text stringlengths 0 188k |
|---|
'কোনোবাখিনিত মই একেবাৰেই ভৰষাত ল'ব নোৱাৰো পুৰুষক। ভালপোৱাক আস্থাত ল'ব নোৱাৰো। তুমি জানা। তুমি সকলো জানা। কিজানি মই বৰ প্ৰেমহীন মানুহ।তোমাক হেৰুৱাব বিচৰা নাছিলো।কিন্তু হেৰুৱাই পেলালো।একেবাৰেই হেৰুৱাই প |
250 |
1 like. Post not marked as liked1 |
শূন্যতাৰ সিপাৰে তথাগত খণ্ড-২৭ |
কেইবাদিনৰ মূৰত তথাগত আজি আদিংগীৰিলৈ আহিছে। সি অহা দেখি ল'ৰা ছোৱালী জাক উফৰি অহাদি আহিলে তাৰ ওচৰলৈ। আটাইতকৈ থোপোকাটোৰ Direct complain- 'তই আমাক পাহৰি গ'লি ককাই'। তথাগতই সিহঁতক 'ককাই' সম্বোধনটো শিকাইছিল |
280 |
Post not marked as liked |
শূন্যতাৰ সিপাৰে তথাগত খণ্ড -২৬ |
অহা যোৱা কৰিব পৰা বাটটোৰ একেবাৰে মাজতে গছজোপা। প্ৰকাণ্ড গা গছেৰে নদীখনৰ ফালে হাউলি গৈছে।গেটৰ মুখত 'সতী ৰাধিকা উদ্যান বা ৰিভাৰ ফ্ৰণ্ট পাৰ্ক' বুলি লিখা আছে যদিও এইখনক পাৰ্ক বুলি ক'বলৈ বৰুণৰ মন নাযায়। '<eot>মুখ্যমন্ত্ৰীৰ স্বীকাৰোক্তি, 'চৰকাৰী বিদ্যালয়তকৈ বেচৰকাৰী বিদ্যালয়ৰ ফলাফল ভাল হ'বই’৷ কিন্তু কি যুক্তি? https://youtu.... |
দিল্লীলৈ কি নেদেখিলে অসমৰ মুখ্যমন্ত্ৰীয়ে, যি দেখিলে পঞ্জাৱৰ মুখ্যমন্ত্ৰীয়ে? |
The CrossCurrent Apr 26, 2022 |
হিমন্ত বিশ্ব শর্মাই দোকানৰ দৰে পাতি থোৱা বাকচ বুলি কোৱা দিল্লীৰ মহল্লা ক্লিনিক সমূহত আচলতে কি কি আছে? স্বতন্ত্ৰতাৰ বাবে সহযোগিতাৰ প্ৰয়োজন ৷ আমাক আৰ্থিকভাৱে সহযোগ কৰিব পাৰে তলৰ লিংকত ক্লিক কৰি – https://rzp.io/l/ZrpLsROos Visit:… |
জনপ্ৰিয় |
হিন্দুৰ প্ৰতি বিদ্বেষ ! |
বিদ্যুত বিভাগৰ অস্থায়ী কৰ্মীক নিৰ্যাতন |
সীমান্তত উলংঘা মানৱাধিকাৰ ! |
বিজেপিৰ বিপদ ! |
২টা হাতীয়ে জ্বলাকলা খুৱাইছে চিচিবৰগাঁওবাসীক |
সেউজ বিপ্লৱ খুচুলুপাৰাত |
- Advertisement - |
You're visiting the official website of The Cross Current, an independent digital media platform based in Guwahati, Assam. We bring you the latest news from in and around Assam and North Eastern Region of India.<eot>প্ৰায় ১৭ হাজাৰ ৰেপিড’ বাইক চালকৰ জীৱনলৈ অন্ধকাৰ নামি অহাৰ আশংকাত আজি চানমাৰি অভিযান্ত্ৰিক প্ৰতিষ্ঠানৰ খে... |
