text stringlengths 0 188k |
|---|
যোৰহাট নগৰৰ গুলীচালনা ঘটনাৰ |
30 Nov 2022 |
যোৰহাট নগৰৰ গুলীচালনা ঘটনাৰ ৰঙিলী বাৰ্ত্তাসেৱা- যোৰহাট নগৰৰ গুলীচালনা ঘটনাৰ দ্বিতীয়জন অভিযুক্ত ৰাজেশ চাহু ওৰফে ৰাহুল চাহুলৈ আৰক্ষীৰ গুলীচালনা। আৰক্ষীৰ... |
Read More |
Reach us |
62, Medhi Villa, Shitala Mandir Path, Fatasil Manpara, A. K. Dev Road, P. O. Dhirenpara (Ambari Tiniali), Guwahati – 781025, Assam, India<eot>সন্ত্ৰাসবাদীক বিত্তীয় যোগান ধৰাটো সন্ত্ৰাসবাদতকৈ অধিক বিপজ্জনক। এই মন্তব্য কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ। কেন্দ্ৰীয় গৃহমন্ত্ৰী গৰাকীয়ে শুকুৰবাৰে কয় যে সন্ত্ৰাসবাদৰ ভাবুকি ক... |
তেওঁ কয়, ” ক্ৰিপ্টোকাৰেন্সীৰ দৰে ভাৰ্চুৱেল সম্পদৰ ব্যৱহাৰ বৃদ্ধি পাইছে।এই ডাৰ্কনেট কাৰ্যকলাপৰ আৰ্হিবোৰ বুজি লোৱাটো প্ৰয়োজনীয় কথা হৈ পৰিছে আৰু সেইবোৰৰ সমাধান বিচাৰি উলিওৱাৰ সময়ো আহি পৰিছে।” শ্বাহে কয় “মই বিশ্বাস কৰোঁ যে সন্ত্ৰাসবাদীক বিত্তীয় যোগান ধৰাটো সন্ত্ৰাসবাদতকৈ অধিক বিপজ্জনক। কিয়নো সন্ত্ৰাসবাদ এনে ধৰণৰ পুঁজিৰ ... |
তেওঁ লগতে কয় যে আমি এইটোও স্বীকাৰ কৰোঁ যে সন্ত্ৰাসবাদৰ ভাবুকি কোনো ধৰ্ম, ৰাষ্ট্ৰীয়তা বা গোটৰ সৈতে সম্পৰ্কিত হ’ব নোৱাৰে আৰু তেনে কৰিবও নালাগে। ভাৰতে এই বিপদৰ বিৰুদ্ধে যুঁজিবলৈ নিৰাপত্তা শৈলীৰ লগতে আইনী আৰু বিত্তীয় ব্যৱস্থাক সুৰক্ষিত কৰি তুলিছে।তেওঁ কয় “এয়া আমাৰ নিৰন্তৰ প্ৰচেষ্টাৰ ফল। ভাৰতত সন্ত্ৰাসবাদী ঘটনাবোৰ যথেষ্ট... |
“আমি দেখিছো যে কিছুমান দেশে সন্ত্ৰাসবাদীসকলক সুৰক্ষা আৰু আশ্ৰয় দিয়ে। এজন সন্ত্ৰাসবাদীক সুৰক্ষা দিয়াটো সন্ত্ৰাসবাদক প্ৰশ্ৰয় দিয়াৰ সমান। এইটো আমাৰ সামূহিক দায়িত্ব হ’ব যে এনে উপাদানবোৰে যাতে কেতিয়াও তেওঁলোকৰ উদ্দেশ্যত সফলহ’ব নোৱাৰে সেয়া নিশ্চিত কৰা,” তেওঁ কয়। আফগানিস্তানৰ শাসন পৰিৱৰ্তনৰ কথা উল্লেখ কৰি গৃহমন্ত্ৰীয়ে ... |
Recent News |
