text
stringlengths
0
188k
Other stories by Anil Sharma
Translator : Pankaj Das
Share
Pankaj Das is Translations Editor, Assamese, at People's Archive of Rural India. Based in Guwahati, he is also a localisation expert, working with UNICEF. He loves to play with words at idiomabridge.blogspot.com.<eot>বৰ্তমান কাৰাগাৰত থকা বিতৰ্কিত আৰ টি আই কৰ্মী দুলাল বৰাৰ কইনাধৰাত থকা এটা বাসভৱন ১ সপ্তাহৰ ভিতৰত খালী কৰ...
বৰাই একচনীয়া ভূমিত অনুমতিবিহীনভাৱে অট্টালিকা নিৰ্মাণ কৰা বাবে উক্ত ভৱনটো উচ্ছেদ কৰাৰ বাবে খালী কৰাৰ নিৰ্দেশ দিছিল পৌৰ নিগম কৰ্তৃপক্ষই।
বিতৰ্কিত আৰ টি আই কৰ্মীজন ব্লেক মেইলিং আৰু অবৈধভাৱে ধন সংগ্ৰহৰ কেইবাটাও গোচৰত বৰ্তমান কাৰাগাৰত আছে।
আদালতে দিয়া সকাহ দিয়া সময়ৰ পিছত ভৱনটো খালী নকৰিলে জি এম চিয়ে উচ্ছেদ চলোৱাৰ পূৰ্ণ সম্ভাৱনা আছে।
উল্লেখযোগ্য যে তথ্য জনাৰ অধিকাৰ আইনখনৰ অপব্যৱহাৰেৰে বিভিন্নজনক ব্লেকমেইলিং কৰাৰ অভিযোগত বৰাক ৭ ডিচেম্বৰত মহানগৰৰ হাতীগাওঁ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল।
পৰৱৰ্তী সময়ত বৰাৰ বিৰুদ্ধে চি আই ডিতো কেইবাটো গোচৰ ৰুজু কৰে ভুক্তভোগী বন বিষয়াই।
বৰাৰ বাসগৃহৰ পৰা চি আই ডিয়ে ১১ জানুৱাৰিত প্ৰায় ৩৫ লাখ টকা মূল্যৰ এখন গাড়ীও জব্দ কৰিছিল।
আয়তকৈ অধিক সম্পত্তি আহৰণৰ বাবেও চি আই ডিয়ে বৰাৰ বিভিন্ন স্থানত থকা ঘৰ আৰু সম্পত্তিৰ তথ্য উদ্ধাৰৰ বাবে চেষ্টা অব্যাহত ৰাখিছে।
আনহাতে বৰাই যিসকল দুৰ্নীতিগ্ৰস্ত বন বিষয়াৰ পৰা নিয়মীয়াকৈ ধন লাভ কৰি আহিছিল, তেওঁলোকৰো বহুকেইজনক তলব কৰিছে চি আই ডিয়ে। ইয়াৰে কেইজনমান বিষয়াই ইতিমধ্যে আগতীয়া জামিন লৈছে।
Recent News
গুজৰাট বিধানসভাৰ ১৮২খন আসনত মুছলমান বিধায়ক এজন; কংগ্ৰেছৰ টিকটত জয়ী ইমৰান
ৰকেট আক্ৰমণৰ সন্দেহ! পঞ্জাৱৰ তৰণ তাৰণ আৰক্ষী থানাত বিস্ফোৰণ; আৰম্ভ তালাচী অভিযান
চাঞ্চল্যকৰ প্ৰতিবেদন! ছয় লাখ ভাৰতীয়ৰ ব্যক্তিগত তথ্য ‘চুৰি’; বৃহৎ মূল্যৰ বিনিময়ত বিক্ৰী
FIFA World Cup 2022: তীব্ৰ উত্তেজনামূলক যুঁজত নেদাৰলেণ্ডক হৰুৱাই ফুটবল বিশ্বকাপৰ ছেমি ফাইনেলত আৰ্জেণ্টিনা
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ই...
ঘটনাটো লংকা সুভাষ নগৰৰ। নিজৰ ঘৰৰ পদূলিত থকা নিজৰ ব্যৱসায় প্ৰতিষ্ঠানখন খোলাৰ লগে লগে আজিৰ অসম বন্ধৰ সমৰ্থকৰ প্ৰায় অৰ্ধ শতাধিক বাঙালী যুৱকে প্ৰথমে আহি যুৱতীগৰাকীৰ লগত বাকযুদ্ধত লিপ্ত হয়।
বন্ধৰ সমৰ্থকৰ দলটোৱে জোৰ কৰি যুৱতীগৰাকীৰ প্ৰতিষ্ঠান বন্ধ কৰিবলৈ বিচৰাত তেওঁলোকক যুৱতীগৰাকীয়ে দৃঢ়তাৰে কয়, “নকৰো দোকান বন্ধ। গলিয়ে গলিয়ে আহি আপোনালোকে দোকান বন্ধ কৰিবলৈ কোন?”
