্তৰ-পূবৰ ৰাজ্যসমূহৰ প্ৰথমটো ডাইৰে... |
ব্ৰহ্মকুমাৰী'জৰ উদ্যোগত কাঁহিকুছিত আত্মনির্ভৰ কৃষক অভিযান ; কৃষক -কৃষি বিজ্ঞানীক সম্বৰ্ধনা |
W7s news গুৱাহাটী : ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰণালয়ৰ আৰ্থিক সাহায্যত , ব্ৰহ্মকুমাৰীজ'ৰ ৰাজযোগ শিক্ষা আৰু গৱেষণা ফাউণ্ডেশ্যনৰ কৃষি আ... |
Subsets and Splits
No community queries yet
The top public SQL queries from the community will appear here once available.