বিশ্বকাপত অংশগ্ৰহণ কৰা দেশৰ ফুটবলাৰসকলৰ পৰিয়ালক ভাবুকি দিছে ইৰানে! |
চীনে ইন্ধন সুৰক্ষাৰ ক্ষেত্ৰত ৰাছিয়াৰ সৈতে গভীৰ সম্পৰ্ক গঢ়ি তুলিব: জি জিনপিং |
চাৰ্ভাইকেল স্পণ্ডাইল’ছিছ কি জানো আহক |
বিমানৰ ইঞ্জিনত প্ৰথম হাইড্ৰ’জেন ইন্ধন; সফল পৰীক্ষাৰ দাবী ৰোলছ ৰয়েছৰ |
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ই... |
আমাৰ বহু ৰাজনীতিবিদ হয়েই, আমাৰ অসমৰ জনগণো প্ৰায়েই এনে ‘সুৰংগ দৃষ্টি’ৰ ফলত বিপদত পৰে৷ |
আজি বিদ্যুতৰ অত্যধিক মাছুল লৈ আমাৰ মানুহ ক্ষুব্ধ৷ তেওঁলোকৰ কিছু অংশ হয়তো ডিজিটেল ‘স্মাৰ্ট’ মিটাৰৰ একেবাৰে ‘আনস্মাৰ্ট’ ভুল হিচাবৰ বলি হৈছে৷ কিন্তু বিদ্যুতৰ বিলৰ অত্যধিক বৃদ্ধি চৰকাৰী নীতিৰ অৱধাৰিত ফল৷ |
চৰকাৰে যোৱা কেইমাহমান ধৰি প্ৰস্তুত কৰি বিধেয়কৰ ৰূপত ৰাইজৰ ওপৰত জাপি দিব খোজা বিদ্যুৎ যোগান আৰু উৎপাদনৰ নিয়মাৱলী সলনি কৰিব খোজা প্ৰস্তাৱতে তাৰ পূৰ্বাভাস স্পষ্টকৈয়ে ফুটি ওলাইছিল৷ কাৰণ তাত বিদ্যুৎ উৎপাদনৰ খৰচত ৰাজসাহায্য দি বিদ্যুতৰ বিল হ্ৰাস কৰাৰ পুৰণি নিয়ম সলনি কৰাৰ লক্ষ্য স্পষ্টকৈ নিৰ্ধাৰণ কৰি দিয়া হৈছে৷ ইয়াৰ ফলত পুঁজি... |
কথাবোৰ বিদ্যুৎ কৰ্মীসকলৰ সংগঠনে আৰু বাঁওপন্থী দলবোৰে বহু দিন ধৰি কৈয়ে আছিল৷ কিন্তু সুৰংগ দৃষ্টিত নিমগ্ন ৰাইজে সেইপিনে মনকাণেই নিদিলে৷ এতিয়া অন্ততঃ শুনক৷ বিদ্যুৎ, বাটপথ, সুলভ যাতায়াত, ৰাজহুৱা চিকিৎসালয় আদিৰ দৰে public utility, ৰাজহুৱা সেৱা৷ তাৰ উৎপাদনৰ খৰচ যিমানেই নহওক কিয়, সাধাৰণ জীৱন সুকলমে চলাই যাবলৈ যি পৰিমাণৰ বিদ্য... |
সুৰংগ দৃষ্টিৰ আন এক চমকপ্ৰদ নিদৰ্শন কলিয়াবৰৰপৰা জামুগুৰিহাটলৈ ব্ৰহ্মপুত্ৰৰ তলেদি খান্দিব খোজা বিশাল এটা সুৰংগ, যাৰ মাজেদি ট্ৰেইন, মটৰ, ট্ৰাক চলিব৷ হয়তো কেইবা শাৰীৰ (lane) পথ৷ ৭০০০ কোটি টকাৰ দৰে বিশাল অংকৰ ধন তাৰ নিৰ্মাণত ব্যয় হ’ব৷ হয়তো আৰু বেছি হ’ব৷ |