“মানুহকেইজন মৰা কাৰণে আমি দুখ পাইছো। আমিও কেণ্ডেল জ্বলাইছিলো। কিন্তু বন্ধ দিলেই তেওঁলোক ঘূৰি নাহে।” যুৱতীগৰাকীৰ হৈ মাত মতা আন এগৰাকী মহিলাই তেওঁলোকক কয়।
আনহাতে এজন অসমীয়া যুৱকে তেওঁলোকক প্ৰশ্ন কৰে, “আপোনালোকে ২৩ তাৰিখৰ বন্ধক সমৰ্থন কৰিছিল নে?”
মহিলাকেইগৰাকীৰ এগৰাকীয়ে কয়, “দুদিন মানৰ পূৰ্বে এজনী ছোৱালীক জিন্দা জ্বলাই দিছিল। আপোনালোকে বন্ধ দিছিল নে? অসমৰ আনবোৰ হত্যা-ধৰ্ষণত আপোনালোকে কেতিয়াবা বন্ধ দিছিল নে?”
যুৱতীগৰাকীয়ে কয়, “মোৰ এটা প্ৰশ্নৰ উত্তৰ দিয়ক। আপোনালোকৰ বেগলী মানুহ এজনে যে এজনী বেংগলী ছোৱালীক ৰেইপ কৰিছিল, আপোনালোকে বন্ধ কিয় দিয়া নাছিল?”
“বন্ধই কাৰো একো লাভ নকৰে, একো সমস্যা সমাধান নকৰে। ৰাজনীতি ইয়াত নহয়।” এইবুলি কৈ দোকান বন্ধ নকৰো বুলি দৃঢ়তাৰে জনাই দিয়ে।
ইফালে বন্ধৰ সমৰ্থকসকলে এই সমগ্ৰ ঘটনাটোৰ ৰেকৰ্ডিং কৰি থাকে। বন্ধৰ সমৰ্থকসকলে তেওঁক ভাবুকি দিয়াৰো অভিযোগ আনিছে যুৱতীগৰাকীয়ে।
আনহাতে যুৱতীগৰাকীয়েও সকলো দৃশ্য নিজৰ ম’বাইলত আবদ্ধ কৰি ৰাখে। পিছত তেওঁ ঘটনা সম্বন্ধে লংকা আৰক্ষীক অৱগত কৰা বুলি জানিব পৰা গৈছে।
 “>
Recent News
লাচিতলৈ সন্মান, নে অপমান?
খাবলৈ দিয়াৰ পইচা নথকাৰ বাবেই নিজৰ কান্দি থকা ২ বছৰীয়া কন্যাক হত্যা অভিযন্তাৰ!
অসমৰ ১৬ গৰাকী বিশিষ্ট শিল্পী তথা সাংস্কৃতিক কৰ্মীলৈ সংগীত নাটক একাডেমীৰ সন্মান
অস্কাৰ বিজয়ী সংগীত শিল্পী, অভিনেত্ৰী আইৰিন কাৰা এস্কালাৰাৰ মৃত্যু
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ই...
জনপ্ৰিয়
ঝাড়ুৱে সাৰি পেলালে ‘শুকান পদুম’ক
ৰোগতকৈ ‘ছাৰ্ভাৰ ডাউন’টোহে ৰোগীৰ সমস্যা
“মামা,আমাক খেলিবলৈ দিয়ক !”
অভিযন্তাক অপদস্থক কৰাৰ বাবেই বিদ্যুৎ কৰ্তন
খহনীয়াই খহাইছে ‘সপোন’
স্মাৰ্ট আৰক্ষীৰ ‘গা এৰা’ দিয়া কাৰ্যৰ বিৰুদ্ধে প্ৰতিবাদ
- Advertisement -
You're visiting the official website of The Cross Current, an independent digital media platform based in Guwahati, Assam. We bring you the latest news from in and around Assam and North Eastern Region of India.<eot>চিৰন্তন প্ৰমূল্যবোধেৰে জীৱনক আগুৱাই নিয়া আৰু মানৱীয় উত্তৰণৰ মূল আধাৰ হৈছে জ্ঞান। প্রজ্ঞাৰ সাধনাই মানুহ...