উল্লেখ্য যে, ২২ ফেব্ৰুৱাৰি অৰ্থাৎ শনিবাৰে মহানগৰীত চলাচলৰ বাবে অনুজ্ঞাপত্ৰ নথকাৰ বাবে কামৰূপ মহানগৰ জিলা পৰিবহন বিভাগে ৰেপিড’ বাইক টেক্সী সেৱা নিষিদ্ধ কৰাৰ লগতে কাৰ্য্যালয় চীল কৰি দিছিল। |
পৰিবহণ নিগমৰ এই সিদ্ধান্তৰ পিছতে জাঙুৰ খাই উঠা ৰেপিড’ চালকসকলে আজি চানমাৰি অভিযান্ত্ৰিক প্ৰতিষ্ঠানৰ খেলপথাৰত চৰকাৰৰ বিৰুদ্ধে বিভিন্ন শ্লোগান দিয়াৰ লগতে এই সিদ্ধান্তক কঠোৰ সমালোচনা কৰে। |
পৰিবহন বিভাগে মহানগৰীৰ অনুজ্ঞাপত্ৰ নাথাকিলে জৰিমনা ভৰিব লাগিব বুলি কৰা মন্তব্যক উভটি ধৰি চালকসকলে কয় যে, প্ৰতিটো ভাড়াৰ বিনিময়ত আমি জি এছ টি দি আহিছো। |
যদি অনুজ্ঞাপত্ৰ নাই তেন্তে চৰকাৰে জি এছ টি কিয় লৈ আছিল বুলিও চৰকাৰ আৰু বিভাগক প্ৰশ্ন কৰে চালকসকলে। |
ইফালে প্ৰতিবাদী কাৰ্যসূচীৰ পিছতেই চালকসকলে জুবিন গাৰ্গৰ পৰামৰ্শ বিচাৰি তেওঁৰ খাৰঘুলিস্থিত বাসগৃহলৈ বিশাল বাইক ৰেলী উলিয়াই। কিন্তু জুবিন গুৱাহাটীত উপস্থিত নথকাৰ বাবে চালকসকলে তেওঁক সাক্ষাৎ নাপালে। |
জুবিন গাৰ্গে ব্যক্তিগত কাৰণত কলিকতালৈ যোৱা বুলি জানিব পাৰি চালকসকলে তেওঁৰ সৈতে যোগাযোগ কৰাত জুবিনে অহা ৫ মাৰ্চত তেওঁলোকৰ সৈতে বৈঠকত মিলিত হ’ব বুলি জানিবলৈ দিয়ে। |
আনহাতে সোমবাৰে মহানগৰীত ৰাতিপুৱা ৬ বজাৰ পৰা সন্ধিয়া ৬ বজালৈ বন্ধ থাকিব ওলা-উবেৰ সেৱা। পৰিবহন বিভাগে শনিবাৰে ৰেপিড’ সেৱা বন্ধ কৰি দিয়াৰ লগতে মহানগৰীত ভাড়া মৰা ওলা, উবেৰ আৰু অন্যন্য কেবৰ বাবে নতুন পাৰ্মিট লাগিব বুলি বান্ধি দিয়া কঠোৰ নিয়মৰ বিৰুদ্ধাচৰণ কৰিয়েই এই সিদ্ধান্ত লৈছে। |
Recent News |
হৃদয় বিদাৰক! ক্ৰিকেট খেলি থাকোতে হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু দশম শ্ৰেণীৰ ছাত্ৰৰ |
মোদী পাছ, নাড্ডা ফেইল! বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতিৰ ৰাজ্য হিমাচলত কংগ্ৰেছৰ মুখ্যমন্ত্ৰী হ’ব কোন? |
গান্ধীৰ ৰাজ্যত বিপৰ্যস্ত কংগ্ৰেছ; কিয় গুজৰাটৰ নিৰ্বাচনী ইতিহাসৰ আটাইতকৈ বেয়া ফলাফল কংগ্ৰেছৰ? |
পুটিনৰ সতৰ্কবাণী! পাৰমাণৱিক অস্ত্ৰ ব্যৱহাৰৰ দৰে পৰিস্থিতিয়েই কিন্তু ক্ৰমে সৃষ্টি হৈছে |
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ই... |
আৰক্ষীয়ে ট্ৰাক দুখনৰ লগতে পাঁচজন লোককো আটক কৰে। |
আৰক্ষীয়ে কয় যে সূত্ৰসমূহৰ পৰা গৰুৰ অবৈধ সৰবৰাহ কৰাৰ তথ্য লাভ কৰাৰ পিছত তেওঁলোকক আটক কৰা হৈছে। |