আঁচনিখন কেন্দ্ৰৰ প্ৰতিৰক্ষা দপ্তৰৰ৷ আজি চাৰে চাৰি বছৰমান পূৰ্বেই কথাটো কেন্দ্ৰৰ মন্ত্ৰী আৰু বিষয়াই ৰাজহুৱাকৈ ব্যক্ত কৰিছিল৷ আৰু মই তেতিয়াই The Assam Tribune ত এনে সুৰংগৰ পৰা হ’ব পৰা নানা বিপৰ্যয়ৰ বিষয়ে ৰাইজক সজাগ কৰিবলৈ এখন চিঠি লিখিছিলোঁ৷ মোৰ চিঠিৰ উত্তৰত প্ৰযুক্তিবিদ সঞ্জীৱ সভাপণ্ডিত আৰু NHPC ৰ বিষয়া A N Ahmed এ যুক্... |
এতিয়া অসমৰ মুখ্যমন্ত্ৰীয়ে আহ্লাদৰ সুৰত কৈছে যে নিযুক্তি বৃদ্ধিৰ বাবে বহুকেইটা পৰীক্ষা পতাৰ পিছত তেওঁলোক অসমৰ মানুহৰ সুখ-সমৃদ্ধিৰ বাবে কলিয়াবৰৰ পৰা জামুগুৰিহাটলৈ এটা আহল-বহল সুৰংগ খন্দাব৷ |
আমাৰ বোধেৰে এইটো কেন্দ্ৰই ঘোষণা কৰি থোৱা সেই আপদীয়া সুৰংগটোৱেই৷ আগতে এবাৰ লিখিছিলো যে বিজেপি শাসিত ৰাজ্যবোৰৰ চৰকাৰৰ অন্যতম প্ৰধান কাম হ’ব কেন্দ্ৰত ক্ষমতাসীন মূল বিজেপি চৰকাৰৰ নীতিবোৰ সুফলা আৰু জনহিতকৰ বুলি ৰাজ্যৰ ৰাইজক ফুচুলোৱা৷ আমাৰ মুখ্যমন্ত্ৰীয়ে তাৰ প্ৰমাণ দেখুওৱা নাই জানো? |
বিভিন্ন ভূতত্ত্ববিদক সুধি মই গম পাইছিলোঁ যে কঠিন গ্ৰেনাইট জাতীয় শিলেৰে ব্ৰহ্মপুত্ৰ উপত্যকাৰ ভূ-ত্ত্বক বা ভূ-পৃষ্ঠৰ ওপৰৰ স্তৰবোৰ গঠিত নহয়৷ বৰং বালিয়া শিল (Sedimentary rock) আৰু ঢিলা মাটিহে মাটিৰ উপৰিভাগত ২-৩ কিলোমিটাৰ দ-লৈকে জুৰি আছে৷ |
এনে ভূখণ্ডত বিশাল খননকাৰ্য চলালে এই শিথিল মাটি আৰু কোমল শিলত অত্যধিক কম্পন [vibration] হ’ব৷ তাৰ ক্ৰমবৰ্দ্ধিত [cumulative] মাত্ৰাৰ ফলত এই কোমল শিলৰ স্তৰ আৰু শিথিল মাটিৰ বান্ধোন লৰাই দি নানা প্ৰাকৃতিক বিপৰ্যয় ঘটাব পাৰে৷ ক’ৰবাত পাহাৰ খহি পৰা, ভূমিস্খলনৰ দৰে দুৰ্যোগতো হ’বই, ব্ৰহ্মপুত্ৰৰ পলসুৱা বুকুত অবিৰত কম্পনে পানী এনেদৰ... |
সুৰংগ হয়তো বনাব পৰা যাব৷ কিন্তু তাৰ ফলত পৰিপাৰ্শ্বত এনে যিবোৰ বিপদ হ’ব পাৰে, তাৰ কথা বিভিন্ন বিশেষজ্ঞৰ সৈতে বিতংকৈ পাতি লোৱা হৈছে নে? থলুৱা ৰাইজৰ মতামত লোৱা হৈছে নে? উত্তৰাখণ্ডৰ জলবিদ্যুৎ উৎপাদনৰ হুতাহত যিবোৰ সৰু-বৰ বান্ধ জধেমধে নিৰ্মাণ কৰা হৈছিল, সেইবোৰে পাহাৰৰ ভূখণ্ডৰ ভাৰসাম্য নষ্ট কৰাত ২০১২ চনত অভাৱনীয় ভূমিস্খলন হৈ ... |
