text stringlengths 0 188k |
|---|
১৯৫৪ চনৰ পৰা ১৯৫৬ চনলৈ ইউনেস্কৰ চাকৰি লৈ দুবছৰ খুশৱন্ত পেৰিছত থাকিলগৈ৷ ইতিমধ্যেই শিখ জাতিৰ বুৰঞ্জী লিখি লেখক হিচাপে তেখেতে আত্মপ্ৰকাশ কৰিছে৷ ১৯৫৬ চনত তেখেতৰ প্ৰথমখন উপন্যাস ‘মানু মাজৰা’ প্ৰকাশ হয়৷ এইখনেই তেখেতৰ ৰচনাৰ ভিতৰত আটাইতকৈ উচ্চ প্ৰশংসিত, ভাৰত পাকিস্তানৰ বিভাজনৰ কাহিনীৰ ভিত্তিত ৰচিত উপন্যাস – “ট্ৰেইন টু পাকিস্তা... |
১৯৫৬ চনত ভাৰত চৰকাৰে প্ৰকাশ কৰা যোজনা নামৰ পত্ৰিকাখনৰ খুশৱন্ত সিং আছিল প্ৰতিষ্ঠাপক সম্পাদক৷ তাত কিছুদিন কাম কৰাৰ পিছত ১৯৬৯ চনত তেখেতে সম্পাদক হিচাপে মুম্বাইৰ পৰা প্ৰকাশ হোৱা ‘দি ইলাষ্ট্ৰেটেড উইকলি’ নামৰ কাগজখনত যোগদান কৰে৷ তেতিয়াই আৰম্ভ হয় প্ৰায় পাচঁ দশক ধৰি পাঠকক মন্ত্ৰমুগ্ধ কৰি ধৰি ৰখা তেখেতৰ লেখাৰ শিতান – “উইথ মেলিচ... |
৮০ খনতকৈও অধিক গ্ৰন্থৰ প্ৰণেতা খুশৱন্ত সিং লেখক হিচাপে ব্যতিক্ৰম হোৱাৰ প্ৰধান কাৰণ হৈছে অপ্ৰিয় হলেও সত্যক মুকলিকৈ প্ৰকাশ কৰিব পৰা তেখেতৰ সাহস আৰু ক্ষমতা৷ কৌতুক বা হাস্যৰসক তেখেতে সদায় আগস্থান দিছিল৷ কৌতুকৰ সংকলনৰে নখন গ্ৰন্থ প্ৰকাশ কৰা সিঙক এবাৰ শিখ মৌলবাদীয়ে সকীয়নি দিছিল – ছান্টা আৰু বান্টা শীৰ্ষক দুটা শিখ চৰিত্ৰক লৈ ... |
অ’ পেহী আহিলে! অনিচ্ছা সত্ত্বেও সাদৰেৰেই মাতষাৰ দিলে তৰাৰ মাকে। তেওঁ জানে পেহীৰ ৰোষত পৰাৰ পৰিণাম অতি ভয়াবহ হব পাৰে। গাঁওখনত ’নিউজ লাইভ’ বুলি পৰিচয় থকা বন্তি পেহীয়ে তিলটোক তালটো কৰি পেলাব পাৰে মুহূৰ্ততে। আৰু নোহোৱা কথা এটা হোৱা আৰু হোৱা কথা এটাক নোহোৱা কৰাটো পেহীৰ যেন বাওঁহাতৰ খেলহে। গতিকে তেওঁৰ লগত তাল মিলাই চলি থকাটোৱ... |
-ক’ত মৰি আছিলিগৈ নো দুপৰীয়া খন? দেচোন চাহ পানী এটোপাকে। আজিকালি মানুহবোৰ বৰ ভি আই পি হ’ল অ’! বা গাঁৱতো আজিকালি মানুহে দৰ্জা-জপনা দুপৰীয়াতে লগাবলৈ ললে। গোটেই গাঁওখন পাৰ কৰি আহিলো, কাৰো ঘৰত পানী এটুপি নাযাছিলে অ’। কি যে দিনকাল আহিল ঐ! |
চাহকাপ হাতত লৈ বন্তি পেহীয়ে আৰম্ভ কৰিলেই নহয়। |
-জীৱন মাষ্টৰৰ ঘৈণীয়েকৰ কথাটো শুনিছনে নাই? নাপাই আৰু দেই এই বয়সত। মানুহটোক স্কুলখনলৈ পঠাই দিয়াৰ পিছত কি যে চলি থাকে ইয়াত নিমাখিত মানুহটোৱে গমেই পোৱা নাই অ’..কিবা উপায়েৰে মানুহটোৰ কাণত কথাটো পেলাব লাগিছিল। |