আটক কৰা কেইজনক আইজুল ইছলাম, ইদুল আহমেদ, পিংকু কলিতা, বীৰেন চৌধুৰী আৰু ৰাকেশ সাহা বুলি চিনাক্ত কৰা হৈছে। |
গৰুসমূহৰ ক্ষেত্ৰত তেওঁলোকৰ কাৰোৰে ওচৰত কোনো নথি নাছিল আৰু বাহনকেইখনৰো গৰু বা পশুধন পৰিবহনৰ কোনো অনুমতি নাছিল। |
লগতে পঢ়ক: IPL Auction: দুদিন ধৰি চলা নিলামত ১০টা দলে ক্ৰয় কৰিলে মুঠ ২০৪গৰাকী ক্ৰিকেটাৰক; চাওক সম্পূৰ্ণ তালিকা |
এই গৰুসমূহ যোৰহাটৰ কোকিলামুখৰ শান্তি আশ্ৰমৰ পৰা নগাওৱৰ আমবাগানলৈ লৈ গৈ আছিল। |
আনহাতে, ট্ৰাকৰ চালকে দাবী কৰে যে গৰুসমূহ বোজাই কৰাৰ সময়ত তেওঁলোকক কোৱা হৈছিল যে গুৰসমূহৰ আশ্ৰমখনৰ আৰু তাত কোনো আইনী বাধা নাই। |
আৰক্ষীয়ে দাবী কৰে যে তেওঁলোকৰ বিৰুদ্ধে আইনী প্ৰক্ৰিয়া আৰম্ভ কৰা হ’ব কিয়নো তেওঁলোকে কোনো নথিপত্ৰ দেখুৱাব পৰা নাই। |
Recent News |
ৰেগিং কৰাৰ বাবে শিলচৰৰ ১৪ জন দন্ত চিকিৎসা মহাবিদ্যালয়ৰ শিক্ষাৰ্থীক হোষ্টেলৰ পৰা বহিস্কাৰ |
ছাত্ৰীক দুবছৰ ধৰি ধৰ্ষণ শিক্ষকৰ! মুখ খুলিলে গোটেই পৰিয়ালকে শেষ কৰি দিয়াৰ ভাবুকি |
FIFA World Cup 2022: খেলপথাৰলৈ ঘুৰি আহিল চাম্বাৰ ছন্দ! দক্ষিণ কোৰিয়াক বিদায় দি কোৱাৰ্টাৰ ফাইনেলত ব্ৰাজিল |
মানৱ অধিকাৰ কৰ্মী ডঃ দিব্যজ্যোতি শইকীয়াক আন্ত:ৰাষ্ট্ৰীয় বিশ্ব সংবিধান সাংসদ বঁটা |
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ই... |
অসম চৰকাৰে ৰোগী শিশুটিৰ লগতে এজন অভিভাৱকৰ বিমান ভাড়া বহন কৰিব গুৱাহীটাৰ পৰা প্ৰেৰণ কৰা হস্পিতেললৈ, তাৰোপৰি থকা-খোৱাৰ সু-ব্যৱস্থাৰ যোগান ধৰা হ`ব তাত নতুবা ওচৰৰে বাহিৰৰত কৰবাত শিশুটিৰ চিকিৎসাধীন সময়চোৱাত। |
যোগ্যতা: |
আঁচনিখন কাৰ্য্যকৰী হয় প্ৰথম জুলাই ২০১০ৰ পৰা। |
ৰ পৰা ১৪ বছৰৰ ভিতৰত হ`লে হৃদযন্ত্ৰৰ অস্ত্ৰোপচাৰৰ প্ৰয়োজন হলে জি এম চি এইচৰ শিশু আস্ত্ৰোপচাৰ বিভাগৰ মুৰব্বীৰ দ্বাৰা প্ৰমাণ পত্ৰ প্ৰদান কৰা হয়। |
অভিভাৱকজন অসমৰ স্থায়ী বাসিন্দা হ`ব লাগিব আৰু তেওঁৰ বছৰেকীয়া আয় ৬.০০ লাখ টকাৰ বেছি হ`ব নোৱাৰিব। |
প্ৰক্ৰিয়া: |
তলত উল্লেখ কৰা নথি সহিতে ৰোগীয়ে ন`ডেল বিষয়াৰ ওচৰত আবেদন কৰিব লাগে: |
আৰ্থিক সাহাৰ্য্যৰ কাৰণে ন`ডেল বিষয়াৰ ওচৰত আবেদন কৰিব লাগে। |
অসমত বাস কৰা স্থায়ী বাসিন্দাৰ প্ৰমাণপত্ৰ। |
ঠিকনা প্ৰমাণ। |
অৰ্হতা সম্পন্ন আৰু যোগ্য হৃদৰোগ অস্ত্ৰোপচাৰকৰ দ্বাৰা হৃদৰোগ আস্ত্ৰোপচাৰ প্ৰয়োজনৰ বাবে মেডিকেল প্ৰমাণ পত্ৰ। |