গতিকে কেৱল পূৰ্তবিদ [Civil Engineer] আৰু প্ৰযুক্তিবিদৰ প্ৰস্তাৱ গ্ৰহণ কৰিলেই নহ’ব৷ অসমৰ ভূতত্ত্ববিদসকল, পৰিৱেশ বিজ্ঞানীসকল আৰু জনসাধাৰণৰো দ্বিধাহীন সমৰ্থন অবিহনে এনে এক প্ৰাণঘাতী প্ৰকল্পত সন্মতি দিব নোৱাৰি৷ সোৱণশিৰি বান্ধ সম্পূৰ্ণ নিৰাপদ বুলি দিয়া ভৰসা যোৱা কেইটামান বছৰত ঘটা দুৰ্ঘটনাবোৰে সন্দেহজনক বুলি ইতিমধ্যে প্ৰমাণ ... |
আৰু এক গভীৰ দুশ্চিন্তাৰ কাৰণ হৈছে এই বিশাল প্ৰকল্প সম্পূৰ্ণ কৰিবলৈ দুয়ো পাৰৰ বিৰাট এলেকাৰ ভূমি অধিগ্ৰহণ কৰা প্ৰয়োজন৷ দুয়ো পাৰে সুৰংগৰ মুখখনৰ আকাৰ ভিতৰৰ পিনতকৈও বহু বেছি আহল-বহল হ’ব, কাৰণ তাত দুই-তিনি দিশৰপৰা অহা ৰে’লপথ আৰু ট্ৰাক-মটৰ আদিৰ পথ লগ লাগিব, হয়তো এক আস্থানো ওচৰত থাকিব৷ সুৰংগৰ ৰক্ষণাবেক্ষণৰ বাবে সেনাৰ শিবিৰ, জৰ... |
গতিকে চৰকাৰে চৰকাৰীভাৱে ব্যাপক আৰু বিতং আলোচনা অনুষ্ঠিত কৰক৷ থলুৱা অনা-চৰকাৰী বিশেষজ্ঞৰ মতামত সংগ্ৰহ কৰক, ৰাইজেও বিচাৰক৷ এনে সুৰংগৰ পৰিণাম সম্পৰ্কে থকা বেছিভাগ সন্দেহ-সংশয়ৰ নিৰসন কৰক৷ তাৰ পিছত স্পষ্টকৈ এখন মানচিত্ৰ প্ৰস্তুত কৰি ৰাইজক তাৰ অৱস্থান আৰু নিৰ্মাণৰ ফলত হ’ব পৰা কৃষিভূমি, বাসস্থান, অৰ্থনীতি আদিৰ ওপৰত পৰা প্ৰভাৱ... |
শেষত আহিছে সুৰংগ নিৰ্মাণৰ ফলত ওলোৱা শিল, বালি, মাটিৰ বিপুল পৰিমাণৰ আৱৰ্জনা ক’ত খোৱা হ’ব৷ য’তে নহওক, সি প্ৰথমতে চাৰিওপিনৰ মানুহৰ জীৱন-জীৱিকাৰ ববে এক মাৰাত্মক বিপদৰূপে দেখা দিব পাৰে৷ সেই বিষয়ে বিশেষজ্ঞৰ মত লোৱা হৈছে নে? তাৰ কিছু নমুনা আগতীয়াকৈ আহৰণ কৰা হৈছে নে? Waste Disposal বা আৱৰ্জনা পাতন কেনেভাৱে কৰা হ’ব? এইবোৰো বৰ ভ... |
মুঠতে ৰাইজে ‘’সুৰংগ দৃষ্টি’’ৰে প্ৰস্তাৱিত সুৰংগটো নোচোৱাই ভাল হ’ব৷ |
নিৰপেক্ষ বুদ্ধিজীৱীৰ ভূমিকা |
আমাৰ লিখা-মেলাবোৰ পঢ়ি কিছুসংখ্যক লোকে কয়, এওঁ বাঁওপন্থী বংকিম দৃষ্টিৰে কথাবোৰ সদায় বিচাৰ কৰে, মুঠেই নিৰপেক্ষ নহয়৷ যি কোনো কথা বা সমস্যাত দোষ-গুণ দুয়োটা থাকে, বা তাত জড়িত দুটা বা তিনিটা পক্ষৰ প্ৰত্যেকৰে দোষ-গুণ দুয়োটা থাকে৷ আচল বুদ্ধিজীৱীয়ে নিৰ্মোহ-নিৰপেক্ষভাৱে বিচাৰ কৰিব আৰু সিদ্ধান্ত দিব জানে৷ |