-কি কথানো পেহী? তৰাৰ মাকৰ নিজৰ কামবোৰৰ পৰাই আহৰি নাই। গতিকে মানুহগৰাকীয়ে ক’ত কি ঘটি আছে কেতিয়াবা সেই বন্তি পেহী আহিলেহে খবৰ বোৰ পাই। |
থ’ হেৰৌ, বেছি আজলী হৈ নেদেখাবি। গোটেই গাঁও তল-ওপৰ হল। তইহে গম নাপাৱ নে? গিৰিয়েকটো স্কুলখনলৈ বুলি ওলাই যোৱাৰ পিছতেই স্কুতি বাইকত আজি এটা কালি এটা। ইমান সন্মান থকা মানুহটোৰ ঘৰলৈ আজিকালি পিলিঙা ল’ৰামখাৰ অবাধ অহা যোৱা অ’। ক’ৰ ল’ৰা কোনেও চিনি নাপাই। আমাৰ গাঁৱৰ নহয়, চহৰৰ পৰা আহে যেন লাগে। কি বস্তুৰ আদান-প্ৰদান হয় নাজানো। কেই... |
তৰাৰ মাক অলপ আচৰিত হল পেহীৰ কথাত। মানুহগৰাকীক নামঘৰে সবাহে যিমান দিন লগ পাইছে তেনেকুৱা যেনটো নালাগে। পেহীৰ কথাখিনি বিশ্বাসত ল’বলৈ টান পালে তেওঁ। আৰু মদনৰ জীয়েক গুচি আহিল ঠিকেই, কিন্তু বেচেৰী যে সেই দুমহীয়া বৈবাহিক জীৱনৰ শাৰীৰিক অতিশয্যৰ ফল ভুগি গাভাৰী সেই কথাটো পেহীক বুজাই এনেই সময় নষ্ট নকৰিলে আৰু তেওঁ। এৰা মহিলাই মহিল... |
গাঁওখনত কথাটো ৰাষ্ট্ৰ হবলৈ বেছিদিন নালাগিল যে জীৱন মাষ্টৰৰ ঘৈণীয়েকৰ গাত বতাহ লাগিছে। এই খবৰটো প্ৰচাৰ কৰাত পেহীয়ে বৰ গুৰুত্বপূৰ্ণ ভূমিকা এটা গ্ৰহণ কৰিলে। জীৱন মাষ্টৰে গম নোপোৱাকৈ কথাটো অলপ গহীনেই হৈ পৰিল। লাহে লাহে গাওঁবুঢ়াৰো কাণ চোৱালে পেহীয়ে। অৱশেষত ৰাইজৰ মাহেকীয়া জেনেৰেল মিটিঙৰ দিনটো আহি পৰিল। মিটিঙত কথাটো লাজ লাজকৈ ... |
-জীৱন, তই স্কুলত শিক্ষা দি মানুহ গঢ়ি থাকোঁতেই যে তোৰ ঘৰখনেই যে অধঃপতিত হৈছে তই কথাটো গম পাইছনে নাই? |
গাঁওখনত জীৱন মাষ্টৰক সাধাৰণতে মুৰ তুলি কথা নকয় কোনোৱেই। সমীহ কৰে সকলোৱে। তেনে স্থলত গাওঁবুঢ়াৰ মুখত এনে কথা শুনি চক খোৱাদি খালে মাষ্টৰে। |
মানে খুৰাদেউ সেইটো আকৌ কি কথা কলি? |
অ’ শুনিছো আৰু দেখিছো যিটো সেইটোহে কৈছো। তই ইস্কুললৈ বুলি ওলাই যোৱাৰ পিছতেই বাইক স্কুটাৰ লৈ প্ৰায়ে তোৰ ঘৰলৈ কিছুমান অচিনাকি ল’ৰা আহি বোৱাৰীক বস্তু দি যোৱা নিজ চকুৰে দেখিছো আৰু আনৰ মুখতো শুনিছো। দুদিনমান ধৈৰ্য ধৰিলো আমিও বোলো তোৰ কাণত নপৰাকৈয়ে কথাবোৰ সলনি হয় নেকি চাওঁ। কিন্তু দিনে দিনে দেখোন কথাবোৰ বেছিকৈ বাঢ়ি গৈ হে আছে।... |