মানুহে স্বাভাৱিকতে ক’ব বিচাৰে যে জ্ঞান আৰু প্ৰজাৰ মাজত এক নিকট সম্পর্ক আছে। ব্যৱহাৰিক আৰু তত্ত্বগত জিজ্ঞাসাই বিষয়বস্তুৰ অন্তৰ্নীল অনুসন্ধানৰ বাবে প্ৰেৰণা যোগাই মানসিক সঞ্চলন আৰু পৰিবর্তন সম্ভব কৰি তোলে। ইয়ে সত্যৰ দিশলৈ যাবলৈ এক বাতাৱৰণৰ সূচনা কৰে। পৰৱৰ্তী পৰ্যায়ত চিন্তাৰ ৰূপান্তৰ সাধন কৰি সুন্দৰতম পথেৰে আগুৱাই যোৱাৰ...
মনস্তাত্ত্বিক দিশৰ পৰা প্ৰজ্ঞাক একেটা সূত্রেৰ নির্ণয় কৰাটো সম্ভৱ নহয়। জ্ঞানৰ শ্রেষ্ঠতা আৰু পুৰাতন বিশৰ সমন্বয়ৰ মাজেৰে প্ৰজ্ঞাৰ সাধনা সম্ভব। আনুষ্ঠানিক গাঁথনিৰ পৰাই যুক্তিবাদৰ সূচনা হয়। ইয়ে মানুহৰ চিন্তক ইতিবাচকভাবে আগুৱাই লৈ গৈ দৰ্শনৰ সূচনা কৰে। ইতিবাচক মনস্তত্ত্বই মানুহক আনৰ গভীৰতালৈ লৈ যায়। ইয়ে মানুহক বিষয়বস্...
Share this:
Tweet
Telegram
WhatsApp
Reader's Article
Post navigation
Previous Previous post: বাবৰি ধ্বংসৰ বাৰ্ষিকীত উত্তৰ প্ৰদেশৰ মথুৰাত ৩,০০০ নিৰাপত্তাকৰ্মী নিযুক্ত
Next Next post: সুখৰ অনুভূতি- হিমাদ্ৰী বৰকটকী
Search for:
Categories
Breaking News (4)
Daily Astrology (289)
Entertainment (386)
Health (574)
International (589)
National (2,258)
Reader's Article (846)
Reader's Poetry (801)
Regional (3,757)
Science (33)
Sports (749)
Z (54)
Archives
November 2022 (499)
October 2022 (412)
September 2022 (395)
August 2022 (526)
July 2022 (537)
June 2022 (540)
May 2022 (535)
April 2022 (519)
March 2022 (557)
February 2022 (549)
January 2022 (488)
December 2021 (683)
November 2021 (607)
October 2021 (609)
September 2021 (713)
August 2021 (664)
July 2021 (602)
June 2021 (453)
May 2021 (312)
January 2021 (3)
আলোচনা আৰু সমালোচনা – সংযুক্তা দত্ত
30 Nov 2022
আলোচনা আৰু সমালোচনা -সংযুক্তা দত্ত, দেৰগাঁও কমল দুৱৰা মহাবিদ্যালয় এই শব্দ দুটা মানুহৰ মুখত বহুত শুনো আমি । মানুহ সমাজ...
Read More
জনসমাগম আৰু অপৰাধ – শৈলেন কুমাৰ
30 Nov 2022
জনসমাগম আৰু অপৰাধ -শৈলেন কুমাৰ, মিৰ্জা যিজন ব্যক্তিৰ নিজস্বতা নাই,সেইজন ব্যক্তিয়ে ৰাইজৰ সমগম ( ভিৰ ) ৰ সংগী হয় ৷...
Read More
পশ্চিম গুৱাহাটীত অসম চৰকাৰ কৃষিবিভাগ আৰু পখিলা ফাৰ্মাৰ প্ৰডিউচাৰ কোঃ লিমিটেডৰ সহযোগত কৃষক সভা অনুষ্ঠিত
30 Nov 2022
পশ্চিম গুৱাহাটীত অসম চৰকাৰ কৃষিবিভাগ আৰু পখিলা ফাৰ্মাৰ প্ৰডিউচাৰ কোঃ লিমিটেডৰ সহযোগত কৃষক সভা অনুষ্ঠিত মিৰ্জা, ৰঙিলী বাৰ্ত্তাসেৱা- কামৰূপৰ জিলাৰ...
Read More