এই ৰায় নতশিৰে নহ’লেও মানি লৈছোঁ৷ কিন্তু অসুবিধা হৈছে এয়ে যে আজিকালিৰ বহু সমস্যাত ওপৰোক্ত ধৰণে নিৰপেক্ষ ভূমিক ল’ব নোৱাৰি৷ |
যেনে ধৰক, ২০০২ চনত গুজৰাটৰ সাম্প্ৰদায়িক দাংগাৰ সময়ত তাৰ বলি হোৱা বিলকিচ বানুৰ মোকৰ্দমা৷ তেওঁৰ চকুৰ আগতে তেওঁৰ পৰিয়ালৰ আটাইকে, আনকি তেওঁৰ তিনি বছৰীয়া শিশু কন্যাক তেওঁৰ চকুৰ আগতে নৃশংসভাৱে হত্যা কৰা হ’ল৷ স্বামীক হত্যা কৰাৰ পূৰ্বে তেওঁৰ সন্মুখতে বিলকিচ বানুক কেইবাজনো দেশভক্তই ধৰ্ষণ কৰে৷ তাৰ পিছতো তেওঁৰ ওপৰত নিৰ্যাতন চলাই ... |
ইয়াত যদি দুটা পক্ষ এপিনে বিলকিচ বানু আৰু তেওঁৰ পৰিয়াল, আনপিনে সাম্প্ৰদায়িক হিংসাত উন্মত দেশভক্ত কিছুমান৷ [মুক্তিৰ পিছত ফুলৰ মালা পিন্ধাই এওঁলোকৰ দেশভক্তি সাব্যস্ত কৰা হৈছে৷] |
এনে এক ঘটনাৰ পৰ্যালোচনাত ‘নিৰপেক্ষ’ বিচাৰ কেনে ধৰণৰ হ’ব পাৰে? হয়তো নিৰপেক্ষ বুদ্ধিজীৱীয়ে ক’ব যে বিলকিচক ধৰ্ষণ আৰু নিৰ্যাতন কৰি ভুল কৰা হৈছে৷ দুয়োটাৰ এটা কৰিলেই যথেষ্ট হ’লহেঁতেন৷ আৰু শিশুটিকো মাকৰ আগত হত্যা কৰাটো বেয়া কথা হৈছে৷ অলপ আঁতৰলৈ নি হত্যা কৰিব লাগিছিল৷ |
দুখৰ বিষয় যে এনে ধৰণে বিচাৰ কৰাৰ আগ্ৰহ বা সামৰ্থ্য আমাৰ কোনো দিনেই নহ’ল আৰু ভৱিষ্যতেও নহ’ব৷ |
Recent News |
পশ্চিম বংগত তৃণমূল নেতাৰ গৃহত বিস্ফোৰণ: তিনি গৰাকীৰ মৃত্যু |
অচিনাকি বাহনত যাত্ৰা কৰি বিপদত দুই যুৱক; নিচাযুক্ত বস্তু খুৱাই সকলো লুটি নিলে দুৰ্বৃত্তই |
ৰাছিয়াৰ ইউক্ৰেইন আক্ৰমণৰ বিৰুদ্ধে থিয় দিবলৈ ইউৰোপ যথেষ্ট শক্তিশালী নহয়: ফিনলেণ্ডৰ প্ৰধানমন্ত্ৰী |
দিল্লীত পুনৰ লিভ-ইন সংগীক নৃশংস হত্যা! দেহ কাটি টুকুৰা-টুকুৰ কৰাৰ চেষ্টা |
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ই... |
ধৃত এন ডি এফ বি (এছ) কেডাৰ গৰাকীয়ে নিজকে সংগঠনটোৰ ৪২ নং গোটৰ ম্যানমাৰত প্ৰশিক্ষণ লৈ অহা ফেণ্টম ব্ৰহ্ম উৰফে বি ফিটাই বুলি পৰিচয় দিয়ে। তেওঁ কোকৰাঝাৰ জিলাৰ আঠীয়াবাৰী টেনালি গাঁৱৰ গেব্ৰু ব্ৰহ্মৰ পুত্ৰ। |