বহুত সময় তভক লাগি বহি থাকিল জীৱন মাষ্টৰ। নিঃসন্তান জীৱন মাষ্টৰৰ পত্নী ৰমিলাৰ একাকীত্ব দূৰ কৰিবলৈকে বিলাতীজাতৰ কুকুৰ দুটা আৰু লাভ বাৰ্ড চাৰিজোৰা গোটাই দিছে তাইক। ৰমিলাই কথাৰ মহলা মাৰিব নাজানে। ঘৰখনৰ পৰা কলৈকো ওলাই যাব নোখোজা নিসংগ মানুহজনীৰ মনটো পোহৰ কৰি ৰাখিবলৈকে পিছফালে এনেই পৰি থকা মাটিখিনি ধুনীয়াকৈ চহ কৰি ধুনীয়া ফুল... |
গাঁৱৰ পৰা পাঁচ কিঃমিঃ আঁতৰত থকা স্কুলখনত গৈ জীৱনবোৰ পোহৰাই থাকোঁতে তেওঁৰ গাঁওখনেই যে মিছা অন্ধকাৰত পোট গৈ থাকিল। সভাখনত উপস্থিত মানুহখিনিক এই মুহূৰ্তত বৰকৈ ঘিণ লাগিল মাষ্টৰৰ। শিক্ষাৰ পোহৰ কম গাঁওখনত। জ্ঞানমূলক আলোচনা এটাত ভাগ লোৱাতকৈ পৰচৰ্চা কৰাত গুৰুত্ব বেছি। তাতে বন্তি পেহীয়ে সোণত চুৱগা চৰাইছে চাগে। তথাপি বুজাই দিলে ... |
=== |
← আন্দোলন বনাম জ্বলন্ত টায়াৰ — ইলি তালুকদাৰ |
নতুন প্ৰজন্ম — প্ৰাঞ্জলি ভট্ট → |
You May Also Like |
আইগি যাম লছ ৱেগ্ৰে ( প্ৰদ্যুতজ্যোতি শইকীয়া ) |
March 15, 2012 0 |
অন্য এক ভাইৰাছ |
February 17, 2022 February 20, 2022 0 |
চাকনৈয়া (মৌচুমী বৰি) |
January 14, 2015 0 |
Subscribe |
Login |
Notify of |
new follow-up comments new replies to my comments |
Label |
Name* |
Email* |
Website |
Δ |
Label |
Name* |
Email* |
Website |
Δ |
0 Comments |
Inline Feedbacks |
View all comments |
অন্যান্য শিতান |
অসমীয়া লিখন সঁজুলি |
সাহিত্যৰ এপ |
দেশে-বিদেশে |
গ্ৰন্থ আলোচনা |
আখল |
বোলছবি |
ক্ৰীড়া |
অনুভৱ |
স্বাস্থ্যকথা |
অনুবাদ |
সম্পাদকলৈ চিঠি |
প্ৰাক্তন সম্পাদকসকল |
সম্পাদনা সমিতি |
সংখ্যাটোত আঁৰত |
ই-কিতাপ |
শ্ৰব্য-নাট |
শিশু-শিতান |
ৱিকিপিডিয়া বাৰ্তা |
ভাল খবৰ |
সৰিয়হ ফুল |
শিল্প-ভাস্কৰ্য্য |
শিতানত লেখাৰ সংখ্যা |
শিতানত লেখাৰ সংখ্যা Select Category অনুবাদ (274) অনুভৱ (528) অসমীয়া লিখন সঁজুলি (1) আখল (215) ই-কিতাপ (38) কবিতা (1,316) ক্ৰীড়া (36) গল্প (1,217) গ্রন্থ-আলোচনা (133) দেশে-বিদেশে (307) ধাৰাবাহিক (465) প্ৰবন্ধ (1,432) বোলছবি (116) ভাল খবৰ (23) ভিন্নস্বাদ (973) ৰহঘৰা (895) ৱিকিপিডিয়া বাৰ্তা (15) শিল্প আৰু ভাষ্কৰ্য্য (194)... |
Copyright © 2022 সাহিত্য ডট অৰ্গ. All rights reserved. |