পৰীক্ষাগাৰৰ পৰীক্ষাৰ খৰচৰ ৰ`চিদ (যেনো- এক্সৰে-প্ৰতিবেদন, চিকিৎসাকৰ পৰামৰ্শ, পেথ`ল`জি পৰীক্ষাৰ প্ৰতিবেদন ইত্যাদি) সহ বেমাৰ সম্পৰ্কীয় সকলো ধৰণৰ নথি ন`ডেল বিষয়াৰ ওচৰত উপস্থাপন কৰিব লাগে বিষয়টো বিবেচনাৰ কাৰণে। |
হৃদৰোগ আস্ত্ৰোপচাৰৰ কাৰণে প্ৰেৰণ কৰিব খোজা কোন্দ্ৰৰ নাম সহ প্ৰেৰণৰ প্ৰমাণ পত্ৰ। |
অভিভাৱকৰ নিযুক্তিৰ সবিশেষ। |
আয়ৰ প্ৰমাণ পত্ৰ |
অস্ত্ৰোপচাৰৰ নিৰ্ধাৰিত তাৰিখ উল্লেখ কৰি প্ৰেৰণ কৰা হস্পিতেললৈ চিঠি পঠাব। |
ৰোগীজন ন`ডেল বিষয়াৰ সম্নুখত উপস্থিত হোৱাটো বাধ্যতামূলক আৰু শৰীৰ পৰীক্ষা কৰাৰ পৰা ৰেহাই পাব তেনেকুৱা অব্যাহতি ব্যৱস্থাৰ ভিত্তিত। |
আঁচনিৰ বিষয়ে প্ৰয়োজনীয় তথ্যৰ কাৰণে, মানুহজনে ড. অভিজিৎ শৰ্মাৰ লগত যোগাযোগ কৰিব পাৰে। ড. শৰ্মা অতিৰিক্ত অধীক্ষক, জি এম চি এইচ নতুবা হৃদৰোগ বিভাগ, জি এম চি এইচ, গুৱাহাটী। |
মুঠ ৪১৭২ টা শিশু এই আঁচনিৰ অধীনত চিকিৎসা কৰা হয় ২০০৯-১০ চনৰ পৰা ২০১৬-১৭ চনলৈ। |
বিত্তীয় স্থিতি: |
২০১৬-১৭ চনলৈ অসম চৰকাৰে ২৭.২০ কোটি টকা অনুমোদন কৰিছে চি এইচ ডি আঁচনিৰ অধীনত। অনুমোদিত মুঠ টকাৰ ভিতৰত ৫৪.৬৭ কোটি টকা ব্যৱহাৰ কৰা হয়।<eot>একাংশ মাংসলোভী মানুহৰ নিৰ্লজ কাণ্ড। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা খাদ্যৰ সন্ধানত ওলাই অহা বনৰীয়া ম’হ বধ কৰি উদৰ পুৰালে বিশ্বনাথৰ একাংশ মাংসলোভী লোকে। |
আজি বিশ্বনাথ জিলা বন্য প্ৰাণী সংমণ্ডলৰ বন বিষয়া ইকবাল হুছেইনৰ নেতৃত্বত আৰু বিশ্বনাথ চাৰিআলি সদৰ আৰক্ষী থানাৰ সহযোগত বিশ্বনাথৰ বালিডুবি অঞ্চলৰ পৰা বনৰীয়া ম’হৰ কলিজা আৰু ছাল সহ ৰহমত আলি নামৰ এজন লোকক গ্ৰেপ্তাৰ কৰাৰ পিছতে এই কথা পোহৰলৈ আহে। |
উল্লেখ যে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দাঁতিকাষৰীয়া অঞ্চল বালিডুবিলৈ প্ৰায়ে খাদ্যৰ সন্ধানত ওলাই আহে বহু বন্যপ্ৰাণী। কিন্তু একাংশ মাংসলোভী লোকে সেই বন্যপ্ৰাণী কাজিৰঙাৰ দিশে ট্ৰেক্টৰৰ সহায়ত খেদি পঠিওৱাৰ নামত বন্যপ্ৰাণী বোৰক ট্ৰেক্টৰৰে আঘাত বধ কৰাৰ ঘটনাও ঘটিছে। |
কালি বিশ্বনাথৰ বালিডুবি অঞ্চলত খাদ্যৰ সন্ধানত ওলাই অহা এটা প্ৰকাণ্ড ম’হ ট্ৰেক্টৰেৰে খুন্দিয়াই নিশাৰ ভিতৰতে মাংসৰে ভোজভাত খালে একাংশ লোকে। ইতিমধ্যে বন বিভাগৰ লোকে বিশ্বনাথ আৰক্ষীৰ সহযোগত মৃত ম’হটোৰ কলিজা আৰু ছাল সহ ৰহমত আলি নামৰ লোকজনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে। |