প্ৰাপ্ত তথ্য মতে অঞ্চলটোত এন চি এফ বি (এছ)ৰ উগ্ৰপন্থীয়ে বিচৰণ কৰাৰ সম্পৰ্কে এক গোপন সূত্ৰৰ পৰা লাভ কৰা খবৰৰ ভিত্তিত আজি পুৱা প্ৰায় ২:৩০ বজাত কোকৰাঝাৰ আৰক্ষী আৰু সেনাই অঞ্চলটোত এক যুটীয়া অভিযান আৰম্ভ কৰি প্ৰায় ৪:৩০ বজাত উক্ত কেডাৰজক আটক কৰে। |
তেওঁৰ পৰা অভিযানকাৰী দলে মেগাজিনৰ সৈতে এটা ৭.৬২x২৬ এম এম পিষ্টল, দুই জাঁই সক্ৰিয় গুলী, দুটা চাইনিজ হেণ্ড গ্ৰেণেড এটা মোবাইল হেণ্ডছেট আৰু এটা বেগ উদ্ধাৰ কৰে। |
Recent News |
আজি অসম দিৱস; বৰ অসমৰ ভেটি গঢ়োতা স্বর্গদেউ চাওলুং চুকাফাক সুঁবৰিছে ৰাজ্যবাসীয়ে |
আফগানিস্তানলৈ গৈছে লস্কৰ-জৈশৰ দৰে পাকিস্তানী সন্ত্ৰাসবাদী গোট: দাবী প্ৰাক্তন আফগান সুৰক্ষা প্ৰধানৰ |
পঞ্জাৱী গায়ক সিদ্ধু মুছেৱালা হত্যাকাণ্ডৰ মাষ্টাৰমাইণ্ড গোল্ডি ব্ৰাৰক কেলিফৰ্ণিয়াত আটক |
বিশ্ব ফুটবলত এছিয়াৰ মহাশক্তি! স্পেইনক হৰুৱাই জাৰ্মানীকো বিশ্বকাপৰ বাহিৰ কৰিলে জাপানে |
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ই... |
Tags # গুৱাহাটী |
Share This |
About W7S News |
গুৱাহাটী |
By W7S News at May 05, 2021 |
Email ThisBlogThis!Share to TwitterShare to FacebookShare to Pinterest |
Labels: গুৱাহাটী |
No comments: |
Post a Comment |
Newer Post Older Post Home |
Subscribe to: Post Comments (Atom) |
Post Bottom Ad |
Responsive Ads Here |
Author Details |
Templatesyard is a blogger resources site is a provider of high quality blogger template with premium looking layout and robust design. The main mission of templatesyard is to provide the best quality blogger templates which are professionally designed and perfectlly seo optimized to deliver best result for your blog. |
Facebook |
Powered by Blogger. |
Search |
শেহতীয়া |
জনপ্ৰিয় |