Theme: ColorMag by ThemeGrill. Powered by WordPress. |
Copying is Prohibited! |
wpDiscuz |
Insert |
সাহিত্য ডট অৰ্গ |
দায়লুপ্তি |
সাহিত্য ডট অৰ্গত প্ৰকাশ হোৱা যিকোনো লেখাৰ সমল, মতামত তথা দৃষ্টিভংগী সম্পূৰ্ণৰূপে লেখকৰ নিজা; আলোচনীৰ তাত কোনো হস্তক্ষেপো নাথাকে বা লেখাৰ মতামত আলোচনীৰ মতামত নহয়৷ |
সেয়েহে, লেখা এটাৰ কাৰণে কোনো অনাহুত পৰিস্থিতিৰ সৃষ্টি হ’লে তাৰবাবে লেখকে নিজেই দায়িত্ব ল’ব লাগিব আৰু আলোচনী কোনোপধ্যেই জগৰীয়া নহ’ব৷<eot>HomeWHOৰ বিজ্ঞানীৰ সতৰ্কবাণী: Coronaৰ পৰৱৰ্তী প্ৰকাৰ সোনকালে আহি আছে, ই Omicronতকৈ অধিক বিপদজনক হ'ব পাৰে |
WHOৰ বিজ্ঞানীৰ সতৰ্কবাণী: Coronaৰ পৰৱৰ্তী প্ৰকাৰ সোনকালে আহি আছে, ই Omicronতকৈ অধিক বিপদজনক হ'ব পাৰে |
- January 27, 2022 |
ক'ৰোনাৰ নতুন প্ৰকাৰ, Omicron কেছৰ বাবে বিশ্বজুৰি সংক্ৰমণৰ ক্ষেত্ৰত বৃদ্ধি হৈছে। ইফালে, বিশ্ব স্বাস্থ্য সংস্থাই বৃহস্পতিবাৰে কয় যে যোৱা সপ্তাহত সমগ্ৰ বিশ্বতে ২.১ কোটি ক'ৰোনা ৰোগীৰ খবৰ পোৱা গৈছে, যি সূচায় যে এই সময়ত ক'ভিড-১৯ৰ তৃতীয় ঢৌ (Covid Third Wave) কিমান তীব্ৰ। সমগ্ৰ বিশ্বৰ গৱেষকসকলে বিশ্বাস কৰে যে অমিক্ৰন প্ৰকা... |
বিশ্ব স্বাস্থ্য সংস্থাৰ (WHO) এজন বিষয়াই শেহতীয়াকৈ কৈছে যে অমিক্ৰনৰ সংযোজনে শীঘ্ৰেই পৃথিৱীত এটা নতুন প্ৰকাৰ দেখিব পাৰে। বিজ্ঞানীজনে এইটোও বিশ্বাস কৰিছে যে একে সময়তে, এই নতুন প্ৰকাৰটো অমিক্ৰন (Corona new Variant)তকৈ অধিক দ্ৰুত গতিত বিয়পিব পাৰে। |
ছ'চিয়েল মিডিয়াত এক আলোচনাৰ সময়ত, বিশ্ব স্বাস্থ্য সংস্থাৰ বিজ্ঞানী মাৰিয়া ভান কেৰখোৱে (Maria Van Kerkhove) কৈছে যে কোভিডৰ ক্ষেত্ৰত অভিলেখ বৃদ্ধি হৈছে। তেওঁ অৱশ্যে কৈছে যে অমিক্ৰনটো কোভিডৰ আগৰ প্ৰকাৰবোৰৰ দৰে বিপদজনক নাছিল। তেওঁ এইটোও সতৰ্ক কৰি দিছিল যে কোভিডৰ পৰৱৰ্তী প্ৰকাৰটো ইয়াতকৈ বহুত বেছি বিপদজনক হ'ব পাৰে। |
Facebook |
Twitter |
Post a Comment |
0 Comments |
Social Plugin |
Popular Posts |
অজন্তা নেওগৰ বাজেটে চৰকাৰী কৰ্মচাৰীক দিলে ভালখবৰ! মৰগীয়া বানচ আৰু ৩ শতাংশ বৃদ্ধি কৰাৰ সিদ্ধান্ত, পেঞ্চনাৰৰ বাবেও বিশেষ সুবিধা! |
March 16, 2022 |