বন বিভাগৰ অভিযানকাৰী দলটোয়ে ম’হ বধ কৰা ঘটনাৰ লগত জড়িত মূল অভিযুক্ত হজৰত আলি আৰু আন বহু কেইজন লোকক গ্ৰেপ্তাৰ কৰিবলৈ অভিযান অব্যাহত ৰাখিছে । |
ম’হ বধ কাৰ্যত ব্যৱহাৰ কৰা ট্ৰেক্টৰখনো জব্দ কৰা হ’ব বুলি জানিবলৈ দিছে বন বিষয়া ইকবাল হুছেইনে। |
Recent News |
দলৰ মুৰব্বী আবু আল-হাছানৰ মৃত্যুৰ ঘোষণা ইছলামিক ষ্টেটৰ; কোন হ’ল নতুন নেতা? |
Gujarat Elections 2022 Voting: এটা যৌথ পৰিয়ালত একেলগে বাস কৰে ৮১ জন লোক; ঐক্যবদ্ধভাৱে ভোট দিব নিৰ্বাচনত |
সংকটমোচক নেতা! চীনৰ প্ৰাক্তন ৰাষ্ট্ৰপতি জিয়াং জেমিনৰ ৯৬ বছৰ বয়সত মৃত্যু |
মুম্বাইৰ ৰাজপথত দক্ষিণ কোৰিয়াৰ মহিলা ইউটিউবাৰক অশালীন আচৰণ দুৰ্বৃত্তৰ: দুই অভিযুক্তক গ্ৰেপ্তাৰ |
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ই... |
এনে এজন যুঁজাৰু এতিয়া বিশেষভাৱে চৰ্চিত হৈছে। এই যুঁজাৰু জন অৱশ্যে মানুহ নহয়, এটা সৰু কুকুৰ। দেশৰ সুৰক্ষাত অৰিহণা যোগোৱা বাবে কুকুৰটোৱে ৰাষ্ট্ৰপতি ভলোডিমিৰ জেলেনস্কিৰ হাতৰ পৰা বঁটাও লাভ কৰিছে। আঢ়ৈ বছৰীয়া কুকুৰটোৰ নাম পেট্ৰ’ন। |
ৰাছিয়াই আক্ৰমণ আৰম্ভ কৰাৰ পিছত পেট্ৰ’নে প্ৰায় ২০০ টা বিস্ফোৰক উদ্ধাৰ কৰিছে বুলি জানিব পৰা গৈছে। বগা খয়েৰী ৰঙৰ পেট্ৰ’ন ৰাছিয়াৰ বিৰুদ্ধে ইউক্ৰেইনৰ ৰক্তক্ষয়ী সংগ্ৰামৰ প্ৰতীক হৈ পৰিছে। পেট্ৰ’নৰ মালিকৰ নাম হৈছে মাইহেইলো ইলিভ। |
ইলিভ ইউক্ৰেইনৰ সেনাবাহিনীত মেজৰ হিচাপে নিযুক্ত হৈ আছে। পেট্ৰ’নৰ লগতে মাইহেইলোকো পুৰস্কৃত কৰা হৈছে। দেওবাৰে অনুষ্ঠিত হোৱা পদক সমাৰোহত কানাডাৰ প্ৰধানমন্ত্ৰী জাষ্টিন ট্ৰুডোও উপস্থিত আছিল। |
ছচিয়েল মিডিয়াত পোষ্ট কৰা ভিডিঅ’ত কানাডা আৰু ইউক্ৰেইনৰ ৰাষ্ট্ৰপ্ৰধানসকলক থিয় হৈ থকা দেখা গৈছে। সন্মানৰ বাবে নাম ঘোষণা কৰাৰ পিছত পেট্ৰ’ন মালিকৰ সৈতে আগবাঢ়ি আহিছে। পেট্ৰ’নে পদকটো লোৱাৰ আগতে নেজ লৰাই ধন্যবাদো দিছে। |
Patron received his recognition. Among those who save the lives of 🇺🇦 every day are four-legged heroes. The most famous among them is Patron, a bomb-sniffing dog. In the presence of @JustinTrudeau, @ZelenskyyUa presented him an award “For Dedicated Work in the #UAarmy“. pic.twitter.com/mssSTlfIKW |