গুৱাহাটীত উত্তৰ-পূবৰ প্ৰথমটো ডাইৰেক্ট ছাৰ্ভিচ চেণ্টাৰ মুকলি এলজি ইলেকট্ৰ'নিক্সৰ |
W7s news ষ্টাফৰিপোৰ্টাৰ ঃ ভাৰতৰ আগশাৰীৰ উপভোক্তা বহনক্ষম ব্লেণ্ড এল জি ইলেকট্রনিক্সে মঙলবাৰে গুৱাহাটীত উত্তৰ-পূবৰ ৰাজ্যসমূহৰ প্ৰথমটো ডাইৰে... |
ব্ৰহ্মকুমাৰী'জৰ উদ্যোগত কাঁহিকুছিত আত্মনির্ভৰ কৃষক অভিযান ; কৃষক -কৃষি বিজ্ঞানীক সম্বৰ্ধনা |
W7s news গুৱাহাটী : ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰণালয়ৰ আৰ্থিক সাহায্যত , ব্ৰহ্মকুমাৰীজ'ৰ ৰাজযোগ শিক্ষা আৰু গৱেষণা ফাউণ্ডেশ্যনৰ কৃষি আ... |
গুণোৎসৱ ২০২২: গুণগত আৰু উন্নত শিক্ষাৰ দিশত এক সবল খোজ |
১১ মে'ৰপৰা ৪ জুনলৈ ৰাজ্যজুৰি অনুষ্ঠিত হ'ব গুণোৎসৱ ২০২২ W7s news ষ্টাফৰিপোৰ্টাৰ: ক'ভিড-১৯ পৰিস্থিতিয়ে প্ৰভাৱান্বিত কৰা অসমৰ শিক... |
চাৰিদিনীয়া INTCON এক্সপ’ গুৱাহাটী ২০২২ ৰ শুভাৰম্ভ |
W7s news গুৱাহাটী: ইন্টেৰিঅ’ৰ ডিজাইন আৰু নিৰ্মাণ খণ্ডৰ বাবে আৰম্ভ হ’ল চাৰিদিনীয়া (২৫-২৮ আগষ্ট, দিনৰ ১১ বজাৰ পৰা ৭ বজালৈ) অনন্য INTCON এক্স... |
আই এ এছ এছ টিত অত্যাধুনিক যন্ত্ৰপাতিৰ প্ৰশিক্ষণ আৰু প্ৰদৰ্শন কাৰ্যসূচী আৰম্ভ |
W7s news গুৱাহাটী : ভাৰত চৰকাৰৰ বিজ্ঞান আৰু প্ৰযুক্তি বিভাগৰ অধীনৰ গুৱাহাটীৰ পশ্চিম বৰাগাঁওস্থিত ইনষ্টিটিউট অফ এডভান্স চায়েন্স এণ্ড টেকন&#... |
মন্তব্য |
Archive |
Archive December (3) November (61) October (116) September (171) August (129) July (140) June (134) May (116) April (103) March (103) February (81) January (44) December (106) November (84) October (128) September (149) August (157) July (182) June (110) May (148) April (107) March (44) February (2) |
Sponsor |
AD BANNER |
সাহিত্য |
Tags |
অসম আন্তঃৰাষ্ট্ৰীয় উত্তৰ-পূৰ্বাঞ্চল ক্ৰীড়া গুৱাহাট গুৱাহাটী গুৱাহাটী- গুৱাহাটী-ব্যবসায়-বাণিজ্য গুৱাহাটী-ব্যৱসায়-বাণিজ্য গুৱাহাটী' চিত্ৰ-আলোকচিত্ৰ পৰ্যটন ফেশ্বন ফেশ্যন বৰাক বলিউড বসায়-বাণিজ্য ব্যবসায়-বাণিজ্য ব্যৱসায় ব্যৱসায়-বাণিজ্য ভাৰত ভিডিঅ’ মনোৰঞ্জন ৰাজনীতি ৰাষ্ট্ৰীয় শিক্ষা সাহিত্য স্বাস্থ্য<eot>বিলাসীপাৰাৰ বাঙালীপাৰ... |