আঙুলি দেখুৱাই কান্দি থকা এই শিশুটো আজি সমগ্ৰ দেশৰে হৃদস্পন্দন, তেওঁৰ সৰলতাই মুগ্ধ কৰে সকলোকে ! চিনিব পাৰিছে নেকি তেওঁ কোন হয় ?<eot>অহা ২৭ ফেব্ৰুৱাৰিত হ’ব লগীয়া ত্ৰয়োদশ নাগালেণ্ড বিধানসভা নিৰ্বাচনৰ বাবে আজি ৪ বজাত প্ৰচাৰ অভিযানৰ সামৰণি পৰে। বিভিন্ন কাৰণত এইবাৰ নিৰ্বাচনী প্ৰচাৰ তেনেই সেৰেঙা দেখা গ’ল। |
আনহাতে মোটামুটি হিংসামুক্তভাৱে বিগত দিনবোৰ পাৰ হৈছিল যদিও আজি অন্তিম দিনা নিৰ্বাচনী হিংসাত এজন লোকৰ প্ৰাণ যায়। আন বহুকেইজন আহত হয়। ৰাজ্যখনৰ মোককচাং জিলাৰ তুলিত এই হিংসাত্মাক ঘটনা হয়। ঘটনাৰ বিৱৰণী মতে দুটা ৰাজনৈতিক দলৰ সমৰ্থকৰ মাজত গুলীয়াগুলীৰ ফলত এজন লোক নিহত হয়। |
সূত্ৰটোৱে জনোৱা মতে আজি চূণটিয়াত এটা ৰাজনৈতিক দলে নিৰ্বাচনী প্ৰচাৰ চলাই থকাৰ সময়ত আন দলৰ সমৰ্থকৰ মুখামুখি হোৱাত এই সংঘৰ্ষৰ সূত্ৰপাত ঘটে। ইয়াৰ পিছত এই আক্ৰমণত এজন যুৱকৰ মৃত্যু হোৱা বুলি খবৰ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰাত সমগ্ৰ অঞ্চলটোত উত্তেজনা বিয়পি পৰে। লগে লগে ঘটনাৰ খবৰ পাই নাগালেণ্ড আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ... |
আনহাতে মোককচাং জিলা প্ৰশাসনে জিলাখনত ১৪৪ ধাৰা আৰোপ কৰিছে। নাগালেণ্ড আৰক্ষীয়ে জনোৱা মতে এই পৰ্য্যন্ত ৰাজ্যখনত ২১২১ জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে। আৰু ৪৪ খন জামিনবিহীন গ্ৰেপ্তাৰী পৰোৱানা জাৰি কৰা হৈছে। |
ৰাজ্যখনৰ মুখ্য নিৰ্বাচনী বিষয়া অভিজিৎ সিনহাই এছ এম এছ যোগে সকলো ভোটাৰকে অহা ২৭ তাৰিখে পুৱা ৭ বজাৰ পৰা আবেলি ৪ বজালৈকে শান্তিপূৰ্ণভাৱে আৰু দায়বদ্ধতাৰে ভোট দিবলৈ আহ্বান জনাইছে। |
উল্লেখযোগ্য যে নাগালেণ্ডত অহা ২৭ তাৰিখে নিৰ্বাচন অনুষ্ঠিত হ’ব। মুঠ ৫৯ টা সমষ্টিৰ বাবে ১৯৫জন প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰিছে। |
Recent News |
গান্ধীৰ ৰাজ্যত বিপৰ্যস্ত কংগ্ৰেছ; কিয় গুজৰাটৰ নিৰ্বাচনী ইতিহাসৰ আটাইতকৈ বেয়া ফলাফল কংগ্ৰেছৰ? |
পুটিনৰ সতৰ্কবাণী! পাৰমাণৱিক অস্ত্ৰ ব্যৱহাৰৰ দৰে পৰিস্থিতিয়েই কিন্তু ক্ৰমে সৃষ্টি হৈছে |
কোন জিকিল পাঁচখন ৰাজ্যৰ বিধান সভাৰ উপনিৰ্বাচনত ?? |
Subsets and Splits
No community queries yet
The top public SQL queries from the community will appear here once available.