— Defence of Ukraine (@DefenceU) May 9, 2022 |
এনে এক কঠিন সময়তো সেই দৃশ্য দেখি সকলোৰে মুখত হাঁহি বিৰিঙিছিল। জেলেনস্কিয়ে পেট্ৰ’নৰ অৱদানৰ বাবে কৃতজ্ঞতা জনাই মালিক মাইহেইলোক পদকটো হস্তান্তৰ কৰে। |
অনুষ্ঠানটোৰ শেষত জেলেনস্কিয়ে কয়, “আমাৰ দেশত বোমা নিষ্ক্ৰিয় কৰা নায়কসকলক আজি সন্মানিত কৰা হৈছে। তেওঁলোকৰ লগত পেট্ৰ’ন নামৰ এটা সৰু কুকুৰো আছে।” |
Recent News |
সংকটমোচক নেতা! চীনৰ প্ৰাক্তন ৰাষ্ট্ৰপতি জিয়াং জেমিনৰ ৯৬ বছৰ বয়সত মৃত্যু |
মুম্বাইৰ ৰাজপথত দক্ষিণ কোৰিয়াৰ মহিলা ইউটিউবাৰক অশালীন আচৰণ দুৰ্বৃত্তৰ: দুই অভিযুক্তক গ্ৰেপ্তাৰ |
লিংগ বৈষম্যৰ চূড়ান্ত নিদৰ্শন: বৰপেটা কীৰ্তনঘৰ |
জয়ী হ’ব কোন, ব্ৰাজিল নে আৰ্জেণ্টিনা! ফুটবল বিশ্বকাপ বিবাদত বন্ধুৰ হাতত প্ৰাণ হেৰুৱালে যুৱকে |
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ই... |
Sunday, June 7, 2020 |
প্ৰিয় লেখক আৰু প্ৰিয় লেখা (২) - খুশৱন্ত সিং |
প্ৰিয় লেখক আৰু প্ৰিয় লেখা (২) - খুশৱন্ত সিং |
১৯৩৮ চনত খুশৱন্তে লাহোৰত আইনৰ ওকালতি আৰম্ভ কৰে যদিও এই কাম তেখেতৰ একেবাৰে পচন্দৰ নাছিল৷ তাত কাম কৰি থকা অৱস্থাতে দেশৰ বিভাজন হয় আৰু ভাৰতে স্বাধীনতা লাভ কৰে৷ লাহোৰত হিন্দু মুছলমানৰ সংঘৰ্ষৰ সূত্ৰপাত হোৱাত সেই সময়ৰ “চি.আই.ডি.” বিভাগৰ মুৰব্বী তেখেতৰ কলেজীয়া দিনৰে বন্ধু এভাৰেটে বিপদৰ আগজাননী দি খুশৱন্তক তুৰন্তে লাহোৰ ত্যাগ ... |
১৯৪৭ চনৰ পৰা ১৯৫১ চনলৈ তেখেতে বিদেশ মন্ত্ৰণালয়ৰ অধীনত লণ্ডণ আৰু কানাডাৰ অটোৱাত কিছুদিন চাকৰি কৰিছিল৷ তাৰপিছত দেশলৈ ঘুৰি আহি ১৯৫১ চনত আকাশবাণীৰ চাকৰিত যোগদান কৰেহি৷ সেই সময়ৰে এটা কাহিনী উল্লেখযোগ্য ৷ |
বিখ্যাত সাংবাদিক কুলদীপ নায়াৰক খুশৱন্তে লাহোৰত থকা দিনৰে পৰাই চিনি পাইছিল আৰু দুয়োৰে মাজত সু-সম্পৰ্ক আছিল৷ ১৯৫১ চনত আকাশবাণীৰ চাকৰি এটাৰ বাবে কুলদীপ নায়াৰো প্ৰাৰ্থী আছিল৷ খুশৱন্ত সিঙে কুলদীপ নায়াৰক কৈছিল - কেইবাটাও ইংৰাজী শব্দ উচ্চাৰণ কৰোঁতে তোমাৰ ভুল হয়, চাকৰিটোৰ বাবে শুদ্ধ উচ্চাৰণৰ বৰ প্ৰয়োজন, তুমি সেইবাবে এইটো চাকৰ... |
Subsets and Splits
No community queries yet
The top public SQL queries from the community will appear here once available.