দেশী জনগোষ্ঠীয় মঞ্চ, অসমৰ বিলাসীপাৰা জিলা সমিতিৰ বিদায়ী সভাপতি নহৰুদ্দিন শ্বেখৰ পৌৰোহিত্যত অনুষ্ঠিত সভাখনত পর্যবেক্ষক হিচাপে উপস্থিত থাকে সংগঠনটোৰ কেন্দ্ৰীয় সভাপতি শ্বেইখ হেদায়েতুল্লা আৰু সাধাৰণ সম্পাদক সহিদুল ইছলাম। |
বিলাসীপাৰাৰ বেলতলীত অনুষ্ঠিত এখন সভাত দেশী জনগোষ্ঠীয় মঞ্চ, অসমৰ পূৰ্ণাঙ্গ জিলা সমিতিখন গঠন কৰা হয় বুলি নৱ নিৰ্বাচিত জিলা সভাপতি জুলফিকৰ আলী শ্বেখে জানিবলৈ দিছে। |
সিদিনাৰ সভাখনত পৰ্যবেক্ষক হিচাপে উপস্থিত থাকে চামছুল হ’ক প্ৰধানী। নৱ নিৰ্বাচিত সভাপতি শ্বেখে জানিবলৈ দিয়া মতে উপ সভাপতি হিচাপে মইনুল হ’ক, সাহিদল ইছলাম, আজিজুল হ’ক, জাহিদুৰ ৰহমান আৰু খুজিৰুল ইছলামৰ লগতে সহকাৰী সম্পাদক হিচাপে ৰফিকুল ইছলাম, চাহিনুৰ ইছলাম, মৌলনা নুৰুল ইছলাম আৰু সহিৰুদ্দিন শ্বেখক নিৰ্বাচিত কৰা হৈছে। |
দেশী জনগোষ্ঠীও মঞ্চৰ বিলাসীপাৰা জিলা সমিতিৰ সাংস্কৃতিক সম্পাদক হিচাপে নজেৰ আলী, ছাহজামাল হ’ক, সঞ্জীলা বেগম, ধন ভৰালী হিচাপে বদিউদ জামনক আৰু ৰাজ্যিক প্ৰতিনিধি হিচাপে বদিউদ জামান আৰু প্ৰচাৰ সম্পাদক হিচাপে মেহবুব আলম, ছফিয়ৰ ৰহমান আৰু সুৰত জামাল হ’কক নিৰ্বাচিত কৰা হৈছে। |
Recent News |
ডিব্ৰুগড় বিশ্ববিদ্যালয় ৰেগিং কাণ্ড: চাৰি ছাত্ৰক বহিষ্কাৰ, নিলম্বন তিনি হোষ্টেল ৱাৰ্ডেনক |
ত্ৰিপুৰাত পুনৰ ৰাজনৈতিক সংঘৰ্ষ: বিজেপি কৰ্মীৰ আক্ৰমণত চিপিআই-এমৰ এগৰাকী কৰ্মী নিহত, আহত কেইবাগৰাকীও |
যৌতুকৰ দাবীৰে পত্নীক হত্যা: হত্যাকাৰী পতিক ১৪ বছৰৰ কাৰাদণ্ড বিহিলে আদালতে |
Assam Government Holiday List 2023:২০২৩ বৰ্ষৰ অসম চৰকাৰৰ সম্পূৰ্ণ চৰকাৰী বন্ধৰ তালিকা |
Subsets and Splits
No community queries yet
The top public SQL queries from the community will appear here once available.